Це відео не доступне.
Перепрошуємо.

কংগ্ৰেছ দলৰ পৰা বেয়া দিনত ওলাই যোৱা নেতা দললৈ ঘূৰি অহাটো নিবিচাৰোঁ

Поділитися
Вставка
  • Опубліковано 13 лип 2024
  • ▶️কংগ্ৰেছ দলৰ পৰা বেয়া দিনত ওলাই যোৱা নেতা দললৈ ঘূৰি অহাটো নিবিচাৰোঁ। মই অনাগত দুটা বছৰ অসমত কাম কৰিব বিছাৰো বুলি দলীয় নেতৃত্বক জনাইছোঁ৷ অসমৰ বান-গৰাখহনীয়া ৰোধৰ বাবে পেকেজ নহয়, এক পৰিকল্পনা থকা আঁচনিৰ প্ৰয়োজন বুলি মন্তব্য গৌৰৱ গগৈৰ।

КОМЕНТАРІ • 299

  • @anonymous_assamese4838
    @anonymous_assamese4838 Місяць тому +93

    ৰাণা গোস্বামী নামৰ বলধটোক কোনো কাৰণতে আকৌ কংগ্ৰেছত যোগদান কৰিব নিদিব।
    জয় কংগ্ৰেছ ❤🎉

  • @EKRAM_FARHAAN
    @EKRAM_FARHAAN Місяць тому +99

    #Gauravgogoi ✅আগন্তুক সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্য মন্ত্ৰী হোৱাটো মই ব্যক্তিগত ভাৱে বিচাৰোঁ।✅

  • @bhaskorgogoi7013
    @bhaskorgogoi7013 Місяць тому +162

    কংগ্ৰেছৰ বেয়া দিনত যি বিলাক নেতাই BJP লৈ গৈছিল। সেই নেতাসকলক পূনৰ কংগ্ৰেছ দলত যোগদান কৰিবলৈ দিব নালাগে। এই সকল সুবিধাবাদী। কেৱল সাধাৰণ কৰ্মী সকলক ল'ব লাগে।

  • @bhaskardoley7056
    @bhaskardoley7056 Місяць тому +99

    গৌৰৱ গগৈ জিন্দাবাদ 3:08 🎉🎉🎉🎉🎉🎉🎉

  • @user-zy2vp9is2w
    @user-zy2vp9is2w Місяць тому +83

    ছুৱাচেলেকা সকলক যাতে আকৌ দলত অন্তভূক্ত হবলৈ নিদিয়ে যেন।

  • @anupdas9848
    @anupdas9848 Місяць тому +77

    সন্মানিয় গগৈ ডাঙৰিয়া বেয়া দিনত যি সকলে দলৰ লগত থাকি কাম কৰি গৈছে ভাল দিনত সেই সকলৰ কথাত গুৰুত্ব দিয়াটো উচিত। অন্যথা কৰমি সকলৰ মন বেয়া হব। আৰু ৰাইজেও দলক সমৰ্থন কৰি যাব।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Місяць тому +45

    পিছলৈ নাচায় যেনে, ৰাইজে বিজেপিক ভালদৰে বুজি পোৱা হৈছে আৰু বিদায় দিব।

  • @sunildutta3640
    @sunildutta3640 Місяць тому +53

    নিকা মানুহক নিৰ্বাচনৰ টিকট দিলেহে ভাল ফল পোৱা যাব।

  • @dowarahsanab8230
    @dowarahsanab8230 Місяць тому +22

    পিয়োজ জয়ন্ত ৰুপজ্যোতি দিগন্ত পল্লৱ প্ৰদান বলীন এনেবোৰ নেতাক অসমৰ পৰা বিদায় দিৱ লাগে

    • @BoraKalpa
      @BoraKalpa Місяць тому

      অ এওঁ লোক অসমীয়া নহয় ন সেই বাবে এওঁ লোকক বাংলা দেশলৈ পঠিয়াই দিব লাগে আৰু লগতে মুচলমান দুজন মানক লৈ আহিব লাগে।😂

