হায়দৰাবাদৰ হোটেলত কি হৈছিল ৰবি শৰ্মাৰ লগত ? 😂😂 EP - 02

Поділитися
Вставка
  • Опубліковано 9 чер 2023
  • হায়দৰাবাদৰ হোটেলত কি হৈছিল ৰবি শৰ্মাৰ লগত ?
    #baartalaap #chakrapaniparashar #ravisharma #raghupati #assam #newmovie #trending #ravisharmabyte #suv
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 199

  • @satyabratdas1816
    @satyabratdas1816 Рік тому +65

    Thanks ক'ৱ নেলাগে beer এটা খুৱাই দিবি😀 that's ultimate dialouge 🔥

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +20

    কালি চালোঁ শ্ৰী ৰঘুপতি । আহঃ কি যে সুন্দৰ 👌👌👍👍
    গোটেই টিমটোৰ সুন্দৰ অভিনয় ।
    ৰবি শৰ্মাৰ দৰে এজনেহে শ্ৰী ৰঘুপতিৰ দৰে চিনেমা এখন বনাব পাৰে । তেখেতৰ সুন্দৰ অভিনয়, যেনে মানুহ প্ৰকাশ তাৰেই,,, অভিনয়ত। যিজনৰ মন সুন্দৰ , সত্যবান তেনে এজনেহে আচলতে আজিৰ তাৰিখৰ এনে এখন সুস্থ ছবি ৰাইজক উপহাৰ দিব পাৰে । ছবিখনৰ পৰা বহু শিকিবলগীয়া আছে। আমি আৰু আশা কৰিছোঁ ৰবি শৰ্মাৰ পৰা সুন্দৰ ছবি পাবলৈ । হিলদল ভাঙি অসমৰ ৰাইজে শ্ৰী ৰঘুপতি চাইছে। তেখেতৰ সু স্বাস্থ্য কামনা কৰিছোঁ । হৃদয়ৰ পৰা ধন্যবাদ ৰবি শৰ্মালৈ ।🙏ধন্যবাদ বাৰ্তালাপ ।🙏

  • @chayanikaphukon5533
    @chayanikaphukon5533 Рік тому +18

    Raghupati is blockbluster, congratulations to the entire team of raghupati. And yes of course eagerly waiting for Ravi daa's next film.

  • @cricketthings4928
    @cricketthings4928 Рік тому +13

    প্ৰতিটো কথাতে কি সুন্দৰ বাখ্যা, ৱাহ,,,Salute to Ravi দা,,,তেও যদি প্ৰফেচৰ হল হেতেন, ষ্টুডেণ্টচ্ ৰ কেতিয়াও আমনি নালাগিল হয়। 😍😍😍

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +6

    সত্য সদায় জয় । দশ অৱতাৰে আমাক তাৰে শিক্ষা দিছে । ৰবি দা মনৰ যি উৎকৰ্শতা ---- চিন্তনীয় বিষয় । ইয়াৰ পৰাই আমি শিক্ষা লোৱা দৰকাৰ । শৰিৰীৰ প্ৰতি কেনেকৈ যতন লব লাগে ৰবি দাক সোধক -- কাৰণ স্বাস্থ্যই সম্পদ । যিদিনা স্বাস্থ্য অৱনতি ঘটিব ---- জীৱনৰ অৰ্থই বা কত ।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Рік тому +7

    ৰবিদাৰ কথা বোৰ বৰ সুন্দৰ আৰু শুনি লে শুনি থাকিবলৈ মন যোৱা অৰ্থ পূৰ্ণ, উৎসাহ মূলক 👏👏👏🥰🥰

  • @utpalasharma4995
    @utpalasharma4995 Рік тому +4

    পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য এখন অতি সুন্দৰ চিনেমা হৈছে।ৰবি শৰ্মা আৰু শ্ৰী ৰঘুপতিৰ সমূহ কলা-কুশলীক অভিনন্দন জনালোঁ।

