Zubeen da apunak eta onurudh koru apuni ane eta studio bonai jate amar nisina notun projonmor lora suwali gan guwar issa thoka xokole bina poisat ba kom poisat gan gabo pare plzzz amar nisina lora suwalir babe bohut kosto hoi karon gan eta bonabo gole jothesto poisar proyujon hoi ..kheibabe kisumane gan bonayu gaboloi oxyom hoi ...eye apunar osorot xoru onurudh 🙏🏻🙏🏻# zubeen garg
Meny2 happy returns Of the day Zubeen da. Were Needs your Long Lives Zubeen da. Your all dream's Come.true. May God bless you always. So best Of Luck Zubeen da.
Happy 🎉🎉 Birthday 🎈🎂 Zubeen Da,hodai kukhole Thakok.
হে মহান ব্যক্তিজন ।হিয়াৰ আমঠু জন।কুশলে থাকা সদায়।
জুৱিন দা সচাঁ- ই ভগৱানে আপোনাক চিৰজীৱি কৰি তুলক......🎉🎉🎉🎉🎉🎉🎉🎉🎉❤......
Jubin da your live long and fast . Keteyba khomoy paley abar monot koreba Hirakjyoti basumutarey. Ghuati hicotot busumutarey sms deba
জুবিনদা অসমৰ সূৰ্য সদায় অসমক উজ্জলাই ৰাখিব
তই সদাই আমাৰ মাজত থাকি যাচোন ককাই ❤️🥺🥺 তোৰ অবিহনে চোন ভাবিবই নোৱাৰি 😫 বহুত বেছি ভাল পাওঁ ও তোক ককাই ❤️❤️🥺
Jubida hkodai vale thakok apuni dukhia manuhok khohai korise apunak allaikhohai korib apunar jonmo dinot duwa thakil .apunak log pabor bor mon jai.
ভাৰতৰ মহান ব্যক্তি সকলৰ শাৰীত থকা জুবিন দা ও এজন প্ৰকৃত ভাল মহান মানু্হ/ব্যক্তি 💖💖💖💖
জুবিন দা বুঢ়া হোৱাটো বা অসুস্থ হৈ হস্পিতালত থকাটো আমি সহ্য কৰিব নোৱাৰোঁ.. চকুত চকু পানী ওলাই যাই জুবিন দাক তেনেকুৱা অৱস্থাত দেখিলে.. গতিকে মই আল্লাহৰ ওচৰত দোৱা কৰিছো আল্লাহে যাতে আমাৰ জুবিন দাক সদাই সুস্থ ৰাখি আমাক নতুন নতুন যিকোনো ভাল কামৰ উপহাৰ দিবলৈ যাতে শক্তি দিয়ে আৰু জুবিন দাৰ আয়ুস যাতে ১০০ বছৰ+ জীয়াই ৰাখে 😥😥🤲
Thanks 🙂😊🙂
0:00 😊
Zubeen Da hosakoiye manuhor rupot vogoban hoi ❤️❤️😘😘 May god bless you zubeen da 😘😘😘
May God bless you nohobo Niki dada mur mote ,,,,May you bless us ❤
জুবিন দা যত উপস্থিত হয় তাতে অনুষ্ঠানৰ সৃষ্টি হয়..
