সুধাকন্ঠকো অপমান, লাজ লাগিছেনে আমাৰ || অসমৰ মঞ্চ বিহুৰ বিপৰ্যয়ৰ কাহিনী

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 372

  • @panchanandihingia6946
    @panchanandihingia6946 5 місяців тому +18

    প্ৰতেক গৰাকী অসমীয়াৰ চিন্তা ভাৱ ধাৰা এনে হোৱা উচিত ।আপোনাৰ বহুমূলীয়া বক্তব্যক মই আদৰণি জনাইছো।

  • @queensaikia916
    @queensaikia916 5 місяців тому +11

    সাম্প্ৰতিক সময়ত মঞ্চ বিহুৰ ঐতিহ্য আৰু স্বকীয়তা ক্ৰমাৎ অৱনমিত হোৱা পৰিলক্ষিত হৈছে। মঞ্চ বিহু সমূহ সাংস্কৃতিক সন্ধিয়াকেন্দ্ৰিক হোৱাৰ পৰিবৰ্তে পৰম্পৰাগত কলা - সংস্কৃতি, বিহু নাচ- গান,জনজাতীয় কৃষ্টি আৰু লোকাচাৰ ভিত্তিত হোৱা উচিত।
    গঠনমূলক চিন্তা আৰু প্ৰাসংগিক পৰ্যালোচনাৰ বাবে অশেষ ধন্যবাদ।

  • @rimakalita6561
    @rimakalita6561 5 місяців тому +7

    আপোনাৰ সু পৰামৰ্শই তথাকথিত শিল্পী সকলক সুমতি দিয়ক। আপোনালৈ অশেষ ধন্যবাদ।

    • @BasantaBorah-lr9lr
      @BasantaBorah-lr9lr 5 місяців тому

      তথাকথিত , পেছাগত গায়ক কেইটাৰ পৰা সুমতি ! পৰ্বতত কাছ কণী পাব পাৰে কিন্ত ;

  • @HotThupka
    @HotThupka 5 місяців тому +22

    পাঞ্জাৱী গান বজোৱা আৰু আমাৰ বিয়াত পাঞ্জাৱী ৰীতি-নীতি কৰা, ভিন্দো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি জিজু ব্যৱহাৰ কৰা আৰম্ভ কৰিছো। আমাৰ মহাদেৱক সন্মান দিয়াৰ পৰিৱৰ্তে, নামঘোৰ আমি জয় শ্ৰী ৰাম বুলি চিঞৰি আছো। অসমসংস্কৃতি বিলুপ্তিৰ দিশে

    • @stugg85
      @stugg85 5 місяців тому

      ekdam xosa kotha...

    • @NIRIBILI2025
      @NIRIBILI2025 5 місяців тому +2

      Hoy dei moi o loikhyo korisu aji kali kiba biya burot mehendi, sangeet eyibilak pate aru bisona ekhon dangi ane tar tolere koina joni buli buli sutal loi blulai ahe eya niki amar xongskriti...hayooi axomiya eneke hole jati tur kola xongskriti hokolu nipat hobo oi

    • @informativeknowledge4104
      @informativeknowledge4104 5 місяців тому +1

      ৰাম আমাৰ ভগৱান হয় য'তে ততে যি তি কথা নকবি নহ'লে কাণতলীয়া চৰ খাবি কৰোৱাত।

  • @kabitasharma1638
    @kabitasharma1638 5 місяців тому +2

    খুব সুন্দৰ কথা কৈছা ত্ৰিদিব ৷ আজিৰ প্ৰজন্মৰ হৈও তুমি যে এই কথাখিনি উপলব্ধি কৰিছা আৰু ৰাইজৰ মাজলৈ আনিব বিচাৰিছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ ৷ এগৰাকী সাধাৰণ শিল্পী হিচাপে আজিৰ পৰা বহু বছৰ আগৰে পৰা মঞ্চ বিহুৰ অবনতি লক্ষ্য কৰিছিলোঁ ৷ গোৱাতো দুৰৈৰে কথা চাবলৈ যোৱাও এৰিছো ৷
    ভূপেনদা আছিল হাড়ে হিমজুৱে অসমীয়া আৰু অতি দূৰদৰ্শী ৷ অসমক অন্তৰেৰে ভাল পাইছিল ৷ ভূপেন্দ্ৰ সঙ্গীত প্ৰকৃত অৰ্থত অনুভব কৰি গাব পৰা শিল্পী হয়তো অসমত অতি কম সংখ্যক ওলাব ৷ তাৰোপৰি তেনে ৰুচিসন্মত দৰ্শকৰো প্ৰয়োজন ৷ জ্যোতি সঙ্গীত , বিষ্ণু ৰাভা সঙ্গীতৰ বিষয়ে একেখিনি কথাই প্ৰযোজ্য ৷ আমাৰ জাতীয় সম্পদ বিহুৰ দূৰাৱস্থাৰ আৰু ভবিষ্যতৰ কথা ভাবি শঙ্কিত হওঁ ৷ এই কথা উপলব্ধি কৰিব পৰা তোমালোকৰ দৰে নব প্ৰজন্মৰ আমাক প্ৰয়োজন ৷আশাকৰো সকলো অসমীয়া এই বিষয়ে সচেতন হব ৷