  • @beauty_baruah
    @beauty_baruah Рік тому +12

    সঁচাকৈ দুবাৰকৈ চাব পৰা ফিল্ম এইখন❤ Kudos to the team

  • @Ankurguitar
    @Ankurguitar Рік тому +6

    Silpathar, Dhemaji, Gugamukh 3khon thait cenima hall nai ami silapathar pora lakhimpurot cinema sabole goisu rabi daa .. we love you and proud of assamese film- Raghupati.... Its look like investment of 200c

  • @amlandip
    @amlandip Рік тому +5

    Ravi Sharma ৰ দৰে positive মানুহ বৰ্তমান অসমত দুৰ্লভ।। Ravi Sharma এটুকুৰা হীৰা হয়।। সযতনে ৰখাটো অসমবাসীৰ কৰ্তব্য।।

  • @RAHULOPEDIA
    @RAHULOPEDIA Рік тому +5

    জুবিন দাই ৰঘূপতি চাই অলপ complex feel কৰিছে চাগে। কাৰণ জুবিন গাৰ্গ এজন inborn singer hoi aru ৰবি দা এজন inborn actor হয়।। Like comment and share if you love ৰবি দা and জুবিন দা।

  • @jingleheart2996
    @jingleheart2996 Рік тому +2

    Cinema khonor final neelami scene tut jetiya Tora ulai ahe hei homoyot Ravi daar sokut jikhini emotion asil omg that was world class. That scene proved that a brilliant actor needs only one scene to prove his might.. Ravi daa k agor porai bht bhal paisilu respect korisilu, cinema khon sai respect and love have grown manyfold 💜

  • @lakhayajutiassam6389
    @lakhayajutiassam6389 Рік тому +3

    কি সুন্দৰ কথাৰ উপস্থাপন ❤😊 মোৰ প্ৰিয় আটাইতকৈ আদৰ্শবান ব্যক্তি জন ৰবি দা , তেখেতৰ ইনটাৰভিও চাই চাই মই ধেমাজিৰ পৰা লক্ষিমপুৰ পাই গলোহি , সদাই এনেকৈয়ে থাকক কৰ্তব্যপৰায়ন , সত্যনিষ্ঠ আৰু আৰ্দশবান ৰঘুপতি হৈ 🙏🙏🙏🙏🙏🙏🙏❤

  • @prasantkasyap3922
    @prasantkasyap3922 Рік тому +8

    Ravi da has chosen a brilliant director.. Suvabrat is a intellectual and very talented.. In Assamese film industry Every film director should learn from this new coming director...I expect a full action movie from Ravi da team in next.🙏

  • @mallikadeka3849
    @mallikadeka3849 Рік тому +2

    eikarone bidurbhai ajio amar priyo.....etiya raghupati hit....SUV da all the best for your future project🎉

  • @lizabora9478
    @lizabora9478 Рік тому +4

    ৰবি দা ৰ কথা বোৰ সঁচাই বৰ গভীৰ বৰ ভাল লাগে❤ প্ৰিয় অভিনেতা ☺️

  • @runigoswami1108
    @runigoswami1108 Рік тому +4

    আপোনাৰ কথা বোৰ মোৰ বহুত ভাল লাগে , শ্ৰী ৰঘুপতি চালোঁ , সঁচাকৈয়ে বহুত ভাল লাগিল , আগলৈকো এনেকৈ আৰু ভাল ভাল ছবি চাবলৈ পাম বুলি আশা থাকিল

