অসমৰ ৰাজনীতি তোলপাৰ লগাব পৰা এটা ফাইল হাতত পৰিলহি ৰকিবুল হুছেইনৰ

Поділитися
Вставка
  • Опубліковано 11 січ 2025

КОМЕНТАРІ • 192

  • @rinkushivam8759
    @rinkushivam8759 Місяць тому +14

    গড়ৰ ফাইলটো আগত লাগিৱ।ৰকিবুল এটা
    শিয়ালৰ দৰে।এতিয়া পুতেকক জিকাৱ নোৱাৰি মূৰত চয়তানী বাহ লৈছে।

  • @SanjibGogoi-t9f
    @SanjibGogoi-t9f Місяць тому +51

    লাজ লাগিব লাগিছিল। ১৫বছৰ একেলগে থাকোতে কিয় প্ৰকাশ নকৰিলে???

    • @aliciadawns8535
      @aliciadawns8535 Місяць тому +6

      Heitu homoyot friend asil kintu etiatu political enemy , eiburei hoise poriborton .dekha jauk kintu care korise jen loga nai file tuk loi .Akhil gogoie enei siyonri thake.

    • @MUKUNDA-o-g8x
      @MUKUNDA-o-g8x Місяць тому +1

      Right

  • @hemchandraborah-vd6nz
    @hemchandraborah-vd6nz Місяць тому +41

    ফাইল ফাইল বুলি কৈ থাকোতেই যাব কিয় ৰাজহুৱা কৰক নহলে অদকাৰি কথা বুলি ৰাইজে হুছেইন মহোদয়ক দালালি বুলি ভাবিব।

  • @nawanitapator3572
    @nawanitapator3572 Місяць тому +74

    অপৰাধ কৰা File লুকাই ৰখা অপৰাধত ৰকিবুল হুছেইন ক গ্রেপতাৰ কৰিব লাগে..

    • @narakantachutia4369
      @narakantachutia4369 Місяць тому +7

      তেওঁ অফিচৰ ফাইল লোকাই ৰখাৰ কাৰণে তেওঁক আগতে জেলত ভৰাই থব লাগে।

    • @DipakDeka-mm8lo
      @DipakDeka-mm8lo Місяць тому +1

      😂😂

    • @abhinandanhazarika5928
      @abhinandanhazarika5928 Місяць тому

      Gadho

  • @SriCCDas
    @SriCCDas Місяць тому +8

    ৰকীবুলও গোটেই ধুৱা তুলশীৰ পাত নহয়। কংগ্ৰেছৰ দিনত ৰকীবুলে গঁড়ৰৰ খৰ্গ কাতি কি কৰিলে ৰাইজৰ মাজত প্ৰচাৰ কৰক।

  • @ripunjoygohain8164
    @ripunjoygohain8164 28 днів тому

    বৰ ভাল কথা হৈছে হালধীয়া ৰঙৰ ফাইলটো ৰঙা কৰক।

  • @jadavnath4360
    @jadavnath4360 Місяць тому +18

    এইবোৰ ল'ৰা ধেমালি কৰি কৰি ৰাইজৰ প্ৰতিনিধি হৈ আছে ।ফটুৱা নেতাহে বুলিলো আৰু।

  • @kanaklataChoudhury-w8n
    @kanaklataChoudhury-w8n Місяць тому +6

    আগতে কোৱ লাগিছিল এতিয়াহে যে। মানুহক আভুয়া ভাৰিব নালাগে।

  • @digennath497
    @digennath497 Місяць тому +79

    আপুনি মামাৰ ফাইল খোলাৰ পিছত আপোনাৰ গড়ৰৰ ফাইল খোলিব মামাই

    • @Legal_weapon295
      @Legal_weapon295 Місяць тому +17

      গড়ৰ ফাইলত যদি ৰকিবুলৰ নাম থাকে তেন্তে সেই ৰকিবুলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ নাম থাকিবই ১০০%

    • @armanvideoofficialpage5675
      @armanvideoofficialpage5675 Місяць тому

      Right ​@@Legal_weapon295

    • @AbhijitPatiri
      @AbhijitPatiri Місяць тому

      কাৰ ফাইল কোনে দেখুৱাব আপোনাৰ কাৰোবাক আঙুলিয়াই দিবলৈ দুয়োৰ ফাইল ৰাজহুৱা কৰিলে ৰাইজে বুজি পাব মুখ্যমন্ত্ৰীয়ে অসমত প্ৰানতে প্ৰানতে পাহাৰ গঢ়ি আছে।