  • @gautam12345ify
    @gautam12345ify 5 місяців тому +2

    কথাখিনি মনপুত হৈছে৷ এনেধৰণৰ প্ৰচাৰে ভৱিষ্যত নৱপ্ৰজন্মৰ চিন্তাধাৰাবোৰ লাহে লাহে উন্নত হব বুলি মই আশাবাদী৷

  • @ranjitdutta3411
    @ranjitdutta3411 5 місяців тому +5

    সুন্দৰ মন্তব্য।বৰ্তমান বিহু মঞ্চসমূহ বেপেৰুৱা হৈছে! নিজৰ ঐতিহ্য হেৰুৱা মূলতে শিল্পী সকলৰ লগতে বিহু কমিটি সমূহো সমানে জগৰীয়া

  • @balendas4259
    @balendas4259 5 місяців тому +9

    ধন্যবাদ ভাগৱতী । সমসাময়িক আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ মূলক বক্তব্য আগবঢ়াই এই বিহুৰ বতৰত জাতিৰ আয়ুষ ৰেখাডাল আৰু কটকটীয়া কৰাৰ যি অনুৰোধ ৰাখিলে ইয়াতকৈ বিহু বলীয়া ৰাইজক বেছি কোৱাৰ প্ৰয়োজন নাই বুলি মই অনুভৱ কৰোঁ । পুণৰ বাৰ বিহুৰ শুভেচ্ছাৰে ।

  • @assam4872
    @assam4872 5 місяців тому +4

    অসমীয়া জাতিটোৰ বাবে সঁচাকৈ বহুত মূল্যবান কথা। 'ভিডিও'টো ভাল উপযোগিতা মূলক।

  • @bituponbora7597
    @bituponbora7597 5 місяців тому +2

    অতি সুন্দৰ আহ্বান জনাইছে আপোনাৰ দৰে সকলোৱে এই কথা ভাবিবৰ হল ,, নহলে অসমীয়া অস্তিত্ব নোহোৱা হবলৈ কিমান দিন ?

  • @susmitadutta9526
    @susmitadutta9526 5 місяців тому +17

    খুব সুন্দৰ কথা কৈছা,,,ভাল লাগিল,,,তুমি কোৱা কথা সমূহ আলোচনা হওঁক,,সকলো সমিতিৰ লোকে ভাবিব লগীয়া কথা

  • @RameswarGohain-y8l
    @RameswarGohain-y8l 5 місяців тому +10

    আপোনাৰ কথা সম্পূৰ্ণ সঁচা আৰু বিহু আয়োজক সকলো এইবিলাকৰ উপৰত বিচাৰ কৰিব হ'ল । বিশেষকৈ সময়ৰ উপৰত বিচাৰ কৰিব হ'ল। ৰাতি বিহুত সদায় খেলিমেলি হয়।

  • @minaksheeroy3461
    @minaksheeroy3461 5 місяців тому +8

    মোৰ মনৰ কথাখিনি কৈছে ৷ আপোনাৰ নিচিনা আৰু কেইজনমান সমাজ সচেতন লোকে এই প্ৰচেষ্টা অব্যাহত ৰাখক ৷ আপোনালৈ অশেষ ধন্যবাদ ৷

  • @jitenlahkar4485
    @jitenlahkar4485 5 місяців тому +6

    কৃষ্ণ। অতি সুন্দৰ সমপ্ৰয়োযুগী বক্তব্য আগবঢ়াইছে। কিন্তু এই কথাবোৰ আমাৰ উঠি অহা প্ৰজন্মই বিবেচনা কৰি চাবনে। আশাকৰো অসমীয়া ৰাইজে এই কথাবোৰ গুৰুত্ব সহকাৰে লব। কৃষ্ণ।

