Börgeet Ghôxaa - Borgeet Vol 1|| Pāpön || Audio JukeBox

Поділитися
Вставка
  • Опубліковано 7 лис 2019
  • Börgeet :-
    1. Aajuxu Päräbhaatè : Raag - axôwaari, Taal - Poritaal ( 14 beats/mātrās) || by Madhavdev
    2. Birindaabänè Khelätä: Raag - Beluwaar, Taal - Rupak ( beats/mātrās) - by Madhavdev
    3. Päräbhaatè Syaamkaanu: Raag -Syaam, Taal-poritaaal & sutkálaa ( 14 beats/mātrās) - by Madhavdev
    4. Udhäbä Bondhu : Raag- Kalyaan, Taal Kharmaan ( 14 beats/mātrās) - by Xänkärdev ( Shankardeva)
    Änkiā Naatör Geet :-
    5. Bhelipäräbexä : Raag - xindhuraa , Taal - Naadi Èktaal ( 14 beats/mātrās) - by Xänkärdev ( Shankardeva )
    GôpaalAataar Geet :-
    6. Xaebähu Mänä: Raag- Gauri, Taal- Sutkála ( 14 beats/mātrās)
    7. Gägänè Gäräjè : Raag - Poritaal ( 14 beats/mātrās) - by GopaalDev( GopaalAataa )
    Ghôxaa :-
    8. Mäyee Duraasaarä :- by Madhavdev
    9. Brähmaa Aadi kori :- by Madhavdev
    Produced, Co-arranged and Sung by - Ängäraag Mähänta ( Pāpön )
    Arrangement and Khol played by - Kushä Mähäntä
    Mixed and Mastered by - Äyän De, Paralights Studio, Mumbai.
    Recorded At Studio Lucky Strings, Guwahati, by Madhurjyä Gogoi
    Flute - Pavan Rabha
    Violin - Dipen Sharma
    Taal- Kushä Mähäntä, Dulal Goswami
    Swarmandal - Umashankar Shukla
    Cover design by Rajdweep
    Cover Painting by Puläk Gogoi.
    Cover pic by Abhilekh Saikia
    Special thanks to -
    Ärchänā Mähäntä , Nikunjälätā Mähäntä , Rupanjali Mähäntä, Swāgmäni Mähäntä.
    An initiative by KMAC ( Khägen Mähäntä Academy of Culture )
    Click To Subscribe: bit.ly/1bqZSl5
    Follow me on -
    Facebook - / angaraagpaponmahanta
    Twitter - / paponmusic
    Instagram - / paponmusic
    #papon #paponsinger #paponmusic

КОМЕНТАРІ • 1 тис.

  • @lyricsassam
    @lyricsassam 4 роки тому +336

    অতি সুন্দৰ পদক্ষেপ। অসমৰ মান ৰক্ষাৰ সুন্দৰ প্ৰচেষ্টা। জয় গুৰু শংকৰ।
    অনুৰোধ কৰিলোঁ, এয়া যেন‌ কোনেও Dislike নকৰে।🙏🏼🙏🏼

  • @adityagogoi6983
    @adityagogoi6983 4 роки тому +58

    পাপন দা আমি নতুন প্ৰজন্ময়ো উৎসাহিত হৈ পৰিছো, আপোনাৰ মাতত বৰগীত শুনিব পায়,
    সঁচাই ভাল লাগিছে পাপন দা ।

  • @bedabroatrajkhowa
    @bedabroatrajkhowa 4 роки тому +107

    || Borgeet Ghoxaa ||
    ধন্যবাদ দাদালৈ 🙏 এনে এটা সুন্দৰ উপহাৰ দিয়াৰ বাবে অসম বাসী ৰাইজৰ জ্ঞাতাৰ্থে... ❤️

  • @hiroksaikia8387
    @hiroksaikia8387 4 роки тому +18

    অাগতেও বহুত বৰগীত শুনিছো কিন্তু এই বৰগীত কেইটা কিছু ব্যতিক্ৰম যেন লাগিল।
    শুনি মন প্ৰাণ ভৰি গল।
    সন্ধিয়া নামঘৰৰ পৰা ভাঁহি অহা ডবা শংখ অাৰু গোঁসাই ঘৰৰ পৰা অহা মাৰ প্ৰাৰ্থনাত যি শান্তি পাও এই বৰগীত কেইটাতো তেনে অনুভৱ হল

  • @nikubarman6167
    @nikubarman6167 4 роки тому +52

    পাপন মানেই নতুনত্ব😘😘 অতিকে সুন্দৰ দাদা..😍
    Papon lovers Like here 😍

  • @pawanworld3549
    @pawanworld3549 4 роки тому +46

    অসমৰ ‌সত্ৰীয়া‌ সংস্কৃতি ৰক্ষাৰ এটা সুন্দৰ প্ৰদক্ষেপ । 🙏

  • @ankonborborah9172
    @ankonborborah9172 4 роки тому +35

    ৰাসৰ বতৰত ভাল উপহাৰ দিছে ৰাইজলৈ,শুনি চাবচোন কিবা কোৱা আগত । ইমান সুন্দৰকৈ উপস্থাপন কৰিছে ।
    নিজানত শুনি চাবচোন,কি মধুৰ লাগে।
    ধন্যবাদ পাপনদা😍😍♥♥😘

  • @mukuanubhav7505
    @mukuanubhav7505 4 роки тому +22

    Best thing in the morning..❤❤..
    এনেই "বৰগীত" বুলি নকয় দেই, শুনিলে গাৰ নোম থিয় হৈ যায়।।

  • @dkentertainment9352
    @dkentertainment9352 4 роки тому +34

    পাপন দা আমাৰ বাবে হিয়াৰ আমঠু। আমাৰ হৃদয়ত চিৰদিনৰ কাৰণে ৰৈ যাব পাপন দা। আগলৈ এনেদৰে সুন্দৰ সুন্দৰ উপহাৰ অসমীয়া জাতিক দি যাওক তাকে আশা ৰাখিছো।....ভগৱানে আপোনাৰ মঙ্গল কৰক, আপুনি দীৰ্ঘদিন জীয়াই থাকক....

