এতিয়া কেনেদৰে ব্যস্ত আছে "অংশুমান ভূঞা" || Assamese Podcast Ft. Anshuman Bhuyan ||Mimicry Artist

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • এতিয়া কেনেদৰে ব্যস্ত আছে "অংশুমান ভূঞা" || Assamese Podcast Ft. Anshuman Bhuyan আহিব লগা নতুন কাম, সকলোখিনি খুলি ক'লে "কথাত"
    Subscribe Our Clips Channel : / @kothastudioclips

КОМЕНТАРІ • 202

  • @j.k1674
    @j.k1674 7 місяців тому +8

    প্ৰয়াত তৰুণ গগৈৰ দাঙৰীয়া অসম ভাল মূখ্য মন্ত্ৰী। মনত ৰাখিব লাগিব,

  • @kailashchsarma619
    @kailashchsarma619 8 місяців тому +3

    জনপ্ৰিয় অভিনেতা শ্ৰীঅংশুমান ভূঞাৰ ব্যক্তিগত জীৱনটো ইমান বিচিত্ৰতাৰে ভৰা বুলি ভাবিবই নোৱাৰি । এগৰাকী কৌতুক অভিনেতা হিচাপে দেখি অহা ভূঞাদেৱৰ বহুমুখী প্ৰতিভাৰ আভাস পোৱাৰ লগতে সৰল, অকৃত্ৰিম কথাবোৰে আপ্লুত কৰিলে । ভূঞাদেৱৰ দৰে আমিও পোষ্ট কাৰ্ড,ইনলেণ্ড লেটাৰত চিঠি লিখা দিনৰ পৰা আহি মোবাইলত মেচেজ লিখা দিনলৈ কেবাটাও প্ৰজন্মৰ সাক্ষী হৈছো । ভাল পৰিবেশ তথা প্ৰখ্যাত ব্যক্তিৰ সান্নিধ্যই পৰবৰ্তী প্ৰজন্মৰ জীৱনত পেলোৱা সু-প্ৰভাৱৰ এক সুন্দৰ নিদৰ্শন শ্ৰীভূঞাদেৱ । সফলতা-বিফলতাৰ কাহিনীবোৰ বিনা দিধ্বাৰে প্ৰকাশ কৰিব পৰাটোতে তেখেতৰ কথন শৈলীৰ কলা(Art)পৰিস্ফুট হৈছে । তেখেত অভিনয় তথা আন প্ৰতিভা সমূহৰ সৈতে আৰু উদ্ভাসিত হওক-সেই শুভকামনা যাচিলোঁ ।লগতে অনুস্থানটিলৈ ভূঞাদেৱক আমন্ত্ৰন কৰি দৰ্শকৰ সৈতে হাস্যমুখেৰে উপভোগ কৰা পল্লৱী হাজৰিকাক ধন্যবাদ জনালোঁ ।

  • @sibanathburagohain7573
    @sibanathburagohain7573 7 місяців тому +2

    অ ভূঞা আপোনাৰ সাক্ষাৎকাৰটো শুনি বৰ ভাল লাগিল । আৰু বহু কথা আপোনাৰ বিষয়ে জানিব পৰিলো আপোনাৰ জীৱন যাত্ৰাৰ বিষয়েও। ইয়াৰ পৰা হয়টো অসম বাসীয়ে অনুপ্ৰেৰণা পাব। কিন্তু কিছুমান লোকে হয়টো সহজ ভবে নললেহেতেন। ধন্যবাদ।

  • @mandirabordoloi5708
    @mandirabordoloi5708 2 місяці тому +1

    গাৰ্গ দা আপোনাৰ ৰসাল ৰহস্য ই আপোনালৈ ধন্যবাদ জনালো ভগৱানে কুশলে ৰাখক

  • @sibanathburagohain7573
    @sibanathburagohain7573 7 місяців тому +2

    অ ভূঞা আপোনাৰ এইবোৰ অসমৰ এক শুদ্ধ সত্য ইতিসাহ হ'ব। অন্ততঃ এটা ভাল উদাহৰণ হিচাবে ল'ব।কাৰন আপোনাৰ এই বিষয়বোৰ বহু দিশৰ পৰা পৰ্যবেক্ষণ কৰে। ধন্যবাদ

  • @bibekanandasonowal1989
    @bibekanandasonowal1989 8 місяців тому +3

    মিছা কলে কিডাল হ'ব। সচাকৈ উপভোগ্য অনুস্থান এটি চালো। আৰু আগুৱাই যাওক। শুভেচ্ছা জনালো।