সময়ে ক’ব
সময় নৰ’ৱ
জুবিন সময়োপযোগী হৈ থাকিব ৷
Assamot ejone celebrati ase zubeen garg ❤
Hii mm BL l.wwbmlp pxz sr 🎉🎉 33:53 bbk
জুবিন দাক আমাৰ মাজত সদায় ৰাখিম কেতিয়াও জুবিন দা মৃত্যু নহয় l zg love you ❤️ 🙏 Zubeen da তুমি ভগবান কৃষ্ণ 🙏❤️
Joi zubeen da❤
অনুষ্ঠানটোৰ শেষৰ পিনে যিটো ঢোল, পেপা,গগনা,বাঁহী ইত্যাদিৰে যি এটা পৰিৱেশ দিলে এইটো "জুবিন জিন্দাবাদ" অনুষ্ঠানটোয়ে জুবিন দাক জন্মদিনৰ বাবে দিয়া মই ভাবো আটাইতকৈ ডাঙৰ উপহাৰ... 🎉🎉🎉👑👑👑💖💖💖💖 দেহ-মন শাত পৰি গৈছে 👍
কিমান ভাল পাওঁ আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ, আজি আপোনাৰ অনুষ্ঠান চাই আবেগত উচুপি উথিছো, তেওঁৰ দুচকু সেমেকিলে আমাৰ অন্তৰেও কান্দে, তেওঁ যি কৰিব খোজে তাকেই যেন তেওঁক কৰিবলৈ দিয়ে আৰু সকলোৱে যেন আগবাঢ়ি আহে, ভগৱানে তেওঁক কুশলে ৰাখক 🙏🙏🙏🙏🙏
Jubin daa mna vogoban aka kotha🙏🙏
❤❤❤God bless you❤❤❤
❤🎉❤
❤Your speaks is very fine❤
❤❤You are hppyalltime❤❤
❤
Love you জুবিন দা❤️❤️❤️
Jai Aai axom Jai zubeen da, ajibon loiki val pai thakim Zubeen da mur fast and last kotha thanks 🤝❤️🌹🥰👌
Happy birthday Zubeen da,JAI
যেনে দৰে জুবিন দাৰ গান বোৰ শুনি আমনি নালাগে ঠিক তেনেদৰে কথা বুৰো শুনি আমনি নালাগে । তেওঁৰ সমান কোনো হব নোৱাৰে ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
Joi Zubeen daa ❤❤❤🙏🙏🙏
ভগৱানে কৰক মূৰ আয়ুস খিনি দি দিয়ক আপোনাক জুবিন দা আৰু আপোনি আমাৰ সাহস প্ৰেৰণা সকলো। আপোনাক বহুত বহুত বেছি ভাল পাওঁ জুবিন দা আপোনাক ভাষাৰে বুজাব নোৱাৰিম...i love you zubeen da ❤️❤️❤️❤️❤️
জুৱিনদাৰ শিল্পীসত্বা লুইতৰ দৰে বৈ যাওক, আশীৰ্বাদ কৰিছো। 2:27
8
Sir parele manea Zubeen Daa Purona ghar tu Zubeen Daa Mesuem bonabo lage for tourists attractions and for the future generations korone.
Apunar Anusthan to sai bhut vl lagil very nice zubeen Da
মই অনুৰোধ কৰিম অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক যে জুবিন দাক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰাটো.. এই মহান মানু্হ জনক জীয়াই থাকোতে সন্মানিত কৰক..🙏🙏🙏 ভূপেন দা দৰে মৰাৰ পিছত দিয়া সন্মানৰ একো অৰ্থ নাথাকে...😔
Xoxa kotha ❤love u❤zubeen da
00
Full program 2 salu bht vl lgil ktha bilk suni. jni. Jai Zubin da ❤️❤️ always luv u
Zubeen dar gaan huni hunie deka holu atiya biya patilu aru mrityur aagmuhurtto loike Zubeen dar matkhar hunie jam..100 bosor uporot jiyai thakok teu tarei prarthona korisu nedekha jonor usorot😍❤
Zubeen da nsina manuh ajn kot nulai...jetya pra gan hunisu zubeen da gane hunisu love you zubeen da apuni udai happy thako.
