প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে APCCৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া......

Поділитися
Вставка
  • Опубліковано 19 жов 2024

КОМЕНТАРІ • 9

  • @apurbabhuyan8121
    @apurbabhuyan8121 Годину тому

    ❤BJP only ❤

  • @NurulIslam-bn3mj
    @NurulIslam-bn3mj 3 години тому

    পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰাৰ বাবে আজি যুঁজি যুঁজি এই অৱস্থাত অৱতীৰ্ণ হৈছে। পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ অন্ত পৰিব লাগে। বদৰুদ্দিন আজমল চাহাবক আৰু চিৰাজ উদিন আজমল চাহাবক পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ বাবে ৰাইজে প্ৰত্যাখ্যান কৰিলে।ঠিক জামুগুৰি পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ অন্ত আশা কৰোঁ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 2 години тому

    জিকাৰ আশা নকৰাই ভাল।অৰ্থ নাই।😊😊😊

  • @monujpalak560
    @monujpalak560 Годину тому

    সাংবাদিকসকল বিজেপিৰ এজেন্ট

  • @BhabanBharali
    @BhabanBharali 37 хвилин тому

    অখিল গগৈ ডাঙৰিয়া আৰু লুৰিনজোতি ডাঙৰিয়া আপোনালোকে ভুল নকৰিব গৌৰব গগৈ ডাঙৰিয়াৰ মতে হলে আপোনালোকৰ জয় হব

  • @ankumonidas686
    @ankumonidas686 Годину тому

    Tranjil haribo lage dai ces hoi ce rajniti

  • @mamtazali5946
    @mamtazali5946 3 години тому +1

    A

  • @baikunthabarman2623
    @baikunthabarman2623 2 години тому

    26 ৰ কথা বাদ দিয়ক । সহযোগী দলক সন্মান দিব নাজানিলে (এখনো আসন এৰি দিব নুখুজিলে) ৰাইজে কংগ্ৰেছক উপ নিৰ্বাচনতে উৎখাট কৰিব ।
    আৰু শেষত আপোনালোকে ৰাইজক বুজাব আহিব উপ নিৰ্বাচনত সাধাৰণতে শাসক পক্ষ জিকেই ।

  • @hirakjyotibarman4340
    @hirakjyotibarman4340 3 години тому +1

    Tanzil Haribo lge