আধৰুৱা এটি প্ৰণয় || REDFM LOVE STORY BY RJ PAHI

Поділитися
Вставка
  • Опубліковано 31 гру 2024

КОМЕНТАРІ • 1,2 тис.

  • @matrix9pro
    @matrix9pro 3 роки тому +278

    ভালপোৱা মানে অকল বিবাহ নহয়। ভালপোৱা আন অৰ্থত ত্যাগ । ভাল লাগিল এটা সুন্দৰ love story.

  • @jonjyoti-Nath08
    @jonjyoti-Nath08 3 роки тому +103

    দুচকুৰে চকুলো বৈ গ'ল story টো শুনি 😥 সঁচাই বহুত ভাল লাগিল ❤🌸💛 1st jito love story mor bhut vl lgisil xeitu hoise "মৰম ভালপোৱা " aru aibr aito love story mor favorite hoi raba💖

    • @aalizzwell438
      @aalizzwell438 3 роки тому

      মৰম ভালপোৱাৰ story tur লিংক comments dibo parile dba sun please

    • @janmoni-sani4879
      @janmoni-sani4879 3 роки тому

      @@aalizzwell438 a2 chanel r play list jowa tate ase

    • @MriduPaban.
      @MriduPaban. 2 роки тому

      Link tu diba sn মৰম ভালপোৱা story tor

  • @dibyajyotineog796
    @dibyajyotineog796 3 роки тому +345

    সম্পৰ্কটো দুয়োজনৰ ফালৰ পৰা আছিলে যেতিয়া দুয়োজনে দুয়োজনৰ ঘৰত তেওঁলোকৰ শুনাই চাব পাৰিলে হলে কিন্তু সম্পৰ্কটোৰ কথা । ঘৰত কিজানি মানি ললেই হয় বা ।এবাৰ চেষ্টা কৰি চাব পাৰিলে হয় দুয়োজনে । দুয়োজনেই ভালে থাকক নিজৰ নিজৰ ঠাইত ❤

  • @NDR_LIZA
    @NDR_LIZA 2 роки тому +16

    Xaskoi হৃদয় চুই গ'ল।।।। ভালে থাকা দুয়ো,,,, ❤❤❤,,,, ৰিহান তুমি যত থাকা সুখত থাকা,,, সচাঁকৈয়ে You Are The Great...👍👍👍🙏🙏🙏

  • @nikitatalukdar4921
    @nikitatalukdar4921 2 роки тому +19

    বহু দিনৰ অন্তত love story শুনিলো। চকুলো নিগৰি পৰিছে। আপোনাৰ voice ত যেন জিপাল হৈ পৰিছে story টো আৰু এবাৰ ৷ প্রেম মানেই বিবাহ নহয় , এইটো সঁচা ৷ কিন্তু প্রতিটো প্রেমৰ সম্পৰ্কত যদি ইমান বিশ্বাস, মৰম, ভাল পোৱা , শ্ৰদ্ধা থাকে ৷ তেনেহলে আধৰুৱা হৈও ই সফল ৷ শেষত ভালে থাকক সকলো সম্পর্ক ৷ ভালে থাকক ৰিহান ৷

  • @Trading-Tiger-01
    @Trading-Tiger-01 2 роки тому +20

    কিয় সমাজে বনোৱা নিয়মবোৰৰ জাল খনত সঁচা ভালপোৱাবোৰ বাজি ৰয় ! হৃদয়পৰশা আছিল 💝

  • @user-jt4vr2wt4f
    @user-jt4vr2wt4f 3 роки тому +61

    জীবন বৰ অনুপম তুমি সদায় জয়ী হোৱা ।আজিৰ দিনত প্ৰকৃত প্ৰেমৰ বৰ অভাব ।সকলো যন্ত্ৰ হৈ গৈছে ।ভাল লাগিল যে এই যান্ত্ৰিকতাৰ দিনতো পৃথিৱীত এতিয়াও জীয়াই আছে প্ৰকৃত প্ৰেম ।প্ৰেম অমৰ ........... ।

  • @parthaprotim6824
    @parthaprotim6824 3 роки тому +138

    সঁচাই দুৰ্দান্ত প্ৰেমিক । দুখ লাগিল যদিও আপোনালোকৰ বুজাবুজিখিনি দেখি আপোনালোক ব্যতিক্ৰম হৈ ৰ'ল । 😍😍পাহি বা always love you 😍❤

  • @sangitaroy9494
    @sangitaroy9494 2 роки тому +56

    প্ৰেম মানে প্ৰাপ্তি নহয়, প্ৰেমৰ অন্য এটি নাম ত্যাগ ❤️

  • @shyamolikagogoi438
    @shyamolikagogoi438 2 роки тому +45

    ইমান পবিত্ৰ!ইমান ভালপোৱা...!দুয়ো সদায় এই ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকক

  • @mituborah8891
    @mituborah8891 2 роки тому +6

    ভগৱানে যাতে দুয়োকে কুশলে ৰাখে, তাৰে কামনা কৰিলো, ইমান পৱিত্ৰ ভাল পোৱা সচাকৈ ।।

  • @ritupansaikiaofficial2761
    @ritupansaikiaofficial2761 3 роки тому +37

    বহুত বেছি ভাল লাগিল love story টো আশা কৰোঁ তুমি বহুত ভাল এগৰাকী life partner পোৱা 🤗

  • @sra6464
    @sra6464 3 роки тому +25

    জীৱনত প্ৰথম বাৰৰ বাৰে youtube ত comment কৰিছো, বহুত ভাল লাগিল, এতিয়ালৈকে আধা শুনিছো, শেষৰ ফালে কি হব হয়তো গম পাইছে, সেইবাবে শুনিব ভয় লাগিছে !

