Agninav Shiv Mandir: Story, Unbelievable Power || First Digital Mandir || Assamese PODCAST - 92

Поділитися
Вставка
  • Опубліковано 21 гру 2024

КОМЕНТАРІ •

  • @himashreenath2947
    @himashreenath2947 10 місяців тому +58

    মহাদেৱে সকলোৰে মংগল কৰে । মই খুব বেচি বিশ্বাস কৰো আৰু তেও সদায় তেও সদায় প্ৰতি খোজ তে লগত থাকে

  • @bharatibarkataki7592
    @bharatibarkataki7592 10 місяців тому +14

    সুন্দৰকৈ কথা ক’ব জনাটোও এটা কলা (আৰ্ট ) ৷ যদিও বাইদেউগৰাকীক ব্যক্তিগত ভাৱে লগ পোৱাৰ সৌভাগ্য হোৱা নাই তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে ৷ ইমান সুন্দৰকৈ কথা কোৱাৰ পিছতো এগৰাকী ইউটিউবাৰে বাইদেউৰ কথাবোৰ ঠাট্টা সুৰত ভিডিঅ’ত কৈছে , ইমানেই আক্ৰোশ ৷ পদকাষ্ট চাই ভাল লাগিল অবয়ৱ ৷ জয় অগ্নিনাভ বাবা , ওঁম নমঃ শিবায় ৷

  • @JayaDas-fy8th
    @JayaDas-fy8th 10 місяців тому +15

    হে অগ্নি নাভ বাবা শতবাৰ প্ৰণাম 🙏 সদায় কৃপা দৃষ্টি ৰাখিবা প্ৰভু।আইৰ কথা কোৱা শৈলী সঁচাকৈয়ে সুন্দৰ।

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    ভাইটি ভগৱান এক অদৃশ্য শক্তি। ইয়াৰ অস্তিত্ব বিজ্ঞানেও নুই কৰিব নোৱাৰে। তুমি জানাই যে চন্দ্ৰযান নিক্ষেপণৰ আগ মূহুৰ্তত বৈজ্ঞানিক সকলেও পূজা অৰ্চনা কৰিছিল। কিন্তু ভগৱানৰ নামত অন্ধবিশ্বাস, কুসংস্কাৰ বিয়পোৱা উচিত নহয়। তুমি এজন জনপ্ৰিয় সাংবাদিকৰ সন্তান হিছাপে তুমি নিশ্চয় জানা যে গণতন্ত্ৰৰ ধ্বজাবাহক চতুৰ্থ স্তম্ভৰ লক্ষ্য আৰু উদ্দেশ্য কি? অনলাইনত সেৱা কৰি অৰিহণা আগবঢ়ায় ও যদি মানুহৰ বেমাৰ ভাল হয়,দুখ দুৰ হয় তেন্তে এই পৃথিৱীত দেখোন দুখ নাথাকেই। মন্দিৰ পাতক।ৰাম মন্দিৰ হৈছে আমি বহুত সুখী কিয়নো অতীজৰে পৰা আমাৰ সনাতন ধৰ্ম পূজা পাতলৰ ওপৰত নিৰ্ভৰশীল। কিন্তু টকাৰ খেলটো কিয় আহিল? ঢ়েকীয়াখোৱা বৰ নামঘৰ মইনাপৰীয়া নামঘৰত এক টকা নিদিয়াকৈ সোমাব পাৰি, প্ৰসাদ ও পাব কিন্তু তাত কিয় নোৱাৰে?ঋষি মুনি সকলে বছৰ বছৰ তপস্যা কৰিও ভগৱান পোৱা নাছিল। এতিয়া ইমান সহজ।যদি বিশ্বাসেই মিলয় হৰি বুলি কয় তেন্তে কিয় নিজৰ গোসাঁই ঘৰত পূজা নকৰে।মনট ৰাখিব পৃথিৱীৰ ভগৱান এজনেই। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ও কৈছিল যে গছৰ গুৰিত পানী দিলেই ডাল পাতে পায় সেইদৰে এজন ঈশ্বৰৰ পূজা কৰিলেই সকলো ভগৱানে পায়। কৃষ্ণ প্ৰভু 🙏

