পেছাত তেওঁ নৈশ বাছ চালক কিন্তু এতিয়া হ’লগৈ লেখক

Поділитися
Вставка
  • Опубліковано 15 жов 2024
  • My News NE: ◆ পেছাত তেওঁ নৈশ বাছ চালক কিন্তু এতিয়া হ’লগৈ লেখক
    ◆ পিতৃ আছিল চেনাইৰাম উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ, মাতৃ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী
    ◆ জ্যেষ্ঠ ভাতৃ থাকে কানাডাত, ভগ্নী যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ বাসিন্দা
    ◆ কিন্তু তেওঁ হ’লগৈ মাংস ব্যৱসায়ী, চলাইছিল মাংসৰ দোকান
    ◆ তিনিচুকীয়াত গাহৰি নিজে কাটি মাংস বিক্ৰী কৰিছিল তেওঁ
    ◆ বিক্ৰী কৰিছিল ব্ৰয়লাৰ চিকেন, হাঁহৰ মাংস
    ◆তাৰ পৰা হ’লগৈ ফল-মূল, পাচলিৰ ব্যৱসায়ী
    ◆ পৰৱৰ্তী সময়ত তেওঁ আৰম্ভ কৰে নৈশ বাছচালকৰ পেছা
    ◆১৫ বছৰ ধৰি চলাইছিল তেওঁ নৈশ বাছ
    ◆ বাছচালক, মাংস ব্যৱসায়ী ৰূপম দত্তৰ বিচিত্ৰ জীৱন
    ◆বিদেশলৈ যোৱাৰ সপোন দেখি সলাবলগীয়া হৈছিল শিক্ষা-কৰ্মজীৱন
    ◆ৰূপম দত্তই ফেচবুকত আৰম্ভ কৰিছিল ‘অসমীয়া ফেচবুক’ শীৰ্ষক এটি গ্ৰুপ
    ◆ ‘অসমীয়া ফেচবুক’ৰ এতিয়া সদস্য সংখ্যা প্ৰায় ৭০ হাজাৰ
    ◆ নৈশ বাছচালকৰ পৰা লিখক কেনেকৈ হ’ল ৰূপম দত্ত?
    ◆ ফেচবুকৰ লিখনিৰে প্ৰকাশ পালে ৪৮৮ পৃষ্ঠাৰ গ্ৰন্থ ‘লাইফ অৱ এ ড্ৰাইভাৰ’
    ◆নাইট ছুপাৰৰ চালক জীৱনৰ জীয়া কাহিনীৰ ৰূপম দত্তৰ গ্ৰন্থ
    ◆এজন ড্ৰাইভাৰৰ বৈচিত্ৰ্য্যময় জীৱন কাহিনীৰে আজিৰ Zer0 to HerO
    ◆My News NEৰ বিশেষ অনুষ্ঠান Zer0 to HerOত ৰূপম দত্ত
    ◆ মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে মুখামুখিত ৰূপম দত্ত
    ---------------------------------------------------------------------------------------------------------------------------
    About Channel:
    The northeastern region comprising the eight states of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim and Tripura has long been a paradox in today’s narrative of India. The region, connected by what is called the “chicken’s neck” with the rest of India, has been on the map but off the mind for most people outside. The region and its people have been subjected to various misconceptions and biases in the media and elsewhere. The so-called “mainstream” media’s coverage of the region has largely been confined to conflicts, rise of insurgent groups, economic neglect, lack of infrastructure and political instabilities. What remains conveniently ignored is that the region is a biodiversity hotspot, a cultural laboratory with 220 ethnic groups and equal number of dialects, a paradise for tourists, home to some of the most friendly and hospitable people in the country, and a vital bridge to the booming economy of Southeast Asia.
    This is precisely the gap that MyNews fills. Powered by a group of veteran journalists spread across the nook and corner of the Northeast, MyNews is a multilingual 24X7 news portal that covers news about the region under a positive light. We focus on issues pertaining to the people of the Northeast and those of the region living outside with a global outlook. MyNews gives you news you can use. Digital is the age and digital is the medium. MyNews brings news as it happens on your smartphone with the aim of meeting Generation Y’s appetite for multiple news updates across the day on digital platforms. Starting with English and Assamese, the portal will scale up to more regional languages on its news delivery platform in the days to come. MyNews is your window to the Northeast and keeps you connected to the region day in and day out.
    ---------------------------------------------------------------------------------------------------------------------------
    Subscribe to our UA-cam channel: tinyurl.com/yc...
    ---------------------------------------------------------------------------------------------------------------------------
    You can also visit our website at: mynewsne.com/
    ---------------------------------------------------------------------------------------------------------------------------
    Follow My News NE on our Social Media Handle:
    Like us on Facebook: / mynewsne
    Follow us on Twitter: / mynewsne1
    Follow us on Instagram: / mynewsne