  • @arfinhassan1227
    @arfinhassan1227 2 роки тому +6

    নকান্দি নোৱাৰিলোঁ।।ঘৰত এবাৰ কৈ চাব লাগিছিল, হয়টো আজি একেলগে থাকিলে হয়।।ইমান ভাল পোৱা,ইমান সন্মান।।
    Truly touched 💕💕

  • @Bandana1800
    @Bandana1800 2 роки тому +5

    Respect for both.. Jetia "Niyoti" koisil hosake sokupani rokhaboloi pora nasilu.. eman bujabuji eman bhal pua.. ❤️

  • @Pranjal_M_Baruah
    @Pranjal_M_Baruah 2 роки тому +4

    হাঁহিৰ আঁৰৰ চকুপানীখিনি লুকুৱাই থবলৈ বহুত বেছি কষ্ট হয়। যি কি নহওঁক পৰি সদায় সুখী হোৱা আৰু ৰিহান বহুত বেছি চেকৰিফাইছ কৰি জীৱনত আগবাঢ়িলা । সঁচা ভালপোৱাক বুকুৰ মাজত লৈ ফুৰা জীৱনটো বহুত সুন্দৰ হব ।। ধন্যবাদ পাহি বা 😊😍🙏

  • @rumakalita3510
    @rumakalita3510 2 роки тому +15

    গতিময় জীৱনৰ আঁৰডাল হেৰায় গ'ল এই বাক্যশাৰী য়ে হৃদয় চুই গ'ল!😊✨❤️

  • @sayanikabonia2847
    @sayanikabonia2847 Рік тому +8

    কাহিনী ভাগ কৰবাত নহয়...... কৰবাত মোৰ জীবন ৰ লগতো মিলি গল ...... 🥺
    নিৰ্জন নিশা এই কাহিনী ভাগৰ ভিতৰলৈ সোমাই পৰিছিলো 🥺
    বহুত দুখ লাগিল কাহিনী ভাগ শুনি..
    উপায় নাই ঔ এইয়া য়ে নিয়তীৰে লিখনি

  • @manjuladoley7821
    @manjuladoley7821 3 роки тому +18

    বৰ ভাল লাগিল পঢ়ি । আশা কৰো ৰিহান আৰু পৰী সদায়ে সুখী হওঁক ।

  • @Sumpisvlog
    @Sumpisvlog 3 роки тому +104

    হাঁহিৰে আৰাম্ভ হোৱা এটা মৰম লগা কাহিনী 😊 যাৰ শেষ চকুপানী আৰু বুজাবুজি 😣 সচাই আচৰিত ।।
    হৃদয় চুই যোৱা এটি কাহিনী 😊 তেওঁলোকৰ ভালপোৱাৰ মাজত ত্যাগ আছে ।। সচাই মহান তেওঁলোক ।। সদায় ভালে থাকক তেওঁলোক নিজৰ নিজৰ ঠাইত তাকে কামনা 😊...

  • @rosokavlogs9197
    @rosokavlogs9197 2 роки тому +58

    কিমান story শুনি চুকলো বৈ আহে☺️
    কিমান কাহিনী নিজৰ লগত মিলে বা তাইৰ লগত মিলে🙂
    এদিন মই ও আগবঢ়াম মোৰ প্ৰেম কাহিনীৰ টুটৰা এটি🌱🌱

  • @tribenibora6051
    @tribenibora6051 2 роки тому +10

    ৰিহান আৰু পৰি তোমালোকৰ কাহিনীটোৱে সচাকৈ হৃদয় চুই গ'ল 🥺♥️।চকুলো বৈ গ'ল।

  • @tinkudas7040
    @tinkudas7040 2 роки тому +6

    বহুত ভাল লাগিল Love Story টো শুনি ...... আচলতে এয়াই সঁচা অৰ্থত এক বিৰল প্ৰেম কাহিনী, প্ৰেম কেৱল দুজনৰ মিলন এই শেষ নহয়, পৰিয়াল আৰু প্ৰিয় জনৰ সন্মান জনাই বিচ্ছেদ হোৱাটোৱেই ডাঙৰ। শেষত ধন্যবাদ পাহিবা❤️ ইমান ধুনীয়া এটি Love Story আপোনাৰ শুৱলা কণ্ঠত শুনিবলৈ সুযোগ কৰি দিয়াৰ বাবে। #rjpahi ❤️❤️ always love with U ❤️💕

