মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1

Поділитися
Вставка
  • Опубліковано 3 січ 2025

КОМЕНТАРІ • 332

  • @nurulhaquechowdhury9007
    @nurulhaquechowdhury9007 4 місяці тому +11

    গণতান্ত্ৰিক দেশৰ মুখ্য মন্ত্ৰীৰ বিধানসভাৰ ভাষণ এনেকুৱা হোৱাটো অসমৰ মানুহৰ বাবে দুৰ্ভাগ্য জনক।

  • @kukilborah5820
    @kukilborah5820 4 місяці тому +33

    প্ৰতিটো ইটাভাটা , দোকান, গৃহ নির্মাণ ঠিকাদাৰ, ফেক্টৰী ৰ গৰাকীক স্হানীয় গাওঁ বুঢ়া ৰ জৰিয়তে স্হানীয় ৰাইজৰ স্বাক্ষৰ লৈ মিঞা লেবাৰ, মিস্ত্রি, টেকনিশিয়ান, চাপ্লায়াৰ নাৰাখিবলৈ কাঢ়া হুকুম দিয়ক।। অসমীয়া ৰাইজ ওলাই আহক।। আমি ভবাতকৈ হাতত সময় বহু কম বাচি আছে।।

  • @MukulDas-l2m
    @MukulDas-l2m 4 місяці тому +24

    ২০২৬ ত এই সকলক বিধান সভাত দেখা নেপাব। প্রতিনিধি জনৰ ওপৰত খিলঞ্জীয়াৰ প্রভুত্ব আছে নাই সেইটো চাই ভোট দিম। খিলঞ্জীয়াৰ নেতা কেইজন আহক অসম খন চমভালক অসমীয়াৰ জাতীটোৰ সন্মান বচাৱঁক। পুৰণি মডেল কেইটাক বিদায়।।।

  • @parthachangmai11
    @parthachangmai11 4 місяці тому +21

    অতি দুখৰ কথা অসমীয়া কেইজনেই একলগ নহয় মিয়াই সুবিধা লব‌ই

  • @samudranathdeka4879
    @samudranathdeka4879 4 місяці тому +35

    Studio ত কোন কোন আছে কি কৈছে একো নকও কিন্তু এইটো কম যে মুখ্যমন্ত্ৰী শৰ্মা হৈ থকা লৈকে আমি সুৰক্ষিত যেন অনুমান হয় !

  • @dibakarchlahkar1350
    @dibakarchlahkar1350 4 місяці тому +3

    C M 1000 percent right. We are with him.

  • @nitubarman4442
    @nitubarman4442 4 місяці тому +3

    ভাল্ মানুহ মাতিব লাগিছিল

  • @rofiqulislam1080
    @rofiqulislam1080 4 місяці тому +2

    মই শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ পৰা দহজন মান মুখ্যমন্ত্ৰী দেখা পাইছোঁ, কিন্তু অভদ্ৰ, বিধানসভাৰ মজিয়াৰ মান সন্মান অৱনমিত কৰা,অসাঙবিধানিক কথা কোৱা, প্ৰকাশ্যে সাম্প্ৰদায়িক কথা বতৰা কোৱা আৰু ক্ষমতাত থকাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পৰা মুখ্যমন্ত্ৰী জনেই হৈছে হিমন্ত বিশ্ব শৰ্মা !!

  • @respectallreligions108
    @respectallreligions108 4 місяці тому +10

    জাতিগত উচটনি কাৰো প্ৰতি উচিত নহয়, ক্রিয়া প্রতিক্রীয়া আছে, দুয়ো পক্ষৰ ক্ষতি, কিন্তু এইবোৰৰ পৰা সুবিধাবাদী ৰাজনীতিক নেতাৰ লাভ হব |

  • @SUMANDAS-z4z
    @SUMANDAS-z4z 4 місяці тому +6

    Just remember Truth is always bitter. You need a strong guts to tell the truth. More power to our Beloved HBS sir . Hats off to your leadership . ….. JAI HO SANATAN . Give your best don’t focus on your results. …..BHAGABAT GITA

  • @bnayak457
    @bnayak457 4 місяці тому +3

    Mama jindabad ♈♈♈♈

  • @maheshgowala3103m
    @maheshgowala3103m 4 місяці тому +31

    Akil miya hoi 😃😆😆😀

    • @Orsi763
      @Orsi763 4 місяці тому

      Himanta biswas sarma bridge banuwa company r jiman Miya labour ase ami khedimne ? Tetiya ki ho bo dekhim, guwahati tit blonde 😂😂