  • @nabanitadas3198
    @nabanitadas3198 Місяць тому +40

    Next CM hb apuni

  • @_axomia_lora_2624
    @_axomia_lora_2624 Місяць тому +64

    ৰাণা দিয়ক তাক বাধা,
    অংকিতা নলব তাইক জপতিয়াই
    বিস্মিতা নহয় তাই মুকুতা
    ৰূপজ্যোতি নাই তাৰ জ্যোতি
    সদায় হয় মাথোঁ জ্যোতিষী।
    এইবোৰ গেলা আলু,নললে ভাল হয়।

    • @bijoydeka9134
      @bijoydeka9134 Місяць тому

      Ai manuh khini xiyal mama r kuni chupibo goisil. Atiya xihotok kuni chupi thakibo diok.

    • @himanshudutta609
      @himanshudutta609 Місяць тому +1

      🤣🤣🤣

  • @BornHustler2310
    @BornHustler2310 Місяць тому +29

    ইয়াকে কয়, "গোৰ মাৰি গঙ্গাত পেলোৱা" | কংগ্ৰেছক বেয়া দিনত গোৰ মাৰি পৰিস্কাৰহে কৰিলে |

  • @AnandaMudoi
    @AnandaMudoi Місяць тому +92

    2026 চনৰ অসমৰ গৌজ্বলৰ মূখ্যমন্তী আপুনী,,, ইতিমধ্য অসমৰ ৰাইজে সিধান্ত গ্ৰহণ কৰিছে।

    • @PranabjyotiDoley-bx3lx
      @PranabjyotiDoley-bx3lx Місяць тому +1

      Right

    • @hironpegu763
      @hironpegu763 Місяць тому +2

      Right

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d Місяць тому +1

      Kon gourab kor manuh

    • @krishnokachari7913
      @krishnokachari7913 Місяць тому +1

      ​@@user-ql1qt3gn5dKela toy kot Jonmo hoisile 😅😅😅 Bangladesh nki...ne Pakistan... Gourav gogoi sini nepaw j ...?

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d Місяць тому

      @@krishnokachari7913 kon gourab kot thake ki khai , Bangladesh,t ghor neki

  • @manjubarman1855
    @manjubarman1855 Місяць тому +27

    ওলাই যোৱা জাবৰ সোপা আকৌ গোটাই চপাই নল'ব।নতুন প্ৰজন্মৰ নতুন মুখ নিৰ্বাচন কৰক।

  • @hemantamahanta5578
    @hemantamahanta5578 Місяць тому +33

    গৌৰৱ গগৈ জিন্দাবাদ ।

  • @samsulali4266
    @samsulali4266 Місяць тому +46

    যোৰহাটবাসীক ধন্যবাদ

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 Місяць тому +33

    আপুনি ২০২৬ অসমৰ ৰাজনীতিত বলিষ্ঠ নেতৃত্ব লওক আৰু এখন আস্থাৰ অসম গঢ়ি তোলক

  • @NK-activ
    @NK-activ Місяць тому +21

    সত্য কথা ।একেবাৰেই নিদিব।

  • @riyajulhussain5682
    @riyajulhussain5682 Місяць тому +31

    Congress jindabad good speech in news

  • @joyprakashtamuli4627
    @joyprakashtamuli4627 Місяць тому +11

    আগবাঢ়ি যাওঁক। অসমত 2026 ত চৰকাৰ গঠনৰ বাবে সকলো প্ৰচেষ্টা লওক। দলৰ সাংগঠনিক দিশত কাৰো সৈতে আপোচ নকৰি আমূল পৰিৱৰ্তন সাধন কৰক।

  • @gamusa-1
    @gamusa-1 Місяць тому +18

    Congress zinda bad

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Місяць тому +14

    দল এৰি যোৱা সকলক পুনৰ দলত ললে ৰাইজে কঙৰেজক বিশ্বাস কৰিবলৈ টান পাব

  • @monjulahon7712
    @monjulahon7712 Місяць тому +8

    আপোনাক তথা দলক বেয়াকৈ কটু সমালোচনা কৰি শেষ মূহুৰ্তত সঙগ এৰি দিলে সেই পান্দা কেইটাক স্থান নিদিব ।