  • @chayanikakalita7994
    @chayanikakalita7994 2 роки тому +12

    বহুত বহুত ভাল লাগিল ❣️ তুমি ভালে থাকা যেন এইয়াই ভগৱানৰ ওচৰত পাৰ্থনা 🌼

  • @nijarakalita141
    @nijarakalita141 2 роки тому +8

    এনেকুৱা প্ৰেম সঁচাই সন্মানিত 🙏।কিয় জানো দুয়োজনে ঘৰত কথাটো কোৱা হলে 😞

  • @ananyasaikia6241
    @ananyasaikia6241 3 роки тому +90

    2016 তে শুনিছিলোঁ, আজি ঘপকে link টো পাই শুনিলোঁ,ভাল লাগিল বহুত💗

  • @chetry452
    @chetry452 2 роки тому +4

    Strong love 💕 ত্যাগ মানেই ভালপোৱা। এই ভালপোৱাত এক্সট্ৰা energy asil ।

  • @gayatrinath9223
    @gayatrinath9223 3 роки тому +6

    কাহিনী টো শুনি এনে লাগিল তাত ঘটা ঘটনাৰ কিছু অংশ মোৰ লগত মিলে আৰু এনে লাগিল মোৰ হৃদয়ৰ কোনোবা অংশত খুণ্ডিয়াই হৃদয় কপাঁই দিলে,,,nice

  • @pulakeditzzz9658
    @pulakeditzzz9658 2 роки тому +7

    প্ৰেমিকা নহয় বন্ধুত্বৰ প্ৰয়োজন 🫂🫂🫂 ধুনীয়া story 😍😍😍😍

  • @SomimwaraBegum
    @SomimwaraBegum Місяць тому

    সঁচাকৈয়ে বহুত দুখ লাগিল
    ৰেহান আৰু পৰি তোমালোকে এতিয়া কত আছা কি কৰিছা নাজানো,,,বহুত মনত পৰিছে আৰু দুখ লাগিছে,,,
    R J pori বা তোমাৰ কণ্ঠত কাহিনী বোৰ শুনি সঁচাকৈয়ে মন চুই যায়,,,,আজি মই জীৱনত প্ৰথম বাৰ comment লিখিছোঁ ভূল হলে মাফ কৰিব

  • @juriatozvlogs1258
    @juriatozvlogs1258 3 роки тому +17

    ইমানেই মন চুই যোৱা কাহিনীটো... নিলিখাকৈ নোৱাৰিলোঁ..কিনো ক'ম শব্দৰ অভাৱ... আপোনাৰ ব্যক্তিত্বক শলাগিৱই লাগিৱ.. কিয়নো আপোনাৰ দৰে ব্যক্তি আজিৰ সমাজৰ আদৰ্শ... আপুনি কৈছিল লিখিৱ নাজানো কিন্তু আপোনাৰ লিখনি উপস্থাপন বহুত বেচি উত্তম.. আৰু পাহি বাৰ সুমধুৰ কণ্ঠত জীপাল হৈছে ইয়াৰ প্ৰতিটো পৃষ্ঠা...ৰিহান আহমেদ আগন্তুক জীৱনত আপুনি আৰু বেছি সুখী হওঁক.. 👍

  • @MRP081
    @MRP081 3 роки тому +10

    Respect both... Really চকুপানী ওলাই গ'ল । ইমান সুন্দৰকৈ আগবঢ়াই নিছে প্রেম,এনেকৈয়ে সুখী হওক দুয়ো দুয়ো জাগাত হ'লেও,

  • @pikuchowdhury6975
    @pikuchowdhury6975 2 роки тому +18

    After 4/5 years I m listening ur story n somewhere I can relate.bcz I m in the same position. Caste, religion, status all these r like sharp knives who cut out hears into pieces. We r living but not alive from inside

  • @nksdo
    @nksdo 3 роки тому +16

    দুখ লাগিল, তেওঁলোক যদি দুয়োটাই Celebrity হ'লে হয় তেন্তে তেওঁলোকৰ প্ৰেম সফল হ'লহেতেন,
    সমাজেও মানি ল'লেহেতেন,
    আমি যে সাধাৰণ মানুহ, সেয়ে মানি নলয়।

  • @mrinmoydas4191
    @mrinmoydas4191 3 роки тому +6

    Bohut dhuniya ata Story... Xosa premor kunu xekh nathake... Hei proof palu.... ❣️love you pahi baa

  • @shehnazsultana5692
    @shehnazsultana5692 2 роки тому +1

    প্ৰাপ্তিয়েই প্ৰেমৰ শেষ নহয় ৰিহান,আচলতে প্ৰেমৰ শেষেই নাই,আমাৰ হৃদয়ৰ কোনোবা এটা কোনত সেই প্ৰেমৰ অনুভৱ গোটেই জীৱন ৰৈ যায়.....so....all the best......best wishes thakil tumaloi.......hukhi hoa jibonot....and I really respect your decision...Pari loio xubhokamona thakil...hukhi hoa duyota jibonot......🙏

  • @jagyasenigogoi301
    @jagyasenigogoi301 2 роки тому +6

    Such a brave and honest person you are Rihan.. God bless you🤍

  • @trishna5775
    @trishna5775 3 роки тому +53

    আধৰুৱা এটি প্ৰণয়। শুনি শুব দুখ লাগিল। RJ পাহি বা আপোনাৰ love story বোৰ ইমান সুন্দৰকৈ কয় ধৰিবই নোৱাৰি যে ফোনটোত শুনি আছোঁ নে কথা বোৰ দেখি আছোঁ নিজ চকুৰে🤔সঁচাকৈ যাদু আছে আপোনাৰ মাতত। আগলৈও এনেকুৱা সুন্দৰ জীয়া কাহিনী শুনিব পাম বুলি আশাবাদী❤️love frm gauhati..☺️☺️☺️

