Dhulikona moi, Chandradhar Borua ধূলি-কণা মই, চন্দ্ৰধৰ বৰুৱা।

Поділитися
Вставка
  • Опубліковано 22 гру 2018
  • কবিতা- ধূলি-কণা মই
    কবি- চন্দ্ৰধৰ বৰুৱা
    পাঠ- প্ৰৱাল গোস্বামী
    #assamesepoem
    #chandradharboruahpoem
    "ধূলি-কণা মই"
    যিদিনা মৰিম মই, সেইদিনা বাৰু
    জগতৰ কেনি হানি হ'ব?
    মৰিলোঁ নে আছোঁ, মই, এই কথাকেনো
    পৃথিৱীৰ কিমানে জানিব?
    মই মৰিলেও দিন গ'লে ৰাতি হ'ব,
    জোন বেলি ওলায়ে থাকিব;
    গছত ফুলিব ফুল, বতাহ বলিব,
    নিজ বাটে নক্ষত্ৰ ঘূৰিব।
    আজিৰ দৰেই নিতে জগত চলিব,
    নাই তাত অকণো সংশয়;
    এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে
    লৰচৰ অলপো নহয়।
    মই নোহোৱাৰ বাবে এই জগতৰ
    কোনো কাম পৰি নাথাকিব,
    কামত বিভোৰ এই বিশাল বিশ্বই
    মই মৰা গমকে নেপাব।
    অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
    এটি মাত্ৰ ধূলি-কণা মই;
    মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
    কেনিও অকণো হানি নাই।

КОМЕНТАРІ • 123

  • @PrabalGoswamiRecitation
    @PrabalGoswamiRecitation  3 роки тому +5

    কবি চন্দ্ৰধৰ বৰুৱাদেৱৰ আন এটা অতি জনপ্ৰিয় কবিতা ''হঠাৎ পেট্ৰিয়ট'' পাঠ কৰাৰ প্ৰয়াস কৰিছিলোঁ। শুনি চাবচোন, তলত লিংকটো দিয়া হ'ল।
    ua-cam.com/video/6Q7MIxzce1Q/v-deo.html

  • @prasantagoswami1477
    @prasantagoswami1477 3 роки тому +5

    কি কবিতা।সৰু কালৰ স্মৃতি ভাহি আহিছে মনত ।আনন্দৰ চকুৰ পানী।লৰা লৰি কৰি মায়ে বনাই দিয়া গৰম ভাতৰ কথা। সেই মা আজি আৰু নাই।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому +1

      আন্তৰিক ধন্যবাদ জনালোঁ। শৈশৱৰ সোণোৱালী সময়বোৰ ৰূমন্থন কৰি আমিও আৱেগিক হৈ পৰো। আপোনাৰ মন্তব্যয়ে আমাকো সেই সোণোৱালী সময়লৈ লৈ গ'ল। 🙏❤️

    • @prasantagoswami1477
      @prasantagoswami1477 3 роки тому +1

      @@PrabalGoswamiRecitation আপোনাৰ উত্তৰে মোক উৎসাহ যোগোৱাৰ লগতে,আপোনাৰও সম্ভ্ৰান্ত পৰিয়ালৰ লোক বুলি পৰিচয় পালো ।
      তাকে কয় # আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। বহুত ভাল লাগিল।। হেপাহৰ কবি,কবিতা আৰু আপোনাৰ চিন্তা । তেজপুৰৰপৰা

    • @kunalgoswami3165
      @kunalgoswami3165 3 роки тому +2

      @@PrabalGoswamiRecitation kandon olai o agor ma deutar nivaj morom bilak monot pore

  • @kalyaniborkataki5446
    @kalyaniborkataki5446 4 роки тому +8

    কিমান বছৰৰ আগতেই পঢ়া , তথাপিও প্ৰতিটো শব্দই মনত আছে ।প্ৰিয় কবিতা মোৰ

  • @tamimhassan1176
    @tamimhassan1176 3 роки тому +2

    Schoolt teacher'or mukhot kiman je hunisilu kobita tu ajihe pura kobitatu hunilu....really nice poem very truth

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @bhagyarabha9091
    @bhagyarabha9091 3 роки тому +4

    কাল্পনিক কবিতা বহুত ভাল লাগে অকলশৰীয়া কৈ থাকিলে মনত পৰে এইবোৰ কবিতা।

  • @hrishikeshbaruah4611
    @hrishikeshbaruah4611 5 років тому +5

    হৃদয় চুই যোৱা কবিতা । কবি জনালৈ শত কোটি প্ৰণিপাত ।

  • @Rickydamidmf
    @Rickydamidmf 7 місяців тому +2

    Great poem , wonderful recitation..