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 10 місяців тому +8

      টিংকু ডেকাক মনট আছে নে?এটা সময়ত মানুহৰ মাজত প্ৰচাৰ চলিছিল- বিষ্ণু লম্ভিছে টিংকুৰ গাত! যিকোনো লোকৰ ৰোগৰ নিৰাময় আৰু সমস্যাৰ বিধান দিব পাৰে এই ১২ বছৰীয়া টিংকু ডেকাই।সংবাদমাধ্যমতো টিংকু ডেকাক লৈ বাতৰি ওলাইছিল। কোনোবাই আখ্যা দিছিল 'বিস্ময় বালক', কোনোবাই বাতৰিৰ শিৰোনাম কৰিছিল 'টিংকুৰ দেহত বিষ্ণু'। উত্তৰপ্ৰদেশৰ বিহাৰৰ পৰাও টিংকুৰ ঔষধ নিবলৈ মানুহ আহিছিল। টিংকুৰ দৰ্শন পাবলৈ মানুহ বলিয়াৰ দৰে হৈছিল। জিলা প্ৰশাসনে টিংকুক নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে মানুহ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিল।টিংকু ডেকাক লৈও মানুহৰ আস্থা আছিল। কিন্তু বেছি দিন সেই আস্থা নাথাকিল। সময়ে লাহে লাহে সঁচা কৈ গ'ল। আচলতে কাৰোবাক ফাঁকী বা মিছা আশ্বাস দি দীৰ্ঘদিন চলিব নোৱাৰি। এদিন সত্য পোহৰলৈ আহে। সময়ে কৈ দিয়ে বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত কি পাৰ্থক্য আছে। টিংকু ডেকা সলনি হ'ল। সেইদৰে শিখা বাইদেৱৰ ও বেছি দিন বেপাৰ নচলে। ভগৱান আছে এশ শতাংশ বিশ্বাস কৰোঁ কিন্তু বেপাৰ নকৰোঁ। নিজৰ ঘৰৰ এখন সাধাৰণ ফটো ও পূজা কৰিলে ভগৱান পাম। দেখুৱাই পূজা ভগৱানে ও স্বীকাৰ নকৰে। কৃষ্ণ প্ৰভু 🙏

    • @PakiMaina-wx7oz
      @PakiMaina-wx7oz 10 місяців тому +3

      Thik koisa❤

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 10 місяців тому +1

      ধন্যবাদ পাখি।

    • @rijumonidas8603
      @rijumonidas8603 10 місяців тому +1

      💯Right

    • @DipaHandique-wy7pk
      @DipaHandique-wy7pk 10 місяців тому +1

      Hosa koise ekdom

  • @hbvlogs9445
    @hbvlogs9445 10 місяців тому +8

    একেবাৰে skip নকৰাকৈ সম্পূৰ্ণ video টো চালো।এইয়াই হয়টো বাবাৰ শক্তি 🙏। জয় অগ্নিনাভ বাবা ❤️

  • @HemenHazarika-no9mp
    @HemenHazarika-no9mp 10 місяців тому +33

    🙏সৰ্বপ্ৰথমে অগ্নিনাভ বাবালৈ সেৱা আগবঢ়াইছো🙏ঔম নম:শিৱাই🙏

    • @bijumahanta405
      @bijumahanta405 6 місяців тому +1

      বৰ ভাল লাগিল শিখাবাৰ শিক্ষা মুলক( আধ্যাত্মিক) কথাবোৰ শুনি। মনত বহুত সাহস পালো জীৱনৰ খলাবমাবোৰ শিখাবাৰ দৰে হাহি হাহি পাৰ কৰিবলৈ। প্ৰণাম- অগ্নি নাভ শিৱ বাবা, প্ৰণাম জনালো শিখাবা আপোনাকো।🙏🏼🙏🏼🙏🏼🙏🏼

    • @HiraBarman-e5o
      @HiraBarman-e5o Місяць тому

      Jai Agninav shiv baba❤❤❤mur hokolo monar akha puran karar babe tumak koti koti bar pranam korisu❤❤❤

  • @Kidszoneyoutbe
    @Kidszoneyoutbe 10 місяців тому +187

    What a plan to post this video on Monday in topic of ogninav mondir ...... Har har Mahadev

