ভাইৰেল হৈ পৰিল ‘DY বিহুৰাণী’ৰ এটা ভিডিঅ’ ক্লীপ || Gitimoni Borgohain on 'DY Bihurani' Viral Clip

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • DY365ৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘DY বিহুৰাণী’ৰ এটা ভিডিঅ’ ক্লীপ ভাইৰেল হৈ পৰিছে। ৰিয়েলিটী শ্ব’টোত ভাগ লোৱা এগৰাকী প্ৰতিযোগীয়ে পিতৃৰ পেছা সম্পৰ্কত কৰা মন্তব্যক লৈ ভাইৰেল হৈছে ভিডিঅ’টো। এই ভাইৰেল ভিডিঅ’ৰ গইনা লৈয়েই ছ’চিয়েল মিডিয়াত অন্য প্ৰতিযোগীৰ বিৰুদ্ধে সন্মান হানিকৰ মন্তব্য দিয়াক লৈ গোচৰ তৰিবলৈ বাধ্য হৈছে একাংশ প্ৰতিযোগী। প্ৰতিযোগীৰ বিৰুদ্ধে সন্মান হানিকৰ মন্তব্য দিয়া বিষয়টোক লৈ ব্যথিত প্ৰতিজন প্ৰতিযোগী। এনে অৱস্থাত ভাইৰেল ভিডিঅ’ত থকা সাপেখাটীৰ প্ৰতিযোগী গীতিমণি বৰগোহাঁয়ে যোগ্যতা চাই ভোটদান কৰিবলৈ আহ্বান জনাইছে ৰাজ্যবাসীক। আনহাতে, গীতিমণিৰ মাতৃৰো আহ্বান এই বিতৰ্কৰ অন্ত পেলাওক সকলোৱে। লক্ষ্যণীয় কথা এয়াই যে ৰিয়েলিটী শ্ব’টোত Top 6 প্ৰতিযোগী বাছনিৰ বাবে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। এনে ভোটদান চলি থকাৰ মাজতে ভাইৰেল হৈছে এটা ভিডিঅ’। অৱশ্যে গ্ৰেণ্ড ফিনালেত Top 6 প্ৰতিযোগীৰ মাজৰ পৰা বিচাৰকৰ বাছনিত কোনগৰাকী বিহুৱতী শ্ৰেষ্ঠ হয় তাৰ বাবে অপেক্ষা কৰিব লাগিব আৰু কিছু দিন। প্ৰতিগৰাকী প্ৰতিযোগীকে শুভেচ্ছা জনাই ভাইৰেল ভিডিঅ’টোক লৈ দুখ প্ৰকাশ কৰি বিতৰ্ক শেষ কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট সকলোৱে।
    #DyBihurani
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh

КОМЕНТАРІ • 857

  • @ManashDuarah
    @ManashDuarah 4 роки тому +110

    গীতিমণি জিকিবই লাগিব। বাকীবোৰ বাদ

  • @pankajjyotibhuyan4944
    @pankajjyotibhuyan4944 4 роки тому +133

    শেষ হাঁহিটো যেন তোমাৰয়ে হয় ভণ্টি। আন্তৰিক শুভকামনা জনালোঁ।

  • @tulanmixture9896
    @tulanmixture9896 4 роки тому +810

    আমাৰ গাওঁৰ মৰমলগা ভন্তীজনী সকলোৱে ভোট দিয়ক গীতিমণিক।

  • @user-zw6eq7kp8j
    @user-zw6eq7kp8j 4 роки тому +85

    মই কমেন্ট চাব হে আহিছো । কিন্তু এটা সচা কথা ভোট টো কিন্তু আমাৰ মৰমৰ গীতিমনিকে দিলো

  • @himantagogoi248
    @himantagogoi248 4 роки тому +2

    আমি বেয়া কাকোৱেই নাপাওঁ কিন্ত তোমাক বেছি ভাল পাওঁ। গাহৰি কটা কথাটো শুনি যি কেইগৰাকীয়ে হাঁহিছে তেওঁলোকক কওঁ কাৰো বৃত্তিক লৈ এনে আচৰণ নকৰিবা। ভোট তোমাকেই দিলোঁ গীতি আগুৱাই যোৱা💖💖👌

  • @bipulbharali1169
    @bipulbharali1169 4 роки тому +46

    হাঁহি মাৰা কেইজনীৰ বুকু এতিয়াহে কপিছে যেন পাওঁ। নিজৰ পিতৃ মাতৃৰ বৃত্তিক সকলোৱে সন্মান কৰিব লাগে। আশাকৰো গীতি মনিয়ে বিজয়ৰ মুকূত পিন্ধক তাৰেই শুভকামনা।

  • @JoydeepBoruah
    @JoydeepBoruah 4 роки тому +383

    ভোট তোমাকেই দিম গীতিমণি তোমাৰ দৰে তোমাৰ পৰিয়ালটো সহজ সৰল তোমাৰ মাঁ কথা বিলাক শুনি বুজি পাইছো !

