- 273
- 197 168
NILACHAL EDUCATIONAL WELFARE SOCIETY NEWS
Приєднався 11 лип 2012
সংস্কৃতিৰে গঢ়ো আঁহা সমন্বয়
Відео
In a programme Dr Anjanjyoti Choudhuri with Legendary Singer Dr Birendra Nath Datta Sir
Переглядів 2692 місяці тому
এটি বিশেষ অনুষ্ঠানত লোকসংস্কৃতিৰ গৱেষক,বিশিষ্ট শিক্ষাবিদ সংগীত শিল্পী ড° বীৰেন্দ্ৰ নাথ দত্ত দেৱৰ সৈতে ডা° অঞ্জনজ্যোতি চৌধুৰী৷ #assamesemodernsong #birendranathduttasongs
জয়ন্ত হাজৰিকা দেৱৰ সোঁৱৰণি অনুষ্ঠান:প্ৰথম খণ্ড
Переглядів 1262 місяці тому
জয়ন্ত হাজৰিকা দেৱৰ সোঁৱৰণি অনুষ্ঠান পৰিৱেশিত গীত৷ স্থান:খানাপাৰা ৰাজহুৱা দুৰ্গাপূজা সমিতিৰ চৌহদ৷ দিনাংক:ইং ১৫-১০-২০২৪
kusumbar putra/ Dr Bhupen Hazarika's frist Song/By Dr Anjanjyoti Choudhuri
Переглядів 403 місяці тому
Credit to Nilachal Educational Welfare Society
Bistirna Parare Akhanga Janare:Bhupendra Sangeet:বিস্তিৰ্ণ পাৰৰে অসংখ্য জনৰে:ভূপেন্দ্ৰ সংগীত
Переглядів 2144 місяці тому
ইং ১৮-০৮-২০২৪ তাৰিখে লক্ষ্যধৰ চৌধুৰী দেৱৰ ওপজা দিনত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত ডা° অঞ্জনজ্যোতি চৌধুৰী দেৱে পৰিৱেশন কৰা সুধাকণ্ঠৰ গীত একৰ্ডীয়ানত সংগত কৰিছে শ্ৰদ্ধাৰ ৰূপম তালুকদাৰে৷ স্থান: কুমাৰ ভাস্কৰ নাট্য মন্দিৰ copyright to the Nilachal Educational Welfare Scociety(NEWS)
Socio-Cultural Organisation “NEWS” organised workshop collaboration with Sangeet Natak Akademi
Переглядів 255 місяців тому
Copyright@nilachaleducationalwelfare8730 #sangeetnatakakademi #workshops #sangeetnatakakademi
Navarun Sangha Sangeet:Performed Date 08/06/2024::নৱাৰুণ সংঘৰ গীত:পৰিৱেশৰ তাৰিখ ইং০৮/০৬/২০২৪
Переглядів 1187 місяців тому
ইং ০৮-০৬-২০২৪ তাৰিখে নামনি কামাখ্যা স্থিত নৱাৰুণ সংঘৰ বাৰ্ষিক অনুষ্ঠানত পৰিৱেশন কৰা নৱাৰুণ সংঘৰ গীত৷ গীতৰ কথা ,সুৰ আৰু সংগীত ব্যৱস্থাপনা:উমেশ নাথ পৰিৱেশনত স্থানীয় মহিলা তথা ছোৱালী সকল৷ গীতৰ কথা ““““““““““““““““““““““““ কামাখ্যাধামৰে পদতলীতে আমাৰ চেনেহী ঠাই বহু জাতি মিলি একেলগে থাকোঁ কোনো ভেদাভেদ নাই ৷৷ এদিন বাজিলে ডবা-শংখ আয়তীৰে নাম-গুণ সকলোৰে আশিস শিৰত লৈ জনমিলে নৱাৰুণ ৷৷ আমি গঢ়িম এখন সমাজ আমা...
“ Habire Majote ”(Creative Dance)/“হাবিৰে মাজতে” (সৃজনশীল নৃত্য)
Переглядів 998 місяців тому
Credits Composition and Music Production: Shankuraj Konwar Lyrics:Manash Mahanta Mixed & Mastered by Trihangku Lahkar@Contrail Studio(Mumbai)
Jan Bharat Rang, VANDEBHARANGAM - BRM 2024
Переглядів 7410 місяців тому
Title: Jan Bharat Rang, VANDEBHARANGAM - BRM 2024 Description. Nilachal Educationional Welfare Society (NEWS)has performed at Railway HS School Auditorium,Maligaon ,Guwahati(Assam) in Jan Bharat Rang underthe banner of Bharat Rang Mahotsav 2024. On stage:: Ganesh Baruah Jimoni Kochari Jayashree Das Barasha Borah Bhanita Rajbongshi Archita Kaundlya Upasana Das Udipta Baishya Nishita Saikia Rupsi...