    • @Jonakkk
      @Jonakkk 3 роки тому

      Jonak hobo lage jonack nohoi.

  • @AmarjyotiBoruah1
    @AmarjyotiBoruah1 4 роки тому +68

    পাপন দাক ভাল পোৱা সকলে এটা এটা Like লাইক আৰু এটা সুন্দৰ Comment (মন্তব্য )দি যাওক ভাল লাগিব। Dislike নকৰিব
    জয় গুৰু শংকৰ
    ধন্যবাদ

  • @sumisaikia3610
    @sumisaikia3610 4 роки тому +140

    অতি সুন্দৰ , যিদিনা পৰা গম পালোঁ আপোনাৰ বৰগীত প্ৰকাশ পাব বুলি সেইদিনাৰ পৰা অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ প্ৰকাশৰ বাবে , আপোনাৰ লৈ অধিক অভিনন্দন জ্ঞাপন কৰিলোঁ , আৰু অশেষ ধন্যবাদ থাকিল আপোনালৈ এনে মনোমোহা হৃদয় স্পৰ্শ কৰা বৰগীত ঘোষা সংকলন আমাৰ অসম বাসী ৰাইজক উপহাৰ দিয়া ৰ বাবে , আশা কৰোঁ আপুনি আৰু আগুৱাই যাওক । -চুমি শইকীয়া ।।চাবুৱা ।।

  • @arpanbayan7985
    @arpanbayan7985 4 роки тому +24

    পাপন দালৈ অশেষ ধন্যবাদ | গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত বোৰ শুনি নিজকে এজন শংকৰী সংস্কৃতিৰ অসমীয়া বুলি কবলৈ আজি গৰ্ব অনুভৱ হৈছে l

  • @tinysoul7640
    @tinysoul7640 4 роки тому +83

    সুন্দৰ পদক্ষেপ পাপন দা, আপুৰুগীয়া বৰগীতসমূহ আপোনাৰ কন্ঠত আৰু প্ৰাণ পাই উঠিছে❤

  • @abegasom8510
    @abegasom8510 4 роки тому +34

    গুৰু জনালৈ শ্ৰদ্ধা জনায়, সেৱা যাচিলোঁ আৰু পাপন দা, কৃষ্ণ🙏

    • @nilimaborah309
      @nilimaborah309 Місяць тому

      ৰাতিপুৱা শুনিলে মনটো ভাল লাগিযায়।

  • @nilotpalhazarika6779
    @nilotpalhazarika6779 4 роки тому +20

    বৰগীতকেইটি আপোনাৰ কণ্ঠত সজীপ আৰু জীপাল হৈ উঠিছে । ধন্যবাদ পাপন দা।

  • @sajibmahanto3797
    @sajibmahanto3797 4 роки тому +73

    দাদা আপনার কন্ঠে এসব গান শুনে খুবই ভালো লাগছে,।
    অাসলে এই গানগুলোর সাথে আমাদের সংস্কৃতির অনেক মিল পাওয়া যাচ্ছে, যত শুনছি ভালো লাগছে।

  • @bedaballavbhagawati760
    @bedaballavbhagawati760 3 роки тому +14

    এইয়া হৈছে বৰগীত,, গুৰুজনাৰ শ্ৰেষ্ঠ আদৰ্শ, নিদৰ্শন, সৃষ্টি।। গুৰুজনাৰ বৰগীত ক এনেদৰে সুন্দৰ ভাবে দাঙি ধৰি গুৰুজনাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে পাপন দা লৈ বহু বহু ধন্যবাদ। কিছুমানে কাইটিমান views পোৱাৰ আশাত গুৰুজনাৰ বৰগীত ক কিছুমান বিৰূপ ৰূপে প্ৰকাশ কৰিছে, উদাহৰণ বহুত আছে, নাম প্ৰকাশ কৰিলে বিতৰ্ক হব গতিকে নকৰোঁ, international স্তৰত প্ৰতিষ্ঠা কৰাৰ নামত বৰগীত ক বে সুৰ কৰাৰ বাহিৰে একো কৰা নাই।। তেওঁলোকলৈ অসমীয়া হিচাপে ধিক্কাৰ দিছোঁ। পাপন দা লৈ ধন্যবাদ যে তেওঁ ৰাগ তাল মাত্ৰা ৰ ব্যৱহাৰ কৰাত অলপ ও খুত ৰখা নাই।। জয় অসমীয়া সংস্কৃতিৰ।।জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ৰ।।।🙏🙏🙏কৃষ্ণ।।

  • @nilutpalsenapati
    @nilutpalsenapati 4 роки тому +25

    পাই গলো শুনিবলৈ বহুত মন গৈ আছিলে পাপন দা আপুনি ভগবান আমাৰ মনৰ ৰজা

  • @nayanabhkakati928
    @nayanabhkakati928 4 роки тому +62

    পাপন আৰু জুবীনৰ বাদে কোনেও এইবোৰ সংগীত নৱপ্ৰজন্মক শুনাব নোৱাৰে।
    এয়া মোৰ অন্তৰ্নিহিত ভাৱ হে!
    বহুত ধন্যবাদ অংগৰাগ মহন্ত!