  • @anjugogoi6222
    @anjugogoi6222 Місяць тому +6

    জয় আই অসম ধন্যবাদ

  • @binodnoi513
    @binodnoi513 Місяць тому +2

    শুভেচ্ছা জনালো গৌৰৱ দা 🎈🎉👍। অনাগত দিনত অসমৰ ৰাইজে আপোনাৰ নেতৃত্বত এখন সৱল আৰু নতুন অসমৰ সপোন দেখিছে।।

  • @hirokjyotigogoi2436
    @hirokjyotigogoi2436 Місяць тому +6

    আপোনাৰ দৰে যদি প্ৰতিটো সমষ্টিত শিক্ষিত নেতা প্ৰক্ষেপ কৰে , তেনেহ'লে ২৬ চনত কংগ্ৰছ চৰকাৰ গঠন হোৱাতো স্বাভাৱিক আৰু দল বাগৰা নেতা সকলক কেতিয়াও স্হান দিব নালাগে🙏 তেনে কৰিব হ'লে কংগ্ৰছ দলৰ প্ৰতি ৰাইজৰ যি আস্হা ঘূৰি আহিছে, সেয়া নোহোৱা হোৱাতো স্বাভাৱিক

  • @PPKMBA
    @PPKMBA Місяць тому +4

    Late Tarun Gogoi and his son jindabad

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 Місяць тому +16

    India alliance jindabad

  • @hiranyasaharia8930
    @hiranyasaharia8930 Місяць тому +8

    Good stand of Gaurav Gogoi.🎉🎉.

  • @user-dy5kq1pg2e
    @user-dy5kq1pg2e Місяць тому

    গৌৰৱ গগৈক বহুত বহুত ধন্যবাদ জনালো।

  • @dharmeswarkonwar5733
    @dharmeswarkonwar5733 Місяць тому +8

    Gaurab Gogoi long live

  • @ProbalKhataniar
    @ProbalKhataniar Місяць тому +14

    আন্তৰিক শুভকামনা জনালোঁ🙏🙏

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Місяць тому +4

    বৰ্তমানৰ চৰকাৰ খন টো কংগ্ৰেছ যুক্ত বিজেপী চৰকাৰ ৷ শিয়াল কেইটাক যাতে নলয় কংগ্ৰেছে ৷ বিজেপীয়ে গেলাই দিছে অসমত ৷ মুছলমানৰ ৰাজনীতি কৰি বিশেষকৈ অসমত লাভ নাই ৷ হিমন্তই হিন্দু আৰু মুছলমান ৰাজনীতি কৰিছে নিজৰ স্বাৰ্থৰ কাৰনে ৷ হিমন্তই নিজৰ কাৰনে অপ্ৰপচাৰ চলাইছে ৷ ২২ বছৰ হিমন্ত কংগ্ৰেছত থাকি এতিয়াহে হিন্দুতৰ কথা ভাবিছে ৷ যোৱা বাৰ যে হিমন্তই কৈছিল শৰাইঘাটৰ ৰণ কি হ’ল ? আজমল শেষ এতিয়া শৰাইঘাটৰ ৰণ ক’ত কৰিব হিমন্তই ৷ হিমন্ত শেষ মুঠতে ৷ ২০২৬ ত হিমন্তই নিৰ্বাচন নেখেলাই ভাল ৷

