আকাশদ্বীপ- আঙুৰলতাৰ Divorce নেকি..?? হঠাৎ সকলো কৈ দিলে কেমেৰাৰ আগত, চাওঁক শেষলৈ.. Mayur Mix Assamese

Поділитися
Вставка
  • Опубліковано 21 гру 2022
  • অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ সৈতে এখন্তেক ❤️❤️
    আকাশদ্বীপ ডেকা আৰু আঙুৰলতা ডেকাৰ সচাঁকৈ বিবাহ বিচ্ছেদ নেকি...???
    ভিডিঅ'টি চাওঁক শেষলৈ..
    আকাশদ্বীপ ডেকাৰ গাঁৱৰ ঘৰৰ পৰিৱেশ-
    • হঠাৎ আকাশদ্বীপৰ গাঁওৰ ...
    Follow me on Facebook-
    UA-camr Mayur Manash
    Follow me on Instagram-
    Mayur Manash
    Gmail-
    mayurmanash8@gmail.com
    📸 AnuRaag
    Thank u
    #akashdeepangoorlata #angoorlatadeka
  • Розваги

КОМЕНТАРІ • 532

  • @jamaluddinahmed108
    @jamaluddinahmed108 Рік тому +69

    আকাশ দা অনুভৱ কৰিছো এটাই নমামীয়ে আপোনাৰ মৰমৰ অভাৱ অনুভৱ কৰিছে।ই আপোনাৰ অন্তৰত কিমান দুখ দিছে

  • @Deepvloger416
    @Deepvloger416 Рік тому +124

    এটা কথা বুজি নাপাওঁ মানুহবোৰ সুখী হৈ থাকিব নুখুজে কিয়..... ইমান ধুনীয়া পৰিয়াল না টকা পইচাৰ অভাৱ , না লৰা ছোৱালীৰ অভাৱ , না কোনো জনৰ সৌন্দৰ্যৰ অভাৱ ... অথচ ইমান দুখৰ পাহাৰ লৈ জীয়াই আছে ,, আচলতে দুদিনীয়া জীৱনত মানুহে মূল্যৱান সময় বোৰ খঙ অভিমানত কি হেৰুৱাই গৈ আছে গমেই নাপায়.... আশা কৰো ইমান সুন্দৰ সংসাৰ খনত ভগৱানে সুখীৰ নিজৰা বোৱাই তোলক ।।।।। আচলতে আমি মানুহবোৰ যি আছে মোৰ তাতে সুখী নহওঁ সেইবাবে চাগে সঘনাই divorce , মাৰা মাৰি , বিয়া ভঙা , হত্যা আদিৰ দৰে ঘটনা বোৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ।

  • @swapnabordoloivlogs7604
    @swapnabordoloivlogs7604 Рік тому +16

    প্ৰিয় অভিনেতা আকাশদ্বীপ দাদাৰ লগত হোৱা সাক্ষাৎকাৰটো চাই খুবেই ভাল লাগিল । নমামীৰ প্ৰতি দুখ লাগিল । মাক দেউতাক জীয়াই থাকোতেও দেউতাকৰ মৰমৰ পৰা বঞ্চিত । বঞ্চিত বুলি এই বাবেই কৈছোঁ যে যিখিনি সময় দেউতাকৰ পৰা বিচাৰে সেইকণ সময় তাই আতৰত । সোনকালে দুয়ো একেলগে হ‌ওক ।

  • @ilovevillageandvlog3666
    @ilovevillageandvlog3666 Рік тому +32

    আকাশ দা কাৰনে ভিদিঅ তো নাচালেও থাকিব নোৱাৰিলোঁ ।কথাবোৰ ইমান ধোনিয়াকৈ কয় থাকে ভাল লাগিল ❤️

  • @mridulaborah2147
    @mridulaborah2147 Рік тому +43

    আকাশ দ্বীপ দা বৌ লগত মিলি থাকক নামামীক দুখ নিদিব বৌ যদি videoটো চাইছে আপুনি মিলিবলে চেষ্টা কৰে।ইয়াৰ পিছত দুয়ো জনক একেলগে দেখিবলৈ পাও। নামামীক দুখ নিদিব তাই সৰু ছোৱালী ।

