দীপলিনাৰে কি সম্পৰ্ক লুৰীণজ্যোতি গগৈৰ?

Поділитися
Вставка
  • Опубліковано 24 лис 2024

КОМЕНТАРІ • 379

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 місяці тому +238

    এগৰাকী অবিবাহিত আৰু সামাজিক ভাবে প্ৰতিষ্ঠিত মহিলাৰ বিষয়ে ৰাজহুৱা ভাবে অন্য এজন যুৱ ৰাজনীতিকক প্ৰশ্ন কৰা অনুচিত । ই সুষ্ঠ আৰু নীতিগত সাংবাদিকতাৰ পৰিপন্থী । ব্যক্তিগত অনুস্থান হ'লে বেলেগ কথা । এটা মাত্ৰ তৰল আৰু ব্যক্তিগত প্ৰশ্নই অনুস্থান টোৰ গম্ভীৰতা ম্লান কৰি পেলালে । বিভাগীয় সম্পাদকে চকু ৰখা দৰকাৰ ।

  • @NorenKardong
    @NorenKardong 2 місяці тому +93

    লুৰিনজ্যোতি গগৈ অসমৰ ভবিশ্যৎ অভিবাৱক হিচাপে আশা কৰিব পাৰি।

  • @benipegu2302
    @benipegu2302 2 місяці тому +48

    লুৰিণজ্যোতিৰ কথাত গুৰুত্ব দিয়া
    উচিত, আৰু অহা দিনত বিধায়ক
    বনাবলৈ ৰাইজ নাপাহৰিব। এনেকুৱা ব্যক্তি অসমৰ মানুহৰ অতি দৰকাৰ,❤❤❤

  • @PranabjyotiSaikia-ke1sr
    @PranabjyotiSaikia-ke1sr Місяць тому +9

    লুৰীণজোতি ককাইদেউ লগত আমি আছো ❤❤❤

  • @rijumonigogoi3659
    @rijumonigogoi3659 Місяць тому +2

    ভগৱানে তোমাক অসম আৰু অসমীয়া হৈ যূজিবলৈ শক্তি সাহস দিয়ক

  • @amritmixed515
    @amritmixed515 2 місяці тому +23

    লুৰিণজ্যোতি গগৈৰ স্পষ্ট কথাখিনি শুনি ভাল লাগিল 🙏

  • @dipikaphukan7387
    @dipikaphukan7387 2 місяці тому +23

    ধন্যবাদ,লুৰীণ‌ আৰু ‌নতুন‍ মঞ্চ "যি‌ কম সঁচা কম "

  • @LakhikantaPegu-u4x
    @LakhikantaPegu-u4x 2 місяці тому +18

    Lurinjyoti gogoi dangoriyar লগত সদায় আছো আৰু সদায় থাকিম

  • @phukanvlog1123
    @phukanvlog1123 2 місяці тому +39

    লুৰিন Jyoti গগৈ karena এটা like ❤

  • @firkulislam2154
    @firkulislam2154 2 місяці тому +10

    অসমত অখিল গগৈ আৰু লুৰিণজোতি গৈগৈ দৰে নেতা অসমত বহুত দৰকাৰ।

  • @rajadoley3921
    @rajadoley3921 2 місяці тому +30

    লুৰিণ দা লগত দীপলিনা মিলিব‌ । লুৰিণ দা ❤❤❤।

    • @Amiya-l7w
      @Amiya-l7w 2 місяці тому +1

      Yojer yoyer yobud yorud yojek yorek yoka munsun dung

    • @rajadoley3921
      @rajadoley3921 2 місяці тому

      Okkumno ed hopdong keridemne ' ekaidan ? Okolok yumralok onamen n ?

    • @Amiya-l7w
      @Amiya-l7w 2 місяці тому

      @@rajadoley3921 yotak n

  • @rebalien5207
    @rebalien5207 2 місяці тому +11

    মোৰ প্ৰিয় আৰু ষ্পষ্টবাদী, ধৰ্মনিৰপেক্ষ, এজন সৎ নেতা Lurinjyoti.

