সমকামিতা, ট্ৰান্সজেণ্ডাৰ আদি কি আপুনি জানে...আজি ক'ম "ফ্ৰিজিড" মহিলাৰ কিছু অব্যক্ত কাহিনী..
Вставка
- Опубліковано 19 вер 2024
- সমকামিতা, ট্ৰান্সজেণ্ডাৰ আদি কি আপুনি জানে...
আজি ক'ম "ফ্ৰিজিড" মহিলাৰ কিছু অব্যক্ত কাহিনী..
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#assamesenovel
#assameseliterature
#Assameseauthor
#baartalaap
#chakrapaniparashar
বহুত ভাল লাগিল অনুষ্ঠানটি....বাইদেউ কথা কোৱাৰ শৈলী ইমান সুন্দৰ।🙏🙏🙏🙏সোনকালে কিতাপখন পঢ়িম
বহুত ভাল লাগিল অনুষ্ঠান টো । শালীনতা বজাই ইমান সুন্দৰ কৈ কথা খিনি বুজাই দিলে বাইদেৱে।
ইমান সুন্দৰ অনুস্থান এটা চাবলৈ পোৱাৰৰ বাবে চক্ৰপাণী তোমালৈ ধন্যবাদ থাকিল । তেওঁ কথা কোৱা শৈলীয়ে মুগ্ধ কৰিলে ।পঢ়িব লাগিব কিতাপ খন দুয়োটা সস্কৰণেই ।
বাইদেউ কথা খিনি যে মন মগজু কঁপাই তুলিলে🙏🏻🙏🏻
Thank you entire team of BARTTALAP, special thanks to Chakrapani.....Gitali ba you are superb always ❤
বহুত ভাল লাগিল অনুষ্ঠানটো । বাইদেউক মই আমাৰ লখিমপুৰ তেলাহি কমলাবৰীয়া মহাবিদ্যালয়ত লগ পাইছো , বহুত ভাল লাগে বাইদেউ বাৰ্তা লাপ কৰি। কিতাপ খন মইও অতি সোনকালে পঢ়িম।
সময়োপযোগী বাৰ্তালাপ। এই বিষয়বোৰ প্ৰায়েই চৰ্চা নহয়। সকলোৱে জানিৱ লগীয়া কথা। ভাল লাগিল।
বাইদেউৰ কথা কোৱাৰ শৈলী ইমান সুন্দৰ, আৰু বিষয়টো বহুত ভাল লাগিল ❤️
ধন্যবাদ চক্ৰপাণী বাইদেউক নিমন্ত্ৰণ কৰাৰ বাবে ।
বহুত ভাল লাগিল Video টো চাই । আপোনাৰ কিতাপ কেইখন যিমান সোনকালে পাৰোঁ কিনি পঢ়িম । বহুত ধন্যবাদ ।
Thank you dada and thank you baideu....asolote bhut khini njona kotha aji jnibo prilu hikibo prilu...jonai nasilu ene kisumn kotha ....apunalokoloi bhut bhut xuvokamona ru antorik ovinondon gyapon krilu
বহুত বহুত ধন্যবাদ বাইদেউ এনে এটা বিষয় ইমান খোলাকৈ কৈছে অথবা উপন্যাস লিখিছে । আপুনি এই ক্ষেত্ৰত প্ৰথম আৰু অদ্বিতীয়।এই বিষয়ে মই জানো আজি আৰু ভালকৈ বুজি পালোঁ । ধন্যবাদ চক্ৰপাণিদা ❤️
Bahut bhal lagil ajir bartalap
সচা কথা কৈছে বাইদেউ
উগ্ৰ পুৰুষ এজনৰ বাবে এগৰাকী নাৰী বাসনা হীনা হৈ পৰে । কেতিয়াবা আপোনাক লগ পাব মন আছে।
ধন্যবাদ বাৰ্তালাপ 🙏
Baartalaap🙏🏻🙏🏻
খুউব সুন্দৰ হৈছে বাৰ্তালাপ
সুন্দৰ প্ৰয়াস ।গিতালীলৈ অভিনন্দন জনালো
Mem aponi khub dhunia kitap likhisa.ami earpara bahut katha janiba pariso.lagata chakrapani dada lio anurudh agalio anakua progrem banaba buli
Exceptional.tq bartalap
Baidew apunar thait moi bht bosor sakori kri ahisu ......Kalabari Xodai hridoyot thakibo .
Thank you very much voni
Ata byatikromy bixoi bohut val lagil
Hundor bishlekhon...
Bhut gurutyo purnyo bixoi...anekua kthabur alusona krise..bhut val lgise
সুন্দৰ
জীৱনটো কাৰোবাৰ খাদ্যৰ দৰে উপভোগৰ সামগ্ৰী নহয় । সকলোৰে একোটা সীমা থাকে।
Thank u very much specially for presenting openly the sex base topic through "Bartalap" __but this expected topic is unfortunately as well as mysteriously absent in our so_called educational system .......
Hoxai vl lagil ....show tu..... 🔥🔥 Akdm....
ব্যতিক্রম
Kitap khon kinibo lgbo❤bohut bhal lge apunlukor videobur sensitive bikhoyot besi importance diye❤
Eman je dhunia kothabur😋
Bahut vl lgil dei aji bhu ktha jnilu
🙏🙏🙏🙏🙏
বহুত ভাল লাগিল অনুষ্ঠানটি ৷ আপোনাৰ প্ৰতিখন কিতাপেই মোৰ প্ৰিয় ৷ বুদ্ধজায়াৰ যশোধৰা চৰিত্ৰটোৰ প্ৰতি মোৰো সদায় অনুসন্ধিৎসু ভাব আছে ৷ "বাসনাহীনা" এখন ব্যতিক্ৰমী আৰু সাহসী গ্ৰন্থ ৷
Nice session
Bohut kotha janibo parilu❤
Eito sexual orientation *Asexual* buli porhixilu, kintu Assamese porhibo paam , Val lagil Gitali ba, thank you Chakrapani da (Bartalap)
Asexual is different
Kotha bur xuni val lagil baideu
Nice
Baki apunalokoloi dhoinyobad thakil aiii je nirobe roi thoka bixoi kisumn xonkos, voi aaiburor provabot ami dekhi npng .. gomeii npw..... Jar bbe nirobe bhutte bht ksto xohibo lga hoi .nirobe njr logot jujibo lga hoi
kitapkhon lobo lgbo kaile ❣️
Anupam Da k বাৰ্তালাপ t invite krib son
Plzzzzzzzz
Dabu Da
Sex education xsakoiii lge... Bortoman xomoyot odhik proyojoniyo hoi porise....
Kitap khon porhibo lagibo.
’bold' শব্দটো কিবা এটা ভাল নালাগে!
P̤a̤n̤i̤ d̤a̤ a̤p̤ṳn̤a̤r̤ b̤a̤b̤e̤ ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️