Ojaantric || Assamese Podcast ft.

Поділитися
Вставка
  • Опубліковано 16 жов 2024

КОМЕНТАРІ • 677

  • @prona_mi
    @prona_mi 2 роки тому +22

    "জীৱন কচু পাত" মোৰ আজিও প্ৰিয় । যিমানেই পুৰণা হ‌ওঁক লাগিলে ।
    কিন্তু আজিহে গম পাইছো এই গীতবিলাক তেওঁৰ সৃষ্টি বুলি ।

  • @purabisaikia3383
    @purabisaikia3383 2 роки тому +28

    দেবজীত দা , সাংঘাতিক ব্যক্তিত্ব আপোনাৰ, মানুহ হিচাপে আপুনি নিভাঁজ আৰু সৎ, আপোনাৰ এই যাত্ৰা বহুতৰে বাবে প্ৰেৰণা হৈ ৰ'ব। বৰ ভাল লাগিল।

  • @mr.indian8855
    @mr.indian8855 2 роки тому +62

    এনেকুৱা নিভাঁজ মনৰ মানুহবোৰ মোৰ বহুত প্রিয়। Not only Debajit Daa, Both of you ♥️

  • @champokkeleng6491
    @champokkeleng6491 2 роки тому +26

    এজন মৰম লগা নিভাঁজ ব্যক্তিৰ কথাবোৰ জানিলো। প্ৰথমতে ভাবিছিলোঁ UDI দা নাই বাবে খণ্ডটো আমনি লাগিব বুলি। বৰঞ্চ বহুত ভাল লাগিলে।❤️

  • @_GAUTAM_CHANDRA_
    @_GAUTAM_CHANDRA_ 8 місяців тому +1

    সহজ সৰল মনৰ মানুহবোৰ সদায় লুকাই থাকে। ইমান বেছি ভাল লাগিল দেৱজিৎ দাৰ কথাবোৰ শুনি ভাষাৰে বুজাব পৰা নাই। তেওঁৰ মনত ইমান দুখ আছে কিন্তু প্ৰকাশ কৰা নাই। মোৰ ফালৰ পৰা মৰম জানাইছো দাদাক ❤❤

  • @chandanshivam5982
    @chandanshivam5982 2 роки тому +12

    আজি অলপ শান্তি লাগিল। oasis দাই ভালকৈ আঁত ধৰিলে।guest য়ে কথা কবলৈ পাইছে। নহ'লে ud য়ে নিজৰ ফটাঢোল কোবাই থাকোতেই যায়।

  • @nil_90
    @nil_90 2 роки тому +2

    যি চুৰি কৰে বা আনৰ পৰা কাঢ়ি লয়, সদায় মনত তাৰ ভাৰ লৈ ফুৰে | দেৱজিৎ দাৰ মনত হেৰুৱাৰ বেদনা থাকিব পাৰে, কিন্তু মনত বোজা নাই | সেয়ে ইমান সুখী মানুহজন | Best wishes for future projects.

  • @Deepjyoti_kakati
    @Deepjyoti_kakati 2 роки тому +1

    অযান্ত্ৰিক এটি বিৰাটেই টান শব্দ
    কিন্তু ভিতৰচোৱা বহুতেই মিঠা
    প্ৰতিটো এপিচডেই এক অন্য সোৱাদৰ সমাহাৰ সিচি দিয়ে আমাক।।
    আৰু
    ওৱেচিছ দা' এটি ইউনিক নাম
    যিটো নামৰ অনুসৰণ কাৰীৰ হেতাওপৰা।।বিৰাটেই ভাল লগা তেখেতৰ প্ৰতিটো বাৰ্তা
    কি যে মধুৰ কণ্ঠ।।
    অযান্ত্ৰিক এনেকুৱা এটা শব্দ যিটোৰ পৰিচয় বহুতৰেই ওৱেচিছ দা' কি যে ভাললগা ওৱেচিছ দাৰ সকলোৰেই প্ৰতি থকা মৰমৰ সৰলতা।।❤️🙏❤️🙏❤️🙏

