NABA NABA BOHAG AAHE নৱ নৱ বহাগ আহে LYRICS Bhupen Hazarika TUNE Laxmikant Pyarelal ARTIST Shanta Uji
Вставка
- Опубліковано 31 січ 2025
- ( Artist- Shanta Ujir, Lyrics- Bhupen Hazarika , Tune- Laxmikant Pyarelal, REMAKE)
নব নব বহাগ আহে
সৰু ফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায়
নব নব মোৰ ৰচনাকে
শুনোতাই গুনগুনাই
মনে তোমাক ধিয়ায়
স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালা
তুমিয়েই মোৰ আপোন বৰ
সৰগৰ সূৰ সঁজালা
নব নব মিলন নিশাৰ
সৰু তৰা জকেমকায়
মনে তোমাক ধিয়ায়
ই যে ভাগ্য সু-আৱাহনী
শতবাৰ মানি ললো
অভিজ্ঞতা উপচি পৰে
জলধিত মানসৰো
অ’ দেখি লহৰ যে ধুনীয়া
হিয়া যে ৰূপতে নাচে
মনে তোমাক ধিয়ায় ...
পাহৰি গৈছিলো এনে গানৰ কথা। সোঁৱৰাই দিয়াৰ বাবে ধন্যবাদ।
কিমান ব্যস্ততাৰ মাজত ভূপেনদাই এই গান অসমীয়ালৈ ভাঙনি কৰিছিল আৰু কি ভাব আবেগৰ সৃষ্টি কৰিছে । অন্তৰ চুই যায়।
এনেবোৰ গীতৰ হে শ্ৰোতা আমি ❤️❤️
হৃদয় স্পৰ্শ কৰি গৈছে ,কি যে সুমধুৰ গীত, শিল্পী জনিলৈ সহস্ৰ প্ৰণাম।।
এই গীতবোৰ আমাৰ অসমৰ অতুলনীয় সম্পদ।
Mainbarasha mojja
সুৱদি সুৰীয়া🌺🌺🎶🎶🎵যাউতী যুগীয়া
সুন্দৰ..সৰু কালৰ কথা বোৰ মনত পৰিল... ৰেডিওত শুনা... ❣️
কথা, সুৰ আৰু কণ্ঠৰ অপূৰ্ব মিলন এই গীতটো। অতুলনীয়।
ইমান ধুনীয়া গীত আৰু মিউজিক
Composition, সুন্দৰ লহৰ,বৰ মিঠা গীত। শুনিয়েই থাকিব মন যায়।
আগতেওঁ ,আৰু আজিও শুনি থাকিবৰ মন ৷কি যে মুৰ্ছনা ৷
হাইস্কুলীয়া জীৱনর স্মৃতি বিজড়িত গান ।
সঙ্গীত শিল্পী সকললৈ salute.
বাইদেউ আপোনাৰ গানটো ভাল লাগিল। আৰু শিলটো ভাল লগা। ধন্যবাদ থাকিল।
অন্তত চুই যোৱা কালজয়ী গীত ❤
ড: ভূপেন হাজৰিকা দেৱৰ কথাৰে আৰু সুৰকাৰদ্বয় লক্ষ্মীকান্ত প্যাৰেলালৰ এক অমৰ সৃষ্টি।"ভাগ"কথাছবিৰ এটা চিৰসেউজ গীত।শান্তা উজীৰ বাইদেউৰ কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।কেবা দশক অতিক্ৰম কৰা এই গীতটি আজিও শ্ৰোতাৰ অতি প্ৰিয়। বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত এই গীতটো প্ৰায়েই গোৱা হয়।
পুৰণি গীতবোৰ শুনিলে মনটোত এটা এনেকুৱা অনুভূতিৰ সৃষ্টি হয় যাক ভাষাৰে বুজাব নোৱাৰি ।
অপুৰ্ব শিল্প আৰু শিল্পীৰ কোনোদিনে মৃত্যু নাই ।
কোনোবা আছেনে মোৰ দৰে যিয়ে এতিয়াও এই গান বোৰৰ প্ৰেমিক
হয় আছোঁ।
মই আছো
Hoi asr
Hoi ♥️🙏
Moi
পুৰণি গীতবোৰৰ সুৰেই সুকীয়া শুনিলে শুনি থাকিবৰ মন যায় আৰু মনটো নস্তালজিক হৈ পৰে।
হ্দয় কপাই যোৱা গান
মুৰ অতি পিয এই গানটো
O larar mak
Bahut vall pao Moi poroni git bor
এইবোৰ হল সোনৰ টুকুৰা .....যিমানে পুৰনি হব সিমানে উজ্বল হব ।
Jintu
এইবোৰ প্ৰাণ পৰশি যোৱা গীত, কোনে পাহৰিব পাৰে, আমাৰ আত্মা হয়
Hoi sir thik koise apuni
Pahorid nuari
Xosa Kotha koisa dada
ইমান ধৃনিয়া মন ভৰি যোৱা পুৰণি গীত !!
