বিশাল ফুকন আৰু চুমীৰ বিশাল সম্পত্তিৰ তালিকা কেৱল নিউজ লাইভত

Поділитися
Вставка
  • Опубліковано 15 вер 2024

КОМЕНТАРІ • 828

  • @BiswajitGogoi-eh6hh
    @BiswajitGogoi-eh6hh 10 днів тому +19

    মাত্ৰ 22 বছৰ বয়স ইমান খিনি সম্পত্তি ভাই মানিছোঁ তোমাক salute টেলেণ্ট আছে কিন্তু বিশালৰ ।এইটো বয়সত বহুতে বাইক স্পীদত চলাব মদ খাব ঘূৰি ফুৰি থাকোতে যায় কিন্তু 22 বছৰ বয়সত ইমান খিনি কৰাতো কম কথা নহয় যদিওবা সৎ পথত ঘটা নহয় । তোমাৰ টেলেণ্ট তো চাই অনুভৱ কৰিছো সৎ পথত যোৱা হলেও পৰিলা হয় অলপ সময় লাগিল হেতেন । 22 বছৰীয়া এনেকুৱা লৰা আৰু নোলাব অসমত সৎ বা অসৎ পথত ইমান সম্পত্তি মালিক ।

  • @debahandique8522
    @debahandique8522 11 днів тому +231

    তাৰ্কিক বৰা নামতহে গিৰিয়েক , মজা বেলেগে লৈ আছিল

  • @DolyKalita-i9x
    @DolyKalita-i9x 11 днів тому +267

    অলপ দিনৰ লৈকে। পিছত সকলো কথা মানুহে পাহৰি যাব

  • @pranjitঅসম
    @pranjitঅসম 11 днів тому +113

    এই ঘটনাটো লগত বহু ৰৌ-বৰালী জড়িত থকা যেন অনুভৱ হৈছে!

  • @nivagogoi9859
    @nivagogoi9859 11 днів тому +166

    22 বছৰীয়া যুৱক , মাত্ৰ দুবছৰ মানত ইমান খিনি কৰিছে , অসমৰ আটাইতকৈ বেছি বুধিয়ক লৰা ,মানি গলো ।

    • @thelostone3103
      @thelostone3103 11 днів тому +9

      Trading kori acutal profit kori iman laav kora hoi kolu hoi inteligent buli etu masta sur eta

    • @barnakramart9213
      @barnakramart9213 11 днів тому +1

      লোভ লাগিলেই নেকি আপোনাৰ?😂

    • @user-tz4dg7oz7k
      @user-tz4dg7oz7k 11 днів тому

      Budhiyok buli aku nai....No.1 suur hoi...fokotiya label Mara ek prokaror prany

    • @Screenprintinglab
      @Screenprintinglab 11 днів тому +2

      বেছি বুদ্ধি হলে এনেকুৱাই দশা হব

    • @user-tz4dg7oz7k
      @user-tz4dg7oz7k 11 днів тому +4

      @@nivagogoi9859 aku budhiyok nhi kela....thogbaaj hoi 420....nijor gaonr manhu xinik first lakh poti bonabo lagisile .... guwahatit office khular ki karon..

  • @nishantadeka8173
    @nishantadeka8173 11 днів тому +85

    A wise man said :- ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি কেতিয়া খোল খাই গমকে নেপাই ।

    • @Ghbb2
      @Ghbb2 11 днів тому +1

      According to #funwithmrinal1066😂😂

    • @indprajit1590
      @indprajit1590 10 днів тому

      Apunar wife r bule pati luwa bhaiti ata ase😂😂😂

    • @nishantadeka8173
      @nishantadeka8173 10 днів тому

      @@indprajit1590 dhokra moi biyai Kora nai 🐸...