    • @achyutbora7746
      @achyutbora7746 4 роки тому +3

      Music ppon daar val.. akhomiya culture bojai rakhise papon daai

    • @tapashadhikari9197
      @tapashadhikari9197 3 роки тому +1

      Thik koisa

    • @girijadas9978
      @girijadas9978 2 роки тому

      .

    • @gunajitthebiglicagentsungl7200
      @gunajitthebiglicagentsungl7200 2 роки тому +3

      Papon. Sachakoi dhuniya gaise borgeet

    • @arunimad.hazarika5653
      @arunimad.hazarika5653 2 роки тому +1

      জুবিন আৰু পাপন - দুয়ো জনলৈ শুভেচ্ছা থাকিল। কিন্তু, বৰগীত সমূহ পৰিবেশন আৰু সংৰক্ষণ বহতেই অতি সুন্দৰ ভাবে কৰি আহিছে। ইচ্ছা থাকিলে ইউটিউবত শুনিব পাৰে। আৰু শ্ৰদ্ধাৰ ড° ভূপেন হাজৰিকাৰ কণ্ঠৰ বৰগীত শুনিলে নৱপ্ৰজন্ম অনুভৱ কৰিব পাৰিব- বৰগীতৰ মানদণ্ড কিমান উচ্চ। 🙏

  • @bedantabeat2587
    @bedantabeat2587 4 роки тому +45

    সুন্দৰ উপস্থাপন পাপন দা,,, অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া শংকৰ মাধৱৰ সৃষ্টিক আমি জীয়াই ৰাখিব লাগিব। আপোনাৰ এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ।।,

  • @biplabroktim1210
    @biplabroktim1210 4 роки тому +38

    গুৰু জনাৰ সৃষ্টিক জীয়াই ৰখাৰ লগতে আৰু এখোজ আগুৱাই লৈ যোৱাৰ পাপন দাৰ🙏 এইয়া সুন্দৰ প্ৰচেষ্টা.....অসমৰ নতুন প্ৰজন্মই ও আঁকোৱালি লৈ যাতে এইয়া অনুৰোধ কৰিছোঁ😊 .......জয় গুৰু শংকৰ 🙏

  • @JollywoodUnofficial
    @JollywoodUnofficial 4 роки тому +11

    গুৰু দুজনাৰ সৃষ্টিক আগবঢ়াই নিব পাৰিলেহে আমাৰ অস্তিত্ব ৰব। সুন্দৰ পদক্ষেপ

  • @ankurjyotirabha1175
    @ankurjyotirabha1175 4 роки тому +30

    দাদাৰ প্ৰতিটো গানেই মোৰ অন্তৰ চুই যায় !!!দাদাৰ গান শুনি শুনি গানৰ মাজত সোমাই যাওঁ!!!

  • @ANUPAMROY-oh8te
    @ANUPAMROY-oh8te 4 роки тому +26

    দাদা লৈ অশেষ ধন্যবাদ।। মূল্যবান বস্তু খিনি আমালৈ নতুন ৰূপত দিয়াৰ কাৰণে।।।কৃষ্ণ কৃষ্ণ 🙏🙏🙏

    • @ANUPAMROY-oh8te
      @ANUPAMROY-oh8te 4 роки тому

      @Supriya Kalita what are saying...do u have any sense???😡😡😡

  • @bishnujyotidas1102
    @bishnujyotidas1102 4 роки тому +20

    বহুত ভাল লাগিল পাপন দা আপোনাৰ কন্ঠত বৰগীত শুনি। জয় গুৰু শংকৰ

  • @misskaveri4624
    @misskaveri4624 4 роки тому +106

    অসমৰ সংস্কৃতি ৰক্ষাৰ প্রচেষ্ঠা..গুৰুজনাৰ উপহাৰ এইদৰেই আগুৱাই নিয়ক আৰু....ভাল লাগিল দা...কৰি যাওঁক আৰু...এনেকৈয়ে...♥🙏♥

  • @tsunamixylonite2348
    @tsunamixylonite2348 4 роки тому +21

    অধীৰ আগ্ৰহেৰে বাট চাই আছিলো ॥ ধন্যবাদ পাপন দা..আপুনি আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ ॥ ডিচলাইক মৰা কেইটা ক ভগৱানে সুমতি দিয়ে যেন..