КОМЕНТАРІ • 480

  • @satyabittuu9784
    @satyabittuu9784 2 роки тому +1

    Aaji aru sai asu

  • @bordoloibrothers3292
    @bordoloibrothers3292 3 роки тому +155

    মোৰ দেউতা এজন ASTC চালক আছিল কিন্তু তেওঁ কোনো কাৰণতে মদ ভাং কানি একো নাখাই। Driver জনৰ সন্মান কৰা উচিত সকলো একো
    নহয়।

  • @bimansaikia4305
    @bimansaikia4305 3 роки тому

    মুখয়হে ড্ৰাইভাৰ বুলি হে জ্ঞান কৰে ।জ্ঞানী মানুহে কেতিয়াও ডাইভাৰক হেয় জ্ঞান নকৰে। মানুহে মানুহকতো দুৰৰে কথা অন্য জীৱকো কেতিয়াও হে জ্ঞান কৰিব নাপায়।মানুহৰ মানৱতা হে মানুহৰ পৰিচয় পাৱ পাৰি। আপোনাৰ মানৱতা বহু ওপৰত সেই বাবে আপোনাক কোটি বাৰ ধন্যবাদ জনাইছোঁ।

  • @jamunaray7869
    @jamunaray7869 3 роки тому +1

    সুন্দৰ জীৱন কাহিনী
    কামৰ কোনো সৰু বৰ নাই
    ৰূপম দা আপোনাৰ লিখা আৰু পঢ়িবলৈ পাম বুলি বহুত বহুত আশাৰে

  • @manashbhagawati3085
    @manashbhagawati3085 3 роки тому +1

    All rounder

  • @DigantaKrBaro
    @DigantaKrBaro 3 роки тому +143

    কামৰ যে কোনো ডাঙৰ সৰু নাই সেইটো কথাই তেওঁ সুন্দৰ কৈ নিদৰ্শন দাঙি ধৰিলে । Salute you Sir 🙏🙏🙏🙏

  • @PodumHazarika-y4l
    @PodumHazarika-y4l 9 місяців тому

    Salute.You R D

  • @nituchangmai3620
    @nituchangmai3620 3 роки тому

    বহুত ভাল লাগিল

  • @johnmundri3692
    @johnmundri3692 3 роки тому

    Bohut perona palu Thank you ❤️🌿🌾🌿🌿🌾🌹🌾🌾🌹🌾🌾🌾🌿

  • @beautykonwar427
    @beautykonwar427 3 роки тому +5

    ৰূপম আমাৰ ডিমৌ এখন সাহিত্য শাখা আছে ২৬/১২/২০২০এখনি ঘৰুৱা বৈঠক অনুষ্ঠিত হৈছিল তাতে আপোনাৰ ব্যক্তিগত অনুভৱৰ গ্ৰন্থ খনি কথা ব্যক্ত কৰিলো আৰু আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় । আপোনাৰ গ্ৰন্থ ভাগী পঢ়িবলৈ আশা থাকিল ভবিষতে উজ্জ্বল হওক, বহুত বহুত ধন্যবাদ থাকিল।

  • @BhabnasVlog
    @BhabnasVlog 3 роки тому

    Very Good

  • @dipokchetia8359
    @dipokchetia8359 3 роки тому

    শুনি ভাল লাগিল ,ৰীয়েলি হিৰো।

  • @bipulbaruah6798
    @bipulbaruah6798 3 роки тому

    ৰুপম দা আপোনালৈ অখেখ ধন্যবাদ

  • @MChetia_Assam
    @MChetia_Assam 2 роки тому

    হয় দে... ! সাক্ষাৎ কাৰ লবলৈ যাওতে, অলপ মানুহজনৰ বিষয়ে, কিতাপৰ বিষয়ে অলপ জানি লব লাগে

  • @nipadeka1739
    @nipadeka1739 Рік тому

    Sir aponak mor bhut besi val lage.aponar praibor program sao🥰🥰🥰🥰.dada jnk val lagil.kothabor bhut xikiblogia val loga.🙏🙏

  • @harensaikia204
    @harensaikia204 Рік тому

    🙏🙏🙏 Vagabane aru aagbohai niok teok. Karon kostor fal hadai mitha.

