শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল'বলৈ সকীয়নি আলফা (স্বাঃ)ৰ

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 593

  • @axomcinematic2606
    @axomcinematic2606 2 місяці тому +329

    অসমীয়া সকলৰ মাজত এনে মিলাপ্ৰীতিৰ / ভাতৃত্ববোধ দেখি অশেষ সুখ পাইছো । ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া । জয় আই অসম❤।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 2 місяці тому +314

    আলফা স্বাধীনে লোৱা সিদ্ধান্তক selut জনালোঁ । জয় আই অসম ।। ✌️✌️

  • @seemaborah101
    @seemaborah101 2 місяці тому +264

    বহুত বহুত ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া ।🙏

  • @mintubharali952
    @mintubharali952 2 місяці тому +148

    বহুত বহুত ধন্যবাদ পৰেশ বৰুৱা চাৰ।

  • @AnandaMudoi
    @AnandaMudoi 2 місяці тому +204

    অশেষ ধন্যবাদ ককাই্ জয় আই অসম

    • @jintucreationxyz
      @jintucreationxyz 2 місяці тому +1

      জয় মা কামৰূপ ❤️

  • @hemantaborgohain4493
    @hemantaborgohain4493 2 місяці тому +116

    এইবাৰহে অসমীয়াৰ শক্তিৰ উমান পাব বিজেপি চৰকাৰৰ আশীষপুষ্ট বহিৰাগতই ।

    • @satyajitroy4102
      @satyajitroy4102 2 місяці тому

      BJP jindabad

    • @hemantaborgohain4493
      @hemantaborgohain4493 2 місяці тому

      @@satyajitroy4102 তহঁতিয়ে অসমীয়া জাতি ধ্বংসৰ কূট-কৌশল কৰি আছ । নোৱাৰিবি কৈ থলো ।ক'ত থাক তই অ' ?

  • @pareshdas2570
    @pareshdas2570 2 місяці тому +122

    পৰিবৰ্তনকামী চৰকাৰৰ দিনত অনা অসমীয়াৰ অতপালি বাঢ়িছে৷এতিয়াই এশেকা নিদিলে ভবিষ্যতে অসমীয়াৰ ওপৰত আৰু অধিক আতিশয্য চলাব পাৰে অনা অসমীয়া লোক৷

  • @babitahazarika6300
    @babitahazarika6300 2 місяці тому +76

    Dhanyabad পৰেশ বৰুৱা ডাঙীয়াৰ, আপোনাক অশেষ ধন্যবাদ।

  • @tilakphukan7728
    @tilakphukan7728 2 місяці тому +70

    অসমীয়াৰ একতাক চেলুট জনাইছোঁ।। অসমীয়াৰ এই মহামিলনক সন্মান জনাইছোঁ।

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 2 місяці тому +61

    ধন্যবাদ মহাশয় । মুক্তি বাহিনীয়ে এনেদৰে থলগিৰিৰ প্ৰতিতো সমস্যা এনেদৰে মাত মতা তো বিচাৰো

  • @किरण2021
    @किरण2021 2 місяці тому +45

    ❤উচিত পদক্ষেপ... ধন্যবাদ ককাইদেউ..
    আপোনালোকৰ সক্ৰিয়তা অতিকে জৰুৰী হৈ পৰিছে

  • @jitenbarhoi5584
    @jitenbarhoi5584 2 місяці тому +37

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ,,জয় আই অসম ✊

  • @pujakoire929
    @pujakoire929 2 місяці тому +82

    ভাল কাম কৰিছে ককাইদেউ আপোনালৈ বহুত বহুত শুভ কামনা থাকিল

  • @krishnagogoi2191
    @krishnagogoi2191 2 місяці тому +107

    জয আই অসম

  • @LabaHazarika-p4v
    @LabaHazarika-p4v 2 місяці тому +103

    ভাল সিদ্ধান্ত লৈছে জয় আই অসম

  • @gogoi4250
    @gogoi4250 2 місяці тому +13

    আপোনালৈ অখেক ধন্যবাদ ককাই। জয় আই অসম ❤ । জাতি মাটি ভেটিৰ হকে অসম তথা অসমৰ সকলো থলুৱা খিলঞ্জীয়া অসমীয়া জাগ্ৰত হওঁক এতিয়া চকু মেলি হাতত হেংদাং তুলি আগুৱাই যোৱাৰ সময়। বহিৰাগত বনিয়াৰ দপ-দপনি নচলিব ❤