  • @achintasaikia7629
    @achintasaikia7629 4 роки тому +33

    "জয় গুৰু শংকৰ"
    আগ্ৰহেৰে অপেক্ষা কৰি আছিলো শুনিবলৈ ,প্ৰত্যেক দিনাই শুনিম।
    🙏🙏প্ৰণাম পাপন (Papon) দা ।

  • @jaheruddinahmed5447
    @jaheruddinahmed5447 2 роки тому +4

    তেতিয়া মই ৬ নে ৭ বছৰীয়া আছিলোঁ। বাইদেউৱে লোকগীত আৰু বৰগীত গাইছিল।বৰগীত আৰু লোকগীতৰ লগত সেয়াই মোৰ প্ৰথম চিনাকি। আজিও কিছুমান গীতৰ সুৰ মনত পৰে,পাহৰা নাই।আজি আকৌ স্মৃতি ৰোমন্থন কৰিব পাৰিলোঁ। ধন্যবাদ পাপন দা।

  • @abinashhandique6745
    @abinashhandique6745 4 роки тому +69

    কৃষ্ণ, অত্যন্ত সুখী দাদা আপোনাৰ এই পদক্ষেপত। আমাৰ মান - সন্মান গুৰুদুজনাৰ এই অপূৰ্ব সৃষ্টিৰাজি। আপোনালৈ অশেষ ধন্যবাদ এনে সুন্দৰ উপহাৰৰ বাবে 🙏❤️

    • @nayaNBhatta.24
      @nayaNBhatta.24 4 роки тому

      একদম ঠিক কৈছে 👍

  • @dhirajbhuyan926
    @dhirajbhuyan926 4 роки тому +14

    Papon da vl lagil huni...eneka music lage amr notun jubokok...bnai jaok ami akuali lom🙏🙏❤❤❤

  • @birajmarandi
    @birajmarandi 4 роки тому +88

    This is what makes him different from other artists. He doesn't go commercial rather delivers true music, real roots of Assamese culture. Blessed to be amidst such beautiful people.❤

    • @zindagialive
      @zindagialive 4 роки тому +7

      Very True Biraj...

    • @manjumathur4784
      @manjumathur4784 4 роки тому +7

      True. You don't find any singer who is so involved with their roots , does everything to promote the culture of his state, as well as runs a charitable organisation for the welfare of his State. . Hats Off to you Papon 🙏

    • @birajmarandi
      @birajmarandi 4 роки тому +2

      @@manjumathur4784 💕

    • @cr7nd674
      @cr7nd674 4 роки тому +3

      @@manjumathur4784 bhai zubeen ase...
      Papon ru zubeen e dujonei borgeet gaise.

  • @bhabenborahrttt8809
    @bhabenborahrttt8809 4 роки тому +15

    অতি সুন্দৰ পাপন দা। আপুনি আমাৰ গৌৰৱ। সছাঁকৈ কৈছোঁ এই গীত বোৰে মন চুই যায়।🙏🙏🙏🌼🌼🌼🌼🌼ধন্যবাদ।

  • @ajamar2517
    @ajamar2517 4 роки тому +7

    মই যেন শংকৰদেৱ আৰু মাধৱদেৱৰ লগত উপভোগ কৰি আছো এনে লাগিছে.. পাপন দা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।। আপোনাৰ প্ৰচেষ্টাত বৰগীতসমূহ আকৌ প্ৰান পাই উঠিল.. 🙏🙏

  • @kakutrishna
    @kakutrishna 4 роки тому +15

    অতি সুন্দৰ ৷ সৰুৰে পৰা ৰাস , বৰগীতৰ লগত জড়িত থাকি এতিয়া দূৰত থাকিব লগা হোৱাত এনেদৰে শুনি হিয়া শাত পেলাইছো ৷ thanks,waiting for volume 2..

  • @rajenchoudhury5813
    @rajenchoudhury5813 4 роки тому +8

    গুৰুজনাৰ এই আপুৰুগীয়া সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ ওচৰত বিশুদ্ধ ৰূপত উপস্থাপন কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ পাপন দা।। এইদৰেই আগুৱাই যাওক, লগতে আমাৰ কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত জিলিকাই তোলক।। জয় আই অসম, জয় গুৰু শংকৰ।

  • @ankitascorner2231
    @ankitascorner2231 4 роки тому +48

    অতি সুন্দৰ দাদা। প্ৰতিটো বৰগীত ঘোষা শুনি বৰ ভাল লাগিছে। বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক আপুনি দিয়া এই উপহাৰ অমূল্য। অশেষ ধন্যবাদ আপোনাক। এনেদৰে আগুৱাই যাওক নিজৰ সংস্কৃতিক লগত লৈ।😊

  • @rockteerworld4745
    @rockteerworld4745 4 роки тому +22

    100 dislike কৰি কি ঔফুল ফুলাব,,, 😂
    দলেবলে আমি আছোঁ❤.. love u,, পাপন দা।

  • @NorthEast8TraderX
    @NorthEast8TraderX 4 роки тому +24

    সূন্দৰ হৈছে পাপন দা !
    আমাৰ গুৰু দুজনাৰ মান আৰু বাঢ়িল ।

  • @manashjyotisaikai1845
    @manashjyotisaikai1845 4 роки тому +22

    অতি সুন্দৰ পদক্ষেপ আৰু আগলৈ আগুৱাই যাওঁক(পাপন দা)

  • @bindazz6748
    @bindazz6748 4 роки тому +22

    অসমৰ সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন 😌❤️🔥🔥🔥

  • @intertainmentjeet637
    @intertainmentjeet637 4 роки тому +10

    Angarag loved I lOVE YOU

  • @dipjyotihazarika2879
    @dipjyotihazarika2879 2 роки тому +4

    মোৰ অন্তৰাত্মাৰ সুখানুভূতি এই বৰগীত সমূহ। তোমাৰ কন্ঠেৰে শুদ্ধ ৰূপত শুনিবলৈ পাই আপ্লুত হলোঁ। নতুন প্ৰজন্মক পুনৰ শংকৰী যুগলৈ ওভতাই নিবা বুলি আশা কৰিলো। পৰম পিতাই মংগল কৰক তোমাক ।💐🙏🙏