  • @shyammahanta7317
    @shyammahanta7317 5 місяців тому +6

    বৰ সুন্দৰ বিশ্লেষণ | এই কথাবোৰ গভীৰ ভাৱে চিন্তা কৰিবৰ হ'ল 👍🙏🙏

  • @trailokyadas9967
    @trailokyadas9967 5 місяців тому

    সুন্দৰ প্ৰচেষ্টা আপোনাৰ লগতে ৰাইজ সজাগ হ'বলৈ
    হ'ল।

  • @satyendradutta4075
    @satyendradutta4075 5 місяців тому +2

    আপোনাৰ কথাখিনি সঁচাকৈয়ে প্ৰত্যেকজন অসমীয়াই গুৰুত্ব সহকাৰে আৰু আত্ম-বিশ্লেষণাত্মক মনোভাৱেৰে গ্ৰহণ কৰা উচিত। সংস্কৃতিবান অসমীয়া সমাজৰ উঠি অহা প্ৰজন্মৰ মন মগজুত যাতে মঞ্চবিহুৰ নামত অপসংস্কৃতিয়ে গজালি মেলিব নোৱাৰে তাৰ বাবে সকলোৱেই সচেতনহৈ যোগাত্মক পদক্ষেপ লোৱা উচিত।

  • @dwipjyotikalita5994
    @dwipjyotikalita5994 4 місяці тому +1

    উচিত কথাখিনি কৈছে । ❤️‍🩹🤎🤍🧡

  • @anantaboruah1867
    @anantaboruah1867 3 місяці тому

    বৰ ভাল মন্তব্য লগতে এইটো কও যে অসম ৰ পতিতো বিহু ম়়ঞৰ পৰা শিল্পীক ভৱিষ্যতে বেয়া দিনত সহায় কৰিব পৰাকৈ অসমত এতি পুজি জমা ৰাখিলে বহুতৰ জীবন বাতিল।

  • @bhupenkalita2556
    @bhupenkalita2556 5 місяців тому +5

    তিদীপ তোমাৰ কথা খিনি ভাল লাগিল এই কথাখিনি কোনোবা মুকলি সভাত কবা বুলি আশা ৰাখিলো,

  • @kamalapatar1465
    @kamalapatar1465 5 місяців тому +12

    আমাৰ নাচনী বিলাকে ককাল ভাঙি নাচিব নোৱাৰে যে পিঠি উলিয়াই।। ভূপেন হাজৰিকাৰ গীত বোৰ গাব পাৰিলে গাব। তুমি ঠিক কথাই কৈছা। আজিৰ সমাজত তোমালোক ৰ নিচিনা ল'ৰাৰ হে প্ৰয়োজন।। ধন্যবাদ 🙏

  • @kalyanbaruah5831
    @kalyanbaruah5831 5 місяців тому +4

    কথা কেইটা ভাল লাগিল। বিহু তলীত উদণ্ড আচৰণ কৰা ডেকা সকল মাতাল হৈ মঞ্চৰ খুটা বগুৱা শিল্পী সকলৰ দ্বাৰা অনুপ্ৰাণিত হোৱা যেন অনুভৱ হয়।সেয়ে শিল্পী সকলকো আহবান জনাব লাগে যাতে মঞ্চত তেওঁ বিলাকে মাৰ্জিত আচৰণ কৰে।

  • @kalpanahazarika311
    @kalpanahazarika311 5 місяців тому +2

    টিদীপ তোমাৰ অনুভৱ আমাৰ গ্ৰহণ যোগ্য ৷ সদায় আগবাঢ়ি যোৱা ৷

  • @BasantaBorah-lr9lr
    @BasantaBorah-lr9lr 5 місяців тому +2

    সুন্দৰ কথা , সময়োচিত আহ্বান কিন্ত ,: " - - - কাণ জোকাৰি ঘাঁহ খাই "

  • @purnanathborah2729
    @purnanathborah2729 5 місяців тому +3

    উচিত উপস্থাপন ভতিজা ৷ এইক্ষেত্ৰত আমাৰ সকলোৰে দায়িত্ব আছে ৷ কথাবোৰ নতুনকৈ চিন্তা কৰিবৰ হ’ল ৷