  • @uzzalcharingia
    @uzzalcharingia 2 місяці тому +12

    শিৱসাগৰ ৰাইজক 🙏 SALUTE
    ইতিহাস সাক্ষী আছে আৰম্ভনি সদাই শিৱসাগৰ পৰাই
    জয় আই অসম

  • @yrgvGdcb-sn5he
    @yrgvGdcb-sn5he 2 місяці тому +22

    বহুত বহুত ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া।জয় আই অসম

  • @adityakalita5560
    @adityakalita5560 2 місяці тому +38

    আন্দোলন কৰি একো লাভ নাই। অসমীয়া জাগ্ৰত হওক। মাৰোৱাৰী, বিহাৰীৰ দোকান পোহাৰ বৰ্জন কৰক। অসমীয়াই হাতত হেংদাং তুলি লোৱাৰ পৰিৱৰ্তে নাঙল, কোৰ তুলি লওক। আমি আন্দোলন পথাৰ আৰু বজাৰত কৰিম।নহ'লে আমি বহিঃৰাগতৰ গোলাম হ'বলৈ বেছি দিন নালাগিব ।
    জয় আই অসম।

    • @prasantagogoi2529
      @prasantagogoi2529 2 місяці тому +4

      Eituhe asol kotha. Hate kame lagibor hol kothahe besi hoise kamot agborha nai.

    • @nitaphukansonowal1398
      @nitaphukansonowal1398 2 місяці тому

      hoi thikei koise haate kame lagibor hol hokolu akhomiyai

    • @pradiprabha9636
      @pradiprabha9636 2 місяці тому +4

      Business line to amar axomiya hatat ahib lage ,
      Nahate jiman hall karileo kam nai, maruwari, biharir dukan barjan karak ata a🙏🙏🙏🙏🙏🙏🙏

    • @Mafia1702-o5j
      @Mafia1702-o5j 2 місяці тому +3

      Easy money r pisat dowri thakile nhoi...hate kame lagi jawk marubari bihari tatia bujiba axomor manhuak....Ane andolan Kari aku lav nai

    • @sanjibondeka781
      @sanjibondeka781 2 місяці тому +4

      Exactly হেংদাঙ নহয় নাঙল ল ভাইহত

  • @mintubharali952
    @mintubharali952 2 місяці тому +38

    এই বাৰহে আচল যুজ এখন হ'ব যেন লাগিছে।

  • @KandarpaKumar-p4o
    @KandarpaKumar-p4o 2 місяці тому +31

    বহুত বহুত ধন্যবাদ পৰেশ বৰুৱা চাৰ,,জয় আই অসম ✊

  • @pratapmedhi8161
    @pratapmedhi8161 2 місяці тому +47

    জয় আই অসম আলফা জিন্দাবাদ

  • @Indraneel_borthakur
    @Indraneel_borthakur 2 місяці тому +24

    মাৰোৱাৰী বহু দোম বৰহিছে অসমত। জয় আই আখম।

  • @jayantarajkonwar9425
    @jayantarajkonwar9425 2 місяці тому +26

    অতি সুন্দৰ পদক্ষেপ লৈছে।

  • @rajkumardihingia2331
    @rajkumardihingia2331 2 місяці тому +66

    মনটোৱে এতিয়াহে অলপ হলেও সকাহ আৰু শান্তি পাইছো,,,অসমীয়াৰ বাবে অসম তথা অসম চৰকাৰ হব লাগে,বহিৰাগত বাবে নহয়,,,