  • @user-bp1zo9zk5p
    @user-bp1zo9zk5p 11 днів тому +66

    মানুহটোতকৈ চুমিৰ সকলোখিনিৰে বেছি ভাগ তেনে বিশালেহে লৈ আছিল। মানুহটোৱে খুলাটোহে পালে🤣
    লামলাম🙏🙏🙏

  • @rambalram2610
    @rambalram2610 11 днів тому +62

    আৰু দ্বিতীয় কথা এটা বুজি নেপালো - বিয়াৰ পিছত ডুবাই লৈ নিশ্চয় Honeymoon ৰ কাৰণে গৈছিল.... কিন্তু ট্ৰিপ টোত দেখোন মুন নাইয়েই.... মানে Husband ৰ কথা কৈছোঁ.... Honey মানে পত্নী অকলে বিশাল আৰু আদিত্যমৰ লগতে গল..... কেছটো নগেন যেন পালোঁ.... নে ৰাইজ কি কয় 😮😮😮😮😮

    • @Diary_of_a_hustler
      @Diary_of_a_hustler 10 днів тому

      😂

    • @samarborah9160
      @samarborah9160 10 днів тому

      ​@@Diary_of_a_hustler same question tu muru monot utponno hoi ase.

    • @Diary_of_a_hustler
      @Diary_of_a_hustler 10 днів тому

      @@samarborah9160 breaking news dibo Lage je . heikarone excitement aru loralori t husband r kotha tu pahori goise ... honeymoon t aru husband k Ari jai neki,,,

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 11 днів тому +102

    অসমৰ পুলিশে এতিয়াও চুমি বৰাৰ সন্ধান নোপোৱাতো ৰাজনৈতিক হস্তশেপ কিবা আছে নেকি???

    • @nilovsaikia3627
      @nilovsaikia3627 11 днів тому +6

      Without politics involvement you cant do such big scam

    • @entertainrarup17
      @entertainrarup17 11 днів тому +2

      Nisyoi ase DIBRUGARH r jati mati veti khass

    • @AssameseMaker1
      @AssameseMaker1 11 днів тому +2

      Oh ase mama jorito hoi ase

    • @chantudeka2956
      @chantudeka2956 10 днів тому +1

      কোনোবা মিনিষ্টাৰ ক ভাগ দিলেই বাচি যাব

  • @Nearest-wo5co
    @Nearest-wo5co 11 днів тому +60

    ৰিনিকি মাটি খাইতিৰ News বজাবলৈ অনুৰোধ কৰিলোঁ

  • @NirmaliDutta-js4yl
    @NirmaliDutta-js4yl 11 днів тому +23

    এইবোৰ শুনি শুনি আমি আমাৰ নেট পেকটো শেষ কৰিছো আৰু কাণ ঘোলা কৰিছো।আন একো হোৱা নাই।এতিয়া দিপাংকৰ বৰ্মনৰ কথা তল পৰাৰ দৰে এইটোও তল পৰিব।"গালো বালো চব খোলাকটিৰ তাল" হ'ব।অসমত "জোৰ যাৰ মুলূক তাৰ"।

    • @KashmiriCheleng
      @KashmiriCheleng 10 днів тому

      Nasalei hol

    • @kuladipbarman7723
      @kuladipbarman7723 10 днів тому

      DP 7000 hejar he marise.....DB news ni

    • @HG-tn7de
      @HG-tn7de 10 днів тому

      @@NirmaliDutta-js4yl apunar mobile t vdo nije nije sole neki 😂😂

  • @Nearest-wo5co
    @Nearest-wo5co 11 днів тому +108

    ৰিণিকিৰ মাটিৰ কেলেংকাৰিৰ NEWS বজাওক না

    • @manashpratimassam8879
      @manashpratimassam8879 11 днів тому +2

      😂😂😂😂

    • @manashinath7106
      @manashinath7106 11 днів тому +7

      Kun jon Politician e ajiloike nijor Family r Property list uliai public korise je etia Mama e dibo lage...

    • @Nearest-wo5co
      @Nearest-wo5co 11 днів тому

      @@manashinath7106 তোমাৰ কংক্ষৰ মমাইদেউৰ লাগিবই দিয়া অবৈধ ভাবে মাইকী এই কিমান কি কৰি আছে । চকুৰে দেখি ও মাত নাই আৰু তোমালোকে খিহতৰ ঘৰত লেবাৰ হৈ দিনত ,,৪০০ টকা পাই বহুত ফুৰ্তি কৰি ঘৰৰ পৰিয়াল খাই বৈ এনৈকৈ চলি লাভ নাই ও

