Waooo....Ranju Hazarika ~ the legend of Assamese Mystery literature..!!! I guess all 90s kid having so much memory with his books ..Prahari,Julu,Bhal puar hekhat,rahasyamoyee ,Asin deep Akhanta hagar and list goes on...!! His books make our childhood adventurous ...specially hiding his books from family then reading and sharing with friends so much fun and thrilling moments ...lots of respect to you Ranju Sir..
My all time favourite... school r donor pora e teo Mur Priyo...enekwa likhoni Karu a npalu ajile.. school life t mainbook r vitrt apunar kitap lukai prhisilu...I m addicted to your writings...enekwa suspensive story ajile moi Karu likhonit nai pwa....Apunar interview 2 Sai khub val lagil🙏
Salute Ranju sir.. Na apunar haman asil na ase na ulabo , moi kuwa kotha nohoi sir ... Apunar kritab poha manuhe kobo... Long live sir.. My best wish always with you sir...
Minister MLA Burak sir bolatkoi.... Aeok sir bulile moi vabo ...teok aami snman diya jen lagiba..... Bhut vaal lagil.....sir ok dekha paai... Apuni sadai vale thakak....
My fvrt Ranju Hazarika Sir, from my childhood days to now, i am literally so so much addicted to Sir' s literature n novels.i have been to book fairs every year only because of buying Ranju Sir's books .. Lots of love and respect
My nbr 1 best favorite Novelist. I ike him nd already I read 📖 350 above. He is first novelist (writer) in my life....adventure thriller Kuhak , Directive novel Kalnag series nd Horror thriller Mritur Bix Pil very fantastic.. Thnx Sir...
I felt in love with books after reading ur "sadmobeshi"...... after that i read more than 100 of his books collected from friends.... because i cant afford buying it. Love u sir
Welcome your Episode Projected. Most interesting writer covering the literary world and l have been going through maximum Novels and feeling pleasure yet been.Long live Respected Ronju Hazarika. Admitted that the Name is a turning factor for sweetable acceptance.
ৰঞ্জুদা মোৰ প্ৰিয় সাহিত্যিক । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻🙏🏻🌹
Anchor বিলাকে নিজকে কি বুলি ভাবে, কি ৰঞ্জু হাজৰিকা, ৰঞ্জু হাজৰিকা কৰি আছে, দেৱ, ডাঙৰীয়া বা চাৰ বুলি ক'লে so called anchor বিলাকৰ সন্মান লাঘৱ হয় নেকি !!
যিয়েই নহওঁক, চাৰক বিষয়ে জানিবলৈ পাই ভাল লাগিল। ধন্যবাদ।
Hoxa kotha.. respect diboloi hikok
Thikei koise. Sir kobo paril hoi.
প্ৰণাম হাজৰিকাদেৱ 🙏 ,
আজি আপোনাৰ দৰ্শন পাই নিজকে
বহুত ধন্য মানিছো ।
পুনৰ প্ৰণাম জনাইছোঁ 🙏 ।
বৰ ভাল লাগিল সাক্ষাৎকাৰটো ! দুয়োজনকে অশেষ ধন্যবাদ জনাইছোঁ ! হাজৰিকাদেৱৰ "বিছা" নামৰ কিতাপখন পঢ়ি বৰ ভাল পাইছিলো ! বেছি পঢ়াশুনা কৰিবৰ সাধ্য, সময় আৰু সাধনাওঁ নাই আমাৰ ! তথাপি তেখেতৰ কিতাপে মোক যিমান আকর্ষন কৰে, বেলেগ লিখকৰ কিতাপে সিমান আকর্ষন কৰিব নোৱাৰে আৰু নোৱাৰিবওঁ !