  • @chandanaroy3534
    @chandanaroy3534 Рік тому +3

    যোৱা পৰহি চিনেমা খন চালো । তাৰেই মোৰ বৰ ভাল লগা কিছুমান কথা কৈছোঁ...
    ১) যেতিয়া গাওঁৰ মানুহ খিনিয়ে সেই মানুহ জনক (নামটো পাহৰিলো) খেদি যায়, তাৰে background music টো ।
    ২) নিভাজ অসমীয়া গাওঁ এখন যেনেকৈ দেখুৱাইছে আৰু গাওঁৰ মানুহৰ সৰলতা খিনি যিদৰে ফুটি উঠিছে ।
    ৩) সিদ্ধাৰ্থ শৰ্মা দাৰ অভিনয় । তেওঁৰ মুখত ফুটি উঠা আৱেগ খিনি । যেতিয়া তেওঁ কয় যে - এহেজাৰ কাটিছো ব্যক্তিগত স্বাৰ্থত, তৰাই বায়েক এজনী ও পাব, বাপেকক সকলো কথা খুলি কবলৈ টান পায় ।
    ৪) সীমা বায়ে Yasmin ঢুকুৱাত যিটো চিঞৰ মাৰি কান্দিছে।
    ৫) আৰু শেষৰটো dialogue deliver কৰা সময়ত সিদ্ধাৰ্থ দা এ যে আঠুত ভৰ দি ঘূৰি দিয়ে এপাক ।
    ৬) ভূপেন হাজৰিকা দেৱৰ গান কেইটা যেনেকৈ জেগাত ব্যৱহাৰ কৰিছে ।
    Over all movie খন hit, তাত সকলোৰে কষ্ট খিনি আৰু team work ফুটি উঠিছে । সৰু সৰু details ত যিদৰে গুৰুত্ব দিয়া হৈছে, চাই বৰ ভাল পাইছোঁ ।
    ধন্যবাদ আৰু congratulations team Sri Raghupati । 🎉🎉🎉🎉🎉

  • @ki760
    @ki760 Рік тому +4

    Bohut besi bhal lgil interview tu. Eman intelectual kotha koi duijonei and eman well aware teuluk about their industry. Also love the fact that finally we have a director-scrip writer - actor duo who have an understanding and have a common vision of their goals. And that's "Sri Raghupati" for you all!

  • @rumabordoloi3059
    @rumabordoloi3059 Рік тому

    বৰ সুন্দৰ। পৰিয়ালৰ সকলোৰে সৈতে একেলগে উপভোগ্য চিনেমা। কিন্তু দেউতাক আৰু পুতেকে একেলগে বহি পনীয় গ্ৰহণ কৰাতো। বৰ্তমান আমাৰ সমাজত প্ৰচলিত হোৱা নায়। কিন্তু খিলঞ্জীয়া জনগোষ্ঠী সকলৰ সমাজত আছে। ধুমপান ব্যৱহাৰ মাত্ৰাধিক হৈছে।

  • @ankurraj1393
    @ankurraj1393 Рік тому +2

    Ravi Sharma Everything has a logic and meaning that's why I like the person.
    Assam needs people like you.
    I hope you continue to present such good films to the people of Assam.

  • @bristi1239
    @bristi1239 Рік тому +5

    শ্ৰী ৰঘুপতি চাই বহুত ভাল লাগিলে আৰু চকুৰ পানী ওলায় গ'ল 😢

  • @parishmitapator4458
    @parishmitapator4458 Рік тому +2

    Bhut dhuniya sbola robi da jui❤ film blocbulstr

  • @chetia9713
    @chetia9713 Рік тому +2

    Chakra da apuni news porhute ulaute ..cinema hall t lorabur ki ukuiase furtite apunak dekhi…❤ravi da(raghupati) + salman khan kije entertainment 🥰🥰🥰

  • @junachoudhury2737
    @junachoudhury2737 Рік тому

    খুউব সুন্দৰ চিনেমা এখন চালো।
    ৰঘুপতিৰ সকলো লৈকে অভিনন্দন
    থাকিল।

  • @harshitasvlog6025
    @harshitasvlog6025 Рік тому +1

    Bohut val lagil Ravi da kotha huni...Huniyei thakibo mon goisil akou matibosun motivational kothabur huni imaan val lagil.... Raghupati sai bohut val lagil...

  • @kangkanakuku3240
    @kangkanakuku3240 Рік тому +1

    Dubar saisuuuu...omg ravi daaa excellent movie ❤❤❤ ankoi kbloi vakha ni...

