I dont know pure assamese but its simple to know the lyrics of (kunjolota kopou phuli saseh) Love to this lovely couple from arunachal tribal dist lohit. Our Lohit dist and sadiya was also under sutiya rule upto parshuram kund.
Beautiful Assamese girl with famous Dwayne Smith.. wao.. what a interview Chakrapani😝😝 West Indies cricketer love Assamese girl, how it's possible??😱😱 ইয়াকে কয় কপাল নে কি😷😷
আপুনি বহুত ভাগ্যবান কৃষ্ণ দা। ইমান সহজ সৰল ৱৌ এজনি পাইছে।
খুউব সাধাৰণ সহজ সৰল ছোৱালী এজনী বৌ হিচাপে পালো দেই ৷৷ সচাই বহুত বেছি সুখী হওক দুয়োজন ৷৷ আমাৰ শুভকামনা সদায় আপোনালোকৰ লগত থাকিব ৷৷
Ooo nice
Moja🤗🤗🤗
Moni dada r jugmjibon hohkere vori porok gd bless you
@Rashidul Hassan k
ⁿ
ভাল লাগিছে, সহজ-সৰল গৃহিনী,ভদ্ৰ, কম কথা কোৱা দৃষ্টিপ্ৰিয়া হাজৰিকা।কৃষ্ণমণি দা আৰু দৃষ্টিপ্ৰিয়াৰ যুক্ম জীৱন শান্তি আৰু সফলতা লাভ কৰক তাৰে কামনা কৰিলো।ভাল লাগিছে।
Chakrapani Dada khub vl lage
apunar interview.....
apunar ontorkhonu khub dhuniya
love u Dada....
God bless you....
Moja pavo jura
Chakra your Interview is always amazing
কৃষ্ণ দা সচাকৈ আপোনাৰ কথাবোৰ শুনি বহুত কথা জানিব ।। পৰা যায় ইমান ভাল ভাল কথা কয় সমাজৰ হৈ । । ভৱিষ্যতে আৰু ভাল হওক
Apunar hahi hahi hudha khothabur bohut bohut dhuniya Lage........show tu Sai val lagil
Khub val lagil video tu sai... 💕💕💞💞
বৌ জনী বহুত মৰম লগা....👌👌👌👌👌😘😘😘😘💝
বহুতেই ভাল লাগিল। 😍😍❤️👌
🔥 Mm 0
Bohut val lagil sai 👌👌👌👌
krishna daa kasay apuni laky . eèeeman namra bou agaraki life partnar hisape paise
Krisno khura khurik Bor vl lagil...choklet kahini2 bohut vl lagil.
Khundoor dada😍😍😍
অনুষ্ঠানটো চাই বহুত ভাল লাগিল
love story huni bohut bhal lagil......
Aami namrupt thakim. Dei....bor bhal lage. Japisajia bahut dur. Bindass. Good life sir
Vl lgl programme sai..Happy married life krishna da aru bou
Perfect Couple. Luv you Krishnamoni da.
Mojaaaaaaaaaaa
Dhuniya lagise dristipriyak .kola boga juri
Krishna dar kothakhini bohut val lagil...
Krishna dai muk eber Dibrugarh t log paisilo Sanjib kakoty Jo:sag canteenot log paisilo Muk Toka 2000 dicile
Bou joni bor dhunia dei.Krishna da e imn din biya hei krn e pata nasil imn dhuniya bou jonr krn e rokhi asil
Lovely couple 👫
Krishna Da manuh maribo dei. Suwali poluwai ai disile 😂
Wawww. Bow mojaa. Emn lazkuriya val lagil
I dont know pure assamese but its simple to know the lyrics of (kunjolota kopou phuli saseh)
Love to this lovely couple from arunachal tribal dist lohit.
Our Lohit dist and sadiya was also under sutiya rule upto parshuram kund.