  • @NabinKachari
    @NabinKachari Місяць тому +1

    Lurinjyoty আমাৰ অতি মৰমৰ নেতা। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @IbrahimKhalil-y9x
    @IbrahimKhalil-y9x 2 місяці тому +18

    বহুত ভাল লাগিছে অনুষ্ঠান চাই

  • @SadanandaChamuah
    @SadanandaChamuah Місяць тому +1

    লুৰিণ জোতি ডাঙৰীয়া আপুনি আপোনাৰ স্হিতিত অতল থাকি ভবিষ্যত যাতে জাতীয়তাবাদী ধাৰাটো আগবঢ়াই লৈ যায় এইটোৱেই কামনা কৰোঁ। ভগৱানে আপোনাৰ সুমতি আনক।

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Місяць тому +1

    সুন্দৰ মন্তব্য আগবঢ়াইছে

  • @jahanarayasmin15
    @jahanarayasmin15 2 місяці тому +12

    লুৰিনদা সদায়েই প্ৰিয়৷

  • @eusufali1125
    @eusufali1125 Місяць тому +2

    লুৰিণজ্যোতি Da❤

  • @gabrielpegu
    @gabrielpegu 2 місяці тому +3

    লুৰিণজ্যোতি গগৈৰ সদায় স্পষ্ট কথা ।

  • @TridipDoley-ro3rr
    @TridipDoley-ro3rr 2 місяці тому +26

    সুন্দৰ অনুষ্ঠান আয়োজনৰ বাবে ভাল লাগিছে !

  • @jadumonithengal5510
    @jadumonithengal5510 2 місяці тому +27

    ভাল লাগিলে অনুষ্ঠানটো চাই❤

  • @RatulGogoi-t9o
    @RatulGogoi-t9o 2 місяці тому +2

    Lurinjyoti Gogoi Zindabad

  • @khetraburagohain2501
    @khetraburagohain2501 Місяць тому +1

    সছাকৈ লুৰিণ বোপা তুমি প্ৰকৃত জাতীয়তাবাদী। অসমীয়াই তোমাক এদিন ভাল আসনত ৰাখিব। তোমাৰ এসময়ৰ লগত থকা গাদাৰ বদমাচ কেইটাক সময়ে চিনাকি দিলে। চিন্তা কৰিব লগা নাই। Himanta. B. Sharma
    ও ১৯৯৬ হাৰিছিল। কামাখ্যা প্ৰসাদ তাছা ও বহুত বাৰ হাৰিছিল । বাজপেয়ী, ইন্দিৰা গান্ধী, তৰুণ গগৈ,পবন সিং ঘাটোৱাৰ ,অমীয় ভুঞা, সৰ্বানন্দ, শঙ্কৰ প্ৰসাদ ৰায়, ভূপেন হাজৰিকা, আদি বহু নেতা নিৰ্বাচনত পৰাজয় হৈছে। বুঢ়া ছাত্ৰ নেতা জন থকালৈকে আৰু বহুত লোকচান হ'ব অসমীয়া জাতিৰ। এদিন তাকো সময়েই সছা বুলি প্ৰমাণ কৰি দিব। বৰ্তমান অসমীয়াৰ জাতীয় সংগঠনৰ ওপৰত বিশ্বাস নাইকীয়া হৈ গৈ আছে।

  • @kanaktalukdar2847
    @kanaktalukdar2847 2 місяці тому +4

    অতি সুন্দৰ বক্তব্য ,বৰ ভাল লাগিল ।

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 2 місяці тому +6

    Lurin da সদাই স্পষ্ট কথা কয়

  • @PankajSaikia-nd1lv
    @PankajSaikia-nd1lv 2 місяці тому +7

    ভাল লাগিল লুৰীন দা

  • @hemantamalakar4127
    @hemantamalakar4127 2 місяці тому +3

    Lurinjyoti Gogoi is a good leader.

  • @EmoniBorah
    @EmoniBorah Місяць тому

    দীপলিনাৰ বিষয়ে কথাটো গা এৰাই মন্তব্য দিল।গম পোৱা গ'ল বাৰু, শুভেচ্ছা জনালোঁ 🙏

  • @rahulbaro1644
    @rahulbaro1644 2 місяці тому +3

    ❤❤❤Lurin da gyani byokti.
    Lurin dai jane j satro xonthat burha boyokholoi nathake❤❤

