উদ্বিগ্নতাৰে পাৰ হ'ল দুটা দিনআলোচনাৰ বাবে আগ্ৰহী বুলি ঘোষণা পৰেশ বৰুৱাৰ

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 290

  • @apurbahaloi7990
    @apurbahaloi7990 2 місяці тому +8

    ককাই আপোনালৈ ধন্যবাদ জনালো বোমা কেইটা বিস্ফোৰণ হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে... আপুনি ওলাই আহি অসমখন ৰক্ষা কৰক... নহলে অসমৰ অসমীয়া বুলি একো অস্তিত্বই নাথাকিব... এতিয়াৰ তথাকথিত মহান ৰাজনীতিয়ে অসমখন ধংস কৰিলে...
    আচলতে এই "সাৰ্বভৌম অসম" বিষয়টোৰ আধাৰত ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবলৈ অসম চৰকাৰ সদিচ্ছাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে... আচলতে বৰ্তমানৰ তথাকথিত মহান ৰাজনৈতিক নেতাবোৰে ভাবে যে অসম স্বাধীন (স্বায়ত্ত্ব শাসন) হলে তেওঁলোকৰ এতিয়াৰ এই লুভিয়া ৰাজনৈতিক জীৱন ধংস হৈ যাব... কথাটো শুনিবলৈ বেয়া হলেও এয়াই সত্য..., "জয় আই অসম"...

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 місяці тому +196

    ভাৰত চৰকাৰ দুমুখীয়া | অসম স্বাধীন নহলেও পূর্ণ স্বায়ত্ব শাসন প্রদান কৰক | জনজাতি ৰাজ্য ঘোষণা কৰক | বহিৰাগতক নিয়ন্ত্রণ কৰক |

    • @dbhargab
      @dbhargab 2 місяці тому +31

      কথাখিনিত একমত ,কিন্তু পদক্ষেপ লব লাগিব ৰাজ্য চৰকাৰে কিয়নো ভাৰত চৰকাৰে অসমীয়াৰ অস্তিত্ব,আবেগ-অনুভূতি,সুখ-দুখক সদায় উপলুঙা কৰি আহিছে ।

    • @user-fk6oz6k
      @user-fk6oz6k 2 місяці тому +6

      100percent hosa kotha kokaideo

    • @mgnkl
      @mgnkl 2 місяці тому

      Ekdom thik, nohole Himanta kukur Sharmae Bongal Bihari Miya Marwarir hathot jeneke Axom gotai dise tahatoku khilonjia buli kuwa arombho kori dibo

    • @prasannabora7644
      @prasannabora7644 2 місяці тому +3

      Dio bulile pare....Bharat Sarkar r hodissa nai

    • @mgnkl
      @mgnkl 2 місяці тому

      @@prasannabora7644 thik, 40 bosore Axom Sukti rupayan nokorile , Bharat ekhon dumukhia xaapor dekh

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 2 місяці тому +38

    জয় আই অসম |

  • @nanimabora
    @nanimabora 2 місяці тому +27

    আমি অসমীয়া ই স্বাগতম জনাইছোঁ

  • @axomandy9925
    @axomandy9925 2 місяці тому +2

    জয় আই অসম❤

    • @Opu10
      @Opu10 Місяць тому

      love you brother... ULFA Zindabad.. Assam zindabad... 💖💖

  • @manojbhuyan6470
    @manojbhuyan6470 2 місяці тому +39

    অসমীয়াৰ তেজ থকা সকলো লোক আপোনাৰ লগত আছো

  • @success2089
    @success2089 2 місяці тому +69

    জয় আই অসম | ULFA জিন্দাবাদ❤

  • @SailendohutiaBinuddohutia
    @SailendohutiaBinuddohutia 2 місяці тому +5

    বহলাই শুনিবলৈ জদি সময় নাটনি কিয় সংযোগ ৰাখে তেওঁ লোকৰ লগত। ইমান ধুনীয়া কথা কৈছিল পৰেশ বৰুৱা ডাঙৰীয়াই ধন্যবাদ জনাইছোঁ আপোনাক জয় আই অসম।