  • @daizykonwar1282
    @daizykonwar1282 10 місяців тому +9

    সৰ্বপ্ৰথমে অগ্নিনাভ বাবালৈ সেৱা 🙏🙏🙏আগবঢ়াইছো। শিখাবাই সকলোৰে ভালৰ কাৰণে চিন্তা কৰে গতিকে তেওঁৰো ভালেই হব । podcast tu চাই ভাল লাগিল।

  • @artgallarynibirsaikia4802
    @artgallarynibirsaikia4802 10 місяців тому +68

    শিখা বাৰ সদায় ভাল হব ।জয় অগ্নিনাভ বাবা🙏🙏

  • @AnjaliBorah-z1d
    @AnjaliBorah-z1d 10 місяців тому +15

    বৰ ভাল পালোঁ শুনি। ভগৱানে সকলোকে ভালে ৰাখক ও মনৰ আশা বোৰ পূৰ্ণ কৰক তাকেই প্ৰাৰ্থনা কৰিলোঁ।❤❤❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 10 місяців тому +28

    খুব ভাল লাগিল অবয়ব ।। তুমি শিৱসাগৰ নাজিৰা অহাৰ বাবে ধন্যবাদ লগতে শিখা বা কঠনশৈলী খুব ভাল লাগিল ❤️ জয় অগ্নিনাভ বাবা 🔱❤️🙏

  • @sanghamitra9922
    @sanghamitra9922 9 місяців тому +3

    জয় বাবা অগ্নিনাভ❤ বহুত বেছি বিশ্বাস কৰো,,,❤❤❤

  • @PompiSonowal-s1f
    @PompiSonowal-s1f 10 місяців тому +10

    হৰ হৰ মহাদেৱ। মোৰ আশা পূৰণ কৰি দিব please 🙏 জয় অগ্নিনাভ বাবা❤

  • @dharitrisonowal4133
    @dharitrisonowal4133 10 місяців тому +4

    Hosake ❤️❤️ baba r monor pora bisarile hokolu Puron kore 🙏jai ahninav baba
    Bohut vhal lgil video tu Sai ❤️

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 10 місяців тому +5

    Jai Agninav Baba Jai.
    Baba Kripa kora baba.
    Sikha ba khundar kothai bhal lagil. Thank you sikha ba.

  • @bijitneog7370
    @bijitneog7370 10 місяців тому +3

    Bahut Val lagil Hundarkoi Baideo a kotha bilak Bujai dela. Eat Baru kibaMisa bulikabaloi kias. Aru aji Kaiden. .manar pora Mukha kataman aru Mukha Kaijani mane misa buli pisa ghatisa Agninav Babar namat Dukankhulisa Aru Baahut kota koiasa .Aru hai kotha huni Vaktar Monat Dukh diasa. Moi Hihat Jaddha murkha Nastik kaitak Misa Apbad Nidibaloi koisu. Tahati Nastik KatI Nahiloiu Agninav Mondiraloi Vakta AHIBAI .Joy Baba Agninav

  • @nipudas6942
    @nipudas6942 10 місяців тому +3

    Bhut Val lagil baido vgbane apunak hokti dise baido moi apunar poikht baido jikhokole apunak misake bitrkole Tani anise teulukok mohadeve khioma nkre

  • @Kajumoni-tt1nd
    @Kajumoni-tt1nd 8 місяців тому +1

    Hee agninav baba tak hunkle husto korii dia...kosto nidiba tak emn🥺❤️

  • @Dubu_with_mom
    @Dubu_with_mom 10 місяців тому +4

    ভাল লাগিল অবয়ব আজিৰ খণ্ড টি।। বিচাৰিছিলো, শিখা বাইদেউ ৰ পোনপটীয়া কথা খিনি।। ❤ জয় বাবা অগ্নিনাভ 🙏

  • @molinadas9009
    @molinadas9009 10 місяців тому +1

    Shika Baideur Aapunar vokti vab tu khosakoi val loga.aapur maat kotha bur mon sui jua hoi.. Aapunak babai Aashibat dibo..
    Iman kosto kore aapuni .
    Aagninav shiv Babak khorai di Aahilu dubar golu ..
    Gaa tu val paisu..baki monor Aakha puron hole Aakou ebar jaam babar Sri soronot Aashibat lobole..
    Har har mohadev...jai Aagninav baba..❤