  • @lalitmoran2709
    @lalitmoran2709 Місяць тому +2

    উপ দলপতি গগৈ ডাঙৰীয়াই যিখিনি কথা ক'লে যথেষ্ট গুৰুত্বপূৰ্ণ ভাল লাগিল, সকলোতকৈ ভাল লাগিল দলৰ বেয়া দিনত দলত লাট মাৰি যোৱা আৰু কঙগেছৰ পৰা বিজেপিলৈ আকৌ কঙগেছলৈ আহিব বিচৰা সকলক কোনো কাৰণতে বিশ্বাসত ল'ব নালাগে, সিহঁত বিজেপিৰ এজেণ্টটো হ'ব পাৰে , হিমনত বিশ্ব শৰ্মাৰ কূটনৈতিক কৌশল বুজিবলৈ বহুত টান ।
    গতিকে মানুহ আহিলেই ল'ব নালাগে , আমাৰ নেতাৰ অভাৱ নাই, আমাক ভোটাৰহে প্ৰয়োজন।
    বহুত বিবেচনা কৰিহে ল'বলৈ মোৰ অনুৰোধ। ২৬ ত আমাৰ চৰকাৰ অহাটো সম্ভাৱনা প্ৰৱল, তেনে নেতাই চৰকাৰ ভাঙি দিব পাৰে মুঠেই বিশ্বাস কৰিব নোৱাৰি।
    যিহেতু সিহঁত মতলবি।

  • @shriarchana8844
    @shriarchana8844 Місяць тому +8

    Gourav Gogoi zindabad

  • @minahazarika7578
    @minahazarika7578 Місяць тому +7

    গৌৰৱ গগৈ জিন্দা বাদ অসম গৌৰৱ

  • @dhanjitnath4013
    @dhanjitnath4013 Місяць тому +1

    সুবিধাবাদী নিমখহাৰামবোৰক দলত ললে দলতো জনবিৰোধী হৈ পৰিব.কাৰন এইবোৰ জনগনৰ নেতা নহয় নিজৰ গাদীৰ লুভিয়া নেতা 🙏🌹

  • @parthapratimsaikia1740
    @parthapratimsaikia1740 Місяць тому +5

    আপোনাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে ২০২৬ ত বিচাৰো দাদা

  • @NoorHussain-jr9si
    @NoorHussain-jr9si Місяць тому +7

    Gaurob gagoi jindabad

  • @shrutisingha115
    @shrutisingha115 Місяць тому +2

    Me and my family are with Congress always give me a chance

  • @ramchandradeka6315
    @ramchandradeka6315 Місяць тому +2

    নিৰ্বাচনৰ সময়ত দল ত্যাগ কৰা নেতা সকলক পুনৰ দললৈ আৰু নানিবলৈ অনুৰোধ জনালোঁ।

  • @utpalgoswami1990
    @utpalgoswami1990 Місяць тому +1

    বৰ ভাল পালোঁ আপোনাৰ কথাত । ক্ৰোধিত হৈ বি জে পিৰ মিচলিয়া সোপাৰ ৰজা , মহাৰজায়, মাইকী নিগনিৰ দৰেই ভিতৰত খোৱা মিছলিয়া সোপায় ভাৰতৰো ভিতৰখন ফোপোলা কৰিলে ।

  • @mrinaldutta3949
    @mrinaldutta3949 Місяць тому +8

    Good decision

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw Місяць тому +11

    ❤❤❤ Congratulations dada❤❤❤

  • @jagyaraj5284
    @jagyaraj5284 Місяць тому +2

    অসমৰ CM sir আপুনি 🙏

  • @michbahuda4373
    @michbahuda4373 Місяць тому +1

    অতি সুন্দৰ কথা কোনো পৈদ্দেই কংগ্ৰেছ দলত যোগদান লব নালাগে।

  • @shaanali6072
    @shaanali6072 Місяць тому

    মই ভবা নাছিলোঁ, গৌৰৱ গগৈ এজন No 1 নেতা হব বুলি, আজি মই আচৰিত সঁচাই এজন ভাল নেতা , আৰম্ভণিতে মোৰ যি ভাৱধাৰা আছিল আজি তাৰ উলটা হৈছে, great you sir, zindabad

  • @pankipragyaofficial5020
    @pankipragyaofficial5020 Місяць тому +8

    Welcome Gourav Gogoi

  • @deadlydrax2711
    @deadlydrax2711 Місяць тому

    Gourav Gogoi is good leader present time

  • @nipadihingia9920
    @nipadihingia9920 Місяць тому +1

    যোৱা সকলক যাবলৈ দিব লাগে বিশেষকৈ বৰমূৰীয়া সকলক কোনো কাৰণতে কংগ্ৰেছ ত ঘূৰাই নোলোৱাটো ভাল।বাকী সাধাৰণ জনসাধাৰণৰ কথা বেলেগ তেওঁলোকক সহাঁৰি জনাব লাগ🙏

