Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
খুব দুখ লাগে।নেকিব ভৃগু হঁতৰ গানবোৰত 5million,10million views থাকে।কিন্তু এইবোৰ গান শুনিবলৈ অসমীয়াৰ সময় নাই।
Hoi...thik koise aapuni
কিন্তু এই গীতসমূহ বুজি পাবলৈ গভীৰ জীৱনবোধ অবিহনে অসমৰ্থ....... সেয়েহে views নাই!! ঘাইশিপাদাল নেথাকে যদি দাল-পাত ফুল-ফল কেনেকৈ আহিব ...... !!
হয়
@@bhesojbaruah6265 absolutely right
Monor kotha2 kole mur
অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ এই চিৰসেউজ গীতটো শুনি অতিশয় আনন্দিত হলোঁ।সৰু থাকোঁতেই দেখিছিলোঁ,এই সমবেত সংগীতটিৰে সাংস্কৃতিক অনুষ্ঠান সমূহ শুভাৰম্ভ কৰিছিল।এইবোৰ গীত অসমীয়া সংগীত জগতৰ একো একোটা আপুৰুগীয়া সম্পদ।এনে গীতবোৰ আপোনালোকৰ জৰিয়তে সংগ্ৰহ আৰু সংৰক্ষণ হৈছে, অতিকৈ সুখৰ কথা।
অতি সুন্দৰ গীত!🙏🙏
সঁচাই এটি চিৰযুগমীয়া গীত। শুনি আপ্লুত হলো।
সপ্তমমান ত থাকোঁতেই অসমীয়া কিতাপ ত পঢ়িছিলোঁ। আজি গীত টি পাই বহুত ভাল লাগিছে 🥰🥰🤗🤗 বহুত বহুতধন্যবাদ 🙏🙏
Asom kesori loi mor sato kauti pranam..... 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Huniei thaku ai2 git
অসাধাৰণ সংগীত
সুন্দৰ ❤👍👏🙏🙏
প্ৰকৃত অসমীয়া হৃদয় কপোৱা গীত
bohut bohut vl lgil xuni🙏🙏🙏
GreatBeautiful ❤
আজি বন্দো কি ছন্দেৰেসমাগত বিৰাট নৰনাৰায়ণ ৰূপপঙ্কিল পৰাধীন কুঞ্চিত চিত মননাই ফুল চন্দন ধূপ ..←২আজি বন্দো কি ছন্দেৰেসমাগত বিৰাট নৰনাৰায়ণ ৰূপনৰনাৰায়ণ ৰূপদূৰ দাপৰত শুনিছোঁ পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী ←২যজ্ঞ ৰাজসূয় কৰিলে সমাপন সম্ৰাট হৈ একছত্ৰীদেশ দেশ জুৰি লাখ লাখ ভূপতিগালে আহি মূৰ্ত গায়ত্ৰীআজি দাসত্ব বন্ধন ৰোধিত কন্ঠতনুফূটে ৰাগিনী অনুৰূপ ←২আজি বন্দো কি ছন্দেৰেসমাগত বিৰাট নৰনাৰায়ণ ৰূপনৰনাৰায়ণ ৰূপকুৰি শতিকাত নাই যজ্ঞ ৰাজসূয় নাই ৰজা নৰপতি বৰ্গকলুষিত কলি বুলিপাঞ্চজন্যধাৰীনাহে লব ভকতিৰ অৰ্ঘসেই নাৰায়ন আজি জাগে নৰৰূপেমোহাৰি বাধা উপসৰ্গআজি প্ৰজাসূয়েৰে হ'ব যজ্ঞ উদযাপন আলোডি, নিখিল ভূৱআজি বন্দো কি ছন্দেৰেসমাগত বিৰাট নৰনাৰায়ণ ৰূপনৰনাৰায়ণ ৰূপ ||
Majote adha roi geise
👍👍👍
@@rahultalukdar6349 .. Tathapio lekhse try korse so, great
Val lagise
কোনটো lyrics শুদ্ধ please জনাব
বহুত ভাল লাগিলে.....
ধন্যবাদ
সংগীত বৰ দূৰ্বল !