  • @rupakdeka6394
    @rupakdeka6394 3 роки тому +1

    I m truck 🚛 driver

  • @sangitaborah5519
    @sangitaborah5519 2 роки тому +1

    Congratulations... Rupam da ur real hero 💗🙏🏻

  • @arjunchetry1337
    @arjunchetry1337 3 роки тому

    Bohut Val kitap ....hundar likhoni...aguwai jawak...u r great.

  • @rijuahmed1922
    @rijuahmed1922 3 роки тому +1

    R free

  • @uddipannath4557
    @uddipannath4557 3 роки тому +32

    জীয়া কাহিনীটি শুনিবলৈ পায় ধন্য মানিছো। মন চুই যোৱা এটি কাহিনী। সঁচাই বৰ প্ৰেৰনাদায়ক চৰিত্ৰ ৰূপম দত্ত। অসমীয়া নতুন প্রজন্মৰ বাবে তেওঁ প্ৰেৰণা। তেওঁ আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিছো🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dimpipriya3755
    @dimpipriya3755 3 роки тому +44

    ৰোপম দা কথাবোৰ শুনি বহুত ভাল লাগিল। অমায়িক হয়।
    আগবাঢ়ি যাওক সদায়।

    • @rnarzy1719
      @rnarzy1719 3 роки тому

      Third class Assam ese jati

  • @samiransharma1780
    @samiransharma1780 3 роки тому +2

    ৰূপম দা আপোনাৰ কাহিনী বোৰ ফেচবুক ত পঢ়িছো।সঁচাকৈ বহুত ধুনীয়া অভিজ্ঞতা বর্ণনা কৰিছে।আগলৈও এনেকুৱা ধুনীয়া কাহিনী বোৰ লিখিব বুলি আশা ৰাখিলো।

  • @emonbhuyan5659
    @emonbhuyan5659 9 місяців тому

    Rupam Daaity ❤❤

  • @Mainuanddhruba
    @Mainuanddhruba 3 роки тому +1

    তেখেতক লগ পাবলৈ মন আছে । বহুত কথাই জানিবলৈ মন গৈ আছে ।

  • @Julushreegogoi4645
    @Julushreegogoi4645 3 роки тому +49

    ৰূপমদাৰ ব্যতিক্ৰমী জীৱনশৈলীয়ে বহু অনুপ্ৰাণিত কৰিলে। ধন্যবাদ দাদা

  • @ramdhenunortheastindia6095
    @ramdhenunortheastindia6095 3 роки тому

    Salute rupam dutta

  • @MegaDevajit
    @MegaDevajit 3 роки тому

    আচৰিত

  • @ruplekhasaikia9591
    @ruplekhasaikia9591 3 роки тому +1

    বহুত ধন্যবাদ ৷কিতাপ খন পঢ়িছো ৷

  • @hamenkalita5205
    @hamenkalita5205 3 роки тому

    🙏🙏🙏🙏🙏

  • @rahulrabha-gg8ug
    @rahulrabha-gg8ug Рік тому

    Rupam da love you ❤

  • @jeevanravalekang9202
    @jeevanravalekang9202 3 роки тому +1

    My Inspiration.... Proud of U Dada. Aagote aapunar Kotha jona hole aaru Aag barhibo parilu hole sage Jibonot. Best of Luck for Your Future 👍👍👍👍🙏

  • @hirokjyotim7632
    @hirokjyotim7632 3 роки тому

    Video tu saii vall lagil bhot.....