  • @Cartoontvha
    @Cartoontvha 3 роки тому +13

    সম্পৰ্কটো দুয়োজনৰ ফালৰ পৰা আছিলে যেতিয়া দুয়োজনে দুয়োজনৰ ঘৰত তেওঁলোকৰ শুনাই চাব পাৰিলে হলে কিন্তু সম্পৰ্কটোৰ কথা । ঘৰত কিজানি মানি ললেই হয় বা ।এবাৰ চেষ্টা কৰি চাব পাৰিলে হয় দুয়োজনে । দুয়োজনেই ভালে থাকক নিজৰ নিজৰ ঠাইত । Very heartoching Love story...❤️❤️💞 Nice VOICE PAHI baa💓#RJPAHI

    • @njvideos5209
      @njvideos5209 3 роки тому

      kotha khini thikei koisa aber sesta korib parile hoi😔

  • @shyamalchandraroy1826
    @shyamalchandraroy1826 3 роки тому +5

    যিয়ে কাৰোবাক সঁচা অন্তৰ দি ভাল পাইছে তেওঁ এই কাহিনীটো শুনি চকু পানী ধৰি ৰাখিব পৰা নাই ..... যেতিয়া কাহিনীটো শুনি আছিলোঁ ভবাই যে এইটো কেৱল পৰি আৰু ৰিহানৰ কাহিনী , প্ৰতি to কথাই অন্তৰ চুই গল। দুয়োৰে নতুন জীৱনৰ শুভ কামান জনালোঁ।
    সঁচা প্ৰেম সদায় অন্তৰত থাকে।

  • @mriduladas5521
    @mriduladas5521 2 роки тому +63

    বহুঁত ষ্টোৰী শুনিলোঁ‌ পাহি বা,,, কিন্তু আজি এই ষ্টোৰী তু শুনি চকু পানী বৈ আহিল।😢😢 তাৰ নহওঁ বুলি জানিও ভাল পাইছিলোঁ তাক। প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম। আৰু যেতিয়া সপোনবোৰ দিঠক কৰা সময় আহিল। সকলোৰে সুখঁৰ বাবে তাক ত্যাগ কৰিব লগা হয়। একমাত্ৰ ধৰ্মৰ কাৰণে 🥺😓😓 নিস্বাৰ্থ প্ৰেম আছিল আমাৰ মাজত।
    তাৰ লগত থকা ম্মৃতি বোৰ চাই আজিও কান্দো। এবছৰ হ'ল কিন্তু তাক পাহৰিব পৰা নাই। নাজানো ভবিষ্যতে কাৰ লগত বিয়া হ'ম কিন্তু যাৰ লগত নহওঁ কিয় মোৰ যদি ল'ৰা সন্তান হৈ মই তাক মতা নামাটো এ ৰাখিম।(জোন)🙂💓💓
    ইয়াৰ যোগেদি এইটো এ কম তুমাক।যতে আছা ভগবানে ভালে ৰাখক তুমাক।মনৰ সকলো আশা যেন পুণৰ হৈ। তাৰে কামণা কৰিলোঁ।🙂🥰🥰
    শেষত ক'ব বিচাৰোঁ ভাল পোৱাৰ আন এটি নাম ত্যাগ 🙂🙂

    • @rejibahmedofficial1381
      @rejibahmedofficial1381 2 роки тому +1

      Xei pori joni apuni a asil neki?

    • @mahindridas1311
      @mahindridas1311 2 роки тому

      Sex karisila

    • @mriduladas5521
      @mriduladas5521 2 роки тому

      @@rejibahmedofficial1381 সেইজনি মই নহয়

    • @rejibahmedofficial1381
      @rejibahmedofficial1381 2 роки тому +1

      কিন্তু আপোনাৰ কমেন্টটো কিয় তেনেকুৱা লাগিছে তেন্তে?

    • @mriduladas5521
      @mriduladas5521 2 роки тому

      @@rejibahmedofficial1381 কিয় তেনেকুৱা লাগিছে নাজানো। মই মোৰ লগত যি হৈছিল তাকে হে কৈছোঁ 🙂🙂

  • @jayantasharma1326
    @jayantasharma1326 2 роки тому +11

    This love story is really full respect and sweet...But not fulfilled because of Religion....Really Very Heart Touching Love Story....The way he Tell Good bye to her is very emotional 😢😞

  • @brotherscreation1264
    @brotherscreation1264 3 роки тому +92

    বহুত কষ্ট হয় যেতিয়া নিজৰ ভাল পোৱা নিজে বিদায় দিব লগা হয় । কিন্তু কি কৰিম নিজৰ মা দেউতা ফালে চাই সেইখিনি কৰিব বাধ্য যত কনো ভৱিষ্যত নাই তাত জানো থাকি কিবা লাভ হব ? অনুভৱ কৰিব পাৰিছো ৰিহান এ কেনেকৈ বিদায় দিছে নিজৰ প্ৰিয় জনক । কিমান কষ্টকৰ এই কাম সেয়া কেৱল সেইজন মানুহে গম পাই 😑 Well done Rihan ☺️ তুমি যি কৰিছা বহুত ভাল কৰিছা । যতে থকা ভালে থকা । পাহি বা এনেকুৱা story এটা পুনৰ আপোনাৰ মুখত শুনিবৰ বাবে মাত্ৰ কেইটামান দিন অপেক্ষা । মইও মোৰ আধৰুৱা কাহিনী আপোনাৰ লে লিখি আছো

    • @Believe.786
      @Believe.786 3 роки тому +2

      Yea it's so sad when you don't want to say bye someone instead you have to say bye .