  • @bluestar4720
    @bluestar4720 2 місяці тому +55

    এই বাৰ কিবা এটা হব।

  • @medinirajkalita6364
    @medinirajkalita6364 2 місяці тому +37

    ইহঁতক এতিয়াই এসেকা দিব হল নহলে আগন্তুক দিনত অসমীয়া লোকৰ ওপৰত আৰু এনেকোৱা হয় থাকিব জয় আই অসম 🙏

    • @jintucreationxyz
      @jintucreationxyz 2 місяці тому

      মিয়া মুছলমানে,, যে খিলঞ্জীয়া জীৱৰী বোৱাৰী ধৰ্ষণ হত্যা,, কৰি আছে এই ক্ষেত্ৰত মাত নাই যে..?

  • @AnilDutta-l5s
    @AnilDutta-l5s 2 місяці тому +19

    Joi aai Assam Srinkhol Zindabad long Live

  • @samudrahazarika110
    @samudrahazarika110 2 місяці тому +8

    বহুত ভাল কৰিছে আলফা স্বাধীনে। I support আলফা স্বাধীন। শৃংখল চলিহা জিন্দাবাদ। জয় আই অসম

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +8

    শৃঙ্খল চলিহা জিন্দাবাদ। বহিৰাগত বনিয়াৰ দপদপনি বাঢ়ি গৈছে হিমন্ত বিশ্ব শৰ্মাৰ মূখ্যমন্ত্ৰীত্ত্বৰ কাযাকালত। অসমৰ এনে পৰিৱেশ, পৰিস্থিতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জগৰীয়া। বহিৰাগত বনিয়াক বৰপীৰা পাৰি দিছে শোষণ আৰু লুণ্ঠন চলাইবলৈ। সেই কাৰণেই বহিৰাগতৰ ইমান সাহস।

  • @dulumonigogoi3311
    @dulumonigogoi3311 2 місяці тому +19

    আপোনাক ধন্যবাদ চাৰ।

  • @binitasaikia2134
    @binitasaikia2134 2 місяці тому +24

    Baruah sir loi bohut dhanyawad..

  • @deepjyotihrishikesh
    @deepjyotihrishikesh 2 місяці тому +51

    জয় আই অসম।

  • @ArjunBoro-v8r
    @ArjunBoro-v8r 2 місяці тому +10

    Alfa jindabad, 🙏 anekuwa val... Kam kori jai jen
    Ami assamiya ami nijor jatir hoi mat matibo voi koribo nalage xeya ki pokhakhon ki sorkar

  • @tafiquejaman9173
    @tafiquejaman9173 2 місяці тому +28

    আলফা স্বাধীনৰ সকীয়নিৰ বাবে পৰেশ বৰুৱাৰ ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছো।

  • @theviralclips8659
    @theviralclips8659 2 місяці тому +6

    সঁচাই বহু বছৰ পিছত আজি যেন ভাষা আন্দোলনৰ সময়ত দেখা দিয়া অসমীয়াৰ একতা পৰিলক্ষিত হৈছে । সঁচাই জাগিবৰ সময় হৈছে এইটো এটা নতুন পৰিৱৰ্তন হিচাপে গণ্য কৰি আগুৱাই যাব লাগে । জয় আই অসম 🙏

  • @surendrasurendra6163
    @surendrasurendra6163 2 місяці тому +6

    পৰেশ বৰুৱাই যি পদক্ষেপ গ্ৰহণ কৰিছে সঁচা কৈ আদৰণীয়। পৰেশ অসম জিন্দা বাদ। জয় আই অসম

  • @harekrishnadas1807
    @harekrishnadas1807 2 місяці тому +17

    সুন্দৰ সিদ্ধান্ত ।

  • @rajibmedhi1468
    @rajibmedhi1468 2 місяці тому +8

    অসমীয়াৰ মাজৰ ভাতৃত্ববোধ দেখি অতন্তু সুখী।আলফাৰ সিদ্ধাত্বক আদৰণি🙏

    • @jintucreationxyz
      @jintucreationxyz 2 місяці тому +1

      হিন্দুৰ মাজত একতা আহিব লাগে..