Yes
Nice 😍😍😍
Hori Hori, iman dhuniya suwali joni ei burha tur logot biya hoise 😂😂😂
Toi joliso niki
Ridip Das
@@banjitchutia823
Baya Lagise 😀
Haha
*_কৃষ্ণমণি চুতীয়াৰ লংপেনতো ভালকৈ চাওক,কিবা বাৰীডাল উঠি থকাহেন দেখা পাইছে কেলা,মহা জহৰা দে_*
Bhut bhal lagil de sai..bhut bhal manhu jon..
Bhal lagil sai
বহুত ভাল লাগিল
Bubu mama ,mami..val lagil sai..prgm tu..
Daniya lagil Krishna da
Nice dada apnr gan muk bohut val lage
Bow Joni bohut vl...morom loga
bhut bhal lagil dada.
Moiu titabaror suwali..val lagil dada
বাওকে এগৰাকী তিতাবৰৰ চুতীয়া জনগোষ্ঠীৰ ছোৱালীকে পালে যে দেই🙏, সেইকাৰণে ভাল লাগিল। ভবিষ্যতে সকলোবোৰ মনোবাঞ্চা পূৰ্ণ হওক,তাৰে কামনা কৰিলোঁ। ধন্যবাদ।
Antorik shubheisa thakil duyou loi .
ভাল লাগিল.....
Duniya couple ❤️
Shuwali joni kiyo polay siligi
Very nice love story
Bohuat val lagil distripriya anusthan
Bapek jiyekor nisina lagise
Morom lga bou jni..Bor lajkuria😊👌
Dhuniya
বহুত ভাল লাগিল ।
Bht vl lgil sai....
Bhal lagil..
Chakra daa i m ur biggest fan...
Val lagil
agote biya korale. ...tiri2r boyokhar suwali janmah pale hoi....
bohut val lagile.
Bohut mrm lagise suwali joni. bou kom diya
জজ
chakrapani bro k mr bht vl lge..
Happy married life
Mojja
Toka dekhi gol ...hoxa kotha.... kunu gat pati noloba.
Tur nisina sob luvia nohoi. Tair hikha ase so sakori pabo. Toi ha toka dekhi buri maiki anibi sage
Hosake ko sun milise janu .....age Gap bohut ....43 lora tur aru suwali jonir 25 ...aiya toka dekhi juwa ki bal dekhi goise ?
Suwali kisumanr karone taka a sob.
Suwali jonir age 23 ....25 nohoi
19 year khelimeli ....aur toy moy words bur educated manuhe used nokore tmr nisina?
hundor...wow
Moja
chocolate khua2 jomoni hl dei😀😀
Choklet khuby bou aimar. 😍
আৰু আশা কৰিছোঁ এনেকুৱা প্ৰগেমলৈ
অতি সুন্দৰ প্ৰেমৰ কাহিনী। ভৱিষ্যত জীৱন সুখৰ হোৱাৰ কামনা কৰিলোঁ ।
ভাল লাগিছে কিষ্ণ দা আপোনাৰ বৌ জনি।সহজ সৰল আৰু কম কথা কয়। I like kishno Da and bou
, 🌸🌸🌸দাদাৰ বৌ জনী বৰ ধুনীয়া দেই🥀🌻বিয়া শুভেচ্ছা থাকিল 🌻🌻