  • @thekuzuri7435
    @thekuzuri7435 4 роки тому +161

    00:00 আজু সুপৰভাতে
    06:24 বৃন্দাবনে খেলত
    13:37 পৰভাতে শ্যাম কানু
    22:33 উদ্ধৱ বন্ধু
    29:33 ভেলি পৰবেশ
    34:24 সেৱহু মন
    39:34 গগনে গৰজে
    45:42 মঞি দুৰাচাৰ
    50:43 ব্ৰহ্মা আদি কৰি

    • @aumcreations209
      @aumcreations209 4 роки тому +10

      আপুনি এটা বহুত ভাল কাম কৰিলে bookmark কেইটা দি।

    • @thekuzuri7435
      @thekuzuri7435 4 роки тому +6

      আদৰণী জনালো

    • @varnayujr
      @varnayujr 4 роки тому +2

      Thank him later

    • @paragkumardeka
      @paragkumardeka 4 роки тому +5

      00:00 আজু সুপৰভাতে [অৰ্থ: আজি সুপ্ৰভাততে...]

    • @paragjyotideka1246
      @paragjyotideka1246 4 роки тому +2

      thanks brother

  • @bituscreation2498
    @bituscreation2498 4 роки тому +13

    পাপন দা আপুনি মহান ❤❤❤

  • @santanukakati4322
    @santanukakati4322 4 роки тому +20

    Papon da always do evergreen projects & this is the example of this kinda projects😻
    জয়তু পাপন দা। জয়তু বৰগীত।

  • @bhupaligoutamnath3553
    @bhupaligoutamnath3553 4 роки тому +2

    Guru dujonar anyatam sristi ei borgeet amar axomr apurugia sampatti. Aru ei borgeet ghuxaa papon da r kanthot xuni khub val lagise .

  • @kamruptourism4992
    @kamruptourism4992 Рік тому +1

    গুৰুজনা নথকাহেঁতেন জাতিখন জীয়াই থাকিবলৈকো বাট নোলালহেঁতেন ... তাৰাই অসমভূমিত অৱতাৰ ধৰামানে নিগাজী হৈ থাকিল আমাৰ জাতিখন

  • @jayantamadhav6326
    @jayantamadhav6326 4 роки тому +311

    ❤️❤️
    Dislike কৰা কেইজনৰ বাবে এক্ মিনিট মৌন পাৰ্থনা

  • @paragjyotideka1246
    @paragjyotideka1246 4 роки тому +50

    finally, Borgeet from Papon. will be listening to this everyday.

  • @nitubayan7092
    @nitubayan7092 4 роки тому +14

    ভাল লাগিল শুনি পাপন দা.......(কিছুমান আকৌ গায়কে বৰগীত গায়ে ৰাগ তাল একোৱে নাজানে)

  • @sangitagogoi8294
    @sangitagogoi8294 4 роки тому +4

    অগ্ৰজ সকলক মহাপুৰুষীয়া কৃষ্টিৰ সৈতে চিনাকি কৰোৱা আৰু ভৱিষ্যত সংগ্ৰসালয়লৈ নৱ সৃষ্টিৰ দুৱাৰ মুকলি কৰি দিয়া পাপন দা আৰু এই প্ৰচেষ্টাৰ সৈতে জড়িত সহযোগী সকলক আদৰণি জনালোঁ।

  • @travelwithppdeka6741
    @travelwithppdeka6741 4 роки тому +24

    পাপন দা আমি নতুন প্ৰজন্মই আদৰি লৈছো... 🙏❤

  • @deepakpk5596
    @deepakpk5596 4 роки тому +38

    I don't know the language but this man's voice is out of this world...,PAPON😍😍😍😍😍

    • @imchandanborah
      @imchandanborah 4 роки тому +2

      Thanks

    • @reba7s
      @reba7s Рік тому +2

      Thank you on behalf of him

    • @mathswithudoi2680
      @mathswithudoi2680 8 місяців тому +1

      It is Assamese culture and these are called Borgeet, Borgeets are derived from the Brajavali language, are devotional songs composed by Srimanta Sankardeva and his disciple Madhavadeva, it has particular Taal and Raag for each piece. At Badrikashram in 1488, Shrimanta shankardeva composed his first Borgeet-mana meri ram charanahi lagu-in Brajavali.

