আজিও পত্নীৰ সৈতে একেলগে থাকিব বিচাৰে নিতুমণি শইকীয়াই।

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • আজিও পত্নীৰ সৈতে একেলগে থাকিব বিচাৰে নিতুমণি শইকীয়াই। নিজৰ সা-সম্পত্তি, ফ্লেট আৰু ফৰ্চুনাৰ গাড়ীলৈ প্ৰথমটো প্ৰতিক্ৰিয়া সাংবাদিক নিতুমণি শইকীয়াৰ। নিতুমণি শইকীয়া EXCLUSIVE

КОМЕНТАРІ • 778

  • @pihudutta5823
    @pihudutta5823 2 роки тому +196

    সাংবাদিক হিচাপে তেওঁৰ সদায় প্ৰিয়😌♥️ । তেওঁ এজন স্পষ্টবাদী, সাহসী, সৎ ব্যক্তি 😌। ভাগৱানে যাতে তেওঁক শক্তি আৰু সাহস দিয়ক যুজিবলৈ😌।সৎপথত যদি আছে আপুনি জয়ী নিশ্চয় হব 😌।

    • @minamahanta1766
      @minamahanta1766 2 роки тому +6

      নিতুমনি শইকীয়া মোৰ প্ৰিয়

    • @hemaprovahazarik
      @hemaprovahazarik 2 роки тому +4

      শিলত গোৰ মাৰিলে শিল নাভাঙে, নিজৰ ভৰিহে ভাঙে। গতিকে সৎ ব্যক্তি বুলি আমি প্ৰশংসা কৰা সাংবাদিক নিতু মনি শইকীয়া দেৱৰ জয় হওঁক তাকেই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ।

    • @phulashreebaruah5033
      @phulashreebaruah5033 2 роки тому +2

      You are my ideal

    • @jyotishray8506
      @jyotishray8506 8 днів тому

      Dead বুলি মাতে মানে দেউতা বুলি নামাতে... তোমাৰ দেউতাক তুমি dad বুলি মাতিছিলি নেকি

  • @arupamorandangaria6094
    @arupamorandangaria6094 2 роки тому +212

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ।আপোনালোকৰ জীৱনটো সুখৰ হয় তাৰেই কামনা কৰিছো ।

  • @meghalikonwar9734
    @meghalikonwar9734 2 роки тому +89

    নিতুমনি দা আপুনি বৰ সাহসী ও মহান ব্যক্তি । মাইনা জনিৰ কাৰণে দুয়ো একেলগ হওঁক। শান্তিৰে থাকক তাকে কামনা কৰিছোঁ।

  • @abdulrohimsarkar3328
    @abdulrohimsarkar3328 2 роки тому +232

    নিতুমণি শইকীয়াৰ শান্তিৰ কামনা কৰিলো।তেওঁ যাতে শান্তি ত থাকে ।

  • @sanjibchetia9828
    @sanjibchetia9828 2 роки тому +67

    সত্যৰ সদায় জয়। ভগৱানে সহায় কৰিব🙏। কর্মত বিশ্বাস ৰাখক।

  • @manalishadas2421
    @manalishadas2421 2 роки тому +208

    নিতুমণি ছাৰ মোৰ প্ৰিয় ❤ ছাৰৰ স্পষ্টবাদিতা কথাবোৰ বহুত ভাল লাগে❤

  • @mofidaahmed5389
    @mofidaahmed5389 2 роки тому +115

    নিতুমণিৰ শান্তি ঘূৰি আহক তাকে ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ 🙏🏼

  • @manashipriya8120
    @manashipriya8120 2 роки тому +37

    কথা বোৰ ইমান ধুনীয়াকৈ স্পষ্টকৈ কৈছে। আপোনালোকৰ সম্পৰ্ক টো যেন আগৰ দৰে হৈ পৰে তাকেই কামনা কৰো।

  • @chitraranjandas6066
    @chitraranjandas6066 2 роки тому +79

    মানুহজনক মানসিক ভাবে ভাগৰি পৰিছে। ভগৱানে তেওঁক শক্তি দিয়ক। নাপায় কিন্তু তেওঁক ইমান হাৰাশাস্তি কৰিব। ধিক্কাৰ দিছো তেওঁক । তেওঁৰ আবেগিক হৈ গৈছে 🥺🥺