  • @________8970
    @________8970 2 роки тому +11

    মৌচম দা,কুসুম দা আৰু দেৱজিত দা এই তিনিজন ৰ show কেইটা আটাইতকৈ ভাল লাগিল।

  • @taruntrinayan7326
    @taruntrinayan7326 2 роки тому +19

    ভৰি উঠোৱা মানুহজন মানসৰবীন হ'ব চাগে ..তেখেতৰ ৰোমত আছিল দেৱজিত দা

    • @commenti5459
      @commenti5459 2 роки тому +3

      অ কোন হয় জনাৰ ইচ্ছা আছে।

    • @PranAxom
      @PranAxom Рік тому

      Hobo pare

  • @JAJABOR7
    @JAJABOR7 2 роки тому +11

    দেৱজিতদাৰ ক'বলৈ যেন বহুত বাকী ৰৈ গ'ল! অলেখ শুভকামনা নাজিৰাৰ পৰা ♥️

  • @TravelTrekkers001
    @TravelTrekkers001 2 роки тому +7

    মানুহজনৰ সংগীতৰ অনুষ্ঠান ২০১৫ চনত মাকুম ফৰেষ্ট ফিল্ডত চাইছিলো, মানুহজন‌ বিশেষ ভাৱে প্ৰিয় ❤️।

  • @plabitanath1332
    @plabitanath1332 2 роки тому +27

    আজিহে গম পাইছো Oasis দা কথাবোৰ " পেৰি পেৰি " সুধিবও জানে
    .......আগতে ভাবিছিলো "জেগাত" হে সুধিব জানে বুলি !!!!

  • @ankitasaikia2330
    @ankitasaikia2330 2 роки тому +3

    দেৱজিত দাদাৰ দৰে মানুহ আমাৰ সংস্কৃতিৰ সম্পদ..ভালে থাকক সদায়..মনে ভৱা কাম বোৰ কৰি যাওঁক..

  • @Mousin
    @Mousin 2 роки тому +70

    ঘৰৰ মানুহবোৰে এতিয়াও কৈ থাকে অ ’... দ’লবাগান হায়াৰ চেকেণ্ডেৰীত পঢ়ি থাকোঁতে বোলে দেৱজিৎ দা হেনো আমাৰ ঘৰৰে মেছত আছিল....নামটো বোলে কলীয়া... কি বঢ়িয়া ঢোল বজাই বোলে... আৰু কি যে উৎপাত হেনো....😆

    • @gourabhatimuria4036
      @gourabhatimuria4036 2 роки тому +2

      😂😂
      Tengapukhuri পৰা dhole bagan বহুত দুৰ আছিল তেতিয়া 😂

  • @m.kmajuli1503
    @m.kmajuli1503 2 роки тому +18

    সহজ সৰল মানুহ জন ভাল লাগে অলপো কহঙ্কাৰ নাই অলপো গপ ভেম নাই ভাল লাগে 🙏❤️ সদায় এনেকৈ থাকি অসমবাসীৰ ৰাইজক ভাল ভাল গান উপহাৰ দি যাওঁক 🙏🙏❤️

  • @padumisvlogging3044
    @padumisvlogging3044 2 роки тому +6

    ইমান সৰল নিভাজ মনৰ মানুহ বহুত প্ৰিয় আপুনি দেৱজিৎ দা 💗

  • @narayan4416
    @narayan4416 2 роки тому +6

    খুব সুন্দৰ বাৰ্তা দেৱজিৎ দা, কষ্টৰ ফল সদায় মিঠা, আৰু আগবাঢ়ি যাওক👌👍🙏🏼

  • @sampurnadhandia7169
    @sampurnadhandia7169 2 роки тому +12

    তিতাবৰৰ পৰা বহুত শুভেচ্ছা থাকিল অ'ৱেছিছ দা (নামৰ বানানটো ভুল হৈছে যদি ক্ষমা কৰিব)। অকলশৰীয়াকৈ hosting কৰাৰ প্ৰথম খোজটো বৰ সুন্দৰকৈ দিছে। বহুত ভাল লাগিল আজিৰ episode টো।

  • @RupjyotisTips
    @RupjyotisTips 2 роки тому +8

    আপুনি আৰু আগুৱাই যাওক🙏ভাল লগা শিল্পী❤️

  • @samirandeka7013
    @samirandeka7013 2 роки тому +14

    কুসুম কৈলাশ ককাইদেউক আকৌ এবাৰ মাতিলে ভাল লাগিব ..একদম Unique কথা কয় ...আৰু নীল আকাশ ককাইদেউক মাতিব লাগে 😊😊😊

  • @bismitakonch6067
    @bismitakonch6067 2 роки тому +15

    One & only Debojit da👍, kiman bar teu interview hunisu, tothapiu teu kotha huni hepah npolai❤

  • @Sankar.505
    @Sankar.505 2 роки тому +5

    বহুত ভাল লাগিল 💚হৃদয় ভৰি যোৱা এটা episode ,

  • @ishunikuvlogs1495
    @ishunikuvlogs1495 2 роки тому +10

    আজিৰ episode টো ভাল লাগিল ।।।। শান্তি ময় এটা পৰিবেশ 😀

  • @rekhaphukan2601
    @rekhaphukan2601 2 роки тому +6

    Oasis da akoleisun bohut q krile👌... ud da nthokakoie parise.. Debojit dar eman hmy ktha huni thaki kenekoi par hoi gl gmei nepalu... Vl lagil dei ❤❤❤ nxt ep. hunkalei lage