  • @NKMedia-d6k
    @NKMedia-d6k 2 місяці тому +33

    অসমক যে স্বাধীনতা নিদিয়ে সেইয়া অপ্ৰিয় সত্য
    গতিকে অসমক স্বায়ত্ত্বশাসিত ৰাজ্য ঘোষণা কৰিব লাগে
    ইনাৰ লাইন পাৰ্মিট লাগে

  • @ajitkakati8300
    @ajitkakati8300 2 місяці тому +32

    আলফাৰ লগত এটা ভাল আলোচনা কৰিব লাগে তাতে আমাৰ ভাই ককাই হে আছে কোনো বাংলা দেশৰ মিয়া বিহাৰী নাই জয় আই অসম

  • @kuhicreationchannel1213
    @kuhicreationchannel1213 2 місяці тому +19

    ককাইৰ কথা সুনি সঁচাই আবেগিক হলো
    ককাই জতে আছে ভালে থকাটো বিচাৰিছোঁ

  • @bituponlahon-rp1vt
    @bituponlahon-rp1vt 2 місяці тому +6

    অসমৰ ৯৫% মানুহ আলফাৰ পক্ষ্যত আছে। বাকী অনাঅসমীয়া ৫% মানুহ হে আলফা বিৰোধী।

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 2 місяці тому +21

    বৰ ভাল কথা
    আলোচনা আগবাঢ়ক

  • @nabadip1170
    @nabadip1170 2 місяці тому +19

    JAI AII ASOM👍

  • @surendrasurendra6163
    @surendrasurendra6163 2 місяці тому +10

    পৰেশ বৰুৱাই ১০০'/. সত্য কথা কৈছে। জয় আই অসম।

  • @axomextra1
    @axomextra1 2 місяці тому +10

    অসমীয়াৰ একতা নাই অ । অকল অভিজাত্যক মুৰৰ ওপৰত থয় অসমীয়াই ! সেই কাৰণে আজি এই অৱস্হা আমাৰ । ।

  • @AnilaPanika
    @AnilaPanika 2 місяці тому +41

    আমি স্বাধীন অসমীয়া। জয় আই অসম।

    • @dijengohain718
      @dijengohain718 2 місяці тому +3

      Bihar. Bengal. Andhra. Pradeh. Ja. Kar. Tetu. Fali. Siorgoi

    • @rahmanmajor9086
      @rahmanmajor9086 2 місяці тому

      ​@@dijengohain718😂

    • @kanaksonowal7707
      @kanaksonowal7707 2 місяці тому

      Laz lagise Assam sadhin buli kua karone .lazor kotha

  • @my_tube954
    @my_tube954 2 місяці тому +7

    JAI AII AXOM❤❤

  • @Lékor-o1q
    @Lékor-o1q 2 місяці тому +17

    আমিও বিচাৰোঁ আলোচনা

  • @Programmer-x7y
    @Programmer-x7y 2 місяці тому +15

    হলেও হেলমেত পিন্ধি বম নিষ্ক্ৰিয় কৰিব যোৱা দৃশ্য টো দেখি অভিভূত হলো 😂😂😂

  • @nayanmaninath2203
    @nayanmaninath2203 2 місяці тому +4

    জই আই অসম ❤❤❤ আলফা জিন্দাবাদ✊

  • @dhanjitpathak5589
    @dhanjitpathak5589 2 місяці тому +3

    জয় আই অসম পৰেশ বৰুৱা ডাঙৰীয়ালৈ ধন্যবাদ সুন্দৰ কথা কৈছে 👍👍👍 । তেওঁ অসমৰ জনসাধাৰণৰ ক্ষতি সাধন নকৰে ।

  • @as27t
    @as27t 2 місяці тому +2

    moja i love paresh❤❤

  • @arabindachutia3948
    @arabindachutia3948 2 місяці тому +2

    Speech 100% right

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 2 місяці тому +8

    জয় আই অসম 🙏❤️

  • @PranAxom
    @PranAxom 2 місяці тому +3

    Joi aai axom ❤

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 місяці тому +1

    আমিও আলফা আৰু চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি -জনগোষ্ঠীসমুহৰ সাংবিধানিক ভাবে সুৰক্ষিত কৰিব পৰা সন্মান জনক আলোচনা আমাৰ কাম্য। জয় আই অসম 🙏🙏🙏

