‘আছু’ সন্দৰ্ভত কি চিন্তা উৎপল শৰ্মাৰ?
Вставка
- Опубліковано 28 вер 2024
- আজি কাঠগড়াত উৎপল শৰ্মা
‘আছু’ সন্দৰ্ভত কি চিন্তা উৎপল শৰ্মাৰ?
শংকৰক উৎপলে প্ৰতিশোধ লৈ আঁতৰালে নেকি?
ক’ৰ পৰা টকা আহে ‘আছু’ নেতালৈ?
‘আছু’ত আছে নেকি ‘ল’ৰা ৰজা’?
‘আছু’ৱে চান্দা তোলেনে?
‘আছু’ৰ ভিতৰত কিমান ৰাজনীতি চলে?
বনজিৎ আৰু জবাৰ সৈতে
যি ক’ম সঁচা ক’ম
Quality n personality thoka mnh ..vlpao teok... utpal sarma i future t vl km krb ..eor dre mnh aasu t thoka2 bht dokar ase buli moi anubhav kro ..moi ejn swahidr poriyal lora hichabe.. samujjal kumar Bhattacharya ejn aasu r bhisma dre moi vbo
ভাল লাগিলে অনুষ্ঠানটো চাই।উৎপল দাৰ কথাবোৰ শুনি ভাল লাগে, তেখেত বৰ স্পষ্টবাদী
আছুক আস্থা পূৰ্ণ, শক্তিশালী কৰি ৰখাটো অসমীয়া, খিলঞ্জীয়াৰ বাবে প্ৰয়োজনীয়।সঙগঠনটোৰ প্ৰতি জাতীয়তাবাদী জনসাধাৰণৰ মৰম আছে,।
সঁচা কৈ কালিকা লগা সংগঠন।
Eeitu show r eta playlist bonabo sun nktv 1st episode pora
Sanda dhanda party.... Quality asa but manage kort ai jon bht bhl.... 2nd HsB is in progress
Michael lgt val hle val pod ahi ahi a jai
অলপ ধুলে
কাম নাই।
Dinot aasu ratit bjp
মুখা পিন্ধা নেতা। এইবোৰক অসমীয়ে একেবাৰেই এৰিব লাগে।
কথাবিলাক সুন্দৰকৈ কব জানে বাবেইটো আপুনি নেতা।।
আছুৰ পূৰ্বৰ গৰিমা আছে জানো ?
Khub val lagile
স্পষ্ট কথা
ত ই এটা ফাল্টু লিদাৰ
এইটোক ো নাচাওঁ
❤
😁😁😁😁😁😁
আছুৰ আজিৰ দিনত কোনো মূল্য নাই।