  • @banajitaxom6689
    @banajitaxom6689 2 місяці тому +12

    Proud feel korisu aiber❤ অসমীয়া ❤

  • @dhanjitnath4013
    @dhanjitnath4013 2 місяці тому +11

    চৰকাৰ আৰু প্রশাখনৰ ভুল নীতিৰ বিৰুধদে মাৰ বানধি অসমৰ জনগন থিয় দিয়াৰ সময় আহি পৰিছে.🙏🌹

  • @NishaDeori
    @NishaDeori 2 місяці тому +14

    বহুত বহুত ধন্য বাদ।

  • @birengogoi9499
    @birengogoi9499 2 місяці тому +37

    জয় আই অসম 🙋

  • @mrlachitcharo
    @mrlachitcharo 2 місяці тому +16

    ধনবাদ পৰেশ ডাঙৰীয়া

  • @mindrefresh715
    @mindrefresh715 2 місяці тому +13

    বহিৰাগত বেপাৰীৰ ইমান সাহস কাৰ পৰা পাইছে । বেপাৰ কৰিব আহিছে নে অসমীয়া জাতি শেষ কৰিব আহিছে।

    • @RoshanChetia
      @RoshanChetia 2 місяці тому

      Axom tu arunachal nagaland nisi na kori debo lage kunu bahiror manu pati kini bo nuara kele ki Hemanta aku matlab nai axom bese niji belek dekh gusi jabo kele ki jiman minister aru ji sua sob tene k kore so amar manu sob mili axom khon ane kua bona bo lage bo je amar jono gusti sob jati mile thake bo pora

  • @rimaphukon7563
    @rimaphukon7563 2 місяці тому +30

    জয় আই অসম

  • @LearningSparkAxom
    @LearningSparkAxom 2 місяці тому +17

    এতিয়াহে ওলপ আশাৰ প্ৰদীপ দেখিছোঁ।

  • @TunesAsom
    @TunesAsom 2 місяці тому +6

    আলফা থকালৈকে অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত । সমৰ্থন জনালোঁ ॥

  • @Thejourneyoflife-3ge
    @Thejourneyoflife-3ge 2 місяці тому +14

    বহিৰাগ ক আলফাই অপহৰণ কৰিব লাগে.তেতিয়া হে ইহঁতৰ দপদপনি কমিব।

  • @PujaBharali-r7l
    @PujaBharali-r7l 2 місяці тому +2

    ধন্যবাদ ককাইদেউ জয় আই অসম।

  • @Rishirajmoran
    @Rishirajmoran 2 місяці тому +1

    বহুত ভাল কৰিছে
    বৰুৱা দাঙৰিয়াই
    জয় আই অসম ✊🗿

  • @crazygirl8574
    @crazygirl8574 2 місяці тому +30

    জয় আই অসম ❤

  • @userrb_1234
    @userrb_1234 2 місяці тому +2

    এনেকৈ যাতে আলফা স্বাধীন সদায় আমাৰ লগত থাকে তাৰেই কামনা কৰিলোঁ..✊জয় আই অসম🙏

  • @kanishka6445
    @kanishka6445 2 місяці тому +8

    গোটেই অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সকল এক হওঁক । নহলে অসমতে অসমীয়াৰ অস্তিত্ব আৰু নথাকিব ।😢😢

    • @prasantagogoi2529
      @prasantagogoi2529 2 місяці тому

      BJP r tika chelekithoka keitar bahire hokolu akelogei ase.

  • @chandrajit123-h7l
    @chandrajit123-h7l 2 місяці тому +3

    ধন্যবাদ ডাঙৰীয়া জয় আই অসম।।

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 2 місяці тому +12

    ধুনীয়া. Khabar.

