লতাশিল সম্ৰাজ্ঞী-২০২২ৰ শতাব্দী কলিতাই লতাশিল বিহুমঞ্চত কি কি পুৰষ্কাৰ পালে চাও আহক || Latasil Bihu

Поділитися
Вставка
  • Опубліковано 22 сер 2024

КОМЕНТАРІ • 25

  • @wakashiwa2990
    @wakashiwa2990 Рік тому +6

    She deserves this award!💌

  • @Monjai2.0
    @Monjai2.0 2 роки тому +30

    বহুত ভাল লাগিল৷৷আমাৰ ঘৰৰ ছোৱালী তেখেত😍আগবাঢ়ি যোৱাত সহায় কৰাব ৰাইজ

  • @dukumonimohan4083
    @dukumonimohan4083 2 роки тому +6

    ধুনিয়া বাইদেউ জনী বহুত বহুত মৰম শুভেচ্ছা যাচিলোঁ

  • @khagensaikia9667
    @khagensaikia9667 2 роки тому +7

    Moja Satabdi baa, Wish you good luck, congratulations 🎉👏💕

  • @dilipdas9924
    @dilipdas9924 2 роки тому +5

    মজা

  • @mrinmoichannel7947
    @mrinmoichannel7947 2 роки тому +17

    শতাব্দী বায়ে কষ্ট কৰিছে কাৰণে আজি ৰত্ন পাইছে।

  • @bichitraboruah5385
    @bichitraboruah5385 2 роки тому +1

    ইমান ভাল লাগিল 🙏🙏🙏

  • @niharikagogoi4037
    @niharikagogoi4037 2 роки тому +6

    দাদা, অসম বিহুৱতীৰ পুৰস্কাৰ প্ৰাপ্ত সকলোকো দেখাব চোন

  • @girinmohan9425
    @girinmohan9425 2 роки тому +1

    Bht val lagise

  • @nilimphukan1102
    @nilimphukan1102 2 роки тому +11

    তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, কিন্তু এটা কথা লতাশিল বিহু সন্মিলনৰ এজনো বিষয় ববীয়াই চুৰিয়া পিন্ধিব নাজানে নেকি।।।মোৰ প্ৰশ্নৰ উত্তৰ কোনোবাই দিয়ক

    • @purnimakhanikar7918
      @purnimakhanikar7918 2 роки тому +1

      মইয়ো তাকে ভাবিছোঁ.... বিহুত কি এনে সাজ পিন্ধে... আচৰিত! শেষ কৰিলে সকলো

  • @surujborah1554
    @surujborah1554 2 роки тому +2

    Mja dada

  • @Lxgogoiii579
    @Lxgogoiii579 2 роки тому +1

    সুন্দৰ 👏👍😍

  • @sistersforever2036
    @sistersforever2036 2 роки тому +3

    Moja vindo

  • @dipgyan1231
    @dipgyan1231 2 роки тому +1

    Baa ❤️ from sivasagar

  • @digantatanti2993
    @digantatanti2993 Рік тому +1

    God bless you

  • @simplysimpi2089
    @simplysimpi2089 2 роки тому +1

    Val lgel

  • @kamalborah5671
    @kamalborah5671 2 роки тому +2

    Nice

  • @purnimakhanikar7918
    @purnimakhanikar7918 2 роки тому +7

    ওপৰৰ পিন্ধা চোলাটোৰ লগত
    পেন্ট নে কি বা এইটোহে পিন্ধে নেকি গুৱাহাটীৰ মানুহবোৰে ।আমাৰ ফালে আক মাটিক চুচৰি যোৱালৈকে ধূতিহে পিন্ধে.... অসমীয়া সংস্কৃতিত কালিমা নাহানিব মহান বিষয়া সকল.... অনুৰোধ কৰিছোঁ... আমি নৱ প্ৰজন্মই আপোনালোকৰ পৰা কি শিকিম !লজ্জিত হ'ব লাগে আপোনালোক... হৈছো আমি 🙏

  • @purnimakhanikar7918
    @purnimakhanikar7918 2 роки тому +1

    দাদা দুজনক ধন্যবাদ ভিডিঅ টি দেখুওৱা কাৰণে ❤

  • @bhrigukalita6479
    @bhrigukalita6479 2 роки тому +1

    👌👌👌👌

  • @dutta22
    @dutta22 2 роки тому +1

    😍😍😍

  • @puspanjalisujibgogoi4119
    @puspanjalisujibgogoi4119 2 роки тому +2

    99oi49

  • @madhurirabha4614
    @madhurirabha4614 2 роки тому +1

    Video tu sai val lagil. New subscriber holu tumio mor friend hoba buli akha korilu