  • @fitnessmania7
    @fitnessmania7 2 роки тому +41

    It's not an interview it is an inspiration for the younger generation who want to succeed in life not only in singing in other field also,hard work is the key❤❤❤

  • @deepjyotikakotilakhya4823
    @deepjyotikakotilakhya4823 2 роки тому +2

    সহজ সৰল এজন ভাল ব্যক্তি দেৱজিত দা ❤️❤️ আৰু আগুৱাই যাওঁক লগতে তোমালৈকো শুভেচ্ছা থাকিল

  • @joyousboruah4774
    @joyousboruah4774 2 роки тому +15

    He is an underrated artist and also such a good human

  • @coverworld1266
    @coverworld1266 2 роки тому +2

    ধৈৰ্য্য কেনেকৈ ধৰে দেৱজিৎ দাৰ কথাখিনি শুনিলে গম পাবা,,lots of love debajit da.

  • @gobardhandekaraja4605
    @gobardhandekaraja4605 2 роки тому +4

    বহুত ভাল লাগিল । দেৱজিত দা মোৰ বহুত প্ৰিয় । আৰু বহুত ক্থা দাদাৰ কবলে বাকী থাকিল যেন মোৰ অনুভ্ৱ হয় ।

  • @nipankajyotinath4001
    @nipankajyotinath4001 2 роки тому +6

    আজি লৰাৰ তামাম কথা ওলাইছে...খাটাং খিটিং question😄
    ভাল লাগিল চাই👍

  • @tahajhussain7485
    @tahajhussain7485 2 роки тому +9

    This man is something very different. His attitude. The way he is. Wow. ❤️

  • @hi456r65
    @hi456r65 Рік тому +2

    1:10:20 Eman bosoror pisot Rupam daa'r naam tu huni bhal lagil

  • @debojitahomrk6645
    @debojitahomrk6645 2 роки тому +4

    আজি epi2 চাই ভাল লাগিল । দেৱজিত দাদাই মিহি-মিহিকৈ বেয়া জমালে 🤣🤣🤣। লগতে তেখেতৰ জীৱনৰ তিতা মিঠা কথা জানিব পাৰিলো ।

  • @abhijitsaikia6476
    @abhijitsaikia6476 2 роки тому +5

    আজি অসমৰ চনামধন্য গায়ক সকলে এই মানুহজনৰ কান্ধত বন্দুক থৈ গুলি ফুটাই নাম কমালে, কিন্তু এই মানুহ জনক কোনেও চিনি নাপালে । দুখ লাগে আমি অটোৱালা, taxigari, নেমো চেপি চেপি শুনিয়েই কাৰোবাক ওপৰত উঠাই দিলোঁ , আৰু এওঁৰ নিচিনা বহুত talent ক গম নাপালোঁ😭

    • @jintuphukan1391
      @jintuphukan1391 2 роки тому

      কান্ধত ভৰি ৰখা লোকজন কোন আছিল, মানুহে অলপ গমি চালেই গম পাব ।

  • @lsd4889
    @lsd4889 2 роки тому +1

    Debajit da k bht bht valpao.... Saku pani olai goise suni imn dukh dise teok....
    Ji jon mnhe bhari uthai malis korib dise sei kotha khar tej grm hoi goise.. Mnh jonk kati dio jen lagise.. Really

  • @bikuchiranjit105
    @bikuchiranjit105 2 роки тому +23

    Aaji hantit saisu... 😉
    Guest jone nijor kotha kobole time aru hubidha paise..
    Nice conversation 🤘

  • @manassarma2854
    @manassarma2854 2 роки тому +1

    বহুত সহজ সৰল নিভাজ অন্তৰৰ মানুহ এওঁ ৷ ইমান হিট হিট গীত ৰচনা কৰাৰ পিছটো সাধাৰণভাবে থাকে ৷
    এইটো খণ্ড বহুত ভাল লাগিল ৷ সচাই কৈছো ৷ UD দাদা বেয়া নাপাব ৷ আপোনাক বহুত আগৰ পৰাই ভাল লাগে ৷ কিন্তু ভিডিঅবোৰত অতিথিকৈ বেছি আপুনি কথা ক'য় ৷ মানে অতিথিজনৰ মুখৰপৰা কথাবোৰ কাঢ়ি আনি কোৱা যেন হ'য় ৷ কিন্তু এইটো খণ্ডত অতিথিজনে মুক্তমনে কথাখিনি ক'ব পাৰিছে আপুনি নাই কাৰণে ৷ আপুনি অতিথিবোৰক অভিজ্ঞতা/স্মৃতি বোৰ মনত পেলাই দি তেওঁৰ লগত সহযোগ কৰিব ৷ কিন্তু আপুনিএ গোতেইবোৰ কৈ থাকিলে ভাল নালাগে ৷ এজন দৰ্শক হিচাপে কথাখিনি ক'লো, বেয়া নাপাব ৷৷