  • @ujjalkonwar2859
    @ujjalkonwar2859 2 місяці тому +8

    জয় আই অসম ।

  • @assamesevahwna8465
    @assamesevahwna8465 2 місяці тому +7

    Jai ai axom ❤❤

  • @dipankorburagohain3438
    @dipankorburagohain3438 2 місяці тому +7

    Joi ai okhom

  • @DeepDeori-u3r
    @DeepDeori-u3r 2 місяці тому +3

    জয় আই অসম ✊️

  • @Mukund-o7y
    @Mukund-o7y 2 місяці тому +1

    Joi aai Assam ❤❤

  • @satyajithazarika5302
    @satyajithazarika5302 2 місяці тому +1

    পৰেশ বৰুৱাৰ কথা এটাই সাৰ্বভৌমত্ব আৰু স্বাধীন অসমৰ দাবী।তাকে চৰকাৰে মানিলে হ'ব নামানিলে নহয়।

  • @mitaliboruah7916
    @mitaliboruah7916 2 місяці тому +1

    আলোচনা হব লাগে। ধন্যবাদ

  • @bhupenboruah8511
    @bhupenboruah8511 2 місяці тому +1

    Joi aai Asom

  • @kamelgogoi4916
    @kamelgogoi4916 2 місяці тому +20

    আলফা জিন্দা বাদ জয় আই অসম

  • @axomextra1
    @axomextra1 2 місяці тому +11

    মূল নিবাসী ভাৰতীয় সকল সচাকে অতি স্বাৰ্থপৰ আৰু লুভীয়া… অসমীয়াই নিজক নিচিনিলে আৰু অলপ দিনৰ পিছত যত তত মাৰ খাৱ অসমীয়াই ! অসমীয়াক আলফাই শিকাৱ লগা হৈছে জাতীয়তাবাদ । যিটো বস্তু তেজতে থাকিৱ লাগিছিল অসমীয়াৰ । ইমানেই মুৰ্খ অসমীয়া বোৰ । । ভৰিৰ তলৰ মাটি গৈ আছে খহি খহি তথাপি একতা নাই , তথাপি বহিৰাগতৰ পৰা ব্যৱসায় বোৰ নিজৰ হাতলে অনাৰ কোনো চেষ্টা নাই ! দুঃখ লাগে ইমান শক্তিশালী জাতি এটাই এদিন ৰাষ্টাত মাৰ খাৱ লাগিৱ ।

    • @MOFIDULISLAM-lv6mx
      @MOFIDULISLAM-lv6mx 2 місяці тому

      Asomiya manuhe business jane ne

    • @axomextra1
      @axomextra1 2 місяці тому

      @@MOFIDULISLAM-lv6mx মই কি কৈছো নো

  • @basantodeori
    @basantodeori 2 місяці тому +1

    জয় আই অসম

  • @dipankarhazarika7134
    @dipankarhazarika7134 2 місяці тому +1

    জয় আই অসম আলফা স্বাধীন জিন্দাবাদ

  • @hndekari8011
    @hndekari8011 2 місяці тому

    আলফা(স্বা)ৰ ক্ষোভক কোনেও নুই কৰিব নোৱাৰে ৷ শান্তি আলোচনাৰ প্ৰতি চৰকাৰ সদিচ্ছা পুতৌজনক বুলি প্ৰমাণিত হৈ আহিছে ৷৷

  • @DigontaGogoi-u1s
    @DigontaGogoi-u1s 2 місяці тому +1

    আমাৰ অসম আছিল আমাৰ অসম থাকিব❤ জয় আই অসম ❤

  • @Programmer-x7y
    @Programmer-x7y 2 місяці тому +3

    সমাধান উলিওৱা টো অত্যন্ত প্ৰয়োজন বৰ্তমান । যাতে খিলঞ্জীয়া ভৱিষ্যত সুৰক্ষা হয় সেইটো সু নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন ।।