  • @Raynishtha2999
    @Raynishtha2999 4 роки тому +101

    নিৰ্ভেজাল মনৰ অধিকাৰী হোৱাৰ বাবেই গীতিমণিয়ে ক'ব পাৰিছে "যাৰ নাচ ভাল লাগে তাকেই ভোট দিয়ক" কিন্তু তাৰ বিপৰীতে অন্য প্ৰতিযোগীয়ে নিজক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনাইছে l গীতিমণিলৈ মৰম, শুভেচ্ছা সদায়েই আছে 🌿🌿

    • @star2.021
      @star2.021 4 роки тому +4

      সচা কথা , সহজ সৰল মানুহবোৰ আৰু বহল অন্তৰৰ মানুহখিনিয়ে সকলোৱে সুখত থকাটো বিচাৰে ।।

  • @bimanchetia9801
    @bimanchetia9801 4 роки тому +101

    ভোট গীতিমনিকেই দিম।এতিয়া, ইতিকিং কৰি হাঁহি উঠা সেই হীৰা ব্যৱসায় কৰা বাপেক কেইজনৰ জীয়েক কেইজনীকো ভোট দিব লাগে নিকি?

  • @pankajrabha1084
    @pankajrabha1084 4 роки тому +26

    অম্বানিৰ ছোৱালী কেইজনিক তুমি হাৰাই দিবা দে আশীৰ্বাদ থাকিল

  • @ASSAMMUSICMIX73
    @ASSAMMUSICMIX73 4 роки тому +92

    এতিয়া আমাৰ ৰাইজৰ পাল গীতিমনীক জয় কৰি অনা হে কথা।

    • @jayantadeori1855
      @jayantadeori1855 4 роки тому +1

      Hoi

    • @atozbigdog6939
      @atozbigdog6939 4 роки тому +1

      Gitimoni jikibo boss neru ami apunaluke neribo bosss

    • @ASSAMMUSICMIX73
      @ASSAMMUSICMIX73 4 роки тому

      @@atozbigdog6939 Seitu a taik joi Koruatu amar dayitto..Bcs Ei Hahi Tu Okol Gitimonir Deutak ok hoha nhy All Lower business Kora manuh khinik hoha Hoise..Mur Deutai o Mankho kate maas kate teuluke mur deutak o hahise..Gotike Gitimoni sei Hahir Answr dibo Nasere..Aru ami Bure Uttar dim amar Votere Taik Joi kori..

    • @lakhyajitpawe5338
      @lakhyajitpawe5338 4 роки тому

      Moi ata ktha kou j gahori kate hsa ktha kole tar pst. Kaijonimne hahisile kio muk haituha lage. Hihotar bapek ambani vabi hahisile nki

  • @ashamonisonowal5467
    @ashamonisonowal5467 4 роки тому +22

    ভোট দিলো গীতিমণি এতিয়া মাথো আমি তোমাৰ নিজৰ শেষ হাহিটিৰ বাবেই ৰই আছো। ভাল দিনটোৰ বাবে অশেষ শুভকামনা যাছিলো। ❤❤❤

  • @hiteshnarah6257
    @hiteshnarah6257 4 роки тому +67

    গোচৰ দিব লাগিছিলে গীতিমণিহে আৰু গোচৰ দিছে চা এইকেইজনীয়ে। এয়াই আজিৰ জামানা। ভাল লাগিল শুনি।