  • @gupalguwala1842
    @gupalguwala1842 10 місяців тому +5

    Jonar hepai aru akhai asil tumi eman valke video Tu bonai dila tq so much❤🤗

  • @puhorstudios
    @puhorstudios 10 місяців тому +3

    কথাখিনি শুনি বৰ ভাল লাগিল । অবযৱ তুমি বহুত ভাল podcast এটা দিলা।

  • @janmonigogoi4838
    @janmonigogoi4838 10 місяців тому +3

    Jai Agninav baa ❤ hokolu val aatmar kripa koriba❤ vulbur hudhorai aagbrhai niba baba ❤❤

  • @TapanNath-n6o
    @TapanNath-n6o 10 місяців тому +3

    Joy Baba Agniav Baba Sikha ba apunar katha huni Mur sokut sokupani ulai ahise.apunak Babai hodai vale rakhok.anaor karone iman kunau koribo nware apunak pronam.

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife7610 10 місяців тому +33

    অন্ধ ভক্ত অন্ধ ভক্ত কৈ থকা সকলে এবাৰ এই ভিদিঅটো চাওক বুজি উঠিব বাকী একো নকও।জয় অগ্নি নাভ বাবা জয় মুক্তি নাথ বাবা 🙏 কৃপা সদায় এনেদৰে কৰি ৰাখিবা

    • @mridusmitasaikia83
      @mridusmitasaikia83 10 місяців тому +9

      এতিয়া ও কৈছোঁ যে অন্ধ ভক্ত,, বাবা আছে,, মহেশ্বৰ ৰ, ভোলানাথ ৰ মহিমা আছে এইয়া আমি মানি লওঁ,,কিন্তু সেই মাইকী মানু্হ এগৰাকী শৰীৰ ত বাবা লম্ভা,,ফৰিং বেশত বাবা অহা,,অনলাইন যোগে পইছা দিয়া,এই বিলাক মানি লোৱা বিলাক মূৰ্খ কৈছোঁ, শিৱ বাবা ক কোটি কোটি প্ৰণাম,,শ্ৰদ্ধা ভক্তি ৰে অন্তৰ ভৰি আছে,তথাপি কিন্তু আমাৰ পুজনীয় মাত্ৰ শিৱ বাবা ই সেৱা জনোৱা ভগৱান বিষ্ণু হে দেই🙏🏻🙏🏻কাৰণ কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী,,কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি nahi আন 🙏🏻🙏🏻এই জৰা ফুকা,lomva এই বিলাক নাটক কৈছোঁ,,, তাত

    • @KiranNath-j9p
      @KiranNath-j9p 10 місяців тому

      সাঁছা কথা কৈইছে দতে

    • @lsd4889
      @lsd4889 10 місяців тому

      Right

    • @mridusmitasaikia83
      @mridusmitasaikia83 10 місяців тому

      @@lsd4889 right টো কোনটো,,,ekdom ওপৰ টো নে মোৰ টো কৈছে,,,,,,

    • @user-Miss0932
      @user-Miss0932 10 місяців тому

      ​@@mridusmitasaikia83thik koisa

  • @anannyaborah9212
    @anannyaborah9212 10 місяців тому +2

    Joi agninav baba kripa kora tumak koti koti pronam jonaisu

  • @bandanabhuyan4881
    @bandanabhuyan4881 10 місяців тому +9

    Ekdom xosa kotha bou....bhagabanor bisar moi dekhisu..pramanu paisu❤🙏🙏

  • @dipalidas6816
    @dipalidas6816 10 місяців тому +4

    শিখা বাইদেউ নমস্কাৰ আপোনাৰ কথা বোৰ শুনি বহুত ভাল লাগিল।

  • @Lupimoni__gogoi
    @Lupimoni__gogoi 10 місяців тому +30

    Kripa kora agninav baba hokolu monor akha puron kora Jai agninav baba 🙏♥️

    • @MinuSaikia-l6t
      @MinuSaikia-l6t 4 місяці тому

      Kirpa kora agninav baba hoklu monor akha puron kora Jai agninav baba 🙏❤

  • @Polee-s9n
    @Polee-s9n 10 місяців тому +3

    Om nomoh baba hokolura monor akha bur puron kora baba

  • @haripriyaentertainment2342
    @haripriyaentertainment2342 10 місяців тому +36