  • @parishmitagogoi8391
    @parishmitagogoi8391 Рік тому +10

    ৰবি দা ৰ ৰঘুপতি এই নামটো যেতিয়া পৰা শুনি আহিছোঁ বৰ আগ্ৰহেৰে ৰৈ আছিলোঁ কাৰণ তেওঁ বৰ প্ৰিয় অভিনেতা মোৰ বাবে Semester exam হৈ থকাৰ বাবে দুদিন দেৰিকে চালোগৈ । সঁচাই আপোনাৰ অভিনয় আৰু কষ্ট বোৰ যেন আজি আকাশ চুইচেহি লগতে আপোনালোকৰ দলটি সেইয়া নিজ চকুৰে দেখি আহিছোঁ ticket ৰ কাৰণে হেতা ওপৰা অগণন মানুহ। বহু সংঘাটৰ মাজত আজি ৰঘুপতি কাৰণ গোলাপ ৰ সৌন্দৰ্য্য কাঁইটৰ মাজতহে।

  • @tulikanath4981
    @tulikanath4981 Рік тому

    Kli Salu bahut bahut vl lagil.. Sri raghupati 2 Ahib buli akha korilu Rabi da. Sri raghupati r gotei team tok 🙏🙏👏👍👌👌

  • @sahnajmehndiart
    @sahnajmehndiart Рік тому +2

    Emn dhuniya koi ktha bor explains kri dye Rabi dai😍😍😍

  • @riturajdass9427
    @riturajdass9427 Рік тому +1

    Ravi da..Such a genuine Assamese and a brilliant actor ❤

  • @purabichetiapurabichetia7703
    @purabichetiapurabichetia7703 Рік тому +1

    Hundar anusthan..rabi da hodai enekoi thakok dei..thanks to chakrapanipani daa for this episode

  • @prarthanadutta5263
    @prarthanadutta5263 Рік тому +1

    Aji 2nd bar salu dei. Bhal lagil. Thanks sri Roghupoti family

  • @Banditaskibakibi
    @Banditaskibakibi Рік тому +1

    প্ৰথম দিনাই চালোঁ দেই ৰঘুপতি । আৰু তৰালী বায়ে কোৱাৰ দৰে খুট উলিয়াও বুলিও উলিয়াব নোৱাৰিলোঁ। ইমান ধুনীয়া চিনেমা এখন চালোঁ একদম পইচা ৱুচুল হৈ গৈছে ।
    চক্ৰ দা আপোনাক দেখিও ভাল লাগিল চিনেমাত ।

  • @mbvlogs554
    @mbvlogs554 Рік тому +1

    Moi duiba salu etiyaloi..tothapitu hepah polua nai... Wow really Amazing movie ❤❤❤❤❤ love you Ravi da ❤

  • @debajitbhattacharyya5289
    @debajitbhattacharyya5289 Рік тому +1

    Ravi dar kothabor xunilei xuni thakibo mon jai...Raghupati salu..Superhit

  • @kashmiribaruah6310
    @kashmiribaruah6310 Рік тому +4

    What a masterpiece !! Kudos to the entire team 👏

  • @aryan_kalita
    @aryan_kalita Рік тому +1

    27:35 "Size u eke ase" kothar kahini blg asil jen pau🤣🤣🤣🤣🤣

  • @mouchumigogoi2425
    @mouchumigogoi2425 Рік тому +1

    bhut bhal lagil sai.....😍😍😍😍

  • @helpful795
    @helpful795 Рік тому +2

    If give me a choice to select movie between tollywood, bollywood and hollywood and raghupati., I select raghupati...what a movie.. we want next movie Ravi da...love you ❤❤

