আম গছৰ কলম কেনেকৈ কৰিব!air layering in mango plant !

Поділитися
Вставка
  • Опубліковано 12 лип 2020
  • Hi
    I m Lila. Welcome to our UA-cam chennel Biswanath Agrifarm
    আম গছৰ কলম কেনেকৈ কৰিব!air layering in mango plant !

    About this chennel
    বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম...
    মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব।
    #আমখেতি#mangoplant#
    Other link videos
    • নেমু গছৰ মজা খোৱা কীট ...
    নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
    • এডোখৰ মাটিত কৰিব পাৰি ...
    এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
    • নেমু পুলি ৰোপন কৰক এনে...
    নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
    • নেমু খেতি কেনেকৈ কৰিব/...
    নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
    • নেমু গছৰ কাটিং কেনেকৈ...
    নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
    • জিকা খেতিত বৰল পোক নিয...
    জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
    • নেমু গছৰ ডালৰ পৰা পুলি...
    নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
    • জিকা খেতি কেতিয়া কৰিল...
    জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
    • ভোট জলকীয়াত কি কি সাৰ...
    ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
    • বীজ শোধন কৈনেকৈ কৰিব ল...
    বীজ শোধন কৈনেকৈ কৰিব লাগে
    জয় আই অসম...

КОМЕНТАРІ • 348

  • @ranjitkumarrajkhowa3126
    @ranjitkumarrajkhowa3126 2 роки тому +5

    শুভেচ্ছা গ্ৰহন কৰিব।
    ডাঙৰীয়া , আপুনি সৰল ভাবে পৰিবেশন কৰা কেইবাটাও উপযোগী video মই ইতিমধ্যে চাইছোঁ আৰু উপকৃত হৈছোঁ। আমি সকলোৱে জানো কাজি নেমুৰ দৰে গোল নেমু উৎপাদন কৰা সিমান সহজ নহয়। ইয়াৰ বিশেষ কাৰন কি আমি নেজানো। এই নেমুৰ প্ৰজাতি প্ৰকৃতিৰ কি এক অনুপম অৱদান তাক নকলেও হ'ব। আমি ভাবোঁ সম্ভৱতঃ এই প্ৰজাতিৰ নেমু অসমৰ বাহিৰে অন্য ঠাইত উৎপন্ন নহয় গতিকে অসমত উৎপাদিত এইবিধ নেমুৰ এক geographical index tag(GI Tag) ৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি। মই নাজানো যদি আপুনি ইতিমধ্যে গোল নেমু খেতিৰ বিষয়ে video প্ৰস্তুত কৰিছে। যদি কৰিছে অনুগ্ৰহ কৰি link টো share কৰিবলৈ অনুৰোধ জনালোঁ, যদিহে কৰা নাই এই সন্দৰ্ভত অন্ততঃ প্ৰয়োজনীয় কিছু তথ্য জানিবলৈ আপোনাৰ যোগাযোগৰ নম্বৰটো জনালেও কৃতজ্ঞ হ'ম।
    ধন্যবাদ ও শুভেচ্ছাৰে
    ৰণজিৎ কুমাৰ ৰাজখোৱা
    শিৱসাগৰ

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 роки тому +1

      অশেষ ধন্যবাদ আপোনালৈ।
      গুল নেমু উপৰত video দিয়া আছে আপোনালৈ লিং পঠাই দিছোঁ কাৰণ সকলো কথা মেচেজ জৰিয়তে কোৱা সম্ভৱ নহয়।
      ua-cam.com/video/v1fUN5Fz4Hw/v-deo.html

  • @abhiramdash109
    @abhiramdash109 3 роки тому +2

    ধন্য়বাদ ; আপোনাৰ কলমৰ video টি চাই বহুত ভাল লাগিল | আগলৈ.....