    বিশ্বাসে মিলয় হৰি 🙏।। বা গৰাকী বৰ সহজ সৰল । ঔম অগ্নি নাভ বাবা🙏।।

  • @BrindaJyotiKalita-qy1vw
    @BrindaJyotiKalita-qy1vw 10 місяців тому +2

    Jai Agninav baba... kripa koriba..mnr akha puran koriba Prabhu ...

  • @nishaaxom
    @nishaaxom 10 місяців тому +12

    প্ৰথম দৰ্শনতে অগ্নিনাভ বাবাৰ আশীশ বিচাৰি পালো🙏 জয় অগ্মিনাভ বাবা🙏🙏 ❤

  • @MynuGogoi-kk1gw
    @MynuGogoi-kk1gw 10 місяців тому +1

    Jai Agninabh baba 🙏🏻 shikha baa'r kothabur huni thakibo mon jai..eman hohoj horol❤🙏🏻

  • @himadrisonowal4017
    @himadrisonowal4017 10 місяців тому +81

    জয় অগ্নিনাভ মহাপ্ৰভু🙏

  • @priyankakumar4551
    @priyankakumar4551 10 місяців тому +2

    জয় অগ্নিনাভ বাবা 🕉️🕉️🙏🙏 ভাল লাগিল ভিডিঅ'টো

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 10 місяців тому +8

    Jai Agninav Baba, Sikha baloi bohut dhoynobad 🙏✨🔱

  • @korobiborokorobiboro3214
    @korobiborokorobiboro3214 10 місяців тому +1

    Jai baba aginav eyar pora khawa jonalu babak khokolu aakha puron kora jn aginav baba 🙏🙏🙏

  • @RupPatgiri-n4o
    @RupPatgiri-n4o 10 місяців тому +3

    Jai Shiva baba🙏

  • @Sudarshitaaa66
    @Sudarshitaaa66 10 місяців тому +2

    Soku Pani ulai gol😭💗💗💗😣🙏🙏🙏jai agninav Shiva Baba ❤❤❤kripa koriba baba 🙏😭😭

  • @monalisakonwar2436
    @monalisakonwar2436 10 місяців тому +40

    Don't know y tears rolling out, Jai agninabh baba❤

  • @DipshikhaDevi
    @DipshikhaDevi 10 місяців тому

    18 February t Miu goi ahisu agninav shiv mondir t ..vl lagil goi . positive vibes ata plu..ru apunar ai video tu sai bht besi vl lagil..❤.
    hokolure vl howk..
    ❣️har har Mahadev ❣️

  • @principriyaboruah
    @principriyaboruah 10 місяців тому +19

    জয় অগ্নিনাভ বাবা 🙏🏻📿🙏🏻 ঔঁমঃনমঃশিবায় 🙏🏻🙏🏻🙏🏻

  • @pratikxakisna8
    @pratikxakisna8 10 місяців тому +1

    Bht dhunia aaru divyo podcast ❣️🌻 Joi Agninav Baba 🙏🏼❣️

  • @rodaliojah8837
    @rodaliojah8837 10 місяців тому +25

    Baba kun xosa kun misa najnu ondho bisakh o ni ata kotha jnu Baba k bhut besi bisakh koru 🙏🏻om namah shivay 🙏🏻

  • @DIPTIHAZARIKA_
    @DIPTIHAZARIKA_ 10 місяців тому +1

    Moo ajir pora derbosr man agte babar mandiroloi goisilu khub besi val lagil
    Sikha baideuk khub besi val lagil lg pai
    Om baba agninav 🙏

  • @pBaruah20
    @pBaruah20 10 місяців тому +7

    Har har Mahadev ❤So happy that you made a podcast on Agninav Mandir.
    All my questions got answered in this video
    This is exactly what i was looking for
    Thankyou ✨ God bless you.