    • @bansengahum4758
      @bansengahum4758 4 роки тому +1

      আনক সুখত ৰাখি নিজে দুখত থকা কথাটো হে মানিব লগীয়া

    • @Konchmonalisha852
      @Konchmonalisha852 4 роки тому +3

      Pagal hei keijoni.Geeti moni Tumi Jai huwa

    • @bansengahum4758
      @bansengahum4758 4 роки тому +1

      গিতিমণি জয়ী হ'ব মই সম্পূৰ্ণ আশা বাদী

    • @bimanchetia9801
      @bimanchetia9801 4 роки тому +1

      ওলোটাই সেই কেইজনীৰ ওপৰত কেচ জাৰি কৰিব লাগে।

  • @user-sn2yc8co2w
    @user-sn2yc8co2w 4 роки тому +1

    গীতু মণি তোমাকেই ভোট দিছো, আৰু অসমৰ প্ৰতিজন হৃদয়বান ব্যক্তিয়ে তোমাকেই ভোট দিব। কিয় জানানে; তোমাৰ দৰে এগৰাকী সৰলমনা ছোৱালী সদায় দেশৰ ভৱিষ্যত। তোমাৰ কথাত হহা সেই ছোৱালী কেইজনীয়ে এক উচ্চ-পৰ্য্যায় পোৱাৰ লগে লগে গৌৰৱান্বিত হৈ বাহিঃৰাগত দেশলৈ ঢাপলি মেলিব। আৰু ইয়াৰ উদাহৰণ অসমত যথেষ্ট আছে। কিন্তু অসমীয়াই জানে যে তোমাক আৰু তোমাৰ সৰল মনটোক কোনো কালেই আধুনিকতাৰ আৱৰণে ঢাকি ৰাখিব নোৱাৰে। গতিকে আমাৰ ভোট তোমিয়ে পাবা।

  • @gopaldoley6493
    @gopaldoley6493 4 роки тому +8

    প্ৰকৃত অসমীয়া সহজ সৰল সঁচা অন্তৰ ছোৱালী জনী হৈছে গীতিমণি। God bless you and we are proud of you.thanks

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t 4 роки тому +151

    ভন্টি অ', আম্বানীৰ সেই জীয়েক কেইজনীক এই প্ৰতিযোগিতাত হৰুৱাই তই শেষ বিজয়ীৰ হাহিটো মাৰিবি বুলি মোৰ দৃঢ় বিশ্বাস । তোৰলৈ মৰমৰ শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল দেই ভন্টি, দেখুৱাই দে তই ।👍

    • @himanshu593
      @himanshu593 4 роки тому +2

      Dhuniya

    • @bitupondasgolaghat767
      @bitupondasgolaghat767 4 роки тому +2

      ৰুদ্ৰ তাণ্ডৱ Ambani jeyak kaijoni nmbr puwa hole

    • @user-ow4vf2hl6t
      @user-ow4vf2hl6t 4 роки тому

      @@bitupondasgolaghat767 শ্বাহৰুখ খানৰ ঘৈনিয়েকৰ তাত পাই যাবা নাম্বাৰ কেইটা 😂😂

  • @user-ib2ml9fs9s
    @user-ib2ml9fs9s 4 роки тому +112

    টিক্লি এইবাৰ জিলিকি থাকিবি তই, আমাৰ ভোট তোৰ বাহিৰে কোনেওঁ নাপায়। প্ৰমাণ কৰি দে... 😘😘

  • @mpgentertainment1707
    @mpgentertainment1707 4 роки тому +2

    গীতিমনিক ভাল পোৱা সকলে।। ভোট দিয়া সকলে এটাকৈ লাইক মাৰা।। তেতিয়া গম পাম সছাকৈ তাইৰ লগত ৰাইজ আছেনে

  • @RekhaDevi-qs4fg
    @RekhaDevi-qs4fg 4 роки тому +1

    Gitimoni nas bhut bhal lagise tumi gikiby lagib tumi ajni xuru mayna tuma montu bhut bhal

