I was on sleeping mood and got up on bed when this video rang up me automatically. Thanks God..Very much useful video.Expecing to get more like Utpal Sarma,President,AASU.
Dear Utpal Kokaideo, you are the next PITAMAH (Dr Samujjal Bhattacharya) for AASU and Assam. AASU and Assam need you. We are the follower of you for a prosperous Assam.
Val lagil, matra kotha hol onagota dinat kiman kam koribo paribo tar proti aamar dire bohotare sagoi koutahal thakibo. Karon ji kunu kua aru kora nijor ghar khanate axubidh thake. So, wait and see 🙏
Utpal da k ketiao lg powa ni ba lgo nepao kin2 tothapitu dada jnk vlpao teor kotha bor r krne sat cinta vabanar babe aru etc etc reason r babeo ...❤❤❤❤❤.. moi ejn swahid priyalr santan hoi ejn .. Dada r dre mnh AASU t thoka2 bht prayojon ase buli moi vbo
কথোপকথন খিনি বৰ সুন্দৰ হৈছে আৰু উচ্চমান্দৰ হৈছে এখেত ভবিষ্যত নিশ্চয় এজন প্ৰকৃত দেশ হিতৈষী লোক হব বুলি অনুমান হয়। দুয়ো জনলৈকে ধন্যবাদ জনালো।
তেওঁৰ কথাত স্পষ্টবাদীতা আৰু বলিষ্ঠ তথা যুক্তিসংগত দিশ প্ৰতিফলিত হয়।কথাবোৰ ইমান মাৰ্জিত,শুনিলে আমনি নালাগে,আশাকৰো তেওঁ এজন আপোচ বিহীন,সাহসী যুদ্ধা হৈ অসম আৰু অসমীয়াৰ বাবে কাম কৰি যাওঁক।এই আপাঁহতে চক্ৰপাণি পৰাশৰ ডাঙৰীয়াকো ধন্যবাদ জনালো,ইমান ধুনিয়া এটি অনুষ্ঠান সংগত কৰাৰ বাবে🙏
বহুত সুন্দৰ অনুস্থান। ইমান উন্নত আৰু শুদ্ধ অসমীয়া কথা -বাৰ্তা আজি প্ৰথম শুনিলো। বাৰ্তালাপ সদায় চাওঁ।
বৰ সুন্দৰ হৈছে। সভাপতি গৰাকীৰ উত্তৰ সমুহ সকলোৰে বাবে গ্ৰহণ যোগ্য হ'ব নিশ্চয়!
খুউব সুন্দৰ কথোপকথন।ভাল লাগিল উৎপল শৰ্মাৰ স্পষ্ট মতামত তথা বাকপতুতা শুনি।
ভাল লাগিছে উৎপল শৰ্মাৰ কথাবোৰ ৷ ইমান সুন্দৰকে কথাবোৰ
ব্যয়াকা কৰিব পাৰিছে ৷
ভাল লাগিল উৎপল শমাৰ কথাবোৰ বহুত ভাল লাগে৷
সবল কন্ঠ
বহু দিনৰ মূৰত আছুত এনে এজন নেতা দেখিবলৈ পাই বহুত ভাল লাগিছে
ইমান বেছি ভাল লাগিল আজিৰ এই অনুষ্ঠানটো।
উৎপল শৰ্মা সচাঁই খুউব প্ৰিয়।
লগেত চস্ক্রপানী তোমাকো বৰ ভাল লাগে।
দুইজনলৈ বহুত মৰম আৰ্শীবাদ থাকিল থাকিল 😘❤️
এই বাৰ্তালাপৰ জৰিয়তে বহুত নজনা কথা জানি,মোৰ লগতে যি সকলে এই বাৰ্তালাপ সম্পূৰ্ণকৈ চালে, তেওঁলোকেও জানিব বা উপকৃত হব। বাক পটো সন্মানীয় উৎপল শৰ্মা ডাঙৰীয়াৰ কথাবোৰে মোক বাৰুকৈয়ে আকৃষ্ট কৰিলে। এনেধৰণৰ কথোপ কথন পৰৱৰ্তী সময়ত আৰু আশা কৰিলোঁ।এনে এটা সুন্দৰ অনুষ্ঠান ৰাইজক উপহাৰ দিয়াৰ বাবে চক্ৰপানী পৰাশৰ দেৱলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ❤
দুয়োজনলৈ অন্তৰৰ গভীৰতম কোণৰ পৰা মৰম দিলো❤❤❤
জয় আই অসম
সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ
ABVP long live 🚩
এটি সুন্দৰ বাৰ্তালাপ উপভোগ কৰিলো ,দুয়োলৈকে আন্তৰিক অভিনন্দন থাকিল ধন্যবাদ
Akw ebar lg pam utpol Sarmaaa dadak .... আপোনাৰ কণ্ঠই সকলোকে মোহিত কৰে ।❤️
তেখেতৰ শব্দকেইটা শুনিবলৈ চাইছো চক্ৰ দা❤
I was on sleeping mood and got up on bed when this video rang up me automatically. Thanks God..Very much useful video.Expecing to get more like Utpal Sarma,President,AASU.