  • @yuvrajphukon6250
    @yuvrajphukon6250 2 роки тому +121

    সকলো কথাৰ প্ৰত্যুত্তৰ আপুনি উপযুক্ত প্ৰমাণ সহকাৰে আৰু যুক্তিৰে দিলে। আমিও বিচাৰোঁ আপোনাক আমি যেনে দৰে বিশ্বাস কৰোঁ আৰু ভাল পাওঁ , আপুনি আমাক যেন হতাশ নকৰে। ভগৱানে আপোনাৰ পৰিয়ালক পুনৰ একেলগ কৰক।

  • @nirusaikia7631
    @nirusaikia7631 2 роки тому +40

    আপোনাক বহুত সম্মান আৰু ভাল পাওঁ। আপোনাৰ সঙসাৰ খন পৰিপূৰ্ণ আৰু সুখৰ হওক । বুজা বুজিলৈ আহক নিতুমনি ছাৰ।

  • @barman9935
    @barman9935 2 роки тому +25

    মানুহে ভবাতকৈ আপুনি বহুত বেলেগ....আপোনাৰ কথাখিনি অন্থৰ চুই গ'ল 🙏🙏🙏

  • @yesminahmeda9367
    @yesminahmeda9367 2 роки тому +85

    আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গল নিতুমনি শইকীয়া এজনেই আৰু দ্বিতীয়জন নোলাব

  • @abhijitasom4049
    @abhijitasom4049 2 роки тому +9

    আপোনাৰ ব্যক্তিত্ব ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে দাদা, আপোনাৰ প্ৰতি থকা সন্মান, স্ৰধা সদায় এ একক
    ভালে থাকক সদায়

  • @sonasrivlogs46
    @sonasrivlogs46 2 роки тому +6

    দুখ লাগিছে 😢🥺😭বহুত দুখত কৈছে কথা বোৰ 😢😭 নিতুমনি sir ajon Val bekti 🥺

  • @jehirulhuda3147
    @jehirulhuda3147 2 роки тому +11

    নিতুমণি, মই আপোনাতকৈ বয়সত জেষ্ঠ। ঘৰ শিৱসাগৰত। আপোনাৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আৰু বিশ্বাস আছে। আপুনি জয়ী হ'ব। আপোনাৰ ব্যক্তিত্বক বিসৰ্জন নিদিব। আমি আশা কৰো আপোনালোকৰ মাজৰ বিবাদ সোনকালে নিষ্পত্তি হ'ব আৰু পুনৰ একেলগে এখন সুন্দৰ সংসাৰ কৰিব। ছোৱালীজনী বহুত সৰু।তাই একো বুজি উঠা নাই।কোনোবাই বুজাৱক চোন। মই এজন শিক্ষক। গতিকে বাইদেউকো বুজাবুজি কৰিবৰ বাবে অনুৰোধ জনাইছো।

  • @khagenchutia7761
    @khagenchutia7761 2 роки тому +6

    অনাগত দিনত আপোনাৰ জীৱন সুখ শান্তি তথা হাঁহি আননদ ৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ

  • @rajashreehandique4480
    @rajashreehandique4480 2 роки тому +27

    আপোনাৰ পৰা কথাখিনি জানিব পাই ভাল লাগিল বাট চাই আছিলোঁ। আচলতে আপোনাৰ ছোৱালী জনিৰ বিষয়টো আপোনাৰ পত্নীয়ে লৈ আহিলে । যি কি নহওঁক সুখী হওঁক তাৰেই কামনা কৰিলো।

    • @rupjyotiboruah3418
      @rupjyotiboruah3418 4 місяці тому

      5:34

    • @rupjyotiboruah3418
      @rupjyotiboruah3418 4 місяці тому

      শান্তিত থাকিব পৰাকৈ চেষ্টা কৰক ৷ভগবানে সহায় কৰিব ৷

  • @sweetydeka5482
    @sweetydeka5482 2 роки тому +21

    একো নজনাকৈ মানুহে কৰা সমালোচনা দেখিলে বেয়া লাগে। আপুনি ভাল মানুহ বুলি ভাবোঁ। ছোৱালী জনীৰ সতে আপোনালোকৰ সুখৰ সংসাৰখন সুখৰ হৈ থাকক।