  • @Aazminsvlogs786
    @Aazminsvlogs786 Рік тому +2

    Hahi hahi শেষ, jangiya পিন্ধি catwalk diyatu 🤣🤣

  • @anarhussainofficial3370
    @anarhussainofficial3370 Рік тому +1

    ইমান ধুনীয়াকে কথাবো কোৱা মোৰ বহুত ভাল লাগে ৰবি দা

  • @konkiborah8978
    @konkiborah8978 Рік тому +11

    আজি শ্ৰী ৰঘুপতি চালো ❤ .... সঁচাকৈ ভাষা বা শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এখন অসমীয়া ছবি।। ইমান বেছি ভাল আৰু দুখ অনুভৱ কৰিছিলোঁ সেইয়া হয়টো ছবি খন চোৱা প্ৰতি জন ব্যক্তিয়ে কব পাৰিব। ❤ ..... ছবি গৃহত এজনী ছোৱালী নাছিল যাৰ চকুলোঁ বাগৰি পৰা নাছিল । সকলোৱে চাব এবাৰ ❤

  • @Jonassamvlog
    @Jonassamvlog Рік тому +3

    আজি গৈ আছো চাব ৰঙিয়া চিনেমা ঘৰত ৰবি দাৰ শ্ৰী ৰঘুপতি ❤❤❤❤
    দাদা মই শিঙাৰ পাৰা পৰা কৈছোঁ
    প্ৰত্যেশ ৰাজবংশী ৰ ঘৰৰ

  • @rockentertainment3338
    @rockentertainment3338 Рік тому

    Bohut val lgl saii🥰🥰🥰🥰🥰🥰

  • @onlinegyanassam3191
    @onlinegyanassam3191 Рік тому +1

    Hundor hoise, Jai Shri RAGHUPATI ❣️

  • @notprogamer2114
    @notprogamer2114 Рік тому

    Bohut bhal paisu movie khon sai. Jenekua obotha eta dekhuaise Amar Axom khon'r, Bohut bhal lagil. Maa deta'r logot sabo para movie. Aru enekua movie ulaok. Joi aai axom.

  • @nitish5357
    @nitish5357 Рік тому +1

    Mojjaa lagise sai.....all time fav ravi da❤

  • @namitaborah9016
    @namitaborah9016 Рік тому

    Thanks robi da eman mojja movie akon amak dearkarone

  • @aditiBo
    @aditiBo Рік тому +2

    😂😂😂 Bow baad diok.. Sbei janile hotelr funny incident 🤣

  • @Rose-ps8fj
    @Rose-ps8fj Рік тому

    Akou abar sabole mon jua movie❤❤❤.. Eman besi vl lagise... Lots of love Ravi sharma❤

  • @Aabir_01
    @Aabir_01 Рік тому +3

    অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ সৈতে দ্বিতীয় খণ্ডটো সোনকালে দিব 🙏

  • @monikaphukon9051
    @monikaphukon9051 Рік тому

    Bohut hahilu dei 🎉🎉🎉

  • @himashripatgiri1205
    @himashripatgiri1205 Рік тому

    Aji loikeee 3bar salu Sri Raghupoti ❤ akhon sob falee di a best movie ❤❤

  • @minakshideka12
    @minakshideka12 Рік тому

    Xosakoi Rabi dai akhom bakhik akhon dhuniya sobi uphar dile....❤️❤️❤️

  • @Minakshichakravarty31
    @Minakshichakravarty31 Рік тому

    Dhuniya.kotha.koisa dei suvrat dai. Xokolu bilk robi dar dore hola axomiya flm r bhut bhut unoti.hobo

  • @indranisonowal5477
    @indranisonowal5477 Рік тому

    Sobi khn sai khub val lagil robi da khub hundor sobi bonaise... Cinema khn sai thakute swali jnik jetia dorkhn Or boli hobo loga hoixil hei homoi konor poar guteii gantu kandilu last ot apunak salute dixu khub hundor sobi dixe.....