    • @bulilahon2328
      @bulilahon2328 3 роки тому

      Oooopo 9o9opio9pokkppplooo99oopo

    • @ninjahansel2854
      @ninjahansel2854 2 роки тому

      কাহিনিতু শুনি ৰব নোৱাৰিলি(😭🙏🙏🙏🙏🙏

  • @trishnalaskar23
    @trishnalaskar23 2 роки тому +21

    নাকান্দি নোৱাৰিলো পাহি বা। ইমান মৰম,ইমান ভালপোৱা আৰু ইমান সন্মান থকা এটা প্ৰেমৰ সম্পৰ্কৰ পৰিণতি বৰ দুখৰ 😢😢😢😢😢 ইশ্বৰে কুশলে ৰাখক দুয়োকে 🙏

  • @debashisd1b24
    @debashisd1b24 3 роки тому +4

    বহুত সন্মানেৰে তেওঁ প্রেমক আগুৱাই নিলে।প্ৰেম মনেই যে প্ৰাপ্তি তাৰ কোনো কথা নাই।প্ৰেম মানেই সন্মান আৰু তেওঁ সেই সন্মান প্ৰেমক দিছে।বহুত দুখ লাগিল শুনি।

  • @dimpudas8364
    @dimpudas8364 2 місяці тому +1

    তোমালোক ক মনিছোঁ দেই পাহি বা, ইমান ধুনীয়া tune বোৰ দিয়ে, বাপ্ৰেহ comments নিদিয়া কৈ থাকিব নোৱাৰিলোঁ,story বোৰ টো ধুনীয়া এ তোমালোকৰ বাবে কাহিনী টো sune pain suhag 😂 হৈ যায় seriously মনিছো আৰু team টোক, bapreh আচৰিত ❤ proud of u guys ❤

  • @Enthusiast_V
    @Enthusiast_V 3 роки тому +44

    Although l personally feel that "LOVE IS NOT ONLY ABOUT GETTING MARRIED or BEING TOGETHER FOREVER"... Literally heads off to the most sensible & dignified man Mr. RIHAN & sweet & delicate lady Miss PARI. Uh both temporarily came like a ray of happiness in each other life & made some impeccable permanent moments of love in ur life, which will give uh some instant smile on ur face🌟❤️

  • @pallabisaikia7050
    @pallabisaikia7050 3 роки тому +90

    জীৱনত যদি জাতি, ধৰ্মৰ কোনো বিভাজন নাথাকিল হয় আজি বহুতে দুখৰ মাজৰ পৰা মুৰ তুলি চাব পাৰিল হয়.....😔😔
    " মন যায় জানা কেতিয়াবা ভাগৰুৱা কলিজাতি তোমাৰ কোলাত থৈ জিৰণি ল'বলৈ কিন্তু কি হ'ব নিৱটিয়ে দি যোৱা সেই শপত বানি ত আজি মই আবদ্ধ."
    মন গ'লে ও নোৱাৰো জানা....😥😢😟😟

    • @jitumajhi2795
      @jitumajhi2795 2 роки тому

      Bohut val lagil pahi baa......love Mur life ot ni but Val lage Ane kisuman story...tq ba Ane story Diya karone.....

  • @smritibora1558
    @smritibora1558 3 роки тому +11

    Story টো শুনি থাকোঁতেই চকুপানী ওলায় গ'ল। ৰিহান তুমি সুখী হোৱা ।I wish সকলোৰে প্ৰেমিক তোমাৰ দলে হয়

  • @career-Growth-ms9vl
    @career-Growth-ms9vl 3 роки тому +41

    Story of the decade....❣️..such a great work by the whole team..hats off ....

  • @jitualicomedystar7154
    @jitualicomedystar7154 3 роки тому +23

    খুব সুন্দৰ লাগিল love ❤ story তো।

  • @dipshikhabora5338
    @dipshikhabora5338 2 роки тому +1

    অন্তৰ চুই যোৱা এটি প্ৰেম কাহিনী। সচাঁ ভালপোৱা এনেকুৱাই য'ত মৰম , সন্মান, বিশ্বাস , আদৰ সকলো থাকে কিন্তু প্ৰাপ্তি নাথাকে।