  • @mridulbaruahofficial
    @mridulbaruahofficial Рік тому +88

    আকাশ দা খুব ভদ্ৰ মানুহ....কথাবোৰ শুনি ভাল লাগে....তেওঁ আগুৱাই যাওঁক

  • @pbgmedia7319
    @pbgmedia7319 Рік тому +127

    মোৰ প্ৰিয় অভিনেতা জন লৈ বহুতো মৰম আৰু অভিনন্দন জনালো,সদায় ঈশ্বৰে তোমাক সদায় কৰক।

  • @dharitryrabha7274
    @dharitryrabha7274 Рік тому +36

    ভিডিওটো নোচোৱাকৈ থাকিব নোৱাৰিলোঁ, আকাশ দাৰ কথাবোৰ শুনি ভাল লাগিল।নমামী মাইনা লৈ হে মনটো বেয়া লাগিছে। এনেকৈ মা দেউতা একেলগে নাথাকিলে সন্তানৰ ভৱিষ্যত কি হ'ব।সূৰ্য্যাস্ত চিনেমাৰ লগত একেবাৰে মিলিছে আংগুৰ বৌ।আংগুৰ বৌয়ে আছিল সূৰ্য্যাস্ত চিনেমাত।

  • @mrssikhakeotpandov2569
    @mrssikhakeotpandov2569 Рік тому +57

    আপোনালোক দুয়োজনে সোনকালে যেন পুনৰ লগ হোৱা দেখিব খুবেই মন গৈ আছে।

  • @ghenta443
    @ghenta443 Рік тому +42

    আকাশ দাৰ dance আৰু বিহু নাচ ❣️❣️uff কি আছিল সেই দিন বোৰ

  • @rtgaming5651
    @rtgaming5651 Рік тому +14

    মোৰ প্ৰিয় অভিনেতা জন। তেওঁৰ মনৰ বিষাদ বোৰ যেন কৰবাত ফুতি উঠিচে। আশা কৰিছো আমি আকৌ দুয়োকে একে লগে দেখা পাম বোলি।

  • @himantaborpatragohain6536
    @himantaborpatragohain6536 Рік тому +15

    সচাকৈ আশাক দা এজন সচা মানুহ, ভগৱানে কোশলে ৰাখক সদায়।

  • @gitanjalideka8767
    @gitanjalideka8767 Рік тому +11

    নলবৰীয়াত এষাৰ আছে--'কান্দা সময়খিনি পেমাই থাকাতে যায়'।
    সময় ৰৈ নাথাকে; স্বামীতকৈ ৰাজনীতি ডাঙৰ নহয়।দুয়োজন আতিশীঘ্ৰে লগ হৈ যাওক🙏

  • @purobigogoi8616
    @purobigogoi8616 Рік тому +9

    মোৰ প্ৰিয় অভিনেতা akash
    Deep da. বহুত বহুত ভাল লাগিল 👌. Aakha.... Thakil hodai akeloge thake. 🙏👨‍👩‍👧👨‍👩‍👧👌🙏

  • @parthapratimrabha5839
    @parthapratimrabha5839 Рік тому +13

    আকাশ দা. . . . আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালো |আপোনাৰ সপোনবোৰ সফল হওঁক |