আপুনি সংগীত বিশেষজ্ঞ নেকি
Bohut val lagil
Gantu bohut val lagise
সুন্দৰ
অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ এই গীতটি প্ৰায়েই শুনি থাকো !!তেখেতৰ গীতসমূহৰ এলবাম এখন ওলাইছে, মোৰ, সংগ্ৰহত সেই এলবাম আছে !! এই গীতটি পোনপ্ৰথমবাৰ গোৱা হৈছিল১৯২৬ চনত ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ পাণ্ডু অধিৱেশনত উদ্বোধনী গীত ( Opening Song ) কৰি ......!! এই গীতটি ড° বাণীকান্ত কাকতিদেৱে ইংৰাজী লৈ ভাঙনি কৰিছিল আৰু গোটেই ভাৰততে প্ৰচাৰিত হৈ উচ্চ প্ৰসংশা পাইছিল - Songs of the Cell নামৰ পুথিত পোৱা যায় !! ★ আমি সদায় ছপামাধ্যমৰ লগতেই থাকো মানে কিতাপ এখন পঢ়ি ভালপোৱা ...... সেয়েহে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই কিতাপ পঢ়িবলৈ সবিনয় অনুৰোধ জনালো ।" পথাৰ আমাৰ বজাৰ আমাৰ " -অম্বিকাগিৰি ৰায়চৌধুৰী
আপোনাৰ মন্তব্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷গীতটিৰ আঁৰৰ কথাংশ উল্লেখ কৰা বাবে ধন্যবাদ৷
Ekabara kitapai amar bondhu.... Good thinking
Amar Assam kesari Ambikagiri Roychoudhury xokolot Koi mahan... Aji teur xonman gotai Bharat bhorshotai.... Teur jixokilai songsporkho paisil tar Dr. Banikanta kakati bhagyavan... Bharatar rastrapoti, PM, vice president xokoloa teuk naman krise.... Xosai amr Assam kesari mahan
আপোনাৰ বক্তব্যৰ পৰা নজনা কথাখিনি জানিব পাৰি অতিশয় উপকৃত হলোঁ বৰুৱা ডাঙৰীয়া।
Aah ki xundor❤
বহুত সুন্দৰ ।
🙏🙏
❤❤❤
Very. Nice
গাৰ কপনি উঠি যায়।
খুব সুন্দৰ গীত
❤❤❤❤❤❤❤❤❤❤❤
অকল শিল্পী নহয়। এটা যুগ একমাত্ৰ সুৰ একমাত্ৰ স্মৃতি হীৰা তকৈও কাৰো লগত তুলনা নোহোৱা এক উজ্বল নক্ষত্ৰ ।
🙏🙏🙏🙏
Wow
Bohout Vall lagise
খুব ভাল লগা গীত
Love from DIET, TSK
Val lagil
A very nice performance
असम केसरी की कलम धन्य है
🎉🎉
❤❤❤❤❤❤
আমি এইবোৰ গীত Caller Tune কৰিব পাৰো। তাৰ বাবে চেষ্টা কৰক। তেতিয়াহে আমিবোৰে এই সমবেত সংগীতবোৰ জীয়াই ৰাখিব পাৰিম।
Nice
চিৰ সেউজীয়া গীত। 🙏
ধন্যবাদ জনালোঁ
অপূর্ব গীত টো শোনাৰ সুযোগ কৰি দিয়াৰ বাবে ধন্যবাদ জনালো।
Gantu sunile gaboloi mon jai aru moi gan gai vhal pao
200 var honilo gitti
খুব দুখ লাগে।নেকিব ভৃগু হঁতৰ গানবোৰত 5million,10million views থাকে।কিন্তু এইবোৰ গান শুনিবলৈ অসমীয়াৰ সময় নাই।
Hoi...thik koise aapuni
কিন্তু এই গীতসমূহ বুজি পাবলৈ গভীৰ জীৱনবোধ অবিহনে অসমৰ্থ....... সেয়েহে views নাই!! ঘাইশিপাদাল নেথাকে যদি দাল-পাত ফুল-ফল কেনেকৈ আহিব ...... !!