  • @monjurikagogoi1406
    @monjurikagogoi1406 2 місяці тому +1

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল 🎉

  • @nayangogoinayangogoi4750
    @nayangogoinayangogoi4750 Місяць тому

    ❤❤❤ সুন্দৰ

  • @mukutborah4081
    @mukutborah4081 Місяць тому

    ভাল লাগিল। স্পষ্ট কথা, সাহসী কতা পৰিচয়।

  • @bhargabdeka1774
    @bhargabdeka1774 2 місяці тому +2

    ভবিষ্যৎ ৰ এজন ভাল নেতা ❤❤❤

  • @TulikaboraKkp
    @TulikaboraKkp 2 місяці тому +18

    অনুষ্ঠানটো চাবৰ বাবে বহু আশাৰে বাট চাই আছিলোঁ বিশেষকৈ লুৰিণ অনুষ্ঠান বুলি কলে বেলেগ আকৰ্ষণ এটা থাকে ৷কিন্তু ইমান গুৰুত্ব পূৰ্ণ অনুষ্ঠান এটাত এটা তৰল প্ৰশ্নই যেন সুন্দৰ অনুষ্ঠানৰ জ্যোতি ম্লান পেলাই দিলে ৷আমি ভবো আনৰ ব্যক্তিগত বিষয় এটা ৰ ওপৰত ৰাজহুৱা প্ৰশ্ন কৰাটো উচিত নহয় কাৰণ দুয়োজন অবিবাহিত ৷

  • @mukulmon18
    @mukulmon18 2 місяці тому +36

    আমাৰ ভবিষ্যতৰ মুখ্যমন্ত্ৰী লুৰিনজ্যোতি গগৈ। এতিয়া নহলেও আহি থকা অনাগত দিনত তেওৰ গাত সেই গুন দেখা গৈছে

  • @tahimabegum5896
    @tahimabegum5896 2 місяці тому +3

    লুরিণ জ্যোতি গগৈ এজন অতি ভাল নেতা বুলি আমি বিশ্বাস করো।

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Місяць тому +1

    লুৰিনজ্যোতি গগৈ এগৰাকী দক্ষ সাহসী ব্যক্তি। কথাবিলাক স্পষ্ট।

  • @AnkanPuru
    @AnkanPuru 2 місяці тому +12

    Lurinjyoti gogoi good explation

  • @mamonidevi617
    @mamonidevi617 2 місяці тому +3

    Bohut bhal lagil

  • @BonteeHazarika
    @BonteeHazarika Місяць тому

    লুৰিণ ভাইটিৰ কথাবোৰ সচা আৰু স্পষ্টবাদী শুনি আমনি নেলাগে ❤

  • @pijushsharma8249
    @pijushsharma8249 Місяць тому

    Nice speech luren da

  • @mousumiphukon4160
    @mousumiphukon4160 2 місяці тому +1

    Hundor onusthan bhal lagil 🙏

  • @LAWRENCE-f5t
    @LAWRENCE-f5t Місяць тому

    স্পষ্টবাদী নেতা❤❤❤ আপোনাৰ লগত আছো ককাইদেউ❤❤❤👍👍

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Місяць тому +5

    লুৰিনজ্যোতি গগৈক এবাৰ দিছপুৰৰ গাদীত বহাই কাৰ্যপন্থা চাওঁক।🙏

  • @SatyajitSatyajitsaikia
    @SatyajitSatyajitsaikia 2 місяці тому +4

    Lurin dar sinta, kotha botorabur bohut vall

  • @kushalkalita7921
    @kushalkalita7921 2 місяці тому +12

    Lurinjyoti gogoi will become a good leader

  • @FunnyCornflowers-jj7fs
    @FunnyCornflowers-jj7fs 2 місяці тому +12

    Lurinjuty Gogoi zindabad

  • @Rahul-e2x7z
    @Rahul-e2x7z 2 місяці тому +15

    লুৰিণ ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আপোনী আপোনাৰ কামত আগুৱাই গৈই থাকক লুৰিণ ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ

  • @tonmoyborahsaikia2745
    @tonmoyborahsaikia2745 Місяць тому

    ধন্যবাদ লুৰীন আৰু নতুন মন্ঞ যি কম সছাঁ কম

  • @krishnagogoikg2162
    @krishnagogoikg2162 2 місяці тому +5

    প্ৰিয় ব্যক্তি ❤

  • @ishanthazarikaa3873
    @ishanthazarikaa3873 2 місяці тому

    বৰ ভাল পালোঁ

  • @satyamevajayate1274
    @satyamevajayate1274 Місяць тому +1

    অসমত যেতিয়া জাতীয়তাবাদ জগিব সেইদিনা অসমৰ মুখ্যমন্ত্ৰী হব লুৰিন জ্যোতি গগৈ।

  • @pratimsaikia3849
    @pratimsaikia3849 2 місяці тому +3

    Lurinjyoti Jindabad ❤❤❤

  • @assamesevauna3184
    @assamesevauna3184 Місяць тому

    Vl lgil ❤

  • @shamimahmedofficial5450
    @shamimahmedofficial5450 Місяць тому

    Very informative and analytical interview with a humble personality
    Respect 🙏

  • @merajulahmed9320
    @merajulahmed9320 2 місяці тому +6

    excellent lurin da

  • @lakheswarborah3046
    @lakheswarborah3046 2 місяці тому +1

    বিভিন্ন লোকৰ প্ৰশ্ন আৰু লুৰীণজ্যোতিৰ পুণপতিয়া উত্তৰ ভাল লাগিল । ধন্যবাদ জনালোঁ ।

  • @Mridu-hr4er
    @Mridu-hr4er 28 днів тому

    Lurin da you are great 👍

  • @jintuentertainment2017
    @jintuentertainment2017 Місяць тому +1

    এইজন মানুহৰ পৰা শিকিবলৈ বহুত আছে ।।

  • @jugalsarmah7925
    @jugalsarmah7925 Місяць тому +1

    কথা বৰ ধুনীয়া ৷ পিচে ভোটৰ লোভত নামাজ পঢ়াৰ ভাও দিয়া , বাঙালী ভাষাত পোষ্টাৰ ছপোৱা , ৰাহুল গান্ধী কংগ্ৰেছৰ পোকৰত ধৰা এইবোৰ কি জাতীয়তাবাদ ?

  • @bandanakonwar664
    @bandanakonwar664 2 місяці тому +5

    Bhal lagil❤❤❤

  • @dulaprava1122
    @dulaprava1122 Місяць тому +1

    এনে অনুষ্ঠানত একান্ত ব্যক্তিগত জীৱনৰ কথা সুধিব নালাগে বুলি ভাবোঁ।

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 2 місяці тому +8

    Val manuh❤❤❤

  • @ajubhai2131
    @ajubhai2131 Місяць тому +1

    প্ৰত্যেক জন ব্যক্তিয়েই এই ধৰিত্ৰীলৈ অতিথি হৈ আহে আদৰ্শৰ গৰাকী হৈ । সঁচাকৈয়ে লুৰীণজ্যোতি দেৱে এই ক্ষেত্ৰত ঠিকেই মন্তব্য আগবঢ়ায়ছে।

  • @shyamalgogoi1672
    @shyamalgogoi1672 2 місяці тому +3

    Val lagil saii

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 місяці тому +3

    ভাল লাগিল আগ বাঢ়ি যাওঁক হাহক আছে

  • @gitanjalisarmah9482
    @gitanjalisarmah9482 2 місяці тому +2

    Bhal lagil sai.

  • @MahabirPrasadAgarwal-f3t
    @MahabirPrasadAgarwal-f3t Місяць тому +1

    যদিও ৰাজনৈতিকভাৱে হাৰিছে কিন্তু সামাজিক নেতৃত্বত যোগ্য ‌ আছে।

    • @pareshdas4685
      @pareshdas4685 Місяць тому

      এজন ভাল ব্যক্তি।

  • @shriarchana8844
    @shriarchana8844 2 місяці тому +1

    লুৰিনজোতি গগৈ জিন্দাবাদ

  • @MILIASSAM
    @MILIASSAM 2 місяці тому +4

    নতুন প্ৰয়াস ভাল লাগিছে। চাৰ, বাইদেউ ৰ সাজ পোচাক যোৰ অসমীয়াৰ পাৰস্পৰ্য্য সাজ পোচাক হলে আৰু ভাল লাগিব।

  • @nikugohain4408
    @nikugohain4408 2 місяці тому +1

    এদিন সফলতাই নিশ্চয় লগ দিব, হাৰ নামানিব দাদা সকলোৰে সময় আহে প্ৰাথমিক পৰ্যায়ত ভেটি মজবুত কৰক লগত আছোঁ,