  • @lalitlikson7683
    @lalitlikson7683 4 роки тому

    গীতিমনি লৈ বহুত বহুত শুভেচ্ছা থাকিলে ।।

  • @mridulkumarmahanta6050
    @mridulkumarmahanta6050 4 роки тому

    কেইমাহমান আগতে এজন ইটালীৰ লোক আমাৰ কাৰ্য্যাললৈ আহিছিল কিছুমান কাম কাজৰ বাবে আৰু ইয়াত ১০-১২ দিন মান থাকি গৈছিল । আজৰি সময়ত তেখেতৰ লগত বিভিন্ন ধৰণৰ কথা পাতিছিলো । তাৰ ভিতৰত তেখেতে এটা কথা উল্লেখ কৰিছিল যে তেখেতে officially কামৰ বাবে পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছে আৰু সেই দেশবোৰৰ মানুহৰ খোৱা-লোৱা, পিন্ধা-উৰা, কৰ্ম ইত্যাদিবোৰত তেখেতে লক্ষ্য কৰিছিল । কিন্তু ভাৰত, বাংলাদেশ আৰু পাকিস্তানত কৰ্মৰ ক্ষেত্ৰত বহুখিনি ব্যাতিক্ৰম দেখা পাইছিল । তেখেতে হাহি হাহি মন্তব্য দিছিল যে এই তিনিখন দেশৰ লোকসকলে কেৱল উচ্চপদস্থ চৰকাৰী বিষয়া, নেতা, engineer, doctor, শিক্ষক আদিকহে মানুহ হিচাপে স্বীকৃতি দিয়ে বা বিভিন্ন সময়ত সভা সমিতি পাতি উক্ত লোকসকল সম্বৰ্ধনা জনায় । বাকী কৃষক, মাছ বেপাৰী, মাংস বেপাৰী ইত্যাদি বোৰক উক্ত দেশৰ লোকসকলে জন্তুৰ নিচিনা ব্যাৱহাৰ কৰে । তেখেতে এনেকৈ উক্তি দিছিল যে নেতা, ডক্টৰ, engineer, মাছ বেপাৰী, মাংস বেপাৰী ইত্যাদি বোৰে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিব । আৰু তেখেতে লগত এইটো কথাও উল্লেখ কৰিছিল যে প্ৰকৃতীয়ে কোনো মানুহকে সমভাৱে কাম বিতৰণ কৰি দিয়া নাই । যেনে সকলোৱেটো ডক্টৰ, engineer হ'ব নোৱাৰে নতুবা আপুনি ম‌ই কৰা কামটোত ডক্টৰ নাইবা engineer এজনে কেতিয়াও expert নহ'ব‌ও পাৰে । গতিকে এনেকুৱা ধৰণৰ কিছুমান সৰু-ডাঙৰ ভাৱধাৰা যদি ভৱিষ্যতলৈ অটুট থাকে তেন্তে উক্ত তিনিখন দেশ ধংশৰ দিশলৈ গতি কৰাটো অনিবাৰ্য ।

  • @mamu1469
    @mamu1469 2 роки тому +1

    God bless you

  • @bhaskarpanging7627
    @bhaskarpanging7627 4 роки тому

    চিন্তা নকৰিব আপোনাকে ভোট দিম,, গীতিমণি বাইদেউ

  • @tuntunilifestyle6255
    @tuntunilifestyle6255 4 роки тому +1

    Anor kthat mon nidiba nhole Martha bya hoi jb gitimoni tumake bhut dim love you 😍😗😘

  • @binarabha6473
    @binarabha6473 4 роки тому

    Gitimani tumi ji koisa xosa kothake koisa tumi agbarhi jowa 😘😘....

  • @dhrubajyotideka1401
    @dhrubajyotideka1401 4 роки тому +10

    শুভেচ্ছা থাকিল ভন্তি, আৰু আগুৱাই যোৱা।।
    ভোট তোমাকে দিম, আৰু তুমি এ হবা বিহুৰাণী।।

  • @rofikulislam7152
    @rofikulislam7152 4 роки тому

    গিতিমনি তুমি আগুৱাই যোৱা।তুমি কাৰো কথাত কাণ নিদিবা ।best of luck.

  • @assameselifetips1164
    @assameselifetips1164 4 роки тому +3

    গীতিমণি তোমাক এই আমি সকলোৱে ভোট দিম, like দিব দেই সকলোৱে plz

  • @rubisaikia2842
    @rubisaikia2842 4 роки тому

    We.r.also.with.you.please.vote.thankyou.gitumoni
    May.god.bless.you.

  • @mrmajuli8736
    @mrmajuli8736 4 роки тому +3

    কৰ্মৰ কৰি খোৱাতো কোনো বেয়া কাম কৰা নাই Gitimoni দেউতাকে । তেওঁৰ কৰ্মৰ কথা শুনি বাকী সকলে হহাঁতো আমিও ভাল পোৱা নাই । গীতিমনিয়ে যি কৈছে সছা কৈছে । সত্য কথা কোৱা গীতিমনিক ধন্যবাদ । । তোমাৰ দেউতাৰ কৰ্মক আমি সন্মান কৰো ।তোমাৰ দেউতা এজন কৰ্মৰ বীৰ ।