হয়, মই ও পঢ়িব নাপায় যদিও তৃতীয় শ্ৰেণীৰ পৰাই তেখেতৰ ৰহস্য, কল্প বিজ্ঞান,ভৌতিক , সামাজিক সকলো গ্ৰন্থ পঢ়িছিলোঁ।"মোৰ মনৰ মানুহ",এটা দ্বীপ সাতটা কৱৰ, জ্বলা চাকি,জুলু ইত্যাদি বহুত ভাল কিতাপ।একো কিতাপ বাকী নাই পঢ়িবলৈ। আৰু আগতে নেলফা চিৰিজ, দস্যু ৰাণী বিজুলী,জেচন চিৰিজৰ কিতাপ সমূহ ও বহুত ভাল লাগে।
ৰঞ্জু হাজৰিকা দেৱৰ এখন অতি উৎকৃষ্ট মানৰ ধাৰাবাহিক উপন্যাস "এটা দ্বীপ সাতটা কবৰ "বিস্ময় আলোচনীৰ পাতত ধাৰাবাহিকভাৱে পঢ়ি ইমানেই ভাল লাগিছিল যে এটা খণ্ড পঢ়াৰ পাছত আনটো খণ্ড পঢ়িবৰ বাবে আলোচনী খন প্ৰকাশলৈ অপেক্ষা কৰাই টান হৈ পৰিছিল। একেদৰেই অস্ত প্ৰহৰৰ খেলা, শেষ প্ৰহৰৰ খেলা,আদিও একো একো খন অতি উত্তম ৰহস্য উপন্যাস।লেখকলৈ অশেষ ধন্যবাদ।
প্ৰিয় সাহিত্যিক ।। বৰ সহজ সৰল ব্যক্তি ।।দীৰ্ঘায়ু কামনা কৰিলো ।।
আপোনাৰ কিতাপ--গল্প-কাহিনী বোৰ পঢ়ি বৰ ভাল লাগে--আপোনাৰ--ভগৱানে কুশলে ৰাখক তাকে কামনা কৰিছো--
ভাল লাগিল, অসমীয়াৰ গৌৰৱ!
Waooo....Ranju Hazarika ~ the legend of Assamese Mystery literature..!!! I guess all 90s kid having so much memory with his books ..Prahari,Julu,Bhal puar hekhat,rahasyamoyee ,Asin deep Akhanta hagar and list goes on...!! His books make our childhood adventurous ...specially hiding his books from family then reading and sharing with friends so much fun and thrilling moments ...lots of respect to you Ranju Sir..
Bhut besi val lagil 💕💐💐💐
ৰঞ্জু দাই বহু বছৰ আগতে এই সন্মান পাব লাগিছিল। তেখেত হৈছে এগৰাকী নীৰৱ লিখক। প্ৰচাৰ মাধ্যমত কাম কৰা, চেনেল বিলাকেও জানে আৰু তেখেতৰ গ্ৰন্থও তেওঁ লোকে কম বেছি পৰিমানে হলেও পঢ়িছে। কিন্তু কিয় ইমান বছৰে কোনো এটা চেনেলে ভালকৈ প্ৰচাৰৰ পৰা বিমুখ কৰি ৰাখিছিল সেইটো কথা ভাৱিলেহে আচৰিত লাগে,,,!! তেখেতক মই পানবজাৰত "Friend's Book Stall"ত বহু বাৰ লগ পাইছোঁ, কথা বতৰা ধীৰ স্থিৰ, গহীন গম্ভীৰ । তেখেতৰ ভৌতিক কিতাপ বোৰ পঢ়ি ৰাতি বাহিৰত ওলাব ভয় কৰিছিলোঁ । ইমান সুন্দৰকৈ লিখে যে চকুৰ আগত দৃশ্য টো ভাঁহি থাকে । তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ভগৱানৰ চৰণত,,💐💐 (১৫/০১/২০২২) ১ মাঘ
ৰঞ্জু হাজৰিকাৰ বহুত উপন্যাস পঢ়িছিলোঁ
বহুত ভাল লাগিছিল । ভূতৰ আৰু ডিটেকটিভ বহুত উপন্যাস পঢ়িছোঁ ।
বহুদিনৰ মনৰ আশা এটি আশা পূৰ্ণ হোৱা যেন অনুভৱ হৈছে ।আপোনাৰ লেখাসমূহ পঢ়াৰ আমোদ মাদকতাই বেলেগ ।আপোনাৰ বহুকেইখন কিতাপ,গল্প উপন্যাস পঢ়িছো আৰু নজনা বহু কথা শিকিব জানিব পাইছোঁ ।আপোনাৰ 'ক'ৰাল কুণ্ডলী 'মই প্ৰথম পঢ়া কিতাপ আৰু তেতিয়াৰে পৰা আপোনাৰ লেখাবোৰ পঢ়াৰ হেঁপাহ আকৰ্ষণ বাঢ়ি গৈছিল ।বিস্ময় আলোচনীখন যিহেতু নিয়মিত পঢ়িছিলোঁ সেয়ে সূচিপত্ৰত আপোনাৰ লেখা আছেনেকি প্ৰথমে চকু ফুৰাইছিলো।আজি আপোনাৰ বিষয়ে জানিব পাই খুবেই ভাল লাগিল ।আপোনাৰ সুস্বাস্থ্যও দীৰ্ঘায়ু কামনা কৰিলোঁ ।ধন্যবাদ ।
হাঃহাঃহাঃ-----,অনুষ্ঠানটো ভাল লাগিল৷হাজৰিকাদেৱৰ কথাবোৰ জানিব পাৰি বহুত ভাল লাগিল৷
ৰঞ্জুদাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
My all time favourite... school r donor pora e teo Mur Priyo...enekwa likhoni Karu a npalu ajile.. school life t mainbook r vitrt apunar kitap lukai prhisilu...I m addicted to your writings...enekwa suspensive story ajile moi Karu likhonit nai pwa....Apunar interview 2 Sai khub val lagil🙏
Salute Ranju sir.. Na apunar haman asil na ase na ulabo , moi kuwa kotha nohoi sir ... Apunar kritab poha manuhe kobo... Long live sir.. My best wish always with you sir...
