Har Har mahadev❤❤❤ eku nko aiburok provu e anekua ketiau nkrai nije korise aibur kru buli mur mahadev nirakar vokto horirt probex nkre vokto k marg dorkhon ha ha kri solai nia aru aibur koru buli kri ase moi u mahadev arodhyo hoi teo vokto hobo nuarim u sage gutei jibon teo aradhona kri❤❤❤
@@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন তাকেই পাই শিৱ বাবা ৰ অস্তিত্ব আমি বেছি বুজো বাবে ই আমি সেই বিলাক মানি nolou,,,কিন্তু সেই পাগল এটা নে এজনী লৈ চাওক☝️☝️ কি কৈছে,, এটা চৰ যেন দিবা,,নাস্তিক হেনো,,, অন্ধ পাগল এই সব
Baba okl sikhar babe he tair krne prithibik ulai ahise vgbn je ase prmn diba kenekwa abhinoy duta kan fata sor dili ole jbo sikhar ksto soijo krba nra hy geisi nedekha vgbaneo
Jai agninaav baba 🙏🙏🙏 kripa koriba Prabhu har har Mahadev baba mor sakori tu huai dia aur akebare luatu kori dia Prabhu divorce tu huai dia Prabhu Om namah shivay 🙏🙏🙏
No doubt this a pure insane drama😂 🤣our epics are an witness that to attain god and divinity how the great saints and sages have meditated in the most impossible ways but still some of them couldn't succeed and now these people think that God and goddesses will possess someone anyway 😂 this is a case of multiple personality disorder. Go to the hospital immediately.
JAI AGNINAV BABA ❤
Har har Mahadev 🔥🔥
এটা কথা মনত ৰাখিবা শিৱ বাবাই কেতিয়াও শৰীৰত প্ৰৱেশ নকৰে। জয় মহাকাল 🙏
এক্টিং ভাল
এইজনীয়ে ইমান চিঞৰিছে অ'। কাৰ লগত কাজিয়া কৰিছে😊😊😊
ভেকচন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাব । দিলে ভাল হয় ।
মই এজন শিৱ পূজাৰী হয়।। এইবোৰ চব নাটক কৰি আছে।।কাণতলিয়া চৰ এটা দিলে তাইৰ ভন্দামী পকৰে বাহিৰ হৈ যাব।।শিৱ ইমান শাস্তিয়া নহয় কাৰোবাৰ গাত আহি প্ৰৱেশ কৰিব।।শিৱ সাক্ষাৎ বাবে কাৰোবাৰ গাত প্ৰৱেশ কৰিলে শৰীৰ জ্বলি ভস্ম হৈ যাব।। মানুহৰ শৰীৰৰ ইমান যুগ্যতা নাই শিৱক ধাৰণ কৰিবলে।। দ্বিতীয়তে শিৱ সকলো যেগাৰ লগতে মানুহৰ আত্মাটো বিৰাজ মান হৈ আছে।।সেইগৰাকী গাত একো লগা নাই।। আৰু লাগিছে যদিও কোনোবা আত্মা হে লাগিছে।।শিখা বুলি কোৱা গৰাকীয়ে শিৱক বহুত অপমান কৰিছে।।শিৱক মানুহৰ উচৰত বহুত শস্তিয়া ভাবে প্ৰচাৰ কৰিছে।।সেই গাৰাকীয়ে এদিন ভাল শাস্তি পাব
আপুনি আজি yo yo advicer নামৰ চেনেলত ভিডিঅ' এটা দিছে এই সম্পৰ্কে চাব বুলি আশা ৰাখিলোঁ। ভগৱান ৰ ভক্ত হিচাপে আমি এইবোৰ বিৰোধী কৰা উচিত।
Moiu Shiv Bhakt... bohut beya koi pabo tai...Shiv r naam bhondami korile kunu xari jabo nuware....