  • @gunindragayan3555
    @gunindragayan3555 7 місяців тому

    ভূঞা দেৱ আপোনালৈ সশ্ৰদ্ধ প্ৰণাম। আপোনাৰ গাৰ্গ হিচাপে কৰা অভিনয় উপভোগ কৰিছোঁ। গগৈদেৱ হিচাপে কৰা মিমিক্ৰি বহুবাৰ চাইছেো িমছাকে হাজাৰ বাৰ মৰক। কিন্তু সঁচাকে শত বৰ্ষ গৰকি জীয়াই থাকক। আপোনাৰ সাক্ষাৎকাৰটো দুদিনত
    দুটা খণ্ড ত হ'লেও চাই শেষ কৰাৰ লোভ সামৰিক নোৱাৰিলোঁ। এনেকৈয়ে আমাক সদায় হাঁহিৰ খোলার দি যাওক।ভূঞা দেৱ, আপোনাৰ হাস্যব্যঙ্গ কবিতা পুথি প্ৰকাশ হৈছে নেকি? যদি হৈছে কপি এটা কেনেকৈ পাম জনাবছোন।

  • @pabitrapranmahanta6142
    @pabitrapranmahanta6142 7 місяців тому +1

    অংশুমানৰ লগতে পল্লৱী ,তোমাৰ কথা-বাৰ্তা খিনি ও বৰ ভাল লগা ।

  • @sibanathburagohain7573
    @sibanathburagohain7573 7 місяців тому +1

    অতি ভাল লাগিল।দ দ কথা বোৰ ইমান বামতে কৈছে হাঁহিয়ে মানুহৰ আয়ুস বঢ়াই দেই।

  • @user-qh2ru3dy8m
    @user-qh2ru3dy8m 8 місяців тому +4

    কংগ্ৰেছৰ দিনত একেৰাহে..তৰুণ গগৈ মিমিকি কৰি পেট বিষুৱাই হাহিৰ খুৰাক যোগাই যোৱা মানুহজনক আকৌ আহবান কৰো আকৌ তেনেকুৱাকৈ বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত হৈ হাহিবলৈ পাহৰা অসমীয়া মানুহ খিনিক আকৌ হহোৱাবলৈ চেষ্টা কৰক৷

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 8 місяців тому +5

    Practically speaking Sir Tarun Gogoi was great and we still remember his speeches and Ansu’s mode of acting is all time best and became reminders for us.

  • @mandirabordoloi5708
    @mandirabordoloi5708 7 місяців тому +1

    গাৰ্গ দা সম্বোধন কৰিছো বেহাৰবাৰি চিৰিয়েল ত ছাই ভাল লাগে পেতত কথা নথকা পিছত কামোৰ দিছেনে নাই সাক্ষাৎ কাৰত ধেমেলীয়া ধুনীয়া লাগিছে দেই ধন্যবাদ জনালো

  • @bkalita3283
    @bkalita3283 7 місяців тому

    Congratulation Mr Bhuyan. Your mode of speaking as Sir Tarun Gogoi is admirable.

  • @mandirabordoloi5708
    @mandirabordoloi5708 2 місяці тому

    গাৰ্গ দা আপুনি খুহুতীয়া কথাখিনি ত মানুহ আকৰ্ষিত হৈ ছে মোচে ও আকৰ্ষিত কৰিছে ❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂🎉

  • @manikhandique7380
    @manikhandique7380 7 місяців тому +2

    অসমৰ জাতীয় মাছ বৰালী হোৱা উচিত।কিয়নো অসমৰ খাল-বিলত এই মাছ অতীজৰে পৰা পোৱা গৈছিল। ৰাইজে পলস মাৰি ইয়াক ধৰিছিল।ই আমাৰ পৰম্পৰা আছিল।

  • @mrinalmedhi8346
    @mrinalmedhi8346 7 місяців тому

    ভৱিষ্যত আৰু অসমীয়া সংস্কৃতি লৈ অৱদান আগবঢ়াই যাওক তাৰেই কামনা কৰিছোঁ।

  • @mandirabordoloi5708
    @mandirabordoloi5708 2 місяці тому

    গাৰ্গ দা আপুনি বাহিৰত যিমান ধেমেলীয়া কৰে‌ বেহাৰবাৰিত জমনিতোলে আপোনাৰ পত্নী ৰ লগত ফুচুৰি ক ৰেনে বহুত ভাল লাগে অ আপোনাৰ পত্নী ৰ ওচৰত কেনেকুৱা শুনি বলৈ চাবলৈ মন যায় 😂😂😂😂

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 8 місяців тому +1

    ভাল লাগিল তেখেতৰ সাক্ষাৎকাৰ।

  • @ratansengupta5105
    @ratansengupta5105 7 місяців тому +1

    Khub bhal lagil. Enjoyed the total program.