  • @JagdishSharmah
    @JagdishSharmah 2 місяці тому +5

    এইবাৰ আপ কি আদালত নামৰ হিন্দী শ্ব' টোৰ নকল মাৰিবলে লাগিলি হপায়। হেৰ' তহঁতি নিজৰ মগজেৰে নতুন কাম এভাগ কৰিব নোৱাৰ নে

  • @bantidas2403
    @bantidas2403 2 місяці тому +5

    ৰাইজে শুণক মই মোৰ ক্ষেত্ৰত এৰিলোও এখেতক মই বেয়া নাপাওঁ কিন্তু ম ই একোও নকাও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয়তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ

    • @munindrabaruah9597
      @munindrabaruah9597 2 місяці тому

      লুৰিন জোতি গগৈ জাতীয় নায়ক

    • @munindrabaruah9597
      @munindrabaruah9597 2 місяці тому

      লুৰিন জোতি গগৈ জাতীয় নায়ক

  • @bantidas2403
    @bantidas2403 Місяць тому

    লোভৰ ক্ষেত্ৰত লোভ লোভে পাপ পাপে মৃত্যু হয় কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় আই অসম কৃষ্ণ

  • @rajengogoi193
    @rajengogoi193 Місяць тому

    Good L Gogoi. Congresolation

  • @ujjalkonwar2859
    @ujjalkonwar2859 Місяць тому +1

    বিজেপিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী জনেই প্ৰধান কংগ্ৰেছী নহয় নে বাইদেউ ।

  • @AnjaliBrahma554
    @AnjaliBrahma554 2 місяці тому +1

    Lorinjyoti is a good person and good man

  • @deuharidad1081
    @deuharidad1081 Місяць тому +1

    লেকচাৰ দিব পৰা যায় কিন্তু লুৰিণ দল বাগৰা এজন লোক। তেওঁ অসমৰ একো কৰিব নোৱাৰে। যি মুলা বাঢ়ে দুপাততে চিন।

  • @kailaishray6001
    @kailaishray6001 Місяць тому

    Val lagil kotha bilak lurin da

  • @NKMedia-d6k
    @NKMedia-d6k 2 місяці тому +26

    ৰজত শৰ্মাৰ দশকজুৰি চলি থকা অনুষ্ঠান “আপ কি আদালত”ৰ ফটোষ্টেত কপি

    • @ashinikumargogoi
      @ashinikumargogoi 2 місяці тому +5

      নকল কেৱল, কি চিনেমা, কি সাংবাদিকতা😅

    • @jadavsaikia5419
      @jadavsaikia5419 2 місяці тому +1

      😂😂😂😂

  • @himangsumasrong3945
    @himangsumasrong3945 2 місяці тому +1

    Lurinjyoti gogoi ❤❤

  • @tapandeka196
    @tapandeka196 2 місяці тому +7

    Perfact Maan Herro

  • @kamaldas2446
    @kamaldas2446 2 місяці тому +3

    A good political actor

  • @bantidas2403
    @bantidas2403 2 місяці тому +1

    এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত সকলোও ক্ষেত্ৰত সকলোও কৰ্ম ধৰ্ম ক্ষেত্ৰত ভোটৰ ক্ষেত্ৰত ভোটৰ স্বাৰ্থত কথা কয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয়তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @manashpratimdutta2923
    @manashpratimdutta2923 2 місяці тому +1

    Great presentation..... proud of this man

  • @rajumonisharma1639
    @rajumonisharma1639 Місяць тому

    দীপলীনাৰ লগত সম্পৰ্ক কি সেইবিষয়ে প্ৰশ্ন কৰিব নালাগিছিল কাৰণ তেওঁৰ এগৰাকী বাগদত্তা আছে আমি তেওঁক ভালদৰে জানো। এবাৰ তেওঁ বিহুকুঁৱৰী খিতাপো পাইছিল গতিকে এইবোৰ শুনি সেই ছোৱালী জনীৰ কি অৱস্থা হব পাৰে সেইটো চিন্তনীয় বিষয়!

  • @sumandeka9812
    @sumandeka9812 2 місяці тому +5

    Lurinjyoti gogoi r joi adin nissito❤😊..