  • @RikuAssam-ed1nf
    @RikuAssam-ed1nf 2 місяці тому +4

    প্ৰথম বাৰ আলফাক selut জনালোঁ। জয় আই অসম।।

  • @SimantaBoroo-uz9qt
    @SimantaBoroo-uz9qt 2 місяці тому +25

    Good news 🗞️. Jai aai axom

  • @assames7744
    @assames7744 2 місяці тому +3

    এতিয়া অসমীয়া সকলোৰে লগ হোৱা সময় হল হেঙদাং লোৱা সময় জয় আই অসম

    • @jintucreationxyz
      @jintucreationxyz 2 місяці тому

      এতিয়া হিন্দু সকল এক হোৱাৰ সময়, নহ'লে বাংলাদেশ,, হ'বলৈ বেছি সময় নাই

  • @rikudas7794
    @rikudas7794 2 місяці тому +3

    সুন্দৰ জয় আই অসম

  • @DimpolDeka-tk3ot
    @DimpolDeka-tk3ot 2 місяці тому +1

    Bohut dhoinobad paresh kokaidew

  • @monjulahon7712
    @monjulahon7712 2 місяці тому +2

    মহাশয় পৰেশ বৰুৱা ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ

  • @anjugogoi6222
    @anjugogoi6222 2 місяці тому +3

    ধন্যবাদ জনাইছো জয় আই অসম

  • @bimalgogoi6818
    @bimalgogoi6818 2 місяці тому +4

    পৰেশ ডাঙৰীয়ালৈ
    ধন্যবাদ ।

  • @lakhikrchintey5693
    @lakhikrchintey5693 2 місяці тому +52

    শিৰিঙকল শলিহা জিন্দাবাদ

    • @satyajitgogoi968
      @satyajitgogoi968 2 місяці тому +10

      নামতোট বিহ ধালি দিলি বোপাই। ।

    • @LearningSparkAxom
      @LearningSparkAxom 2 місяці тому

      তাকে 🤣🤣​@@satyajitgogoi968

    • @Jocker247
      @Jocker247 2 місяці тому

      😂😂

    • @jintucreationxyz
      @jintucreationxyz 2 місяці тому

      😂😂😂😂😂

  • @BishwajitDewri-n6t
    @BishwajitDewri-n6t 2 місяці тому +3

    পৰেশ বৰুৱা ডাঙৰীয়া ধন্যবাদ জয় আই অসম

  • @kamaldeka5786
    @kamaldeka5786 2 місяці тому +2

    Joi aai Assam Srinkhol zindabad zindabad

  • @kamaltalukdar7012
    @kamaltalukdar7012 2 місяці тому +2

    অশেষ dhonibad ককাই জয় আই অসম

  • @PRANJALBORUAH
    @PRANJALBORUAH 2 місяці тому +21

    অসমৰ CM য়ে এতিয়া একো নামাতে ,কাৰন কি ??????

  • @Mojahar677
    @Mojahar677 2 місяці тому +8

    জয় আই অসম🙏🙏🙏।

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 2 місяці тому +3

    ককাইদেউ আপোনাৰ সষ্ঠশেপৰ প্ৰয়োজন অনুভৱ কৰিছো। ৰাজনীতিৰ প্ৰায়বোৰ নেতাই বনিয়া হাতত বিক্ৰী হ'ল । জাতি বাবে মাতিবলৈ, উপাই তেওঁলোকৰ।

  • @DBNorthVlogs
    @DBNorthVlogs 2 місяці тому +1

    জয় আই অসম

  • @d.a.channel7471
    @d.a.channel7471 2 місяці тому +17

    Joi aai axom

  • @bulbulAxom099
    @bulbulAxom099 2 місяці тому +2

    এইয়াই প্ৰমাণিত হল যে পৰেশ বৰুৱা ডাঙৰীয়াই অসমীয়াৰ হকে মাত মাতি আহিছে আৰু আহিব অনাগত দিনবোৰত । অসমীয়াৰ জয় হওঁক ❤️❤️ জয় আই অসম ❤️