Zubeen da apunak eta onurudh koru apuni ane eta studio bonai jate amar nisina notun projonmor lora suwali gan guwar issa thoka xokole bina poisat ba kom poisat gan gabo pare plzzz amar nisina lora suwalir babe bohut kosto hoi karon gan eta bonabo gole jothesto poisar proyujon hoi ..kheibabe kisumane gan bonayu gaboloi oxyom hoi ...eye apunar osorot xoru onurudh 🙏🏻🙏🏻# zubeen garg
গৰ্ব কৰি কোৱা "আমি অসমীয়া✊ "
ua-cam.com/video/AqniqR30rhE/v-deo.html
Many happy returns of the day Zubeen. May you be blessed with all what you desire to have.
Very good program Protidin time. Congratulations
9ko90
U
Joi Zubeen Daaaa ❤❤
Be happy nd mke all happy how much you can god blss you good luck
Ako ata sabo Bixaru enoka অনুষ্ঠান.. Love u Zubeen Daa Hodaii Bhale thkok .. আপুনি অসমক বহুত দিছে জুবিন দা কিন্তু আমি আপোনাক মৰমৰ বাহিৰে একো দিব পৰা নাই .. দিব পৰা হলে মোৰ গোটেই আয়ুষ আপোনাক দি দিলোঁ হলে জুবিন দা..., আপুনি hodai ভালে থাকক জুবিন দা ... 💖❤️
ভগবান 🙏💙
মই গান গাম, ম ই সকলোকে প্ৰেম কৰিম ,, ম ই অভিনয় কৰিম,, ম ই গীতিকাৰ হ'ম,, ম ই সুৰকাৰ হম, ম ই নাট্যকাৰ হম,,ম ই সমাজ ব্যৱস্থা ৰ লগত বিলিয়ন হৈ যাম, দৰকাৰ হ'লে পৃথিৱীত যদি গণতন্ত্ৰ ৰক্ষা কৰিব লাগে তাতো মনোনিবেশ কৰিম । মোক লাগে সকলো সমাহাৰে মিলিত সম্বন্ধৰ এখন বুদ্ধি সন্মত সমাজ । অলৌকিক ক্ষমতাৰ, যদি আছে কাৰোবাৰ , মই নাজানো । মোৰ মনৰ কথাৰে , গীতৰ কলি সজাবলৈ, আছে বহু ক্ষণ,, মোৰ বাবে ৰৈ আছে,, মাথো লাগে ,, তোমালোকৰ সহাঁৰি ।আছে বহু কথা, নকওঁ আজি সকলো ।
Hundor..... ami bhal kotha, bhal kaam hunibo anubhob koribo udgrib.... jonaba Bhaity
জুবিন দা সৃষ্টিৰ অৱদান আৰু তেওঁৰ ইতিমধ্যে কৰি যোৱা কামৰ,, লগতে তেওঁৰ আশাৰ বিলাকৰ ওপৰত সামান্য প্ৰয়াস কৰিছো । ভুল হ'লে শুধৰাই লব ।
Happy Zubin Da!.
Zubeen da hodi vala kokula thakoka tare kamona kurilu 🤗🤗😊
জুবিন সদায় আমাৰ মাজত জুবিন দা হৈয়ে থাকিব লাগিব ৷ মই ভাবো আৰু কেতিয়াও সৃষ্টি নহয় জুবিন দাৰ দৰে ৷ ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ জুবিন দা ❤️
জুবিনদা সর্বদা ভালো থেকো ও সুস্থ থেকো
আরও সুন্দর সুন্দর গান উপহার দিও আমাদেরকে ❤❤
জীৱন মানেই জুবিন দা ❤।
Maa dewtar pasote tumi Kokaidew 🥰
Bahut bahut dhounabad , you so all the best , my God bless you ,Jai ai axom ,Jai zuben da
Only celebraty from assam that is zubeen garg
Zubeen da happy birthday. God bless u
Happy birthday ❤❤❤❤❤❤zubeen da
Ahi asu tumar usorot sob hobo sob ✔️we will win ❤️
Love you Zubin Da.Mur janma sangit Zubin,mur mrittu sangit Zubin
😘😘😘apuni xodai bhale thakok Dada❤❤❤ You are an inspiration for lifetime
জুবিন জীৱন
Zubeen da 50 years.young boy. Happy birthday.❤❤❤❤🎉🎉🎉🎉
❤❤❤❤love u Zubeen da Zubeen dar hahi to bohut dhuniya ❤❤❤
Zubeen da apuni mora ktha nkbo....mora ktha kowte sokur pani ulai goise apunr aku nhi apuni hdai vla thakibo lv u zubeen da
Zubeen apuni xosai amar babe bhogowan, apunak bahut val pau zubeen,, vaxare bujabo nuwaru apunak kiman ami val pau... Jai zubeen da....
