ছাত্ৰৰ বেগত এইয়া কি?? দুকোব দিওঁতেই শিক্ষকলৈ ল'লে চোঁচা

Поділитися
Вставка
  • Опубліковано 4 жов 2024

КОМЕНТАРІ • 380

  • @hareswarhandique2096
    @hareswarhandique2096 6 днів тому +99

    সময়ৰ উপযোগী । উপদেশ মূলক । শিক্ষকৰ চৰিত্ৰত অভিনয় কৰা জনলৈ শতকোটি প্ৰণাম জনালোঁ ।

  • @jantihira9356
    @jantihira9356 6 днів тому +31

    শিক্ষক অভিনয় কৰাজনক মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ..সূনদৰ প্ৰতিচ্ছবি ডাঙি ধৰিছে।

  • @ranjanborah5983
    @ranjanborah5983 6 днів тому +49

    মনৰ মাজত সোমাই থকা কথা খিনি উলিয়াই দিয়াৰ বাবে বহুত ধন্যবাদ৷ লৰা-ছোৱালীৰ ধংসৰ মুল কাৰণ অভিভাৱক৷ মই নিজেও শিক্ষক আছিলো দোষ কৰিলে শাস্তি দিবলৈ ভয় নকৰো ৷ নিজৰ লৰা ছোৱালীকহে নিজৰ বুলি ভৱাৰ কাৰনেই সমাজত এই নৈতিক স্খলন ঘটিছে৷ নিজৰ লৰা ছোৱালীক শাসন কৰক তেতিয়াই সমাজ সলনি হব৷

    • @amanurrahman1042
      @amanurrahman1042 День тому

      বৰ্তমান সময়ত আমাৰ সমাজত চলিত আধাৰত নিৰ্মিত। অতি সুন্দৰ।

  • @dolihazarika2605
    @dolihazarika2605 6 днів тому +29

    সমগ্ৰ শিক্ষক সমাজৰ হৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক । ইমান সুন্দৰকৈ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত video টো আগবঢ়ালে তাৰ বাবে নথৈ সুখী হৈছোঁ...

  • @manikasom3552
    @manikasom3552 4 дні тому +2

    শিক্ষক জনক অশেষ ধন্যবাদ।মই ও এজন শিক্ষক,ব্যক্তিগত খণ্ডৰ।নিজৰ সন্তানক নিৰ্দোষী সাব্যস্ত কৰিব বিচৰা,সন্তানৰ পক্ষত থিয় দিয়া অভিভাৱক কেইবাজনো লগ পাইছোঁ এতিয়ালৈকে।

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 6 днів тому +33

    🙏 আপোনাৰ নিতিশিক্ষাৰ নাটক খন সময়উপযোগী হৈছে অতি সুন্দৰ অভিনয় বত্তমানৰ সমস্যা বোৰ ৰোধ কৰা আৰু অভিভাৱক সকল সচেতন হোৱাত যথেষ্ট ফলপসু হব ।

  • @kunjogogoi579
    @kunjogogoi579 4 дні тому +6

    সমাজলে এটা শুভ বাতা্ গৈছে দেই ভাল লাগিল।

  • @siddharthasankarphukan3978
    @siddharthasankarphukan3978 4 дні тому +14

    চেকনীৰ আগতহে শিক্ষা । ছাৰে বৰ সুন্দৰ কথা কলে । ধন্যবাদ ছাৰ ।

  • @bogadharshyam4089
    @bogadharshyam4089 6 днів тому +29

    সচা কথা,বৰ্তমান যুগত প্ৰতি গৰাকী শিক্ষকৰ হাতত বেত লোৱাৰ প্রযোজন ।

    • @freefireindiaoffcial-nx2kt
      @freefireindiaoffcial-nx2kt 4 дні тому +1

      ❤❤❤প্ৰতিজন শিক্ষা গুৰুৰ প্ৰতি মোৰ এটাই অনুৰোধ যে , সেকনিৰ আগত বিদ্যা দিয়ক

  • @MintuBarman-u8q
    @MintuBarman-u8q 4 дні тому +2

    কি বুলি যে ধন্যবাদ দিম !আমি শিক্ষক সকলে দৰ মহা কিমান পাওঁ তাৰ হে হিছাপ ৰাখে ।

  • @anjumonikakoti7250
    @anjumonikakoti7250 6 днів тому +9

    সময়োপযোগী এক শক্তিশালী বার্তা আগবঢ়ালে 👏👏

  • @ashokdas8961
    @ashokdas8961 5 днів тому +5

    আপোনালৈ অভিনন্দন, শুভেচ্ছা তথা শুভ কামনা জনালোঁ। কিন্তু এটা কথা সকলোৱে জানে বা জনাটো আৱশ্যক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক বা সমাজৰ অন্যান্য সকলোৱে যেতিয়ালৈকে নিজৰ দোষ বা ভূল নেদেখে বা নিজক নিজে নোশুধৰাই তেতিয়ালৈকে সমাজ শুদ্ধ নহয় ..।। ধন্যবাদ ।।