    • @papuvlogs7733
      @papuvlogs7733 4 місяці тому

      Miya khadibo lage kela

  • @rajunath7169
    @rajunath7169 4 місяці тому +2

    Mama right

  • @IndrajitDeka-y2x
    @IndrajitDeka-y2x 4 місяці тому +20

    Bangladeshi akhil jhora mama r lgt axomr janata ase❤

    • @shyamolikabora2924
      @shyamolikabora2924 4 місяці тому +1

      এই জন খিলঞ্জীয়া নহয় নে সাৰথপৰ

    • @habibulislam1017
      @habibulislam1017 4 місяці тому +1

      Mamar politics to aitoiei asil, tomalokor mon to joy kori 2026

    • @bmstudio945
      @bmstudio945 4 місяці тому +1

      BJP seleka .....Hotai Hindu Muslim kori dak

    • @lunakumarkakati8958
      @lunakumarkakati8958 4 місяці тому +2

      ​@@bmstudio945 ☪️Ongress wafq board, muslim personal law courts,hindu mandir tax ai xakolo act krise aibilak hindu muslim nohoi ?????aru miya % increase hoi gole alocona kora jaruri nohoi nki????aru johora miya johora and geda and toi o ata geda...

    • @debangamoran7459
      @debangamoran7459 4 місяці тому

      1500 tokiya mokkel

  • @parashdutta6832
    @parashdutta6832 4 місяці тому +2

    Bharat Nahara আপুনিও Dhakuakhana কাৰনে কি কৰিলে আজি জনাব পাৰিব

  • @KrishnaSaikia-r7u
    @KrishnaSaikia-r7u 4 місяці тому +3

    Nitumoni ahmed upadhi loi luya

  • @mahiruddinahmed9332
    @mahiruddinahmed9332 4 місяці тому +1

    Right

  • @ghirenpait7526
    @ghirenpait7526 4 місяці тому +21

    ভাৰত নৰহ ডাঙৰীয়া আপুনি বহিৰাগতৰ বিৰোদ্ধ নেতৃত্ব বহন কৰা আমি জানো । সেই সময়ৰ আপোনাৰ আদৰ্শৰ কথা মনত পেলাওক

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 4 місяці тому +14

    অখিল গগৈ জিন্দাবাদ ৷
    কিয় জিন্দাবাদ বুলি কৈছো কাৰনটো হল কেন্দ্ৰত তিনিবাৰ বিজেপি চৰকাৰ দুবাৰ একক সংখ্যা গৰিষ্ঠ ৷ দুবাৰ অসমত বিজেপিৰ চৰকাৰ ৷ তাৰ পিচতো অসমত হিন্দু সংকটত ৷ তেতিয়াহলে কেন্দ্ৰত তিনিটা আৰু ৰাজ্যত দুটা কাৰ্যকাল চলাইও যদি মিঞাক খেদিব নোৱাৰে তেতিয়াহলে কেতিয়াহলে কেতিয়া পাৰিব? কংগ্ৰেছেও মিয়া খেদিব নোৱাৰে আৰু বিজেপিও নোৱাৰে ৷ ক্ষমতাত থাকিবৰ বাবে এইবোৰ মিঞাক লৈ কৰা নাটকত বাহিৰে একো নহয় ৷ এইবোৰৰ পৰা সাধাৰন ৰাইজৰ একো লাভ নহয় ৷

  • @umeshkardong6116
    @umeshkardong6116 4 місяці тому +14

    নিতুমনি শইকীয়াওকো কংগ্ৰেছৰ এজেন্ট যেন লাগিছে ।

  • @Jintuaxomm
    @Jintuaxomm 4 місяці тому +17

    Akhil bodon borphukon

  • @DebojitkrboraBora
    @DebojitkrboraBora 4 місяці тому +2

    ।।বিধায়ক অখিল গগৈৰ চকি খনৰ তলত কি আছে নাজানো কিন্তু স্বৰ্গীয় তৰুণ গগৈ চকিৰ তলত হিমন্ত নামৰ কুকুৰ এটা সোমাই অসমৰ কাম কাজ কৰি আছিল বুলি জানো।।

  • @problemsandsolutions1130
    @problemsandsolutions1130 4 місяці тому +8

    I respect CM Himanta Bishwa Sharma sir.
    Please help us please sir
    We are in danger we are in minority in Barpeta we are living in grave danger.