  • @ritamonilalim5660
    @ritamonilalim5660 2 роки тому +4

    আপোনি এজন সচাঁ ব্যক্তি হয়ও এনেকৈ প্ৰমান দিব লগা হোৱাৰ বহুত দুখ লাগিছে ।🙏🙏 🙏

  • @Sunildutta1234
    @Sunildutta1234 2 роки тому +73

    আপুনি মহান নিতুমনিদা,মই সদায় আপোনাক সন্মান আৰু শ্ৰদ্ধা কৰো,আপুনি সুখী হওঁক, ভগৱান আপোনাৰ সহায় হওঁক 🙏🏻🙏🏻🙏🏻

  • @ddhemali2.040
    @ddhemali2.040 2 роки тому +22

    মোৰ জীৱনৰ প্ৰিয় সাংবাদিক গৰাকীয়েই হ'ল নিতুমণি শইকীয়া।
    তেখেতৰ সংসাৰখন যাতে পুনৰ একেলগ হয় তাৰে কামনা কৰিলোঁ 🙏

    • @roshmihazorika9114
      @roshmihazorika9114 2 роки тому

      Sir apunar hoi kora anekua opbyoboharor karone aamiu bohut dukhito

  • @kdeori4945
    @kdeori4945 2 роки тому +79

    মানুহৰ কোনোবাখিনিত ভুল বুজাবুজি হোৱাতো স্বাভাৱিক কথা,ভুলবোৰ সংশোধন হৈ দুয়ো একেলগ হোৱাটো ভগৱানৰ ওচৰত কামনা কৰিলো।

    • @kunjalataroy1493
      @kunjalataroy1493 2 роки тому

      ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ পৰিয়ালটো যেন পুনৰ একলগ হব পাৰে

  • @sahedaborbora3801
    @sahedaborbora3801 2 роки тому +6

    বহু ত দুখ লাগিল আপোনাক বহু ত ভাল লাগে সকলো ঠিক হৈ যাব চিন্তা নকৰিব ❤️❤️

  • @pranitamahanta3942
    @pranitamahanta3942 2 роки тому +53

    মোৰ সকলোৰে ওপৰত অনুৰোধ ।মিছা কথা সজাই এই পৰিয়াল টো ধংশৰ মুখলৈ ঠেলি নিদিব ।😭

  • @snigdhanath5432
    @snigdhanath5432 2 роки тому +1

    বিশিষ্ট সাংবাদিক নিতুমনি শইকিয়াৰ দৰে এজন মানুহক এনেদৰে ভবাতো বৰ দুখৰ কথা..., ভগৱান আপোনাৰ সহায়ক হওক

  • @RlachitNorthEastVlogs
    @RlachitNorthEastVlogs 2 роки тому +30

    আপুনি সঁচা কথা কৈছে।। নিতু দা
    আপোনাৰ সংসাৰত যাতে শান্তি সম্প্ৰীতি মৰমৰ এনাজৰী ঘূৰি আহে তাকে ভগবানৰ ওচৰত কামনা কৰিলো।।🙏🙏🙏🙏

  • @gitalineog6489
    @gitalineog6489 2 роки тому +8

    সত্যত থাকিলে ঈশ্বৰে আপোনাক সহায় কৰিব চাৰ আমিও প্ৰাৰ্থনা জনাইছো 🙏🙏

  • @mrinmoysaikiaentertainment4844
    @mrinmoysaikiaentertainment4844 2 роки тому +4

    আপোনাৰ স্পস্তবাদিতক সন্মান কৰিছোঁ।।। আপুনি ৰণৰ ক্ষেত্ৰ এৰি পলাই যোৱা যোদ্ধা নহয়।। নিশ্চয় আপুনি সফল হ'ব।।।

  • @munmibhuuan547
    @munmibhuuan547 2 роки тому +4

    সত্য সদাই জয়। মানুহ বোৰৰ মানবতা কত হেৰাই গৈছে।আজিৰ দিনটোত কাৰোবাৰ উন্নতি হ'লে জলি পুৰি মৰে কিয়।