  • @gogoida6924
    @gogoida6924 Рік тому +29

    Heppy new year...... আপোনা জীৱনৰ ৰং ৰঙীন হক নতুন বছৰটিত তাৰেই মোৰ কামনা 🌹🌹🌹🌹🌹🌹

  • @pompikitchen1706
    @pompikitchen1706 Рік тому +76

    শৈশৱ কালৰ প্ৰতিটো গীতৰ স্মৃতি হিচাপে সাক্ষী আকাশদ্বীপ দা ❤️

  • @lakhyanathdoleyking2722
    @lakhyanathdoleyking2722 Рік тому +10

    আকাশ দাৰ মনত কিবা এটা লুকাই আছে যেন পাওঁ৷

  • @daspiglets1866
    @daspiglets1866 Рік тому +91

    আকাশ দাৰ মনত যে মষ্ট এটা বিষাদ আছে সেইটো পৰিস্ফুত😢😢😢আমি নো কি কম মাজৰ মানুহ

  • @rimsasarmarahman6514
    @rimsasarmarahman6514 Рік тому +40

    আকাশদ্বীপ দা আপুনি বৰ মৰমলগা 🤍 অত্যন্ত অমায়িক মানুহ❤️ ভগৱানে আপোনাৰ মঙ্গল কৰক🙏🏼

  • @atozknowledgeassamese
    @atozknowledgeassamese Рік тому +13

    সকলো থাকিও মানুহ সুখৰ অসুখত ভোগে ৷ মানুহে নিজেই নাজানে আচলতে সুখী হোৱাৰ মন্ত্ৰ কি ৷ কিহৰ তাৰণাত মানুহে সম্পৰ্কৰ এনাজৰীক ভৰিৰে লঠিয়াই জীৱনৰ বহুমূলীয়া সময়খিনি হেৰুৱাই পেলোৱাৰ লগতে অসুখীৰ চোলা পিন্ধে ? যেতিয়া জীৱনৰ বিয়লিবেলাত উপনীত হ’ব আৰু নিঃসংগতাৰ যন্ত্ৰণাত দগ্ধ হ’ব , তেতিয়া জীৱনত কৰি অহা ভুলৰ অনুশোচনাৰ বাদে আনে একো নাথাকিব ৷ সেয়েহে যাৰেই ভুল নহওক কিয়, কিছু বুজাবুজি আৰু এৰাধৰাৰ মাজেৰে সম্পৰ্কবোৰ উমাল কৰি ৰাখিব লাগে , যাতে পিছত অনুশোচনাত দগ্ধ হ’বলগা নহয় ৷

    • @dimpulbaruah5979
      @dimpulbaruah5979 2 місяці тому

      Being alone is far better than stay in a toxic relationship because it destroy your life

  • @BH5701
    @BH5701 Рік тому +9

    Val lagil Mayur da apunar bohut talent ase ❣️ love you akhash da 😘

  • @birinchiborah4155
    @birinchiborah4155 Рік тому +6

    সহজ সৰল মনৰ বহুত ভাল মানুহ, ভগৱানে সদায় সহায় কৰক আপোনাক 🙏

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 Рік тому +51

    শৈশৱৰ প্ৰিয় অভিনেতা জন! ❤️

  • @rulideka6859
    @rulideka6859 Рік тому +7

    Bohut Janibo mon asil hosa kotha bur... Valei korila mayur da Video2 di💕💕

  • @jintudas5087
    @jintudas5087 Рік тому +7

    Bahut down to earth hoi.. Akash daa bahut vodro hoi manuhjon

  • @iamrajbongshi8228
    @iamrajbongshi8228 Рік тому +5

    শৈশৱৰ প্ৰিয় অভিনেতা জন। খুব সহজ-সৰল মানুহজন ।

  • @piyanka2515
    @piyanka2515 Рік тому +6

    Akash da apunak bohut miss korisu filim jgatot...♥ apuni hodai hukhe thakok ..take kamona koru...love you♥😍

  • @mouchumidaimaryrabhavlog290
    @mouchumidaimaryrabhavlog290 Рік тому +7

    Bohut Janibo monasil 🙏sir apunar kothabilak bohut vallagil 🥺vakha nai koboloi god bless you sir 🙏🙏🙏

  • @tulsitulsi8893
    @tulsitulsi8893 Рік тому +4

    দাদা আপোনাক দেখি বহুত দুখী দুখি লাগিছে কিন্তু যি কিনহক ভাল দিন আহিব চিন্তা নকৰিব কিবা ভুল বুজা বুজি হৈ আছে মিলা মিলি কৰি লব বুলি আশা কৰিলোঁ দুয়োজনে খুব মৰম

  • @BiplabiMudoi298
    @BiplabiMudoi298 Рік тому +4

    বহুত বহুত বেছি ভাল লাগিল ভিডিওটো চাই 💞💞Love from Majuli ❤️❤️

  • @digantarabha13
    @digantarabha13 Рік тому +6

    Akash da aru shyamantika barr juri tu subse best juri asile,Buhut dukh lage xei childhood r din bur mnt prile, janmoni r pra adi kri Champa loike,akash dar val pwa dukh best movie mr champa aru hero,aibur movie ajio sai thaku mi,atia aru xei din bur kto npw 😭😭😭, vale thak Akash da xdai, love from Chandubi ❤️

