ৰবি শৰ্মাৰ সৈতে বাৰ্তালাপ Episode 01
Вставка
- Опубліковано 28 бер 2022
- বাৰ্তালাপৰ শ্ৰেণীকোঠাত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা
...........................................................................
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
ৰবি দা আপোনাৰ চিন্তাক চ্যেলুট জনাইছোঁ
শিল্পী হিচাপে সন্মান কৰিব পৰা, অসমত শিল্পী এজনেই আছে অসমত : ৰবি শৰ্মা।
Xosaky
আপোনাৰ মন্তব্য বহুত ভাল লাগিল sir tq
অতি সুন্দৰ
Bohut dhuniya kotha koise sir apuni
সঁচাকৈ ৰবি দাৰ কথাবোৰ শুনি বৰ ভাল লাগিল 😘😍
ৰবি দাক দেখা দিনৰে পৰা ধৰি আজিলৈকে একেই দেখি আহিছো ।।
সেই একেই চেহেৰা/কথোপকথন
I like him/his everything ❤️❤️
I love always him 🙏🙏
সদায় সৎ সাহসেৰে আগুৱাই যোৱা মোৰ অন্যতম প্ৰিয় ব্যক্তি ৰবি দা । ❤
Uff rovi daaa😍😍😍
বহুতেই ভাল লাগিল চাই
Khub sundor
সুন্দৰ
Moja moja Robi da. From sadiya
Mojjja koise ravi daaa
Axomot....nhobogoi Ravi da
প্ৰিয়জন🙏🙏❤️❤️
খুব ভাল লাগিল,
তেওঁৰ ব্যক্তিত্বক সদায়েই সন্মান কৰোঁ... ভলেৰে থাকক তেওঁ, ভালেৰে থাকক আপোনালোক
❤❤ ❤
অদ্ভুত ব্যক্তিত্বৰ গৰাকী ৰবি শৰ্মা ।
খুবেই ভাল লাগিল ।
শুভকামনা আটাইলৈ ।
ৰবি দা সদায় প্ৰজিটিভ।
Ep O2 ৰ বাবে অপেক্ষা কৰি আছো
Xoshai rabi dak bohut val lage ..❤️
সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী ৰবি শৰ্মা।
মোৰ প্ৰিয় ব্যক্তি ❤️❤️কথা বোৰ শুনি থাকিলে আমনি নালাগে
Right
Bohut val lagil dai kothbur huni khub dhuniya koth koise
আপোনাৰ কথাতে যাদু আছে ৰবি দা । অসমৰ handsame hero Jon ❤️❤️
ua-cam.com/channels/3N-JrVRPoXCDXzrA9-smUQ.html
ৰবি দা কথা আৰু ব্যত্তিত্বক সদায় ভাল লাগে।
rabi da is fav ❤️❤️❤️👍👍
ৰবি শৰ্মা দাদা সদায় প্ৰিয় শিল্পী ❤️❤️❤️
Rabi da you are great.
💙💙💙💙
Love you ♥️♥️♥️♥️ ravi dada 😍
Ejon Vl loga byokti,bht logically kotha bor bujai dise.. alwz fv
Bht bsi dhuniya katha koise robi dai....bht hikibo loga katha koise
My favourite assamese hero
Robi da ❤️
👏👏
কথাবিলাক♥️🔥
Bhut val manuh Ravi da....
Here is my favourite Hero 💓
I luv u Ravi da
Wow...Enekua interview lage..Best
My favourite first paranjol Shaika radvi da
অন্য এটা বহু ভাল লগা সাক্ষাৎকাৰ । Chakra দা সাক্ষাৎকাৰ লোৱা ব্যক্তি জনৰ পিছফালে student বহালে অলপ অসুবিধা হয় যেন অনুভৱ হয় । বিষয় টু অলপ লক্ষ্য কৰিব
Moja
Actor janar kathabur hundar♥️♥️♥️😀
প্ৰিয় ব্যক্তি ❤️
Sosaka apunar kotha xunila xuni goi thakibo mon jai xosaka da u r brilliant
Good discussion.
lv u Ravi da
Rabi Sharma 😩❤️
such a gentleman
Good morning 🌅
Robi da apunar kothare ami bhut hahok pau
Bht bhal pao
Nice speech
Huni thakim jen
Robi da is very good personality. Your thinking is very good Robi da
Uffff
Nice
Robi dar kotha bor shuni bohut val lagil thanks robi da
বৰ ভাল লাগিল কথা বোৰ,, বহুত শিকিব পাৰিছোঁ বাৰ্তালাপ ৰ পৰা
This guy is good and jiye koi iman motivational lage
বহুত ভাল লাগিল ৰবি দা কথা বতৰা বোৰ
My favorite Assamese actor
Chakra sir thanks for the stage .. আগৰলৈকে যতিন বৰা sir ক দেখিম বুলি আশা থাকিল।
One of the best episode of baarta laap.. Protijon manuhor sinta dhara Robi dar nisina houk..