Xur aaru lirics khubai sundar 💅💕
এইবোৰ গান শুনিলে সঁচাকৈয়ে মনটো কিবা বেলেগ অনুভৱ হয়।
সছাই এইটো গীত শুনিলে মোৰ মালৈ মনত পৰি যায় । এই গীততি মোৰ মাৰ প্ৰীয় গীত । মই মাৰ পৰা দুৰত থাকো সেয়েহে এই গীততি শুনিলে মালৈ বহুত মনত পৰে ।
ময়ো।।।
এই টো ইমান ভাল গান
এই গান বোৰে হৃদয় জূৰাই।শুনিলে শুনি থাকিবৰ মন যায়।
সঁচা কৈ বহুত ভাল লাগিছে । চিৰো যুগমীয়া গীত
সেই তাহানিতে শুনিছিলো এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে,, কিযে দিন আছিল, সেই সুৰআৰু কি মূচ্না, মজাই বেলেগ বেলেগ হয়, মই ভাবিয়েই নাপাওঁ,,,,,
শুনি বৰ ভাল লাগিল ।সুন্দৰ হৈছে ।
সুন্দৰ গীত । শুনিলে মন শাত পৰি যায় ।
Mojja, montut bhal lagi jai, ki dhunia kontho
ধুনীয়া গান
ষষ্ঠ শ্ৰেণী পঢ়ি থাকোঁতে শুনিছিলো। মা এ গাখীৰ গৰম কৰি থৈ দিয়ে পাকঘৰত গৈ খাই আহো । পিতা এ বাৰিত কাম কৰি থাকোঁতে মই গানটো গাই গাই পানী দিবলৈ গৈছিলো। ইমান প্ৰিয় এই গানটো মোৰ....❤🎉
bhut dhunia song baideo loi mor bhut bhut dhynabad thakil
ভূপেন দাৰ এই গানবিলাকৰ অনুৰাগী আৰু লাখ জন আছে।
ধুনীয়া গীতটি শুনি বৰকৈ ভাল লাগিল ।
ভাগ্য ছবিৰ এই গীত চিনেমা হলত শুনিছিলো মোৰ অতি প্ৰিয় বন্ধু গম্ভীৰ শৰ্মাৰ লগত ।ভাগ্য সচাই মোৰ জীৱনৰ প্ৰথম চিনেমা । বহুত ভাল লাগিছিল । দুখ লাগে বন্ধু জন চিৰ দিনৰ বাবে গুছি গ'ল । গীতটোৱে আমনি কৰে ।
বহুত ভাল লাগিল
Apurba ❤👌❤
তাহানিৰ অন্তৰ কপোৱা শ্ৰেষ্ঠ গীত ।
Bohut dinor r pisot hunilu gaantu..bhut vl lagile..
Bahut Bahut Bahut apurugia ai ganbur, Hasai bahut hundar.
আগতেও শুনিছোঁ এতিয়াও কি সুন্দৰ !
এইবোৰ গান শুনিলে ,কেৱল গানটোৰ কথা হে শুনি থাকো শুনি থাকো যেন লাগে।
Really Speechless. . . Only👍
Hosai bohut hundor gan
বহুত ভাল লগা গান, সংগীত জগত ক্ষণ এনেকুৱা গানে জীয়াই ৰাকীহব,
অসাধারণ গান, মুগ্ধ হলাম।
বৰ ধুনীয়া গীত।।
আজি পোৱা FM অত খুনিলো গানটো । লগা লগ ইউটিউব অত search কৰিলো। বহুত ভাল লাগিছে কিবা গান টো।
ধুনীয়া গান❤❤
চিৰ সেউজী গিত । সুন্দৰ মিঠা সোৱাদ গিত । ধন্যবাদ।
Khunile khuni thkibo mn juwa gaan.. love it
Khunile nohoy xunile
Khunile nohoy xunile
No
Super,nice,beautiful except this i can't explai
সুন্দৰ.. প্ৰত্যেক বহাগত এই গীতটো শুনো...