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx Місяць тому

    কংগ্ৰেছ দলে তিনি গগৈক লগত লৈ সিদ্ধান্ত লব লাগে অন্যথা ভুল হব । BJP আৰু হিমন্ত মামাই তিনি গগৈৰ মাজত ভাঙিবলৈ বহুত চেষ্টা কৰিবলৈ পৰিকল্পনা কৰিব আৰু মামাই ৰাহু আৰু কেটো গ্ৰহ হয়, এইবোৰ কামত সদায় লাগি থাকে ।কংগ্ৰেছ দলৰ পৰা গুচি যোৱা সকলক পুনৰ কংগ্ৰেছ দলত আনিব নালাগে ।

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +2

    গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому

    Next CM Gaurav Gogoi sir Lage Sarkar

  • @TaripAli-rd4hg
    @TaripAli-rd4hg Місяць тому +4

    Good 👍👍👍

  • @C.Barman7
    @C.Barman7 Місяць тому +4

    Next Chief Minister of Assam

  • @user-iy4zz2uf7q
    @user-iy4zz2uf7q Місяць тому +9

    বেয়া দিনত এৰি যোৱাৰ বোৰ কাম নাই

  • @AbdulHai-tc9bk
    @AbdulHai-tc9bk Місяць тому +2

    Next CM of Assam

  • @bishaldas3964
    @bishaldas3964 Місяць тому +2

    Xundor khidhanta...jibur goise kheyburok sthan nidibo...

  • @ranjanborah8190
    @ranjanborah8190 Місяць тому +1

    সুন্দৰ কথা

  • @Krishna-rc2ws
    @Krishna-rc2ws Місяць тому +5

    Yes

  • @shrutisingha115
    @shrutisingha115 Місяць тому +1

    Sir I am always with Congress party

  • @jyotishdeka5437
    @jyotishdeka5437 Місяць тому

    দল বগৰা নেতা ৰ ক্ষেত্ৰত কঠোৰ হক।

  • @hemantaphukan3499
    @hemantaphukan3499 Місяць тому +2

    সুন্দৰ 👌 । আপুনি আমাৰ গৌৰৱ

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t Місяць тому +2

    Thanks sir you are heart in new assam

  • @prakhantanarahprakhantanar4891
    @prakhantanarahprakhantanar4891 Місяць тому +1

    Gaurav gogoi jindabad ❤❤❤

  • @gautamsaikia9691
    @gautamsaikia9691 Місяць тому +1

    Well said... gaurav gogoi da..

  • @abhijeetdeka2328
    @abhijeetdeka2328 Місяць тому +5

    Bht vl kotha koise gogoi sir..❤❤🎉

  • @NripenThakuria
    @NripenThakuria Місяць тому

    কোনো স্বাভিমানী খিলঞ্জীয়া অসমীয়া কংগ্ৰেছ দলত নেথাকে ৷ কংগ্ৰেছ এতিয়া এটা বিশেষ সম্প্ৰদায় দলত পৰিণত হৈছে ৷