  • @pabitranath4675
    @pabitranath4675 6 днів тому +12

    সময়োপযোগী অনুষ্ঠান। চাই বৰ ভাল লাগিল।

  • @homenphukon9474
    @homenphukon9474 6 днів тому +9

    বাস্তৱিকতাৰ সুন্দৰ প্ৰকাশ।। সন্মতি আছে আপোনাৰ কথাত।।

  • @nilshankharaj5703
    @nilshankharaj5703 4 дні тому +5

    দেৰিকৈ বুজি পাই অভিভাবকে। ল'ৰা ছোৱালীক দোষ দিলে বেয়া পাই বাবে এই গতি। বৰ সুন্দৰ উপস্থাপন 👍🏾👍🏾

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 5 днів тому +1

    শ্ৰীমন্ত দাদা বৰ্তমান শিক্ষক আৰু অভিভাৱকৰ যিটো দুৰত্ব আহি পৰিছে তাক আপুনি ইমান সুন্দৰ ভাৱে অভিনয় যোগেদি দাঙি ধৰিলে তাৰ কাৰণে আপুনি ধন্যবাদৰ পাত্ৰ।

  • @bharatisaikia1388
    @bharatisaikia1388 4 дні тому +1

    অভিভাৱক সতেতন হবৰ হব।এই নীতি শিক্ষা নাটকখন বৰ্তমান সময়ৰ উপযোগী। সকলোৱে স্বেৱাৰ কৰক। বহুত ধন্যবাদ দাদা ।

  • @sewaliborthakur5145
    @sewaliborthakur5145 6 днів тому +8

    অতি সুন্দৰ অভিনয়ৰ লগতে সমাজলৈ সুন্দৰ বাৰ্তা

  • @NirmaliDutta-js4yl
    @NirmaliDutta-js4yl 5 днів тому +1

    মিলন আৰু শ্ৰীমন্তক বহুত বহুত ধন্যবাদ।সময়োপযোগী ।hundor অভিনয়।

  • @manafact
    @manafact 5 днів тому +1

    শিক্ষক জনক বহুত বহুত ধন্যবাদ। এচাৰি আগত শিক্ষা। সন্মান ছাএই বুজি নাপাই। এতিয়া , "চৰিএ" পাঠ বিষয়টো অতিকৈ প্রয়োজন হৈছে।

  • @PranabkumarDas-l2t
    @PranabkumarDas-l2t 4 дні тому +5

    ইমান সুন্দৰ সত্যতা দাঙি ধৰিছে আপুনি 🙏🙏🙏

  • @pronobprokash86
    @pronobprokash86 6 днів тому +11

    আপোনাৰ যোগাত্মক video সমূহ আৰু বাস্তৱিক অভিনয় শৈলী খুবেই মনোগ্ৰাহী। আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগবঢ়াই লৈ যাওক আমি উপভোগ কৰি যাম।

  • @gakulgogoi9558
    @gakulgogoi9558 4 дні тому +1

    বৰ সুন্দৰ হৈছে। সময়োপযোগী। মইতো প্ৰথমে সঁচা ঘটনা বুলিয়ে ভাৱিছিলো। A genuine message to the teachers and parents.