  • @monstargamar3614
    @monstargamar3614 3 роки тому +16

    I love this story 👌 Thank you RJ pahi 😔

  • @bhupalidas5989
    @bhupalidas5989 3 роки тому +161

    অন্তৰ চুই যোৱা এটি প্ৰেম কাহিনী❤️

  • @dimpalbora5573
    @dimpalbora5573 3 роки тому +11

    সচাঁই অন্তৰ চুই যোৱা কাহিনী ❤️❤️❤️ always lv u pahi baa

  • @Utpal_official231
    @Utpal_official231 3 роки тому +22

    বহু দিনৰ মূৰত শুনিলোঁ আৰু বহুত ভাল লাগিল কিন্তু এটা কথা সঁচাকৈ চকুলোঁ বাগৰি গৈছে😭😭 তোমাৰ মুখেৰে love story শুনিলে মোৰ তাই লৈ বৰ কৈ মনত পৰিল আৰু বহুত দুখি হৈ পৰিলোঁ

  • @dipankarhazarika5354
    @dipankarhazarika5354 3 роки тому +14

    কাহিনীটো কোনো কোনো ক্ষেত্ৰত নিজৰ লগত মিলি গ'লে শুনিবলৈ আৰু ভাল লাগে💕🥺

  • @kalyandas5091
    @kalyandas5091 2 роки тому +1

    She has also no option..u know na...bt she really luved u truly 4m her heart..for forever...n so b happy both of u...

  • @AllINONE-ru3qu
    @AllINONE-ru3qu 3 роки тому +6

    মৰমবোৰ সদায় এনেকৈয়ে বৈ যায় কেতিয়াবা ভালপোৱাৰ অনাবিল সুখ- বোৰলৈ আৰু কেতিয়াবা ভালপোৱাৰ নীৰৱতাৰ আন্ধাৰে আৱৰি ৰখা দুখৰ পৰা সুখৰ মাজলৈ।🥲🙃

  • @surajdas4343
    @surajdas4343 2 роки тому

    Ohh Rehan ki bli santona dim tmk bt hsai tmr proti sonman aru bahi gol .... Tmr valpua r proti sonman... I really appreciate... God blessed you 🙏🙏

  • @dishabayan1767
    @dishabayan1767 3 роки тому +17

    অন্তৰ্ চুই যোৱা কাহিনী ❣️

  • @borasaborah9387
    @borasaborah9387 3 роки тому +2

    সঁচাকৈ কবলৈ একো ভাষা নাইকিয়া হৈ গ'ল....এনেকোৱা ভালপোৱাও থাকে নে.... কেৱল ভগৱানক এইটোৱেই কৈছোঁ সূখী হোৱা❤️ তোমালোক

  • @nosto69
    @nosto69 3 роки тому +12

    সঁচাই অন্তৰ চুই গল, বহুত বেছি ভাল লাগিল❣️🥀

  • @LunashreeBoruah
    @LunashreeBoruah 6 місяців тому +1

    চকু পানী নোলোৱাকৈ নাথাকিল 🥺_______ কিমান যে ধুনীয়া story

  • @lazzy._.kaku.1441
    @lazzy._.kaku.1441 2 роки тому +3

    Ai story tu xuni soku Pani rakhab nowarilu 🥺🥺..... Rihan dada tumi xodai vale thaka.....And congratulations 💫💫...... Stay happy ♥️

  • @minalgogoiminalgogoi3456
    @minalgogoiminalgogoi3456 2 роки тому +3

    ভাল লাগিল শুনি story টো ।।ভাল পোৱা বোৰ এনেকুৱাই ।।কিছুমান সফল হয় কিছুমান নহয়।।

  • @মাইনাজিমি
    @মাইনাজিমি 3 роки тому +17

    প্ৰেম এনেকুৱাই কাৰোবৰ হৃদয় হাহে কাৰোৱাৰ কান্দে

  • @Mahidul1M
    @Mahidul1M 3 роки тому +2

    প্ৰেম মানেই ত্যাগ। সচাই অন্তৰখন চুই গল। দুয়োজনেই সুখী হওক তাৰেই কামনা

  • @pratikshabaishyababi3271
    @pratikshabaishyababi3271 2 роки тому +7

    Really, Heart touching love story ❣
    Love from Nalbari ❤

  • @dipshikhabora5338
    @dipshikhabora5338 2 роки тому +1

    অন্তৰ চুই যোৱা এটি প্ৰেম কাহিনী। সচাঁ ভালপোৱা এনেকুৱাই য'ত মৰম , সন্মান, বিশ্বাস , আদৰ সকলো থাকে কিন্তু প্ৰাপ্তি নাথাকে। সেইকাৰণে কোৱা হয় ভালপোৱা আন এটা নাম ত্যাগ।❤️

  • @dharitritalukdar03
    @dharitritalukdar03 3 роки тому +27

    This love story will be one of my most respected love story till date and of course heart touching story❤️

  • @parikalita4776
    @parikalita4776 3 роки тому +2

    Moi xokolo love story xunisu kintu aitu story akebre Mon sui goise , xuni thakute sokupani ulai ahise , bhut Val lagise , anekua jate karo lgt nhoi ❤️🌼

  • @songeetaboruah5608
    @songeetaboruah5608 3 роки тому +9

    Best love Story I have ever listened 🥰

  • @KankanaSaikia-om7xw
    @KankanaSaikia-om7xw 10 місяців тому

    সচাকৈয়ে এইয়াই সঁচা ভালপোৱা ।। সুখত থাকা দুয়ো । দুয়ো আঁতৰি থাকিলেও ইজন আনজনৰ অন্তৰত সদায় জীয়াই থাকিবা ❤😊

