Bee Keeping By Uma Saikia Jorhat Titabar

Поділитися
Вставка
  • Опубліковано 26 кві 2021
  • #BeeKeeping #HoneyProduction #HoneyBeeFarming #Jorhat
    মৌ পালন কৰি কিদৰে স্বাৱলম্বী হʼব পাৰি?
    তিতাবৰৰ সেউজ এপিএৰিৰ মৌ পালক উমা শইকীয়াৰ লগত মত বিনিময়
    বৈজ্ঞানিক পদ্ধতিৰে কিদৰে মৌ নিষ্কাষণ কৰা হয়?
    মৌজুলৰ উপকাৰিতা সম্বন্ধে জানো আহক বহু কথা
    কম খৰচতে আপুনিও মৌ পালন কৰি লাভাম্বিত হ‍ʼব পাৰে
    Follow Us On Social Media
    Facebook: / assamflashnews
    Instagram: / assamflash
    Twitter: / assamflash
    For Advertisment Contact:
    Whatsapp/Call: +91-6026923730
    email: assamflash@gmail.com

КОМЕНТАРІ • 18

  • @Antukakoty3677
    @Antukakoty3677 3 роки тому +1

    সুন্দৰ ,কৰ্ম সংস্থাপনৰ এক সেউজ বিপ্লৱৰ লগতে জীৱন নিৰ্বাহত সহায় হৈছে।এয়া উঠি অহা প্ৰজন্মৰ বাবে আৰ্দশ হব।সংবাদ সেৱা আগবঢ়োৱা মৰমৰ ৰিয়ালৈ মৰম ও শুভেচ্ছা জনালোঁ।❤️💙💚

    • @riyaranidutta2224
      @riyaranidutta2224 3 роки тому +1

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো আপোনাৰ এই সহাঁৰিৰ বাবে। অনাগত সময়ছোৱাতো এনেদৰেই আমাক উৎসাহিত কৰিব আপোনাৰ বহুমূলীয়া মন্তব্যৰে 🙏🙏🙏🙏

  • @TheNeal92
    @TheNeal92 3 роки тому +1

    Totally Awesome Concept for our Generation 🤩🤩🙏🏻🙏🏻
    Thank You Riya Ma'am 🤗🤗

    • @riyaranidutta2224
      @riyaranidutta2224 3 роки тому +1

      Thank u so very much for your luv & Support 💚💚💚

  • @PranjitPhukon-ct4gz
    @PranjitPhukon-ct4gz 3 місяці тому

    বাইদেউ উমা শইকীয়া চাৰৰ number 2 দিব নেকি

  • @RajibAhmed-mk1ct
    @RajibAhmed-mk1ct 2 роки тому +2

    শইকীয়া দেবৰ contac number তো পাম নিকি ?

  • @DineshShaw
    @DineshShaw 3 роки тому +1

    mozaa

    • @riyaranidutta2224
      @riyaranidutta2224 3 роки тому

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো

  • @pjsupport1809
    @pjsupport1809 3 роки тому +3

    Uma Saikia Dabor Contract Number Debo Please

  • @dipankarchutia2322
    @dipankarchutia2322 2 місяці тому

    Hotodol ful.kenekua

  • @dilipgogoi9441
    @dilipgogoi9441 11 місяців тому

    শেইকীয়া দেব, আপোনাক যোগাযোগ কৰিবৰ বাবে Mobile নম্বৰ দিবনে । Dibrugarhত মৌ বাকচ পাবলৈ নাই । মোৰ বাকচটো বেয়া হৈছে গতিকে নতুন এটা ল'বলৈ বিচাৰি‌ আছো ।

  • @jayantidevi9767
    @jayantidevi9767 2 роки тому

    শইকীয়া দেৱৰ মোবাইল নম্বৰ দিবছোন

  • @prithirajray8977
    @prithirajray8977 2 роки тому

    Bee keeper jonor saikiya dar number dib

  • @ShirajKhan-xk1mg
    @ShirajKhan-xk1mg 5 місяців тому

    মৌ বাকচ লিগিছিল কেনেকৈ পাম

  • @sarannadaupadhyaya6951
    @sarannadaupadhyaya6951 2 роки тому

    Jogajog kariboloi mob no dibsun

  • @arupjyotibagti5417
    @arupjyotibagti5417 Рік тому

    মৌ বাকচ এটা পাম

  • @lontudeka8616
    @lontudeka8616 2 роки тому

    Very nice video
    Sir contect no