  • @sangitasarania5300
    @sangitasarania5300 Рік тому +6

    Eman dhuniyake ktha bor koise Akashdeep dai 💞💞💞

  • @tribenisonowal9300
    @tribenisonowal9300 Рік тому +31

    বহুত ভাল লাগে আকাশ দাক... ❤️❤️❤️

  • @srikantasingha5645
    @srikantasingha5645 Рік тому +4

    Mayur da aponar kotha bilak bhal lage bohut...hoday ane k thakiba dada bhal lage,from Bongaigaon 👍

  • @MH-fn6dh
    @MH-fn6dh Рік тому +11

    Akash da go ahead and best of luck for your bright future

  • @nirmaliboruah5669
    @nirmaliboruah5669 Рік тому +48

    Iman bhadra aru sober bhabe kotha bilak koise bor bhal lagise dei ,bhale thakiba hodai.

  • @bhabojan
    @bhabojan Рік тому +4

    আকাশদা আপোনাক মন মাৰি থকা দেখিলে একেবাৰে বেয়া লাগে ।

  • @ghenta443
    @ghenta443 Рік тому +10

    সহজ সৰল মানুহ বোৰ সঁচাকৈ বহুত ভাল লাগে

  • @binandarajbongshi4193
    @binandarajbongshi4193 Рік тому +4

    আকাশ দা আৰু আঙ্গুলতা বা সদায় দুয়ো একেলগে থাকিব বুলি আশা কৰিলো।

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM Рік тому +9

    Bohut val lagile kothabur aru video but Anekua lagile jen Agor hei Amar Akashdeep daa jon jen korbat herai goisa bohut agotkoi ,

  • @jyotishmandeka8376
    @jyotishmandeka8376 Рік тому +32

    এজন ভদ্ৰ আৰু ভাল মানুহ 😌 ভাল লাগিল ।। বাকি দুয়ো জন একেলগে থকাতো বিচাৰোঁ 🙏😌

  • @JugalKishor001
    @JugalKishor001 Рік тому +11

    আকাশ দা বহুত সহজ সৰল মানুহ হয়।
    ভগৱানে তেখেতক সদায় ভালে ৰাখক

  • @dipankorsarmah5276
    @dipankorsarmah5276 Рік тому +2

    বহুত কন্দিলো আপোনাক দেখি। বৰ ধুনীয়া অভিনয় কৰিছিল।

  • @mallikaswargiary8928
    @mallikaswargiary8928 Рік тому +1

    ইমান মৰম লগা অমায়িক আকাশদ্বীপ ।
    কথাবোৰো ইমান মৰম লগা 😘
    কিন্তু আচৰিত লাগিছে ইমান। চাৰি বছৰ অকণো সময় নোপোৱাকৈ আছে নে?
    আশা কৰোঁ দুয়ো একেলগে লগ হোৱাৰ।

  • @wahidarahman1351
    @wahidarahman1351 Рік тому +1

    Xosake Akash da bohut val. Ktha bur imn dhuniakoi koise bohut val lgil 🥰🥰

  • @animaborah7558
    @animaborah7558 Рік тому +10

    তোমাৰ প্ৰতি ৰাইজৰ মৰম আছেই আৰু থাকিৱ ।

  • @Niveditaeasyfood
    @Niveditaeasyfood Рік тому +10

    Down to Earth Akashdeep Da....

  • @comradesmisinglyricstunesp8208

    আকাশ দা আপুনি সদায় সুখত থাকিব লাগে ।আৰু আপোনাৰ পৰিচয় কেতিয়াও তলত যাব নালাগে।আৰু আপোনাৰ প্ৰতিটো খুচত ভগবানৰ আশীবাদ থাকিব লাগে , হবশেষত চল ঘড়ীটো বুকুত আকৌ নতুনৰ প্ৰাণ জগাই তুলিছে। Mrs ডেকাৰ লগত দেখা পালে আৰু মনটো ভাল লাগিব।

  • @jumitalukdar4862
    @jumitalukdar4862 Рік тому +49

    akash dar ktha bilak xuni anekoa lgise teolokr samparko2 ximn thik nhoi...nhole ne 4 yr lg npwake thake ne vl poa jone hajar bestotar majot a lg pboi..