  • @sumitdiary2036
    @sumitdiary2036 4 роки тому +7

    I love this poem so much

  • @anitabaruah9463
    @anitabaruah9463 3 роки тому +5

    My all time favourite poem👌👌

  • @rahulmudoi9628
    @rahulmudoi9628 4 роки тому +4

    Bohut vall lagil kobita to huni

  • @ahammediqbal5592
    @ahammediqbal5592 4 роки тому +10

    মোৰ প্ৰিয় কবিতা.....
    সেই পাঠ্যক্ৰমত পঢ়োতেই অন্তৰ চুই গৈছিল প্ৰত্যেকটো দফাই.... 😔

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @majnurali6023
    @majnurali6023 7 місяців тому +2

    He was the only way to get the latest version

  • @nehadas5640
    @nehadas5640 4 роки тому +6

    শুনি খুবেই ভাল লাগিল 😍😍😍আজিৰ দিনটোত মই মোৰ দেউতাক বহুত মিছ কৰিছো😳😳😳

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому +2

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ দেউতা য'তেই আছে কুশলে থাকক। ভগৱানে কুশল কৰক সকলোকে।

  • @BanasriDevi
    @BanasriDevi Рік тому +3

    My favorite poem ❤

  • @majnurali6023
    @majnurali6023 7 місяців тому +2

    My favourite poem ❤❤❤❤❤

  • @juliebarthakur1740
    @juliebarthakur1740 2 роки тому +1

    Bohut bhall lagil. Mur ataitke priyo kobita..

  • @masswings1415
    @masswings1415 3 роки тому +3

    One of my favorite poem

  • @hirakstar3351
    @hirakstar3351 4 роки тому +6

    Nice poem

  • @Nox.INkRecords
    @Nox.INkRecords 2 роки тому +2

    This poem truly brings in inner peace.
    ❤️

  • @AbhilashNoxBaruahnx1ee7
    @AbhilashNoxBaruahnx1ee7 2 роки тому +2

    Truly wonderfully written poem 🙏🏼

  • @banditaroy2500
    @banditaroy2500 4 роки тому +2

    Priyo kobita

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক সুখী কৰিলে।

  • @geetaroy3752
    @geetaroy3752 5 років тому +6

    wonderful poem

  • @pranabdas4413
    @pranabdas4413 Рік тому +1

    অতি সুন্দৰ।

  • @binuddas1430
    @binuddas1430 4 роки тому +4

    Aru kisuman kabita abitri karibasun... val lagil

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলৰ আনবোৰ ভিডিঅ' চাবচোন। তাতে আপুনি আন কবিতাবোৰ শুনি চাব পাৰিব।

  • @KNK-22
    @KNK-22 Рік тому +1

    বৰ ধুনীয়া।

  • @martinajm2626
    @martinajm2626 5 років тому +6

    Heart touching

  • @subhash6191
    @subhash6191 3 роки тому +1

    বৰ সুন্দৰ কবিতা

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @nibir_art_hacks
    @nibir_art_hacks 4 роки тому +4

    Mojjja

  • @tibratakonwar3363
    @tibratakonwar3363 3 роки тому +1

    Bor Dhunia kobita

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @sangitabaruah9770
    @sangitabaruah9770 4 роки тому +2

    Xuni bhut vl plu

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @sultanakhanam1982
    @sultanakhanam1982 8 місяців тому +2

    মোৰ প্ৰিয় কবিতা।

  • @swapnamvlogs9245
    @swapnamvlogs9245 4 роки тому +2

    Wow awesome dada

  • @hasinaawwassam
    @hasinaawwassam Рік тому +1

    Very good poem 👍

  • @BireswarDaimari-dd6jx
    @BireswarDaimari-dd6jx 10 місяців тому +2

    Very good.

  • @thedreamwannafly2000
    @thedreamwannafly2000 3 роки тому +1

    সুন্দৰ😍😍

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому +1

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @dipalichaliha7826
    @dipalichaliha7826 3 роки тому +1

    Your works are certainly honest nd helpful for this generation Nd future generation too! Please go N work n work!

