পৰম্পৰাগত একতাল বজাবলৈ শিকোঁ আহক | খোল বাদন |

Поділитися
Вставка
  • Опубліковано 28 жов 2024

КОМЕНТАРІ • 43

  • @basantadas754
    @basantadas754 2 місяці тому +1

    সুন্দৰ উপস্থাপন

  • @BITUPANBHUYAN-c4d
    @BITUPANBHUYAN-c4d Рік тому

    বহুত বহুত ধন্যবাদ। বিচাৰি থকা তালখন অৱশেষত পালোঁ 😊😊।

  • @smileygaming2397
    @smileygaming2397 Рік тому

    Keep it up

  • @অংকুৰবৰা
    @অংকুৰবৰা Рік тому

    কৃষ্ণ,, ভাল লাগিল ,,, অনুৰোধ কৰিছোঁ আপোনাক শিশু চৰিত্ৰৰ প্ৰবেশৰ বাজানা এভাগ আগবঢ়াব চোন ।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Рік тому +1

      ধন্যবাদ, আচলতে শিশু চৰিত্ৰক একতালি অথবা ৰচক তালত প্ৰৱেশ কৰাব পাৰিলে ভাল, যদি জানে তেনেকৈ বজাব

  • @koustovjyotibora4904
    @koustovjyotibora4904 Рік тому +1

    Dihanaam or video sir

  • @goldencreations8218
    @goldencreations8218 Рік тому

    Val lagil

  • @MotivateMindset-k7856
    @MotivateMindset-k7856 Рік тому

    কৃষ্ণ,বাপ ভাল লাগিল ,,,,,কিন্তু,,,,,এক তাল বুল খন যদি description ত লিখিত ভাৱে দিলে আমাৰ আৰু সুবিধা হল হয়।।।।কৃষ্ণ

  • @BiplobBora-gi7mn
    @BiplobBora-gi7mn 3 місяці тому

    Bor dhunia bojaise kaka

  • @biswajitborah8628
    @biswajitborah8628 6 місяців тому +1

    শিকোৱা বন্ধ কৰিলে নেকি....বৰ সুন্দৰ শিকাই আছিল.... Continue কৰক sir

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  6 місяців тому +1

      বিহুৰ কেইদিন ঢোলক প্ৰাধান্য দি থকা হৈছিল... সোনকালেই আকৌ খোলৰ ভিডিঅ'সমুহ দিবলৈ আৰম্ভ কৰিম

  • @assam9674
    @assam9674 Рік тому

    Sundor

  • @mrinalbaruah290
    @mrinalbaruah290 10 місяців тому +2

    ধৰম যতি তাল ,এক তালি আৰু দোমানী খন

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  10 місяців тому

      একতালি ৰ ভিডিঅ'ইতিমধ্যে প্ৰস্তুত কৰা হৈছে, বাকী তাল কেইখন পৰ্যায়ক্ৰমে দিবলৈ চেষ্টা কৰিম 🥰

  • @BiplabkrDas-w7s
    @BiplabkrDas-w7s Місяць тому

    ❤❤❤

  • @himangshu460
    @himangshu460 Рік тому

  • @Gurukul000
    @Gurukul000 11 місяців тому +1

    যতি তাল খন দিব পাৰিলে ❤

  • @dipabairagi653
    @dipabairagi653 2 місяці тому +1

    Iam from gohpur

  • @bolinphukan6994
    @bolinphukan6994 Місяць тому +1

    আপোনাৰ নাম টো কি ❤

  • @GoswamiNaruttom
    @GoswamiNaruttom 9 місяців тому

    ব্যাকৰণীয় একতাল ভাগ দিৱছোন।।সেৱা জনাইছো।।

  • @ranjanjyotimahanta
    @ranjanjyotimahanta Рік тому +1

    বাজনা খন লিখি দিবছোন।

  • @koustovjyotibora4904
    @koustovjyotibora4904 9 місяців тому

    Sir domani taal khon di dibo

  • @assameselocalmixer9924
    @assameselocalmixer9924 Рік тому

    মই কৰা অনুৰোধ কৰা পিছত আপুনি এক তাল খন দিলে যে বহু বহু ধন্যবাদ

  • @ChinmoySaikia-3
    @ChinmoySaikia-3 2 місяці тому

    Moi jodi dangor side tu hu hat aru horu side tu bau hate bojaw kiba okhubidha hbo neki jonabo son

  • @prabitrasaikia1304
    @prabitrasaikia1304 4 місяці тому

    আপোনাৰ ঘৰ কোন ঠাইত ।

  • @mrinckcreations5984
    @mrinckcreations5984 11 місяців тому

    ধৰমযৌতি তাল খন দিব

  • @AkashUzirOffiicial
    @AkashUzirOffiicial Рік тому

    Kamalabari Xatror Xutra seu khn dibo sunn

  • @pormutkalita1700
    @pormutkalita1700 24 дні тому

    আপোনাৰ নম্বৰ কিমান

  • @প্ৰয়াসসাংস্কৃতিকগোষ্ঠীদীঘলদৰি

    কেলি কৰে বিৰিন্দাবনে বৰগীত টোৰ তাল খন দিবচোন

  • @lovelylinevlogs5450
    @lovelylinevlogs5450 5 місяців тому +1

    Apunar nam2 ki provu

  • @Debajit_884
    @Debajit_884 Рік тому

    পাৰে যদি ৰূপক তাল খন দিবচোন

  • @DipjyotiDas8822
    @DipjyotiDas8822 9 місяців тому

    ছাৰ ধৰম জতি তাল খন দিব

  • @mrinalbaruah290
    @mrinalbaruah290 10 місяців тому

    Sobo tal kekhon bojabo sun

  • @BiplabkrDas-w7s
    @BiplabkrDas-w7s Місяць тому

    ❤❤❤