    • @khargeswarnath2624
      @khargeswarnath2624 Місяць тому

      Right

    • @Someoneforyou12
      @Someoneforyou12 26 днів тому

      Hee nijor file tu khekh kora pisot ee mama or file ulaise... jodi ulale hol...hee agor pora ulabo parisil...nijor file khotom kori..tar file prokakh ot anise

  • @TapanKalita-y8b
    @TapanKalita-y8b Місяць тому

    এনেকুৱা ফাইলৰ কথা বহুতে বহুত বাৰ কলে যদি আপোনাৰ গাত একো মল নাই আৰু আপোনাৰ সৎ সাহষ আছে ৰাজহুৱা কৰক আৰু আপুনি মূখ্যমন্ত্ৰী হওক।

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef Місяць тому +9

    Rikibul go back

  • @utpaldeka6306
    @utpaldeka6306 20 днів тому

    ই এটা ৰঙা শিয়াল ,ই এটা সুবিধা বাধি ৰাজনিতিক।

  • @munnaahmed2249
    @munnaahmed2249 Місяць тому

    Moza

  • @pankajbora7670
    @pankajbora7670 Місяць тому +14

    ব্লেইকমেইল কৰিব খুজিছে।একো কাম নাই

  • @DulalBaruah-x3o
    @DulalBaruah-x3o Місяць тому +2

    গড়ৰ ফাইল বোৰ কলৈ গল মহাশয়

  • @khargeswarnath2624
    @khargeswarnath2624 Місяць тому

    💯 Right

  • @Aradhan123
    @Aradhan123 Місяць тому +1

    কাজিৰঙাৰ গড় ছব মাৰি শেষ কৰিলে ৰকিবুলে তাৰ ফাইল খোলিব লাগে

  • @upengogoi5095
    @upengogoi5095 Місяць тому +10

    পুৰণি ফাইল থানা আৰু কোৰ্টত ৰাখে,ৰকিবুল হুছেইন থানা নে কোৰ্ট হয়, ফাইল লোকোৱাই ৰখা জন প্ৰকৃত দুখী। আৰু এটা কথা, ৰত্নাকৰ বাল্মিকী হোৱাতো ঈশ্বৰৰ কৃপা, কিন্তু বাল্মিকী যদি ৰত্নাকৰ হয়, তেওঁ ক্ষমাৰ যোগ্য হব নোৱাৰে। অৰ্থাৎ ৰকিবুলৰ ক্ষমা নাই।

  • @SaddamAli-bd1lf
    @SaddamAli-bd1lf 29 днів тому +1

    Good 😊

  • @BHOBENGOHAIN-g2e
    @BHOBENGOHAIN-g2e 28 днів тому

    DHUR DHUR BAD DEA HAA,,😊😊😊,, 26 R CM 💯 HBS , SIR,,,

  • @abdulkadirKhan-l2c
    @abdulkadirKhan-l2c 28 днів тому

    Very good news

  • @AbuCreation
    @AbuCreation Місяць тому

    Very good rokibul Hussain ❤

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 Місяць тому +11

    যদি ইমানেই কিবা আছে তেন্তে ৰকিবুলে কিয় সেই সময়ত কোৱা নাছিল???মানে পুত্ৰৰ পৰাজয়ে এতিয়া সৰু কালৰ কথাও ওলায় যাব।।ৰকিবুলৰ ৰাজনীতিত কাৰোবাৰ মৃত্যুৰ চূৰান্ত পৰ্যায়লৈও যাব পাৰে।।।এনেকে হলে 1947 চনলৈকে গুচি যাব।

  • @scdevnath
    @scdevnath Місяць тому +1

    ইমান দিন কিয় লুকুৱাই ৰাখিছিল? আপোনালোক black mailing ৰ ৰাজনীতি কৰে। আমাক বুৰ্বক বুলি ভবাটোৱেই আপোনাৰ ডাঙৰ ভুল। সাধাৰণ জনতাই আপোনালোকৰো বিচাৰ কৰিব।