  • @rupsikhakalita2810
    @rupsikhakalita2810 4 роки тому +2

    দেখাত যিমান মৰমলগা, তোমাৰ মনটোৱো সিমানেই ধুনীয়া, আগুৱাই যোৱা ভনী,আমাৰ শুভেচ্ছা সদায় আছে তোমাৰ লগত😘

  • @rofikulislam7152
    @rofikulislam7152 4 роки тому

    গিতিমনিৰ কথাবোৰ আচলতে বৰ মৰম লগা।

  • @babulnath1819
    @babulnath1819 4 роки тому

    সঁচা কথা কিহৰ ভয়,তোমাকে ভোট দিলোঁ,,বিহু ৰাণী তুমিয়ে হৱা

  • @smile5432
    @smile5432 4 роки тому +160

    মাজনী ও সেই খেলি-মেলি টোৱে তোমাক এই প্ৰতিযোগিতা ত আগবাঢ়ি যোৱাত সহায় কৰিব ,,,,,
    সুভেচ্ছা থাকিল ✍️✍️✍️✍️✍️।
    বিহুৰাণী হৈ প্রমান কৰি দিয়া । বকাতো পদুম ফুলে

    • @Dhrubajyotigoswami
      @Dhrubajyotigoswami 4 роки тому +1

      ❤️

    • @anjugogoi7222
      @anjugogoi7222 4 роки тому +2

      হয় ঠিকেই কৈছে ।

    • @nilkamal8520
      @nilkamal8520 4 роки тому +1

      Sosa kotha koise,gitimonik asom or sokolo manuhe vote dibo boli akha thakil,teok jate aiber bihurani hisape sokolowe dekhe,2mi o dekhuwai diya gitimoni 2mak hahi teoloke kiman dangor vul kam korile,2mar lgt asom or raij ase agbarhi jowa

    • @jayantaray2040
      @jayantaray2040 4 роки тому +1

      Ek dom Right

    • @smile5432
      @smile5432 4 роки тому +1

      @@Dhrubajyotigoswami ✍️✍️✍️🙏

  • @bhabajitthakuria7497
    @bhabajitthakuria7497 4 роки тому

    Tumak a.. Vote dim bhonti.. TMr Mon bohut val hoi.. God bless u sister

  • @jitensarania2075
    @jitensarania2075 4 роки тому +28

    Excellent Dancing Girl , so Cute sister.

  • @GitarthaGogoi_Original
    @GitarthaGogoi_Original 4 роки тому

    মই হ'লে আমাৰ গীতিমনিক ভোট দিলো দেই

  • @never_backdown8611
    @never_backdown8611 4 роки тому

    Vote তোমাক দিলোঁ

  • @rubulgogoigogoi9127
    @rubulgogoigogoi9127 4 роки тому +9

    আপোনাৰ নাচ সছাই বহুত ধুনীয়া আৰু লগতে সছা কথা কোৱাৰ বাবে আশা কৰো তোমিয়েই জয়ী হবা মই তোমাকে ভোট দিলো আৰু অসমৰ ৰাইজে তোমাকেই ভোট দিব

  • @majulirmoi1606
    @majulirmoi1606 4 роки тому +12

    সেই সকলে লোকক হেহিব হে জা নে ,তুমি আগ বাঁহী যোৱা লোকে কি কৈ কক দিয়া তুমি গুৰুত্ব নীদিবা !

  • @NilkamalRabha
    @NilkamalRabha 4 роки тому +89

    ভোত গীতিমণিৰ বাহিৰে আন কোনো প্ৰতিযোগিক দিব নোৱাৰোঁ। গীতিমণি ভন্টি লৈ বিহু ৰাণী ৰূপত দেখা পাবলৈ অপেক্ষা কৰিম।

    • @jyotiprasadboro
      @jyotiprasadboro 4 роки тому +2

      O vai help kuribo lagibo aami noholea traibel jati tu ki bel buli vabisea

  • @montukachari4754
    @montukachari4754 4 роки тому

    ভন্তি তুমি আগুৱাই যোৱা ৷ তোমাৰ মা দেউতাক লৈ গৌৰৱ কৰা ৷ তোমাৰ মা দেউতাই কস্ট কৰি তোমাক ভাল শিক্ষা দিছে৷ আনৰ কথাত কান নিদিবা৷তোমাক যিয়ে হাঁহিছে সকলোকে দেখুৱাই দিবা যে গাহৰি কাটি বেপাৰ কৰিও ভাল মানোহ হব পাৰে৷আজি তুমি যেনেকৈ সত্যত আছা তেনেকৈ ভৱিষ্যতেও থাকিবা দেখিবা সত্য সদায় জয় ৷