অচিন দ্বীপ অশান্ত সাগৰ আৰু অৱৰোদ্ধ প্ৰেম ,বিস্ময় আলোচনীত প্ৰকাশ পাইছিল। তেখেতক সাক্ষাৎ পায় ধন্য মানিছো
Minister MLA Burak sir bolatkoi.... Aeok sir bulile moi vabo ...teok aami snman diya jen lagiba.....
Bhut vaal lagil.....sir ok dekha paai...
Apuni sadai vale thakak....
পঢ়িব জনা হোৱাৰ পৰাই ৰঞ্জু হাজৰিকা নামটো চিনাকি...সম্পৰ্কীয় দাদাহতৰ ঘৰত প্ৰায়ে আপোনাৰ কিতাপ আছিলে.. কিন্তু আজিহে 15 20 বছৰৰ পাছত মুখখন দেখিছো..
"Gupone oti gupone" yei khon moy 10 bar man porhisu. Aji ekhetok dekhi bohut bhal lagil.❤️
দাদাক আজি সাক্ষাৎকাৰৰ জৰিয়তে দেখা পাই বহু ভাল লাগিল ৷ বিছ বছৰৰ আগতে দাদাৰ বহু কিতাপ পঢ়িছিলো ৷ ৰেডিঅ’ যোগেও বহুত পচাৰ হৈছিল আৰু শুনিছিলো ৷ দাদাৰ দীঘায়ু কামনা কৰিলো ৷৷
সকলোতকৈ প্ৰিয় মোৰ ।বেছি ভাগ কিতাপ তেখেতৰ মই পঢ়িছো , বহুত ভাল লাগিল ।
সাহিত্যিক পেঞ্চন পোৱাৰ পাছতহে আপোনালোকৰ চেনেলে চিনি পালে। ইয়াৰ পূৰ্বে আপুনি তেওঁৰ সাক্ষাৎকাৰ এটা গ্ৰহণ নকৰিলে কিয়?
স চা কথা
মোৰ অতিকৈ প্ৰিয় লেখক, হাজৰিকা দেৱ,তেখেতৰ দৰ্শন পাই অতিকৈ সুখী হলো। তেখেতক মই নিজৰ দাদা হিচাবে আৰু মোৰ প্ৰিয় লিখক হিচাবে গ্ৰহণ কৰিছিল ,আৰু তেখেতে ও নিজে মোক ভ্নী হিচাবে তেখেতৰ সনিত নখ নামৰ এখন ৰহস্য উপন্যাস মোক দিছিল,আৰু লিখিছিল, যোৰহাটৰ মৰমৰ ভনী বৰ্ণালী বৰুৱাৰ হাতত, বহুত ধন্যবাদ হাজৰিকা দেৱ, আৰু বহুত ধন্যবাদ প্ৰাগ নিউজ।
Nai ...agote abar interview loisil pranay bordoloi a.
Right
ঠিকেই।
ৰঞ্জু হাজৰিকা চাৰৰ হৰৰ কিতাপ ১০০ ৰ ওপৰত পঢ়িলো আজিলৈকে । মই পঢ়া প্ৰথম কিতাপখন হ'ল তেখেতৰ"এটা দ্বীপ সাতটা কবৰ" । কিন্তু তেখেতক মহিলা বুলিহে ভাবিছিলো ।আজিহে ভুল ভাগিল । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
আশীৰ দশকত বিষ্ময়ত ধাৰাবাহিক ভাবে পঢ়া মনত পৰিছে।
Hoi moiu
My fvrt Ranju Hazarika Sir, from my childhood days to now, i am literally so so much addicted to Sir' s literature n novels.i have been to book fairs every year only because of buying Ranju Sir's books .. Lots of love and respect
দাদাৰ সাক্ষাৎকাৰ শুনি সূখী হলো।দাদাৰ দীঘায়ু কামনা কৰিলোঁ।
Ranju Hazarika sir ❤❤❤❤
ধন্যবাদ ছাৰৰ interviewr babe 🙏
তেখেতৰ কিমান যে কিতাপ পঢ়ি লো হিচাপ নাই আজি তেওঁ ক দেখিবলৈ পাই সচাকৈ সুখী হলো তেওঁ লৈ শত সহস্ৰ সেৱা জনাইছো
ধন্যবাদ news plus চাৰ জনৰ সাক্ষাৎ দিয়াৰ বাবে
হাজৰিকা চাৰৰ কিতাপ বহুত পঢ়িছো । বহুত ভাল লাগে ।
আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ...