  • @jadavchandranath7072
    @jadavchandranath7072 6 днів тому +12

    শিক্ষক জনলৈ বহুত বহুত ধন্যবাদ

  • @mgmusic.3483
    @mgmusic.3483 5 днів тому +2

    বাস্তৱ চিত্ৰখন ফুটাই তুলিলে ৷ ভাল লাগিল ৷

  • @kripalibhuyan5326
    @kripalibhuyan5326 6 днів тому +10

    সকলো শিক্ষক সমাজৰ মনৰ কথা এয়া । হয়, সকলোৱে যেন শিক্ষকসকলকে চকু দি থাকে । কিমান উদণ্ড ল'ৰা ছোৱালীক বিদ্যালয়ত চম্ভালি থাকিব লাগে, অভিভাৱকে এবাৰ ভাবে নে? অভিনয় সকলোৰে বৰ ভাল হৈছে

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 4 дні тому +2

    সময়ৰ উপযোগী।বহুত ভাল লাগিল।

  • @AnjumoniGogoi-lk8il
    @AnjumoniGogoi-lk8il 5 днів тому +1

    শিক্ষক জনক অশেষ ধন্যবাদ । লগতে বাইদেউৰ ব্যৱহাৰ ভাল লাগিল ।

  • @ghanakonwar609
    @ghanakonwar609 2 дні тому +4

    মহাশয় আপোনাৰ কথাবিলাক বৰ ভাল লাগিল, ধন্যবাদ।

  • @dadulborah8413
    @dadulborah8413 5 днів тому +1

    সুন্দৰ বাৰ্তা এটি জনসাধাৰণৰ মাজত ভিডিঅ মাধ্যমেৰে প্ৰচাৰ কৰা বাবে বহুত বহুত ধন্যবাদ ।

  • @DhanChutia-dx3fj
    @DhanChutia-dx3fj 6 днів тому +4

    Excellent গোটেই কিতা কথাই বহুত বহুত মূল্যবান চৰকাৰে এতিয়া কি হাতত লয় সেইটো হে আচল কথা ।

  • @ujjalchaliha2793
    @ujjalchaliha2793 5 днів тому +1

    সময়ৰ উপযোগী ভাল লাগিল,অভিভাৱক সকল সচেতন নহলে ল'ৰা ছোৱালী ধংসৰ পথত।

  • @dalimiboruah4100
    @dalimiboruah4100 5 днів тому +1

    শিক্ষক অভিনয় কৰা চাৰ জনক বহুত বহুত ধন্যবাদ,। সময়ৰ উপযোগী ভিডিও।

  • @riturajkalita2767
    @riturajkalita2767 5 днів тому +1

    বৰ্তমান সময়োপযোগী ভিডিঅ'। খুবেই ভাল লাগিল চায়। নৱপ্ৰজন্ম তথা প্ৰতিজন অভিভাৱক লৈ এক বাৰ্তাবাহক কাহিনী।

  • @protimaborah5325
    @protimaborah5325 5 днів тому +1

    100% পালেও এনে অভিভাৱকৰ ল'ৰাই সমাজৰ সুনাগৰিক হব নোৱাৰে |

  • @anibchutia4418
    @anibchutia4418 4 дні тому +2

    সাম্প্ৰতিক সময়ৰ পৰিস্থিতিকলৈ অতি প্ৰয়োজনীয় যোগাত্মক চিন্তাৰে সময়োপযোগীকৈ অভিভাৱক সকলৰ প্ৰতি উপদেশমূলক বাৰ্তা প্ৰেৰণ কৰিলা , বহুত ভাল লাগিল চুটি ভিডিঅ’টি চাই ৷ বহুত বহুত শুভেচ্ছাৰে অভিনন্দন জনালোঁ আটাইকেইজনলৈ ৷

  • @mridulsaikia7875
    @mridulsaikia7875 6 днів тому +2

    সময় উপযোগী চিন্তা চৰ্চাৰ আৰম্ভ, ধন্যবাদ ❤

  • @arunpathak2120
    @arunpathak2120 5 днів тому +1

    সমযয়োপযোগী কাহিনীৰ আধাৰত সমাজলৈ এক শুভ বাৰ্তা। ধন্যবাদ থাকিল।

  • @rinjumonigogoi6289
    @rinjumonigogoi6289 4 дні тому +1

    এটা বাস্তব সমস্যা।বৰ সুন্দৰকৈ উপস্থাপন কৰিছে।সকলোৰে অভিনয় বৰ সুন্দৰ।

  • @mondirabora9140
    @mondirabora9140 3 дні тому

    চেকনিৰ আগত বিদ্যা এই কথাষাৰ যেন সকলো য়ে জনা উচিত।শিক্ষকৰ অভিনয় কৰা জনলৈ বহুত বহু ধন্যবাদ জনালো।