  • @user-ht5yi4lk9r
    @user-ht5yi4lk9r 3 роки тому +2

    Video to sai val lagil

  • @dilipdoleydoleydilip9242
    @dilipdoleydoleydilip9242 Рік тому +1

    বহুত ভাল পৰামৰ্শ পাইছে। ধন্যবাদ জ্ঞাপন কৰিছো।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  Рік тому

      আপোনালৈ অশেষ ধন্যবাদ।

  • @ekosoronom1821
    @ekosoronom1821 3 роки тому +1

    বহুত ভাল লাগিল ৷ আপোনাক ধন্যবাদ জনালোঁ ৷কৃষ্ণ ৷

  • @sonasrivlogs46
    @sonasrivlogs46 2 роки тому +2

    Vl lgil

  • @ucchakamalchetia4807
    @ucchakamalchetia4807 3 роки тому +1

    ভাল লাগিল। বহুত ধন্যবাদ ।

  • @jitunsaikia4446
    @jitunsaikia4446 3 роки тому +1

    Val laval are eanekua vedio design that is tq

  • @ankuraj2732
    @ankuraj2732 3 роки тому +3

    সুন্দৰ

  • @ataurrohman1356
    @ataurrohman1356 Місяць тому

    Very nice

  • @bhesojbaruah6265
    @bhesojbaruah6265 3 роки тому

    ভাল লাগিল
    দেখা পাই নিজেও এনেদৰে খেতি কৰিবলৈ মন যায় ।

  • @urmilamandal5450
    @urmilamandal5450 Рік тому +1

    Nice 🙂🙂

  • @mehiburhassan7923
    @mehiburhassan7923 2 роки тому

    Hodur dada

  • @dalimpoudel1479
    @dalimpoudel1479 3 роки тому +1

    Nice idea....

  • @najimali2164
    @najimali2164 3 роки тому +2

    ভাল লাগিল

  • @binitadutta3121
    @binitadutta3121 2 роки тому

    Thanks....

  • @muktiparajuli8171
    @muktiparajuli8171 3 роки тому +5

    It is great inspiration..... Every students should look.... it is a good technique... Atleast, it is come to understand that tree is necessary in the current senerio.... however, his effort is highly appreciated...

  • @jijashvlogs
    @jijashvlogs 3 роки тому

    Mojja

  • @indianpanorama303
    @indianpanorama303 3 роки тому +1

    ভাল লাগিছে 👍🏽👍🏽👍🏽

  • @indukalpaborah5854
    @indukalpaborah5854 3 роки тому +1

    অতি সুন্দৰ

  • @bandanabaruah2221
    @bandanabaruah2221 3 роки тому +1

    ভাল লাগিল।

  • @krishomanus5220
    @krishomanus5220 3 роки тому +2

    ভালো হয়েছে ভিডিও টা ভাই জান
    🌹🌹🌹🌹🌹💐💐💐💐🌺🌺🌺🌺🌺🌺🌺
    কৃষি ও মানুষ চেনেলের পখ থেকে ধন্যবাদ

  • @bhasutideka1211
    @bhasutideka1211 9 місяців тому +1

    ভাল লাগিচে ভিদিও তু

  • @tilokgogoi9263
    @tilokgogoi9263 3 роки тому +1

    বৰ ভাল লাগিল ৷

  • @fakaruddin9951
    @fakaruddin9951 Рік тому +1

    Thanks

  • @biplovmudoi3127
    @biplovmudoi3127 3 роки тому +2

    Nice veido

  • @nilumousumcreation6183
    @nilumousumcreation6183 2 роки тому

    Thanku

  • @atulhazarika4227
    @atulhazarika4227 3 роки тому +1

    ভাল ভাল

  • @jatindas5169
    @jatindas5169 3 роки тому +1

    Very nice process

  • @arunamajumelia4962
    @arunamajumelia4962 3 роки тому +1

    ভাল লাগিল দাদা

  • @bitupanaxom777
    @bitupanaxom777 3 роки тому +1

    Val lagil dei

  • @rajibsaikia873
    @rajibsaikia873 2 роки тому +1

    Thank you

  • @anuragborgohain5167
    @anuragborgohain5167 3 роки тому +1

    Bhal lagil

  • @tskgamer2.061
    @tskgamer2.061 3 роки тому +1

    Hundor dada

  • @amborishadhyapok1053
    @amborishadhyapok1053 3 роки тому +4

    Valuable post. Thanks for sharing..., Amborish Adhyapok

  • @bubulbaruah4926
    @bubulbaruah4926 3 роки тому

    ভাল ভিডীঅ ।এটা কথা,গুটিৰ পুলিটোত‌ ডাল বান্ধি বলে কিছু সুবিধা হয়। কিন্তু আমলগা ডাল বান্ধি ব পাৰিলে হে ভাল ফল পোৱা যায়। ধন্যবাদ 🙏🍵🧀