Respected Ranju Hazorika Sir,I really amazed by your story.
My nbr 1 best favorite Novelist. I ike him nd already I read 📖 350 above. He is first novelist (writer) in my life....adventure thriller Kuhak , Directive novel Kalnag series nd Horror thriller Mritur Bix Pil very fantastic.. Thnx Sir...
Same here...I also like him 😍
My nmbr 1 best Favorite Novelist..He is 1st Novelist in my life..
Ranju Hazarika sir you are an equally good orator, the way you explain everything like a tale has it's own melody
Ronju Hajorka siror uponyas pori bohut val lage. Thak you Ronju sir.Aponar long life kamona korilu.
Ranju da r likha kahini bur bohut vall lage..... Vhoi loga bur basi vall pau❤️❤️❤️❤️❤️❤️❤️
Favorite writer❤🙏
I felt in love with books after reading ur "sadmobeshi"...... after that i read more than 100 of his books collected from friends.... because i cant afford buying it. Love u sir
My all time favourite ....❤️❤️❤️❤️
ৰঞ্জু হাজৰিকাৰ মনৰ কথা বুজি
পাই ভাল লাগিছে
নামৰ এটা অৰ্থ আছে
আপুনি অসমীয়া সাহিত্য জগতৰ এটা উজ্বল নক্ষত্য
বিস্ময় খন হাতত লৈয়েই ৰঞ্জু হাজৰিকা দেৱৰ ভৌতিক গল্প বিচাৰি হাবাথুৰি খাইছিলোঁ
সেই দিনবোৰ মনত পৰে বহুত 😌
ওমম
সচাকৈ
Bismoy khon kinar mul udesysai aasil tekhetor likhoni suwar🙏🙏🙏🙏
আৰু লগতে পত্ৰবন্ধু পতাৰ কিমান যে হেপাহ আছিল। দুপৰীয়া হলেই পোস্টমেন জন আহিব বুলি বাট চাই থাকিছিলোঁ 🤗😀
Mur priyo lekhok jon. Pronam sir🙏🙏🙏 Dhonyo holu aji apunak dekhi
ভাল চাৰ 💐 🌹
অকল চৰকাৰৰ নহয় , আপোনালোকৰো আজিহে মনত পৰিল নেকি
এতিয়া চৰকাৰে সন্মান দিলে .. চেনেলৰ টি আৰ পি বাহিব বুলি ভাবি আপুনিও মাতি আনিলে .. মানুহজনে বহু আগতেই এই সন্মান পাব লাগিছিল , তেতিয়া কিন্তুু তেখেত আপোনাৰ নজৰত নাহিলে
Wow Ranju Hazarika sir...bohut val lagil..dangor huar pora apunar kitap pohi asu....bohut val lage story bur....ru aji dekhi khub val lagil...
ৰঞ্জু হাজৰিকাদেৱ মোৰ অতি প্ৰিয় লেখক।
My all time respected novelist Ranju Hazorika sir. We ❤ you always. May almighty God bless you always.
ময়ো বহুত পঢ়িছো ।মাৰ গালিও খাইছিলো।লুকাই লুকাই পঢ়িছিলো
ৰঞ্জু হাজৰিকা ছাৰৰ কিতাপে পৃথিৱীখন চাবলৈ শিকালে। সাগৰৰ মাজৰ অচিন দ্বীপ , অৰণ্য আদিৰ কি অনুপম বৰ্ণনা
তেখেতৰ কিছুমান কাহিনী পঢ়িলে বৰ ভয় লাগি যায়।
তেখেতৰ দীঘায়ু কামনা কৰিলো।
Ranju sir k aji fst dkhilu..apunar kitp bur bhut byotikrom unt koi..phi vl lge bhut.💚
My most favourite childhood series was the ' Jeshon Series '...
