O Senai, Nixa Naahe Toponi ( অ' চেনাই, নিশা নাহে টোপনি) - by Santa Uzir.
Вставка
- Опубліковано 19 гру 2018
- Assamese song of Santa Uzir. / Lyrics and Melody by Dhrubajoyti Phukan.
#people #portrait #outdoors #fashion #style #stylish #photooftheday #instagood #instafashion #party #cheerful #relaxation #fun #creativity #wear #music #bestsong #friendship
কি সুন্দৰ এটি গীত। এনেকুৱা গান বোৰ শুনিলে অতীত ঘূৰি অহা যেন লাগে।
যৌবনলৈ ঘুৰি গলো ৷
অন্তৰ চুই যোৱা কিমান যে সুন্দৰ গান
হয় বহুত ভাল লাগে
বহুত ভাল লগা গীত
শান্তা বাইদেউৰ চিৰ সেউজ গীত বোৰ সদায় শুনু। আগতে মঞ্চত গাই ফুৰিছিলো। অতুলনীয় অৱদান বাইদেউৰ।🎉🎉🎉🎉
এইটো গীত শুনিলে মই সচাকৈ পাগল হৈ যাও কি মোহিনী আছে তাত 👍👍👍👍
Sm 2 u mi khodai 2br koi khunua
Amazing👍
Seriously 😒❤❤
এইবিলাক গীত কেতিয়াও পুৰণি নহয় ❤ সদায় চিৰসেউজীয়া হৈ থাকিব 💕❤
Ajir dinotu ai geetbure monbur xuriya kori tule... Xunile xuni thakibor Mon jai♥️
A moja,. Jota nohoi arro🤣🤣🤣🤣🤣🤣 that,s my fabrat song🥰🥰🥰🥰😍😍
ইমান সুন্দৰ গীত লগতে আপোনাৰ কণ্ঠত দেহ-মন জুৰ পৰি যায়।
এটি অতিকৈ মৰমলগা আৰু চিৰযুগমীয়া গীত। যিমান শুনি মন নভৰে।❤❤❤❤
Happy Durga aru ata natun xopunhopun dekhise aai aai m s c
🥸
ভাল লাগি থাকক সদায়েই❤
শান্তা উজী বাইদেউৰ গীত শুনি বহুত ভাল লাগে৷
Heard touching song. Bhot vhl loga gaan. 05/10/2023.❤
ইমান সুন্দৰ গান যিমান শুনিলেও হেপাহ নপলায় । ২০২১ অক্টোবৰ ত শুনা কোন কোন আছা ???
2.4 M manuhei saise
2024 to xuni aaso
Oo senai mur eta priyo geet. Xunile mantu rokhabo nuaru
Ohh nice nice no comments Direct Love 💕
Ai gan2 sunile ...agor fanson burole monot more....sunile ...suni thakibor mon jai...
Oooooooooo Senai 😘😘😘imn dhuniya lage xuni,,,,,,,,❤️❤️❤️ জয় আই অসম ❤️
এই গীতটো কিমান যে শুনিছোঁ। শুনি থাকিবৰ মন যায়। কিবা যেন যাদু আছে। শান্তাউজীৰ বাইদেউক অশেক ধন্যবাদ
শান্তা উজীৰ বাইদেউৰ এটা চিৰসেউজ গীত। তেখেতৰ কন্ঠ চিৰ সজীৱ। আশীৰ দশকৰ শেষৰ ফালে আৰু নব্বৈৰ দশকৰ প্ৰথমভাগত যিসকল শিল্পীয়ে জনপ্ৰিয়তৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল তাৰ ভিতৰত তেখেত অন্যতম। তেখেতৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয়।গায়কী অতি উচ্চ মানদণ্ডৰ। তেখেতৰ লঘু শাস্ত্ৰীয় সংগীতৰ আধাৰত গোৱা গীতবোৰ হৃদয়স্পৰ্শী।সেইবোৰ শ্ৰোতাৰ অতি আদৰৰ।
Mojja bhut val laga oo
*Val lagil buhut dinor xunilu*
Mur onyo eta priyo gaan,,hodai ebarkoi holeu hunu 💞💞💕💕💕
ধুনীয়া।এইবিলাক গীত শুনিলে শুনি থাকিব মন যায়।❤
ঢোল পেঁপা গগনা বাজিছে চেনাইধন .... Wow line টো ইমান awesome.