  • @bhagirathgogoi7524
    @bhagirathgogoi7524 4 роки тому

    বিহু প্ৰতিযোগিতা প্ৰতিভাৰ ওপৰত হোৱা উচিত , বিহু ৰ প্ৰতিযোগিতা ত উচ্চ নিচ ধনী দুখীয়া নাই,dy bihu rani palei বিহু শেষ হৈ নাযায় গতিকে চেষ্টা কৰা চৰ্চা কৰা আগলৈ ও যাতে তুমি নাম কৰি যাব পাৰা, ৰাইজৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে ,

  • @beautifulworldofapu2074
    @beautifulworldofapu2074 4 роки тому

    অসমৰ প্রতিজন মানুহ অতি অভিজ্ঞ মানুহৰ প্রতি টো বৃত্তি সন্মান জনোৱা সকলো নাগৰিক দায়িত্ব ।তই অতি সৰল মনৰ এজনী কনমানী মৰম লগা নাচনী, মই ভাবো লগৰ বিলাকে তাইৰ দেউতাকৰ বৃত্তি লৈ হঁহা নাই, তাই মৰম লগা সৰলতা দেখিহে হাঁহিছে ।তুমি আগুৱাই যোৱা আৰু এই বিতৰ্ক তোমাক আগুৱাই যোৱাত সহায় কৰিব ।বিতর্ক হবলৈ দিয়া 😄😄😄

  • @raktimsaikia7432
    @raktimsaikia7432 4 роки тому +1

    2mi vl krisa bhanti ,God bless you

  • @iyajulhaque6999
    @iyajulhaque6999 4 роки тому

    Moi vote tomak diso. GB. All the best Maina. Mor bishax mor vote athale najay. God bless you

  • @lakhya4464
    @lakhya4464 4 роки тому

    মানসিক ভাৱে নিজকে কিয় দুৰ্বল কৰিছে।। কোনোবাই হাহিলে বুলিয়ে আপুনি কি মানি লব নেকি।। আপুনি যদি সঁচাকৈয়ে দুঃখিত হৈছে তেন্তে যি কেইজন লোকে হাহিছে তেওঁলোকৰ সৈতে আপোনাৰ কোনো পাৰ্থক্য নাথাকিল।। কিয় নো আপুনি বৃত্তিটোক লৈ সন্তুষ্ট নহয় চাগৈ বেলেগৰ কথাত কান দিলে আপোনাৰ পেট নভৰে কেতিয়াও so হাহিবোৰ পাতলকৈ লৈ নিজেও হাঁহিমুখে আগুৱাই যাওক তাৰেই কামনা কৰিলো।। কামৰ সৰোবৰ নাই সেয়ে সকলোকে কলো কোনেও কাকো হেয় জ্ঞান নকৰিব।। মানুহৰ ভাগ্য কাৰ কেতিয়া সলনি হয় কোনেও নাজানে so কাকো হাহিব নাপাই।।

  • @b2kgameing815
    @b2kgameing815 4 роки тому

    মই ভোট দিলো দেই গীতিমণি

  • @Konchmonalisha852
    @Konchmonalisha852 4 роки тому

    Geetimoni tumi agbahi juwa.

  • @dipakpathak7710
    @dipakpathak7710 4 роки тому

    Eman j agbahrise val kotha... Aguai jua vogban ase sesta kori jua vonti... Sofl hbo 2mr.god bless you

  • @bikromsagor6434
    @bikromsagor6434 4 роки тому +42

    Gitimoni A Jikiboi Lagibo... Gitimoni Karone Ata Like Diba Hokolu A

  • @mirajpegu5643
    @mirajpegu5643 4 роки тому

    We Love Gitimoni....👌👌👌

  • @diptidevi4055
    @diptidevi4055 4 роки тому +2

    বৰ সুন্দৰ কথা কলে ৷ এয়াই প্ৰকৃত মানুহ ৷

  • @dadhiswarphangcho3410
    @dadhiswarphangcho3410 4 роки тому

    We should be proud for our Job....don't be ashamed...my dear Sisters.

  • @kamallochan.2103
    @kamallochan.2103 4 роки тому

    Right,,বাইদেউ...