  • @bulukantadutta8912
    @bulukantadutta8912 2 дні тому +1

    ভিডিঅ টো সময় উপযোগী হৈছে ।শিক্ষক ৰ অভিনয় কৰাজনলৈ বহুত বহুত ধন্যবাদ ।

  • @rbhuyan4140
    @rbhuyan4140 6 днів тому +5

    সুন্দৰ উপস্থাপন ,সময় উপযোগী চাই ভাল লাগিল।

  • @sachindeka9546
    @sachindeka9546 13 годин тому

    অতি সুন্দৰ সময়োপযোগী নিদৰ্শন, শিক্ষক জনৰ বক্তব্য সঁচাকৈয়ে আদৰণীয়।🙏

  • @PutaliSaikia-k6k
    @PutaliSaikia-k6k 5 днів тому +1

    প্ৰতি জন শিক্ষকলৈ প্ৰণাম জনোৱা ৰ লগতে অভিভাবক সকল সচেতন হবলৈ অভিভাবক হিচাপে অনুৰোধ থাকিল।

  • @dipaliborthakur1474
    @dipaliborthakur1474 5 днів тому +2

    শিক্ষক জনৰ অভিনয়ে বৰ আবেগিক কৰিলে।ধন্যবাদ জনালোঁ।

  • @SABITA1176
    @SABITA1176 6 днів тому +2

    বৰ সুন্দৰ আৰু সময়োপযোগী ৷ এটা সুন্দৰ বাৰ্তা পালোঁ ৷ আজিৰ ছাত্ৰ কাইলৈৰ দেশৰ ভৱিষ্যত ৷

  • @DebarunDutta-r5l
    @DebarunDutta-r5l 4 дні тому +1

    আমিও শিক্ষকৰ মাৰ খালো আমাৰ ল'ৰা ছোৱালীয়ে ও মাৰ খালে আমি কেতিয়াও শিক্ষকৰ বিৰুদ্ধে গোচৰ দিয়া নাছিলো আৰু ল'ৰা ছোৱালীক সদায় শিক্ষকক সন্মান কৰিবলৈ সদায় কৈছিলো। এতিয়া আমাৰ ল'ৰা ছোৱালী ডেকা গাভৰু হ'ল এতিয়াও শিক্ষকক সন্মান কৰে কিন্তু বৰ্তমান সময়ত দেখিছোঁ ওলোটা নিয়ম শিক্ষকে ল'ৰা ছোৱালী গাত এচাৰি টোলিবলৈ ভয় ইয়াৰ বাবে অভিভাৱক সকলে অলপ চিন্তা কৰি বুজি পায় যেন যে চেকনিৰ আগত হে বিদ্যা

  • @jugaraniphukon8369
    @jugaraniphukon8369 5 днів тому +2

    সুন্দৰ উপস্থাপন ।বহুত ভাল লাগিগ।

  • @monjurikagogoi1406
    @monjurikagogoi1406 6 днів тому +4

    Srimonto motivator ৰ VDO বোৰ বাস্তৱ সময়ৰ উপযোগী বাৰ্তা।VDO টো চাই বহুত ভাল লাগিল। ধন্যবাদ।🎉

  • @rebotisaikia661
    @rebotisaikia661 6 днів тому +1

    মাননীয় ছাৰৰ সকলো কথা জানিব পাৰি নথৈ সুখি হ’লোঁ ৷ মইয়ো এগৰাকী প্ৰাথমিৰ বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী আছিলোঁ ৷ এনে ধৰণৰ দুই এজন অভিভাৱকে আহি আমাকো আমনি দিছিল ৷তেনে কথাত আওকাণ কৰি সময়ত কতব্য ত আগুৱাই গৈ কৰ্ম জীৱন সামৰনি মাৰিলোঁ ৷ কিন্তু এটা কথা তেনে অভিভাৱকৰ ছাত্ৰক সফলতাৰ বা উন্নতিৰ আশা বহুত দূৰত৷ শেষত ছাৰলৈ ধন্যবাদ আৰু দীঘায়ু কামনা কৰিলোঁ ৷🙏🙏🙏🙏

  • @munmunsarmah9183
    @munmunsarmah9183 6 днів тому +1

    অতি সুন্দৰ আৰু নীতিশিক্ষামূলক কাহিনী।

  • @RupamoniDutta-l1n
    @RupamoniDutta-l1n 5 днів тому +1

    সুন্দৰ অভিনয়। বহুত ভাল লাগিল।

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 6 днів тому +6

    সময়োপযোগী এক অনুষ্ঠান।

  • @pulinborthakur664
    @pulinborthakur664 5 днів тому +1

    আপোনাৰ প্ৰতিটো অভিনয় সুলভ দৃশ্য শ্ৰব্য মোৰ বৰ ভাল লাগে। এবাৰ আপোনাক দেউৰীচুকৰ এখন সভাত লগ পাইছিলো। আকৌ এবাৰ লগ পোৱাৰ ইচ্ছা আছে।