  • @sonjay9830
    @sonjay9830 2 роки тому +6

    পাহি বা ধুণীয়া লাগিলে 🥰🥰 শুনি আপোনাৰ love story

  • @nobita8841
    @nobita8841 3 роки тому +46

    Story টো শুনি থাকোঁতে এনে লাগিলে যে কিছু সময়ৰ বাবে মোৰ বুকুৰ ধপধপনি নোহোৱা হৈ গ'ল। 🥺❤️

  • @lifestyle1467
    @lifestyle1467 2 роки тому +5

    অন্তৰ চুই যোৱা এটা সঁচা প্ৰেমৰ কাহিনী।। যতে আছা ভালে থকা তুমিও আৰু 2মাৰ পৰি ও।🥺

  • @azminsultana9061
    @azminsultana9061 3 роки тому +5

    অন্তৰ চুই গ'ল ..... Soku pani a ulai gol😔😔 story tur lgt nijok a relate korisu 😭😭 Rihan tmr karone allah usrt khodai dua korim tmi jate life bhut happy hua... Aru aku notun pori ajonik bisari lua.. best of luck brother ☺️☺️

    • @azminsultana9061
      @azminsultana9061 3 роки тому +2

      @Sahabuddin Ahmed sua ajon manhu ba ajoni manhu amr jibonr pa naikea hoi gole life incomplete hoi najai... O aitu Khosa je tar ba tair jega kunu a katew lobo nuwari but.... Amr life tu khai manhu jon ba manhu jonir karone rokhi u nathake.... Khomoi karu babe noroi.... Notun manhu r majot ami khai harai jua manhu jonk ba manhu jonik baesri lbo lagibo.......... I know is not possible but try koribo a lgibo..... Ami amr jibon tu ajon manhu ba ajoni manhu r upst depend kori solibo nuwaru.... Amr life r aru manhu jar amk loi bhut khopun ase akha ase khai bur tu ami puron koribo a lagibo nohhhh.......🙂🙂

    • @azminsultana9061
      @azminsultana9061 3 роки тому +1

      @Sahabuddin Ahmed ysss .... But khihote nije decision loisel nohh bhut sage vabi simti a loisil🙂

    • @azminsultana9061
      @azminsultana9061 3 роки тому +1

      @Sahabuddin Ahmed tmr lgt u anakua hoise ne

  • @upcoming2444
    @upcoming2444 2 роки тому +4

    ৰিহান বাই তোমাক বহুত মিছ কৰিছোঁ। বাই তোমাৰ নিশানা মানুহ নাইকীয়া কিযান।আৰু প্ৰিয়া তোমাক কো বহুত মিছ কৰিছোঁ
    বহুত ভাল love story তোমালোকৰ কাহিনী শুনি চকু দি পানী উলাল ।টোমালো ক গৰত পৰা এটা sanch লবো পৰিলা হেঁতেন please sanch লোৱা☺️☺️☺️☺️

  • @mamonroy6134
    @mamonroy6134 2 роки тому +1

    এটি ইমান ধুনীয়া Love story❤।তোমাৰ জীৱনৰ কাহিনীটো মোৰ লগত প্ৰায় মিলিত ৰিহান।তোমাৰ Love storyটো শুনি বহুতে ভাল লাগিল। আশা কৰো তুমি জীৱনত আগুৱাই গৈ থাকা আৰু তোমাৰ carrier এটি তৰাৰ যেন জিলিকি গৈ থাকে তাকে আশা কৰিলো..my god bless you✨💕

  • @yfslalganeshbranch4667
    @yfslalganeshbranch4667 3 роки тому +11

    This love story will be one of my most respected love story .

  • @sumiunicorn1628
    @sumiunicorn1628 2 роки тому +1

    Aajir dinot enekua prem khub komei...
    Prem hole enekua hbo lge
    Na eyt kunu prapti bisarisl na kamona....
    Prem mne to prapti nhoi prem nije ek prapti!!♥️
    Aajikli xokolue prem k loi g bya koi prem mne protorona ru j koto ki..xei xokol luke ei lovestory to xuna usit....
    Prem enekua hbo lage preronar utsa!

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official 2 роки тому +7

    হৃদয় চুই যায় আপোনাৰ মাত টোৱে 🥺🥺🥺🥺❤️❤️❤️❤️

  • @aninesamamoi8040
    @aninesamamoi8040 2 роки тому +2

    তেওঁলোকৰ এই পবিত্ৰ ভাল পোৱা এই জনমত সফল নহলেও আহিব লগীয়া জনমত যেন সফল হওঁক এয়াই মোৰ ভগবান ৰ ওচৰত প্ৰাৰ্থনা

  • @sangitamunuvlog2674
    @sangitamunuvlog2674 2 роки тому +4

    নিজৰ ঠাইত সুখী হওক তেওঁলোক🙂❤️

  • @aminulhoque1120
    @aminulhoque1120 2 роки тому

    পাহি বা আপনাৰ শুৱলা কণ্ঠত বহুত love story শুনিলো।
    কিন্তু ৰিহান আৰু পৰীৰ love story য়ে সঁচাই হৃদয় চুই গল।
    ভালে থাকক তেওঁলোক দুয়ো নিজৰ নিজৰ ঠাইত, নেদেখা জনৰ ওচৰত তাকেই কামনা।