  • @ChampakRajbongshi-ge9ry
    @ChampakRajbongshi-ge9ry 2 місяці тому +1

    Jai Aii Axom

  • @TultulBaruah-d1g
    @TultulBaruah-d1g 2 місяці тому +1

    পৰেশ বৰা নহয় ঔ চুদুৰভাই ছোৱালী পৰেশ বৰুৱা। এইখন অসম দেশ হয়। জয় আই অসম। আমাক স্বাধীন অসম দেশ লাগে। আলফাই একমাত্ৰ সাৰথি। জয় আলফা✊✊

  • @sbmagasbmaga
    @sbmagasbmaga 2 місяці тому +1

    জই জই আই অসম ❤❤

  • @J.Koch2023
    @J.Koch2023 2 місяці тому +3

    we want the central government to declare Assam as a tribal state.

  • @pareshnath9755
    @pareshnath9755 2 місяці тому +1

    We are fast Assamese. Joi Aai Axom

  • @FdddSas
    @FdddSas 2 місяці тому +14

    Ami jam ulfa loi

    • @abhishekchanda1738
      @abhishekchanda1738 2 місяці тому +1

      Jaa bhai..
      All the best 😂 joldi jaa bura hoi mori thakibo nhole poresh

    • @mgnkl
      @mgnkl 2 місяці тому

      ​@@abhishekchanda1738 chup maksudu bongal, paisili nohoi 24ta gutei Axomt, ketia tur maror phuta bhotort thake gom napabi tur baperor koni loike phuti jabo

  • @BiswajitBharali-c6h
    @BiswajitBharali-c6h 2 місяці тому +1

    Joi ai axom

  • @hemalatachetia3765
    @hemalatachetia3765 2 місяці тому +1

    ভাৰত চৰকাৰে আলফাক নিঃশেষ কৰিব হে বিচাৰিছে ,,কিন্ত্ত আলোচনা কৰিব নিবিচাৰে কিয় ????
    আলোচনা কৰি অসমৰ জনসাধাৰণৰ সুব্যৱস্থা কৰিব লাগে ।।
    জয় আই অসম। ।আজি আলফা স্বাধীন জীয়াই আছে বাবেই অসমৰ অসমীয়াৰ কেইটাই জীয়াই থাকিব পাৰিছে ,, তথাপিও বহিৰাগত বণিয়াই অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে ,,চৰকাৰৰ সাহসত। ।।
    আলফা জিন্দাবাদ ❤❤

  • @BalenMedhi-x7n
    @BalenMedhi-x7n 2 місяці тому +6

    Jai I axom

  • @arupgoswami2297
    @arupgoswami2297 2 місяці тому +8

    জয় আই অসম ।🙏🙏🙏🙏🙏

  • @PompiPhukan-q8e
    @PompiPhukan-q8e Місяць тому +1

    সময় নহ'লে যোগাযোগ নকৰিব

  • @tigerbarhai2454
    @tigerbarhai2454 2 місяці тому +2

    AXOM katiyauu Bharat ttr pora prithok nohoi
    kintu axomot axomiya rrr uprot dadagiri nosolibo
    **JOI AI AXOM**

  • @mintusonowal
    @mintusonowal 2 місяці тому +5

    1. ILP korile val asil
    2. **Notun act anibo lage jate bohira manuhe kina matibur asomiyar hatoloi ahe. 1950 pisot bahira manuhe kina mati agontok 50 years pisot automatically malikisatta sorkari hoi jabo lage.
    3. Dukanor nambur assamese language hobo lage with pin code and address
    4. To get assam govt. Job one must hav to read in assam school atleast 5 years continuously with assamese subject.