  • @dipenkumargohain5351
    @dipenkumargohain5351 3 роки тому +2

    প্ৰথমে মই পঢ়ি ভাল পোৱা হিমালয়ৰ শিখৰে কন্দৰে পুঠি খনৰ লিখক প্রনয় বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলো এনে এটা অনুষ্ঠান কৰাৰ বাবে আনহাতে ৰূপম দত্তৰ কাহিনীৰ জবাব নাই। তেখেতৰ এই সত্য কথা আৰু ৰচিত পুঠি খনৰ জৰিয়তে ড্ৰাইভাৰ সমাজৰ প্ৰতি থকা জনসাধাৰণৰ দৃষ্টি আৰু কিছু নীতি নিয়ম নমনা ড্ৰাইভাৰৰ
    মন সলনি কৰিব ই নিশ্চিত।

  • @pranitadutta6422
    @pranitadutta6422 3 роки тому +41

    জীৱনক মূল্যায়ন কৰি লিখা পুথিখন
    পঢ়িবলৈ আগ্ৰহেৰে বাট চালোঁ।

  • @swapnadas954
    @swapnadas954 3 роки тому +2

    Salute... আপুনি নবপজন্মৰ বাবে এক অনুপ্রেৰণা। আপুনি আগবাঢ়ি যাওক, দীর্ঘায়ু হওক। 🙏🙏

  • @sankarpurlakhimpur8436
    @sankarpurlakhimpur8436 3 роки тому

    A Assamese real hero. Congresulation

  • @kandarparay3710
    @kandarparay3710 3 роки тому +1

    MY NEWS NE ৰ সকলো সদস্যক মোৰ হিয়া ভৰা মৰম জাছিলো । মই এই প্ৰগ্ৰেমটো চাই খুবেই আনন্দিত হইছো । মই ৰুপম দাদাক লগ কৰিব বিচাৰো । আপোনালোকক মই অনুৰোধ কৰিছোঁ মোক ৰুপম দাদাৰ লগত চিনাকি কৰি দিলে মই অত্যন্ত সুখি হম । মোৰ মবাইল নম্বৰ 8133001959

  • @sangeetaduwarah4952
    @sangeetaduwarah4952 3 роки тому +1

    মোৰ দেউতা এজন এম্বুলেন্স চালক আছিল,এতিয়া স্বৰ্গগামী। তেওঁ কিন্তু আমাক অন্য শিক্ষিত চাকৰিয়ালৰ দৰেই উৎকৃষ্ট শিক্ষা দিছিল যাৰ বাবে আমি সমাজত সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ।
    তেওঁ আমাক শিকাইছিল:-
    "Live simple but think high."

  • @manashpratimnath8247
    @manashpratimnath8247 3 роки тому +5

    ঠিক কথা কৈছে দাদা আপুনি । ভাল লাগিল আপোনাৰ সকলো কথাই । ডাইভাৰৰ মূল্য ডাইভাৰ এজনে বুজি পায় ।। ডাইভাৰ জন অসমীয়া হ'লেও হিন্দীত কথা কব । আৰু পুলিচে কুকুৰৰ পোৱালী বুলি ব্যৱহাৰ কৰে । তাতে কিছুমান মানুহে দম দিব । ব্যৱহাৰৰ কোনো মা বাপ নাথাকে । মই নিজেই এজন ডাইভাৰ হয় । বহুত অভিজ্ঞতা হৈছে । অসমৰ সকলো ঠাইতে যাওঁ আৰু কেতিয়াও ব্যৱহাৰ কোন ঠাইৰ মানুহৰ ভাল ব্যৱহাৰ নকৰে । কেতিয়াবা বহুত খং উঠি যায় ।।।।

  • @saratranjansarmah65
    @saratranjansarmah65 3 роки тому +3

    ৰূপম দত্তৰ সাক্ষাৎকাৰতো বেচ আকৰ্ষণীয় আৰু ই নিশ্চয় বহুতকে কৰ্মৰ প্ৰতি প্ৰেৰণা যোগাব । আমাৰ আন্তৰিক শুভেচ্ছা থাকিল