    • @animagogoi3299
      @animagogoi3299 3 роки тому

      We

    • @bubulbaruah4926
      @bubulbaruah4926 3 роки тому

      ভাল আকাৰ‌ দেখি বজাৰৰ পৰা আম আনি খাই ভাল পাই গুটিটো গছ হ'বৰ বাবে থৈ দিয়াত ,থিক পাঁচবছৰৰ ভিতৰত কেইটামান আম লাগিলে। আকাৰ আগৰ দৰে হ'লেও ইমান টেঙা কিয় আৰু আমৰ ভিতৰৰ তৰপবোৰত বেলেগ বেলেগ ৰং হৈছে।কিবা পাৰিলে জনাবচোন 🙏🙏

  • @bhargabdeka733
    @bhargabdeka733 4 роки тому

    Maja

  • @ratneswartamuli4215
    @ratneswartamuli4215 3 роки тому +1

    Good.

  • @dcdc2972
    @dcdc2972 Місяць тому +2

    ভিডিঅ' বুলি লিখিলে আৰু ভাল লাগিব দেই।

  • @jugamayasaikia2412
    @jugamayasaikia2412 2 роки тому +1

    Good job

  • @sandipsarma7685
    @sandipsarma7685 3 роки тому

    Nice

  • @homankobir4000
    @homankobir4000 3 роки тому +4

    আপনা র কথা সুণে আমি কি সুনলাম অনেক জাতের বাষা কথা বলেন।

    • @s.d6539
      @s.d6539 3 роки тому

      এটা অসমীয়া ভাষা।

  • @anandadas6174
    @anandadas6174 3 роки тому +2

    ভাল লাগিল । আপোনাৰ ঊদ্যান খন ক’ত আছে ?

  • @puspalatadevi4765
    @puspalatadevi4765 Рік тому

    ডাঙৰীয়া মোৰ আমগছ জোপাত বহুতো আম লাগিছিল কিন্তু এটাও খাব নেপালো ।
    কাৰণটো হ'ল ।মাখিয়ে বিন্ধে কেঁচা হৈ থাকোতেই।আম পকালৈ ভিতৰত পোক হৈ যায়।
    মই আপোনাৰ পৰা এটা সূ পৰামৰ্শ পাম বুলি
    আশা কৰিলো।

  • @brajbongshi731
    @brajbongshi731 3 роки тому +1

    Fine

  • @prasantagoswami1477
    @prasantagoswami1477 3 роки тому +2

    Technic ভাল যানে।

  • @afrinahmed1620
    @afrinahmed1620 3 роки тому

    Gooo

  • @newlookborachannel3563
    @newlookborachannel3563 3 роки тому +1

    ভিডিঅটো চাই ভাল লাগিল দাদা৷

  • @barundey7084
    @barundey7084 3 роки тому +1

    মই ঠিক এইদৰেই কৰিছিলো আপোনাৰ ভিডিঅ' চাই আৰু সফলো হৈছো,,,, ধন্যৱাদ। Btw congratulations for 200k views

  • @mj-pl7vg
    @mj-pl7vg Рік тому

    অতি সুন্দৰ ভাবে বুজাই দিলে দাদা, মধুৰিআমৰ কলম কৰিব পৰা যাব নে জনাব চোন
    নথৈ আনন্দিত হ'ম জানিব পালে।

  • @ranjanasaikia5132
    @ranjanasaikia5132 3 роки тому +1

    Borhia
    Mur bhut mon aase kariboloi

  • @biradattadas9216
    @biradattadas9216 3 роки тому +1

    বি‌শ্বনাথ এগ্রিফার্মৰ আমৰ কলম ভিদিঅ'টো চাই বৰ ভাল লাগিল।আপোনাৰ
    সৈতে যোগাযোগ ৰাখিব খোজো।আপোনাৰ ঠিকনাৰ সঠিক বিৱৰণ দিয়ে
    যেন।