    • @BiswajitGogoi-eh6hh
      @BiswajitGogoi-eh6hh 10 днів тому +1

      🤣🤣

    • @nilakshisarma1241
      @nilakshisarma1241 10 днів тому +1

      Nulae nija channel j😂

  • @AJCreationAssam
    @AJCreationAssam 11 днів тому +17

    76 lakh মানে ৭৪ হাজাৰ কেনেকৈ হল বাইদেউ, এইয়া চুমিৰে মহিমা নেকি? 😊

  • @dhiramonikalita555
    @dhiramonikalita555 11 днів тому +52

    বাপৰে 😮 অসমৰ মানুহৰো ইমান পইচা আছে!!!!
    মোৰ মতে এতিয়া, এই যে "খাৰ খোৱা অসমীয়া" বুলি কোৱা কথা এষাৰ আছে, তাক উঠাই দিবৰ সময় হৈ গ'ল ।

  • @souravbhowmick5524
    @souravbhowmick5524 11 днів тому +38

    Moi pagol hoi goisu hopot ………. emn toka Axom r manu a hehotok disela nah😮 Monder r baherot thoka vikhrit 10tika dibola amr manu a vaba

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gc 11 днів тому +18

    Luve pap pape mittu. Dhoinyobad🙏

  • @revantasaikia
    @revantasaikia 11 днів тому +33

    চুমি কবিতা popular হল

  • @NKMedia-d6k
    @NKMedia-d6k 11 днів тому +15

    বাদ দিয়ক সংবাদ মাধ্যম
    আপোনালোকৰ দৰে ফটুৱা সাংবাদিক বোৰেই এই চুমি বৰাক চেলিব্ৰিটী সজাইছিল

  • @rambalram2610
    @rambalram2610 11 днів тому +16

    বাইদেউ কথা এটা নহয়: আপুনি যে দিলে কেচত অৰ্থাৎ নগদ দিয়া এই বিশাল ধন ৰাশি - ৪৪ লাখ, ১৫ লাখ, ১০ লাখ আদি এই টকা বোৰ বিশালে ঘৰত বনুৱা নাই....😮😮😮😮 এইবোৰ কাৰোবাৰ কলা টকা অৰ্থাৎ ব্লেক মানি - কোনো চৰকাৰী বিশয়াৰ ঘুচ খোৱা টকা...😅😅😅😅 পাপৰ ধন প্ৰয়চিতৃত গল....😅😅😅 বিশালৰ কপালত ই হয়টো আছিল এই কলা টকবোৰ উপভোগ কৰাৰ দিন....😅😅😅😅😅 বেছেৰা গ্ৰাহক বোৰ...😢😢😢😢 এতিয়া আৰক্ষীয়ে তদন্ত কৰি এই নগদ ধন বিনিয়োগ কৰা সকলক বিচাৰি উলিয়াব নে 😮😮😮😮😮 আৰু তেওঁ লোকৰ নগদ ঘনৰ উৎস কি আছিল...???? 😮😮😮😊😊 না খৌওঙা..... না খানে দুঙা...😅😅😂😂😂😂

    • @Saveঅসমীয়া
      @Saveঅসমীয়া 10 днів тому

      😂😂😂😂invest কৰা বোৰে claim কেনেকৈ কৰিব 😂😂😂😂

  • @jinturajtalukdar
    @jinturajtalukdar 11 днів тому +26

    News live r malikor property list khn lage

  • @muzahidrohman5196
    @muzahidrohman5196 11 днів тому +69

    76 lakh RUPEES tu 76000 (76 thousand )kenke hoi baideo.. olop bhalke pohok sun news tu.. excitement t kobo e nuare ne ki? Ki NEWS pohise apuni

    • @phulmaivlogs1752
      @phulmaivlogs1752 11 днів тому +7

      😅😅😅Utpatot hoi jai jivar har nai j😂😂😂ki j hob ooom u vbisilu

    • @therhythmsdancecrew6462
      @therhythmsdancecrew6462 11 днів тому +2

      😂😂😂😂
      Iman jyestho xanbadik tekhet aru report ekhon porhute iman bhul logote bare bare maat bhangise... Hoise ru dei.

    • @SSPOULTRYY
      @SSPOULTRYY 11 днів тому +2

      😂😂😂😂kobo nuwara hoi goise🤣🤣🤣

    • @biswa_1809
      @biswa_1809 11 днів тому +1

      Arey iman bostu poisa dekhi matha nosto hoi ji ti ulua tu swavabik kotha.. kosto koriu ghotibo pa nai..