  • @bhaskarjyabaruah1090
    @bhaskarjyabaruah1090 2 місяці тому +2

    "Parabhaate shyam kanu dhenu laiya xonge
    Banxhir nixaan Vrindaban solei ronge..
    Parabhaate shyam kanu dhenu laiya xonge
    Jagatar guru Hori kashi goopa kasse
    Abhir balok beri sorae aage passe
    Xika bandhi saandi kandhe laiya dodhi bhaato
    Mathae saandoni jori xaaje Jagannathee
    Parabhaate shyam kanu dhenu laiya xonge
    Vaamo kaxhee xinga betaneta kori selli
    Bohu raxhee laxo bexo kori solei kelli
    Parabhaate shyam kanu dhenu laiya xonge
    Axonkhya-xahasra xhixhu dhenu vatsagana Xhinga-xhankhe benu rowei puraya gagana
    Parabhaate shyam kanu dhenu laiya xonge
    Vaikunthara prati prabhu banei saare dhenu
    Kahaya Madhav gatee kanu-pada-renu
    Parabhaate shyam kanu dhenu laiya xonge "

  • @mousumigogoi2704
    @mousumigogoi2704 3 роки тому +5

    জয় গুৰু শংকৰ ।। কৃষ্ণ ।। পাপন দা মোৰ fav. হয় ।বৰগীত মোৰ প্ৰিয় গীত আৰু আপুনাৰ গীত সদায় শুনু।

  • @bablugohain2314
    @bablugohain2314 4 роки тому +4

    সুন্দৰ ককাইদেউ বৰ সন্তোষ পাইছোঁ আৰু আপোনাৰ কন্ঠৰে সম্পূৰ্ণ কীৰ্তন পুঠি ভাগ শুনিবলৈ পাম বুলি আশা কৰিলো । শ্ৰোতাৰ সঙ্গ নোগোছক সদায়ে মোখে তোৱা ভক্তি নাম ,,,,,,,কৃষ্ণ কৃষ্ণ

  • @chinmoyhatiboruahmaut6994
    @chinmoyhatiboruahmaut6994 4 роки тому +4

    অতি সুন্দৰ পদক্ষেপ....... ধন্যবাদ জনাইছোঁ পাপনদা..... পিছে বৰগীতকেইটিৰ লগতে যদি ৰাগটোৱো গাই দিয়ে আমাৰ বাবে শিকিবলৈ ভাল হ'ব......কাৰণ ৰাগ সমূহ নজনাৰ বাবে বহুসময়ত ইচ্ছা কৰিও বৰগীত পৰিবেশন কৰাত অসুবিধা হয়.. ..... অনুগ্ৰহ কৰি ইয়াৰ পাছৰ বৰগীতকেইটিৰ ৰাগটোৱো গাই দিব..... 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mithudeka4306
    @mithudeka4306 3 роки тому +6

    শ্ৰী গুৰু শংকৰ আৰু মাধৱ । বহুত সুন্দৰ বৰগীত পাপন দা 🙏🙏🙏😍💞

  • @ankurdas4889
    @ankurdas4889 4 роки тому +4

    আপোনাৰ এটা পৰশ মাত্ৰ। সকলো হীৰা হৈ যায়।।
    কি কম ভাষা নাই...🙏♥️

  • @lookeastrajibdowari
    @lookeastrajibdowari 4 роки тому +16

    অতি সুন্দৰ পাপন দা, আজিৰ সময়ৰ সোঁতত হেৰাই যাব খোজা এই লোক সংগীত সমূহক নিভাঁজ আকাৰে দাঙি ইয়াক সংৰক্ষণৰ আপোনাৰ এই প্ৰদক্ষেপক শতকোটি প্ৰণাম, অশেষ ধন্যবাদ জনালো ।
    দিছলাইক কৰা কেইটাক ৰাজহুৱাকৈ এপিতন দিব মন আছিল !!

    • @KamalDutta
      @KamalDutta 4 роки тому +2

      বৰগীত লোকসংগীত নহয়

    • @xm7055
      @xm7055 2 роки тому

      Luko songeet nahay dei...

    • @xm7055
      @xm7055 2 роки тому

      Kintu apuni jikhini kotha kobo bisarise buji paisu...val lagise❤❤

  • @user-wx5ln6hy8f
    @user-wx5ln6hy8f 3 роки тому +15

    Devotee of Assamese culture 🙏🙏🙏

  • @bhushandas4908
    @bhushandas4908 4 роки тому +26

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো পাপন দা আপুনি অসমৰ এগৰাকী মুকুতা

  • @TiSHa_1996
    @TiSHa_1996 4 роки тому +12

    সুন্দৰ পাপন দা ♥️♥️♥️♥️🙏🙏🙏

  • @imManashh
    @imManashh 4 роки тому +5

    অতি সুন্দৰ পদক্ষেপ পাপন দা ৷অসমীয়াৰ সংস্কৃতি এনেদৰেই বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাওঁক ৷

  • @ajayborgohain8382
    @ajayborgohain8382 3 роки тому +10

    ❤️❤️❤️❤️🙏🙏🙏 গুৰুজনাৰ আশীৰ্বাদ আপোনাৰ ওচৰত সদায় থাকিব।
    অতি সুন্দৰ প্ৰ্চেষ্টা keep it up...amazing voice of assam..love it

  • @samarkazi7115
    @samarkazi7115 4 роки тому +5

    পাপনদাৰ জয় । বহুত মৰম নলবাৰীৰ পৰা।

  • @dibyajyotiborah7900
    @dibyajyotiborah7900 4 роки тому +15

    A heartfelt thanks to papon da❣️for gifting us this kinds of beautiful borgeets💓

  • @jyotishmoybaishya22
    @jyotishmoybaishya22 4 роки тому +21

    Papon Da love u❣️🔥🙏😘

  • @swapnalis.5331
    @swapnalis.5331 4 роки тому +3

    ইয়াতকৈ আৰু কি লাগিছে !! অতি সুন্দৰ , অসমীয়া জাতিক জীয়াই ৰাখিবলৈ কৰা এই প্ৰয়াস সঁচাকৈয়ে অনুকৰণীয় ।

  • @basisthaacharya6590
    @basisthaacharya6590 4 роки тому +2

    গুৰুজনাৰ জীৱনকালত সৃষ্ট এই অমৰ বৰগীত কেইটাক পুনৰ্জীৱিত কৰাৰ বাবে পাপনলৈ অলেখ শুভেচ্ছা জনালোঁ।পাপন আৰু আগুৱাই যোৱা,জগতসভাত অসমী আইৰ মুখ উজলাই তোলা।

  • @prakashgogoi3867
    @prakashgogoi3867 4 роки тому +9

    No word to express my gratitude, this presentation of BORGEET GHOXAA will be a life time treasure of Assamese people in electronic medium....