  • @abhinash7796
    @abhinash7796 4 роки тому +18

    Gitimoni nas bhtt dhuniaaa Bhtt hundor nas

  • @mrpantarabha7749
    @mrpantarabha7749 4 роки тому

    Vote for Gitimoni Borgohai

  • @nayanhse
    @nayanhse 4 роки тому

    জয়ী হবি তই টিকলি ভোট দিছো

  • @harisah3570
    @harisah3570 4 роки тому +1

    ভন্তি তুমি আগবাঢ়ি যোৱা। হাঁহিব দিয়া ।সকলোৰ দিন সমানে নাযায়।ভগৱানে তোমাৰ মা দেউতাক এদিন সুখত ৰাখিৱ।

  • @hangkhimlimbu7064
    @hangkhimlimbu7064 4 роки тому +1

    *U are an **#EASY** **#SIMPLE** nd.. **#LOVELY**_VOICES Participants. My **#SUPPORT** Nd **#VOTE** for **#GITIMONI* 👑👑🎓🎓💖💖👍👍🇮🇳🇮🇳

  • @nilutpaldasmusic6328
    @nilutpaldasmusic6328 4 роки тому

    ভোট তুমাকে দিম আৰু ১০০ জনকো দিব দিম

  • @allinallassamese8295
    @allinallassamese8295 4 роки тому

    আপোনা লোকৰ কণমানি জনীক ভোট দি দিলো ।।।

  • @jogeswarronghang8486
    @jogeswarronghang8486 4 роки тому

    Vote for GITIMONI

  • @rajibchamua8490
    @rajibchamua8490 4 роки тому

    We are also support you
    Vote for Gitumoni
    Pork my favourite

  • @dipankarbora5649
    @dipankarbora5649 4 роки тому

    vote for uu...u are next assam bihurani

  • @chandandeepsaikia3828
    @chandandeepsaikia3828 4 роки тому +3

    গাহৰি খাই ভাল পাওঁ তাতে গাহৰি কটা মানুহ 10 তা ভোট দিম তেওঁৰ ছোৱালীক ।

  • @dadulchoudhary9174
    @dadulchoudhary9174 4 роки тому

    Comentbur he salu.. Vote diluei

  • @srimantadas1380
    @srimantadas1380 4 роки тому

    দুখীয়া মানুহ পাই বাকী কিজনীৰ গাৰ্যেন্তে হয়তো ভিতৰি ভিতৰি কিবা ভয় খুয়াইছে ,, সিহঁত কীজনীৰ হাহিটোত আমি ভালকৈ বুজি পাইছোঁ কি কাৰণত হাহিছিলে ,, টাহত কিজনিয়ে গিতিমনি এজনী গাঁৱলীয়া কথা কব নজনা বুলি ভবিয়ে খিকিঞ্জালি মাৰিছিল ,, গোটেই অসমৰ মানুহে এইবাৰ dy বিহুৰানি গিতিমণি বুলি ভাবি লৈছে আৰু মই জনাত ৮০%মানুহে গিতিমনিক চাপৰ্ট কৰিছে আৰু ভোট দিছে ,

  • @munukonwar9475
    @munukonwar9475 4 роки тому

    Vote bor gitimoni borgohain

  • @rrr-up8
    @rrr-up8 4 роки тому

    তুমি সদাই আগুৱাই যোৱা

  • @lobosaikia5266
    @lobosaikia5266 4 роки тому +1

    amar vonti jonik kuneu nahahe vote korok hokolua

  • @amiyosonowal3024
    @amiyosonowal3024 4 роки тому

    বাইদেও এই video টো বনাবলৈ আপোনালোকক হেঁচা পয়োগ কৰা যেন লাগিলে।

  • @moikhatiokhomiya3867
    @moikhatiokhomiya3867 4 роки тому

    Love from Tinsukia

  • @migangpeguvlogs8067
    @migangpeguvlogs8067 4 роки тому +2

    সহজ সৰল ঘৰৰ সহজ সৰল ছোৱালী জনী❣️
    তুমিয়েই জিকিবা শুভেচ্ছা জনালো

  • @chinmoyeegogoi7695
    @chinmoyeegogoi7695 4 роки тому

    tumak vot diso gitimoni❤❤

  • @mishbahahmed4185
    @mishbahahmed4185 4 роки тому +5

    vote tumak disu vonti 👍👍🔥

  • @dhrubarabha9657
    @dhrubarabha9657 4 роки тому

    Vote tumake dim aru comment saio buhut val lagil

  • @rituldas7992
    @rituldas7992 4 роки тому

    Tumi bht dhunia nasisa bhonti Tumi jikiba buli belege Voi kori anei ji ti koi Ase sinta nkrba Tumi a jikiba👌👌👌👍👍👍🙏