Har Har mahadev❤❤❤ eku nko aiburok provu e anekua ketiau nkrai nije korise aibur kru buli mur mahadev nirakar vokto horirt probex nkre vokto k marg dorkhon ha ha kri solai nia aru aibur koru buli kri ase moi u mahadev arodhyo hoi teo vokto hobo nuarim u sage gutei jibon teo aradhona kri❤❤❤
যি কেইজনে বিতৰ্ক কৰিছে আপুনি ভষ্ম কৰি দিলেই হ'লচোন ।কি ইমান চিঞৰী থাকিব লাগিছে
।
😆😆
Dhet teri 😂😂😂
এই জনীয়ে কিমান টকাত বিক্ৰী হৈ ৰুদ্ৰ ৰূপ ললে 😂😂😂😂😂😂😂😂😂😂
জনপ্ৰিয় অভিনেতা নহয়,,, জনপ্ৰিয় অন্ধ বিশ্বাসী এতিয়া😂😂😂☝️
Toi hagi lo jaaa ...nastik😂
@@alankitabora2514 toi বৰ ভগৱান বিশ্বাসী ন,,,,সেই নাটক বোৰ k শিৱ বাবা r rup কৈছ,,, শিৱ বাবা তেনে টোলোঙা ৰূপ ন,,,,,,,
শিখা ৰ নতুন নায়িকা এইজনী। এইজনি ৰ বেচি দিন নাই আৰু শিৱ বাবাই এইবোৰ সহিব নোৱাৰে নহয়।তেজ বমি কৰি মৰিব।
@@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন তাকেই পাই শিৱ বাবা ৰ অস্তিত্ব আমি বেছি বুজো বাবে ই আমি সেই বিলাক মানি nolou,,,কিন্তু সেই পাগল এটা নে এজনী লৈ চাওক☝️☝️ কি কৈছে,, এটা চৰ যেন দিবা,,নাস্তিক হেনো,,, অন্ধ পাগল এই সব
@@alankitabora2514comment bur pahi hosai val lagise de .....😅😅
আকৌ ভাওনা কৰিছে নেকি এই জনী য়ে😂😂
শিৱৰ সঙ্গী ভূত , প্ৰেত কিছুমান থাকে যে , সেইজনীৰ গাত আবিৰ্ভাৱ হৈছে , সাৱধানে সেৱা পূজা ভাগ আগবঢ়াব ।
কলি যুগ ত নাম ৰেই সাৰ,,,,,,
Jai Agninav baba
অ শিখা তুমি সাক্ষাৎ বাবাক পালা তুমি মিঠা মিঠা মাতেৰে মনুহটোৰ খং হে কমাবলৈ বৰ ললা😂😂😂 আকাশ দ্বীপ নহয় আকাস আন্ধাৰ হে হল অন্ধ বিশ্বাসত 😂
😂😂😂😂😂
Jai Agniinav baba 🙏🙏🙏
এইজনিক্ দুকুব দি দিব লাগিছিল
অন্ধ ভক্ত বোৰক বুৰ্বক বনালে গমেই নাপালে ।
জয় অগ্নিনাভ বাবা কৃপা কৰা প্ৰভু 🙏🙏
নাটক খন ভাল জমিছে দেই
হেঃ, বাবা এনেকৈ আহিব নেকি😊বাবাক
আৱিৰ্ভাৱ হোৱা আশা কৰিলে শিখা তুমি বহুত ষ্ট্ৰাগল কৰিব লাগিব।বুজি পালা ভনী😊🕉️বেয়া নাপাবা🕉️🙏
ভাল acting কৰিছে, অস্কাৰ দিব পাৰি, লগতে পুৰুষ এটা ও কান্দি থকা ভাল acting কৰিছে
🤑🤑🤑 iyake koy adhunik jugor vigyan aru projuktibidya 🤪
Joy,agninav,baba,parbhu
Apunar acting khini kiman dinot hikile...val koise
❤কৃষ্ণ❤ কলি যুগৰ ৰাম নামেই সাৰ ❤ৰাম নামে কুৰি থৈছে জগত উদ্ধাৰ❤কৃষ্ণ মহাদেৱ❤
He bhogowan mahadev...tumar bhokti opar..tumak hewa jonaisu probhu..kripa koriba...kintu anei jodi obhinoy hoy tumi taru bisar koriba..heya tumar opoman hobo..aaru tumar jodi eya mahima hoy..tumak hewa jonaisu probhu..
Bhandami
মজ্জা অভিনয় । হেৰ কলিত হৰি নামেই ৰক্ষ্যা অ ।
❤❤❤
মহাদেৱে কাতিয়াৰ পৰা বেজালি কৰা হল । যদি ইমানেই শিখা বাইদেউৰ মন্দিৰত গলে বেমাৰ ভাল হৈ যায় অসমত ডক্তৰ কিয় লগে ।আমাৰ শিখা বাইদেউ আছে নহয় ।সকলো ভাল কৰি দিব । পৃথিৱীৰ সকলো মন্দিৰতে পূজা কৰে মহাদেৱ সকলো মন্দিৰত মানৱ দেহত আবিৰ্ভাৱ নহয় কিয় ?