  • @PabitraBordoloi-jf7is
    @PabitraBordoloi-jf7is 2 місяці тому +4

    Thanks u l fa

  • @mintukr.sarania7531
    @mintukr.sarania7531 2 місяці тому +1

    jay aai okhom...❤

  • @Bhim-dt3rc
    @Bhim-dt3rc 2 місяці тому

    Yes right I am ❤❤❤❤❤❤

  • @Sgohain15
    @Sgohain15 2 місяці тому +4

    ❤❤❤

  • @lakhyadharbarman6961
    @lakhyadharbarman6961 2 місяці тому +1

    Jai ai axom

  • @jaiaiassam-_.1
    @jaiaiassam-_.1 2 місяці тому +1

    Jai ai assam

  • @Dmg_girl00
    @Dmg_girl00 2 місяці тому +1

    Aponalok olai ahok assamiaa sakolu AAFA HOI JAAM LIKE1991❤❤❤

  • @AbhinandanDeka-m3l
    @AbhinandanDeka-m3l 2 місяці тому +4

    Right paresh baruah sir

  • @abhijithazarika9260
    @abhijithazarika9260 2 місяці тому +1

    ULFA ❤❤

  • @jyotinvlogs629
    @jyotinvlogs629 2 місяці тому

    Long live ulfa. JAI AI ASSAM.. Declare Assam as a tribal state and we want 6th schedule in Assam..

  • @pankajyotivlog3960
    @pankajyotivlog3960 2 місяці тому

    সচাঁ কথা কিন্তু।অসমখন আমাৰ। গতিকে অসমখন ৰক্ষা কৰাৰ দায়িত্ব আমাৰ।

  • @JyotiRay-tb6mu
    @JyotiRay-tb6mu 2 місяці тому

    That is the style and power ⚡ to discuss with the government. . . He is the best leader of Assam forever. . . .

  • @Munofficel
    @Munofficel 2 місяці тому

    জয় আই অসম ❤ জয় আই আলফা ❤

  • @PrtulSarma
    @PrtulSarma 2 місяці тому

    Thanks,for
    ,parasbaru,

  • @AnsumaBasumatary-o8c
    @AnsumaBasumatary-o8c 2 місяці тому +1

    No success no saparate

  • @arundeori8142
    @arundeori8142 2 місяці тому +5

    Jai aai axhom.... Tinsukia.. sadiya....

  • @ajsapon6537
    @ajsapon6537 2 місяці тому +2

    ❤ জয় আই অসম ❤
    এতিয়াও সসন কৰি আছে কেন্দ্ৰীয় চৰকাৰে । ভূল টো অসমীয়াৰ আমাৰ আপোনাৰ সকলোৰে ।

  • @tarunchdutta4565
    @tarunchdutta4565 Місяць тому

    Request brother baruah Deb,to discuss regarding Iner-line permit in assam compulsory.

  • @SailendohutiaBinuddohutia
    @SailendohutiaBinuddohutia 2 місяці тому +1

    পৰেশ বৰুৱা ডাঙৰীয়াই কি ক'ব বিচাৰিছিল ভাল কৈ শুনি নলয় আপোনালোকে, কেৱল বিষয় তো শুনিলেই সকলো গম পোৱা নাযায় বহলাই ক'বলৈ দিব লাগে।

  • @junjunsvlogs3365
    @junjunsvlogs3365 2 місяці тому +1

    Poresh borua k he axomr cm bonaba loga hoisi❤

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 2 місяці тому +1

    Thanks

  • @RiyansuSaikia-uu3lk
    @RiyansuSaikia-uu3lk 2 місяці тому

    Jai ai axom✊✊

  • @as27t
    @as27t 2 місяці тому

    joi ai axon ❤❤❤❤❤

  • @SaityajitDowarah
    @SaityajitDowarah 2 місяці тому +1

    ULFA jindabad joi aai axom

  • @NirmolRay1996
    @NirmolRay1996 2 місяці тому +1

    আলোচনাত আহি অসমৰ সকলো সমস্যা সমাধান কৰক।।।অসমীয়াৰ 100% সমস্যাবোৰ সমাধান কৰক।।।ভাৰতৰ মাজত বা ভিতৰত থাকি বৰ্তমান সম্ভৱ নহয়,আমিও বিচাৰো যে অসম এখন ৰাষ্ট্ৰ হওক,কিন্ত বৰ্তমান সম্ভৱ নহয় সেইবাবে অসমবাসীয়ে স্বাধীন অসম পোৱা অসম্ভৱ বুলিয়েই জানে।।।ভাৰতীয় সেনাৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতা নাই আলফাৰ।।গতিকে ভাৰতৰ ভিতৰত থাকি অসমৰ এখন পতাকা,অসমৰ এখন সংবিধানৰ দাবী কৰক।।।নহলে আপোনাৰ মৃত্যুৰ পিছত আলফা এনেই নোহোৱা হৈ যাব।।।তেতিয়া কি হব???অসম পুনৰ আগতকৈও অৱস্থা বেয়া হব।