  • @Suranjana_Bhakti
    @Suranjana_Bhakti 5 місяців тому +5

    কি সুন্দৰ কথাৰে বুজাইছা ভাইটি! তোমাক নমস্কাৰ জনাইছোঁ।

  • @Dhanjit2345
    @Dhanjit2345 5 місяців тому +3

    এয়া চিন্তনীয় বিষয়।।।। বহুত ভাল কথা কৈছে দাদা

  • @MakhoniNeog
    @MakhoniNeog 5 місяців тому +13

    অলকেশ দত্ত দাৰ এটি গীতৰ কথা মনত পৰে। “মিছা সময় মিছা মানুহ মিছা আদৰ, আৰু আৰম্ভণি ফোপোলা সভ্যতাৰ।” 😞😞

  • @ditumusicalstudio4849
    @ditumusicalstudio4849 5 місяців тому +4

    ১০০ শতাংশ শুদ্ধ ৷ এতিয়া আমি দেখা পাইছো ,কিছু শিল্পীয়ে বৰ্তমান নৱপ্ৰজন্মক উশৃঙ্খল কৰিবলৈ চেষ্টা কৰিছে ৷ এটা সময়ত বাপতি সাহোন বিহুৰ নামত অসমীয়া সমাজ জীৱন নিশেষ হব৷

  • @drparagjsarmah5033
    @drparagjsarmah5033 5 місяців тому +8

    বিহুৰ পৰা গায়ক সংস্কৃতি বন্ধ কৰক । লগতে ফকতিয় ১৫০০০০/- টকা কৈ বিহু কমিটি ক দিয়াত কৈ সেই পইচা লোক শিল্পী সকলক দিয়া ব্যৱস্থা কৰিব লাগে

    • @logicearning567
      @logicearning567 5 місяців тому

      Mm thikei koise luko honksritir hilpi hokolok pension or byobostha koribo lage jate teuluke monthly 2 k man holeu lav kore
      Sorkare orunudoi dibo pare jodi aikon u koribo paribo lage 😊😊

  • @dipakkrdasdaskrdipak4941
    @dipakkrdasdaskrdipak4941 5 місяців тому +6

    লটাশিল বিহুসম্নীলনিৰ এটা বৈশিষ্ঠ😊 আছে।সেয় হৈছে অক্ষ্যাত শিল্পিক হে বিছাৰি আনি প্ৰতিষ্ঠা কৰা মই জনাত প্ৰয়াত ক্ষীৰদা কান্ত বিষয়া থকা সময়লৈ এই ধাৰাতো আছিল আটচ বাজিৰপৰা ভাওনা ওজাপালি ধূলীয়া চাৰ্কাছ পৰা সকলো জনগোষ্ঠিৰ অনুষ্ঠানআৰু সদায়ৰাতি ১বজাত অনুষ্ঠান সেখ হয়।🙏🙏🙏

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 5 місяців тому +2

    যুৱ প্ৰজন্মৰ মাজৰ হৈ এনে সচেতনতাৰে বাৰ্তা এটা দিবলৈ চেষ্টা কৰাটো ভাল পাইছো। আদৰণীয় পদক্ষেপ ।

  • @sikhamonibhatta7788
    @sikhamonibhatta7788 5 місяців тому +8

    সুন্দৰ কথা কৈছা। ভাল লাগিছে ধন্যবাদ জনালো।

  • @MigamDoley-wt7bq
    @MigamDoley-wt7bq 5 місяців тому +6

    অতি সুন্দৰ দাদা, এনেকৈ আৰু আগলৈ সমাজৰ ভূল শুদ্ধৰ বিশ্লেষণ বৰি থাকিব।

  • @Rimpi_444
    @Rimpi_444 5 місяців тому +20

    আমি অসমীয়া নহওঁ দুখীয়া ,বুলি সান্ত্বনা লভিলে নহ'ব | দাদা আগুৱাই যাওঁক , নিজক অসমীয়া বুলি গৌৰৱ কৰো❤ মই অসমীয়া মই অসমী আইৰ সন্তান

  • @aswinikumardas3188
    @aswinikumardas3188 5 місяців тому

    এনেকুৱা ভাল চিন্তা চৰ্চা কৰা মানুহৰ প্ৰয়োজন হৈছে ।

  • @tarunchandradas2067
    @tarunchandradas2067 5 місяців тому +14

    অতি দুখৰ কথা বিহু সম্ৰাট খগেন মহন্তৰ বিহুকো কোনো শিল্পীয়ে নাগায়।

  • @jayantadutta7
    @jayantadutta7 5 місяців тому

    সুন্দৰ বিশ্লেষণ!🙏

  • @sisirmazumdar1864
    @sisirmazumdar1864 5 місяців тому

    Thank you Tridib. Kotha khini bor monograhi hoise. Ei video tu Sai hokoluwe hoitu aapluto hobo.