  • @gopeswarmili2338
    @gopeswarmili2338 4 місяці тому +1

    JAY Shree ram 🚩🚩

  • @JonaliPegu-b5w
    @JonaliPegu-b5w 4 місяці тому +37

    দক্ষ মূখ্যমন্ত্ৰী হয়। নৰহ ডাঙৰীয়াৰ দৰে জাতি দ্ৰোহী নহয়।

  • @prasantkasyap3922
    @prasantkasyap3922 4 місяці тому +1

    In this time I am favour on CM.. He is not talking any bad...Before CM he is also a sensitive people of Assam...These speeches he has been spoken those are unspoken words of every Assamese peoples Because we are seeing the situation of Assam... And it's sure that oneday All the Miya community will be covering entire Assam...And All the news channels will runout under a MIYA Owner...That day Nitumoni Saikia will protest on the road...Note it..👍

  • @PRclone123
    @PRclone123 4 місяці тому +2

    হিন্দু মুছলমান কোৱা নাই মিঞা প্ৰতিবাদ,, হিজৰা তাক নকয় যি ল'ৰা হৈ খাৰু পিন্ধে ,হিজীৰা তাক কয় অসমীয়া হৈ স্বাৰ্থৰ বিৰোধিতা কৰা বোৰক হিজিৰা বুলি কোৱা হয়

  • @জিৎঅসম
    @জিৎঅসম 4 місяці тому +5

    কংগ্ৰেছ সম্পূৰ্ণ ৰূপে মিঞাৰ হৈ কাম কৰা দল।
    এইটো কথা যিমান সোনকালে বুজিব হিন্দুৱে সিমানেই ভাল ।।

  • @PaplengRabha418
    @PaplengRabha418 4 місяці тому +6

    Full support mama

  • @Prabhatgogoi692
    @Prabhatgogoi692 4 місяці тому +10

    মুখ্যমন্ত্ৰী দম আছে ,BJP zindabad

  • @bhabendoley6151
    @bhabendoley6151 4 місяці тому +2

    Dr ভূপেন হাজৰিকা গানেৰে কৈ গল,থলুৱা আৰু নতুন অসমীয়া এক নহলে ,অসম ৰকা তল যাব। অসমীয়া বুজা উচিত।প্ৰত্যেকে ৰাজনীতি বুজিবলৈ জন্ন কৰিব লাগিব।

  • @adityakalita4259
    @adityakalita4259 4 місяці тому +1

    Cm sar jindabad🎉cm sar right👍

  • @SivaKalita-fq5hf
    @SivaKalita-fq5hf 4 місяці тому +2

    আমাৰ প্রথম কথা আমি অসমীয়া' আমি কাৰো অধিন নহয় আমি স্বাধীন বুলি ভাবো আমি স্বাধীন নহয় নেকী

  • @ShitaKo-h1f
    @ShitaKo-h1f 4 місяці тому

    Cm amar 100%100% Right karu kotha nukunu cm our Bhagwan cm sir apuni ei kotha ke koi taka ami uni bohut bhal lagise ....🤝🤝🤝👌👌👌👌👌

  • @nripenborgohain201
    @nripenborgohain201 4 місяці тому +10

    বিধায়ক অখিল গগৈৰ কথাখিনি মূল্য আছে

  • @RotonRoy-mj7ux
    @RotonRoy-mj7ux 4 місяці тому +3

    নিতুমনি শইকীয়া ওকো কংগ্রেছৰ এজেন্ট যেন লাগিছে 😢😢😢

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 4 місяці тому

    Thanks, very eoments❤❤

  • @SamujjalBoaur
    @SamujjalBoaur 4 місяці тому +7

    Akhil ahmed Miya supporter and ganda Miya support media Boycott

  • @SumiDevi-sd1fv
    @SumiDevi-sd1fv 4 місяці тому +14

    Cm sir right

  • @subarnakalita2357
    @subarnakalita2357 4 місяці тому +12

    CMSir Right

  • @djs1300
    @djs1300 4 місяці тому +1

    Who has been supported MIA kore , he is not well for Assam, Its remeber.