  • @dikhadevi9218
    @dikhadevi9218 10 місяців тому +1

    Xosake bohut kotha xikibo parilu aji 2mar pora baa .. agbahi jua xodai. Jai baba agninav 🙏🙏

  • @MGo92
    @MGo92 10 місяців тому +12

    Loads of thanks for bringing this video❤❤om namah shivay🙏🙏

  • @krishnabaruah9715
    @krishnabaruah9715 25 днів тому +1

    Val lagil

  • @deepdekamix5180
    @deepdekamix5180 10 місяців тому +11

    Val houk sokolore..Kintu online puja to he Mor xohoj nalage babai online xewa lole a mani loi ..Om Nama shivaya 🙏🙏🙏

    • @aliciadawns8535
      @aliciadawns8535 10 місяців тому

      Bhoi nalage karoneitu bhogobanok loi eibur koribo parise . Belege aru details nidileu hobo.

  • @ppseducationchannel8456
    @ppseducationchannel8456 9 місяців тому +1

    অগ্নিনাভ বাবা সকলো মনৰ আশা পূৰণ কৰে যেন 🙏🙏

  • @RashmiGogoiDance
    @RashmiGogoiDance 10 місяців тому +10

    Waiting ❤...Jai agninav baba 🙏❤️

  • @mainudutta1519
    @mainudutta1519 10 місяців тому +1

    জয় বাবা অগ্নিনাভ❤। আপোনাৰ কথাখিনি বহুত ভাল লাগিল। আগবাঢ়ি যাওক বাইদেউ।

  • @nibeditakalita2208
    @nibeditakalita2208 10 місяців тому +4

    Goosebumps ❤❤❤ Jai Agninav Baba❤❤❤❤

  • @mrinmaydas3041
    @mrinmaydas3041 10 місяців тому +2

    Ma'am a psychology bohut vl kori jane sage ❤👽

  • @gunajitbarman2066
    @gunajitbarman2066 10 місяців тому +8

    Har Har Mahadev 🕉️🔱🚩🙏🏼❤️ Jai Baba Agninav 🕉️🔱🚩🙏🏼❤️ Jai Baba Muktinath 🕉️🔱🚩🙏🏼❤️ Jai Baba Kedarnath 🕉️🔱🚩🙏🏼❤️ Jai Baba Vimshankar 🕉️🔱🚩🙏🏼❤️ Jai Baba Amarnath 🕉️🔱🚩🙏🏼❤️ Jai Baba Baidyanath 🕉️🔱🚩🙏🏼❤️

  • @arunimabora8124
    @arunimabora8124 Місяць тому

    ভগবানক লগ পোৱাৰো ইমান উজু উপায় দিছে।
    বহুত শুনিলো, আৰু শুনাৰ ইচ্ছা নায়।

  • @riturajbora6364
    @riturajbora6364 10 місяців тому +20

    ঔম নম: শিৱাই🙏 জয় অগ্নিনাভ বাবা🙏

  • @punamkitchen123
    @punamkitchen123 10 місяців тому +1

    Val lagil podcast tu sai, Jay Agninav baba

  • @rumidaimary
    @rumidaimary 10 місяців тому +4

    Jai agninav baba🙏❤hokoluke vale kukhole rakhok❤

  • @BarashaSarma-t9h
    @BarashaSarma-t9h 10 місяців тому +1

    JAI SHRI AGNINAV DEV KI JAI🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @nandasarma4947
    @nandasarma4947 10 місяців тому +4

    অন্তৰৰ পৰা সেৱা জনালো ... জয় অগ্নিনাভ বাবা

    • @KiranNath-j9p
      @KiranNath-j9p 10 місяців тому

      ঐই টুক কৈইছো যে অগ্নিনাভ বাবা মন্দি টু জয় বোলি কলি যে কিয় মা কামাখা মন্দি কি ভগবান নাই নেকি জয় মা কামাখা বোলি নক কেলে

  • @sobitaborah4782
    @sobitaborah4782 19 днів тому

    জয় অগ্নিনাভ বাবা,হৰ হৰ মহাদেৱ।🙏🙏

  • @linasaikia3205
    @linasaikia3205 10 місяців тому +4

    জয় অগ্নিনাভ বাবা 🙏🌺

  • @Arhasvlog789
    @Arhasvlog789 10 місяців тому +1

    Khub val lagil 👍shikha baideu hosakoi agoraki khub val manuh aru tekhotor pora ami hikibo logiya bohut khini ase buli moi vabu..jay agninav baba🙏