  • @champabhuyan6957
    @champabhuyan6957 5 місяців тому

    Tumak bahut bahut dhanyabad prabvua asirbad diok

  • @ArijeetGallery
    @ArijeetGallery 5 місяців тому +1

    বৰ লাজ আৰু দুখ লগা কথা হৈছে দিনক দিনে। এই কথা বিলাক যদি এতিয়াই মন কৰা নহয় তেন্তে আগন্তুক দিনত আৰু কিমান কি কি ঘটিব তাৰ কোনো নিশ্চয়তা নাই। ভাল লাগিল tridib কথা খিনি ইমান স্পষ্টকৈ ব্যক্ত কৰিছা। প্ৰতিজনে এই কথা বোৰ এনেকৈ চিন্তা কৰক।

  • @RanjitDas-ot6ju
    @RanjitDas-ot6ju 5 місяців тому

    আপোনাৰ সৈতে একমত
    আপোনাৰ কথাখিনিয়ে নতুন প্ৰজন্মই বেচিকৈ গুৰুত্ব দিব লাগে।

  • @SANKAR250z
    @SANKAR250z 5 місяців тому +1

    আপোনাৰ কথা‌ৰ যুক্তি‌ আছে দাদা সকলো অসমীয়া সমাজে যাতে‌ আপোনাৰ কথাখিনিৰ ওপৰত আলোচনা কৰে আৰু সঠিক সিদ্ধান্ত‌‌‌ গ্ৰহণ কৰি উচিত পদক্ষেপ গ্ৰহণ কৰে । তাৰ বাবে সমূহ অসমৰ উঠি অহা প্ৰজন্মক কিছুমান বিশেষ ভুল শুধৰাবলৈ অনুৰোধ জনালোঁ।। জয় আই অসম।।।❤❤❤❤❤

  • @ashimboruah9629
    @ashimboruah9629 5 місяців тому +3

    ❤ ত্ৰিদিব, দুখলগা কথাবোৰ গাত লগাকৈ কৈছা। 🎉

  • @binudas8708
    @binudas8708 5 місяців тому

    একেবাৰেই সত্য তোমাৰ কথা। আজিকালি কি হবলৈ গৈ আছে অসমৰ অৱস্হা।

  • @kabitachoudhury4954
    @kabitachoudhury4954 5 місяців тому +1

    সুন্দৰ সমালোচনা। এইবোৰ কাৰণতে মঞ্চ বিহু চাবলৈ কেতিয়াবাই বাদ দিলোঁ

  • @chitralekhavisualartcentre9395
    @chitralekhavisualartcentre9395 5 місяців тому

    যুৱ উশৃংখলতাই চৰম পৰ্যায় পাইছে। আমাৰ ৰুচিবোধ বহুত নিম্ন মানৰ হৈছে।

  • @vinnasuri6800
    @vinnasuri6800 5 місяців тому

    সুন্দৰ ভাল লাগিল

  • @aparajitatamuli7273
    @aparajitatamuli7273 5 місяців тому +36

    বিহু কৰিবলৈ চান্দা তুলি মঞ্চত বিহুৰ দৰকাৰ নপৰে, বিহু আমাৰ নিজে নিজে হিয়া মন দেহলৈ সতঃস্ফুত ভাৱে প্ৰাকৃতিক ভাৱে গাঁও নাচিব জানো,এহুপামান টকা খৰচ কৰি তথা কথিত বৰ্তমানৰ বিবেক বিহীন কিছুমান শিল্পীক মঞ্চত মতি বৈ নালাগে,টকা ঘটা এই শিল্পী কেতিয়াও বিষ্ণু জ্যোতি ভূপেন হাজৰিকাৰ দৰে আঙুলি এটাৰ সমা নো নহয়