  • @pankajaxom8521
    @pankajaxom8521 4 місяці тому +1

    Accidential CM of Assam

  • @dilipnath7240
    @dilipnath7240 4 місяці тому +9

    C M Sir Right❤

  • @rajuhazarika6583
    @rajuhazarika6583 4 місяці тому +3

    অখিল গগৈৰ এটা পাগল

  • @ramenbarman9532
    @ramenbarman9532 4 місяці тому +12

    Ei Nitumani jone nijor ghror poribex2 thik kribo nuare ru teu axomiak lesson dibo aahe kela....eijonk kotit bhut jolokia xaani di haat baandhi thobo lage....

  • @birajkrpatar6065
    @birajkrpatar6065 4 місяці тому +1

    HBS long Live,,

  • @ImailAli-p2b
    @ImailAli-p2b 14 днів тому

    Good good

  • @AnupamaDas-h3h
    @AnupamaDas-h3h 4 місяці тому +7

    Akhil hoise ETA hubidabadi,yek axome chini paise

  • @madhablahon7478
    @madhablahon7478 4 місяці тому +1

    ভৰত নৰহ ডাই কিয় মিঞা খেদিব লাগে বুলি কব তেওঁটো মিঞাৰ ভুটেৰ বিধানসভালৈ আহিছে।আৰু ৰানি নৰহো মিঞা কিন্তু সকলোকে অনুৰুধ যে থলোৱা গৰিয়া সকলৰ কথা নকওঁ বাংলা দেশি মিঞাক খেদিব লাগে।

  • @daizee4510
    @daizee4510 4 місяці тому +9

    এজন মুখ্যমন্ত্ৰীৰ এনে অধৰ্য্য , অহিষ্ণুতা , আৰু কোলাহল আচৰণ অতি লজ্জাৰ বিষয় ৷ হিয়ালক ৰজা পাতিলে হুৱা দিয়াৰ নিচিনা ঘটনা ৷

    • @AnamikaRickysWorld
      @AnamikaRickysWorld 4 місяці тому +2

      Lojja lagise jdi miyar pisfale jauk lukabo

    • @rameshdas6141
      @rameshdas6141 4 місяці тому +4

      হিয়াল নহয় অ,শিয়াল। প্ৰথমতে অসমীয়া লিখিবলৈ শিকি ল।অখিলে দিয়া শিয়ালৰ হুৱা নুশুন নেকি?

    • @mydreams......9102
      @mydreams......9102 4 місяці тому +2

      সিংহ এ টো কেতিয়াবা অলপ তৰ্জন - গৰ্জন কৰিব এ,তাক এ বুলি তুমি বেয়া কিয় পাইছা ও..?

    • @jahangiralomvlog3550
      @jahangiralomvlog3550 4 місяці тому

      Right ❤

  • @umeshkardong6116
    @umeshkardong6116 4 місяці тому +9

    অখিল গগৈ বেচি মুছলমানত কৈ মুছলমান।

  • @MukulDas-l2m
    @MukulDas-l2m 4 місяці тому +13

    গোটেই কেইটা মিয়

  • @patgiri2498
    @patgiri2498 4 місяці тому +1

    Nitumoni henei mama r opponents,

  • @DebasishkonwarDebasishkonwar
    @DebasishkonwarDebasishkonwar 4 місяці тому

    Axomiya buli koboloi laj lagebo lagisil nitumoni dangoreya aru akhil gogoi dangoreya

  • @rakiborrahman1368
    @rakiborrahman1368 4 місяці тому

    Q : Oxomiya kak bule ?
    And : Miya hokolokhe prokitote Oxomiya bule karon tewulok Oxomor purbo Baxinda

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 4 місяці тому +2

    পৃথিৱীৰ কোনো ঠাইত এনে মুখ্যমন্ত্ৰী আছে নে?