ভাল লাগিল অনুষ্ঠানটো চাই...বিশেষভাৱে ভাল লাগিল বৌ সহজ-সৰল নম্ৰভাৱে কথা কোৱাৰ স্বভাৱটো...আশা ৰাখিছো জীৱনৰ অন্তিম উশাহ থকালৈকে বৌয়ে এই স্বভাৱটো সলনি হ'ব নিদি জীয়াই ৰাখিব .... । আপোনালোকৰ যুগ্ম জীৱন সুখি হোৱাৰ অযুত অসীম কামনা কৰিলো ॥ এইখিনিতে কৃষ্ণ দা লৈ এটি সৰু নিবেদন....বহু ক্ষেত্ৰত আজিৰ চামে নিজক বেছি গুৰুত্ব দিওঁতে সমাজৰ প্ৰতি থকা দায়বদ্ধতাক পাহৰি যোৱাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি ভাষাক পাহৰি যোৱাৰ উপৰিও নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্বও যেন পাহৰি পেলাইছে এনে লাগে । নিজৰ লগতে প্ৰতিজনৰে সমাজৰ প্ৰতিও যে কৰণিয় আছে তাকে ভবাই তুলিবলৈ পুনৰ অসমৰ স্বাৰ্থত,কেচা মাটিৰ গুন্ধ ল'বলৈ শিকা ,দেশক ভাল পাবলৈ শিকা সমাজক ভাল পাবলৈ শিকা বৈপ্লৱিক ন ন গান উপহাৰ দিবলৈ অনুৰোধ জনালোঁ.....🙏🙏🙏
পৰিশেষত আপোনালোকৰ সংসাৰ সুখৰ হোৱাৰ আশাৰে নেদেখাজনক প্ৰৰ্থনা জনাই সামৰিছোঁ ॥
ধন্যবাদেৰে দ্বিপন জ্যোতি নেওগ(কাকপথাৰ)
চক্ৰপানী দা দৃষ্টপ্ৰিয়া আৰু মই একে লগে পঢ়া। আৰু তাই মোৰ ঘৰৰ ওচৰৰ একে লগে একে স্কুল অত পঢ়া।ভাল লাগিলে তাইক বহুত দিনৰ মূৰত দেখিলো।।
Hits of Alka Yamno
খুব ভাল লাগিল আপোনালোকৰ কথোপ কথন ।দম্পত্তি জীৱন সুখী হোৱাৰ কামনা কৰিলো।
Bow jni bohut dhuniya hoi ,log pislu adin..krisna daa bohut lucky dei😄
সচাঁকৈ পাভযোৰা দেই কৃষ্ণদা আৰু দৃষ্টিবা আপোনাৰ 💑। কৃষ্ণদা আৰু দৃষ্টিবা আপোনালোকৰ জীৱনত সুখ আৰু শান্তি সদায়ে পাই থাকে যেন। এয়াই ভগৱানৰ ওচৰত সৰল মিনতি।
চক্ৰ তুমি কিছুমান কথা খুব নিৰপেক্ষ ভাৱে কোৱা.. সেই কাৰণে ভাল লাগে,,, তুমি আগুৱাই যোৱা..
ভাল লাগিল। মৰম লগা বৌজনী।
ছোৱালীজনী খুৱ মৰমৰ. তেনে ছোৱালী পাবলৈ বহুত টান
যিদৰে কৃষ্ণমণি দাই এজনী সাধাৰণ ছোৱালীক বিয়া পাতি নিজৰ কৰি ল'লে ঠিক তেনেদৰে কোনোবা জনপ্ৰিয় ছোৱালী গায়িকা এজনীয়ে এজন সাধাৰণ ল'ৰা এজনক বিয়া পাতিবনে ?? 😂😂
Jhanta patibo agi kali Suali je labl
Amr ghrr usrr drishtipriya ba tmk Krishna Moni dar lgt bht vl lgise♥️
ভাল লাগিল দাদা আপোনাৰ অনুষ্ঠান তো চাই, কৃষ্ণ ডাৰ সকলোৰবোৰ অনুষ্ঠান মই চাও
বিয়া পাতিলে ছোৱালী হ'ব লাগে এনেকুৱা।সহজ সৰল নম্ৰ।সুখী হওক দুয়ো।
Balor kotha koiso,bura tur logot
Hii the
বহুত ভাল লাগিল।
দৃষ্টিপ্ৰয়া বৌ সঁচাকৈয়ে বহুত সহজ সৰল। ভগৱানে যোৰা ওপৰৰপৰাই বনাই পঠিয়াই।
কৃষ্ণমণি দা আমাৰ সম্পৰ্কীয়।
বৌ জনীৰ হাহিতো বৰ ধুনীয়া ।।অলপ লাজকুৰীয়া ও কিন্তু ।।।😊
মমমমমমমমম
Chokra daa apuni kinto bht suwalir crush Dy😂😂😂
😋😋😋
❤❤
Sexy joni
@@gitarthadutta3978 😵😵😵
Moi bhut vlpu deii
My favorite journalist chakrapani parashar ❤️anusthan tu sai khubei bhal lagil.. Jugmo jiwan xukhi houk apunalukr...
