Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Bor xundor.
আৰু দিব 🙏🙏
🙏
Thanks you❤
Welcome 🤗 please like share and subscribe.
Kora ase
🎉
সুন্দৰ লাগিছে, যোগাযোগ কৰিব পৰা হ'ব নেকি
Bor vl lgise
Jay guru shankar...hewa jonaisuu ..bohut upokitoo..hoichuu...prabhu
Krishna 🙏
Krishna baap🙏Moi khul bojai thaka bohu dinei hl kintu rogor tu xuddho rup dibo pora nai....
কৃষ্ণ 🙏🏻 নোৱাৰাৰ কোনো কোনো কাৰণ নাই, চেষ্টা কৰিলে নিশ্চয় পাৰিব।
কৃষ্ণ বাপ,
Nice 👍 sir
Val lagise sir
Hundor...Bhal lagil
খোলৰ ৰগৰ ভাল লাগিল deuta
সুন্দৰ
Dhonyobad 🙏
Thanks you sir
Sutra sapor bur sob video eta bonai dibo sn
Diha namor lhorto dibo sun
আজি প্ৰথম চালোঁ আপোনাৰ ভিডিঅ'। ভাল লাগিল আপোনাৰ শিকোৱা পদ্ধতি। ৰগৰ বৰ সুন্দৰ আৰু স্পষ্ট। আমি জামুগুৰিহাটৰ বাপজন 🙏
আপোনাক অশেষ ধন্যবাদ।
Apunar usrt khul hikibo khuju ..
Kamalabari Xotror Xutrodhari Seu khn dibosunn
একতাল খন শিকাই দিবচোন video এটাত। 🙏🙏🙏🙏
পৰবৰ্তী ভিডিঅ'ত দি আছোঁ
@@TeamLohorGolaghat 🙏
একতাল টো বহুত আহে
@@DebangaBora-ee4ki একতাল এখনেই, বাকী একতাল ইয়াৰ প্ৰকাৰ। যেনে যুদ্ধৰ বাজনা - তাওঁতাক ধেই দিধিনাক ধিন ধেই
মই একেবাৰে একো নাজানো...কিন্তু বহুত ইচ্চা আছে শিকিবলৈ...শিকিবলৈ কোন জেগাত যাব লাগিব জনাব
আপোনি কোন ঠাইৰ জনাব। সম্ভৱ হ'লে সহায় কৰিম 🙏🏻
@@TeamLohorGolaghat মোৰ গোলাঘাট আঠখেলীয়া
বাপজন ঢোলৰ চেও সমূহ আগবঢ়াবচোন
নিশ্চয়
Apuni hompurno ke kulor dhuhar hikabo
Agroh dekhi obhibhuto hoisu, nisoy hikam
দিহানামৰ বাজনা খন শিকাই দিয়কচোন
Sir hotrodhari gotor nash akhon debo soon
অতি সোনকালেই দি আছো 😊
আপোনাৰ video সমূহ মই প্ৰায়েই চাইছোঁমই বৰ্তমান খোল বাদ্য শিকি আছোঁবহা চাহিনি বোল খন লিখিত ৰূপত পাম নেকি?কাৰণ মোৰ গুৰু জন যথেষ্ট বয়স হৈছে সেয়ে মাজে মাজে পাহৰি যাই আৰু এদিনৰ লগত আন দিনৰ মিলত অলপ নিমিলা হয়
আপুনি খোল বাদ্য শিকি আছে বুলি জানি ভাল লাগিল। আচলতে গায়ন-বায়ন ৰ যোৰণি, চাহিনি, ধেমালি সত্ৰ আৰু ঠাই বিশেষে বেলেগ বেলেগ। আপুনি কোনখন গায়নৰ বাজনা শিকিছে জনাবচোন, আমাৰ লগত মিলিলে ক'ব পৰা যাব।
@@TeamLohorGolaghat চপহোৱা বুলি কৈছে
Apuni jot hikui moi tolokoi jam Apuni matro Muk dhuhar hikabo lage
🥰
Hikabo ne
নিশ্চয় শিকাম
ধৰ্ম জৌতি তালৰ বিষয়ে জনাওক বৰদোৱা শৈলী
বৰদোৱা থুলৰ ধৰমজৌতি তাল খন ২৮ মাত্ৰা, তালি-৮ খালি -৪ । ৰাগ গৌৰী, শ্ৰী আদিৰ বৰগীতত এই তাল বজোৱা হয়।
Hutro dhar nasor hompurno bajona khon bojai dibo
মহাশয় আপোনাৰ video চাই খোল শিকিব মন গৈছে শিকাবনে আপোনাৰ মোবাইল ৰ নম্বৰ টো দিবচোন কথা পাতিম
ৰগৰ কেনেকৈ দিব লাগে ভালদৰে বুজি পোৱা নাই। ধেই আৰু খিত বজাওতে প্ৰতিবাৰতে অলংকাৰ হিচাপে ৰগৰ দি যাব লাগে নেকি জনাবচোন ছাৰ।
আপোনাৰ আগ্ৰহক শ্ৰদ্ধা জনাইছো, ধেই অথবা খিত একক বোলা ইয়াত ৰগৰ নালাগে কিন্তু তেতিয়া ৰিনদা, খ্ৰিত,খ্ৰিততা গিৰগিৰ, খিৰখিৰ আদি বজোৱা হয় তেতিয়া ৰগৰ প্ৰয়োগ হয়। ইয়াৰ ওপৰিও ধেখ্ৰিত, তাখ্ৰিত ইত্যাদি বোল বজাওতে ৰগৰ প্ৰয়োগ কৰা হয়।
বহুত বহুত ধন্যবাদ ছাৰ।
ৰগৰৰ প্ৰয়োগ সম্পৰ্কে পাৰিলে এটা ভিডিঅ' দিবচোন। লগতে ঢোলৰ বাবে দিলেও বহুত উপকৃত হ'ম।
আপোনাৰ লগত যোগা যোক কৰিব পৰা হব নেকী ?