  • @mandirabordoloi5708
    @mandirabordoloi5708 7 місяців тому +1

    গাৰ্গ দা কিয় খিনোৱা লাগিছে আপোনাৰ অভিনয় ধেমেলীয়া কথা বোৰ ভাল লাগে

  • @mandirabordoloi5708
    @mandirabordoloi5708 7 місяців тому +1

    গাৰ্গ দা বিয়া কেইবাৰো পাতিলে নেকি বৰধূনীয়া লাগিছে চুপতিহে কৰিছো বেয়া নাপাবা দেই বুঢ়ামানুহে চুপতি মাৰিছে ❤❤❤

  • @PabitrakrNath
    @PabitrakrNath 2 місяці тому

    ভাল লাগিল । ইলিছ মাছ । পৱিত্ৰ কুমাৰ নাথ ।গুৱাহাটী বিশ্ববিদ্যালয় ।

  • @nirjurajgogoi319
    @nirjurajgogoi319 7 місяців тому +2

    Very nice interview.

  • @madhabidevi9585
    @madhabidevi9585 8 місяців тому +1

    মই কাচিকতা ৰ , তোমাৰ পুৰণি ঘৰৰ ওচৰৰে। মই ভাবো পুথি মাছ কে ৰাজ্যিক মাছ বুলি ভাবি লোৱাই ভাল হব

  • @anibro4162
    @anibro4162 7 місяців тому +1

    Angshu, tomer acting tu bor bhal lage hey ! Missa kole ki dal hobo ! That is also important matter !😊😊😊😊😊

  • @sadanandapegu6241
    @sadanandapegu6241 7 місяців тому

    Actually I did not know the character of Tarun Gogoi performed by Anksuman Bhunya but I have come to know now. You are very great actor. Sir, will you focus some character of Tarun Gogoi that he given future scan of present condition of Assam and Bjp govt.

  • @anandakakati1521
    @anandakakati1521 6 місяців тому

    Many many thanks
    Anshuman
    Long live
    Anshuman
    Thanks
    Pallavi also

  • @pvcmaingate8888
    @pvcmaingate8888 7 місяців тому

    One of the best artist actor in my life 💜 Angsuman bhunya.godbless you ❤️ care on

  • @babulkumardeka
    @babulkumardeka 7 місяців тому +1

    মই ভাবো অসমখন এখন গাঁৱলীয়া ৰাজ্য গতিকে চেঙ মাছ । এই মাছটো নলাটো থাকে।

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 8 місяців тому +1

    Anshuman where had you been? We are very pleased to see you here once more. Your chupati was our “Pickles “. Long live Ansu.

  • @pabitrasonowal575
    @pabitrasonowal575 2 місяці тому

    আৰি মাছ। এইটো মাছ কাইট কম সকলোৱে খাব পাৰি, খুব সোৱাদযুক্ত, নিৰুগী। গতিকে ৰাজ্যিক মাছ হিচাপে গণ্য কৰিব পাৰি।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 місяців тому +1

    ❤❤❤❤❤ unique and ultimate video hoi. Grand salute to you and your family. We're proud of you. All the best wishes to you.❤❤❤❤❤

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 6 місяців тому

    বৰ ধুনীয়া সাক্ষাৎকাৰ এটা চালোঁ

  • @gkgogoi
    @gkgogoi 7 місяців тому +2

    Senga mas , out of assam ot kotu nai

  • @ballavpegu-4437
    @ballavpegu-4437 7 місяців тому +1

    বৰালি মাছেই ভাল হবনেকি

  • @hohoho7592
    @hohoho7592 8 місяців тому

    Angshu bhal lagil dei intervewtu.

  • @dilipborah4285
    @dilipborah4285 7 місяців тому

    গৰৈমাছ । নিৰোগী আৰু সুস্বাদু।

  • @bishnusadhanpaulmazumder3965
    @bishnusadhanpaulmazumder3965 8 місяців тому +1

    Pallavi please make another video with Ansu soon. Thank you.

  • @uttamchbaro2267
    @uttamchbaro2267 7 місяців тому

    দৰকিনা ধনী দূখীয়া সকলোৰে

  • @labheswarmoran7494
    @labheswarmoran7494 6 місяців тому

    পুঠিমাছ অসমৰ জাতীয় মাছ হব লাগে বুলি ভাৱো।

  • @dilipkumarborah2609
    @dilipkumarborah2609 7 місяців тому

    Very good job, congratulation.