  • @Lose_angel
    @Lose_angel Рік тому

    ৰবি দা আপুনি সঠিক কথাই কৈছে, মই অতি দুখেৰে জনাওঁ যে নলবাৰীত এটা চিনেমা হল নাই ।

  • @assameseorganisation
    @assameseorganisation Рік тому +2

    My favorite actor ravi sharma

  • @sangitasarma23
    @sangitasarma23 Рік тому +1

    Raghupati 1st day 1st show saisu. Life t 1st day 1st show sowa cinema only raghupati. Best cinema ever

  • @deepjyotidas2397
    @deepjyotidas2397 Рік тому

    Ravi da, pura Josh ase amar✊✊✊, JOI AIE AXOM✊✊✊

  • @pompiboruah4009
    @pompiboruah4009 Рік тому +1

    Bhut val lagil kotha khini huni 🙂

  • @arindomsarmah1283
    @arindomsarmah1283 Рік тому +1

    Uff bor vaal cinema ekhon saalu...rabi da aapunar acting superb outstanding...hall2t nokonda maanuh naai...aapuni jodi aaru kaandil hoi maaksm noi boi goll hoi

  • @travelerslakhiminath9325
    @travelerslakhiminath9325 Рік тому +1

    ৰঘুপতি চালো বহুত বেছি ভাল লাগিছে

  • @richabharadwajsharma4598
    @richabharadwajsharma4598 Рік тому

    Masterpiece❤

  • @preetirekhacreation3075
    @preetirekhacreation3075 Рік тому

    Kotha bur huni bor val lage.. All time fvrt Rabi Da ❤

  • @simadas6943
    @simadas6943 Рік тому

    Bohut val hoise cinema khn saboloi ❤❤ Ravi daa hero hoi e amar... Lgte eibar Arun Nath daa u kom nhoi.. Ek notun rupot dekha palu tekhetok 🥰❤
    Narayan gaan Tu e antor sui goise ❤❤

  • @karobigogoi1963
    @karobigogoi1963 Рік тому

    Finly aji sri rghupti salu....khubei vl lgil...hoklure hundor ovinoi....proti2 sorittroi vl lgil sai.....aguai jawk....ru notun notun km kori jawk...❤❤

  • @evolve040
    @evolve040 Рік тому

    Great work dada 👍❤❤

  • @dhirupamoutalukdar3245
    @dhirupamoutalukdar3245 Рік тому

    Jao kali salu cinema kha bahut vl lagil tikoidilu pis falr pra gali khalu ✌️😀bahut vl lagil sai thank you rabi da

  • @yoyyyy668
    @yoyyyy668 Рік тому +1

    Rabi sarmar family background khub besi bhal.teur matri sraddhar bandana sarma baideu khub bhal abhinetri asil ata somoyot

  • @barashanath1639
    @barashanath1639 Рік тому

    Eman val lagile raghupati Sai.. love you rabi da 😊😊 apuni aru val val Kam Kori jak 😊...moi 2bar salu but aru sab mon Jai ase...ki Kom vakha nai kobole...eman val lagile Sai...eman cinema salu but aixonor dore napalu 😊....apunak ami bohut besi val pao😊.... love you love you so much dada 😊❤

  • @rajib19
    @rajib19 Рік тому

    ভাল লাগিল

  • @asishgargahmed804
    @asishgargahmed804 Рік тому +8

    নলবাৰীত ও হল নাই আমি ৰঙীয়ালৈ দৌৰো😢😢😢

  • @_abinash_gogoi_official_
    @_abinash_gogoi_official_ Рік тому +2

    Jai sri Raghupati ❤ Ravi daa 🔥❤

  • @cobra7980
    @cobra7980 Рік тому +11

    dada amr u mon jai koribole side roll ata bhut bar goiso u ...kin 2 sinaki nasil babe bare bare ghuri ahibo loga hoi 😢😢akha koru future t koribole pam ..rabi daaaa 3 bar salo raghupati 😢bhut val lagile ❤

  • @MrPerfectOfficial
    @MrPerfectOfficial Рік тому

    Ravi da, Bor dhuniya dhuniya kotha koi hai... Motivational speaker o hobo paril hoi ❤❤

  • @manashpratimlaskar40
    @manashpratimlaskar40 Рік тому +1

    House full.. Out of ticket .. But most awaited

  • @runumisdaughter7677
    @runumisdaughter7677 Рік тому

    Bgm..xosa k koisu jui hoise❤❤

  • @minakshikalita8575
    @minakshikalita8575 Рік тому +1

    Raghupati hosai bohut val hoise❤

  • @gogoi3588
    @gogoi3588 Рік тому

    Bohut besi bhal lagil interview tu. Ravi Da has chosen a brilliant director ❤❤.