  • @assambhalpaw8608
    @assambhalpaw8608 3 роки тому +1

    nice

  • @barundey7084
    @barundey7084 3 роки тому +1

    Congratulations for 100k

  • @jonalikalita5016
    @jonalikalita5016 3 роки тому +1

    you are very welcome

  • @chanharideka4711
    @chanharideka4711 3 роки тому +1

    Good step to our farmers as well giving technique how cloning

  • @melomaniacreation363
    @melomaniacreation363 3 роки тому +1

    Dada apunar pora cutting anilu hy. Kot log kribo prim

  • @user-tg2um8vc4x
    @user-tg2um8vc4x Місяць тому +1

    Aam ketiya kolom dibo aaru logabo lage + nemu.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  Місяць тому

      এতিয়া যিকোনো ফল মূল লগোৱা সঠিক সময়...আৰু এতিয়া পুলি প্ৰস্তুত কৰিব পাৰে..

  • @AchiniBoruah
    @AchiniBoruah Рік тому

    দাদা মোৰ এজোপা‌ grafting কৰা আম আছে,,, কিন্তু তাত ফুল অহা নাই ,,,কি কৰিলে ফুল আহিব । কেইবাবছৰো হ'ল গছজোপা

  • @ArupJBorah
    @ArupJBorah 4 роки тому

    Val lagil..moiu ata korim

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 роки тому +1

      ধন্যবাদ..কৰিব লাগে তেন্তে ফল খাব পাৰিব ঘৰৰে..

    • @ArupJBorah
      @ArupJBorah 4 роки тому

      @@BiswanathAgrifarm হয় দাদা

  • @jibonborguhain9493
    @jibonborguhain9493 Рік тому +1

    Dada hybidh sojina asomor matit up jugi hoyne

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  Рік тому

      মই অলপ লগাই চাইছিলো ফল নহয়...গছবোৰ কাটি দিলো...

  • @nikunjadeka3158
    @nikunjadeka3158 3 роки тому +2

    Narikol gos kenekoi rubo lage, ketiya kenekoi ki ki fertilizer dibo lage jonabosun

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      যিকোনো গছ ৰোপন কৰোঁতে শুকান গোবৰ দি ৰোপন কৰক পিছলৈ বেলেগ সাৰ প্ৰয়োগ কৰিব।ভালকৈ পছোৱা গোবৰ ব্যৱ্হাৰ কৰিব।

  • @bedobratbharali1455
    @bedobratbharali1455 3 роки тому +1

    very good information n helpful. But video picture is bad blurr picture. Pl change the camera. N thsnks for your another useful cutting techniques

  • @pradipsharma9765
    @pradipsharma9765 3 роки тому +2

    AI am ki prajatir ,On juga Cating Puli Pamne Janabosun,

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      Hybride প্ৰজাতিৰ হয় নামটো সঠিক নাজানো।

  • @amritbaroi9693
    @amritbaroi9693 3 роки тому +1

    মোৰ ঘৰত গুটিৰ পৰা ওলোৱা গছত চাৰি বছৰ ত ফল লাগিছে,দাদা।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      হয় নেকি।কেতিয়াবা ভাল জাতৰ পৰিলে আৰু মাটি সাৰুৱা হলে সোনকালে লাগে।ধন্যবাদ

  • @ranjitpegu4881
    @ranjitpegu4881 4 роки тому

    Thanks you dada apunar gorot goi adin sai aahibo parim neki?

  • @mrinalpatiri2628
    @mrinalpatiri2628 3 роки тому +1

    Dada kor pora Pam anekwa amor puli।।

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz 24 дні тому

    imported আমৰ পুলি কিনিবলৈ ক"ত পাম ?

  • @chandramohanborah1870
    @chandramohanborah1870 3 роки тому +1

    Modhuam r kating

  • @abhishekdevnath9959
    @abhishekdevnath9959 3 роки тому +1

    ভাল লাগিল। মোৰ ঘৰত পটল লাগিছে। কিন্তু কলিবোৰ ৰঙা পৰি গৈছে। কি কৰিব লাগে উপায় এটা দিলে ভাল ফল।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      পানী কমি যোৱা বাবেও কলিবুল পৰি যায়। গুৰিত ভালদৰে শুকান গোবৰ দি পানী দিয়ক ফল ৰখিব।

  • @bijayagogoi8549
    @bijayagogoi8549 2 місяці тому +1

    Kuntu prajatir aam besi bhal janabosun

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 місяці тому

      অসমৰ বাবে এতিয়া বিভিন্ন জাতৰ উন্নত মানৰ hybride প্ৰজাতিৰ আম ওলাইছে যেনে আম্ৰপালি, লেংগা,কাতিমন,হিমসাগৰ আৰু বহু আছে..