  • @deepaborpatragohain9670
    @deepaborpatragohain9670 2 роки тому +6

    নিতুমনি দাদা আপুনি এজন মহান ব্যক্তি । আপোনাৰ দৰে এনে ব্যক্তি নোলাব ।

  • @manjusaharia857
    @manjusaharia857 2 роки тому +21

    আপোনাক বহুত ভাল পাও। সত্য ত সদায় বিঘিনী। ফল দেৰি কৈ পায়। আপুনি ভাগি নপৰিব। আমি আপোনাৰ লগত আচো।নুবুজাবোৰে সোনকালে বুজিব। ভগবানে আপোনাৰ সততাক অতি সোনকালে পোহৰলৈ আনিব। ভগবানৰ ওপৰত বিশ্বাস ৰাখক।

  • @juribaruah221
    @juribaruah221 2 роки тому +2

    নিতুমনি শইকীয়াৰ স্পষ্টতাক মই সন্মান জনালো , ভুল বুজাবুজি বোৰ দূৰ হৈ পুনৰ আগৰদৰে আটাই কেইজন এটা পৰিয়াল হৈ সুখে শান্তিৰে বাস কৰে তাৰে কামনা কৰিলোঁ

  • @rashmimiri2589
    @rashmimiri2589 2 роки тому +2

    Sir সদাই সত্য আৰু সততাৰ মানুহ আমি সকলোৱে বিশ্বাস কৰো ইয়াৰ কথা আৰু সি সদাই সত্যৰ পথততে আগবাঢ়ে আৰু যি কয় সচাই কয়.

  • @daisyahmed4732
    @daisyahmed4732 2 роки тому +2

    সত্যৰ সদাই জয়, চিন্তা নকৰিব, ভগৱান আপোনাৰ লগত আছে।

  • @mamitasaikia6194
    @mamitasaikia6194 2 роки тому +2

    আপোনাৰ জীৱনলৈ শান্তি ঘূৰি আহক। তাৰেই কামনা কৰিলো।

  • @aabhoron8809
    @aabhoron8809 2 роки тому +4

    বিভাজন মোৰ অগ্ৰহনীয় মিলন মোৰ কাম্য , ভগৱানে সকলোকে সুমতি দিয়ক

  • @rekhadutta3775
    @rekhadutta3775 2 роки тому +1

    ভগৱানে আপোনাৰ মংগল কৰক ।
    সুস্বাস্থ্য হওক , আমাৰ মাজত আপোনাৰ উপস্থিতি সদায়েই কাম্য ।
    আচলতে নাৰী - পুৰুষ এই শব্দ দুটাত আবদ্ধ হৈ থকা মানুহে আপোনাৰ কথাখিনি বুজিপাবলৈ কৌটি কোটিৰো অধিক অধিক জনম ল'ব লাগিব দাদা ।

  • @jahnabiborahneog7073
    @jahnabiborahneog7073 2 роки тому +11

    I always respect you sir.apuni val manuh so apunar val hobo..jibur manuhe apunak beyake vabise teuluk nijei beya.apuni bohut hahokhi apuni juji jauk sabo joy apunare

  • @bhaskargogoi7049
    @bhaskargogoi7049 2 роки тому +4

    I invite and request all the common people of assam to try to understand the feelings,language and utter of his heart and give support to him in his distress. He is a real man, real assamese and the hero of Assam and India also.So please give mental support to him. Keep it up, Nitumoni! Defend yourself and defend the truth. Thanks.

  • @mohibulmohibul8222
    @mohibulmohibul8222 2 роки тому +2

    নিতুমনী শইকীয়া দাদার ভঙ্গা অন্তরর শান্তি
    কামনা করিলো। লগতে যি সকল মানুহে নজনা নুশোনা কথা কয়, মই তেওলোকক
    অনুরোধ জনাও তেনে কামত অংশ নলবলৈ। কারন তেনে কামর পুরস্কার শ্রষ্ঠাই নিদিব। যার বিরুদ্ধে কোয়া হয়, তার পরা লব লাগিব। এয়া সত্য কথা।