  • @sangrambangthai2938
    @sangrambangthai2938 4 роки тому +3

    বহু প্রতিক্ষার অন্তত পাপনদার বরগীত সঙ্কলনটি পাই অতিকে আনন্দিত হলো ।পাপনদালৈ ধন্যবাদ

  • @pallabjyotimahanta6557
    @pallabjyotimahanta6557 4 роки тому +4

    দাদা আপোনাৰ এই মহান প্ৰচেষ্টাত গুৰু দুজনাৰ কীৰ্তি তথা তেৰাসৱৰ দ্বাৰা সৃষ্ট সত্ৰীয়া সংস্কৃতি বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত বহুখিনি আগুৱাই যাব ।

  • @ranjanjyotibora1079
    @ranjanjyotibora1079 4 роки тому +3

    বহুদিনীয়া আশা এটা পূৰণ হ'ল ।। ধন্যবাদ পাপন দা। ই এক সুন্দৰ পদক্ষেপ। বৰগীত সমূহৰ শুদ্ধ প্ৰচাৰ আৰু প্ৰসাৰ সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজনীয়। গুৰু দুজনাৰ অমৰ সৃষ্টি ৰাজিক শুদ্ধ ৰূপত সংৰক্ষণ কৰাটো প্ৰত্যেক জন অসমীয়াৰে নৈতিক কৰ্তব্য।। আপোনাৰ এই মহান পদক্ষেপ সঁচাকৈয়ে অতুলনীয়। জাতীয় শিল্পীৰ জাতিটোৰ প্ৰতি যি কৰ্তব্য , আপুনি সুন্দৰকৈ পালন কৰিছে।
    প্ৰথম খবৰটো পায়ে মন টো বৰ ভাল লাগিছিল। সঁচাকৈ আজিও অসমত প্ৰকৃত শিল্পী জীয়াই আছে। ধন্যবাদ পাপন দা। আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। অসমীয়া জাতিটোক আপোনাৰ কৰ্মৰাজিয়ে আৰু সমৃদ্ধ কৰি তুলিব। তাৰে কামনাৰে🙏

  • @DipjyotiDas8822
    @DipjyotiDas8822 6 місяців тому +2

    মোৰ অশান্ত মনক শান্তি কৰাৰ মহৌষধ হৈ পৰিছে এই বৰগীতটি কিবা এক ঐশ্বৰিক শক্তি আছে ❤️ 🙏
    জয় গুৰু শঙ্কৰ
    কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @shivmohan9449
    @shivmohan9449 4 роки тому +7

    Thanks Papon for singing such beautiful and divinely praise of God ! The bhajans are very heart touching and soulful with richness and scent of land ! We are great full to have you !

  • @bhaskarlangi552
    @bhaskarlangi552 4 роки тому +10

    Love your voice Dada . You have an extraordinary voice

  • @bidyutmahanta5861
    @bidyutmahanta5861 4 роки тому +1

    Papon dae bhu ksto murot emn dhunia upohar ata amk dsa...kin2 dislike ru view s dkhi ha dukhito...ankua borgeet ru Katia Pam kunu thk nai....jaga assomia jaga...njor hipa dalor kotha kio phori jua Bru ...olp tym anekua gaan burot2 dia....nhla guru jona sistri harai jbo....nhla ntun prjmoa namghrt2 romantic gaan gabo dhoribo...PST taulokok dukh di lav nhbo....tnx papon da emn dhunia uphar agbohai diar babe..

  • @harendranathbhuyan7256
    @harendranathbhuyan7256 3 роки тому +2

    পুৱা উঠি ইয়াৰে দুটিমান গীত/প্ৰাৰ্থনা শুনিলেই ভক্তি ভাবেৰে মনটো ভৰি যায় ! অত্যন্ত সুন্দৰ হৈছে ! সত্ৰীয়া সংস্কৃতিৰ অন্যতম বাহক এই গীত আৰু প্ৰাৰ্থনাৰাশি তোমাৰ কণ্ঠত সঘনাই শুনিবলৈ পাম বুলি বৰ আশাৰে বাট চালো ৷ নিৰাশ নকৰিবা, পাপন ৷

  • @beesartcraft689
    @beesartcraft689 4 роки тому +11

    Goosebumps ahi goise huni😇 God has gifted you the most touching voice dada❤️ I love you 😘