    • @sd-ru3fg
      @sd-ru3fg Рік тому +4

      Xosa ktha.. axomote thaki log kribo nuara kthai nai. Bemari manuh jonok eneke eri dise... Bohut bea lagil khuni

    • @dpjyi7810
      @dpjyi7810 Рік тому +1

      Hosa kotha

  • @meyummonika3262
    @meyummonika3262 Рік тому

    Mur fevrt actor jn... Lv u 💗💗💗💗 apunr kotha keita huni bht vl lgil nd kiba ata dukh lgi ahil hahir aarot je kimn dukh ase dhoribo parusu....

  • @junmoniburagohain-vi5zj
    @junmoniburagohain-vi5zj Місяць тому

    আকাশদ্বীপ দা আপোনাক বহুত ভাল লাগে আপোনাৰ ফটো পালে মই আনি থৈ দিওঁ। আপুনি আকৌ আঙুৰলতা বা লৈ আহিব। আশা ও আশিবাদ আপোনাক দুয়ো আকৌ মিলন হওক।

  • @jurigogoi4387
    @jurigogoi4387 Рік тому +2

    Val lage akash dada tumak bohut , akha koru tumalukok joldi akeloge dakhu angurlota baa logot . And manuhe nojona nuhunakoi ena ja ta kotha uliyai thake folot balagor relationship t problem hoi . View paboloi balagor relationship k loi khela nokoribo . Koi disu UA-cam channel burok Kam nai jodi haga Muta video dibo balagor parsonal kotha ena uliyai nathakibo 🙏 bohut problem hoi parsonal life t so nokoribo tanakuwa Kam .

  • @Masang_bk
    @Masang_bk Рік тому +4

    All time favourite ❤️ প্ৰথম গানৰ ভিডিঅ' আকাশদ্বীপ দাৰ চল গৰী।

  • @daywithjyotishna525
    @daywithjyotishna525 Рік тому +6

    Bohut dinor pist dadak dekha palu vl lagile ❤️❤️

  • @monujsaikia9184
    @monujsaikia9184 Рік тому +4

    বহুত দিনৰ পিছত দেখিলোঁ
    জীৱনতো বা আৰু কিমান দিন থাকে
    কালিলৈ তো আপোনালোকৰ বাবে আহে বা নাহে কি ঠিক শুভ কাম কৰিবলৈ দেৰি কৰিব নেলাগে

  • @kamalnarah4954
    @kamalnarah4954 Рік тому +10

    মোৰ অতিকৈ প্ৰিয় অভিনেতা আকাশ দা
    আপোনাৰ সহজ সৰল কথাবোৰ শুনি ভাল লাগে !!

  • @mridusmita9950
    @mridusmita9950 Рік тому +30

    সৰুৰ পৰা দেখি অহা মোৰ ভাললগা এজন মানুহ আকাশ দা , ভালে থাকক সদায়

  • @sagarikabarman8825
    @sagarikabarman8825 Рік тому +3

    Val lagil video to ❤️ happy hoi thakok khodai.

  • @zubleejpbvlog6637
    @zubleejpbvlog6637 Рік тому +21

    Akhash Dar khotha bilak ssake bohut morom loga..Dada Apuni sodai hahi furti kori thakok..gd bless you

  • @devika5177
    @devika5177 Рік тому

    Bhal lagil sai, akashdeep jen hodai xukhi hoi monor jukhare...

  • @ajaysankarvlogs
    @ajaysankarvlogs Рік тому +1

    আকাশদ্বীপ is my favourite thanks for this blog Mayur daa

  • @nibirhazarika719
    @nibirhazarika719 Рік тому +20

    Love From Moran #BrotheR🔥 Unique View 🪟

  • @dalikalita699
    @dalikalita699 Рік тому +14

    Divorce howa nai jdio mil nai nhle namAmik log korib gle blegok phn kori jai ki mane ,emn dine duyu log howa nai,,kiya blege belege thke,,,,

