অনলাইনত ‘ভক্তি’ কেনেকৈ সম্ভৱ? স্নিগ্ধাশিখাৰ সৈতে ‘সংলাপ’

Поділитися
Вставка
  • Опубліковано 19 лют 2024
  • অনলাইনত ‘ভক্তি’ কেনেকৈ সম্ভৱ? এটা ব্যক্তিগত শিৱমন্দিৰ, লোকবিশ্বাস, জনস্ৰোত আৰু বহু বিতৰ্ক...অনলাইন পূজা, অনলাইন মাননি...আৰু বহুতো। স্নিগ্ধাশিখাৰ সৈতে ‘সংলাপ’
    #hinduism
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 260

  • @pahidas34859

    assam hai karona development huya nai .....moi poha huna aku nokoru moi tauka pray kore thakim ateya apuni kouk moi val kiba pam na

  • @RoshmiBora-kn5yg

    জয় অগ্নিনাভ বাবা

  • @Rajsang83

    Pothome moi u bisak nkorisilu ...moi ktia u jua ni Agni nav mandir...kintu atia bisak koru karon jatia pora bhogobanor photo 1copy Sai pray korilu bhogoban Mur murbikh bhal Kori diok ...Mur mur bikh ot thkibo nuariclu...karone...jtia pray korilu Mur murbikh nai atia..I believe .

  • @DaliyaSutradhar-02001
    @DaliyaSutradhar-02001 21 день тому

    জয় অগ্নিনাভ বাবা 🙏

  • @user-wn5wg1md3u

    Jai agninav baba 🌺🏵️🌸🌺🏵️👏👏👏👏

  • @GitanjaliBhuyan-xg2ol
    @GitanjaliBhuyan-xg2ol 14 днів тому

    Jai agninav baba🙏🙏🙏akhabur puran hay jate mur

  • @pareshnath6276

    Koli khekh kijani khei karane dhormy naamot bepar hoi ase.Kintu ata katha ehat bhal kio namore so 🕉️🕉️🕉️

  • @KaberiSaikia-zd6ko

    Jai agninav baba 🙏

  • @KaberiSaikia-zd6ko

    Jai agninav baba 🙏🙏🙏

  • @KaberiSaikia-zd6ko

    Jai agninav baba 🙏🙏🙏🙏🙏

  • @Axomiyagiri-t3o

    ভগবান মইও বিস্বাস কৰোঁ। কিন্তু মই ভাবো ভগবানক পাবলৈ ইমানকে হেতা ওপৰা লগাই লাভ নাই। শুদ্ধ অন্তৰৰে আপোনাৰ নিজৰ থাপনা খনত বা গাৱঁৰ নামঘৰত সেৱা লওক, একেই ফল পাব। সকলোতে প্ৰতিষ্ঠিত দেৱতাই থাকে। মাত্ৰ বিস্বাসেৰে পূজা কৰিলেই হল।

  • @SangramBankhai-yo5nw

    বিশ্বাস কৰে নে নকৰে ৰাইজে নাজানো কিন্তু আস্থা ৰাখিলেই হ'ল🔱🕉️ 🙏🙏🙏🙏

  • @priyankabora8552

    কাৰোবাৰ বিশ্বাস নাই নকৰিব... কোনেও জোৰ নকৰেটো পূজা কৰিবলৈ...বাবাক লৈ কৰা বিতৰ্ক বোৰ অলপো শুনিব মন নাযায়

  • @dipaliboruah1511

    জয় অগ্নিনাভ বাবা কৃপা কৰিবা 🙏🏻🙏🏻🙏🏻🙏🏻

  • @Sumon-ey3ti

    মহাদেৱক মইও বহুত বিশ্বাস কৰো। অগ্নিনাভ মন্দিৰ আমিও গৈছিলো অলপ দিন আগত। কিন্তু এটা কথা বেয়া লাগিল আমি শৰাই দিওঁতে আমাক শৰাই লগত 101 দিবলে কলে। মোৰ আগত এজন লৰাই 71 টকা দিছিল কিন্তু তাত থকা লিখি ৰখা মানুহ গৰাকী এ কলে বোলে 101 টকা কে লোৱা হয় 101 টকা দিয়ক।। সেই কথাটো অলপ বেয়া লাগিল মানুহে যি দিয়ে নিজৰ মনে তাত আকৌ এনেকে কলে বেয়া লাগে।। আৰু এটা কথা বেয়া লাগিল আমি যিহেতু চাকি জলাব কাৰণে তেল লৈ যাওঁ আৰু বটল ত তেল থাকি যায় সেই তেল বোৰ বহিৰলে উলিয়াই নি দুগুণ দাম ত বিক্ৰী কৰিছিল ।। আৰু তাৰ লাইন পতা system টো অলপ বেছি।। যাৰ কাৰণে আমি ইমান দুৰৰ পৰা গৈ ও নিৰ্মালি নাপালোঁ ভালকৈ বাবাক সেৱা কৰিবলে ও নিদিলে উঠক উঠক বুলি লৰা লৰিকে উঠাই দিলে যিটো বহুত বেয়া লাগিল।। আৰু ইমান লাইন যাৰ কাৰণে সকলো খেলি মেলি শৰাই দিবলে এটা লাইন শৰাই পইচা দিবলে এটা লাইন সেৱা কৰিবলে এটা লাইন নিৰ্মালি লবলে এটা লাইন আকৌ যাৰ কাৰণে বহুত দুৰণি পৰা যোৱা মানুহেও ভালকৈ বাবাৰ দৰ্শন নপায়

  • @bozs394

    ইয়াকে কয় ঢৌ।ঢৌ কিমান সময়লৈকে থাকে সেইটো ডাঙৰ কথা।হৰ হৰ মহাদেৱ🙏🙏🙏

  • @rubirajkhowa7183

    আই অই দেহি...বাবাই আপোনাক কাষৰ পৰা বিচাৰিছে...জগত জননী মা জগদম্বা ই এনেয়ে যুগ যুগ তপস্যা কৰিলে মহাদেৱক পাবলৈ, তেওঁক এৰি এওক কাষত ল'লে।

  • @deepborah9301

    জয় বাবা অগ্নিনাভ।

  • @nayanjyotibhuyan7174

    PK - 2 released but not from Bollywood. Need to emphasize on humanity 🙏🙏🙏

  • @rinkigogoi7455

    बिस्वास करो तो मां गंगा, ना करो तो बेहता पानी। কথা বোৰ ঠিক তেনেকুৱা।বিশ্বাস কৰিলে সকলো সম্ভৱ,নকৰিলে একো নাই।মানিলে ধান আৰু নামানিলে পতান বুলি এখাৰ কথা আছে