স্নেহবন্ধন অনুষ্ঠানত যুৱ সাংবাদিক এঞ্জেলা চাংমাই।।ৰিফ্লেকচন ছিনিয়ৰ চেকেণ্ডেৰী স্কুল,ৰূপাই ।।

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • স্নেহবন্ধন অনুষ্ঠানত যুৱ সাংবাদিক এঞ্জেলা চাংমাই।।ৰিফ্লেকচন ছিনিয়ৰ চেকেণ্ডেৰী স্কুল,ৰূপাই ।।
    #anjela #youtube #youtubevideo

КОМЕНТАРІ • 76

  • @dipokgogoi202
    @dipokgogoi202 Місяць тому +6

    একেবাৰে সঁচা, সময়োচিত আলোচনা,বহুত ভাল লাগিল। ধন্যবাদ

  • @minakhihazarika1090
    @minakhihazarika1090 28 днів тому

    Bhut val lagil apunar kotha burr....

  • @minatideka4384
    @minatideka4384 Місяць тому +2

    সুন্দৰ বিশ্লেষণ

  • @dhunu.sowali5763
    @dhunu.sowali5763 Місяць тому +3

    Sasa kotha de dhuniya lagise de

  • @barunbarman4965
    @barunbarman4965 Місяць тому +2

    বাইদেউৰ ভাষণ শুনি বহুত ভাল লাগে আৰু বহুতৰে চাগে পিচে কৰ্ম ক্ষেত্ৰত পালন কৰা মানুহ তেনেই নগণ্য জগত গুৰুজনাৰে আদৰ্শ আৰু আৰ্হি পালন কৰা মানুহে তেনেই নগণ্য

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Місяць тому +4

    অতি সুন্দৰ আৰু সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছে। তেওঁৰ বক্তব্য খিনি অনুধাৱন কৰিব পাৰিলে সমাজ খনৰ বহু খিনি উপকৃত হ'ল হয়।

    • @hiranyarajkhowa4119
      @hiranyarajkhowa4119 Місяць тому +2

      অতি সুন্দৰ বক্তৃতা। এওঁৰ বক্তৃতাৰ পৰা আমাৰ যথেষ্ট পৰিমাণে উপকৃত হ'ব। অতি সচা কথাই কৈছে ভগ্নী স্বৰপ এঞ্জেলাই। সময়ৰ সৈতে খাপ খোৱা বক্তৃতা। তেওঁলৈ আমাৰ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ❤❤❤

  • @khiroodsonowal7677
    @khiroodsonowal7677 7 днів тому +1

    Really ba

  • @basantabharali9335
    @basantabharali9335 Місяць тому

    বৰ স্পষ্ট বাদি আপোনি,,,, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো,,,,,