  • @HarekrishnaBora
    @HarekrishnaBora 6 днів тому +15

    ডাঙৰীয়া, মোৰ ঘৰ দৰং জিলাত।আপোনাৰ Motivation সম্পকীয় অভিনয় চাই ভাল পালো। আগতো দুটামান ভিডিঅ চাইছো। ভাল হৈছে৷ ময়ো এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আপোনাৰ এই ভিডিঅটো মই আমাৰ শিক্ষকসকলক দেখুওৱাইছো। ভাল পাইছে। শেষত আপোনালৈ নমস্কাৰ ।

  • @DITIMONIBURAGOHAIN
    @DITIMONIBURAGOHAIN 6 днів тому +8

    সঁচা কথা কৈছে ৷ ভাল লাগিল বহুত ৷

  • @ProbodhGoswami-k8e
    @ProbodhGoswami-k8e 3 дні тому

    ঠিক সময়ত ঠিক বিষয় এটাৰ ওপৰত আলোচনা হৈছে । শিক্ষকক সমালোচনা কৰোতে কৰোতে ল'ৰা ছোৱালী ৰসাতলে গৈছে ।

  • @rumineog6736
    @rumineog6736 4 дні тому +1

    সুন্দৰ । সময়ৰ উপযোগী । শিক্ষক সমাজ হৈ ধন্যবাদ জনাইছো

  • @UjjwaljyotiBora
    @UjjwaljyotiBora 6 днів тому +2

    অতিকৈ গুৰুত্বপূৰ্ণ বিষয় ।ভাল লাগিল।

  • @nizuskitchen5415
    @nizuskitchen5415 2 дні тому +1

    ইমান সুন্দৰ অভিনয় সচা যেন লাগিছে সমাজৰ বাবে সময়উপযোগি আমিও শিক্ষকৰ মাৰ খাই ডঙৰ হৈছিলো চেকনিৰ আগত বিদ্যা ৷ পিতনত কান্দি কান্দি চকুৰ পানী নাকৰ পানী একাকাৰ হৈ যায় তথাপিও মা দেউতাই কোনোদিনে আপত্তি কৰা নেদেখিলো ৷ আজিও সেই শিক্ষক সকলোক সন্মান কৰো আজিও চাৰ বুলি মাতো

  • @saramakalita8051
    @saramakalita8051 5 днів тому +1

    শিক্ষা গুৰু জনলৈ বহু বহু ধন্যবাদ

  • @K.B.KASHYAP
    @K.B.KASHYAP 4 дні тому +1

    বৰ্তমান প্ৰতিজন শিক্ষকৰ মানসিক যি অৱস্থা সেয়া সমাজে অনুধাৱন কৰিব নোৱাৰিলে দেশৰ ভৱিষ্যত ছাত্ৰ সমাজ কি দিশলৈ গতি কৰিব হয়তো বুজাব পৰা নাযাব। নাটক খন অতি সময়োপযোগী আৰু অভিনয় শৈলী সুন্দৰ হৈছে ।

  • @classroomofpankajsir7064
    @classroomofpankajsir7064 4 дні тому +3

    এনে অভিভাৱকৰ বাবেই শিক্ষকেহে ছাত্ৰলৈ ভয় কৰিব লগা হৈছে। ব্যক্তিগত বিদ্যালয় আকৌ অভিভাৱকৰ কথা মতেই চলে। তাতে আকৌ চাকৰি যোৱাৰ ভয় থাকেই।