  • @jibanandachoudhury8859
    @jibanandachoudhury8859 2 місяці тому +3

    বহিৰাগতৰ অসমত অধিকাৰ নাই ।

  • @jatinsaikia1348
    @jatinsaikia1348 2 місяці тому +1

    Right

  • @KaustovSarma
    @KaustovSarma 2 місяці тому +2

    আলফা-স্বা ৰ এইয়া আদৰণীয় পদক্ষেপ ।

  • @jaanmoinavlogs
    @jaanmoinavlogs 2 місяці тому +1

    সেলোত আলফা স্বাধীন জিন্দা বাদ বিৰ লাচিত সেনা jinda বাদ জয় এই অসম অসম জলিব ❤❤❤

  • @namratadutta1840
    @namratadutta1840 2 місяці тому +4

    জয় আই অসম,
    পৰেশ বৰুৱা ডাঙৰীয়া

  • @rajibbora1813
    @rajibbora1813 2 місяці тому +1

    পৰেশ বৰুৱা ককাই বহুত ধন্যবাদ সাহসী ছয় আই অসম ❤❤❤

  • @dkalita3874
    @dkalita3874 2 місяці тому +1

    We are with Assam.

  • @saralmonineog7403
    @saralmonineog7403 2 місяці тому +5

    জয় আই ❤ অসম ❤ আহ ঐ আহ ওলাই আহ।

  • @dibyajyotihaloi6610
    @dibyajyotihaloi6610 2 місяці тому +1

    Right 👍

  • @mgnkl
    @mgnkl 2 місяці тому +1

    ULFA Zindabad ❤ Joi Aai Axom

  • @4u206
    @4u206 2 місяці тому +19

    ঔঁম নমঃ শিবায় ।❤

  • @BanikantaSaikia-u4n
    @BanikantaSaikia-u4n 2 місяці тому +2

    ককাই , জয় আই অসম

  • @bipulboro6119
    @bipulboro6119 2 місяці тому +1

    Good decision, জয় আই অসম।

  • @humourbarman6917
    @humourbarman6917 2 місяці тому +1

  • @DebajitBorah-o8w
    @DebajitBorah-o8w 2 місяці тому +4

    আলফা আছে কাৰনেই আজি অসমৰ ৰাইজ জিয়াই আছে অসম জিয়াই আছে।জয় আই অসম।

  • @PankajHandique-yc9ms
    @PankajHandique-yc9ms 2 місяці тому +2

    বহুত ভাল কাম কৰিছে পৰেশ বৰুৱা ডাঙৰীয়া

  • @MamtazChoudhury-h9z
    @MamtazChoudhury-h9z 2 місяці тому +13

    Jai aai axom

  • @cyber9345
    @cyber9345 2 місяці тому +3

    Mojaa.... Jai aai axom 🙏👍

  • @tikennath4685
    @tikennath4685 2 місяці тому

    অতি সুন্দৰ প্ৰদক্ষেপ জয় আই অসম ।

  • @GuruGiyan-sg1wb
    @GuruGiyan-sg1wb 2 місяці тому +1

    Jay ma kamakhya Devi ki Jay

  • @RAHUL1975AMIN
    @RAHUL1975AMIN 2 місяці тому +6

    JAI AAI AXOM

  • @Dstdoley
    @Dstdoley 2 місяці тому

    সুন্দৰ পদক্ষেপ লৈছে জয় আই অসম ❤❤❤❤❤❤❤

  • @dinkuchutia9695
    @dinkuchutia9695 2 місяці тому

    ধন্যবাদ

  • @dimpolvaiti1973
    @dimpolvaiti1973 2 місяці тому +4

    Mja kotha❤❤❤

  • @ITS_SWEETY-s1k
    @ITS_SWEETY-s1k 2 місяці тому +2

    Val lagil জয় আই অসম

  • @lakshyajyotinath2366
    @lakshyajyotinath2366 2 місяці тому +8

    Joi aii axom...