  • @ratulmainaofficial1774
    @ratulmainaofficial1774 2 роки тому +1

    আপোনাৰ স্পষ্টবাদৰ বাবে বহুত ভাল লাগে । আপুনি মোৰ খুব প্ৰিয় । আপুনি আগুৱাই যাওক সদায়

  • @dalimidevi4492
    @dalimidevi4492 2 роки тому +7

    আপুনি ভাঙি নপৰিব, আপুনি সাহসী মানুহ, আপোনাৰ সততা আৰু সাহসীকতাক শ্ৰদ্ধা কৰো, আপুনি সততাৰে আগবাঢ়ি যাওক, আপুনি ণ্যায় পাব ।

  • @himalayashappiness227
    @himalayashappiness227 2 роки тому +4

    Spostobadi Nitumoni Saikiai joljol potpot koi dekhuai dile....big salute to him.... heikaronai tekhet beleg🙏

  • @munmihazarikasaikia8180
    @munmihazarikasaikia8180 2 роки тому +7

    ভগৱানে সহায় কৰিব। নিতুমনি দা মনত সাহস ৰাখক।সকলো ভাল হ'ব।

  • @munubora8514
    @munubora8514 2 роки тому +2

    সদায় প্ৰিয় আপুনি 🥀 আপুনি শান্তিত থাকক .....

  • @monjumonibordoloi2608
    @monjumonibordoloi2608 2 роки тому

    শ্ৰীযুত নিতুমণি শইকীয়াদেৱৰ অন্তৰ চুই যোৱা কথোপকথন শুনি সচাই মৰ্মাহত হৈছো ৷ অসমীয়াৰ এজন নিষ্ঠাৱান পথ প্ৰদৰ্শক ইমান খিনি কথাৰ জৱাবদীহি হব লগীয়া হোৱাত বৰ দুখ অনুভৱ কৰিছো ৷ তেখেতৰ সংসাৰখন পুণৰ সুন্দৰ ৰূপত দেখাৰ আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷

  • @ManowaraBegum-g1y
    @ManowaraBegum-g1y 4 місяці тому +1

    নিতুমনি দা আপোনাক জনে মিছা কথাবোৰ জাপী দিছে ভগৱানে এদিন নহয় এদিন আপোনাৰ বিচাৰ কৰিব।

  • @nomitagogoidutta5080
    @nomitagogoidutta5080 2 роки тому

    আপুনি এজন সত অাৰু নিষ্ঠাবান সাংবাদিক ।নিতুমনি দা আমাৰ বাবে আদৰ্শ । তেখেতক আগুৱাই যাবলৈ দিওক ।কাৰোবাৰ ব্যক্তিগত জীৱন ক লৈ ইমান চৰ্চা কৰাতকৈ তেখেতক পেৰণা দিয়ক সদাই নিষ্ঠাৰে কাম কৰি যাবলৈ । আপুনি সদায় সুখী হৈ থাকক Nitumoni দা

  • @raktimjyotibora2154
    @raktimjyotibora2154 2 роки тому +4

    Respected and humble person 🥺❤️

  • @sroy6180
    @sroy6180 2 роки тому

    তেওঁৰ এই সততাই তেওঁৰ সাহস। সমালোচনা সকলোতে থাকে । অৱশেষত তেওঁৰ সকলো তথ্য সকলোৰে আগত স্পষ্ট হ'ল। ভাল লাগিল কিয়নো তেওঁ মোৰ দৰে অইন বহুতো লোকৰ আদৰ্শ আজিওঁ । তেওঁৰ জয় হওঁক। ধন্যবাদ 🙏

  • @chandanakalita5114
    @chandanakalita5114 2 роки тому +5

    ভাল মানুহৰ এজন নিতুমনি শইকীয়া

  • @debashishborah7472
    @debashishborah7472 2 роки тому +26

    নিতু দা সদায় প্ৰিয় ❤️

  • @rumidas2878
    @rumidas2878 2 роки тому +2

    আপোনাৰ কথাবোৰ শুনি প্ৰতিদিন তাইমত নিয়ুজ সদায় চাও ভাল লাগে ,ভগবানে আপোনাক সহায় কৰক 🙏🙏