Dr Birendra Nath Dutta at the time of inauguration Cultural Function
Переглядів 62Рік тому
@nilachaljatiyavidyalaya7884 নীলাচল জাতীয় বিদ্যালয়ৰ বাৰ্ষিক গীত-মাতৰ গধূলিৰ আনুষ্ঠান “হেপাহ ” শুভাৰম্ভৰ প্ৰাক্-মুহূৰ্তত ভাষা-কৃষ্টি আৰু সংস্কৃতিৰ সাধক বীৰেন্দ্ৰ নাথ দত্ত দেৱ ৷ দিনাংক ইং ৪ডিচেম্বৰ,২০২২ সাক্ষাৎকাৰ গ্ৰহণ নীৰেন কাকতি সহযোগ মন্তোষ চক্ৰৱৰ্তী জ্যোতি প্ৰসাদ ডেকা সংগীতা ঠাকুৰী নম্ৰতা দে (নৱম শ্ৰেণীৰ ছাত্ৰী)
Nijoke Dekhi:: Bhupedra Sangeet::Performed by Moromi Devi
Переглядів 128Рік тому
Nijoke Dekhi:: Bhupedra Sangeet::Performed by Moromi Devi
S.N.A workshop organized by NEWS::On “Old Classic Song and Dance.
Переглядів 32Рік тому
S.N.A workshop organized by NEWS::On “Old Classic Song and Dance.
AgnibinarTan 2023:: Prabhu Mangala Xure by Jyotika Kalita
Переглядів 105Рік тому
AgnibinarTan 2023:: Prabhu Mangala Xure by Jyotika Kalita
Summer Training by News Art and Craft2023
Переглядів 37Рік тому
Summer Training by News Art and Craft2023
Ambikagiri Rai Choudhuri's Song Aaji Kar Ki Abahan:::অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীত:আজি কাৰ কি আৱাহন
Переглядів 933Рік тому
Ambikagiri Rai Choudhuri's Song Aaji Kar Ki Abahan:::অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীত:আজি কাৰ কি আৱাহন
Dance performed on the occasion of Rabindra Jyonti
Переглядів 116Рік тому
Dance performed on the occasion of Rabindra Jyonti
এইবোৰেই হৈছে আছল আমাৰ অসমীয়া গীত
পঠিয়াই দিয়া বাবে ধন্যবাদ জনালোঁ।
বহুত ভাল লাগিল ❤ ধুনীয় অনুষ্ঠান,,,❤❤ আগলৈ আৰু এনেকুৱা অনুষ্ঠান চাব পাম বুলি আশা থাকিল।।।মৰমৰ ছাত্ৰ ছাত্ৰী সকলোলৈ ❤ আৰু বিদ্যালয়ৰ শিক্ষাগুৰু সকলোলৈ আগতীয়াকৈ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।।।
সুন্দৰ অনুষ্ঠান ।
অতি মনোমোহা।অসম কেশৰী ক শতকোটি প্ৰণাম🙏
বৰ ভাল লগা গীত।🙏🙏
কোনোকালে পাহৰিব নোৱাৰা গীত। সুৰতে নে গীতৰ ৰচনা তে 🙏🙏
সুন্দৰ
❤
হাজাৰবাৰ শুনিলেওঁ আমনি নালাগে❤❤
কি যে সুন্দৰ । এই বোৰ গীত শুনি থাকিব মন যায় ।
Nice❤❤❤❤❤
❤
❤❤
অকল শিল্পী নহয়। এটা যুগ একমাত্ৰ সুৰ একমাত্ৰ স্মৃতি হীৰা তকৈও কাৰো লগত তুলনা নোহোৱা এক উজ্বল নক্ষত্ৰ ।
আমি এইবোৰ গীত Caller Tune কৰিব পাৰো। তাৰ বাবে চেষ্টা কৰক। তেতিয়াহে আমিবোৰে এই সমবেত সংগীতবোৰ জীয়াই ৰাখিব পাৰিম।
🙏🙏🙏🙏
ভাল লাগিল
অতি সুন্দৰ গীত!🙏🙏
❤❤❤❤❤❤❤❤❤❤❤
Huniei thaku ai2 git
বৰ সুন্দৰ পৰিবেশন।
Good
❤❤❤
Aibur he gaan asolte
Very. Nice
কথা আৰু সুৰৰ সুন্দৰ মিলন ঘটিছে। মিঠা কণ্ঠেৰে গায়কীও বৰ ভাল।
❤
Aah ki xundor❤
❤
🙏🙏
সুন্দৰ ❤👍👏🙏🙏
Beauti😮ful ❤
সংগীত বৰ দূৰ্বল !
আপুনি সংগীত বিশেষজ্ঞ নেকি
Great Super Beautiful So
❤❤❤❤❤❤
🙏🙏🙏
ধন্যবাদ জনালোঁ৷
असम केसरी की कलम धन्य है
Great Beautiful ❤
Please correct the designation
কি হ’ব লাগে অনুগ্ৰহ কৰি জনাবচোন৷
Thanks to Nilachal Education for archiving Abani Sir's speech.
বৰ সুন্দৰ, প্ৰথম বাৰ শুনিলো।
সুন্দৰ 👌
ধন্যবাদ বাইদেউ
ধন্যবাদ বাইদেউ
অপূৰ্ব
প্ৰকৃত অসমীয়া হৃদয় কপোৱা গীত
Nice
Excellent
Bor dhuniya gaisa maina❤ tomar bhabishyat ujjwal kamona korilo..kot thaka
অসাধাৰণ সংগীত
Nice Dance Rabha