    • @ajoysarma5788
      @ajoysarma5788 11 днів тому

      Reporteror vul ??? Reporteror konoba dina vul hoy neki ?? Reportere maje maje he sudha koi koy ...

  • @Avikalita
    @Avikalita 11 днів тому +9

    We want Riniki bhuyan's list too...

  • @therhythmsdancecrew6462
    @therhythmsdancecrew6462 11 днів тому +14

    Bhoniyekor karone iman morom ne... Amar bhaity bure amak 5 tokar dairy milk o nidiye..
    Bhal morom dei😂

  • @rudrataye3405
    @rudrataye3405 10 днів тому +1

    মামীৰ সম্পত্তিৰ তালিকাখনো এদিন News Live ত বাজি থাকিব বুলি আশা থাকিল ।

  • @Saveঅসমীয়া
    @Saveঅসমীয়া 10 днів тому +4

    টকাৰ বেগ লৈ জনম লৈছিল লৰাই😂😂😂😂😂২২ বছৰত কোটি কোটি টকা

  • @MaineeMainee-wx6ns
    @MaineeMainee-wx6ns 8 днів тому

    এই বোৰৰ একো নহয়, অ ইয়াত কৈ বিশাল বিশাল , বিশাল বোৰ আছে, সকলো বাছি যায়,

  • @putusvlog5178
    @putusvlog5178 11 днів тому +3

    ককাইকে ভনীয়েকক দিয়া Gift কেতা Lover দিয়া Gift নিছিনা হে লাগিলে চোন। 😂

  • @nabojitchoudhury676
    @nabojitchoudhury676 11 днів тому +32

    Bia patile Kunbai Khorsa bohon Kari ase kunbai..bishal meherban toh sumi borah pehelwan

  • @parashpratimvlogsinformati9756
    @parashpratimvlogsinformati9756 11 днів тому +5

    Oh myy godd.... Bishall sagee vall hubidhaa uthaisee

  • @rupakbarman8476
    @rupakbarman8476 11 днів тому +17

    ইমান বোৰ News ওলোৱা পিছতো কিয় Arrest হোৱা নাই, Police ক কিয় ইমান দুৰ্বল দেখাই আছে Sir এ ( Chief Minister ) আৰু ইমান বোৰ হোৱা পিছতো এটা Goverment চাকৰি থকাৰ পিছত ও UA-camr Bhaskar Dutt ই Shapnil Das ইমান কিয় নিৰ্দোষী বুলি কৈ আছে, কিয় তেখেতক গৈ এবাৰ শুধা নাই

  • @rashmirekhamath2723
    @rashmirekhamath2723 10 днів тому +3

    পৃথিৱীখন কিনিবলৈ বেছি নাছিলেইচোন ।

  • @hridaysharma5019
    @hridaysharma5019 11 днів тому +30

    2 lakh tokar Teddy bear😂

  • @chinmoy8051
    @chinmoy8051 11 днів тому +32

    Feel bad for tarkik 😢 all expensive gifts are from din me bhaiyya raat me sayaan

    • @adriansunar9019
      @adriansunar9019 10 днів тому

      Superb line Bro

    • @rajdeepbharali272
      @rajdeepbharali272 10 днів тому

      Bad feel krbole eku naai..enkua tu nhoi je imn dine taaik njani e biya patiisil...iyak u dhoribo lge

  • @shivadarphangabhi77
    @shivadarphangabhi77 10 днів тому +3

    বিশাল আৰু চুমিৰ মাজত কিবা এটা টো নাযাইচ্ সম্বন্ধ আছে।পাতি লোৱা ভাইটি হ'ল বুলি মৰমৰ বাইদেউ বুলি কোটি -কোটি টকা খৰচ নকৰে।৯৫% গেৰান্টি আছে প্ৰশাসনে চুমি বৰাক বিচাৰি পালে গুৰুত্বপূৰ্ণ ভাৱে জেৰা কৰিলে সকলো ওলাই পৰিব। ইহঁত বোৰ টকা কাৰণে নিজৰ দেহ বিক্ৰী কৰিব পাৰিব।