  • @gmonjaitakekorim4469
    @gmonjaitakekorim4469 3 роки тому +1

    Pelpeliya kella

  • @NSarma-el2st
    @NSarma-el2st 3 роки тому +1

    Bhal lagil.gajali oluar pisat kenekua ruba lage bujabo sun

  • @bharatkalita5151
    @bharatkalita5151 3 роки тому +1

    6 bosor hol ..narikol gosot narikol lga nai ,ki koribo lagibo ..kiba medicine ase Jodi jobano

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      গুৰিৰ চাৰিওফালে 6ইঞ্চি মান গাত খান্দি শুকান গোবৰ যিমান বেছি পাৰে তাৰ লগত ঊৰিয়া,ছুপাৰ, পটাছ বৰণ মিশ্ৰণ কৰি গাতত ৰিং কৰি পুনৰ মাটি দি থাকি দিয়ক নিশ্বয় result পাব

  • @ranjanboruah30
    @ranjanboruah30 3 роки тому +1

    নতুনvideo বাবে অপেক্ষা।

  • @amulyapegu2499
    @amulyapegu2499 3 роки тому +2

    আপোনাৰ আমৰ জাতটো কৈদিলে ভাল আছিল |

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      সঠিক ভাবে কব নোৱাৰোঁ কাৰণ nursery পৰা অনিছিলোও ।

  • @rubibarman8388
    @rubibarman8388 2 роки тому +1

    গোলাপ ফুল কেনেকৈ ৰুৱে এটা ভিদিও বনাব চুন চাৰ।

  • @hemantaamphi4706
    @hemantaamphi4706 3 роки тому +1

    Dada vamikompuse mne ki kob sunn cmnt krii

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      কেঁচু দ্বাৰা বনুৱা সাৰ।video দিয়া আছে চাই লওক বুজি পাব ভালকৈ।

  • @punaramduarah874
    @punaramduarah874 4 роки тому

    ভাল লাগিল, কোন মাহত কলম কৰিব লাগে। অনুগ্ৰহ কৰি জনাব।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 роки тому

      May মাহৰ পৰা জুলাই মাহত কৰিলে সোনকালে গজালি মেলে..

  • @linasarmah3833
    @linasarmah3833 Рік тому +1

    নলগা গছৰ পৰা কাটিং কৰিব পাৰিনে জনাব চোন সুখি হম।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  Рік тому

      কলম বা granting কেৱল ভাল ফল হোৱা গছৰ পৰা কৰিব লাগে..

  • @vaitiarupkalita6306
    @vaitiarupkalita6306 3 роки тому +2

    Dada kn2 mahot kalom dibo lagibo

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      বাৰিষা আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত কৰিব পাৰি।এতিয়া উচিত সময়।

  • @digantaborah1644
    @digantaborah1644 3 роки тому +1

    Hi

  • @deepjyotiboro8764
    @deepjyotiboro8764 3 роки тому +1

    Dada aam gos Nalagile ki karibo lagibo..
    Kiba ata upai diok. Jate aam lage..

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      গুৰিৰ চাৰিওফালে চাফা কৰি গোবৰ সাৰ প্ৰয়োগ কৰক।

  • @natuboruah286
    @natuboruah286 2 роки тому +1

    দাদা শুকান গুবৰ আৰু মাটি দিলে হব নাই জনাব চোন।।।। plz plz plz..... আৰু কেৱল শুকান গুবৰ দিলে হব নাই।।।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  Рік тому

      হব।কিন্তু গোবৰ দি মাটিৰে ঢাকি দিলে বন জঙ্গল কমকৈ হয় আৰু বেছি কম কৰে।

  • @jyotishmansarmaassamkamrup1840
    @jyotishmansarmaassamkamrup1840 3 роки тому +3

    ভাৰ্মি কম্পচ কিহৰ পৰা প্ৰস্তুত কৰিব পাৰি

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      Video দিয়া আছে চাই লব।সম্পূৰ্ণ পদ্ধতি লগতে কি কি দিব কেনেকৈ দিব সকলো আছে দিয়া।