  • @NoorulMuhammad-s4d
    @NoorulMuhammad-s4d Місяць тому

    Good

  • @miranshvlogs922
    @miranshvlogs922 Місяць тому +1

    হাৰিলে বহুত ভেকো ভাওনা

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv Місяць тому +8

    Rokibul right 👍❤

  • @pradipsharma6588
    @pradipsharma6588 Місяць тому +12

    Dagabaz rakibul CM ok bhai khuai lav nai Dilip nathok kune marisile

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Місяць тому

    এইবোৰ এনেই দিয়ক চব ৰাজনীতিৰ খেল এনেও চব মিলি আছে, আপোনালোকে ৰাইজহে খেলি-মেলি কৰি থাকে😂

  • @narakantachutia4369
    @narakantachutia4369 Місяць тому +8

    তেওঁ নিজেই চুৰ সেই কাৰণে ইমান দিনে শুই আছিল। মানে কথাটো কি।

  • @DaimariBrihot
    @DaimariBrihot Місяць тому +2

    Thks NKTV Plus news for your kind information and response updates news for everyone 👍 in a democratic secular Republic country with peace unity harmony together Towards and diversity in Northeast India Today.with inhabitants living in different communities... with respect and response..

  • @anandaray5472
    @anandaray5472 Місяць тому +1

    তোমাৰ কথা চিন্তা কৰিবা

  • @monuwarabegam5708
    @monuwarabegam5708 Місяць тому +1

    নিলাজৰ লাজ নাই কাতিলেও তেজ নাই 😅😅😅😅😅😅😅😅

  • @pranabbaruah7687
    @pranabbaruah7687 Місяць тому +1

    ধুৰ,

  • @HomeGyan96
    @HomeGyan96 Місяць тому +5

    Mr. Rakibul Sir,,, Congress r dinor APSC and Ajir APSC Sauk... Kot asil 2005 pora 2014...now Hui thakok

  • @lifeisachain5861
    @lifeisachain5861 Місяць тому

    Rakibul vs himanta ....duitai mili amak koti mari ase

  • @putuldutta3803
    @putuldutta3803 Місяць тому +11

    Hahahaha
    Roqibul thorok borok
    Mama jindawad

  • @msinfotechindia9034
    @msinfotechindia9034 25 днів тому

    Once Akhil did same drama

  • @manabbaruah439
    @manabbaruah439 Місяць тому

    Jai Shri Ram 🥱🚩🚩💪🏻

  • @khargeswarnath2624
    @khargeswarnath2624 Місяць тому +1

    ফটোৱা নিউজ, ঘটিটো কৰিব

  • @badansaikia3029
    @badansaikia3029 Місяць тому +3

    বৰ্তমান সময়ত আটাইতকৈ লেতেৰা ৰাজনীতি কৰা মানুহ জনে হৈছে ৰকিবুল হুছেইন।। । ।।।এইজনে

    • @pratimasarma1737
      @pratimasarma1737 Місяць тому

      মামাও কম ধুৰন্ধৰ নহয় দেই।

  • @chandansingdeka5578
    @chandansingdeka5578 Місяць тому +1

    Ratnakor pora jdi balmiki hoise tetiatu val kotha Mane rokibul dangoria ru manise

  • @NilutpalDeka-i4h
    @NilutpalDeka-i4h Місяць тому +2

    Apuni Mamar file khulok aru Ami apunar goror file khulim... Sam tetia kor pani koloi jai...