  • @sunitadeka3189
    @sunitadeka3189 Місяць тому +1

    Your good speech is our spirit

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy Місяць тому

    সুন্দৰ বিশ্লেষণ লগতে যোগাত্মক দৃষ্টিভঙ্গি ধন্যবাদ

  • @ranjitagogoi2829
    @ranjitagogoi2829 Місяць тому +1

    Bohut val lagil kothabir huni

  • @Abbhargav123
    @Abbhargav123 Місяць тому

    Bahut bhal Kotha koise mam

  • @jaydebdas5602
    @jaydebdas5602 Місяць тому

    Bohut dhuniya koisha bhal lagil

  • @DeepkonwarDeepkonwar
    @DeepkonwarDeepkonwar Місяць тому +2

    Baidew Best Of Best

  • @bevismcry
    @bevismcry Місяць тому

    Angela mem speed xuni mon val lage

  • @user-vq7nx1wq7u
    @user-vq7nx1wq7u Місяць тому +3

    Ba apunar kotha bht val lge

  • @user-ki6cr8ip6v
    @user-ki6cr8ip6v Місяць тому +1

    Bhout vhal lagil sister

  • @user-kq9cq9uh2f
    @user-kq9cq9uh2f Місяць тому

    Baidew bohot Val god bless u and you family

  • @user-gz6ui7oq6u
    @user-gz6ui7oq6u Місяць тому +1

    ভাষনটো শুনিলে শুনি থাকিব মন যায়।

  • @girinborah6879
    @girinborah6879 Місяць тому +1

    Krishna -krishna, JOI GURU SHANKAR

  • @gouravburagohain597
    @gouravburagohain597 Місяць тому

    তুমি ইমান সুন্দৰ ভাষন আগবঢ়াই তোমৰ ভাষন সকলোৱে আকোৱালি লৱ লাগিব ৷

  • @bireshkumardeka8985
    @bireshkumardeka8985 Місяць тому +1

    Nice speech and go ahead

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj Місяць тому +1

    বহুত ৰসাল সাৰুৱা ভাষণ।

  • @biswajitgogoi7747
    @biswajitgogoi7747 Місяць тому +1

    বৰ সুন্দৰ ভাষন 💖👍

  • @user-iy2my3rc6h
    @user-iy2my3rc6h Місяць тому

    Bhut val hoise ba tomar pra bhut ktha xikib pariso thanks ba

  • @user-il7yr2or2y
    @user-il7yr2or2y Місяць тому +1

    আপোনাৰ.ধাৰমিক.কথাবূৰ.বহূত.ভাল.লাগে

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Місяць тому +1

    Baideo apurna kotha bur Mur bohut val lage.Apurna pora bohut hikibo logia ase .

  • @nayanbora8366
    @nayanbora8366 Місяць тому +2

    বাৰ ভাসন বহু ভাল লাগে

  • @Damodar-q7c
    @Damodar-q7c Місяць тому +4

    Krishna Krishna bhani

  • @user-il7yr2or2y
    @user-il7yr2or2y Місяць тому +1

    আপোনাক.বহূত.বহূত.🙏🙏🙏

  • @birengogoi9499
    @birengogoi9499 Місяць тому

    অতি সুন্দৰ উপস্থাপন 👌

  • @arunbora1132
    @arunbora1132 Місяць тому +1

    আপোনাৰ স কথাবোৰ চিৰন্তন সত্য🙏 কিন্তু এইবোৰ মানি আজিৰ সমাজে আপোনাকে ঈশ্বৰ বুলি নলয় !🙏 কাৰণ আজিৰ সমাজ এনে এটা বেহুট সুমাই পৰিছে আপোনি বাদ চয়ং ঈশ্বৰ চকুৰ আগত দেখা দিলেওঁ মানি নলয় এইয়া মানি আজিৰ সমাজে চলন্ত জীৱনক বাৰিষাৰ সুতত উটি গৈ জীৱন পাৰ কৰিব বিছাৰে অৱশ্যে কিছু লোকে আপোনাৰ কথা মানি লয় ! কিন্তু তথাপি হৃদয়ত আপোনাৰ কথা বন্দি নকৰে কাৰণ আপোনি ঈশ্বৰ নিম্নয়ৰ বিস্বাস চিনাক্ত কবি সমাজক দিব নোৱাৰে🙏 ক্ষমা কৰিব এনে কথা কোৱাৰ কাৰনে |🙏

  • @nurislamali3616
    @nurislamali3616 Місяць тому +1

    baa tomar bhakhon bohut val lage❤❤❤❤❤

  • @sisirchoudhurry255
    @sisirchoudhurry255 Місяць тому +1

    SISTER THANKS

  • @royalvloger2679
    @royalvloger2679 Місяць тому +2

    Hundor mam

  • @mukulbora4848
    @mukulbora4848 Місяць тому

    ধন্যবাদ, সময়োচিত কথা, মনলৈ কিছুমান কথা আহিলেও কব নোৱাৰো । বর্তমান আধ্যাত্মিকতাৰ প্রয়োজন আহি পৰিছে ।

  • @bishnuramroy1897
    @bishnuramroy1897 Місяць тому

    So nice speech and explain

  • @pulinsaikia5893
    @pulinsaikia5893 Місяць тому

    Vhal lagil Baidow.

  • @Abbhargav123
    @Abbhargav123 Місяць тому +1

    Excellent

  • @dikhitakonwar5068
    @dikhitakonwar5068 Місяць тому +1

    Vl lgile ❤

  • @InnocentDrumKit-vm8th
    @InnocentDrumKit-vm8th Місяць тому

    Hosakoi ba tumi bohut val kotha kuwa tumi hodai vale thaka tumak bohut log pabo mon hoise😮

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bipulbitu1680
    @bipulbitu1680 Місяць тому +1