  • @SagarphukonSagarphukon-w8t
    @SagarphukonSagarphukon-w8t 2 місяці тому +4

    ULFA (i) jindabad 🏴

  • @priyankuhazarika3928
    @priyankuhazarika3928 2 місяці тому

    Right

  • @surabhivlogs77
    @surabhivlogs77 2 місяці тому +2

    Joi ai akhom sorkare maniboilagiboi

  • @gautamchandraroy9650
    @gautamchandraroy9650 2 місяці тому

    Ulfa jindabad, joi aai axom

  • @DJNEWS24
    @DJNEWS24 2 місяці тому +1

    আলোচনা কৰাটো আমিও বিচাৰো কিন্তু এটা কথা এটা শক্তিশালী সংগঠনে যদি অসমত আছে মিয়া বাংলাদেশী বোৰক টাৰ্গেট কৰি অসম এৰিব লগা কিয় নকৰে। আমি কাক ভৰসা কৰিম বাৰু চৰকাৰে কা আনিলে বিদেশী বোৰ জাপি দিলে। এতিয়া অসমত অসমীয়াত কৈ মিয়াৰ দপদপনি বেছি কিয় হব পালে আমি বিদেশী মুক্ত অসম বিচাৰো।ইমান ডাঙৰ সংগঠন ৰ নাম শুনি আছো কিন্তু মিয়া বাংলাদেশীৰ নামত এই2 সংগঠনৰ পৰা এটা শব্দ ও শুনিব পোৱা নাই। আৰু বোমা বোৰ যে কেৱল অসমীয়া সকলৰ বসতি স্থলত ৰাখিলে মিয়া বিলাকৰ ঠাইত কিয় ৰাখিব নোৱাৰিলে অসমীয়াই অসমীয়াৰ শত্ৰু নেকি

    • @Opu10
      @Opu10 Місяць тому

      love from Bangladesh for osomnia 💖💖

  • @ratankachari9359
    @ratankachari9359 2 місяці тому

    Gd

  • @manashojah4781
    @manashojah4781 2 місяці тому +12

    বহু অসমীয়া মা কৰ কোলা যে উদং হল এইবোৰৰ হিচাব কেতিয়া হব। অসমীয়াক মাৰি অসম স্বাধীন কৰা সংজ্ঞা টো মই বুজি নাপাওঁ।

    • @arupgoswami2297
      @arupgoswami2297 2 місяці тому

      @@manashojah4781 1991 চন মানত আলোচনা হব লাগিছিল । 

    • @khagenbarman2051
      @khagenbarman2051 2 місяці тому +1

      𝑲𝒊𝒃𝒂 𝒑𝒂𝒃𝒐𝒍𝒆 𝒌𝒊𝒃𝒂 𝒉𝒆𝒓𝒖𝒘𝒂𝒃𝒐 𝒍𝒂𝒈𝒊𝒃𝒐. 𝑩𝒖𝒋𝒊𝒍𝒆 𝒏𝒆

  • @SADAGARMILI
    @SADAGARMILI 2 місяці тому +1

    🙏🙏🙏🙏🙏

  • @BhaskarjyotiSaikia-t3b
    @BhaskarjyotiSaikia-t3b 2 місяці тому

    Dekhile he lekhim😊

  • @eskubali6079
    @eskubali6079 2 місяці тому

    অসম ভাগি ছিগি শেষ হল ককাই আপোনি সোনকালে আহক ।

  • @musicsouluniverse5780
    @musicsouluniverse5780 2 місяці тому +4

    অসম যদি স্বাধীন হয় তেন্তে চীন আৰু পাকিস্তানৰ পৰা অসমক ৰক্ষা কৰিব পাৰিবনে পৰেশ বৰুৱাই।