    • @RanjanDey123
      @RanjanDey123 5 місяців тому +2

      এই সকলক শিল্পী বুলি কবলৈ লাজ লগা হল৷ হে ভূপেন দা আপুনি মহান৷

    • @prasantagoswami1477
      @prasantagoswami1477 5 місяців тому

      অ কথাটো মিছা নহয়।

  • @MamoniDutta_
    @MamoniDutta_ 5 місяців тому

    সুন্দৰ বিশ্লেষণ

  • @BedabratDutta
    @BedabratDutta 5 місяців тому +4

    এনেকুৱা দৰ্শক মদাহী,অসভ্য গায়কৰ অনুষ্ঠানত হে শুভা পায়

  • @satyasandhyasaikia8010
    @satyasandhyasaikia8010 5 місяців тому

    Thank you.bar sudha snita karise.bhal lagil

  • @gopalrabha3578
    @gopalrabha3578 5 місяців тому

    Very nice thank you

  • @jonalidutta9886
    @jonalidutta9886 5 місяців тому +4

    Ak dom right kotha koisa apuni ...atia hosa kotha koboloi gole Assam t atia sariu fale joi sri Ram .joi Sri Ram ...kintu Mohapurush Sri Manta Sankar Deb r Nam ...ake bare Assam Raije ..pahori goisa ...abar bhabi sabo hol...ami Assamiya ...

  • @adityakalita5560
    @adityakalita5560 5 місяців тому +5

    মঞ্চ বিহুত বিহুৰ সলনি হিন্দী গীত আৰু বজৰুৱা গীতেহে প্ৰভাৱ বিস্তাৰ কৰিছে। মঞ্চ বিহুৱে ক্ৰমাৎ আমাৰ বিহু কেইটাৰ বৈশিষ্ট্যবোৰ ধ্বংস কৰি পেলাইছে। আজিকালি বহাগ বিহু ,মাঘ বিহুৰ কোনো ধৰণৰ পাৰ্থক্য নাইকিয়া হৈ গৈছে। বাণিজ্যিকীকৰণে ক্ৰমাৎ যেন আমাৰ বিহুক বিজতৰীয়া কৰি তুলিছে।

  • @pratapbaruah35
    @pratapbaruah35 5 місяців тому

    সম য়ো প যোগী বিশ্লেষণ , বহু ধন্যবাদ

  • @binubanikya2072
    @binubanikya2072 5 місяців тому

    ❤ ভাল লাগিল ।

  • @anilneog3769
    @anilneog3769 5 місяців тому +1

    তোমাৰ পৰামৰ্শ প্ৰসঙসনীয়, ৰাতি১২বজাতকৈ দিনত যদি মঞ্চ বিহু পাতে তেতিয়া ৰাতি যাব নোৱাৰা নাৰীসকলেও এনে অনুষ্ঠান উপভোগ কৰিব পাৰিব।

  • @alekhyachakravorty3834
    @alekhyachakravorty3834 5 місяців тому +7

    সুন্দৰ বিশ্লেষণ আৰু গঠনমূলক পৰামৰ্শ ।

  • @TiluDas-w6s
    @TiluDas-w6s 5 місяців тому

    Your right thinking brother.live long.god be with you.

  • @kalraj7821
    @kalraj7821 5 місяців тому

    👍👍👍👍👍👍👍👍👍
    Nice n informative video. Axomia bhalkoi kobo nuware tothapiu falicitation korise.

  • @jyostnatalukdar9286
    @jyostnatalukdar9286 5 місяців тому

    Very true and fruitful talk thanku

  • @pronitasarmatutorials4672
    @pronitasarmatutorials4672 5 місяців тому

    Ekdom thik koise.... bhal lagil

  • @jagritineog1305
    @jagritineog1305 5 місяців тому +18

    আমি আমাৰ গৌৰৱ, আমাৰ স্বাভিমান মঞ্চ বিহুক জীয়াই ৰাখিবই লাগিব 🙏
    জয় আই অসম ✊

  • @keshabgogoi2063
    @keshabgogoi2063 5 місяців тому

    সুন্দৰ হৈছে ককাইদেউ,

  • @kanganamalhotra4875
    @kanganamalhotra4875 5 місяців тому

    Share your concern. Rightly said.