বৰ সুন্দৰ কথোপকথন।প্ৰকাশভংগী সুন্দৰ
উৎপল দাৰ কথা শুনি সঁচা ভাল লাগিল
গঠনাত্মক
অতি সুন্দৰ ।
উৎপল শর্মা দাৰ কথাবোৰ খুবেই প্রিয়
Dear Utpal Kokaideo, you are the next PITAMAH (Dr Samujjal Bhattacharya) for AASU and Assam. AASU and Assam need you. We are the follower of you for a prosperous Assam.
Bohut val lagil onustanti
অতি ভাল লাগিল অনুষ্ঠানটো চাই
বিধায়ক আবাসৰ ঘৰকেইটাতকৈ বিশ্ববিদ্যালয়ৰ শিক্ষকৰ কোৱাৰ্টাৰকেইটা বেছি প্ৰিয়❤👍
বৰ সুন্দৰ। বহুত ভাল লাগিল।
বৰ ভাল লাগে দাদা জনক। সুন্দৰ কথোপকথন ❤
অসমীয়া মানুহে হয়তু অদৰকাৰী কথাত বিতৰ্ক কৰি ভাল পায়। ৰাইজক অনুৰোধ জনালোঁ অদৰকাৰী কথা বাদ দি জাতিটোক ৰক্ষা কৰিব চেষ্টা কৰক। Supreme Court এ নাগৰিকৰ ভিত্তি বছৰ ১৯৭১ কৰাটো আইন সংগত বুলি কোৱাটো দুৰ্ভাগ্য জনক। অসমত অসম চুক্তি বাতিল কৰিবই লাগিব নহলে অসম হয়তো নাবছে। নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ কৰিবই লাগিব। এতিয়া যি খিনি লৰা ছোৱালীৰ বয়স ৪০ বছৰৰ তলত তেওঁলোকৰ জীৱনত সংঘাতিক সংকট নামি আহিব।
বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসমক বচাব নোৱাৰে। অসমত হয়তো অসমীয়া মানুহৰ জনসংখ্যা ৪০% আৰু বাংলাদেশী আৰু বাঙালী মানুহৰ জনসংখ্যা ৬০%। অলপ দিন পাছত যিহেতু অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত কমিছে, গতিকে অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা ৮০% হব। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কোনো কামত নাহে। লগতে অসমীয়া মানুহে প্ৰতি পল প্ৰতি অনুপল নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব লাগিব। ধৰক অসমীয়া মানুহে মাটি এডোখৰ কিনিব গৈছে, নিৰ্বাচন খেলিব গৈছে তেতিয়া নিজকে ১৯৫১ চনৰ আগৰ বুলি প্ৰতিটো Generation এ হয়তো প্ৰমাণ কৰিব লাগিব। লগতে বাংলাদেশী মূলৰ মানুহে কিবা বুদ্ধি কৰি তাৰ বাট ওলাই লব। এটা সময় আহিব ৫০ বছৰ ১০০ বছৰ ১৫০ বছৰ পিছত অসমীয়া লৰা ছোৱালীয়ে নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব documents (১৯৫১) ৰ অভাৱত। আৰু যেতিয়া আগলৈ যদি চৰকাৰ সলনি হয়, আৰু Fake Secular দল যদি চৰকাৰত আহে তেতিয়া নিয়ম সলাই দিব বাংলাদেশী মূলৰ মানুহৰ স্বাৰ্থত।
Crime কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আপোনালোকে RTI কৰি ওলাই চাওক প্ৰতিখন জেল, পুলিচ থানা আদিত এচাম বিশেষ লোকৰ আধিপত্য আছে। ড্ৰাগছ ৰ বেপাৰ, চোৰ, ডকাইত, চোৰাং চিকাৰী, চোৰাং কাঠৰ বেপাৰী, ধৰ্ষণ কাৰী আদি। বাংলাদেশত হিন্দু মানুহক গছত, ৰেলিংত বান্ধি অত্যাচাৰ কৰিছে। কোনোবা আন্তজাৰ্তিক মানৱতা সংগঠনে, আন্তজাৰ্তিক মিডিয়া আদিয়ে মাত মতিছে জানো? বাঙালী মানুহৰ জনসংখ্যা অসমীয়া মানুহত কৈ বহুত বেছি তথাপিও কোনেও গুৰুত্ব দিয়া নাই। গতিকে অসমীয়া মানুহ বিপদত পৰিলে কোনেও সহায় কৰিব আগবাঢ়ি নাহে।