  • @gautamdeka4345
    @gautamdeka4345 Рік тому +24

    পৰ্বতৰ ঢেঁক-ঢেঁকীয়া গানটো বহুত মনত পৰে ৷

    • @dipankorsarmah5276
      @dipankorsarmah5276 Рік тому

      Dadar jibon tu a dhakia hoi gol o

    • @User12414
      @User12414 10 місяців тому

      @@dipankorsarmah5276 ke kua 😂😂😂😂

  • @Bishalbaruah7889
    @Bishalbaruah7889 Рік тому +53

    মই এটা কথাই বুজি নাপালো যে চাৰি বছৰ হল আকাশদাই নিজৰ পত্নীক লগ পোৱা নাই, তেতিয়াতো আনুষ্ঠানিকভাবে ডিভৰ্চ নহলেও হোৱাৰ নিচিনাই l হাজাৰ ব্যস্ততা হলেও পতি পত্নীয়ে যদি এজনে আনজনক লগেই নাপায়, তাতকৈ দুখ একো নাই l

  • @NCflavors
    @NCflavors Рік тому

    Khub val lagil video 2.. bohudinr murt dekhilu akash dak...kathabur khub vodro vabe koi dei

  • @nabanitadeka5364
    @nabanitadeka5364 Рік тому +1

    Mayur da tomar video sai bhut vl lge.akash da loi bhut morom

  • @manojbora2244
    @manojbora2244 Рік тому +12

    He is very gentle .

  • @priyankaboruah2974
    @priyankaboruah2974 Рік тому +3

    মাক দেউতাক জীয়াই থকা অৱস্থাত পৃথকে পৃথকে কেতিয়াও সন্তানে সুখী হব নোৱাৰে যিমানেই তাইক টকা পইচাৰে সুখী কৰিবলৈ চেষ্টা নকৰক কিয় সেইবাবে দুয়োজন বুজাবুজিলৈ আহক আমি চাই সকলোৱে ভাল পাম।

  • @rinkimonibarman2621
    @rinkimonibarman2621 Рік тому +10

    শৈশৱ আৰু আকাশ দা 🙂❤️ কত‌ যে গল সেই দিনবোৰ 😥❤️

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 Рік тому +2

    আকাশদ্বীপ দাদা আপুনী ইম্মা~~~ন শকত হৈছে 😘😘😘👌👌👌❤️❤️❤️

  • @Shivagnisaikia4271
    @Shivagnisaikia4271 Рік тому

    Hodaiii bikhakh ...takhatt....😍Bhut base priyo......Love from...Jurhat

  • @creativityalltime196
    @creativityalltime196 Рік тому

    Eman xundor byoktitwo ...Mur hosakoi khub val lagise❤️

  • @prakashs-ge2gm
    @prakashs-ge2gm Рік тому +72

    4 bosor hol nedekha nijor potnik 😱😱 ki asorit.... Hosake eman dukh loga kotha 😭😭... Nijor samik adin log koribo homoi nai.. ayaii hol neki morom.. hosake kenekoi nu thakibo pare 😱

  • @kuldeepgogoi9270
    @kuldeepgogoi9270 Рік тому +15

    Music is the best medicine 💊😌

  • @Bidbeast
    @Bidbeast Рік тому +5

    আকাশ আঙুৰ কি সুন্দৰ সংস্কাৰ আদৰ্শ ।আকাশ দ্বীপ দা ৰ আৰম্ভণি সত শেষ হওক সততাৰে।লোকৰ ব্যক্তিগত জীৱনত নেতিবাচক সমালোচনা কৰাতকৈ নিজক সমালোচনা কৰক নিজৰ পৰিয়ালক আৰ্থিক নৈতিক দায়িত্ব বোধ দিয় ক।টকা পইচা মান সসন্মানে জীয়াই থকাৰ লগতে সমাজ খন সুস্থিৰ কলহ মুক্ত হব।আকাশ দ্বীপ দা আপোনাৰ জৰিয়াতে ।ভগৱানে আপোনালোকৰ মঙ্গল কৰক।ধন্যবাদ।

  • @tulikadeka3534
    @tulikadeka3534 Рік тому +3

    Akash daar ktha br khuni bht vl lgil...alpo ohangkar ni..emn khorol vbe ktha koi🤗

  • @maaachangmai4767
    @maaachangmai4767 Рік тому +1

    আকাশদ্ধীপ তোমাক ভগবানে মঙ্গল কৰক ।

  • @nehamonkalija.7826
    @nehamonkalija.7826 Рік тому

    Eman dhuniya ke kotha bur koise... Bohut vl lagil sai.....