  • @monuofficelassam3562
    @monuofficelassam3562 2 роки тому

    ভাল লাগিল আপোনাৰ ঘৰুৱা তথ্য বোৰ চচিয়েল মিডিয়াৰ জৰিয়তে শুনিবলৈ পাই । আপোনাৰ স্বচ্ছ তম মনৰ বতৰা লগতে সকলো তথ্যৰাজীয়ে প্ৰমাণিতেৰে যুক্তি দেখুওৱা তথ্য বোৰ দেখি । আপোনাৰ সাংবাদিক জীৱনৰ পথত আগুৱাই যোৱাৰ কামনা কৰিলোঁ 🙏।

  • @friend3983
    @friend3983 2 роки тому +13

    নিতুমণি এজন সৎ লোক বুলি ভাবো । তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছে । এনে হেন সৰল মনৰ লোক দৰদী জনক পত্নীয়ে ভুল বুজিছে যেন অনুভৱ হৈছে ।

  • @bhargabbora9140
    @bhargabbora9140 2 роки тому +4

    মানুহজনৰ কথা শুনিয়ে গম পাই যে মানুহজন সত্যবাদী বুলি ❤

  • @kalpanadas6707
    @kalpanadas6707 2 роки тому +34

    Love you Nitumoni sir 🙏

  • @ashimabarman6405
    @ashimabarman6405 2 роки тому

    প্ৰিয় সাংবাদিক আপুনি। বহুত দুখ লাগিছে আপোনাক এনেকৈ ভাগি পৰা দেখি। এটা কথাই কম জীৱনত যিমানে ডাঙৰ ধুমুহা নাহক কিয় ধৈৰ্য নেহেৰুৱাব। ধুমুহা ই ডাঙৰ গছ ক হে উভালি পেলাব পাৰে দুবৰি বনক নোৱাৰে । দুবৰি ৰ নিচিনা স্থিৰ হৈ থাকক।

  • @apurbarajbongshi3792
    @apurbarajbongshi3792 2 роки тому +1

    God bless u....sir aaponar jibonot sukh santi ghuri aahok ....aaponar patni ru swali aako aaponar jibonot ghrui aahok

  • @meghaliboruah9743
    @meghaliboruah9743 2 роки тому +1

    ভগৱানে আপোনাক শক্তি দিয়ক,সুখী হওক অনাগত দিনবোৰ

  • @poriraniburagohain1073
    @poriraniburagohain1073 2 роки тому

    সাংবাদিক হিচাপে আপুনি সদায় প্ৰিয়🌝
    আৰু সদায় প্ৰিয় হৈ থাকিব 😌♥️

  • @amitdas5302
    @amitdas5302 2 роки тому +7

    Apunar kotha bur bohut val lage,,, apunak bohut val jen lage,,, apunar jibontu val hoy jen vogbanr osort parthona jonaisu

  • @ushagoswami9719
    @ushagoswami9719 2 роки тому +6

    আপোনালৈ শুভেচ্ছা থাকিল। মনে ভবাৰ দৰে হয় যেন।

  • @ashimaborabhattacharjee332
    @ashimaborabhattacharjee332 2 роки тому +4

    Nitu da,be strong 💪, your strength forward flows shows everything, no need to explain anything, because a hardworking, honest human can understand everything, How your heart feels in entire these statements, we can feel it, 🙏, Hope your better half can feel so,..Bou & Nitu da, kindly take your time,and think twice, too be separated may not be a solution, you both are matured enough to understand 😊, PLEASE, give few times to your thoughts, and to each other, and change your self,if it's possible, don't try to judge each other, cos of your princess 😊

  • @darsanasaharia3577
    @darsanasaharia3577 2 роки тому +2

    সঁচাকৈ বৰ দুখ পাইছো শুনি sir

  • @anupomabandra9449
    @anupomabandra9449 2 роки тому +3

    Thank you so much Brother Nitumoni for your beautiful and truthful message for us , keep it up ! May God bless you all the time.