  • @rafizahyder2870
    @rafizahyder2870 4 місяці тому +1

    Wellsaid

  • @Prabhatgogoi692
    @Prabhatgogoi692 4 місяці тому +4

    অখিল দা আপুনি মিঞাক সমৰ্থন কৰিছে,বেয়া কথা , আৰু নকৰিব

    • @chandansary6593
      @chandansary6593 4 місяці тому

      Miya tor mukhor vat Kari loise neki

    • @bmstudio945
      @bmstudio945 4 місяці тому

      Injustice beirut kela miya support kora nohoi...BJP seleka

    • @bhadrahira6578
      @bhadrahira6578 4 місяці тому

      ​@@bmstudio945bjp jindabad

  • @Wong-II
    @Wong-II 4 місяці тому +1

    Assam is over populated by miya. People should note of it

  • @papuvlogs7733
    @papuvlogs7733 4 місяці тому +1

    ভাৰতী নৰহ

  • @bijoydas5841
    @bijoydas5841 4 місяці тому

    Ai bilak netà Bangladesor pora Assamot mia ona main Culprit.

  • @ghirenpait7526
    @ghirenpait7526 4 місяці тому +26

    এই পৰিস্থিতিৰ বাবে অখিল গগৈ ডাঙৰিয়া সম্পূৰ্ণ জগৰীয়া 😂

  • @Iam16-x2j
    @Iam16-x2j 4 місяці тому +3

    মীঞা ৰ পক্ষ ল'ব নালাগে ।

  • @bijoydas5841
    @bijoydas5841 4 місяці тому

    On the whol Assamor pora mia khedibo lage .

  • @echannel02
    @echannel02 4 місяці тому +1

    HBS jindabad

  • @nikhilsarmah9656
    @nikhilsarmah9656 4 місяці тому +2

    Miy🎉a r koti seleka Nitumoni sudmarni

  • @AZIMUDDINAHMED-fq8so
    @AZIMUDDINAHMED-fq8so 4 місяці тому

    খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ আপোনাক মানা কৰিছে কোনে ?

  • @sasanka5604
    @sasanka5604 4 місяці тому +19

    Nitumoni toi mia logot Bangladesh t jaaa😂😂😂

    • @sasanka5604
      @sasanka5604 4 місяці тому +2

      @@animatedmanash7037 ekdom right bro mainly xongsodor vaxon unboxing kori review koree nitumoni ee 🤣🤣🤣🤣

  • @bot.R55
    @bot.R55 4 місяці тому +3

    আৰে সৰভোগৰ ডাঙৰীয়া , অসমৰ বিজেপি ৰাইজে মিয়াৰ বিৰুদ্ধেই ভোট দিছিলে লুক ঢাক কৰি কি লাভ হব ?

  • @arup8702
    @arup8702 4 місяці тому +1

    Mama jindabad,,,,, BJP jindabad,,,,,, kisuman bidhayokr miyak besikoi sptr kre,,,

  • @ajitkumarhazarika9211
    @ajitkumarhazarika9211 4 місяці тому +5

    নিতু মণি বিক্ৰী হৈ গৈছে
    কংগ্ৰেছ হাতত।
    অসমীয়া মানুহৰ বৈৰী---

  • @phulDas-gd5xp
    @phulDas-gd5xp 4 місяці тому +3

    1985 ছ্নৰ পৰা অ গ প ৰ এম এল এ হৈ কি সোপাদাল কৰিলি

  • @dilipsaikia3020
    @dilipsaikia3020 4 місяці тому +1

    MOI HIMONTO SIR ROK AKMOT MOI SAPORT KORO MOI BJP,

  • @BTSarmygirl-ml8df
    @BTSarmygirl-ml8df 4 місяці тому +1

    H B S❤

  • @NovoJyotikuli
    @NovoJyotikuli 4 місяці тому +2

    CM lost his mentally. Need to take test

  • @kirannath1172
    @kirannath1172 4 місяці тому +1

    Nitumoni bibesana karibi

  • @AmranAliEhsanJamilOfficial
    @AmranAliEhsanJamilOfficial 4 місяці тому +1

    Suspended koribo Lage himanto

  • @GaneshPatar-yi3jk
    @GaneshPatar-yi3jk 4 місяці тому +3

    CM জিন্দাবাদ হিমন্ত ডাঙৰীয়াৰ কথাই খোৰদ্ধ হয়

  • @AnwarHussain-zb2bz
    @AnwarHussain-zb2bz 4 місяці тому

    Hokolu baddi assam khon aguwai loi jawk hokolu mili 🎉🎉🎉

  • @DebasishkonwarDebasishkonwar
    @DebasishkonwarDebasishkonwar 4 місяці тому

    Akhil gogoi k eta kotha kbo bisaru apuni miya anibo politics t namisil nki ahom rroja e gorhi thoi juwa axomt apuni miya anibo bisaresa apuni more thoka vall

  • @sauravdas1052
    @sauravdas1052 4 місяці тому +2

    Ami nibisaru democracy hindu country houk we support bjp

  • @bhadrahira6578
    @bhadrahira6578 4 місяці тому +1

    Cm jindabad

  • @DhrubaMazumdar-pl3bg
    @DhrubaMazumdar-pl3bg 4 місяці тому

    Nitu moni Rahman Ali Hussain bhaijaan.. Aponar purba purukh axomor a hoi ne..?