    • @arupgoswami2297
      @arupgoswami2297 2 місяці тому

      @@musicsouluniverse5780 বেলেগ options বহুত আছে not only স্বাধী••••°°×

    • @user-jhdk777j
      @user-jhdk777j 2 місяці тому +4

      Xaitu kothae Tu amar axomiar mathat nuxumai... Swadhin axom Huar pis dinai Chinai lobo amak.. Axomor manuhor murot aku mal ni 😢

    • @subhamlala813
      @subhamlala813 2 місяці тому +1

      ​@BastabSaikia-hn2mnot only china even Bangladesh will try to push along with the support of china and Pakistan ,Indian army will not protect us at that time and china ,Pakistan and bangladesh will take full advantage of it and even Myanmar is also a very very destabilize country which would also join all these forces ,china and Pakistan would be after independent Assam

    • @d.s9310
      @d.s9310 2 місяці тому +2

      Bhutan area assam k ba manuh u kom... kunubai lobo parile nki Bhutan k..

    • @GituBhorali
      @GituBhorali 2 місяці тому +1

      ​@@user-jhdk777j ty pagol 2r murt mal nai. Johora suda ty

  • @UddiptaDas-mz8dr
    @UddiptaDas-mz8dr 2 місяці тому

    Mor kobo loga asil prag newsot bohut kotha

  • @banjitchangmai4047
    @banjitchangmai4047 2 місяці тому +1

    একো s
    দাল নিদিয়ে,, এই বিলাক কংগ্ৰেছ চৰকাৰৰ দিনত,,, স্বাধীন অসম নিবিচাৰি,, জনজাতি আৰু,, ILP বিচৰা হলে আজি অসম বহুত ভালে থাকিল হয়,, একো নহয় এতিয়া,, টকা লোভী অসমীয়া কি উন্নতি হব,, জাতি মাটি ভেটি ৰক্ষা নকৰে পইচা কাৰণে বিকি দিব,, আজি কৈ দিলোঁ সঁচা কথা,, যি কৰে কৰক 😊

  • @jintusaikia7279
    @jintusaikia7279 2 місяці тому +3

    First view 😊

  • @cuttingmasterdhruba-e5m
    @cuttingmasterdhruba-e5m 2 місяці тому +1

    Joy aai assom

  • @neilborphukan5545
    @neilborphukan5545 2 місяці тому

    prag news r speaker jone ulfa aru paresh baruak bhut light k loise teo bhut khni kotha kobo loisile kintu speaker jone thnk u koi thoi dile vaah

  • @pallobfunnyandsortmoves2850
    @pallobfunnyandsortmoves2850 2 місяці тому

    Good good ❤❤

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go 2 місяці тому +5

    যি সকল মুলসূতিলৈ আহিলে তেওঁ লোককো সঙস্থাপন দিয়ক চৰকাৰে, এওঁ লোক কো আনক আলোচনা লৈ,দুমুখিয়া ৰূপ নলৈ ৰাজসাহায্য দি চলিব পথ দিয়ক সকলো কে কেন্দ্ৰীয় চৰকাৰে

  • @MadhabMandal-x7w
    @MadhabMandal-x7w 2 місяці тому +3

    Smart meeter bondh koribo lage

    • @arupgoswami2297
      @arupgoswami2297 2 місяці тому

      @@MadhabMandal-x7w এইবাৰ Election issue কৰিব লাগে non হিতাধিকাৰী সকলে।

    • @Real12976
      @Real12976 2 місяці тому

      Atea mane ulfai meetar bandho koribo ne ki😂😂😂😂

  • @NabinRabha-f4q
    @NabinRabha-f4q 2 місяці тому

    অসমীয়াই মানক আনিছিল । মগোলৰ পক্ষত আছিল। বাঙলাদেশী বিদেশী পক্ষত ৰাজনীতি। অসম কি হব?

    • @Opu10
      @Opu10 Місяць тому

      love from Bangladesh. 💖
      Bangladesh always like to support you..💖💖💖