Nuaru, Poet Md Suleiman kha, নোৱাৰো, কবি মঃ চোলেইমান খাঁ

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • POEM- Nuaru
    POET- Md Suleiman kha
    RECITE- Prabal Goswami
    কবিতা- নোৱাৰো
    কবি- চোলেইমান খাঁ
    পাঠ- প্ৰৱাল গোস্বামী
    নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ,
    কদাপি নহয় সিটি কথা মানুহৰ,
    এলেহুৱা যিটো হয়, নোৱাৰো সিটোৱে কয়;
    তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা?
    এলেহুৱা হৈ কিয় জীৱন ধৰিবা?
    ভাল নাম পাবলৈ যদি কৰা মন,
    তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন।
    দহজনে পাৰে যিটো, তুমিও পাৰিবা সিটো ।
    হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা,
    একেবাৰে নোৱাৰিলে এশবাৰে কৰা।
    #assamesepoem
    #nuarukobita
    #assameseoldpoems
    Our Blogs- prabalrecitati...

КОМЕНТАРІ • 76