  • @SankradekarajaDekaraja
    @SankradekarajaDekaraja 4 місяці тому +1

    CM sir.. Good...

  • @djs1300
    @djs1300 4 місяці тому +1

    Nitumoni MIA k support kore neki?

  • @prasantkasyap3922
    @prasantkasyap3922 4 місяці тому +1

    Nitumoni Saikia one day you will Kick out from this channel by a Miya muslim owner...That day you will realise everything.... I don't belong to any political party but this time I'm with CM because whatever he has said in Assembly only behalf on Assamese peoples...So for this time he is in the right way..👍

  • @NabiyurRahman-o9f
    @NabiyurRahman-o9f 4 місяці тому +9

    Akhil Gogoi zindabad....❤

  • @MinecraftGamer-ks9ki
    @MinecraftGamer-ks9ki 4 місяці тому +3

    ভৰত নৰহ এজন কুকুৰ হয় সি এসময়ত আন্দোলন কৰি থাকোতে মোৰ মা ভৰিত ধৰি কৈছিল আমি অসমৰ পৰা বিদেশী সেদিম কত গ'ল তোৰ কথা আৰু নিতূমনি ই বিৰত বদমাছ ই অসমৰ থলুৱা হিন্দু মুছলমান ৰ চিন্তা নকৰে

  • @rajuhazarika6583
    @rajuhazarika6583 4 місяці тому +5

    আচলতে ভৰত নৰহ এজন ৰানী নৰহ তলতীয়া

    • @madhablahon7478
      @madhablahon7478 4 місяці тому +1

      ৰানি নৰহ মিঞা আছিল

  • @knowledgeispower5007
    @knowledgeispower5007 4 місяці тому +1

    Gaurav Gogoi k CM patai lokhyo. Baki Assam johonam e jauk na Nitumani Congress r agent

  • @papukalita3728
    @papukalita3728 4 місяці тому

    Anekua ajon domdar CM aitu xomoyot oxomor manuhok bohut dorkar

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv 4 місяці тому +3

    Nitu Moni dada ,miya karune ayan korok ,mot ganja nisa jati bostu khale ,oti matra jorimona korok, please,❤🎉❤🎉❤ homajkhon beya hobo nalage,

  • @rajeshpayeng4130
    @rajeshpayeng4130 4 місяці тому +2

    Nitumoni dangria moi huanamote Bhorot Narah dangoriar wife Mia buliyei hunisilu tekhetor hoitu upai nai

  • @labamonibaruah1199
    @labamonibaruah1199 4 місяці тому

    Akhilak lakapot borai thouk

  • @Arabinda931
    @Arabinda931 4 місяці тому +13

    আজমল হৰাৰ পিছত মুখ্য মন্ত্ৰী বলিয়াৰ দৰে আচৰণ কৰিব ধৰিছে।

  • @spiritualiq-n8g
    @spiritualiq-n8g 4 місяці тому +3

    Bangladeshi premi

  • @BijuKumbang-ou3fg
    @BijuKumbang-ou3fg 4 місяці тому

    ভৰত নৰহ নিজেই মীয়াক বিয়া কৰাইছে,তেওঁ মিয়া ক suport কৰিবই। তেওঁ জাতি দুৰূহী হৈ।

  • @sauravdas1052
    @sauravdas1052 4 місяці тому +2

    Akhil miya

  • @bharatkalita5151
    @bharatkalita5151 4 місяці тому

    Nitu moni vai ..jatitur kotha xinta kora ebr ..sariufale ki poribekh hoise .

  • @NiranjanNath-p3m
    @NiranjanNath-p3m 4 місяці тому

    Bharat Narahar dangariar kunu Adarsha nai. Teu ajon lubhi neta.