  • @biswajitgogoi7686
    @biswajitgogoi7686 3 роки тому +30

    প্ৰণয় দা...এনেকোৱা অনুষ্ঠান আৰু লাগে আমাক

  • @bps5878
    @bps5878 3 роки тому +1

    Bohut val lagil dei ❤️

  • @sangeetasaikia8687
    @sangeetasaikia8687 3 роки тому +6

    প্ৰণয়দা, খুবেই ভাল লগা অনুষ্ঠান আছিল । আপোনাক সেইদিনাৰ উন্মোচনী অনুষ্ঠানত লগ পাই একো কথা পতা নহল যদিও দেখা পাই ভাল লাগিল । এই ইণ্টাৰভিউটোৱে গোটেই অসম তোলপাৰ লগাই দিলে । আপোনাৰ লগতে ৰূপম দত্ত লৈও আন্তৰিক অভিনন্দন জনালোঁ ।

  • @ankurjyoti6673
    @ankurjyoti6673 3 роки тому +20

    প্ৰায় গুৱাহাটী যোৱা হয় ৰাতি.
    Bus অত উঠো 9.30 pm অত
    1am মানত জখলাবন্ধা ত নামো খাব লে
    পুনৰ Bus অত উঠো আৰু টৌপনি যাও.
    Morning যেতিয়া চকু মেল খাই দেখো খানাপাৰা পাই গলো.
    এটা আশা লৈ যাও আৰু মোৰ লগত বহুত যাই.
    আৰু অমাক Safe and Sound 🔊 লৈ যাই.
    So thank you for all the drivers of These Buses. May god bless all of you 😊
    Give respect and take respect.
    #enjoy #Nighttravelling #daytravelling #busride #respect

  • @digench.nathnath2052
    @digench.nathnath2052 3 роки тому +82

    দাদা আপোনাক কি বুলি কম ভাষা নাই দাদা আমাৰ দাইভাৰ ভাই সকলৰ মনৰ অনুভৱ খিনি প্ৰকাশ কৰিছে ধ্যনবাদ দাদা

  • @banisaikia3208
    @banisaikia3208 3 роки тому +2

    ধন্যবাদ ।আজিৰ যুৱকে এখেতৰ আদৰ্শ লব লাগে ।

  • @mintuyoungs6025
    @mintuyoungs6025 3 роки тому +5

    ৰূপম দালৈ ধন্যবাদ জনাইছো আপোনাৰ কৃতকাৰ্য্যতা দেখি । আপোনি লিখা কিতাপ খন কত পোৱা যাব ।

  • @mamoniduttadeka3357
    @mamoniduttadeka3357 3 роки тому +1

    Wowwww Rupom Mozaaahhh 👌👌👍❤️❤️

  • @Ripunjoy17
    @Ripunjoy17 3 роки тому

    Just "Wow" bulihe kolu aru...

  • @himantagogoi6646
    @himantagogoi6646 3 роки тому +1

    আপোনাক এনেই কিবা এটা ভাল লাগে খুড়া,ইমান সহজ সৰল মন,ইমান অমায়িক সচাই ভাল লাগে❤️❤️ আপোনাৰ নিচিনাকৈ আপোনাৰ ছোৱালী (আনুশা)ও প্ৰায় একেই। আপোনালৈ বহুত বহুত শুভেচ্ছাঁ থাকিল 🙏🙏

  • @mondirabezborah9457
    @mondirabezborah9457 3 роки тому

    Hasae bhal lagil, kothupkothon . Kitap khon prha nai , aanim .

  • @dhantaid6527
    @dhantaid6527 3 роки тому +4

    হৃদয় চুই গল কাহিনীবোৰ.... ❤❤

  • @bitupongogoi9718
    @bitupongogoi9718 3 роки тому +1

    সচাকৈয়ে আপোনাৰ জীৱনশৈলী অতি অনুকৰনীয়। প্ৰতিজন অসমিয়া ডেকাই আপোনাৰ পৰা শিক্ষা লোৱা উচিত।

  • @namitadeka4751
    @namitadeka4751 3 роки тому

    বৈচিত্ৰময় জীৱনৰ অন্যতম নিদৰ্শন ৷

  • @bitupanbaruah6335
    @bitupanbaruah6335 3 роки тому +2

    আপোনাৰ কথাবোৰ শুনি মুখৰ ভাষা হেৰাই গৈছে,,,, যুৱ প্ৰজন্মৰ বাবে আপুনি আদৰ্শ হওঁক,,,, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 😍😍

  • @ratnakantahazarika1659
    @ratnakantahazarika1659 3 роки тому +5

    I am proud of this active energetic and courageous self confident Assamese young man. Thanks to him

