Saliki O Abujon Soraijoni | শালিকী অ' অবুজন চৰাইজনী | Archana Mahanta | Cover By Akankhya Borah

Поділитися
Вставка
  • Опубліковано 23 січ 2025

КОМЕНТАРІ • 57

  • @abinashbhuyan7032
    @abinashbhuyan7032 4 роки тому +3

    সুন্দৰ কণ্ঠ, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      ধন্যবাদ থাকিল আপোনালৈ

  • @kumkumparashar
    @kumkumparashar 4 роки тому +1

    Dhunia hoise mrm lga maina jni 😘😘😘

  • @rupjyotiborahborahrupjyoti4205
    @rupjyotiborahborahrupjyoti4205 4 роки тому +1

    সুন্দৰ হৈছে ।উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

  • @manoshisaikiadorpan7382
    @manoshisaikiadorpan7382 4 роки тому +1

    অতি সুন্দৰ । কণমানি গৰাকীৰ ভৱিষ্যত উজ্বল কামনা কৰিলো ।

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

  • @ripunborah2147
    @ripunborah2147 4 роки тому +1

    বহুত বহুত ভাল লাগিছে, শুভেচ্ছা থাকিল

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      বহুত বহুত ধন্যবাদ থাকিল

  • @manjudeka5440
    @manjudeka5440 Рік тому +1

    অতি সুন্দৰ ❤❤

  • @bituthakuria3340
    @bituthakuria3340 2 роки тому +1

    সুন্দৰ কণ্ঠ ।। তুমি আগবাঢ়ি যোৱা ।।

  • @jayantiborah1610
    @jayantiborah1610 4 роки тому +2

    Val hoise

  • @assameseentertainment9273
    @assameseentertainment9273 4 роки тому +1

    Mijjaah hoise

  • @padmaramdeka1856
    @padmaramdeka1856 4 роки тому +1

    মাইনা,গানৰ কথা ভাগ যেন তোমাৰ নিজৰ কথা সুন্দৰ প্ৰকাশ ভঙ্গীৰে সৰ্বসুন্দৰ ভাবে উপস্থাপন কৰিছা ।বৰ ভাল লাগিছে ।তোমালৈ বৰ মৰম লাগিছে ।তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ এটি মন্তব্য‌ই আমাক বহুত উৎসাহ যোগাই।

  • @jyotimix9912
    @jyotimix9912 4 роки тому +1

    ভাল গাইছে 👌

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      বহুত বহুত ধন্যবাদ থাকিল

  • @kashyapborah4919
    @kashyapborah4919 4 роки тому +1

    Mojja agbarhi jua 👍👍👍

  • @jayantiborah1610
    @jayantiborah1610 4 роки тому +4

    Very good hiya 😀

  • @pinkyborah8686
    @pinkyborah8686 4 роки тому +2

    বহুত ভাল লাগিল গানটো তোমাৰ কন্ঠত শুনা পাই ,ইমান ধুনীয়াকৈ গাইছা তুমি,আৰু ধুনীয়া ধুনীয়া গান তোমাৰ কন্ঠত শুনা পাম বুলি আশা থাকিল

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল

  • @ratneswarborah2221
    @ratneswarborah2221 4 роки тому +1

    বহুত বহুত ভাল হৈছে আশা কৰো আগলৈ আৰু আগবাঢ়ি যোৱা ।

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      ধন্যবাদ থাকিল আপোনালৈ

  • @nilakantaborah780
    @nilakantaborah780 4 роки тому +1

    ধুনীয়া

  • @bandanadeka9763
    @bandanadeka9763 3 роки тому +1

    Dhuniya hoise

  • @nikumonibaruah5381
    @nikumonibaruah5381 13 днів тому +1

    . wow very nice

  • @padmaramdeka1856
    @padmaramdeka1856 4 роки тому +1

    মাইনা,3 বাৰ শুনিলোঁ তোমাৰ গীত টো ।বৰ মিঠা মাতেৰে সুন্দৰ ভঙ্গীমাৰে গীত টো পৰিবেশন কৰিছা । তোমাৰ সুন্দৰ ভৱিষ্যত আছে ।প্ৰিয়ংকা ভৰালী হব পাৰি বা হয়তো আৰু অধিক .। শুভেচ্ছা থাকিল ।

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      আমাক ইমান মৰম দিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। আগলৈও এনেকৈয়ে আমাক উৎসাহ যোগাই যেন।

  • @manoshisaikiadorpan7382
    @manoshisaikiadorpan7382 4 роки тому +1

    অতি সুন্দৰ । কণমানি খখ

  • @diptibaruah394
    @diptibaruah394 2 роки тому +1

    বৰ ভাল লাগিল

    • @xopunmusic6118
      @xopunmusic6118  2 роки тому

      ধন্যবাদ থাকিল আপোনালৈ

  • @hirakj.b3502
    @hirakj.b3502 4 роки тому +1

    সকলো খুব সুন্দৰ হৈছে ❤

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

  • @nerukakoti7691
    @nerukakoti7691 4 роки тому +1

    Eman dhunia lagise

  • @suryasoundsystembihpuria
    @suryasoundsystembihpuria Рік тому +1

    Vl hoi sy

  • @gouravborah1363
    @gouravborah1363 4 роки тому +1

    Mojja

  • @krishnakakoti6171
    @krishnakakoti6171 4 роки тому +1

    Excellent.

  • @mohanborah6163
    @mohanborah6163 4 роки тому +2

    nice hiya

  • @nikumonibaruah5381
    @nikumonibaruah5381 13 днів тому +1

    Sweatsong

  • @trailokyabarman3473
    @trailokyabarman3473 6 місяців тому +1

    O sunumunu tmr bhabiseat val habo tmi ji gaan silect krisa tate gm pai

  • @fannyklb7387
    @fannyklb7387 4 роки тому +1

    Hw 9864799271 my namber plz sms ara kore diba plz ,,,?upner logat kotha ata asaa

  • @manoshisaikiadorpan7382
    @manoshisaikiadorpan7382 4 роки тому +1

    অতি সুন্দৰ । কণমানি খখষ্য

    • @xopunmusic6118
      @xopunmusic6118  4 роки тому

      ধন্যবাদ থাকিল আপোনালৈ