নিশ্চয় পাৰিব 🥰 মই গোলাঘাট ডি, আৰ কলেজত কৰো।
Hutro sew tu dibo sunn ❤
শেহতীয়া ভিডিঅ'টো চাব
Moi khul tu bau hate he bojabo janu atiya hu hate keneke hikim. Eyar uporot video ata diyok kokai deu
গুৰু জনা আপোনাৰ numbar টো পালে ভাল আছিল
Sir apunar phone number
Bor xundor.
আৰু দিব 🙏🙏
🙏
Thanks you❤
Welcome 🤗 please like share and subscribe.
Kora ase
🎉
সুন্দৰ লাগিছে, যোগাযোগ কৰিব পৰা হ'ব নেকি
Bor vl lgise
Jay guru shankar...hewa jonaisuu ..bohut upokitoo..hoichuu...prabhu
Krishna 🙏
Krishna baap🙏
Moi khul bojai thaka bohu dinei hl kintu rogor tu xuddho rup dibo pora nai....
কৃষ্ণ 🙏🏻 নোৱাৰাৰ কোনো কোনো কাৰণ নাই, চেষ্টা কৰিলে নিশ্চয় পাৰিব।
কৃষ্ণ বাপ,
Nice 👍 sir
Val lagise sir
Hundor...Bhal lagil
খোলৰ ৰগৰ ভাল লাগিল deuta
সুন্দৰ
Dhonyobad 🙏
Thanks you sir
Sutra sapor bur sob video eta bonai dibo sn
Diha namor lhorto dibo sun
আজি প্ৰথম চালোঁ আপোনাৰ ভিডিঅ'। ভাল লাগিল আপোনাৰ শিকোৱা পদ্ধতি। ৰগৰ বৰ সুন্দৰ আৰু স্পষ্ট। আমি জামুগুৰিহাটৰ বাপজন 🙏
আপোনাক অশেষ ধন্যবাদ।
Apunar usrt khul hikibo khuju ..
Kamalabari Xotror Xutrodhari Seu khn dibosunn
একতাল খন শিকাই দিবচোন video এটাত। 🙏🙏🙏🙏
পৰবৰ্তী ভিডিঅ'ত দি আছোঁ
@@TeamLohorGolaghat 🙏
একতাল টো বহুত আহে
@@DebangaBora-ee4ki একতাল এখনেই, বাকী একতাল ইয়াৰ প্ৰকাৰ। যেনে যুদ্ধৰ বাজনা - তাওঁতাক ধেই দিধিনাক ধিন ধেই
মই একেবাৰে একো নাজানো...কিন্তু বহুত ইচ্চা আছে শিকিবলৈ...শিকিবলৈ কোন জেগাত যাব লাগিব জনাব
আপোনি কোন ঠাইৰ জনাব। সম্ভৱ হ'লে সহায় কৰিম 🙏🏻
@@TeamLohorGolaghat মোৰ গোলাঘাট আঠখেলীয়া
বাপজন ঢোলৰ চেও সমূহ আগবঢ়াবচোন
নিশ্চয়
Apuni hompurno ke kulor dhuhar hikabo
Agroh dekhi obhibhuto hoisu, nisoy hikam
দিহানামৰ বাজনা খন শিকাই দিয়কচোন
Sir hotrodhari gotor nash akhon debo soon
অতি সোনকালেই দি আছো 😊
আপোনাৰ video সমূহ মই প্ৰায়েই চাইছোঁ
মই বৰ্তমান খোল বাদ্য শিকি আছোঁ
বহা চাহিনি বোল খন লিখিত ৰূপত পাম নেকি?
কাৰণ মোৰ গুৰু জন যথেষ্ট বয়স হৈছে সেয়ে মাজে মাজে পাহৰি যাই আৰু এদিনৰ লগত আন দিনৰ মিলত অলপ নিমিলা হয়