Attiitude এওঁৰ
Love the way he interact with others people ...always lovable his personality
Hosakoi takhetor kthabur hedoi sui juwa...takhetor kthabur hunila huni thakibo mn Jai...
Positive vibes এটা পালো, ভাল লাগিল 😇
Bohut val lagil ..sai ajir episode tu ...thank you so much bartalap
Robi dar kotha bor bohut vl lagil... favourite actor
শেষৰ কথাখিনি শুনি সছাকৈ বহুত বহুত ভাল লাগিল । বহুত বহুত ধন্যবাদ ৰবিদা
One of my inspiration Ravi da ❤
বহুদিনৰ মূৰত এটা সুন্দৰ গঠনমূলক সাক্ষাৎকাৰ চোৱাৰ সুযোগ দিয়াৰ বাবে পৰাশৰ দালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ 👍
কথাবোৰ শুনি বহুত ভাল লাগিল । lv u ৰবি দা
মোৰ সকলোতকৈ ভাল লগা অভিনেতা জন ❤️❤️ মানুহজন হিচাপেও তেখেত বহুত প্রিয় ।। তাতেই আৰু মোৰ নিজৰ ঠাইৰ মানুহ 🙏🙏🙏 love you RAVI da ❤️❤️❤️
Every thing of Rabi sir speaking are touched to my heart ........😌💖
Robi da a realityr kotha bur koisay hosakay bhl lagil bohut
RRR🔥🔥 Power of South Movie 💪💥
Outstanding personality of our Assamese film industry. Not only from the angle of a hero , his talking style, communications with other people, down to earth nature means from every espects he is excellent.
ৰবিৰ ধনাত্মক দৃষ্টিভংগী খিনি ভাল লাগিল
কি কম ভাষা নাই🙏🙏👏👏কথা শুনি মুখ মেল খাই গ' ল
South Bollywood movie r hero t koi kom nohoi amar Rabi da👍💪
সঁচাকৈ বহুত ভাল লাগিল
He has lots of potential.....you can't hate this man💓💓
Ako aber anekoi robi dak eyat kintu lagibo😍😍
Ki comment kro vabi napalo . You are always great rabi da
You are the great great great 🙏🙏 motivator love you robi dada❤️❤️
ৰবি দাদাৰ কথাসমূহৰ মাজত এক অনন্য ধনাত্মক দিশ আছে । কথাসমূহ ইমান স্পষ্ট...ইমান বাস্তৱবাদী.......... তেওঁৰ ব্যক্তিত্ব সঁচাই প্ৰশংসনীয় । ❤
বহুত ভাল কথা কৈ গল
ৰবি দা 🔥
Ravi da r ktha bur xuni bht vl lgel ❤️
❤❤
I haven't come across any other actors as thoughtful, sensible and wise as Ravi Sharma ..
Akdom xosa kotha koise de..... love you Robi da..... waiting for the next episode ❤️❤️❤️
বহুত ভাল লাগিল দাদা❤️❤️
কোনোবাই যদি মোক কয় তই বাকী চব কাম বাদ দে আৰু দিনে ৰাতিয়ে ৰবিদাই কথা কৈ থাকিব ওচৰত বহি অকল তেওঁৰ কথা কে মন দি শুনি থাক সঁচাকে মই শুনি থাকিম,এবাৰ ৰবিদাক লগ পোৱাৰ আশা বহুত বহুত বহুত বেছি ভাল পাওঁ ৰবি দাক
Haa 👍
hoi dai manu
ৰব সুন্দৰ কৈ কথা বোৰ কৈছে ,ভাল লাগে ।
Keitaman bohut val aru practical kotha kole.... thankyou Ravi Dada
Bht salu video Lyft trust me..eibur kotha thought process..tu main...eitu lage bey
...amar xomajot