  • @Tishaa15
    @Tishaa15 10 місяців тому +10

    Pure soul🙏🙏

  • @phalgunipatowary441
    @phalgunipatowary441 День тому

    Jay agninav baba kirpakora baba sab thikkora baba❤❤❤❤❤

  • @bijoyasdubaidiaries8402
    @bijoyasdubaidiaries8402 10 місяців тому +5

    Sikha mami ye kuwa protitu kotha i xosa….moi 2016 t prothom goisilu Agninav mandir t xorai dibole….tetiya mamiye nij hatere saki di xorai diya r pora pooja kora aaxirbad diyaloike xokolu khini nijei korisil….xeidina r pora i mur biswax….ji kamote xorai dio xofol hoisu….hoitu dudin late hoise tothapio success paisu….Sikha mami r protitu kam nikhut aru nipun….tekhetor kam sabole amar pakghar aru phuloni channel khon salei gom puwa jai….nijor deha mari teo xokolure karone kam kore….teo k xodai bhogobane bhale rakhok….Jai Baba Agninav….

  • @saikiabinita6506
    @saikiabinita6506 10 місяців тому +1

    Ji vabi thoixu haibur monor akha puron hole apunr usrt jam baba ❤ mahadev 😊❤

  • @nandannandanbaruah4472
    @nandannandanbaruah4472 10 місяців тому +4

    Om namah shivay kripa koriba baba 🙏🙏🙏

  • @PriyashriGogoi-fh7jq
    @PriyashriGogoi-fh7jq 10 місяців тому +1

    Kothabur emn morom logake koi sikha baideue hunie val lge hodai mongal korok siv babai jaii agninav baba❤🙏🙏

  • @barnali173
    @barnali173 10 місяців тому +4

    প্ৰনাম 🙏🙏🙏বাবা অগ্নিনাভ

  • @Jyotishman-sq4ie
    @Jyotishman-sq4ie 10 місяців тому +4

    Jai agninav শিৱ baba

  • @ManashKaushik
    @ManashKaushik 10 місяців тому +7

    Om Namah Shivaya ♥️
    Baba is strength 🫶

  • @monalisha4277
    @monalisha4277 10 місяців тому +2

    নিজই নিজৰ মনটোক শুদ্ধ বুলি কেনেকৈ কব পাৰিছে??
    এই কলিৰ যুগত বেয়া কাম নকৰিলেও কোনো মানুহৰ মন শুদ্ধ হব নোৱাৰে বাইদেউ 🙏

    • @deepjyotiborah4708
      @deepjyotiborah4708 10 місяців тому +1

      Online horai hosai amar oxomia manuhbur bohut okora o

  • @PoornimaBorah-n6d
    @PoornimaBorah-n6d 10 місяців тому +11

    Jai Agninav Baba🙏❤️

  • @LUCKYGOGOI-h9d
    @LUCKYGOGOI-h9d 10 місяців тому +1

    Jai baba Agninav 🙏🏻❤️🕉️ hunkile monor akha bur puron koriba baba 🙏🏻❤️🕉️ har har Mahadev kripa koriba baba 🙏🏻❤️🌼