Evergreen song. I heard this song before 33 years ago. Very nice.
Apunar mat2 etiyao bhout dhuniya hoi ase....bht val lage xuni...ey2 song2 mur favrt....
আগৰ গীতবোৰ শুনিলে শুনি থাকিবৰ মন যায় ❤❤💕
Amazing...song........
Bhut bhut Val Laga....
বহুত সুন্দৰ গীত
Val lage ☺️👍
So sweet voice, so rich in lyric, amazing 🙏🙏
এই গীতবোৰ কিমান ভাল পাও কবলে ভাষাই বিছাৰি নাপাও
my heart really beats fast after hearing this song❤️❤️❤️
শুনিও যেন হেপাহ নপলায়।
কৰবাত মন গুছি যায়, কি অপূৰ্ব,,
Xosai hridoy sui juwa geet aibur...
Eibur geet e notun xubax diye...
Dhuniya,lagila
Evergreen song for ever. One of my most favourite song. Old is Gold. 😘😘😘😘😘😘
Song,isolds,but
Aaita aru Kokae xorute gaai Xunaicl.. ei gaan tur lgt bohutu purona smriti khumai ase😢😢😢❤
বহুত দিনৰ মূৰত গানটো শুনি শৈশৱলৈ ঘুৰি গ'লো
Beautiful lagi jai❤❤❤
Salute to Bhupen da
বৰ সুন্দৰ গীত
Evergreen sng... So sweet.. 💞💞
Ever green song.
Unique creation
বহুত দিনৰ পাছত শুনিলো । ভাল লাগিল ।
বহুত ভাল লাগিল গান টো শুনি
হৃদয় স্পৰ্শ কৰা গীত ।
আমাৰ সময়ত যিবোৰ হে গান শুনি আছো, মইতো নতুন গান নুশুনোৱেই, এইবিলাক হে গান 💓💓💓
Sam tu u
Beautiful songs.......heart touching .
কি যে সুনদৰ গীত । শুনিলে শুনি থাকিবৰ মন যায় ।
বহুত ভাল লাগিল ৷ শিল্পী গৰাকীলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম ৷
,Bhabani Kalita
Bhabani Kalita EVER GREEN
good,,,,
@@narendralaldas8633 qa1
@@narendralaldas8633 aa
Danyabad Santa Ji.
xosakoi ...... bohut Val lagil xuni .....!!!
Sweet song, superb melody...
Bhut dhuniya geet bhupen hazarika deb r hiya jur pri jowa gan
I love you bhupen hazarika
I miss you bhupen hazarika deb
মোৰ শ্ৰদ্ধাৰ দেউতাৰ অতি প্ৰিয় গীত ।
Moi u aibor puroni git suni khub val pao pagolr dore moi kintu atiyar sowali jibor gan moi mor mar mukhot sorute sunisilu .maye aamak suwai suwai gaisil ru radiot sunisilu bohut sorute ❤❤❤❤
Purana geet bor khuni bar bhal lage thankyou
সময়ৰ কথা নাই যিকোনো সময়তে শুনিব পাৰি ।
সুন্দৰ গীত
Nice.This was my father's favourite song .
Mk I
ভাল লগাসুমধুকন্ঠৰ গীত
Really মোৰ এনেকুৱা পুৰনি গান বোৰ শুনি বৰ ভাল লাগে,,,
Eman mitha suwodi kontho, geetor kotha aru xur.. Ki je anupam. Old is gold...
সঁচা বহুত ভাল লগা গীত
Moi mor grandfather logot aji bohi thakute mor zubin daar pio boli korar pisot grandfather ai song tor khota kole ahi xonar pisot gom palo old is gold..🥀❤️
mitali baydor gan val lage.besi val lage ketiaaba mur nijake eman.ki emotional song.thank u baydo eman shundar gan guaar babe.
I remember my old pre-primary day's. Lovely song.
Lovely song. ..very. Nice👍❣️🤩🤩❣️❣️❣️
ভাল লাগিল 👍