ঋষী মুনি সকলে আগতে জীৱন ভৰ তপস্যা কৰিও মহাদেৱক পোৱা নাছিল । এই কলি যুগত ১০ বছৰ পূজা কৰিয়ে বাবাক পাব নেকি ?
মই নাজানো কিন্তু ডাঙৰ মানুহে কয়
গীতা ভাগৱতত লিখি থৈ গৈছে বোলা যেতিয়া মানুহে ভগৱানৰ নামত বেপাৰ বাণিজ্য আৰম্ভ তেতিয়াৰ পৰা কলি যুগ আৰম্ভ হব এয়া কলি যুগৰ আৰম্ভ নেকি ৰাইজ । মই যদি কিবা ভুলকৈ কৈছোঁ বা কৰোঁ বাৰ মনত আঘাত পোৱা যে কৈছোঁ মোক সমা কৰি দিব সকলোৱে । আমি দেশৰ নৱপ্ৰজন্ম আমি যদি অন্ধবিশ্বাস কৰোঁ আমাৰ ভবষ্যত কি হব । ভক্তি কৰিব লাগে কিন্তু অন্ধবিশ্বাস আৰু বেপাৰ নহয় ।
নাটক কৰিছে নেকি।
Jay agninav baba
Kripa Kariba baba
অ মন্দিৰত ভাওনা ও হয় নেকি? পিছে নাটক খনৰ ৰচক, পৰিচালক শিখা নে আন কোনোবা। বন্ধ কৰক অ এইবোৰ। মোৰ সচাঁ আজি এইবোৰ ভগৱানৰ নামত ভণ্ডামী দেখি চকুপানী ওলাই গৈছে। নাপায় দেই।চাব ইয়াৰ প্ৰতিফল সোনকালেই পাব। কৃষ্ণ প্ৰভু তুমি সৰ্ব শক্তিমান। ইহঁতৰ এইবোৰৰ ফল তুমি দেখাবা। তোমাৰ হৈ বেপাৰ আমি সহিব নোৱাৰোঁ।
Right
Bhalei lagil sai bhauna khon
🙏🙏🙏
Jay agninav baba 🙏🙏🙏
Jay agninav baba 🙏🙏🙏
Jay agninav baba 🙏🙏🙏
Jay agninav baba 🙏🙏🙏
Jay agninav baba 🙏🙏 🙏
Jay agninav baba kirpakoriba tumi baba❤❤❤❤❤
ৰুদ্ৰ ৰূপী মহিলা
Om
Jai baba Agninav 🌺🕉️🙏
Baba 🔱🌺🙏🏻🙏🙏🙏🏾🙏🏾🙏🏾
🙏🙏🙏🙏🙏🙏
তাই ভাওনা কৰিছে আমি চাই আছো।
❤🔱
হে ঈশ্বৰ এইসোপাক সুমতি দিয়ক 😂
Har har Mahadev 🙏
এইবোৰ প্ৰতিভা অসমৰ বাহিৰে ক'তো নাই😆😆😆
সদাশিৱৰ এই ৰূপ কেতিয়াও হব নোৱাৰে৷ ইমান ভয়ংকৰ ৰূপ | সুমতি দিয়া প্রভু সকলোকে
Jai Aganiva baba
Mahadev tumi bisar koriba
Aru aii bur ki kori ase
Ki natok he
Hosake dei
Nastik toi sup. Thk ..tur bsi hoise niki haaa ,😡😡😡😡 dom ase jodi babar front t goi ko jaaa ...