  • @clumsyqueen9527
    @clumsyqueen9527 10 місяців тому +5

    Jai agninav baba... Kripa koriba

  • @Jinucuty
    @Jinucuty 10 місяців тому +1

    Sikha ba apunr kotha bilak huni bhut vl lgil🙏

  • @purabiesaikia7498
    @purabiesaikia7498 10 місяців тому +5

    Om Namah Shivaya 🙏🙏🙏

  • @cdk1741
    @cdk1741 10 місяців тому +1

    Joy agninav baba...monot akha 2 puron koriba mor

  • @hemantanath4978
    @hemantanath4978 10 місяців тому +5

    OM NAMAH SHIVAY

  • @jimmydas7563
    @jimmydas7563 6 місяців тому

    Khub val lagile. Thank you. Grateful 🙏

  • @hudarkhinagogoi5069
    @hudarkhinagogoi5069 10 місяців тому +4

    Waiting ❤🙏🙏

  • @shibanigogoi6913
    @shibanigogoi6913 10 місяців тому +1

    Jai agninav baba 🙏tumak duroi porai hoto kuti pronam 🙏🙏🙏amak doia kra baba😢😢😢

  • @mercypassion9769
    @mercypassion9769 10 місяців тому +10

    এইবোৰ টপিক অাৰু বাদ দিয়ক আৰু আমনি লাগিলে আমাৰ!;কোনে a.c কিনিছে কোনে গাৰি কিনিছে কোনে মাটি কিনিছে এইবোৰ সমালোচনা কৰি লাভ নাই এইয়া তেওঁলোকৰ personal matters, আজিকালি দিনত সকলোবোৰ কামেই busines😂 business নোহোৱাকৈ একো কামেই নহৈ😅 ভগবানৰ প্ৰতি আস্থা অন্তৰ আত্মাত থাকিলে হল এজনে শেজনৰ প্ৰতি থাকিব লাগে। পইচা ঘটিছে ঘটক কাৰ কি আহে যায়।কাম নাই মানুহবোৰৰ।ভাল কামেই টো কৰিছে বাইদেওয়ে কলি যুগ মদ মাংসৰ নামত enow মানুহে পইচা উৰাইয়ে থাকে, ভগমানৰ নামত দুতাকামান লৈছে সেইটো কি ডাঙৰ কথা😊

  • @TaraChetry-z2x
    @TaraChetry-z2x 10 місяців тому +1

    Jai agninav baba...Mur dukh dur korok de❤baba😢😢

  • @runumitasaikiabora7565
    @runumitasaikiabora7565 10 місяців тому +7

    জয় অগ্নিনাভ বাবা🙏🙏🙏 কৃপা কৰিবা বাবা🙏💐💐

  • @monicasonowal9091
    @monicasonowal9091 10 місяців тому +1

    🙏🏻🙏🏻aku noku Ami goi ahisu,,
    Jay Bhulebaba

  • @rijumoninathneog7065
    @rijumoninathneog7065 10 місяців тому +4

    জয় অগ্নিনাভ বাবা,সকলোকে ভালে ৰাখিবা বাবা🙏সকলো ভক্তৰ মনৰ আশা পূৰ্ণ কৰিবা বাবা🙏

  • @rimjimdas8333
    @rimjimdas8333 9 місяців тому

    Khundor ..joy Agninav baba

  • @subham711
    @subham711 10 місяців тому +7

    জয় অগ্নিনাভ বাবা। কৃপা কৰিবা প্ৰভু🙏🙏🙏

  • @phalgunipatowary441
    @phalgunipatowary441 12 днів тому

    Jay agninav baba kirpakoriba baba ❤❤❤❤❤❤❤❤❤❤❤tumi sab jana baba sab thikkora valhok sab❤❤❤❤

  • @ritushmin9223
    @ritushmin9223 10 місяців тому +4

    Joy Agninav Baba 🙏💚

  • @bhaskartalukdar36
    @bhaskartalukdar36 10 місяців тому +1

    Abar jabo man asa babai Nile jabo parim ❤

  • @Apbhuyan9119
    @Apbhuyan9119 10 місяців тому +5

    Kiman poisa lole Sikha pa apuni...online ajikli sob possible atia xeibuli online vogobanru axibad puwa jai bah.vogobane mane facebook watchap buji pai ru...kiman toka ghotile tai manuhk tupi pindhai

  • @ripakonwar8266
    @ripakonwar8266 10 місяців тому

    Jai agninav shiv baba 🙏 kripa karo Prabhu meri kripa karo 🙏🙏 Om namah shivay 🙏

  • @AngitaBora-no7oo
    @AngitaBora-no7oo 10 місяців тому +8

    Vogobanor sokti tu biswas koru but manob sristo vogoban biswas koribo olop tan lage.. Vogoban hokolure atmat thake soku mudi teuk smoron korok apunar sokur agot teur saya jiliki thakibo kintu Aji Kali mobile on korilei vogobanok lav koribo pari buli mur ontotto biswas nohoi

  • @barnalidas5358
    @barnalidas5358 10 місяців тому +2

    জয় বাবা অগ্নিনাভ🔱🔱🔱