  • @paparisarma2134
    @paparisarma2134 2 роки тому +8

    আপোনাৰ ছোৱালীজনীৰ কথা চিন্তা কৰি সকলো কথা সহ্য কৰি দুয়ো এৰাধৰাৰ মাজেৰে সংসাৰখন আগুৱাই লৈ জীৱনৰ প্ৰতিটো ক্ষণ আনন্দেৰে পৰিপূৰ্ণ কৰক... এয়াই আপোলোক দুয়োলৈ বিনম্ৰ অনুৰোধ

  • @HussainAli-kk4dc
    @HussainAli-kk4dc 2 роки тому +1

    অসংখ্য ধন্যবাদ নিতোমোনিদা অসমৰ প্ৰিৰিয় জন মানুহ ।

  • @mrinakshi4819
    @mrinakshi4819 2 роки тому

    সঁচাই চাৰ আপুনি বহুত বেলেগ হৈতো সেই বাবেই আপুনি অসমৰ বাবে প্ৰীয় সাংবাদিক ♥️🙏🙏

  • @momsmagia8503
    @momsmagia8503 2 роки тому +8

    God bless you both to lead a happy family life with your dear daughter.

  • @Prof.A12
    @Prof.A12 2 роки тому

    শইকীয়া দা ...হয় আপোনাৰ ওপৰত ৰাইজৰ বিশ্বাস আছে এতিয়া ও , আপুনি যে এজন সৎ ,সাহসী ব্যাক্তি ....আপুনি অন্ততঃ কন্যা জনীৰ বাবে ...আকৌ সংসাৰ খন জোৰ লাগাওঁক ।।।মোৰ ফালৰ পৰা
    সেইতোকে কামনা কৰিলোঁ।।।।

  • @pranitasaikia3893
    @pranitasaikia3893 2 роки тому

    সত্য ৰ সদাই জয় নিতুমনিৰ পৰিয়াল ক ভগবানে সহাই কৰক এয়াই প্রাথনা

  • @minabarman4800
    @minabarman4800 2 роки тому +1

    নিতুমনি দা আপুনি ভাগি নপৰিব,আমি সকলোৱে আপোনাৰ লগত আছো।

  • @niharikaborah7470
    @niharikaborah7470 2 роки тому

    আপোনি ঠিকে কৈছে নিতুমনি দা !কোনোবাখিনিত সংসাৰত ভুল বুজাবুজি হব পাৰে ! আমি এতিয়া ভগবানৰ ওচৰত এইটোৱে বিছাৰো পুণৰ দুয়ো লগ হৈ পিছৰ দিনবিলাক ভালে থাকক ....🙏🙏🙏🙏

  • @sonybigtv6160
    @sonybigtv6160 2 роки тому +8

    Try to make a good relationship. God bless you and your family🌹

  • @niharikagogoiofficial8236
    @niharikagogoiofficial8236 2 роки тому +1

    Apunar kotha bur huni bohut val lage.. apuni ajon bohut val manuh apunak kuneu beya pabo nwre beya din bur atori hunkle val din ahibo apnr... apuni hodai প্ৰিয় মানুহ আৰু hodai a thkbo...

  • @dmvlogs2026
    @dmvlogs2026 2 роки тому +4

    We all love you nitumoni sir.... God bless you and your family

  • @jeutikalita1483
    @jeutikalita1483 2 роки тому +2

    Apuni bahut vl sir

  • @jyotshnaborah8273
    @jyotshnaborah8273 2 роки тому +18

    God bless you and your family

  • @ManowaraBegum-g1y
    @ManowaraBegum-g1y 4 місяці тому

    নিতুমনি দা মানুহৰ জীৱনত এনেকুৱা ভুল বুজাবুজি হয় এইটো একো ডাঙৰ কথা নহয় ধন্যবাদ।

  • @banashrigogoi6770
    @banashrigogoi6770 2 роки тому

    Apunar val hob sir সত্যত থাকক সদায় । ভগৱানৰ আৰ্শীবাদ সদায় থাকিব সত্য জনৰ লগত

  • @arotidevi32
    @arotidevi32 2 роки тому

    নিতুমণি ভাল কৰ্মৰ ফল সদায় মিঠা৷ জীৱন সংগ্ৰামত ভগৱান তোমাৰ সহায় হওক!