Love you Zubeen da Love from Golaghat sisupani ❤️❤️❤️
Jubeen zindabaat
জুবিনে ক্ৰীকেত নেখেলাকৈয়ে ৫০ বছৰ হাফ চেঞ্চুৰি কোবালে।।জিন্দাবাদ
God bless to go ahead in future for new generation
Joi jubeen da ❤❤
জুবিন দা সদায় ভালে থাকক
Bhout bhout bhal lagil
zubeen da kiman val paw kobo nuaru love you zubeen da 😍
Happy birthday jubeen da.
zubeen dada drghayu hauok jonome jonome jiai thakok
Nissoi
Happy birthday Zubeen. Tumi Ananya, Aadutiya,aru Atulaniya hoi thakajen.
ভগৱান জন মোৰ ❤️🌏
🙂
Love you my favourite singer Zubeen Da 🥰❤️🥰
Zubeen jindabad,very like this
Programme❤
Joy Zubeen da .I love you.god bless you
Happy birthday zubeen daa.❤ Thank you xunit daa🙏
Joi zubeen da.
Zubeen da is a living legend 🔥🔥, joy zubeen da
সফলতা কঢ়িয়াই অনা জুবিন গাৰ্গৰ আজি 50 বছৰীয়া জন্ম দিৱস উপলক্ষে তেওঁলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি, লগতে তেখেতৰ মঙ্গল কামনা কৰিলো। শুভৰাতী।
@@padmeswarborah-yy1zr
MI mi
Happy Birthday Zubeen da ❤️
Zubeen daa k givet dile manobota give dibo I love you dada😍
Zubeen Garg ❤️✨🥀 Vogoban
Zubeen da ajon hero......may god bless him ..moiu zubeen da likhia hom
I,Love,zubinda
Tumar ganbur xuni alopu amoni nelage kio janu happy birthday jubin
এই মহান মানুহ জনৰ সভাত । সেই সুবিধা বাদীটোক কোনে মাতিলে কেলা তাৰ স্থান ইয়াত নহয় তাক গেলা ৰাজনীতি কৰিব পথাই দে।
জুবিন দা আপুনি ভালে থাকক সদায় ♥️🙏🏼
Zubeen Da happy birthday 🎂
you are great zubeen da and love you ❤️✨❤️
Zubeen da zindaabad ❤️❤️
Zubeen da eta jugor arombhoni jot kunudine xekh nhy❤
Meny2 happy returns Of the day Zubeen da. Were Needs your Long Lives Zubeen da. Your all dream's Come.true. May God bless you always. So best Of Luck Zubeen da.
Joy zubeen da ❤️❤️❤️❤️❤️🙏
আমাৰ যুগৰ সঁচা ভাল মানুহজন ।
😅
Ghg😢
Proud of Bijniyan 🖤❤️🖤❤️🖤❤️🖤
জয় জুবিন দা ❤️✊
Dada rocks 🎉🎉🎉
I love you Zubeen da love you
Happy birthday juben da
Zubeen.daa.jindabad.
Zubeen❤❤❤🎉❤❤❤❤❤
Happy Birthday zubeen da 🙏💜love you
Jubin tumi mohan xodai xukhot thaka takei kamona korilu tumar kotha xuni chokurpani ulai aahil
জয় জুবিন দা