মই মোৰ দেউতাক লৈ গৌৰৱ কৰোঁ

Поділитися
Вставка
  • Опубліковано 9 чер 2020
  • DY বিহুৰাণী দ্বিতীয় খণ্ড
    #Gitimoni_Borgohain
    #DyBihurani
    #MBG_Channel

КОМЕНТАРІ • 540

  • @ACAssam
    @ACAssam 3 роки тому +60

    সুন্দৰ 👌🏻😍

  • @deepjyotiroy7573
    @deepjyotiroy7573 3 роки тому +367

    গাহৰি কটা বুলি কওতে হাহি উঠা মানুহ কেইজনৰ বিবেকক মোৰ ফালৰ পৰা গৰিহণা দিছো। কাৰন ভন্টী জনীয়ে সচা কথা কৈছে আৰু হাহি উঠা মানুহকৈজন শুধিলে চাগে ফাটা লেবেল মাৰিলে হৈ। জুবলি বা আপোনালৈ মোৰ এটা অনুৰোধ ভৱিষ্যতে যেন আপুনি কোনে প্রতিযোগিকে নুশুধিব দেউতাকে কি কাম কৰে বুলি। কাৰন কাৰোবাৰ দেউতাকে হয়তো ঠেলা চলায়, কাৰোবাৰ ৰিক্সা চলায় বা কাৰোবাৰ হাজিৰা কৰে। আৰু এইবোৰ কথা প্রতিযোগি বিলাকে সমনীয়াৰ আগত কব লাজ কৰিব পাৰে গতিক এনেকুৱা প্রশ্নৰ শুধাৰ পৰা যেন আপুনি বিৰত থাকে। এয়া মাত্র মোৰ অনুৰোধ হে।

  • @assameseinstagramreelsvide3107
    @assameseinstagramreelsvide3107 3 роки тому +50

    তাইৰ দেউতাকে গাহৰি কাতে তাই কবলৈ লাজ কৰা নাই কিন্ত back stageত থকা ছোৱালী কেইজনী হাহিবলগীয়া কি হল

  • @simantaborgohain1459
    @simantaborgohain1459 2 роки тому +19

    আমাৰ আম্বানি জিয়েক কেইজনিক চোৱা .. হাঁহি 😂। তোমালৈ আশা থাকিল অনাগত ভৱিষ্যত মোৰ ঘৰৰ শিৱসাগৰ তে উচৰতে নিশ্চয় আগলৈও দেখা পাম❤️

  • @stboystatus1763
    @stboystatus1763 3 роки тому +12

    haha khenik koisu 2mar papai jodi sakori nokora hole gahori kata hole 2mak haha hole kenekuwa lagile holl... lukok naha hiba..

  • @Juridas590
    @Juridas590 Рік тому +1

    Baa mor o xror a pora dy bihuranit jabo mn ase tt a gole rule regulations bor kanekowa baya nopowa jodi koba nki tt gole high loi kiba problem hoi nki

  • @localvlogbd5759
    @localvlogbd5759 3 роки тому +55

    মাইনাৰ দেউতা গাহৰি কাটে । একো নহয় কৰ্ম কৰি খাব লাগিব।

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 2 роки тому +6

    গীতিমনি , এই vlogটো আগতে চাইছিলো , বৰ ভাল লাগে তোমাৰ কথাবোৰ , কিন্তু এইবাৰ (২০২২) ত তোমাক দেখা নেপালো , কিয় ?

  • @lovitarajbongshi802
    @lovitarajbongshi802 Рік тому +1

    Gahori kotha buli kowat hahi thoka kai joni kor gute aambanir jiyek o.. Tohote sage sai gahori a hat seleki kha.. Nijor to sa.. Belgr kotha t hahibo nlage.. Fota lebel mastorni hot

  • @kedardhakal6444
    @kedardhakal6444 3 роки тому +72

    নাচনী গৰাকী জনক উজ্জল ভৱিষ্যতৰ কামনা জনালোঁ ধন্যবাদ । মই কাঠমাণ্ডুৰ নেপালৰ পৰা।

  • @keshabkalita8674
    @keshabkalita8674 Рік тому

    Aaponi bihior jarch neki

  • @user-bd4bv6vf7j

    দেউতাই কি কৰে কওঁতে লাজ নকৰাকৈ গৌৰৱত কৈছে । বহুত মৰম লগা নাচনী জনি ❤❤❤❤ । বাকী হাঁহিব লগীয়া কি হল ❤

  • @babudutta5607
    @babudutta5607 2 роки тому +18

    গীতিমণি বৰগোহাঁই সচাই বৰ মৰম লগা

  • @ankurdeka6224
    @ankurdeka6224 3 роки тому +22

    হাঁহি দিয়া কেইটাৰ মুৰত একো নাই

  • @abhinash7796
    @abhinash7796 4 роки тому +25

    সুন্দৰ ভন্টী । সচাঁ কথাত আকৌ লাজ কৰিব লগীয়া নাই । তুমি সচাঁ কথা কৈছা ভাল লাগিল । বহুত ধুনীয়া নাচা তুমি

  • @parthaborah2984
    @parthaborah2984 4 роки тому +50

    কথা কোৱাৰ এটা সুন্দৰ কলা আছে,তুমি তাৰ এটা উদাহৰণ।আগুৱাই যাওঁক

  • @astamjoyvloger2107
    @astamjoyvloger2107 2 роки тому +5

    ভন্টি তোমাক ইটো প্ৰগ্ৰাম ৰ পৰা চিনি পাইছোঁ বহুত ভাল হৈছে আগুৱাই যোৱা তুমি বহুত আশীৰ্বাদ থাকিল টোমালৈ

  • @pompimoran2067
    @pompimoran2067 2 роки тому +15

    গীতিমনি বহুত মৰম তোমালৈ ❤️। কুশলে থাকা 😊😘😘

  • @defeancelife6053
    @defeancelife6053 3 роки тому +27

    সুন্দৰ ভন্টি বেলেগে তোমাক হাহিছে হাহিব দিয়া তোমাৰ ভবিষ্যত উজ্জল হওঁক তাৰে কামনা কৰিলো তুমি আগুৱাই যোৱা

  • @dibakarsvlog1804
    @dibakarsvlog1804 2 роки тому +31

    মোৰ মৰমৰ ভন্তী জনী💕💕💕💕