  • @rupalibaruah5479
    @rupalibaruah5479 2 роки тому

    নিতুমনি দা আপোনাৰ কথাই সচাই আমাক আঘাত কৰিছে ৷মইয়ো এগৰাকী মহিলা আমি সৰু মানুহ বোৰে ঘাত প্ৰতিঘাত পাৰ কৰিয়ো এনে বেয়া ভাব মিডিয়াৰ ওচৰত কব নোৱাৰো ৷তেখেতে কিনতু এবাৰ ভাবি চাব লাগিছিল গতিকে আপুনি ভাগি নপৰি আপোনাৰ বাটত আগুৱাই যাওঁক

  • @jabedisfaque5171
    @jabedisfaque5171 2 роки тому

    সছাঁকৈ দাদা মইও প্ৰথমে বহুত আচৰিত হৈছিলো।

  • @pope9108
    @pope9108 2 роки тому +3

    আপোনাৰ জীৱনলৈ সুখবোৰ উভতি আহক 🙏

  • @mriduldeka4495
    @mriduldeka4495 2 роки тому +6

    Nitu Moni sir r Baidow ( wife) apuni jodi sai plizz duyo ek howk ,ako armbo korok notun jibon ....mili juli thakok apunalok ......val lagibo xokolowre❤️

  • @trishnakataki1831
    @trishnakataki1831 2 роки тому

    নিতুমনি দা বহুত ভাল কথা কয় আৰু আপুনাৰ শান্তি লাভ কৰক 🙏✊

  • @hirakjyotidas4550
    @hirakjyotidas4550 2 роки тому

    Nitumani da aponi kathabore kholakoi kowa babe bohut vl korise
    Aponi khadi vle thakok

  • @pankajsaikia6495
    @pankajsaikia6495 2 роки тому

    নিতুমণি দা আপোনালোকৰ জীৱনলৈ সুখ ঘুৰি আহক।

  • @jyotikasonowal2277
    @jyotikasonowal2277 2 роки тому +2

    কথাবোৰ শুনি বৰ দুখ লাগিছে, ধয্য ধৰা আমি আছোঁ ।তুমি ভাগি নপৰিবা ভগৱানে সহায় কৰে যেন তাৰ কামনাৰে🙏🙏🙏

  • @kbkulida5113
    @kbkulida5113 2 роки тому

    নিতুমনি শইকীয়া মহোদয়ৰ কথা খিনি ১০০ শতাংশ সত্য।

  • @hrishikeshsandilya4459
    @hrishikeshsandilya4459 2 роки тому

    তোমাৰ যুগ্মজীৱন অক্ষত হৈ থাকক
    হৰ গৌৰী বাস কৰক।
    তুমি আমাৰ বৰ মৰমৰ সাহসী আৰু সৎ সাংবাদিক

  • @kushalkalita783
    @kushalkalita783 2 роки тому

    নিতু মণি শইকীয়া মোৰ বাৱে এজন সট সাহখী মানুহ , তেখেতক সাম্বাদিক হিচাৱে মই ভাল পাওঁ ! ভগৱানে তেওঁৰ ওপৰত দয়া কৰি ঘৰখনলৈ সুখ ঘুৰি অহা কামনা কৰিলো !

  • @xanugogoi6291
    @xanugogoi6291 2 роки тому +1

    আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গল নিতুমনি শইকীয়া এজনেই আৰু দ্বিতীয়জন নোলাব |

  • @monisharma2131
    @monisharma2131 2 роки тому

    আপুনি আমাৰ বৰ প্ৰিয় সাংবাদিক, ভগৱানে আপোনাক জয়ী কৰক। পৰিয়ালত সদায় মানুহ গৰাকীৰ আদৰ থকাতো অতি প্ৰয়োজন

  • @nayanjoytigohain8709
    @nayanjoytigohain8709 2 роки тому +6

    আপুনি কাৰো সমালোচনাত বিচলিত নহব ,আপুনি জুইয়ে পোৰা সোনৰ দৰে উজ্বলি থাকক ।

  • @manikakashyap517
    @manikakashyap517 2 роки тому +12

    God bless you sir and your family 🙏

  • @islamuddinahmed6717
    @islamuddinahmed6717 11 днів тому

    Nitu da .May god bless u 4ever .

  • @aliluddinahmed4192
    @aliluddinahmed4192 2 роки тому

    আপোনাক ভগৱানে মঙ্গল কৰক ।