  • @Nearest-wo5co
    @Nearest-wo5co 11 днів тому +11

    মাটি খাইতি ৰ ৰিণিকিৰ নিউজ লাগে

  • @active365online4
    @active365online4 11 днів тому +11

    Bidurvai sai u imn hoha nasilu😂😂😂😂😅

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 10 днів тому +2

    পুলিচে কি কৰি থাকে যেতিয়ালৈকে media ত কথা বিলাক নাহে। Information দিয়াৰ পিছত কিয় action নলয় অথবা কি action লয়? নে অপৰাধীৰ লগতহে বুজাবুজি হয়? অলপ দিন পিছত চাব সব ঠাণ্ডা হৈ যাব আৰু হয়তো অপৰাধী সকলে আকৌ Levish Lifestyle কৰি থাকিব ?? আজিকালি চৰকাৰে ইমান নিযুক্তি দিছে পুলিচত, কিন্তু চোৰ, ডকাইত, fraud আদি বাঢ়িছে দেখোন। আজিকালি দৰমহা বেছি, ঘৰ বনাবলৈ loan পায়, চৰকাৰে চাৰিচকীয়া দুচকীয়া বাহন দিছে। ৰাইজে চোৱা উচিত এক বছৰত কিমান case আহিছে পুলিচৰ ওচৰত আৰু কিমান solve হৈছে। আগৰ মন্দিৰ নামঘৰ আদিত যি শাস্তি দিছিল সেইয়া বহুত কামৰ আছিল। আগতে অপৰাধী সকলে ভগৱানক ভয় খাইছিল কিন্তু আজিকালি Justice system ক বুঢ়া আঙুলি দেখুৱাই দিয়ে দেখোন। Justice system লৈ সাধাৰণ মানুহৰহে ভয় লাগে। সাধাৰণ মানুহৰ অবস্থা ফুটবলৰ দৰে হৈছে, অপৰাধ আৰু Justice System দুটাইৰ পৰা দুখ কষ্টহে পায় দেখোন? এতিয়া যিসকলৰ টকা ডুবিল তেওঁলোকে যে টকা ঘূৰাই পাব তাৰ আশা একেবাৰে কম চাগে কিন্তু কিছুমানে হয়তো টকাৰ ভাগ পায় যাব? এতিয়ালৈকে fraud কেইবাটাও ধৰিবই পৰা নাই

  • @BijoyaSaikia-i8b
    @BijoyaSaikia-i8b 10 днів тому +1

    বেছি দিন নাই এমাহৰ পিছত সকলো কথা তল পৰিব এইবোৰ আকৌ আগৰ দৰেই চলি থাকিব

  • @mukuldewraja6588
    @mukuldewraja6588 11 днів тому +17

    3 dinor babe Dubai't goi Sumi,Vishal aru bandhu jon topa-top d ase sage.
    Baal crore crore Toka diyar pisot nidibone ... Tarkik e lgt jua nasil nah ... 😊😊😊

  • @anantabordoloi7452
    @anantabordoloi7452 11 днів тому +17

    Politician buror kotha kouk sun ..Hisap nai hoi ne baru..Leave it man

    • @BENGIAYARI-nb9um
      @BENGIAYARI-nb9um 10 днів тому

      Hihot baru hihot politicians gorubur but only a simple dancer how can make such a huge money

    • @abhijitkalita7881
      @abhijitkalita7881 10 днів тому +2

      kio tur pukor emn kio jolise ??? ajni Dancer e kor pora pabo e

  • @sunusaikia490
    @sunusaikia490 10 днів тому +1

    Great.... No words to say

  • @UjjalBorah-hv3sy
    @UjjalBorah-hv3sy 11 днів тому +2

    চুমি, বিশাল মূৰ্খ নহয় মূৰ্খ হয় মানুহ বোৰ ভালেই হৈছে আৰু লুটি যাওঁক l

  • @amlanjyotidutta5298
    @amlanjyotidutta5298 11 днів тому +6

    Bishal like Sugar daddy of Sumi... Not brother 😂😂😂

    • @aajorri
      @aajorri 11 днів тому

      Sugar brother

  • @chandanborah9626
    @chandanborah9626 11 днів тому +6

    চুমিৰ MR. জনলৈহে বেয়া লাগে

  • @deepsarma071
    @deepsarma071 11 днів тому +15

    মিয়া গল ট্রেডিং আহিল।😂

  • @bahubalistarkusha3662
    @bahubalistarkusha3662 11 днів тому +5

    Sardha Scam কি আছিল?😅 নিউজটো বনালে নথৈ আনন্দিত হম 😂😅

  • @akashdofficial7783
    @akashdofficial7783 10 днів тому +2

    76 lakh English kintu Assamese ৭৬ হাজাৰ বোলে আৰু যে কি কি শুনিৱ পাম থিক নাই😂 overall confidence 😂😂

  • @gitanjalirajbongshi22
    @gitanjalirajbongshi22 10 днів тому +2

    সচাকে আসমৰ ইতিসাহত সৰ্ববৃহত বৃত্তিয় কেলেংকাৰি

  • @ajoysarbajna2707
    @ajoysarbajna2707 11 днів тому +9

    ED, The time has arrival for grand entry...auction arambha krok etia...