My favorite author..horu pora jetiyai ranju hazarika kitab bulie kolie kiba eta porhibo bohot mon jai.najanu keo😍🙏🙏
Thanks
নমস্কাৰ গ্ৰহণ কৰিব আপোনাৰ কিতাপ কেবাখনো পঢ়িছো ভাল লাগে পঢ়ি আজি হঠাৎ আপোনাক দেখা পাই নিজকে ধন্য মানিছো সচাকৈ এক বুজাব নোৱাৰা অনুভূতি আপোনাৰ আদৰ্শ ৰে অনুপ্ৰাণিত হওক নৱ প্ৰজন্ম তাৰে ই কামনাৰে আপোনাৰ ওচৰত চিৰকৃতগ্য ধন্যবাদ দাদা good night
দাদাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
চাৰ..কথা..শুনি..বৰ..ভাল.লাগিল...বহু..হা....হিলো😀😀😀😀😀...
My favorite writer
Chentu Da and apu ❤❤❤❤❤
বহুত ভাল লাগিল
❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏 sir apunak dekhi mntu bhut vl lgil
He is the real hero
My fav..♥️🙏🙏
Val lagil prio hahitik jonok dakhi, bahut pohilo awr kitap, val lage bahut
Sir love from me💕💕💕
Ranju hajarika r kitap bohut porhisuAjihe dekhilu teok bohut val lagil
His My favorite writer.. Favorite book is julu
Buhut vall lagel rangu da
He is the genius who never buys fame and awards I salute this simple authentic man.. love you too much..
My favourite ❤️👌
Novel bur porhar karon Ranju Sire 🥰
ৰঞ্জু হাজৰিকাৰ কিতাপ বহুত পঢ়িছিলোঁ এটা সময়ত 😌💓🥺
আপোনাৰ লিখনি আগতে বহুতো পঢ়িছিলোঁ আজি কালি পঢ়া-শুনা এৰা হলো
প্ৰিয় লেখক ৰণজু হাজৰিকা।
He is one of legendary writers in Assam..
Welcome your Episode Projected.
Most interesting writer covering the literary world and l have been going through maximum Novels and feeling pleasure yet been.Long live Respected
Ronju Hazarika.
Admitted that the Name is a turning factor for sweetable acceptance.
Thanks
হাজৰিকা শব্দৰ লগত দেৱ লগাই ক'ব লাগে👌
great , teketor xaikatkar dekhi bohut xukhi holu .
My favourite
Sir ..... Vagoban buli vabo.....aponak..... My dream hero
Wow....
Moi bhutar story porhi
Rati bhoyot pepuwa lagisilu. .....Ranju Hazarika loi 🙏🙏🙏🙏🙏🙏
Bohut val lagil sir k dekhi.....class 9 t thakutei sirr bohut kitap pohisilu....moi u ma'am bulihe vabhisilu.... Class 11t janisilu.sir buli... 😊😊
Ranju dada is the best writer
তেও লিখা বোৰ পঢ়িব বাবে এসময়ত বাতৰি কাকত বোৰ কিতাপৰ মাজত সোমোৱাৰ থৈছিলো ।
Bht val lagil loralir hepahor manuhjonor kahini huni
প্ৰিয় লেখক, আজিহে দেখিলো
Kothatu moiO bhabisilo.Bohut Bohut
Val lagil- Azihe purukh buli janilo.
Ranju Hazarika mur priyo hahityik
My favourite writer.
Ranju hazarika my favorite writter
মানুহবোৰ কিয় এনেকুৱা?? ২৫ হাজাৰ মানুহে চাইছে কিন্তু লাইক কৰিছে মাত্ৰ ৭০০+ ৷ লাইক এটা কৰিলে কি যায় হয়নে৷
Hoi o. Amar aru video soa agote like tuhe tipa jai.
Kob nuaru kio like ata krib nuare
Val lagil tawak sai
Moi deka lora buli vabi asilu.bohut val lagile teuk dekha pai
moiu 1st mohila bulie vabisilu pisothe gompalu..mur favorite writer hoi❤❤❤
❤
Love u sir... Apuni bor dhuniya aru likhoni bur o
ছাৰ জনা হোৱাৰ পৰাই আপোনাৰ কিতাপ পঢ়িছো আজিি দেখি বৰ ভাল লাগিল ছাৰ আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ
Aghori aatmar antornad...bhut voi lga story...bhut voi khaislu phrote...bhut smiti ase sir apunar kitapr lgt..
ৰঞ্জু হাজৰিকাৰ কিতাপ পঢ়ি বৰ ভাল পাওঁ।মোৰ প্ৰিয় লেখক।আমাৰ ঘৰলৈও আহিছে আজি বহু বছৰ হ'ল।
❤❤