Bhut vl lagil gaan 2
Heart touching song...old is gold 💕💕💕💕💕
উফ শান্তা উজীৰ বাইদেউৰ কণ্ঠ 🙏❤️ সুন্দৰ কণ্ঠত চিৰসেউজ সুন্দৰ গীত ❤️🥰
L
Nice song
Apuni🔥
Bahut vl lagil ganto xuni
আজি বহুদিনৰ পাছত গানটো শুনিলো, পুৰণি দিনৰ বিহুৰ কথা মনত পৰিল। Those days are never Forgatable...Pls God bring back my old days again.....
উফ...কি সুন্দৰ... সৰুতে ৰেডিঅত শুনিছিলো আমনি নালাগে💗💗💗
Aaio.. dehi..😅
Nika....nahe tuponi ture kotha vabi rati ujagori......super
অন্তৰ চুই যোৱা চিৰযুগমীয়া গীত
Rw
মোৰ মা বহুত ভাল পায় গীত টু মাৰ favourite গান এইটো আৰু মই ও বহুত ভাল পাওঁ গানটো ❣️❣️❣️
😂😂
Beautiful song
কি ধুনীয়া গিত .............
Evergreen
Heart touching Song❤️
সন্ধিয়া ৭ বজাত দেউতাৰ ১১০০ মডেল নকিয়া মবাইল টো লৈ FM ত ..এইবোৰ গান শুনিছিলো😊😊❤ old is gold.
😂
Q
👍
Majjjjjjjjjjja
Mu favourite
Nice good 👍👍
Still hear this song at 2021❤
এই বুৰ গান শুনি বিৰাট ভাল লাগে।❤
মনত নপৰিলে ও পৰিৱলৈ বাধ্যকৰায় দিয়ে ইমা হুুৱালা গান
Thrilling. Voi es. And. . melodies.......
আগতে ৰেডিঅ যেতিয়া আছিল তেতিয়া কল্পতৰুত শুনিছো এইবোৰ গান কিমান যে মজা লাগিছে তেতিয়া 😍😍😍
Hoi
O bhut monot pore desun
@f😂🙏🙏🎉😂🎉💆😂😂💇f😂 fd😂😂😂🤩♥️😜🟨💫😂🤦🟨🤦🤦😂🤦😃🤦😂🟦🤦😂😂🤦🤦😃🟦🤦🟨😂😂😂😊😂😄😊🎉😂🟦💫 rdazyboychannel9978
Um akou jodi ahil heten
@@crazyboychannel99785❤❤❤55555555
ৰেডিঅ শুনা দিনবোৰলৈ মনত পৰি গ'ল ❤❤❤
After 4yrs pasot gaantu Mont poril bohut val lagise gaantu xuni
I really miss old Assamese song
কি সুন্দৰ কন্ঠ যেন আকাশেও নাচিছে সুৰৰ তালে তালে । চিৰসেউজ গীত
tuloi mnt pore😰😰❤️❤️❤️❤️
Old is gold❤
সচাকৈ এই গীত শুনিলে আমাৰ অতিকৈ মৰমৰ বিহুটিলৈ মনত পৰি যায় দেই
নস্টালজিক
Hosa vhl lage
Bhor jouban moor
Then i was in class sex
ইমান জোচিলা অসমীয়া গীত আৰু নাইয়েই নেকি। সকলো দিশৰ পৰাই গীতটো পৰিপূৰ্ণ।
সুন্দৰ
বিহু ফাংচনৰ কথা মনত পৰে, ❤🧡💛
All time favourite superhit santa ujir baa aibore gan
What was the epic ...............can not belief .......such kind of romantic song with such distinctive simple music . It was simply great.
Aji Manu bihu .baidew r Gaan huni montu val logaisu.because gaon loi jabo pora nai. Nice song . Evergreen son.