হয়
@@bhesojbaruah6265 absolutely right
Monor kotha2 kole mur
অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ এই চিৰসেউজ গীতটো শুনি অতিশয় আনন্দিত হলোঁ।সৰু থাকোঁতেই দেখিছিলোঁ,এই সমবেত সংগীতটিৰে সাংস্কৃতিক অনুষ্ঠান সমূহ শুভাৰম্ভ কৰিছিল।এইবোৰ গীত অসমীয়া সংগীত জগতৰ একো একোটা আপুৰুগীয়া সম্পদ।এনে গীতবোৰ আপোনালোকৰ জৰিয়তে সংগ্ৰহ আৰু সংৰক্ষণ হৈছে, অতিকৈ সুখৰ কথা।
অতি সুন্দৰ গীত!🙏🙏
সঁচাই এটি চিৰযুগমীয়া গীত। শুনি আপ্লুত হলো।
সপ্তমমান ত থাকোঁতেই অসমীয়া কিতাপ ত পঢ়িছিলোঁ। আজি গীত টি পাই বহুত ভাল লাগিছে 🥰🥰🤗🤗 বহুত বহুতধন্যবাদ 🙏🙏
Asom kesori loi mor sato kauti pranam..... 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Huniei thaku ai2 git
অসাধাৰণ সংগীত
সুন্দৰ ❤👍👏🙏🙏
প্ৰকৃত অসমীয়া হৃদয় কপোৱা গীত
bohut bohut vl lgil xuni🙏🙏🙏
Great
Beautiful ❤
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
পঙ্কিল পৰাধীন কুঞ্চিত চিত মন
নাই ফুল চন্দন ধূপ ..←২
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
নৰনাৰায়ণ ৰূপ
দূৰ দাপৰত শুনিছোঁ পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী ←২
যজ্ঞ ৰাজসূয় কৰিলে সমাপন সম্ৰাট হৈ একছত্ৰী
দেশ দেশ জুৰি লাখ লাখ ভূপতি
গালে আহি মূৰ্ত গায়ত্ৰী
আজি দাসত্ব বন্ধন ৰোধিত কন্ঠত
নুফূটে ৰাগিনী অনুৰূপ ←২
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
নৰনাৰায়ণ ৰূপ
কুৰি শতিকাত নাই যজ্ঞ ৰাজসূয়
নাই ৰজা নৰপতি বৰ্গ
কলুষিত কলি বুলি
পাঞ্চজন্যধাৰী
নাহে লব ভকতিৰ অৰ্ঘ
সেই নাৰায়ন আজি জাগে নৰৰূপে
মোহাৰি বাধা উপসৰ্গ
আজি প্ৰজাসূয়েৰে হ'ব যজ্ঞ উদযাপন
আলোডি, নিখিল ভূৱ
আজি বন্দো কি ছন্দেৰে
সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
নৰনাৰায়ণ ৰূপ ||
Majote adha roi geise
👍👍👍
@@rahultalukdar6349 .. Tathapio lekhse try korse so, great
Val lagise
কোনটো lyrics শুদ্ধ please জনাব
বহুত ভাল লাগিলে.....
ধন্যবাদ
সংগীত বৰ দূৰ্বল !
আপুনি সংগীত বিশেষজ্ঞ নেকি
Bohut val lagil
Gantu bohut val lagise
সুন্দৰ
অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ এই গীতটি প্ৰায়েই শুনি থাকো !!তেখেতৰ গীতসমূহৰ এলবাম এখন ওলাইছে, মোৰ, সংগ্ৰহত সেই এলবাম আছে !! এই গীতটি পোনপ্ৰথমবাৰ গোৱা হৈছিল১৯২৬ চনত ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ পাণ্ডু অধিৱেশনত উদ্বোধনী গীত ( Opening Song ) কৰি ......!! এই গীতটি ড° বাণীকান্ত কাকতিদেৱে ইংৰাজী লৈ ভাঙনি কৰিছিল আৰু গোটেই ভাৰততে প্ৰচাৰিত হৈ উচ্চ প্ৰসংশা পাইছিল - Songs of the Cell নামৰ পুথিত পোৱা যায় !!
★ আমি সদায় ছপামাধ্যমৰ লগতেই থাকো মানে কিতাপ এখন পঢ়ি ভালপোৱা ...... সেয়েহে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই কিতাপ পঢ়িবলৈ সবিনয় অনুৰোধ জনালো ।
" পথাৰ আমাৰ বজাৰ আমাৰ "
-অম্বিকাগিৰি ৰায়চৌধুৰী