  • @subratadey9156
    @subratadey9156 Місяць тому +1

    ৰাজনৈতিক মেজিক ফাইলটো।

  • @amreenstar9824
    @amreenstar9824 Місяць тому

    তিল ঋগ্বেদত (6/17/1) কোৱা হৈছে যে "হিন্দু দেৱতা ইন্দ্ৰই গৰু, পোৱালি, ঘোঁৰা আৰু ম 'হৰ মাংস খাইছিল।"
    অ-ৰাজনৈতিক মনুস্মৃতিত (অধ্যায় 5/শ্লোক 30) কোৱা হৈছে, "খোৱা জন্তুৰ মাংস খোৱাটো পাপ নহয়, কিয়নো ব্ৰহ্মই খোৱা আৰু খোৱা বস্তু দুয়োটাই সৃষ্টি কৰিছে।"
    শতপথ ব্ৰাহ্মণত (3/1/2/21) মহৰ্ষি যজ্ঞবাল্ক্যই কৈছে যে, "মই গোমাংস খাওঁ কাৰণ ই অতি কোমল আৰু সুস্বাদু।"
    অপস্তম্ব গৃহসূত্ৰম (1/3/10) ত কোৱা হৈছে, "অতিথিৰ আগমনত, পূৰ্বপুৰুষৰ 'শ্ৰদ্ধা' উপলক্ষে আৰু বিবাহ উপলক্ষে গৰু বধ কৰা উচিত।"
    ঋগ্বেদত (10/85/13) ঘোষণা কৰা হৈছে, "ছোৱালী এগৰাকীৰ বিবাহ উপলক্ষে গৰু-ম 'হ বধ কৰা হয়।"
    ঋগ্বেদত (6/17/1) কোৱা হৈছে যে "ইন্দ্ৰই গৰু, পোৱালি, ঘোঁৰা আৰু ম 'হৰ মাংস খাইছিল।"
    বশিষ্ঠ ধৰ্মসূত্ৰই (11/34) লিখিছে, "যদি এজন ব্ৰাহ্মণই 'শ্ৰদ্ধা' বা পূজা উপলক্ষে তেওঁক আগবঢ়োৱা মাংস খাবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ নৰকলৈ যায়।"
    হিন্দু ধৰ্মৰ সবাতোকৈ ডাঙৰ প্ৰচাৰক (The Complete Works of Swami Vivekanand, vol.3, p. 536).
    আদি শংকৰাচাৰ্য্যৰ বৃহদৰণ্যকোপনিষদ 6/4/18 ৰ ওপৰত কৰা ভাষ্যত কোৱা হৈছেঃ 'ওদন' (চাউল) মাংসৰ সৈতে মিহলি কৰাটো 'মনসোদন' বুলি কোৱা হয়। এইটো কাৰ মাংস হ "ব লাগে বুলি সোধাত তেওঁ উত্তৰ দিয়ে 'উক্ষা"। বীৰ্য্য উৎপাদন কৰিব পৰা ষাঁড়ৰ বাবে 'উক্ষা "ব্যৱহাৰ কৰা হয়।
    ভাৰতীয় বিদ্যা ভৱন, ব 'ম্বেৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰখ্যাত বুৰঞ্জীবিদ R.C.Majumdaar (Vol.2, পৃষ্ঠা 578) ৰ দ্বাৰা সম্পাদিত' দ্য হিষ্ট্ৰী এণ্ড কালচাৰ অৱ দ্য ইণ্ডিয়ান পিপল 'গ্ৰন্থখনত কোৱা হৈছেঃ "মহাভাৰতত কোৱা হৈছে যে ৰজা ৰান্তিদেৱে দাতব্য কামত তেওঁলোকৰ মাংস দিবলৈ দৈনিক দুই হাজাৰ গৰুৰ উপৰিও আন দুই হাজাৰ জন্তু হত্যা কৰিছিল।"
    লীন গোমাংস হৈছে প্ৰ 'টিনৰ এক অতি ভাল উৎস, যিয়ে মাত্ৰ 4 আউন্সত পুষ্টিৰ দৈনিক মূল্যৰ 64.1% প্ৰদান কৰে। ই ভিটামিন বি12 আৰু ভিটামিন বি6-ৰ এক ভাল উৎস হিচাপে কাম কৰে, যি সম্ভৱতঃ বিপজ্জনক ৰাসায়নিক হোমোচিষ্টাইনক সৌম্য অণুলৈ ৰূপান্তৰিত কৰিবলৈ শৰীৰৰ বাবে প্ৰয়োজনীয়। ভিটামিন বি12 সমৃদ্ধ খাদ্য অধিক, কিন্তু চৰ্বি কম থকা আহাৰে কোলন কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। জৈৱিক গোমাংস হৈছে চেলেনিয়াম আৰু জিংকৰ এক ভাল উৎস। দুৰ্বল গোমাংসত থকা চেলেনিয়াম গ্লুটাথিয়ন পেৰক্সিডেজৰ সঠিক কাৰ্য্যৰ বাবে প্ৰয়োজনীয়, এক এণ্টিঅক্সিডেণ্ট যিয়ে হাঁপানি আৰু বাতবিষৰ দৰে প্ৰদাহজনিত অৱস্থাৰ তীব্ৰতা হ্ৰাস কৰে।

  • @bishwajithazarika8860
    @bishwajithazarika8860 29 днів тому

    aku sigibo nuaro o mia da

  • @dhrubajyotibaruah8869
    @dhrubajyotibaruah8869 Місяць тому

    কি হব দাদা একে পুখুৰী মাচ আপোনীও

  • @ujwal_._chelleng
    @ujwal_._chelleng Місяць тому +1

    Himanta biswa sarma zindabad❤

  • @hobiburrahman2376
    @hobiburrahman2376 Місяць тому

    Mama bhoi khaise....