বৌ সচাঁকৈয়ে বৰ ভাল দেই,,আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওঁক
এইটো video Sai moi suisaid korim
এই অনুস্হানটো সচাকৈয়ে কিবা এটা ভাল লাগিল, চক্ৰপাণি দাদা।
Beautiful Assamese girl with famous Dwayne Smith.. wao.. what a interview Chakrapani😝😝 West Indies cricketer love Assamese girl, how it's possible??😱😱 ইয়াকে কয় কপাল নে কি😷😷
ৰাজনীতি সেই লেতেৰা পথাৰ খনত ভৰি নিদিব কৃষ্ণ দা ৷ শিল্পী সদাই শিল্পী হৈ থকাটো ৰাইজে বিচাৰে ৷ নহলে আপুনি যিমান মৰম পালে ৰাইজৰ পৰা সেইটো হেৰাই যাব এদিন ৷ কাৰন শিল্পী এজনলৈ যিমান মৰম মানুহৰ থাকে সেই মৰম ৰাজনীতিত গলে কিন্ত কেতিয়াও নাথাকে ৷
i
Hi
Jaanmonivido
Iiiiiiiiiiiiiiiiuiiiiiiiiiiiiiiiiuiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiuiiiiiiii
Ok.
পাভ-জোৰা একদম।ইমান মৰম লগা বৌজনী, ইমান সহজ-সৰল,মৰমিয়াল ছোৱালী।ধন্যবাদ চক্ৰপানী দাদা ইমান ধুনীয়া সাক্ষাৎকাৰ এটা লোৱা বাবে😘😍
এই দৃষ্টিপ্ৰিয়া মোৰ ভন্টি'ৰ লগৰ দেই, এই অনুষ্ঠান টো চাইহে গম পালোঁ, ছোৱালী জনী যে তাই,মই গমেই নাপালোঁ দেই। বাৰু ভাল লাগিল👍👍👌
খুব ভাল লগা প্ৰেম কাহিনী দেই.. কৃষ্ণমণি দাৰ... 😍😍
chakra daa'k চাবলৈহে আহিছো দেই😍
অতি সুন্দৰ ,নম্ৰ, ভদ্ৰ ছোৱালী এজনী |
কৃষ্ণ দা আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওঁক
*বুঢ়া গৰুযে এতিয়া ভাল হাল মাৰিব😊😊😊😊😊😊😊*
24 age bristi Priya
বৌ জনী ভয় ভয়কে আছে ,খুবেই সাধাৰন ভাল লাগিছে ।যুগ্ম জীৱন সুখৰ হওঁক আপোনালোকৰ ।
Ki bissak ase manhubur aji Kali,poisa karone jikunu koribo paribo aji Kali lora suwali bilake,
@@পিতমচেতিযা .kio kole buji napalu
@@bhabanahazarika1748 oo hei suwali joni luviya karone2 buratur logot biya hoise
Dhuneya love story 😊koina joni dhuneya lagese bohut cute ase😊😊happy married life 😊
Manash portim canal
দাদাৰ গানবোৰ শুনি মই বহুত ভাল পাওঁ বৌ জনি একে বাৰে সহজ সৰল !! সচাঁই ভাল লাগিল!!
Biku Gogoi n#8
Biku Gogoi ,utgdryy5rdg JK0*//'$)("":(
Biku Gogoi≥﹏≤(╯_╰)(╯_╰)(╯_╰)
Biku Gogoi f CNN hijjky to