  • @dkjakdljfkdjkajjr
    @dkjakdljfkdjkajjr 10 днів тому +2

    তৰুণ গগৈ আৰু গৌৰৱ গগৈৰ সম্পত্তিৰ লিষ্টো লগে

  • @thecomedyking8401
    @thecomedyking8401 11 днів тому +4

    Adin ami mami vagr news aneke pam😊😊

  • @kaushikdas2376
    @kaushikdas2376 11 днів тому +18

    Hera pheri 3 in Assam ❤❤

  • @Nayankutum-k8g
    @Nayankutum-k8g 10 днів тому +1

    22 বছৰ বয়সত তেওঁ ইমান খিনি income কৰিলে আৰু আমি হে 24 বছৰ বয়সতো ঘোঁৰা ঘাহ কাটি আছো 😢😂😂😂

  • @prabitachutia448
    @prabitachutia448 11 днів тому +2

    বিয়া এজনৰ লগত , হনিমুন আন এজনৰ লগত , কথাটো কোনোবাই বুজায় কব নেকি ? আৰু এই চকু চৰহা বিলাকে সেই বিলাক খবৰ কেলেই ৰাখিব লাগে বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , কৃষ্ণ কৃষ্ণ প্ৰভূ তুমি হে জানা

  • @FrozenOreo
    @FrozenOreo 11 днів тому +2

    misa kole paap lage, hosa kole jui lage, baido tumi jui🔥😂

  • @lmaoa410
    @lmaoa410 11 днів тому +6

    Mami r property r talika rajahuwa korok plz.

  • @dimpidutta5382
    @dimpidutta5382 10 днів тому +1

    Imn vaiti baideur morom .husbnd jon sun nmt he sob daytro bishal ye h loi asel sun

  • @junudeka2295
    @junudeka2295 10 днів тому +1

    সম্পতি বোৰ বাজেয়াপ্ত হ'বনে? নে এইবোৰ চব কিনা বেচা ৰ খেল, দুবছৰত পাহাৰৰ সমান সম্পতি , এতিয়া দুখীয়াক দান কৰিব ,

  • @dipabhuyan3684
    @dipabhuyan3684 2 дні тому

    আই বোপাই ঔ সোনোতেই উষা বন্ধ হৈ গৈছে দেই অইলৰ গোটেই কৰ্ম ছাৰিক দিয়া দৰমহা এক সপ্তাহ ত খৰছ কৰিছ আৰু লাগেনে সম্পত্তি

  • @hirokchaliha8665
    @hirokchaliha8665 11 днів тому +14

    mami r sampotir talika khn u diya hoi enekoi

  • @JINNATALI-u9k
    @JINNATALI-u9k 11 днів тому +3

    নিউজ চেনেল পইচা পোৱা নাই কিজানি এতিয়ালৈকে,, সেয়েহে তেটোফালি চিঞৰি আছে,,দুদিন পাছত cm বনাব,, বৰ্তমান cm জনো সাৰদা কেলেংকাৰিত জৰিত আছে,,

  • @debajithokai4731
    @debajithokai4731 10 днів тому +1

    এইবিলাক সকলো কলা ধন আছিল আৰু চৰকাৰে জানিছিল কিন্তু দেৰিকৈ ব্যৱস্থা লৈছে কাৰণ কম সময়ত ধৰিলে চৰকাৰৰ হাতত ইমান খিনি টকা আহিব জানো, এইবোৰ চৰকাৰৰ টকা ঘটাৰ কোম্পানী।

  • @lezaborah2564
    @lezaborah2564 9 днів тому

    এৰা আৰু এগৰাকী আছে বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ বিত্তীয় কেলেংকাৰী কৰা