  • @pranjitbsruah5032
    @pranjitbsruah5032 Місяць тому

    Apunaluk duitar vitoruwa bujabuji j modhur hetu belegkoi bujabo nalage, apunaku gor hoitta kora buli koi kintu eku bisar nokore heitue

  • @dibyajyotibaruahdibyajyoti6312
    @dibyajyotibaruahdibyajyoti6312 Місяць тому +4

    এইদালত একো নাই এইদাল এদাল মস্ত বেলুন

  • @jitudeka1797
    @jitudeka1797 Місяць тому

    দেখাই দিয়ক ৰাইজক,

  • @pranabkumarsamrma731
    @pranabkumarsamrma731 Місяць тому +4

    Aibor news purana hol

  • @rajibbora1813
    @rajibbora1813 Місяць тому +3

    একো কামনাই ইমানদিনে মনত নপৰিল 😅😅😅

  • @EducareNE
    @EducareNE Місяць тому +1

    শিলাময় বলধ= Rocky bull

  • @mrinmoykalita3811
    @mrinmoykalita3811 Місяць тому

    মামাই আপোনাক দিব এতিয়া 😂😂😂

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx Місяць тому +4

    Roqibul Hussain is right.

  • @kalpanahazarika7631
    @kalpanahazarika7631 Місяць тому

    কৰ পৰা যে খুচৰি খুচৰি পুৰণি ফাইল উলিয়াই ৰাজনীতি কৰি থাকে এইজনাই।ভুলৰ পৰা সোধৰণি হয় মানুহৰ। ৰত্নাকৰ হব পৰাতু শুভ লক্ষণ।

  • @LatifAli-g2i
    @LatifAli-g2i 8 днів тому

    Himantar hoy aru Kar haba

  • @vivekhazarika
    @vivekhazarika Місяць тому

    Every .MP, MLA must have restriction to follow certain rule & regulation like govt , official.The quality of them are very poor ,,,, so development of the state,s or nation became slow. Public must be concious ,,,,,, all this things.

  • @LatifAli-b1t
    @LatifAli-b1t Місяць тому

    Mantri bidhayakbor olop beya asil moi janu bohut keita mantrir kothabor moi janu bohut bosor moio guwahatit asilo

  • @bittooislam1734
    @bittooislam1734 Місяць тому

    থঠ্য 😂😂😂😂😂

  • @madhurjyasarma8516
    @madhurjyasarma8516 Місяць тому +2

    Apuni setor file khulibo Miya boinaksuda

  • @devdas8542
    @devdas8542 Місяць тому +3

    গো মাংস বন্ধত ৰকিবুল ফছিছে বাবেই এইবোৰ ফাইল উলিয়াই নিজকে hero দেখাব গৈছে বেলেগ একো নাই 😂😂😂 ভাবিছে ফাইলৰ কথা কৈ গো মাংসৰ পৰা মই বাছি জাও 😂😂😂 ৰাইজক বুৰ্বক বনাব আহে.. হাৰামি ৰকিবুল এ 😂😂

  • @localstoryinassam8358
    @localstoryinassam8358 Місяць тому

    ৰহস্য আছে কিন্তুু.......?

  • @Destiny5535-d2r
    @Destiny5535-d2r Місяць тому +3

    Akhiluddin r original Case Diary tur nichina hobo neki
    Fus..
    CM holgoi😂

  • @jyoti9293
    @jyoti9293 Місяць тому +1

    Jodi xasai hoi tetiya sabake jelat dib lage 😊😊

  • @khagebhaientertainment9516
    @khagebhaientertainment9516 Місяць тому +4

    পাগলে নকৈ কি ছাগলী নাখাই কি।।

  • @AmirAli-l3w7i
    @AmirAli-l3w7i 25 днів тому

    0:45

  • @kjphukan4661
    @kjphukan4661 Місяць тому

    File টো normal হব চাগে। নহলে read color হলে হয় 😂

  • @MuksidulHaque-s7g
    @MuksidulHaque-s7g 28 днів тому

    Hi

  • @abdulbasik2614
    @abdulbasik2614 Місяць тому

    H.B.S.+ Rokibul Hussain 2u best friend. Kin2 atiya ki baru ???