  • @horendranathgogoi9705
    @horendranathgogoi9705 7 місяців тому

    অসমৰ ৰাজ্যিক মাছ খলিহনা হোৱা উচিত ।

  • @rohitkhanikar3031
    @rohitkhanikar3031 7 місяців тому

    This is also important matter. 😂

  • @sumeswarborah8809
    @sumeswarborah8809 7 місяців тому

    অসমৰ ৰাজ্যিক মাছ সকলোৰে পৰিচিত পূথিহোৱাতো উচিত হব ।কাৰণ ইদেখতো ধুনিয়া সময়ত বৰণসলয় পূথিমাছৰ দমোকম ভিতামিনোঅছে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 8 місяців тому +2

    মাগুৰ মাছক ৰাজ্যিক মাছ হিচাপে ছীকৃতি দিলে ভাল হয়।

  • @ramnathborah7356
    @ramnathborah7356 7 місяців тому

    পুথিমাছ অসমৰ জাতিয় মাছ সহ লাগে,,,,,,,,,,,,

  • @dilipkumarborah2609
    @dilipkumarborah2609 7 місяців тому

    Very tremendous your choice

  • @saratboravlogs8943
    @saratboravlogs8943 8 місяців тому

    Val lage da da apunak love from Bihpuria

  • @mahendradeka6783
    @mahendradeka6783 7 місяців тому

    মোৰ মতে দৰিকনা মাছ।কাৰন ইয়াক অসমৰ সকলো ঠাইতে পোৱা যায়।

  • @user-style966
    @user-style966 7 місяців тому +1

    বেহাৰবাৰি আহিব লাগে সোনকালে

  • @anjubezbaruah9999
    @anjubezbaruah9999 8 місяців тому

    কবিতা এটা পাঠ কৰিব দিব লাগিছিল ।

  • @rupeswarborgohain7417
    @rupeswarborgohain7417 8 місяців тому +1

    ছেঙ মাছ।

  • @progress6117
    @progress6117 7 місяців тому

    Outpost ot skou sabo mon goise

  • @tagarsut1458
    @tagarsut1458 7 місяців тому

    কাৱৈ মাচ ৰাজিক মাচ বুলিব লাগে.

  • @sajidzamal3206
    @sajidzamal3206 7 місяців тому

    চিতল মাছ হ'লে ভাল

  • @gunindragayan3555
    @gunindragayan3555 7 місяців тому

    সাক্ষাৎকাৰটো চাই আপোনাৰ বিষয়ে কিছু কথা জানিবলৈ পাই ভাল লাগিল। আপুনিএকো নাজানো আৰু নুবুজো বুলি কৈ যিখিনি ক'লে তাতেই আপোনাৰ জ্ঞান ৰ গভীৰতাৰ উমান পালোঁ। ধন্যবাদ। নগাঁৱলৈ আহিলে কেতিয়াবা লগ পাম। 😊😊😊😅😮😢😂

  • @dibrugarhorsuwalimoitandra9682
    @dibrugarhorsuwalimoitandra9682 8 місяців тому +1

    Bohut borhiya❤

  • @biradattadas9216
    @biradattadas9216 7 місяців тому +1

    REMARK ON KOTHA STUDIO ,KOTHA.
    KOTHAT PAI BOTA
    KOTHAT JAI KOTA
    KOTHOKI MANUH 😂 MANEY HOL BARPETA.
    OUR KALANTAK ISS ALSO BIHPURIA BETA.
    YOUR LEATHER 👞 SHOE MAY BE BATA.
    KALANTAK MAKE YOUR SHOE 👞
    PHATA.
    BUT,I ADMIT YOU HAVE A BRILLIANT MATHA.

  • @jugalhazarika8067
    @jugalhazarika8067 8 місяців тому

    Shanga fish will be fit for this.

  • @user-gi8bt6ty6k
    @user-gi8bt6ty6k 7 місяців тому

    চিতল মাছ।

  • @Kiran-si2bf
    @Kiran-si2bf 7 місяців тому

    বেহাৰ বাৰি out post কি হল

  • @putulkataki1487
    @putulkataki1487 7 місяців тому

    চিতল মাছ ৰাজ্যিক হলে ভাল হয় ।

  • @BitupanDihingia-ov7xv
    @BitupanDihingia-ov7xv 4 місяці тому

    ❤❤❤

  • @dolangogoi9756
    @dolangogoi9756 7 місяців тому

    ❤magur mas

  • @aruphazarika4717
    @aruphazarika4717 7 місяців тому

    পুঠি মাছ ৰাজ্যিক মাছ হোৱা উচিত

  • @Padama-lt6dg
    @Padama-lt6dg 7 місяців тому

    Goroi

  • @user-tc1ie9om8h
    @user-tc1ie9om8h 7 місяців тому

    কাৱৈ মাছ,কিয়নো উজান ৰ পৰম্পৰা আছে

  • @guruprosadboruah733
    @guruprosadboruah733 7 місяців тому

    "চেঙা" মাছ অসমৰ ৰাজ্যিক মাছ বুলিয়েই আমি ভাবিব পাৰোঁনে ?

  • @digantatayeng2483
    @digantatayeng2483 7 місяців тому

    Barali mash
    48:35

  • @rupjyotibora7356
    @rupjyotibora7356 8 місяців тому

    শিঙৰা মাছ❤❤❤❤

  • @keshobdas900
    @keshobdas900 8 місяців тому

    Cheng mass , channa barka

  • @user-ig2dp8py4n
    @user-ig2dp8py4n 7 місяців тому

    Magu mas 48:45

  • @bikashkalita7531
    @bikashkalita7531 7 місяців тому

    Borali mass

  • @nripendrabaruah2165
    @nripendrabaruah2165 7 місяців тому

    Chenga fish not seen outside of assam

  • @sagarika776
    @sagarika776 7 місяців тому

    দৰিকণা মাছ

  • @dhrubasarmah7412
    @dhrubasarmah7412 8 місяців тому

    Hi pallabi,How are you?

  • @user-cn1dh9ls4m
    @user-cn1dh9ls4m 7 місяців тому

    Nice.

  • @user-ng3mw2qi6r
    @user-ng3mw2qi6r 7 місяців тому

    Muwa mass❤

  • @lakugoswami3799
    @lakugoswami3799 8 місяців тому +1

    মাগুৰ

  • @kushramsonowal8224
    @kushramsonowal8224 7 місяців тому

    চেঙেলী মাছ ।

  • @HirenSarma-jh3df
    @HirenSarma-jh3df 2 місяці тому

    গেদগেদী মাছ হলে ভাল হব নেকি ?

  • @dhanjitnath4013
    @dhanjitnath4013 7 місяців тому +1

    🙏🌷👌👍

  • @priyankahazarika7810
    @priyankahazarika7810 7 місяців тому

    পুঠি মাছ

  • @axomeats4625
    @axomeats4625 7 місяців тому

    Ryajik mas goroi mas 🤤

  • @srimantadutta8135
    @srimantadutta8135 7 місяців тому

    পুঠিমাছ

  • @maynihondiqui7694
    @maynihondiqui7694 7 місяців тому

    Christ mas 😊

  • @basantadiamond5045
    @basantadiamond5045 7 місяців тому

    Borali maass😂

  • @user-ig2dp8py4n
    @user-ig2dp8py4n 7 місяців тому

    57:54

  • @samirali1762
    @samirali1762 7 місяців тому

    ডৰিকণা মাছ

  • @suchilmohan9251
    @suchilmohan9251 7 місяців тому

    ৰৌ মাছ

  • @dinarabha
    @dinarabha 7 місяців тому

    Axoomar rajyik mas hol sengmas

  • @milanjyotisaikia6038
    @milanjyotisaikia6038 9 днів тому

    শিঙি মাছ

  • @susmitachakraborty3360
    @susmitachakraborty3360 7 місяців тому

    Rou mass

  • @jayantaborah6865
    @jayantaborah6865 7 місяців тому

    পুঠিমাছ ।

  • @mouchumiborah9786
    @mouchumiborah9786 8 місяців тому

    ❤❤❤ 👌👌👌

  • @user-ig2dp8py4n
    @user-ig2dp8py4n 7 місяців тому

    Pite pite magu ma's Khao bihu sab jao 1:00:03 1:00:05

  • @user-fv5xx9mx4t
    @user-fv5xx9mx4t 7 місяців тому

    ৰাজ্যিক মাছ পুঠী মাছ

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm 7 місяців тому

    পুঠী মাছ।

  • @prabanborosdb5282
    @prabanborosdb5282 7 місяців тому

    Emn dighol video nidiba.. duta part kori diba

  • @ratuldoley1631
    @ratuldoley1631 7 місяців тому

    Sitol mash