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl Місяць тому +1

    monafikok khatir nokorai bhal❤❤❤

  • @manonekaleta5287
    @manonekaleta5287 Місяць тому +1

    Gorave Gogoi zindabad

  • @user-rj5nq1zi7n
    @user-rj5nq1zi7n Місяць тому +1

    Very Good gogi

  • @SAIFULISLAM-hc1iw
    @SAIFULISLAM-hc1iw Місяць тому

    Good decision gaurab Gogoi

  • @subhash2478
    @subhash2478 Місяць тому

    কংগ্ৰেছৰ বেয়া দিনত কংগ্ৰেছ ত্যাগ কৰা সকলক পুনঃ দলত ললে আমি কংগ্ৰেছ এৰিম ৷

  • @ElectricaMall
    @ElectricaMall Місяць тому +2

    Gaurav future next CM of Assam ❤

  • @anandas1145
    @anandas1145 Місяць тому

    গৌৰৱ গগৈ জিন্দাবাদ,

  • @dipakgogoi5084
    @dipakgogoi5084 Місяць тому

    গৌৰৱ গগৈয়ে সঁচা কথা কৈছে। যি সকল নেতা কংগ্ৰেছৰ পৰা ওলাই গৈছিল সেইসকল সুবিধাবাদীক কেতিয়া কংগ্ৰেছত যোগদান কৰিবলৈ সুবিধা দিব নালাগে। কাৰণ এইসকল সুবিধাবাদীয়ে আকৌ সুবিধা অনুযায়ী কংগ্ৰেছক বিপদত পেলাই বেলেগ দললৈ গুচি যাব।

  • @Khunlaichiring
    @Khunlaichiring Місяць тому +5

    Monor kotha kola Dada.

  • @user-dy5tt1vv6r
    @user-dy5tt1vv6r Місяць тому +2

    Gourav gogoi zindabad

  • @bhargaV567d
    @bhargaV567d Місяць тому +2

    Ankwa leader lage assam k

  • @kabyajyoti
    @kabyajyoti Місяць тому +1

    Most popular now a days in assam than CM Himanta.

  • @dadugogoi5548
    @dadugogoi5548 Місяць тому +1

    Congratulations Gaurav Da. 🙏👍👍🙏

  • @Invencible1999
    @Invencible1999 Місяць тому +1

    He should be the next pm candidate for Congress

  • @Puja73215
    @Puja73215 Місяць тому

    Axomor গৌৰৱ

  • @user-cm2hk8ko6g
    @user-cm2hk8ko6g Місяць тому +1

    Congratulations sir joi Aai Akhom ✊

  • @porashjyotineog5984
    @porashjyotineog5984 Місяць тому +2

    Next c m

  • @debajithukai7665
    @debajithukai7665 Місяць тому

    Good News গৌৰৱ গগৈ দাদা জিন্দাবাদ।

  • @tony2009utube
    @tony2009utube Місяць тому

    We trust in Gaurav Gogoi Sir..

  • @debenborsaikia4624
    @debenborsaikia4624 Місяць тому +1

    আপুনি অকনো চিন্তা নকৰিব ৷ কিন্ত দল ত্যাগ কৰা কেইটাক সোমাবলৈ নিদিব ৷ স

  • @user-th8ps7ef8o
    @user-th8ps7ef8o Місяць тому

    Gourav gogoi zindabad ❤🎉

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn Місяць тому +1

    Congretuletion

  • @minturajkhowa2250
    @minturajkhowa2250 Місяць тому +1

    You are our future

  • @ajitkurmi3794
    @ajitkurmi3794 Місяць тому

    Good sir kaku ahibo nidibo..

  • @ramkrishnarikiason391
    @ramkrishnarikiason391 Місяць тому +1

    Congratulations 🎉❤
    Up Coming C Assam

  • @PankajBaruah-kq2vs
    @PankajBaruah-kq2vs Місяць тому

    Very gud

  • @birengogoi9889
    @birengogoi9889 Місяць тому +2

    দল এৰি যোৱা সকলক ঘূৰাই আনিব নালাগে।

  • @aminulhaque7685
    @aminulhaque7685 Місяць тому

    Gaurav Gogoi is probable CM of Assam. 2026

  • @babatubhaskar6683
    @babatubhaskar6683 Місяць тому +1

    Congratulations 🎉

  • @bitupanhazarika8172
    @bitupanhazarika8172 Місяць тому +1

    Congratulations 🎉🎉🎉🎉

  • @mkalita94
    @mkalita94 Місяць тому

    যিবিলাক দলৰ পৰা ওলাই গৈছে তেওলোক সুবিধাবাদি নেতা তেওলোক পুনৰ আহিলে BJP ৰ হৈ হে কাম কৰিব।

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 Місяць тому +1

    শত্ৰুৰ লগত হাত উজান দিয়াসকল উভতি অহাৰ উদ্দেশ্য কি ? বিসম্বাদৰ বিষবাষ্প !