Olp khtabur vabe kobosun maa kiba ata notokaka eman Manu ana tat najai
Hosa😂😂😊
Theke kyse apuni
মই বৰ ভক্তি কৰিছিলো কিন্তু এই শিৱ লম্ভা কথাটো মই বিশ্বাস কৰিব বিচাৰো
Om namah Shivay
Ondho vokto..moja ovinoy😂😂😂😂😂
He vogowan ki dekhaisa ai bilak 😂😂😂😂
জয় অগ্নিনাভ বাবা জয় 🙏🙏🙏🙏🙏🙏🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤
Abahan theater nibo লাগিব এইক
😅
Har har mahadev
Om nom siv
ভগৱান এক।আমি বাবাক বিশ্বাস কৰো,সেৱা কৰোঁ,কিন্তু এনে নাটক কেতিয়াও গ্ৰহণযোগ্য নহয়।
Om namah shivay
হে প্ৰভু ৰক্ষা কৰা 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭🙏🙏
তামাম জমনি
প্ৰথম দেখা পালো
Baba okl sikhar babe he tair krne prithibik ulai ahise vgbn je ase prmn diba kenekwa abhinoy duta kan fata sor dili ole jbo sikhar ksto soijo krba nra hy geisi nedekha vgbaneo
😂😂😂
Akou adin mohima dekhabosun ..next level
বিতৰ্ক নকৰিব অনুৰুধ কৰিছে ৰুদ্ৰ ৰূপ লৈ। 😂😂😂
Baba tumi oti sunkale iyar bisar korok
Tomar mahima bahut pravo
Ba ki hob oi tur rudra rup haluwa asaria thik karib
Har Har mahadev 🙏❤️🌍Jai agninav Baba🙏❤️
Poisa karone manuhe j ki ki koribo pare 😂😂😂😂😂
Karubar hoite siori siori kajiya kora Jen he lgise....😂
Hoh hor mhadab
Jai agninaav baba 🙏🙏🙏 kripa koriba Prabhu har har Mahadev baba mor sakori tu huai dia aur akebare luatu kori dia Prabhu divorce tu huai dia Prabhu Om namah shivay 🙏🙏🙏
Joy Agninabh baba😊
ফকতিয়া নাটক
এইজনী জীয়ৰী নে বোৱাৰী ?
Duplicate Maal 😂 Aijonik kunubai pisfalor pora madhomaar eta mari matha phali nidile kiyo
ৰাইজ উৰুলি দিয়ক
No doubt this a pure insane drama😂 🤣our epics are an witness that to attain god and divinity how the great saints and sages have meditated in the most impossible ways but still some of them couldn't succeed and now these people think that God and goddesses will possess someone anyway 😂 this is a case of multiple personality disorder. Go to the hospital immediately.
Jay Anginav Baba 🙏🙏🙏🙏🙏🙏
Hobo de
মহাদেৱে এইবোৰ দেখি ভাবিছে চাগে কি কি যে দেখিব লৈ পাম 🤭..
He hori kot lukai asa tumi .🙏
বুচখন জহৰী
ভগৱানে ও বাতৰি চাই 😅
Joy agninav baba
Vondami sb agte mnuhr pora mondir tu kotha xuni xsa buli vbisilu atia he bujisu
Rudrarupt enekua neki.
ভগৱানক বিশ্বাস কৰোঁ কিন্তু .....এইবোৰ ৰাম ফকতিয়া বুলিহে কলো আৰু । মানসিক চিকিৎসাৰ প্ৰয়োজন এইগৰাকীক। সহজ পদ্ধতিত এইবোৰ ভগৱানৰ নামত বেপাৰ । আমাৰ অসমীয়া মানুহ কিছুমানৰ গাতহে ভগৱান লম্ভিব পায় 😂 অসমীয়া মানুহ কিছুমান এলেহুৱা যে সহজ পদ্ধতিত টকা ঘটা মাথা মাৰি থাকে। সৰুৰে পৰা ভোলেবাবাক মানি আহিছো। মন্দিৰ দেখিলেই আপোনা-আপোনি মূৰটো দ খাই আহে। অগ্নিনাভ বাবাক ও বহুত বিশ্ৱাস কৰো, কিন্তু ভগৱানৰ নামত এনেকুৱা বহুৱালি ভাল নালাগে। ভগৱান ইমান মুল্যহীন নহয় যে মায়া মোহত বন্দী মনুস্যৰ গাত স্থিতি ল'ব। ভগৱানৰ কৃপা লাভ কৰিবলৈ ক'তো যাব নালাগে। একো নাথাকিলেও একান্ত মনেৰে নিজৰ ঠাইত থাকি ফুল জল দি ভক্তি কৰিলে তেওঁ সন্তুষ্ট হয়।
কমেডি ভাল কৰিছে দেই, মহিলা গাত ভগৱান😂😂😂😂😂😂😂
What is this? Better not to entertain these drama.
Jai agninav Baba 🙏🙏🌹🌹
মানুহ বোৰ নগলেই হ'ল দেখুন!
Har har Mahadev
Taik doctor k dakhalai val asil.not tu basi dhila hol😂
ভগৱানক বহুত বিশ্বাস কৰোঁ। কিন্তু এইবোৰ নাটক বিশ্বাস নকৰোঁ হাঁহি উঠিছে😆😆😆😆
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Monor kamona puron koriba porvu