  • @kakumonikakumoni5583
    @kakumonikakumoni5583 Рік тому

    ৰঘুপতি কি কম ভাষা নাই।ৰবি দা ❤❤❤❤❤

  • @anupamhazarika8352
    @anupamhazarika8352 Рік тому +2

    এজন অধ্যয়ন শীল অভিনেতা

  • @sumidevi5909
    @sumidevi5909 Рік тому

    val lagile

  • @hemlatasarma7050
    @hemlatasarma7050 Рік тому

    Bohudur.goi sree Roghupoti salo.bohut val lagil parile aru sabr mon ase.

  • @sumitbaishya5670
    @sumitbaishya5670 Рік тому

    Robi Daar kotha keita bor dhunia lagise xuni❤

  • @Nayansumu
    @Nayansumu Рік тому

    Ravi da June ji koi koi thakok let them go
    Sri Raghupati is the blockbuster movie
    Next project tu khunkale lage akhare baat sai thakilu
    Aru khekhot cinema khonor oti koi bhal loga aru emotional muhurto tu Narayan gaan tur.
    A standing salute to the song
    Gaar num khiyori utha eti muhurto cinema hall tur bhitorot khei gaan tu soli thoka abosthat jitu feelings anubhob korisu Karu agot prokakh karibo nuwari khali sokupani boi goise
    At last RAVI da you are a tremendous actor
    SUV khodai juie🔥🔥
    And a great salute to whole family of SRI RAGHUPATI

  • @lakhyahazarika5620
    @lakhyahazarika5620 Рік тому

    ❤❤❤❤❤ interesting

  • @joymusicproduction5727
    @joymusicproduction5727 Рік тому

    Raghupati aru 1bar sabo mon asil, but cinema hall 27 km durot hua babe problem hoise...bohut dhunia cinema

  • @pollobikotoki7718
    @pollobikotoki7718 Рік тому

    Always be green Rabi sarma

  • @thekalyansshow710
    @thekalyansshow710 Рік тому

    Love you Ravi daaa❤❤

  • @ripunbora8436
    @ripunbora8436 Рік тому

    salu salu ❤❤❤ mojah

  • @boroshasaikia5242
    @boroshasaikia5242 Рік тому

    Motivation 😩❤️

  • @anuradhagogoi9101
    @anuradhagogoi9101 Рік тому

    Kothaburt bohut dept ase.bohut vl lgil ravi da personality.

  • @jibanjindabad2610
    @jibanjindabad2610 Рік тому +1

    2 bar salu Ravi da❤❤

  • @mulberrysilk3025
    @mulberrysilk3025 Рік тому

    Aji salu bohut dhunia hoise

  • @dibakar022
    @dibakar022 Рік тому +2

    First view, first comment 😍😍

  • @jyotsnaborgohain814
    @jyotsnaborgohain814 Рік тому

    Love you Ravi da❤❤

  • @bornaliborgohain5336
    @bornaliborgohain5336 Рік тому

    Ravi da...💗

  • @sunilamshi8854
    @sunilamshi8854 Рік тому

    9 বাৰ চালোঁ। বহুত দিনৰ পৰা ৰৈ আছিলোঁ। 2 দিন আগতে টিকট কৰিছিলোঁ but first day বন্ধ কৰোঁতে দুখ লাগিছিল । কিন2 আৰু এৰি নিদিলো 9 বাৰ চালোঁ আজিলৈ । আৰু 1 বাৰ চাব মন গৈ আছে হইটো চাম। Moja ফিল্ম