Moi agote jona nasilu jeytianeki suawali bilakor adha kapur pindha kotha kuwa alusona tew lukok anekua nohoboloi discation mur bhal lage go head god bless you
Angele tomak baideo buli nokou baru ,Tomi motkoi horo hoba,tomar news but mor bohut val lage ,mor lorak tomar news dekhai tomar kotha koi,Tomi aru anor prano hua
This is a village mostly comprising people of our aboriginal Kaibarta-Jalkeot ethnic group of Assam. We have a rich ethnic culture in the Undivied Kamprup region of Assam comprising of varoious traditional rites, dances, drums(BorDhul), musical instruments etc...
সাংবাদিক গৰাকীয়ে উপস্থাপন কৰা কথা বোৰে অন্তৰ চুই গৈছে।। ভাল লাগিল আপোনাৰ কথা বিলাক।।
এৰা গাঁৱলৈ মনত পৰি গল ।কিমান দিন যে হাল বালো ।কিমান দিন যে গৰু মহা চৰালো।কলেজত পঢ়িও হাল বাইছিলো আৰু আজিকালি লৰা ছোৱালীয়ে কৰিব নে ?
ৰ'দ, বৰষুণত আমাৰ কৃষকে শাওনৰ পথাৰত আশাৰ সপোন ৰচে। শাওনৰ আছে মাদকতা,শওনৰ আছে আমেজ, শাওনৰ আছে সম্ভাৱনীয়তা।আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি হ'ল কৃষি সংস্কৃতি। আমি প্ৰত্যেক জন থলোৱা ব্যক্তিয়ে ইয়াৰ বাবে গৌৰৱান্বিত।
ধন্যবাদ এঞ্জেলা। এনেধৰনৰ অনন্য, ব্যতিক্ৰমী অনুষ্ঠান আৰু লৈ আহিবা । ধুনীয়া ছোৱালীজনী ৰ'দ লাগি আৰু ধুনীয়া হৈ পৰিছা চাগে ।
তেন্তে আমাৰ মাজত এনেকৈ সাংবাদিকতা কৰা ব্যক্তিও আছে❤❤। ব্যস্ত সেই মহানগৰ খনৰ নিউজ মৰা কতা কোনোবাই পলাই যোৱা এইবোৰ নিউজতকৈ বহুত পৃথক আজিৰ এই অনুষ্ঠান। এইবোৰ হে চাই ভাল লাগে। সঁচাকৈ আজি অনুষ্ঠান টি চাই বৰ সন্তোষ পালোঁ। ধন্যবাদ সকলো কৰ্ম কৰ্তালৈ❤❤
ধন্যবাদ।এনে ধৰনৰ সম্প্ৰচাৰ বা অনুষ্ঠানৰহে আজিৰ সময়ৰ আহ্বান।নগৰে চহৰে ভ্ৰমি ফুৰি,কোনো মহান পুৰুষৰ জন্ম তিথি বা মৃত্যু তিথিত সেই মহান লোক জনৰ নীতি আদৰ্শ স্বাৰ্থ ত্যাগ বা স্বদেশ,স্বজাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বিষয়ে গভীৰ অধ্যয়ন সুলভ বক্তৃতা প্ৰদান কৰিলেও কোনো কামত নহাৰ দৰেই হয়। কাৰণ আজিকালি একাংশ সমাজে মহান লোক সকলৰ দিৱস উদযাপন কৰে যদিও তেওঁ লোকৰ নীতি আদৰ্শৰ প্ৰতি কোনো ধৰণৰ মিল থকা দেখা পোৱা নাযায়।কেৱল পাতিব লাগে বাবেই পাতে। সমাজৰ প্ৰকৃত কৃষক সকলৰ কাষ চাপি, তেওঁ লোকৰ অভাৱ অভিযোগৰ বোজ লৈ সমস্যা সমাধানৰ পথ উলিয়াব পৰাটোহে আজিৰ সময়ৰ আহ্বান। আগুৱাই যাওক। শুভেচ্ছা থাকিল। ধন্যবাদ।
বহুত ভাল লাগিছে। আমিও জানো ৰুবলৈ বাইদেউ। খুব ভাল লাগে।
৩০ বছর পিছত এনে দৃশ্য দেখিলো কিমান য়ে ভাল লাগিল
সচাঁকৈ মন পৰশা দৃশ্য অতি আনন্দিত হলো ----ধন্যবাদ আপোনালৈ ।
খেতি কৰি চাব কিমান কষ্ট কিন্তু খেতিয়ক খেতি নকৰিলে খাব নাপায় কোণ এ, তাৰ পিছত খেতিয়ক সন্মান নকৰে অ যিমান কলে অ