  • @someswargogoi3203
    @someswargogoi3203 3 роки тому

    Sabbaassssss👏👏👏👏👏👏👏👏👏

  • @rumeedutta5210
    @rumeedutta5210 3 роки тому +2

    Salute Rupom Dutta 🙏🙏🙏

  • @debabratgogoi1787
    @debabratgogoi1787 3 роки тому +1

    সাক্ষাৎকাৰ লোৱাৰ আগতে লেখকজনৰ কিতাপ পঢ়ি ল'ব বা অলপ জানি ল'ব। কোট-টাই পিন্ধি লৈছে যদিও সাক্ষাৎকাৰ গ্ৰহণ কৰাজনক মূৰ্খ দৰে লাগিছে।

  • @nimakshideka2598
    @nimakshideka2598 3 роки тому +3

    আপুনি আদৰ্শ হৈ ৰওক নৱ প্ৰজন্মৰ বাবে,, তাৰে কামনা কৰিলোঁ🙏🙏

  • @monikangkanadeka193
    @monikangkanadeka193 3 роки тому +2

    বহুত ভাল লাগিলে এওঁৰ আদৰ্শ বোৰ এই বোৰেই আচলতে প্ৰকৃত ব্যক্তি । তেওঁ ইমান ভাল ঘৰৰ লৰা হৈয়ো ড্ৰাইভাৰ কৰিছিল । কিছুমান নে ইমান লেভেল দিয়ে দুখীয়া ঘৰৰ হৈয়ো কি কম ।

  • @arponnath3983
    @arponnath3983 3 роки тому

    Dada moiu night supper solau. Sor. Mar, gali bohut khau. Apunar adorhoi bohu porimane manuhburok hoseton koribo buli aha rakhilu

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 3 роки тому

    dada apuni hodai amr babe adorkho ...

  • @moinisaikia2319
    @moinisaikia2319 3 роки тому

    Prahibole baat sai rolu...

  • @foujigogoi7914
    @foujigogoi7914 3 роки тому

    Manuhtu simple

  • @rahulgogoi6119
    @rahulgogoi6119 3 роки тому +1

    সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ আৰু কি কম।। ভাষা নাই।। সকলোৰে বাবে উপকাৰী নিজৰ জীৱনৰ বাবে।।

  • @lakshyadharuzir8188
    @lakshyadharuzir8188 3 роки тому +5

    Rupon Da u r great human being..many people don't care about driver...1st time feeling nice atleast some one shows respect to driver...God bless you

  • @goplaycriticalops
    @goplaycriticalops 3 роки тому +4

    This man is really great. Hat's off to this "Educated Driver". 👍

  • @ManojDas-fe9wp
    @ManojDas-fe9wp 3 роки тому

    mur koka i light nuhua dinot transport bass solaixl, tatya Guwahati t carent nasil, rati hole bass t lemp logai, tatya street lightu nasil, ghy r rastat lemp post asil, lemp jolixl rastat.. etc

  • @Pankoj1743
    @Pankoj1743 3 роки тому +3

    জীৱনটোত আগবাঢ়ি যাওক। তাৰে কামনাৰে ।

  • @manashiborah1009
    @manashiborah1009 3 роки тому +9

    তেওঁক অসমীয়া যুৱক সকলে আদৰ্শ হিচাপে লোৱা উচিত বিশেষকৈ যিসকল যুৱকে পঢ়া শুনা কৰা বুলি ভাবি নিজকে যিকোনো কাম কৰিবলৈ নিবিচাৰে । কাৰণ তেওঁলোকে নিজকে বহুত বেছি জনা বুজাই । কামৰ সৰু বৰ নাই কাম কামেই আৰু গতিকে সকলোৱে তেওঁক আদৰ্শ হিচাপে লৈ কাম কৰি যোৱা ।

  • @smitabaishya8122
    @smitabaishya8122 3 роки тому +9

    Ur real Hero A big salute to you 🙏👏

  • @saikiavlogs6277
    @saikiavlogs6277 3 роки тому +3

    ৰূপম দা আৰু আগুৱাই যাওক আপুনি ,তাৰে কামনাৰে

  • @sgdworld4581
    @sgdworld4581 3 роки тому +18

    অতি প্ৰেৰণাদায়ক সাক্ষাতকাৰ।
    বৰ ভাল লাগিল।

  • @rajibpegu9599
    @rajibpegu9599 3 роки тому +4

    Salute Rupam da, God bless you

  • @nalinichetia4692
    @nalinichetia4692 3 роки тому

    Moja bohut val lagil

  • @NK-it1ve
    @NK-it1ve 3 роки тому +3

    Pranay bardoloi is one of my favourite person and this programme is just outstanding.the real hero journalist .