  • @Tzxy74
    @Tzxy74 11 днів тому +5

    Ona asomiya bure dhoni houk aru de hadharon manuhe dhoni holeu problem he iyat. Montri mla manuh bilake raijor tokate kiman show-off kori ase teulukok hudhar hahokh kon he nai. eibilak oke dudin man dhou utha nisina bojai thakok aru . Nomoskar🥱

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 10 днів тому

    অসমীয়াত এষাৰ কথা আছে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷

  • @aruneltonswargiary4632
    @aruneltonswargiary4632 10 днів тому

    Great ❤❤❤

  • @akashkashyap6589
    @akashkashyap6589 11 днів тому +7

    Sumi borah aru bishal koti mara bondhu aku baidew bhaity nohoi😂

  • @jimidas7050
    @jimidas7050 10 днів тому +1

    Moiiii kolpona o krba para ni kimnnn poisa hb ...😂 Matha gondogul hisapot mor🙏🙏🙏🙏😢

  • @Sankarjitcreation
    @Sankarjitcreation 11 днів тому +4

    মামী সম্পত্তি তালিকা ও কেৱল নিউজ লাইভৰ হাতত এ আছে কিন্তু প্ৰকাশ কৰিব নোৱাৰে।

  • @bedantabora8401
    @bedantabora8401 11 днів тому +15

    Imanei hir fulai siyorise je.....kahi kahi mat nuluwa hoi goise gee😂

  • @user-yz8ke8cy9v
    @user-yz8ke8cy9v 11 днів тому +2

    Hmm ajihe gom palu 76 thousand tu englishot 76 lack buli koi

  • @lovetolife1290
    @lovetolife1290 10 днів тому +1

    আমাৰ আকৌ বন্ধন গোটৰ ধাৰ মাৰিবলৈ মাহৰ মূৰত পইচাৰ টনা টানি লাগে আৰু খি বেলেগৰ তিৰিৰ নামত পইচা উৰাই আছে তাৰ বিয়াৰ পিছত তাৰ তিৰি তাক মেখেলাদি কুবাব যেতিয়া খী ডুবাই তৃপট নিব নোৱাৰিব 😂😂😂

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 10 днів тому

    অসমত অকল বিশাল নে । আৰু যে কোনোবা আছে তেওঁ লোকৰ সম্পত্তি কেতিয়া ৰাজহুৱা হব ।

  • @kamalboruah1894
    @kamalboruah1894 11 днів тому +1

    Smart mitar news 2 bojabo ako

  • @dhanurjoynag9652
    @dhanurjoynag9652 11 днів тому

    Very inteligent boy but break loga diya, he is confident

  • @Swapankalita-s2e
    @Swapankalita-s2e 11 днів тому +2

    What about riniki bhuyan sarma

  • @ASAM_VIEW
    @ASAM_VIEW 11 днів тому +2

    এই বাইদেউ গৰাকীক কোনে ankor বনালে।।😂😂অসমৰ সাংবাদিকৰ জ্ঞানৰ নমুনা এইয়াই নেকি।।বাইদেউ 76lakhs মানে 76হাজাৰ নহৈ।।লাখ আৰু হাজাৰ মাজৰ পাৰ্থক্য টো নাজানে আপুনি।।😂😂video=4:17sec🙉🙉🙉🙉🙉

  • @pabangogoi9580
    @pabangogoi9580 10 днів тому

    অ অমিতা
    আ আম
    Sumi Borah ই ৰিলছ বনাব
    আমি বহি বহি চাম
    সেই ৰিলচ চাই আমাৰ লাগে ভাল
    পিছত হে গম পালো এও এগৰাকী দুই নম্বৰি মাল ।
    চেৰেংকৈ লাগিছিল তেওঁৰ বুকুত জুই
    এতিয়া পানী ঢালি কোনে নিব বাৰু ধুই
    ফটা মুখ কলো কিবা এটা
    এতিয়া আকৌ ৰাইজে মোক দিব নেকি খেদা ।।
    ধন্যবাদ ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছো ।

  • @djdhrubajyotinath4279
    @djdhrubajyotinath4279 11 днів тому +2

    Good job

  • @r.p7883
    @r.p7883 11 днів тому +3

    Bisalop agot thoi backot sumi aru tar husband kokayek bowyak hotae hae asol karbar to kori ase Jen lagisea...bisalae akole eaibur Ford korib nuyarae

  • @rishavsharma6875
    @rishavsharma6875 11 днів тому +8

    Bollywood celebrity u emn khoros nokore sage😂

  • @BapuSun-bj9kb
    @BapuSun-bj9kb 10 днів тому

    অই কুকুৰহত মামা-মামীৰ সম্পত্তিৰ উৎস কি?? কʼত কʼত মাটি কিনিছে?? লাজ লগা নাই মাজুলীৰ নিচিনা সৰু ঠাইতো মাটি কিনিবলৈ !! নীলাজ লুটি লুটি খা , মাটি খা !