  • @aarotigogoi3017
    @aarotigogoi3017 Рік тому +1

    মহোদয় মোক এটা উপায় দিয়ক চোন মোৰ কঠাৰ পুলি এটাত এজোপা গাফটিং গছ মুছি বহুত পৰে। কিন্তু সৰি গৈছে কিবা উপায় দিয়ক চোন

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  Рік тому

      9957717856
      Call কৰিব ভালকে বুজি পোৱা nai...

  • @satyamakowak2221
    @satyamakowak2221 3 роки тому +2

    Kolom tut pani sibo nalage

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      যদি বতাহ সোমাব নোৱাৰাকৈ বান্দে তেন্তে পানী দিব নালাগে।

  • @samitkonwar944
    @samitkonwar944 3 роки тому +2

    Mango gost j kolm dila aji 9 month hol puli to hol janu.... Rply kriba..

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      পুলি 60দিনতে হয় তাৰ পাছত nursery বেগত ভৰাব লাগে আৰু 3,4 মাহ পিছত মূল পথাৰত ৰুব পাৰি।

  • @babadasdasbaba7483
    @babadasdasbaba7483 3 роки тому +1

    Ke khar DBA lageba dada

  • @gautamdeka3929
    @gautamdeka3929 3 роки тому +2

    Mok val aamor grafting puli ba kolom Dutaman dibo paribo neki .

  • @kkblockerofassam6286
    @kkblockerofassam6286 3 роки тому +1

    Ke mahot dibo lage kolam

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      এতিয়া উচিত সময় যিকোনো গছৰ কলম কৰিব পাৰে।

  • @phanindragogoi3726
    @phanindragogoi3726 3 роки тому +2

    Kun mahat lagaba lager.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      বাৰিষা মাহত যেতিয়াই লগাব পাৰে।পাৰিলে এতিয়া লগাই দিব অহা বছৰ ফল আহিব।

  • @dr.chandanthakuria4525
    @dr.chandanthakuria4525 3 роки тому +1

    Val nemu Puli Pam neki. 5ta Maan. Guwahati r pora

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      পাব।কিন্তু পঠিয়াবলৈ অসুবিধা হব।

  • @dhananjaykalita8528
    @dhananjaykalita8528 3 роки тому +2

    Graftingot kiba Medicine D a neki, jonabosun

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому

      মই কিন্তু ব্যৱ্হাৰ কৰা নাই।

  • @abhijitdihingia3268
    @abhijitdihingia3268 3 роки тому +1

    Aam loga time ot dakhado

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      ua-cam.com/video/d5ib04BNsxY/v-deo.html
      আম লগা video চাই লওক।

  • @pankajmizar5054
    @pankajmizar5054 3 роки тому +1

    Dada aile puli x ??? Ma kamalia bta

  • @mahendrasaikia7714
    @mahendrasaikia7714 3 роки тому

    আপোনাৰ ফেন নমবৰ্টো দিয়া

  • @tapandebnath2453
    @tapandebnath2453 3 роки тому +2

    Nahor keneke logabo lage?
    Iar uporot eta video bonauk! please.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      ১ ফুট বহল ১ ফুট দ গাত খান্দি গোটেই মাটি উলিয়াব আৰু ১ গামলা শুকান গোবৰ মিহলাই গাতত পুলি ৰোপন কৰক।

    • @tapandebnath2453
      @tapandebnath2453 3 роки тому

      Dhoinnobaad dada.

  • @rahuldeka2669
    @rahuldeka2669 3 роки тому +1

    apunar camera man jone milab noware kot kenekoi kiman zoom . ba zoom out krib lge . alp jana ajonr pra khikib dib

  • @biswajitmallick2961
    @biswajitmallick2961 3 роки тому +1

    Ji kono gosot ai poddhoti solibo neki? Aru Kapore di bandhi pani di thakile nohoy neki?

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 роки тому +1

      যদি চোকা ৰদ দিয়ে আৰু মাটি এবাৰ শুকাই যায় তেন্তে গজালি অহা পিছতো শুকাই যাব।আৰু দিনক দিনে পানী দিয়াটো বৰ কঠিন।

    • @biswajitmallick2961
      @biswajitmallick2961 3 роки тому

      @@BiswanathAgrifarm Thank you