  • @rupakonwar7299
    @rupakonwar7299 5 днів тому +1

    বৰ সুন্দৰ আৰু সময়োপযোগী ভিভিঅ বাৰ্তা ।

  • @luhitboruah5199
    @luhitboruah5199 6 днів тому +1

    বৰ সুন্দৰ। ইমান অতি সাবলীল অভিনয়।

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 6 днів тому +3

    সুন্দৰ বিষয়বস্তুৰ সুন্দৰ উপস্থাপন 👏👏🙏

  • @rajibsaud3757
    @rajibsaud3757 3 дні тому

    সুন্দৰ উপস্থাপন। এক অতি যোগাত্মক সময়োপযোগী বাৰ্তা।।🙏👍🙏👍

  • @rituraj__mahanta_16
    @rituraj__mahanta_16 4 дні тому +1

    বৰ্তমান সময়ত এনে পৰামৰ্শমূলক ভিডিঅ' আগবঢ়োৱা টো বহুত প্ৰয়োজনীয় । 😊😊

  • @ProbalKhataniar
    @ProbalKhataniar 4 дні тому +2

    ইয়ে হৈছে প্ৰকৃততে,সুন্দৰ🎉

  • @JisoJiso-jf3ec
    @JisoJiso-jf3ec 2 дні тому

    মহাশয় আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাক ভগবানে কৃপা কৰক।

  • @user-fe9yi5sp9b
    @user-fe9yi5sp9b 5 днів тому +1

    যি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষা গুৰুক সম্মান দিব নাজানে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনত কোনো দিন উন্নতি কৰিব নোৱাৰে ।

  • @BeautiHAZARIKA-x5y
    @BeautiHAZARIKA-x5y 5 днів тому +1

    শিক্ষকৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তি জনক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷ ছাত্ৰ ছাত্ৰী সকল মূলতে ধংস হ’ল অভিভাবক সকলৰ পৰা ৷ সন্তানক লগত লৈ ’ সন্তানৰ আগত শিক্ষকৰ বদনাম বেয়া আলোচনা কৰে অভিভাবক সকলে ৷ তেতিয়া সন্তানে শিক্ষকক অপমান কৰিবলৈ সকাহ পায় ৷কিন্ত্তু সকলো অভিভাবক বা সকলো ছাত্ৰ ছাত্ৰী নহয় ৷ 😂

  • @kalpanakataky9092
    @kalpanakataky9092 5 днів тому +1

    সময়োচিত vdo। ভাল লাগিল দাদা।দি থাকিব এনেকুৱা vdo।১০ জনৰ ভিতৰত মোৰ মতে ৮ জন উপকৃত হব। এচাৰীৰ আগত বিদ্যা নীতি আকৌ আহিব লাগে

  • @DipokHazorika-xc1sp
    @DipokHazorika-xc1sp 6 днів тому +7

    সময়ৰ উপযোগি হৈছে

  • @a_hannan9101
    @a_hannan9101 5 днів тому +1

    সুন্দৰ হৈছে। সময়োপোযোগী।

  • @dhrubajyotihazarika780
    @dhrubajyotihazarika780 3 дні тому

    মন চুই গল ভিডিঅটো চাই,ময়ো এজন হাইস্কুল পৰ্যায়ৰ শিক্ষক লগতে দৰংৰ বাসিন্দা সেইবাবে দৰংত হৈ যোৱা ঘটনাটো আৰু এজন শিক্ষক হিচাপে কথাবোৰ উপলব্ধি কৰিছো।আগলৈয়ো এনেকুৱা অনুপ্ৰেৰনামূলক ভিডিঅ পোৱাৰ আশা ৰাখিছো ।

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev 4 дні тому +1

    মুলত অভিভাবক সচেতন হলে লৰা ছোৱালী বেয়া পথৰে যাব নোৱাৰে। Like Father Like Son .

  • @sinmoikrneog3132
    @sinmoikrneog3132 5 днів тому +3

    Milon da, apunalukor video tu Sai val lagil. Hosakoi teacher hokolok adal Anu hakhonor betor proyujon hoisei.

  • @seemaborgohain1077
    @seemaborgohain1077 4 дні тому +1

    সুন্দৰ উপস্থাপন।সময় উপযোগী হৈছে।

  • @kamalakantanath2896
    @kamalakantanath2896 4 дні тому +1

    আজিৰ সমাজত প্ৰচলিত ছাত্ৰ সমাজত ঢলি থকা প্ৰচলিত ঘটনাবোৰৰ ছৱিখনগৈছে।ধন্যবাদ

  • @RanjanaGogoi-ed7xw
    @RanjanaGogoi-ed7xw 5 днів тому +1

    বহুত ধন্যবাদ ছাৰ মনৰ কথা বোৰ প্ৰকাশ পালে

  • @AjitDas-w6e4e
    @AjitDas-w6e4e 6 днів тому +1

    আপোনাৰ শিক্ষকৰ অভিনয় সুন্দৰ হৈছে । অভি-ভাৱকৰ চৰিত্ৰও বহুত ভাল হৈছে । এতিয়া ৰাইজে বুজি সংস্কাৰ হোৱাৰ সময় । শিক্ষকক ঘৰত গৈ এনেকুৱা Warning দিয়া ফল কি হৈছে সকলোৱে বুজি পালে নহয় মহাশয় আপোনাক ধন্যবাদ🙏🙏