  • @darsanasaharia3577
    @darsanasaharia3577 Рік тому +1

    Vdo চাই বহুত ভাল লাগিছে আৰু আমি মঙ্গলদৈ পৰা চাই আছোঁ

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 Рік тому +2

    😍😍😍😘😘😘বহুত ধুনীয়া লাগিল দাদা

  • @jasmihazarika8249
    @jasmihazarika8249 Рік тому +5

    Bahut baya lgil akash da kotha kita suni

  • @Extrabass523
    @Extrabass523 Рік тому +3

    Love from (kopahera) akash daar gaon pora💞💞💞

  • @barnalibora7974
    @barnalibora7974 Рік тому +1

    Bohut val lgil korhabur.god bless u

  • @banditarajbongshi5027
    @banditarajbongshi5027 Рік тому

    Eman shidha manuh bhogobane bhal korok apunar .vitoruea husband wife r khutkhat bur atori akow hundor family ata hoi porok tarey kamona korilu.

  • @jonjyotideka5370
    @jonjyotideka5370 Рік тому +3

    Dhuniya 🥰🔥🔥🔥🙏

  • @wsmofficial
    @wsmofficial Рік тому +3

    আকাশদ্বীপ বহুত ভাল লৰা।💕💕

  • @kdstudioaxom
    @kdstudioaxom Рік тому +8

    Akash daa Jindabad ✊❤️🥰🥰❤️

  • @dilsvlogs5431
    @dilsvlogs5431 Рік тому +2

    Akshdep all time fvt actor ❤️☺️

  • @munmidevi6863
    @munmidevi6863 Рік тому +1

    Onece upon a time akash deep was e bst actor for us...

  • @jkAxom
    @jkAxom Рік тому +3

    আপোনি এজন ভাল মানুহ । ভদ্ৰ কিন্তু আপোনাক ৰাজনীতি পথাৰত আহা নিবিচাৰোঁ কিন্তু আকৌ অভিনয় মাজেৰে ৰাইজৰ মাজলৈ আহক আমি কামনা কৰোঁ🙏🙏🙏🙏

  • @nirmaliborah1027
    @nirmaliborah1027 Рік тому +13

    আঙুৰলতা বাই বিধায়িকা নহয় যেতিয়া কিহঁত ব্যস্ত অ" এতিয়া?? ৪ বছৰ মানুহটোক লগ নুপুৱাটোহে আচৰিত কথা🤔🤔

    • @jahangirmondal3354
      @jahangirmondal3354 Рік тому

      Election-24

    • @sd-ru3fg
      @sd-ru3fg Рік тому

      @@jahangirmondal3354 hoi ne ?? Usorote thaki 4 bosor log nupuar jukti ase nki... Ki ktha koisa he

  • @manjulchinte7236
    @manjulchinte7236 Рік тому +3

    Dadak bhut dinor past dekilu aji 💞💞

  • @user-nu6jg3lo2d
    @user-nu6jg3lo2d 2 місяці тому

    Really , Akash Deep is very gentle .Wish you a happy long life.

  • @binudutta6537
    @binudutta6537 Місяць тому

    আকাশ আৰু আঙুৰলতা একে লগ হোৱাৰ কামনা কৰি ছো

  • @seherabeyalora
    @seherabeyalora Рік тому +6

    বহুত বেছি ভাল লগা এজন অভিনেতা ❤🔥

  • @67Vijay67
    @67Vijay67 Рік тому +3

    Akash Dip Da 😊 Love you 💕 De Arrrrr 😎✅❣️

  • @dhanti1890
    @dhanti1890 Рік тому

    Manuhor majot apuni xodai ujjali thakok dada, god bless you😘❤

  • @allaboutlearning4359
    @allaboutlearning4359 Місяць тому

    Mur priyo obhineta Akash deep daa😊 sangkharik jibon tu jen sukhor hoi seitu e kamona.