  • @Iloveassamnarayandasborhulla
    @Iloveassamnarayandasborhulla 11 днів тому

    Full enjoy korile e dekhun oooo .....

  • @bitupansonowal5726
    @bitupansonowal5726 11 днів тому +1

    Tarkik e koisil je kosto kori eta hopun pur korisu Fortuner kini... Etia he gom palu blg e gift dia buli.. manuh jonik blg r lgt Dubai pothai toh Fortuner toh gift t paboe😂

  • @sibsagarboy
    @sibsagarboy 10 днів тому

    85 lakh interior designer k dise
    ..... designer Gauri khan hoi.
    ....Kintu sapnanil das is a genine trader....we always say about risk management.....satyamave jayate

  • @apatyagogoi8453
    @apatyagogoi8453 10 днів тому

    Brother with benefits😊

  • @RajGogoiShorts
    @RajGogoiShorts 11 днів тому +2

    Mama mami rr property list khon lagesel baideo 😂😂😂

  • @niharikahazarika6536
    @niharikahazarika6536 10 днів тому

    যিয়েই নহওঁক কিয়, বাতৰি পৰিৱেশন কৰাৰ আগত গৰম পানীৰে কুলকুলি কৰিব। ডিঙি চাফা হয়।😂

  • @biswajitgogoi7747
    @biswajitgogoi7747 10 днів тому

    চুৰ আৰু চুৰুনিয়ে উচিত শাস্তি পাব লাগিব। লেংটা কৰক দুয়োটাকে।

  • @bibhadas5650
    @bibhadas5650 10 днів тому

    Newstu alop sudhori kole xuni bhal lage.

  • @smarttrick7008
    @smarttrick7008 11 днів тому +2

    Mami r asset buror uporot o eta vdo bonabo akw

  • @RoustavMahanta
    @RoustavMahanta 11 днів тому +4

    And riniki bhuyan’s?

  • @noireetphukan
    @noireetphukan 11 днів тому

    আৰু লগতে আৰ.ভূঞা.শৰ্মা ডাঙৰীয়ানীৰ বিশাল সম্পত্তিৰ তলিকাও অতি সোনকালে প্ৰকাশ কৰে যেন নিউজ লাইভ

  • @Rahul-fk3mf
    @Rahul-fk3mf 11 днів тому +1

    Tamm enjoy krise.. Blgr toka d

  • @drajkhowa9998
    @drajkhowa9998 11 днів тому

    Oh my Goodness 😮

  • @papuchetia4751
    @papuchetia4751 11 днів тому

    বাপৰেই। মহাদেৱক পাই গল

  • @Ulludin
    @Ulludin 11 днів тому +12

    Assam Government a case to kio ED k diya nai..
    Government manuh o Sumi logot nai tu

    • @Warriror4789
      @Warriror4789 11 днів тому +4

      ED e horu hura celebrityr case noloi.

    • @Ulludin
      @Ulludin 11 днів тому +3

      @@Warriror4789
      10000 thousand crores case nohoi ki case labo

    • @prakritishdeka3004
      @prakritishdeka3004 11 днів тому

      Sumi bht vvip lgt bisona gorom korise

    • @Manishnishad007
      @Manishnishad007 10 днів тому +2

      ED is best , ED arrest korile criminal e proof koribo lagibo hiehot innocent ED most powerful

  • @wLc92jS
    @wLc92jS 11 днів тому +1

    Mami ro list khon anekoi gai dibosun

  • @Davosky1234
    @Davosky1234 11 днів тому +1

    Okmn lahe lahe kouk. Dingi hukai jabo. Normal pitch t kole u hunibo paribo manuhe

  • @jayantagogoi9373
    @jayantagogoi9373 11 днів тому

    Smart boys and girls of axom😂