বাৰিষাৰ বৰষুণ, শুকুলা মেঘৰ বৰণ আৰু আহাৰ/ শাওন মহীয়া কৃষকৰ পথাৰত সোনগুটিৰ বীজ অংকুৰণ কৰাৰ সময়। আহাৰ/ শাওন মাহৰ বোকা পানীৰ সঙমিশ্ৰনত প্ৰাণ পাই অসমীয়া চহা কৃষকৰ সপোনবোৰ। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অসমৰ এগৰাকী ব্যতিক্ৰমী সঙবাদকমী এঞ্জেলা। ❤❤❤
শাওণৰ পথাৰ খন কথা আৰু কবিতা-গীতেৰে বৰ ৰহণীয়া হয় । কিন্তুু বাস্তৱত অন্ন দাতা সকলৰ পৰিশ্ৰম খিনিক উপনিৱেশীক কায়দাৰে হৰণ কৰি এজাক তেজ খোৱা মধ্যভোগী নুদোকা হৈ পৰে । কপালৰ কেচা ঘাম মাটিত পেলাই হাড়ক মাটি ;তেজক পানী কৰা কৃষি জীৱি সকলৰ উৎপাদিত ফচল সমুহৰ প্ৰকৃত মূল্য লাভ কৰক ।
অতি সুন্দৰ আগ বাঢ়ি যাওঁক বহুত বহুত আশীৰ্বাদ এই খন হল সোণৰ অসম 👍👍👍
ভাল লাগিল, বহুত বহুত ধন্যবাদ
অতি সূন্দৰ অতি সূন্দৰ মইয়ো এজন খেতিয়ক বৰ ভাল লাগি । অতি সূনৰ হৈছে এনেকোৱা খেতি বিষয়ে ছবি দেশিবলৈ নেপাওঁ বহুত বহুত ধন্যবাদ
সুন্দৰ উপ স্হাপন, ,,,,,,,,
বাই তোমাৰ কথাৰ শুৰ বহুত ভাল লাগে
সুন্দৰ উপস্থাপন কৰিছে ধন্যবাদ জনালো
বহুত ভাল লাগিল
Anjela baideu agte ata reel dekhisilu morona mora ....tetiya pora teur kotha aru tekhetor personality mur bohut val lagee ❤❤❤
অতি সুন্দৰ ,বৰ ভাল লাগিল ।
Love you এঞ্জেলা❤
বাইদেউ সচাই ভাল লাগিল এনেকুৱা পৰিবেশ দেখুৱাব বৰ ভাল লাগে
ভাল লাগিল❤️আপোনাৰ পৰা বহু কথাই শিকিব পাৰি👍
Anjela ba k mur bahut Val laga Katha bur❤
এয়া সহজ সৰল চহা খেতিয়কৰ,নিভাজ মনৰ কথা,আৰু এনে নতুন কথা লৈ ভনী তুমি আগবাঢ়ি থাকা
খুব সুন্দৰ উপস্থাপন❤❤❤❤thank you ❤❤❤
সুন্দৰ উপস্থাপন । ভাল লাগিল এঞ্জেলা ।
এইয়াই চহা অসমীয়াৰ প্ৰকৃত জীৱন আৰু জীবিকা।
Bohut val lagile...❤❤❤
Siro kheijiyak jano gekhura korib pari.🇪🇬🇪🇬🇪🇬
বৰ ধুনীয়া হৈছে কথোপকথন
মাটিৰ মানুহৰ মণৰ কথা। 😊
আমি বোকাৰে ফাকু খেলাৰ পৰা খৰালি সময়ত খেতি ছপোৱা আকৌ যৱধানৰ খেটি লগোৱা মটৰ মাটিমাহ কলামাহ মচুৰ মাহ মগু মাহ আদি মাটিৰ গুণাগুণ অনুসৰি সৰিয়হৰো খেতি কৰি নিমষৰ বাহিৰে প্ৰায় সকলো গাঁৱত বাস কৰা ৰাইজে খাটিছিল ।। পথাৰৰ ৰাইজেহে বুজি পায় পথাৰৰ সৎ অসৎ চৰিত্ৰৰ শুনা গোনৰ তথ্য।।
Baideo jonio kijani farmar r sowali sai karona program to val lagisa.❤❤
Mla r জীয়েক
@@MinashiDowarah MLA r hoi na nohoi najunu program to sai val lagisa .but.. 👍
বাইদেউ আপোনাৰ ভি দি অ মই চাই থাকো বহুত ভাল লাগে। আপোনাৰ দীৰ্ঘকাল কামনা কৰিলো।
Bhaal lagil anusthantu(progrem)sai
এনজালা চাংমাই ৰ সকলো বিলাক চাই বহুত ভাল লাগে
বহুত ভাল লাগিল
এনেবোৰ দৃশ্য দেখিলে মনটো আনন্দত নাচি উঠে----বৰ ভালে---আনন্দত চকুৰ পানী ওলায় ।
ভাল লাগিল । যি সকলে খেতিৰ কৰে তেওঁ লোকেহে উপলব্ধি কৰিব পাৰে ।
সাংবাদিক গৰাকীও খেতিৰ লগত জড়িত
বুলি জানি ভাল লাগিল ।