  • @debrajpratimburagohain619
    @debrajpratimburagohain619 4 роки тому +4

    সুন্দৰ ......গুৰুজনাৰ সৃষ্টি অনুপম....অদ্বিতীয় .....অতুলনীয়🙏🙏🙏

  • @RupjyotisTips
    @RupjyotisTips 4 роки тому +2

    অশেষ ধন্যবাদ আপোনাক । এইদৰে অসমখনক আগুৱাই নিয়ক । সকলোৱে like কৰিব । ধন্যবাদ ।

  • @hridaiprakashsaikia2126
    @hridaiprakashsaikia2126 5 днів тому +1

    জয় গুৰু শংকৰ।। ❤❤❤❤❤

  • @mintuborah6249
    @mintuborah6249 4 роки тому +3

    অতি সুন্দৰ পাপন দা অসমবাসীলৈ এক অতুলনীয় উপহাৰ আগবঢ়ালে

  • @kapilsekhar7338
    @kapilsekhar7338 4 роки тому +4

    I m wordless to thank papon da for such a great contribution to d assamese society.thank uu papin da..u will always b alive for this as long as assamese society is alive..i was eagerly waiting for these borgeet from ur side.for d first time, i have understood the true meaning of "brahma adi kori' and "moi u du asaro". Thank uu papon da again..keep continue please..need to preserve each n every borgeet.

  • @swabnamsaikia5212
    @swabnamsaikia5212 4 роки тому +1

    Brahma adi Kori e gar num uthai dile . Dhonyobad Papon Da . Eiya ek Amulya ratan . Sirodin thakibo. Okhkeh dhonyobad .

  • @mannmns
    @mannmns 4 роки тому +1

    Srimonto Sankar Gurur soronot apunar dirghaur babe prarthona korilu. Apuni xodai Val a thakok papan da...

  • @user-be6ir2eq2v
    @user-be6ir2eq2v 4 роки тому +4

    অতি সুন্দৰ হৈছে পাপন দা।আপোনালৈ বহু বহু ধন্যবাদ আমাক ইমান মূল্যৱান উপহাৰ দিয়াৰ বাবে। জয় গুৰু শংকৰ -মাধৱ।

  • @samironborahmusic8545
    @samironborahmusic8545 4 роки тому +13

    Papon da..my ideal😍😍😍

  • @Jinkismita45
    @Jinkismita45 4 роки тому +1

    সুন্দৰ । বাৰে বাৰে শুনি আছোঁ। বিৰিন্দা আৰু পৰভাতে টো কিমান বাৰ যে শুনি লো নিজেই কব নোৱাৰোঁ

  • @nituldas3790
    @nituldas3790 4 роки тому +2

    দাদা...বহুত সুখী অঅ আপোনাৰ কণ্ঠ ত শুনিবলৈ পাই । মহাপুৰুষ গুৰু জনাৰ অমৰ সৃষ্টি সমূহ পুনৰ আমাৰ মাজত বিলাই দি মহৎ কাম কৰিছে ...

  • @himangkapatgiri8593
    @himangkapatgiri8593 4 роки тому +3

    সুন্দৰ পদক্ষেপ। আমাৰ সংস্কৃতি ৰক্ষা কৰাতো আমাৰ দায়িত্ব।

  • @3nayonworld241
    @3nayonworld241 4 роки тому +9

    প্ৰকৃত বৰগীত ঘোষা এইয়াহে। ধন্যবাদ পাপন দা

    • @bibhutuyour2464
      @bibhutuyour2464 4 роки тому

      I am very proud to listening Borgeet by papon

  • @madhujyaborah9609
    @madhujyaborah9609 4 роки тому +1

    অসমীয়া সংস্কৃতিৰ এয়া এক সুকীয়া নিদৰ্শন , এই প্ৰচেষ্টাক নৱপ্ৰজন্ম ই সুন্দৰভাৱে আকোৱালি ল'লে আমাৰ সংস্কৃতিক আৰু এখোজ আগুৱাই লৈ যাব পাৰিম।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 10 місяців тому

    গুৰুত্বপূৰ্ণ পূৰ্ণ ভাৱৰ ছন্দোবদ্ধ হৈ আমাৰ গুৰুদেৱ দুজনাৰ দ্বাৰা ৰচিত ৬০০ বছৰৰ পুৰণি সৃষ্টি সমুহ ব্যৱহাৰিক দিশত স্পষ্ট ভাষাৰে উজাগঢ় কৰি ভাৰত তথা বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়োজনীয় বেৱসহা হাতত লোৱাৰ প্ৰয়াসক ধন্যতাৰে আৰ্শীষ প্ৰদান কৰা হ'ল।। সুপ্ৰভাত জনালোঁ।।

  • @bijitc746
    @bijitc746 4 роки тому +3

    অপূৰ্ব আপোনাৰ এই উপহাৰ ❤️❤️❤️❤️
    অলেখ অযুত শুভকামনা জনালোঁ দাদা, আগলৈও এনেদৰেই বিচাৰোঁ আমি আপোনাক।

  • @dikshitasaikia6119
    @dikshitasaikia6119 4 роки тому +5

    thankyou so much Papon da for this awsome contribution.. বহুত ধুনীয়া হৈছে। আপোনাৰ অৱদান অনেক, আমাৰ সংস্কৃতি পুনৰ আগুৱাই নিয়াত।💝

  • @newaleetcdas5544
    @newaleetcdas5544 2 роки тому

    Papan..aapuni Vhogobontor xodai kripa lav korok..aiyei tekhetor soronot prarthana jonalu

  • @minasaikia8585
    @minasaikia8585 2 роки тому +1

    So beautiful borgit God bless you papon