  • @pgoswami5378
    @pgoswami5378 Місяць тому

    কিয় ইমান পলমকৈ কথাবোৰ কবলৈ মুখ খুলি এইদৰে ফাইল দেখুৱালে ? নিজে ভবা মতে কিবা কাম নহল নে ভবা কামত কিবা বেমেজালি হল তাকেহে ৰাইজে চৰ্চা কৰিবলৈ লৈছে।

  • @NripenKalita-pq5mq
    @NripenKalita-pq5mq 26 днів тому

    Ekodaal nakape,bepaarar hisaab mililei file fail hoi jaabo.

  • @boikunthanathsaikia654
    @boikunthanathsaikia654 Місяць тому +1

    Go mansa aru Rakibul kitapor nam.

  • @prasannasaikia3225
    @prasannasaikia3225 Місяць тому +7

    বাপেৰৰ শাসন কালৰ ফাইল অঙদ্ৰ

  • @mdgaming243
    @mdgaming243 Місяць тому

    1st File ulaite axomor raije vabisil mamar career khatam hb sage
    But 100x speed ot douril he 😂
    Eibr 200x sppeed lob 😂
    Bjp❤

  • @jpbro9309
    @jpbro9309 Місяць тому

    Forest appointmemt , police and rhino r file kune khulibo.m

  • @nilimsovangoswami2812
    @nilimsovangoswami2812 Місяць тому

    Apuninu kor sadhu sanayashi..... Ashom r babe kam korok..... Aibur fooljari jolai thaki kamot nahe.....

  • @SamimAkter-fe8qt
    @SamimAkter-fe8qt Місяць тому

    Aru roki sire amar cm siror logot panga loise😂😂😂

  • @nripenborgohain201
    @nripenborgohain201 8 днів тому

    নেৰিবি

  • @Gjpchannel23
    @Gjpchannel23 Місяць тому +2

    Kiman pale bjp r pora nktv

  • @BikramDas-jr5sz
    @BikramDas-jr5sz Місяць тому

    এইবিলাক বাদ দিয়া দাদা 😃২৬ত হাৰাৰ পিছত ৰাজনীতি বাদ দি দিব 😃😃...ভূলেই শুদ্ধই আমাক বিজেপিয়ে লাগিব😃😃

  • @SabitaDas-ss6jx
    @SabitaDas-ss6jx 6 днів тому

    😊😢

  • @amarjoytidas8141
    @amarjoytidas8141 Місяць тому

    মামা 😅😅😅😅

  • @NipunBaglari-d3l
    @NipunBaglari-d3l 27 днів тому

    Guru mangho kothaloi humugro desh dhongho koribo bisarise_ sorkar _?

  • @boikunthanathsaikia654
    @boikunthanathsaikia654 Місяць тому

    Supoti kiyo.case de bhai.

  • @SaddamHussain-k3x
    @SaddamHussain-k3x 18 днів тому

    Goru napale Himanttr manh kabo

  • @pankajsarma3637
    @pankajsarma3637 Місяць тому

    Mamai thike koise
    Akhilor file khula nakhale ajiloike 😂😂

  • @mintuvlogs2k
    @mintuvlogs2k 22 дні тому

    Are baba eye to dhoti khol raha hae😅😅

  • @kiranpegu76vlog42
    @kiranpegu76vlog42 Місяць тому

    Nothing only politics 😂😂

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk Місяць тому +2

    Koi de na

  • @munnaahmed2249
    @munnaahmed2249 Місяць тому

    Action to reaction soli ase neki baru ???

  • @dhrupadnarayan
    @dhrupadnarayan Місяць тому

    File nukhule anai u dekhabo lagile katiabai dekhale hoi sob ake pani r mas😂😂😂

  • @JibanGogoi-y9n
    @JibanGogoi-y9n Місяць тому +2

    Ai2 aku ortho ( mining) nai . Mankho khabo napow buli abul tabul boki ase .

  • @dipunath5976
    @dipunath5976 Місяць тому

    Khabo pale bhaal, napale beya..

  • @firsudahmed9283
    @firsudahmed9283 25 днів тому +1

    rupok😂

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef Місяць тому

    What you rikibul???????

  • @rabindas142
    @rabindas142 Місяць тому

    কা পুৰুষ,কিয় দেখাব নোৱাৰে

  • @sanjaydas1042
    @sanjaydas1042 Місяць тому +1

    Rokir makor tang kohn ase