    Val kotha koise

  • @pranjalnath7011
    @pranjalnath7011 Місяць тому +1

    Nice baidaw

  • @SureshSaikia-n7x
    @SureshSaikia-n7x Місяць тому +1

    Kishna val lagilil

  • @user-ug6dl4gm6w
    @user-ug6dl4gm6w Місяць тому +1

    👍👍👍

  • @DipankorDeka-px4io
    @DipankorDeka-px4io Місяць тому

    Biydi veri good katha

  • @BishnuRabha-vq2ix
    @BishnuRabha-vq2ix Місяць тому

    তোমাৰ কথাবোৰ শুনিলে শুনি থাকিবলৈ মন নভৰে ।

  • @tipuchetia3971
    @tipuchetia3971 Місяць тому +1

    Right

  • @user-xy6ij7jl1p
    @user-xy6ij7jl1p Місяць тому

    Val hoise

  • @gargikakati
    @gargikakati Місяць тому

    ভাল লাগিল

  • @anilgogoi8010
    @anilgogoi8010 Місяць тому +1

    Well

  • @sunilphukan1287
    @sunilphukan1287 Місяць тому +1

    Gogamukh Bordolonir para suvakamona jonalu

  • @user-it7ep9mh5m
    @user-it7ep9mh5m Місяць тому

    ভাল। লাগিল
    তোমাৰ
    ভাষন
    হোনি 11:36

  • @RabonrabonRabonrabon
    @RabonrabonRabonrabon Місяць тому

    Apunar kotha bur bhal lage

  • @BhumanFF
    @BhumanFF Місяць тому

    Sandar mantabya

  • @rinkurabha3195
    @rinkurabha3195 Місяць тому +1

    Sundar baa

  • @user-rl6dc9ji8b
    @user-rl6dc9ji8b Місяць тому

    কথা কেইটা বহুত সচাঁ বাইদেউ

  • @AnimeshKoch
    @AnimeshKoch Місяць тому

    Apunak bhut vl lage

  • @ParagMusical
    @ParagMusical Місяць тому

    So lovely

  • @parmadeka5330
    @parmadeka5330 Місяць тому

    Bar val lagil

  • @user-dw1sg2ff9o
    @user-dw1sg2ff9o Місяць тому

    ❤❤❤❤❤❤

  • @karsangpagagofficial
    @karsangpagagofficial Місяць тому

    ❤❤❤❤

  • @bhbxyz
    @bhbxyz Місяць тому

    পিতৃ-মাতৃৰ সপোনবোৰ লৈয়েই ল'ৰা-ছোৱালীবোৰে বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ উদাহৰণ বিৰল। এশটা ল'ৰাৰ ভিতৰত এটা কিন্তু আহে। তাতোকৈ ডাঙৰ কথা ল'ৰা-ছোৱালীবোৰে নিজেই বিজ্ঞান শাখাত নামভৰ্তি কৰে, সিহঁতৰ ইচ্ছা থাকে বিজ্ঞান শাখাত অধ্যয়ন কৰা, ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ। কিন্তু ভাল ফলাফল দেখুৱাব নোৱাৰে, হতাশাত ভোগে। এইসকল ল'ৰা-ছোৱালীক লৈ Counseling ৰ খুবেই প্ৰয়োজন।

  • @KalyanPameh
    @KalyanPameh Місяць тому

    Bhut vl lgise khotabur

  • @santanuduarah7188
    @santanuduarah7188 Місяць тому +7

    Val lagil, aagoloi opekha re.......🙏

  • @Paranabj427
    @Paranabj427 Місяць тому +1

    Very good

  • @mridulkumarrabha892
    @mridulkumarrabha892 Місяць тому +1

    Peerless

  • @digantaprakashmahanta1795
    @digantaprakashmahanta1795 Місяць тому

    Only criticized others. Borring

  • @anitahajowary2959
    @anitahajowary2959 Місяць тому +1

    Ba apunar bohut val lage,karon apunar rupor logote bohut guno ase.

  • @basantabharali9335
    @basantabharali9335 Місяць тому

    বৰ স্পষ্ট বাদি আপোনি,,,, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো,,,,,

  • @beautifulvillagers5017
    @beautifulvillagers5017 Місяць тому +3

    সুন্দৰ ভাষণ

  • @basantabharali9335
    @basantabharali9335 Місяць тому

    বৰ স্পষ্ট বাদি আপোনি,,,, আপোনাৰ দীর্ঘায়ু কামনা কৰিলো,,,,,