  • @anythingjiti
    @anythingjiti 3 роки тому +1

    💞❤️

  • @explorewithpartha
    @explorewithpartha 3 роки тому +17

    সচায় বহুত ভাল লাগিল........ অনুপ্ৰাণিত কৰা কাহিনী... বহু ব্যতিক্রমী ব্যক্তিত্ব

  • @dineshrabha3031
    @dineshrabha3031 3 роки тому

    বৰ ভাল লাগিল জীয়া কাহিনী শুনি

  • @sumeswariphukanofficial7217
    @sumeswariphukanofficial7217 3 роки тому +5

    You are a successfull person not only as a driver but also a writer

  • @niliduarah1214
    @niliduarah1214 3 роки тому +3

    আপুনি আমাৰ কাৰণে আদৰ্শ, আপোনাক ভগৱানে সুষ্ঠ ৰাখক 🙇‍♀️🙇‍♀️

  • @ripunmisamoria8886
    @ripunmisamoria8886 3 роки тому

    সফল লোকসকল যিকোনো দিশতেই সফল ।

  • @kanyasinfo6858
    @kanyasinfo6858 3 роки тому

    সুন্দৰ

  • @dipankarchangmai5487
    @dipankarchangmai5487 3 роки тому +8

    This story says the real meaning of real life..

  • @prasantalive4970
    @prasantalive4970 3 роки тому

    Hokolu thikeitu ase kintu heije apuni koi ase dobai jabole bhal lage.hei kothatuke prai jatriye beya pai.

  • @lakhimisaikia2655
    @lakhimisaikia2655 3 роки тому +2

    Realy inspirotioal life story...Rupom Dutta salute...

  • @altabhussain6194
    @altabhussain6194 3 роки тому +7

    Rupam Da has much experience. I will meet him one day.

  • @vhularanjan1948
    @vhularanjan1948 3 роки тому +15

    ভাল লাগিল দাদা আপোনাৰ অভিজ্ঞতা কাহিনী শুনি ,,আগুৱাই যাওঁক

  • @bobygogoi6950
    @bobygogoi6950 3 роки тому

    hosakoie bht bht dhuniya .vl Lgil

  • @sureshgogoi808
    @sureshgogoi808 3 роки тому +4

    হৃদয় চুই গল কাহিনীবোৰ

  • @nabajitgohain8137
    @nabajitgohain8137 3 роки тому +7

    Driving is My therapy⚕️

  • @chandramallikadeuri4151
    @chandramallikadeuri4151 3 роки тому +2

    Superb show... Loved to hear Rupam Dutta. Will buy the book soon. Can't wait any longer.

  • @sarifuddin7021
    @sarifuddin7021 3 роки тому

    Val lagila dada apunar kahinitu Jani aru apuni aguai jawk apunar pora akow anakua val kitap akow Pam buli axa rakhilu .Pronam Rupam da.

  • @nabadas8214
    @nabadas8214 3 роки тому +25

    এনেকুৱা কাহিনী শুনি থাকিব মন যায়

  • @_sajid1274
    @_sajid1274 3 роки тому +3

    i love night super journey
    মই West Bengal Howrah ৰ পৰা Assam Sibsagar লৈকে আহিছো নাইত বাছত
    মই বহুত ভাল পাও Night super journey

  • @binapanipawe2069
    @binapanipawe2069 3 роки тому +4

    আপোনাৰ, আদৰ্শ দেখি মই সচাঁই আপ্লুত হৈছো👍

  • @dipankarsaikia4435
    @dipankarsaikia4435 3 роки тому +2

    এটি ব্যতিক্ৰমী অনুষ্ঠান উপহাৰ দিয়াৰ বাবে My news ক অশেষ ধন্যবাদ

  • @khargeswardeka3827
    @khargeswardeka3827 3 роки тому

    Dignity of labour irrespect of the size of works