কৃষ্ঞ !আই, আপুনি যি উদেশ্য আৰু লক্ষ্যলৈ এই ব্যৱস্হাৰে খোজ পেলাইছে,সমগ্ৰ অসমবাসীৰ হৈ মই প্ৰভু ভগৱন্তক আপোনাৰ বাবে অৰ্পণ কৰিলো ; আৰু কি বুলি সাধনা কৰিম --------বিচাৰি নেপাও শব্দ ,ভাষা।অৰ্পণ কৰিছো আপোনাৰ উদ্দেশ্য ঈশ্বৰৰ চৰিত্ৰৰে আগবাঢ়ক!অৱশ্যে মোৰ বিশ্বাস আপুনি ৰাজনীতিৰ বাবে নহয় বৌদ্ধিক ব্যক্তি আৰু সমাজ গঠনৰ বাবেহে এই পন্হৰ অভ্যাস কৰিছে। কৃষ্ণ!
All time fevrt anjela baa....Assamese ancor
আমি বিহু গীতত গোৱা হৈছিল যে হালে বাওঁ দলনিত ঘৰত নাই ৰোৱনী।। পয়চা দি ৰোৱনি ঐ লাহৰী পয়চা দি ফিৰিঙতি কৰো।।
সুন্দৰ পদক্ষেপ ।
সেউজীয়া পথাৰ গুচি এদিন সোণ গুটি পথাৰলৈ ৰূপান্তৰিত হ'ব। কিমান যে পথাৰখন ভাল লাগিব। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
সুন্দৰ উপস্থাপন ।
Salute Angela
বহুত ভাল লাগিছে দেই,
Nd24 ❤🔥
Nirbota. Axomiya. Mojja
Val lagil apunar kotha bur huni
এয়াই আমাৰ সোনালি পথাৰ খন ।
ধন্যবাদ
আমাৰ সমাজত এঞ্জেলা বাইদেউৰ দৰে সাংবাদিকৰ প্ৰয়োজন আছে❤
Bahut najona katha gom paisu val lagil
Bohut Val lagil
Ati hundar
Bohut vl lagil
সাংবাদিক গৰাকী মৰম লগা,
❤❤
মৰম লগা বা গৰাকী❤
অতি সুন্দৰ
Moi agote jona nasilu jeytianeki suawali bilakor adha kapur pindha kotha kuwa alusona tew lukok anekua nohoboloi discation mur bhal lage go head god bless you
Nice post , thanks
Bak kintu bohut dhunia lagise ❤
Very nice post thanks Angala sangmai
Khub bhall lagise
Mojja
hehot eman dhuniake koise apuni....
Request to anchor to continue with the subject to attract assamese youth
এ মজা
Val lagil ❤️
Angele tomak baideo buli nokou baru ,Tomi motkoi horo hoba,tomar news but mor bohut val lage ,mor lorak tomar news dekhai tomar kotha koi,Tomi aru anor prano hua
Hundor
Hundar uposthapn
Val lagil gaon jibon❤
ভাল লাগে ভন্তুি তোমাৰ কঠা
Val lagil ❤
Bhal lagil
Smart girl
This is a village mostly comprising people of our aboriginal Kaibarta-Jalkeot ethnic group of Assam. We have a rich ethnic culture in the Undivied Kamprup region of Assam comprising of varoious traditional rites, dances, drums(BorDhul), musical instruments etc...
👍👍👍
Very nice post angala sangmai
Bor Sundor Lagil Hossake .
Dhoinyo kikhok
😊😊😊
সাংবাদিক গৰাকীক বহুত ভাল লাগিছে
👍👌baidu apnar matkhar xune bhuat vl lage
Dhuniya paribas
Xundr
বাঃহ
👍val lagil. 😍🕉👌🙏🏻🥰
Favourite ❤
❤
Sokur pani ulal dei gusi Jaboloi mon goise tumar usoroloi 😭😭😭
Vall lagel sai
❤❤❤
Thank u Anjela sangmai
Baidew goraki bor morom lga deyy kintu
Krishna Jai guru Sankar
6:59 obaapuni seogia pathar logat miligoise emavalagiseba apunar namtoo ki. Ganab
🙏🙏❤
👍👍👍👍👍❤️❤️❤️