  • @hemchbaruah6213
    @hemchbaruah6213 5 місяців тому

    সচাঁই ভি ডি অ টি সময় উপযোগি হৈছে ।ধন্যবাদ জনালো প্ৰস্তুত কাৰকক ।

  • @hariborah2613
    @hariborah2613 5 місяців тому

    ভাল লাগিল ।আপোনাৰ সৈতে একমত

  • @madhurjyasarma623
    @madhurjyasarma623 5 місяців тому +1

    সুন্দৰ বিষয় উপস্থাপন কৰিছা ভাইটী

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 5 місяців тому

    ভাল লাগিল। কথা খিনি একেবাৰে শুদ্ধ।

  • @AkhilKalita-e4p
    @AkhilKalita-e4p 5 місяців тому

    Correct I support you

  • @Immantu
    @Immantu 5 місяців тому

    বৰ সুন্দৰ এয়াহে ভিদিও

  • @archanabhattacharjee498
    @archanabhattacharjee498 5 місяців тому

    শিল্পী সকলো ঐক্যবদ্ধ হবৰ হ'ল। উশৃংখল যুৱ সমাজক লেকাম নলগালে অসমীয়া জাতি লৈ বিপৰ্যয় আহি আছে।

  • @nirmalborgohan2605
    @nirmalborgohan2605 5 місяців тому

    Excellent advice bhaiti

  • @NiranjanBuragohain-e6i
    @NiranjanBuragohain-e6i 5 місяців тому

    Hundor kotha 🙏

  • @NilakshiSaikia-d7c
    @NilakshiSaikia-d7c 5 місяців тому

    ইমান সুন্দৰ কথা কলে বহুত ভাল লাগিল ।

  • @plabanjyotisharma7534
    @plabanjyotisharma7534 5 місяців тому +6

    Totally truth, Tridib jindabad.

  • @HemantaSaikia-dz6mg
    @HemantaSaikia-dz6mg 5 місяців тому +6

    ৰাইজৰ টকা চান্দা তুলি এনে বোৰ বিহু মঞ্চ পাতিব লাগে বুলি মই নাভাবো। লাখ লাখ টকা দি যি সকল শিল্পীক আমি মঞ্চত মতো সেই সকলে মঞ্চ বিহু শেষ হোৱাৰ পিছত বিদেশ ভ্ৰমণলৈ যায়। কোনোৱে আকৌ কোটি টকীয়া বাহন লয়। ইয়াত আমাৰ অসম আৰু অসমীয়া কিবা লাভ হৈছে বুলি মই নভাবো। আজি অসমত ইমান সমস্যাৰে ভৰা সকলো বোৰ টো অকল চৰকাৰ ৰে কাম নহয়।

  • @rinabarkakoty6292
    @rinabarkakoty6292 5 місяців тому +1

    Good and very timely video .

  • @santanusarma111
    @santanusarma111 5 місяців тому +7

    সুন্দৰ পৰ্য্যালোচনা

  • @lakhyaMedhi-sf7ck
    @lakhyaMedhi-sf7ck 5 місяців тому

    Dhuniya kotha kole❤❤

  • @DEBRAJGolaghat
    @DEBRAJGolaghat 5 місяців тому +10

    বিৰাট সুন্দৰ বিষয়বস্তু, ভাল লাগিল,, অনুভৱ কৰিছো, ভুল খিনি।

  • @bimalenduchoudhury704
    @bimalenduchoudhury704 5 місяців тому

    Nice presentation. God bless you.

  • @SwarnalataMalakar
    @SwarnalataMalakar 5 місяців тому

    ধননবাদ - আমাৰ পৰঅতি গৰাকী অসমীয়াই এই কথা ভাবিবৰ হল.সচা কথা . বিহু ফাংচন ১২টা বজাত শেষ কৰা হওক .
    তাৰপিছত পৰঅতিখন বিহু ফাংচনতে ভূপেন হাজৰিকাৰ গীত বিচনু ৰাভাগীত জোতিপৰঅসাদৰ গীতগাব দিব লাগে .তেতিয়াহে আমি তেখেত সকলক সনমান দিয়া হব .❤❤
    ❤❤❤

  • @keswab
    @keswab 5 місяців тому +3

    খুব সুন্দৰ উপস্থাপন।

  • @utpalsaikia1442
    @utpalsaikia1442 5 місяців тому +10

    আমি অসমীয়া সকল কোনফালে গৈ আছো বাৰু ?
    প্ৰকৃত কথা বিলাক ব্যক্ত কৰাত আপোনাক অশেষ ধন্যবাদ জনালো।

  • @NilutpolBoraBiki
    @NilutpolBoraBiki 5 місяців тому

    মই এজন উঠি অহা প্ৰজন্ম , তথাপি মই আপোনাৰ মতামতত সম্পূৰ্ণ সমৰ্থক, মইও বিচাৰোঁ মোৰ দেশৰ বিহু মঞ্চত দেহ মন পবিত্ৰ কৰা , দেহত শক্তি প্ৰদান কৰা , দেশপ্ৰেমৰ ভাৱ সৃষ্টি কৰা অসমৰ হেই মূল্যবান গান সমূহ বাজি উঠাটো , তেতিয়া হয়টো বিহু মঞ্চৰ প্ৰতি থকা ঘৃণা ভাৱটো মোৰ মনৰ পৰা আঁতৰ হব......

