A beautiful interview is enjoyed today. Their talent is highly appreciable. Salute their works of art on Bihu with performance showing a blend of old and new flavour. Mr. Dutta also, conduct the interview softly and very nicely with his charming voice.
বৰ ভাল লাগিল।বহু দৰকাৰী সচা কথা ।নৱ প্ৰজন্মই শিকিব লগা।একদম মোৰ মনৰ কথা ।
প্ৰান আমাৰ জাঁতিৰ , অতিকৈ প্ৰিয় মানুহজন খগেন গগৈ❤❤❤,,
বৰ সুন্দৰ অনুস্থান ভাল লাগিল,নমশ্য দুয়ো জনলৈ ভক্তি ভৰা সেৱা জনালো।
বৰ ভাল লাগিল
খগেন দাআৰু বিমান দাৰ সাক্ষাৎকাৰতো চাই বহূত আপ্লুত হলো। এনেধৰণৰ সাক্ষাৎকাৰ আৰু চাবলৈ পাম বুলি আশা কৰিলো।
Biman da😮😮😮😮😮
সুন্দৰ, ভাল লাগিল দেই ।
দুয়োজনলৈকে সহস্ৰ 🙏 জনালোঁ,,,বিমান দাৰ চেষ্টাত বিহুৱে নতুন দিগন্ত পালে, ভাল লাগে
A beautiful interview is enjoyed today. Their talent is highly appreciable. Salute their works of art on Bihu with performance showing a blend of old and new flavour.
Mr. Dutta also, conduct the interview softly and very nicely with his charming voice.
0ppq⁰
বহুত সুন্দৰ লাগিছে।।।
ভৱিষ্যতেও এনে আশাৰে অপেক্ষা কৰিছো।
এনে ৰসাল আৰু মাটিৰ লগত খাপ খোৱা শিল্পী ক আদৰি আনিব , বহুত সুন্দৰ লাগিব। আমিও বহুত কথা জানিব পাৰো।
বিৰাট ভাল লাগিল। দুয়োগৰাকী শিল্পীলৈ দীৰ্ঘায়ু কামনা কৰিলো ।
বহুত সুন্দৰ অনুষ্ঠান ,ভাল লাগিল
বহুত ভাল লাগিল অনুষ্ঠানটো
দুয়ো গৰাকী শিল্পীলৈ প্ৰনাম জনালো ।
বহুত ভাল লগা অনুস্থান এটা চালোঁ।
সুন্দৰ লাগিল অনুষ্ঠানটো। ❤❤
এটা অতি সুন্দৰ অনুষ্ঠান ।
সঙ্গীত জগতৰ উজ্জ্বল নক্ষত্ৰৰ ভিতৰত শ্ৰদ্ধাৰ বিমান বৰুৱা দা আৰু শ্ৰদ্ধাৰ খগেন গগৈ দাৰ গীতসমূহ আমাৰ মাজত আজীৱন জীয়াই ৰাখিম। দুয়োৰে সু-স্বাস্থ্য কামনা কৰিলো।
Zubeen Bihu k neglect kore ni
@@dimphucopy4344 আচলতে সেইটো বুজাব বিচৰা নাই। বিমান বৰুৱা দাই লিখা গীত কিছুমান জুবিন দাই গোৱা নাই জানো......?? খগেন দাৰ খুহুতীয়া গীতবোৰ ভাল লাগে। জুবিন দাৰ বিহুগীতবোৰ শুনাৰ মজাই সুকীয়া!!
QQQQ
সুন্দৰ
অনন্য অনুষ্ঠান।
সুন্দৰ অনুষ্ঠান
Anekuwa dhoronor gan bur je ketiya ghurai pamge
অনুষ্ঠান ভাল লাগিল
Khagen gogoie bohut misa kotha koi..
Hundor
Aru lage anekua anostan
Very nice show
Biman da nomonu asomok nahahib bihu namoni asomor jan
Biman baruah nambar 2 lagsil
♥️💚♥️💚♥️♥️♥️
Khogen gogoi r he bihuo bhal pauo
Khagen gogoi jolise
👍👍👍👍👍👍👍👍
Apuniu hongroh kora Ganai.
♥️♥️
💕💐
🙏🙏🙏
Ami ki asomiya nohoi nki
Ki eketake koi ase Dharma nai Dharma nai....??? Kunenu koise je Bihut Dharma ase buli,???
Du janaloi dighau kamona korilu from jamirah .dibrugarh .