  • @kanakbijoyboruah6804
    @kanakbijoyboruah6804 2 місяці тому +1

    Bhut val manu hoi

  • @MonujKonwar-h7s
    @MonujKonwar-h7s Місяць тому +1

    অসম আন্দোলনে অসমৰ একো পৰিৰ্বতন কৰিব নোৱাৰিলে । ছহিদ পৰিয়ালবোৰে আজিও হয়টো কান্দে ।

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik 2 місяці тому +1

    সুন্দৰ

  • @dipjyotidas7752
    @dipjyotidas7752 2 місяці тому +1

    ওৰেটো জীৱন জাতীয়তাবাদৰ কথা কৈ,কংগ্ৰেছ দলৰ লগত মিলি নিৰ্বাচন খেলাটো হাস্যকৰ।

  • @jugalborah4465
    @jugalborah4465 2 місяці тому +19

    ইয়াত ইমান কেইটা অসমৰ গুৰুত্ব পূৰ্ণ কথা আলোচনা কৰিচে আৰু তহঁতে Title তো দিছ কি ? এনেই তহঁতে 180 ভিতৰত 159 স্থানত নাই

  • @kabitacreation8150
    @kabitacreation8150 2 місяці тому +2

    পিছফালে স্বাধীনতা সংগ্ৰামী ফটো আঁৰি থামনেইলত দিপলিনা লগত সম্বন্ধ কি ? কি বুজাইছে মানে?

  • @AKFAREALESTATE
    @AKFAREALESTATE 2 місяці тому +2

    CM bohuai enke question krok bujise kinki Devlopment, kimn industries, job ,bos2 dam etc

  • @srimanhazarika2838
    @srimanhazarika2838 2 місяці тому +2

    এইটো এটা নিৰ্বাচনী এজেণ্ডা হব পাৰে নেকী? BJP য়ে হে অসমৰ সুৰক্ষা বাবে কাম কৰিছে।অসম আন্দোলনৰ সময়ত লোৰিন জ্যোতি এজন সৰু লৰা।তেওঁ আন্দোলনটোৰ বিষয়ে অনুভৱ কৰিব পাৰে, কিন্তু হৈ সময়ত কংগ্ৰেছৰ যি ভূমিকা তাক তেওঁ নাজানে যি ৰাজনৈতিক পাৰ্টিয়ে অসমৰ ৮৫৫ জন ডেকাক গুলিয়াই হত্যা কৰিলে। যি ৰাজনৈতিক দলে,নিৰ্বাচিত ছাত্ৰ সন্থাৰ জন্ম দি সদৌ অসম ছাত্ৰ সন্থাক দুভাগ কৰিলে,আলফাক দুভাগ কৰিলে তেনে এটা ৰাজনৈতিক দলৰ বুকুচা ত উঠি মাত্ৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ৰাজনীতি দলৰ জন্ম দিলে। ছাত্ৰ সন্থাতে গণতন্ত্ৰ নাই বুলি তেওঁ নিজ মুখেৰেই (ছাত্ৰ সন্থাৰ নিৰ্বাচন) প্ৰকাশ কৰিলে,গতিকে তেওঁক ভৱিষ্যতে নেতা হিচাবে অসম বাখিয়ে গ্ৰহণ নকৰে। নেতা হিচাবে তেওঁ ভাল ,কিন্তু তেওঁ কংগ্ৰেছৰ বুকুচাত উঠি আদৰ্শ শেষ কৰি দিলে।

  • @mukundamahanta7553
    @mukundamahanta7553 2 місяці тому

    ক্ষমতা নোপোৱালৈকে‌সকলো ঠিক‌থাকে‌পিচত সকলো পাহৰে বহুত‌দেখিলো

  • @ShantanaRajkhowa
    @ShantanaRajkhowa 2 місяці тому +1

    Bor hundor kontho 👍❤🙏🙏

  • @monuranjanpegu7843
    @monuranjanpegu7843 2 місяці тому

    কিয় প্ৰয়োজন লুৰিণজ্যোতি আৰু দীপলিনাৰ সম্পৰ্ক।

  • @DibakorKaman-q6s
    @DibakorKaman-q6s 2 місяці тому +2

    Haxyatkarti khuwb bhal lagil, jihetu Lurinjyoti Gogoi ajon spostobadi neta. ___D.Kaman

  • @Anirudhasonowal
    @Anirudhasonowal 2 місяці тому

    ❤❤❤❤❤Lorin daaa