অনুপম
সঁচাই বহুত ভাল লাগিল
অ চেনাই তলৈ মনত পৰে আৰু এই গীতটো প্ৰকাশ নমঃ দাস জিলা ধুবুৰী অসম চৰকাৰৰ দ্বাৰা বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হব লাগে আৰু লগতে অসমৰ মাননীয় শ্ৰীযুত হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াই এই বঁটা প্ৰদান অনুষ্ঠানিক ভাবে ৰাইজৰ মাজলৈ দি আমাৰ সংগীত প্ৰেমি ৰাইজৰ ধুবুৰী জিলাৰ অন্তৰ্গত এই চাপৰ প্ৰগতি ভবনত শিল্পী জনক আশিৰবদ দিবলৈ আশা বাদী form , শ্ৰী যুত হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰ । আপুনি আমালোকক যেনেকৈ এটা এটা আখৰ বুজাই কয় ঠিক তেনেকৈ এই গীতটো আমালোকৰ কলিজা ভিতোৰচৰা চুই গৈছে আপুনি ৰাইজৰ এই কামখিনি আপোনালোকৰ এই মহা গোটবন্ধন নে কৰিব লাগে বুলি ৰাইজে আশাবাদী অসম । ইতি, প্ৰকাশ নমঃ দাস জিলা ধুবুৰী পো, চাপৰ
গাঁও, গোবিন্দপুৰ ,পিন নং,783371ফোন নং6000814685
এই গীত টো শুনিলে এবাৰ হলেও চকুৰ পৰা চকু পানী ওলাই।
2012-15 masterpiece now memories 😢😢
Very nice song my like big singer miss and mr do you long life god bless you good assamese Family my sellout jay bhorout.
emn dhunia geet......
Ufbcgcvbxvhf
Nobo projonmo hoi o aji o moi ai geet xunu...ai geetor pagol ajio moi♥️♥️♥️santa ujir baideu apunak bohut val pau ru srodhya koru🙏♥️🙏
Old is gold..Evergreen song💚💚💚
Old is gold
Nostalgia ❤
Awesome👍👍 outstanding performance❤❤❤
Heart touching song
ব'হাগৰ মাদকতা ল'ব লাগিলে এই গীতবোৰ বিচাৰি বিচাৰি হ'লেও শুনিব লাগে❤
চিৰসেউজ গীত🌿
My fav song ever
👍
Nice .. Baideu
সঁচাকৈ অতুলনীয় অৱদান ❤️❤️
Beautiful songs ♥️♥️♥️♥️🤩🤩♥️♥️
Emn dhuniya geet. Sadai hunileo amani nalage.
I love this song......... ❤❤❤
Kiman mitha maat ❤️❤️❤️❤️🙏🙏🙏🙏🙏 ajikalir gan bur xobdobur o xuniboloi laz loga he hoi goi ase . Xeidinor gaan bur xosake bohut bhal asile. So sweet voice ❤️❤️🙏🙏🙏 radio ot kolpoturut bohut xunisilu. Really missed those days 😭
চিৰযুগমিয়া।
My feverish song
Evergreen Song❤
বহাগবিহুত funtion এইটো গান থাকিবই ❤❤❤
Heart touching...I love this song so much... and what a beautiful ❤️ voice, what a beautiful song, what a music....
সৰুথাকোতে ৰেডিঅত এই গানটো বজোৱাৰ লগে লগে ৰেডিঅৰ ভলিয়াম বাৰি যোৱা গান ,,ইমান ভাল লাগে এইগানটো কি কম Wonderful,,outstanding Song ❤️❤️
1
অ বৰ ভাল লাগে গান টো
My mom needs
Mom monitoring
Mom momma's
Mongolian
Mom mm mm mm mm mm
Man mm
Bfcinema
চিৰ সেউজ গীত❤️
Me bohut bohut febret moja geet nic
After minimum 6 yrs pist gaan tu mnt pril...bht val lagil
Bhut vl lga gaan❤❤❤
Awesome singing 👌👌 I like every song 🤗🤗🤗🤗
Bohut val lage gantu
Borhiya lagise eai gitti 🥰🥰❣️❣️❣️❣️❣️❣️😍💯💯
nice song 👍
Heart touch song
I love this song
love this song
সুন্দৰ কণ্ঠ
2021 t kune kune xunila gaan to . xunile like kora
Assamese gaan or bhitorot mur favourite eta gaan ❤❤
I like your voice ❤❤❤❤ Shanta songs are so beautiful 😍😍😍😍❤️