  • @krvids18
    @krvids18 2 роки тому +46

    This ep was quite different enjoyed watching this got to know alot Oasis da did well ending was lit.Expecting for Neel Akash as he also got similar journey...

  • @jollygirl1731
    @jollygirl1731 2 роки тому +9

    Really enjoyed this episode..Debojit da apuni aru aguwai jaouk...akdm hosa ontoror manuh apuni..bohut besi vl lagil apunak ojantrikot pai....thankyou ojantrik..❤

  • @sarcasticstranger
    @sarcasticstranger 2 роки тому +74

    This episode felt very professional. The guest is able to speak freely. Probably the best so far!

  • @kalpanakataky9092
    @kalpanakataky9092 2 роки тому

    এনেকুৱা সহজ মানুহবোৰ ভাল লাগে।দুখ লাগিল কষ্ট বোৰ জানি। নীচ মানুহবোৰ এই যে দেৱজিৎ ক শাৰীৰিক ভাবে অপদস্ত কৰিছিল গাত ভৰি তুলিছিল এতিয়া বেয়া নেলাগেনে কৰা জনৰ।তেওঁ নিছয় ভুগিছে ভগৱান এ দিছে তেওঁক।ভাল লাগিল দুইজন ক আজি।Oasis ক বৰ সহজ যেন লাগে।তেওঁ কথাবোৰ জানিবলৈ বোৰ ইচুক ।ধুনীয়াকৈ উলিয়াব জানে আলহী জনৰ মনত থকা কথাবোৰ।বহুত এ হইটো কবলৈ সুবিধা পাই নিজৰ কব লগা কথাবোৰ।আজি Oasis ক বৰ ভাল লাগিছে। ইউ দি নাই যে সুবিধা পাইছে কথা কবলৈ

  • @dhunonlysong240
    @dhunonlysong240 2 роки тому +6

    ভৰি তুলা মানুহ জনৰ নামটো কৈ দিব লাগে তেতিয়া হে সেইজন কোন মানুহ ভালকৈ চিনি পাব মানুহে,সম্ভম জুনবাই মানুহে হব হেই জন

  • @karobigogoi1963
    @karobigogoi1963 2 роки тому +7

    Udy dak ms korisu.....2ijn thkle besi vl lgbo...nd oasis...🥰🥰🥰mjaa..vl lgil sai..(lv frm shvsgr)

  • @sonmonisonowal2662
    @sonmonisonowal2662 2 роки тому

    খুব ভাল লাগিল। আপোনালোকে কৰা কষ্টবোৰ জানি, বিশেষকৈ আপুনি লিখা তেতিয়াৰ গীতসমূহ যিবোৰ মোৰ এতিয়াও খুব প্ৰিয়; কিন্তু আপুনি লিখা গীত বুলি আজিহে জানিলোঁ; আপোনালৈ বহুতো শুভকামনা জনালোঁ।

  • @jyotiprasadpegu3736
    @jyotiprasadpegu3736 Рік тому +1

    মানুহজনৰ কথা বতৰা সহজ সৰল। ভাল লাগিল❤️❤️❤️

  • @jadupathak5435
    @jadupathak5435 2 роки тому +3

    ভৰি উঠোৱা মানুহ জনৰ নাম টো কোৱা হলে ভাল আছিল।।।লগতে দেৱজিৎ দা লৈ মৰম পঠালো।।গহপুৰ

  • @parthapratimhazarika4436
    @parthapratimhazarika4436 2 роки тому +10

    respect for Debojit da ❤️never thought that he would be this great....
    Thank you oasis da for bringing up his story to us...Respect💯

  • @priyasaikia3075
    @priyasaikia3075 2 роки тому +6

    দাদাৰ কথাবোৰ সহজ সৰল শুনিয়েই বহুত ভাল লাগে ❤️🥰

  • @chitrajitlahon6500
    @chitrajitlahon6500 2 роки тому +9

    বহুত ভাল লাগিল,,,,,প্ৰিয় মানুহজন ❤️

  • @satyajitsarma1084
    @satyajitsarma1084 2 роки тому

    নিজৰ ত্যাগ খিনি হাