খোলবাদ্যৰ প্ৰথম শিক্ষা || First Lesson to Learn KHOL || ফলি বাজনা - মুখ্য বোল | সব্যসাচী কলাকেন্দ্ৰ
Вставка
- Опубліковано 12 вер 2024
- খোলবাদ্যৰ মুখ্য বোল - খিত , তাক, ধেই, তাওঁ - এইকেইটি বোলৰ বিস্তাৰ তথা গুণ কৰি কিদৰে হাতে - মুখে বজাব পাৰি, তাৰেই এটি আভাস দেখুওৱা হৈছে ।
প্ৰশিক্ষক - জ্যোতিষ্মান মহন্ত , শ্ৰীশ্ৰীখাটপাৰ সত্ৰ - হাঁহচৰা, শিৱসাগৰ
📢 আপুনি যদি খোল শিকিব বিচাৰে বা আপোনাৰ অঞ্চলত যদি খোলবাদ্যৰ কৰ্মশালা দিব বিচাৰে, তেন্তে যোগাযোগ কৰক - ৯৯৫৭৭০৩৫২২ (WhatsApp) নম্বৰত ।
Please dont forget to "LIKE👍" & "SUBSCRIBE" my Channel to get updated.
You can also follow me on Facebook :-
/ jyotishman.mahanta
Instagram - I'm on Instagram as @vaishnav_jyotish. www.instagram....
Telegram - t.me/Jyotishma...
Whatsapp me on - 9957703522.
সত্ৰীয়া সংগীতৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটি Subscribe কৰিবলৈ নাপাহৰিব 🙏
❤❤
খুব সহজকৈ শিকাব পাৰিছে প্ৰভূ।আমিও শিকিম।
ধন্যবাদ থাকিল আপোনালৈ
তোমাৰ ভিদিঅ' সমুহে আমাক বহুত উপকাৰ কৰিছে। বহুত নজনা কথা জানিব পাৰিছোঁ। কৃষ্ণ।
আপোনালৈ
অশেষ ধন্যবাদ জনাইছোঁ
Really appreciating this effort....please complete this course as a asset for all of us👌
Thankful for your comment.
We'll work on this for our next generation, although its not possible to teach every aspect of this performing art, but we are trying to explore more for reaching every corner of our Assam.
Rag sosar r uprt ata video sb bisaru🙏 dekhile vl pm
অতি সুন্দৰ প্ৰদৰ্শন 🙏🙏
Amaku anadore hikaisil
My name is jyotishman
তুমি গুৰু ঘাট খন বজাই শুনাবা চোন.. 🙏🙏🙏
Hii
শিকিব লাগিছিল কত শিকিলে ভাল হব ofline
সুন্দৰ
তাও টো এটা আঙুলিৰে হয় জানো গোটেইকেইটা আঙুলিৰে তালি ফালে খোলাকৈ বজালেহে তাও হয়
ধেই টো সংযুক্ত বণ হ'ব পাৰে নেকি?কাৰন অন্য বাদ্যত ধা বা ধিন দুই হাতৰ বোলা হয়।
ৰগৰ কেনেকৈ বজায় ?
ভাওনাৰ প্ৰৱেশ খন পাম নেকি