এবাহ মৌ-মাখিৰ পৰা দুবাহলৈ বিভক্ত কৰা সহজ পদ্ধতি//Honey bee Division Process//

Поділитися
Вставка
  • Опубліковано 8 гру 2022
  • বিদ্ৰ:- মৌ-মাখি এবাহ বিভাজন কৰিবলৈ আঠখন মৌ-মাখিৰ পোৱালি থকা চাক থাকিলে বিভাজন কৰিব । যিটো স্থানত মৌ-মাখিৰ বাহ আছিল সেই ঠাইৰ পৰা বিভাজন কৰিবলৈ কমেও দূৰত্ব এবাহ তিনিফুট সোঁফালে আৰু এবাহ তিনিফুট বাওঁফালে বিভাজন কৰিব । যিটো স্থানত মৌ-মাখিৰ বাহৰ বাকছ আছিল সেই ঠাইৰ একো নাৰাখিব । বিভাজন কৰোঁতে কোনো বাহত ৰানী আছে চাব আৰু যিবাহ মৌ-মাখি ৰানী নাথাকে সেইবাহত সদ্যোজাত ৰানীয়ে পৰা কনী থকা বগা চাক দিলে সেই কনীৰ পৰা ৰাণী মৌ-মাখি সৃষ্টি হয়। মৌ-মাখিৰ বাহত বা আপোনাৰ অন্য মৌ-মাখিৰ বাকচৰ মতা মৌমাখি থাকিব লাগিব।

КОМЕНТАРІ • 11