  • @pabitrabharali3429
    @pabitrabharali3429 4 роки тому

    ভোট দিলোঁ তোমাক

  • @dipakneog5281
    @dipakneog5281 3 роки тому

    Hoi dai

  • @punyarabha151
    @punyarabha151 10 місяців тому

    God bless you ❤❤❤🎉

  • @mostfamous8974
    @mostfamous8974 4 роки тому

    giti ba jikibo lage... hokolua vut diba😍😍😍

  • @miss_sunu_gogoi___
    @miss_sunu_gogoi___ 3 роки тому

    Umm

  • @luhitborah301
    @luhitborah301 4 роки тому

    2mi hosa kothai koixila. 2mi hodai hukhi hoba 2mi aru aguyai jua getimoni vonti

  • @gourabchatia9130
    @gourabchatia9130 4 роки тому

    ভণ্টি তুমি যেই বিহুৰাণী হবা বুলি আশা কৰিলো । যি সকলে ভণ্টিক হাঁহিছিলা এটা কথা মন দি শুনি লোৱা ভণ্টিয়ে সচা কথা কৈছিল তাত হাহিঁ উঠাৰ কাৰণ কি আছিল ? এনেকৈ কাৰোবাৰ মন ভাঙি নিজেই সুখী হ'ব নোৱাৰিৱা। Dy 365. লৈ এটা অনুৰোধ বিচাৰ কৰিব লাগে আপোনালোকে এই বিষয়ে ।

  • @mdtechnical2344
    @mdtechnical2344 4 роки тому +1

    Gatimoni vot diyak

  • @rvideo137
    @rvideo137 4 роки тому

    Lovely

  • @antoniodasunboxing6897
    @antoniodasunboxing6897 4 роки тому +1

    এতিয়াই সিহঁতৰ এনেকুৱা আচৰণ,বিহু কুঁৱৰী হৈ আহিলে সিহঁতে আকৌ ৰাণী বুলিহে ভাবিব,লেবেল কি চাবা পিছত হীৰা বেপাৰীৰ জীয়েক হতৰ 😂😂 সেই লেবেল চাবলৈও নাই সিহঁতক ভোট দিবলৈ নাই। গীতিমণিলৈ শুভেচ্ছা থাকিল😍✌️

  • @Lukeswar123
    @Lukeswar123 4 роки тому

    ঠিক কথা কৈছে

  • @rohitphukon4074
    @rohitphukon4074 4 роки тому

    Moza

  • @bitupanborah8154
    @bitupanborah8154 4 роки тому

    Vote only gitimoni

  • @KARTIKDAS-ow6lt
    @KARTIKDAS-ow6lt 4 роки тому

    Ami Tu Gitimonik e vote dim.. jai aai axom..🤸

  • @dipankarborah7582
    @dipankarborah7582 4 роки тому

    Vote for Gitimoni.

  • @Nageswarrobidas33
    @Nageswarrobidas33 4 роки тому

    Gitlmoni jikatu 1000%khatang most welcome our top finalist.gitimoni

  • @nbboro1243
    @nbboro1243 4 роки тому

    Bohut val lagise

  • @gitumoniborman4152
    @gitumoniborman4152 4 роки тому

    Ai judhat tumi aguai juwa, huvessa thakil bht

  • @bhabakantamili7650
    @bhabakantamili7650 4 роки тому +2

    গীতিমণি বৰগোহাইলৈ শুভেচ্ছা জনালোঁ .দেউতাকৰ ব্যৱহায় বৃত্তিক লৈ কোনো প্রতিযোগীক বিতৰ্কত নোসোমালে ভাল হয় বুলি ভাৱো .ধন্যৱাদ .

  • @niyangogoi5735
    @niyangogoi5735 4 роки тому +4

    আগুৱাই যোৱা ভন্টি তুমি চৰাইদেউ গৌৰৱ।

  • @bituponbora5264
    @bituponbora5264 4 роки тому

    তুমি আগুৱাই যোৱা

  • @anantachutia7966
    @anantachutia7966 4 роки тому

    Vote for gitimoni