  • @vic49759
    @vic49759 5 місяців тому

    মঞ্চ মাদক দ্ৰব্য বৰ্জিত হোৱাক লৈ আপোনাৰ মতামত?

  • @mitaligogoi4842
    @mitaligogoi4842 4 місяці тому

    ইতিবাচক কথাবোৰ ভাল লাগি ল।

  • @bhabendas2719
    @bhabendas2719 5 місяців тому +3

    বহু পলম হৈ গল! যোৱা প্ৰায় ২০ বছৰে আমি বিহু মঞ্চৰ পৰা আঁতৰি আছোঁ, চান্দা নিয়মীয়াকৈ দিওঁ,পিছে অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগেই কিছু লোকে মূল বিষয় টো বাদ দি সুৰা পান টো মুখ্য উদ্দেশ্য কৰি তোলা দেখা যায়, তাৰ ফলত চাৰিওফালে এটা উসৃংখল পৰিবেশ ।

  • @abhisarmahkashyap5140
    @abhisarmahkashyap5140 5 місяців тому +1

    খুব সুন্দৰ কথা কৈছা ত্ৰিদিপ। কথাবোৰ আলোচনা হওঁক। ❤

  • @lipikadas4122
    @lipikadas4122 5 місяців тому +2

    কিছুমান কথা সযতনে ৰাখিলা বোপাই☺☺

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 5 місяців тому +3

    আপোনাৰ কথাখিনি বৰ ভাল লাগিল। আৰু ভাল লাগিব কামৰূপী লোকগীত তথা গোৱালপৰীয়া লোকগীত আদি ও যদি পৰিবেশন কৰা হয় তেনেহলে আৰু বহুত ভাল হব। যিবোৰ লোক সংগীতত আয়্ধাত্মিকতা জৰিত হৈ আছে।এয়া যদি কৰা হয় উদ্ভান্দালীৰ পৰিমাণ অলপ হলেও কমিব।

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 5 місяців тому

      আপুনি কথাটো ঠিকেই ভাবিছে কিন্তু বাস্তৱত ইয়াৰ ওলোটাহে হ’ব ৷ আপুনি হয়তো মন কৰা নাই লোকগীত সমূহকো এতিয়াৰ সংস্কৃতিৰ বেপাৰী সকলে কি গতি কৰিছে ৷ এতিয়া মাথো জপিয়াই জপিয়াই নাচিব পৰাকৈহে গান বনাই(গীত নিলিখে) এটা চামক লক্ষ্য কৰি ৷ উদাহৰণস্বৰূপে আপুনি “ভালো কৰিয়া” শীৰ্ষক গোৱালপৰীয়া লোকগীতটো চাব পাৰে ৷

  • @manuranjankonwar4346
    @manuranjankonwar4346 5 місяців тому +1

    🎉 অতি সুন্দৰ নাজানো আমাৰ মুৰত ইমান ভাল কথাবোৰ কিয় নাহে

  • @gamerzworld9593
    @gamerzworld9593 5 місяців тому

    Ekdom sotya kotha....enekua topic borot apuni agoloi video bonai thakibo dada....❤

  • @prasantagoswami1477
    @prasantagoswami1477 5 місяців тому +1

    আপোনাৰ কথাবোৰ চিন্তাবোৰ গঠনমূলক আলোচনা।

  • @ritadas8255
    @ritadas8255 5 місяців тому

    Bohut val lagil

  • @jimidas7050
    @jimidas7050 5 місяців тому +1

    Val kotha koise❤️🙏

  • @dhrubajyotikalita8402
    @dhrubajyotikalita8402 5 місяців тому +1

    আপুনি সময়পযোগী গুৰুতত্বপূৰ্ন কথা কৈছে।

  • @jumisarma4999
    @jumisarma4999 5 місяців тому +2

    মনৰ ভিতৰৰ কথাবোৰ কোৱা বাবে ভাল লাগে তোমাক 👏🏻🙌🏻❤️