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @mabdulgaiyom
    @mabdulgaiyom 3 роки тому +1

    Keep it up sir.. I just love assamese classic poem

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @nayankaman5105
    @nayankaman5105 2 роки тому +1

    Bohut duniya

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  2 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। মন্তব্যয়ে সুখী কৰিলে।

  • @duleswarkhanikar5966
    @duleswarkhanikar5966 2 роки тому +2

    Tq u sir

  • @smritirekhakalita725
    @smritirekhakalita725 3 роки тому +1

    Bohut Val lagil

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @mrinmoybharadwaj4944
    @mrinmoybharadwaj4944 4 роки тому +2

    অতি সুন্দৰ

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ ভাইটি। তোমাৰ মন্তব্যয়ে আমাক সুখী কৰিলে।

  • @pallabisarmah9004
    @pallabisarmah9004 5 років тому +4

    Val lage aitu kobita very nice poem

  • @ManojDas-fe9wp
    @ManojDas-fe9wp Рік тому +2

    ✌️

  • @mahmudabegum2877
    @mahmudabegum2877 5 років тому +3

    কবিতাটোৰ কথাবিলাক হৃদয়ংগম কৰি জীৱন বাটেৰে আগুৱাই গলে জীৱন সুন্দৰ হব,সুন্দৰ জগত আৰু সুন্দৰ হৈ পৰিব।

  • @sajidurrahman6033
    @sajidurrahman6033 4 роки тому +4

    1986 chonoloi monot porise.

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক সুখী কৰিলে।

  • @sharifulislamreporter707
    @sharifulislamreporter707 4 роки тому +2

    সুন্দৰ

  • @manjulabaruah1362
    @manjulabaruah1362 2 роки тому +1

    Bar dhuniya

  • @himashridas5205
    @himashridas5205 3 роки тому +1

    বৰ সুন্দৰ কবিতা , শুনি বৰ ভাল পালো ৷

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @swapnasarma6034
    @swapnasarma6034 3 роки тому +1

    ভাল কবিতা।পঢ়িলে শুনি থাকিবৰ মন যায়।
    মজ্জা

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ ।
      আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @bontichutia6326
    @bontichutia6326 Рік тому +1

    Val lagil

  • @DipulNath-j2l
    @DipulNath-j2l 24 дні тому

    ❤❤

  • @ranugogoi2241
    @ranugogoi2241 Рік тому +1

    1980চনত পহা আজিও মনত আছে মোৰ

  • @jalaljoadder2752
    @jalaljoadder2752 11 місяців тому +2

    Tahani horu kalot schoolot podhote ei kobitar mormartho buja nasilo etiya abosor(60+) jibonot eyar bastbota tile2 buji paiso. Ayay ei mayabi khano bhongur jobonor dhaara.

  • @monashrisharma3405
    @monashrisharma3405 2 роки тому +1

    আগৰ কবিতাবোৰ সহজ সৰল ভাষাত বহুত অৰথপুৰন আছিল

  • @yoyomjdgaming7811
    @yoyomjdgaming7811 3 роки тому +1

    Mor huni valei lagile

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @pallbisangma2992
    @pallbisangma2992 5 років тому +4

    মোৰ ভাল লগা কবিতা বোৰৰ ভিতৰত এইটোও এটা।

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলৰ আন কবিতাবোৰো আজৰি সময়ত শুনি চাবচোন। 🙏♥️♥️

  • @harikantadeuri9077
    @harikantadeuri9077 5 років тому +4

    Akhom goruv kobita tu aploud dibosun

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  5 років тому

      কবি দণ্ডিনাথ কলিতাদেৱৰ কবিতা "অসমীয়াৰ গৌৰৱ" কবিতাটোৰ কথা কৈছেনে? নিশ্চয়কৈ আপলোড কৰিম। আমাৰ চেনেলৰ সৈতে সংযুক্ত হৈ থাকিব 🙏♥️♥️

  • @jayantaboruah3772
    @jayantaboruah3772 4 роки тому +3

    Hundor

  • @edutabeassam9384
    @edutabeassam9384 4 роки тому +3

    ইয়াৰ মূল ভাৱ টো গদ্যৰ ভাষাত বুজাই দিলে ,,,,,,

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  4 роки тому +1

      অনাগত দিনত প্ৰচেষ্টা কৰিম। আমাৰ চেনেলৰ সৈতে সংযুক্তহৈ থাকিব।

  • @krishnakhakholary8872
    @krishnakhakholary8872 3 роки тому

    Bor bhal kobita.

    • @PrabalGoswamiRecitation
      @PrabalGoswamiRecitation  3 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ ।
      আপোনাৰ মন্তব্যয়ে আমাক উৎসাহিত কৰিলে।

  • @mousomiahmed4619
    @mousomiahmed4619 4 роки тому +4

    I love this poem so much