  • @AtulGogoi-k7n
    @AtulGogoi-k7n 2 дні тому

    বহুত সুন্দৰ ভিডিঅ' শিক্ষক চৰিত্ৰত অভিনয় কৰা ব্যক্তিৰ জনলৈ অষেশ ধন্যবাদ জ্ঞাপন কৰিলোঁ, এনে ধৰণৰ ভিডিঅ'পুনৰ আশা কৰিলো

  • @krishnasarmah6510
    @krishnasarmah6510 4 дні тому +1

    সময়োপযোগী ,সুন্দৰ উপস্থাপন

  • @rashminath-sp4xq
    @rashminath-sp4xq 5 днів тому +1

    বহুত ভাল লাগিছে অনুষ্ঠানটি চাই

  • @Prashanta-t7e
    @Prashanta-t7e 6 днів тому +1

    সময়ৰ উপযোগী হৈছে।ভাল লাগিল।

  • @JadObDoley-h2z
    @JadObDoley-h2z 4 дні тому +3

    সময় উপযোগী ধন্যবাদ,🙏

  • @Mri770
    @Mri770 5 днів тому +1

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

  • @Bidyadhar29
    @Bidyadhar29 5 днів тому +2

    Best video,my favourite video.

  • @vishalmusicentertainment7077
    @vishalmusicentertainment7077 15 годин тому

    সুন্দৰ সময়োপযোগী।

  • @bipulsaikia4260
    @bipulsaikia4260 4 дні тому +1

    অতি সুন্দৰ,পদক্ষেপ।❤❤

  • @UNIVERSALENTERTAINMENT-bx3nq
    @UNIVERSALENTERTAINMENT-bx3nq 4 дні тому

    সময়ৰ বহুত উপযোগী হৈছে । বৰ ভাল লাগিল । সকলোলৈকে ধন্যবাদ জনাইছোঁ ।

  • @madhumita-dg2qi
    @madhumita-dg2qi 3 дні тому

    সময় উপযোগী ভিডিও। খুউব সুন্দৰ বাৰ্তা সমাজলৈ।🙏🙏

  • @DipaliDevi-h4u
    @DipaliDevi-h4u 6 днів тому +1

    দৰকাৰী পোষ্ট, শিক্ষক জনৰ অভিনয় সুন্দৰ হৈছে

  • @manashjyotigogoi5378
    @manashjyotigogoi5378 5 днів тому +1

    সূন্দৰ বাৰ্তা 👍🏼
    অতি সুন্দৰ উপস্থাপন👌🏼

  • @jitumonigogoi5816
    @jitumonigogoi5816 3 дні тому +3

    মিলন দাই আপোনাৰ ভিডৰ চাই ভাল লাগিল🙏🙏🙏🙏🙏

  • @debojitdas9256
    @debojitdas9256 3 дні тому

    বহুত ভাল লাগিল । ছাৰ সতৰ বেতৰ মাৰ খাইয়ে বহুত কথাই বুজিলো এতিয়া ২৭ বছৰ বয়সতো সেই স্কুলৰ দিনকেইটা লৈ মনত পৰে । ছাৰ বাইদেউ হতক দেখিলে আকৌ এবাৰ পঢ়িব মন যায় সেই স্কুলত

  • @riku94083
    @riku94083 4 дні тому +1

    সুন্দৰ উপস্থাপন আপোনালোকলৈ বহুত ধন্যবাদ ।

  • @ankurdutta-l7n
    @ankurdutta-l7n 2 дні тому

    V D Oটো ভাল লাগিল ।সময়ৰ উপযোগি হৈছে ।নিৰ্ভীক আৰু স্পষ্টবাদি হোৱাটো আৱশ্যক ।আপোনালোকৰ V D Oআগতেওঁ চাইছো ।ধন্যবাদ থাকিল ।❤

  • @monumotigogoi1101
    @monumotigogoi1101 2 дні тому

    আপোনাৰ কথাবোৰে হৃদয় চুই গৈছে