ডুবাই UAE ত লোকেল মানুহ মাত্ৰ ১১% বাকী সকলো বিদেশী। কিন্তু তাতে কেতিয়াও নাগৰিকত্ব নিদিয়ে, Work Permit হে দিয়ে। তাতে নিৰ্বাচন নহয় গতিকে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু অসমত নিৰ্বাচন হয়। গতিকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহব যদিহে নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নকৰে? কমিটিয়ে কৈছে নিৰ্বাচনত কিছু আসন সংৰক্ষণ কৰিব অসমীয়া মানুহৰ বাবে কিন্তু যেতিয়া ৮০% ভোটাৰ বাংলাদেশী মূলৰ হব লগতে তেতিয়া এই আসন সংৰক্ষণ কৰা কাৰ্য্যৰ পৰা একো লাভ নহয় practically। মনত ৰাখিব অসমত বাংলাদেশী মানুহ অসমীয়া আৰু ভাৰতীয় ৰাজনৈতিক নেতা কিছুমানে সংস্থাপন কৰিবলৈ হয়তো সুবিধা কৰি দিছিল। তেওঁলোকৰ বাবে অসম ডাঙৰ নহয়, তেওঁলোকৰ কাৰণে গান্ধীজীৰ ছবি থকা কাগজহে বেছি ডাঙৰ আছিল চাগে। যোৰ পুৰি হাত পালে এতিয়া হাতো জলি আছে থাতপিও অসমীয়া মানুহে কিয় সাৰ পোৱা নাই?
আমি আগতেও ৰাইজক কিছুমান কথাত সজাগ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু ৰাইজে গুৰুত্ব নিদিয়ে চাগে। কিন্তু এইটো জীৱন আৰু মৰণৰ বিষয়। অসমীয়া জাতি শেষ হৈ যাব পাৰে।
Please analyze and Share.
ভয়ংকৰ ভৱিষ্যতৰ কথা ভাৱি বৰ ভয় লাগে অ' বন্ধু , কিন্তু আমাৰ মানুহে কথাবোৰ বুজি উঠি বই পৰা নাই।
Bihari, maruari kothabur nokolei hihot besi utpat Tinisukiat 😢😢 aru ki kom😢
Thank you utapul sarima Jay ai axom ❤😊
আমাৰ সাহস, প্ৰৰণা, অভিমান হৈছে উৎপল শৰ্মা♥️✊
Balor kla , dhurondor eitu , sorojontro kri shankar da k uliai etya nije fuli thake
স্পষ্ট বলিষ্ঠ কণ্ঠ, বৰ ভাল লাগিল দেই কথাখিনি। ধৰাহওক বুলি এংকৰে সোধাত প্ৰশ্নটোৰ উত্তৰ বৰ ধুনীয়াকৈ মুখনি মাৰি দিলে।
বহুত ধুনীয়া কথা কয় আপুনি
কোব ভাল লাগিল অনুষ্ঠানটো ছাই।
Bhal lagil anekua baocut d thakibo
Upal dar kotha bur bohut val laga mur ❤
বহুত দিনৰ পৰা এটা সুন্দৰ podcast আশা কৰিছিলো। আজি পালো।।
বৰ ভাল লাগিল।
বহুত বহুত ভাল লাগিল
তেওঁৰ কথাশৈলী বহুত ভাল লাগে ❤
বৰ ভাল লাগিল দাদা
সদায় প্ৰিয় ❤
Val lagil dada
সঁচাকৈয়ে ভালকৈ কথা কোৱাটোও এটা কলা, ইমান ৰসাল কথা
জয় আই অসম ♥️
সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ।
জয় আই অসম ✊
Jai ai akhom ❤
Utpal dar kotha bur bohut vl laga❤ his personality is soo good 😊 fit for AASU
Utpal dangoriyar montobya hunee aapluto holu .Ohekh dhanyavaad ."Joy Aai Ahom".