  • @niharikadeka1077
    @niharikadeka1077 3 роки тому +6

    Kune koi hosa prem ni..prem r oniyo ata nam tiyag jak hokolua kreb nuare..jiya kreb pare buja bujire..tewlukok hosai ata big salute..prem kore thoka obostat vabiboi nuaru aibur jiya kore desa kore ahsa aiya hosai honmaniyo..amr vabiboleke dukh lge tewluke koreb loga hl.huniya kandu tewluke dinbur par kore ase..jibn hohoj janu?njanu kintu hosa prem ru ru vaigo jn akbrai blg.jdi akai hl hoi hokolure success thkil hoi..prem hosai sorgio onubhuti.ai tiyagor past hoitu kostote par hb tewlukor jibn, kintu ear past akhn notun odhiyai vgobne Rosi thoise tewlukor babe.jt tewluke aresa tat hekh nihua tat kosto ru dukh hoise kintu strat kw hb ak notunotore khub dhuniya hbo..best wishes thakib duire babe.dujone emn vl mnor mnuh je kunaw beyakoi kbloi aku vakhai nthkb. 🙏

  • @junmomudoi3920
    @junmomudoi3920 Рік тому

    দুয়োজনৰ সিদ্ধান্তক সন্মান জনাইছো ৷ যতে আছা দুয়ো নিজৰ নিজৰ ঠাইত সুখী হৈ থাকা ৷

  • @ridiplahon26
    @ridiplahon26 3 роки тому +3

    বহুত ধুনীয়া এটা Heart touching love story... শুনি ভাল লাগিল।

  • @rintisaikia9381
    @rintisaikia9381 2 роки тому +2

    বহুত ভাল লাগিল 🥺❤। হৃদয় চুই গল 🥺🧡😇

  • @pallabitalukdar4665
    @pallabitalukdar4665 2 роки тому +6

    অন্তৰ চুই গ'ল ♥️ চকুলো বৈ গ'ল 😥

  • @sanjib0001
    @sanjib0001 2 роки тому

    Eman dhunia ata real story....dukh lagi gol bohut gutaitu hunilu soku Pani ulai gol ow....love u pahi baa...emn dhunia story apunar pora hunibo pai...

  • @masidurrahman5641
    @masidurrahman5641 3 роки тому +6

    ❤️❤️❤️...best love story of this century

  • @assamesegirl5109
    @assamesegirl5109 Рік тому

    Prem manei milon nohoi dada prem tyag ru protik ❤God Bless You Bro & Your love😊

  • @prahladdas5061
    @prahladdas5061 3 роки тому +15

    ৰিহান তুমি এজন প্ৰেমৰ নিদৰ্শন ❤️👍😭

  • @deepraajdunia229
    @deepraajdunia229 2 роки тому +2

    সঁচাকৈ,সঁচা প্ৰেমৰ আনন্দই সুকী়য়া,কিন্তু যিমান ডাঙৰ হৈ আহিছোঁ সেই আনন্দৰ পৰা বঞ্চিত হৈ আহিছোঁ,প্ৰেমত দুখ মইও পাইছোঁ কিন্তু সময় আহিলে পাহি বা তোমাৰ জৰিয়তে share কৰিম,love from dibrugarh

  • @darshanabaruah6901
    @darshanabaruah6901 2 роки тому +22

    You really proved that Love is not about getting married or being together forever..Its an emotion..
    Lots of love to both of u Rihan da nd ur beloved one..Nd thank you so much @RJ PAHI Baa for sharing this story..❤

  • @music..mixing9736
    @music..mixing9736 3 роки тому +1

    পৃথিৱী খনত সকলোঁ বোৰ মানুহ....আৰু ধৰ্ম বেলেগ বেলেগ কি আচৰিত বাৰু.... ধৰ্ম বেলেগ হলেও ভাল পোৱা বোৰ জানো সদায় ভাল পোৱা হৈ নাথাকে.....,মই ভাবো যে ভাল পোৱা বোৰ সম্পূৰ্ণ হবলে দুখন হৃদয় ৰ প্ৰয়োজন দুটা ধৰ্ম ৰ নহয়...আৰু যি ধৰ্ম ই মানুহক ভাল পাবলৈ শিকাই আকৌ সেই ধৰ্ম ৰ কাৰণেই সঁচা ভাল পোৱাৰ অন্ত পৰে,... সদায় ধৰ্ম য়ে জয় হয় আৰু সঁচা ভাল পোৱাৰ পৰাজয়....
    ভাল পোৱাৰ বোলে কোনো পৰিধি নাই কিন্তু এটা সীমা আছে খেইটো হল ধৰ্ম......

  • @SiNGleBiRd-1998
    @SiNGleBiRd-1998 3 роки тому +5

    ৰাতি নিৰ্জনতাত বৈ আহিছে
    আবেগপ্লাবিত দুধাৰি অশ্ৰুমালা ।।।
    আস্ কি যন্ত্ৰণা !

  • @darshanamedhi6040
    @darshanamedhi6040 3 роки тому +1

    Aji loike kuno tu story huni soku pani uluwa nasil.....woow....kunubai kunubak eman o bhal pabo pare ne....May God bless both of you Rihan And pari.....❤