Utpal Da always ❤ favorite
Bhut val lagil sai njona kotha alp khikilo bhut val val kotha koise ❤
জয় আই অসম ❤
আছু হৈছে অসমৰ এক license থকা দিন ডকাইত।
দুই গৰাকীয়ে প্ৰিয় ব্যক্তি..... নিজৰ নিজৰ চিন্তাধাৰা বোৰ ভাল লাগে
Mon sui juwa podcast..... best of luck both of you ❤
মোৰ ভাল লগা মানুহ দুজন❤❤
সচাঁকৈ বহুত চিন্তাত পেলাই আমাৰ অসমতে কিছু কিছু ঠাইত অসমীয়া ৰ সংখ্যা কমি যোৱাটো, বতমান সময়ৰ আটাইতকৈ চিন্তনীয় বিষয় এইটো।
উৎপল শৰ্মাৰ কথাখিনি উচ্চ মানদণ্ডৰ হোৱাৰ বাহিৰেও তেখেতৰ কথাত প্ৰয়াত দেবেন দত্ত ছাৰৰ কথাৰ লগত সাংঘাটিক মিল আছে। সমগ্ৰ পদ্কাষ্টতোৰ মাজত এটাও ইংৰাজী শব্দৰ প্ৰয়োগ কৰা নাই। যদিও কৰিছে তাৰ বিকল্প অসমীয়া শব্দ নাই।
সুন্দৰ কণ্ঠ
এখেত মোৰ অসমৰ ভিতৰত প্ৰিয় মানুহ❤
কথোপকথন খিনি বৰ ভাল লাগিল।
Val lagil, matra kotha hol onagota dinat kiman kam koribo paribo tar proti aamar dire bohotare sagoi koutahal thakibo. Karon ji kunu kua aru kora nijor ghar khanate axubidh thake. So, wait and see 🙏
Utpal da thank you for your positive speech.
জয় আই অসম
CM ৰপত চাব মন আছে আপোনাক।❤
শংকৰজোতি বৰুৱা ডাঙৰীয়াক এদিন নিমন্ত্ৰণ জনাব চোন
Very Humble + Diplomatic = Utpal sharma🗿🗿
বৰ ভাল লাগিল
Val lagil sir apunalok duyujonoke
Great conversation 💝
Bhot hundor kotha koise...?val lgil xuni ...?jaii aii axom
Last r questions keita 🔥🔥
চক্ৰপানি দাই উৎপল দালৈ যিবোৰ প্ৰশ্ন কৰিলে বৰ ভাল লাগিল।
কথা শৈলী বোৰ ভাল লাগে ❤
বৰ ভাল লাগে উৎপলদাৰ কথা👌🙏
Utpal da k ketiao lg powa ni ba lgo nepao kin2 tothapitu dada jnk vlpao teor kotha bor r krne sat cinta vabanar babe aru etc etc reason r babeo ...❤❤❤❤❤.. moi ejn swahid priyalr santan hoi ejn .. Dada r dre mnh AASU t thoka2 bht prayojon ase buli moi vbo
জয় আই অসম ❤
Perfect, Valuable Podcast ❤
Bhal lagil atiar Asu netar lagat aponar bartalap sai
জয় আই অসম ✊✊
আছুৰনেতা গৰাকীৰ কথোপকথন শুনি লাভবান হলো। আশা ৰাখিছো তেখেতে অসমৰ হৈ কিছুমান কাম কৰিব
ভাল লাগিল।
এখেতৰ কথাবোৰ ❤️
সুন্দৰ অনুষ্ঠান হৈছে। কিন্তু মোৰ এটাই অনুভৱ একেৰাহে এঘন্টা চোৱাটো সম্ভৱ নহয়। কাৰণ আজি কালি সময়ৰ নাটনি।এইকাৰণে তুমি অনুষ্ঠানতো দুভাগ কৰিলে বেছি ভাল হব। কাৰণ তোমাৰ অনুষ্ঠান চাই বহুত ভাল লাগে।
উৎপল শৰ্মা মোৰ সৰ্বকালৰ প্ৰিয় ছাত্ৰ নেতা।
❤❤❤❤ মজা
Love you utpal daa from morigaon ❤❤
জয় আই অসম ✊
মোৰ প্ৰিয় ছাত্ৰ নেতা❤❤
❤✊
ASSU jindabad ❤
I Love u Utpal as a mother.
জয় আই অসম
❤
উৎপল শৰ্মা দাদা🤍
বৰ ভাল লাগিল গোটেই podcast টো । ধন্যবাদ দাদা।
Future politician
Utpal sarma ajon khub val manuh....jate apuni rajnitit vorindile o jate AJP t jogdan diye....
মাৰ্জিত পৰিৱেশত হোৱা আলোচনা সদায়ে আদৰণীয়
Very nice.
✊✊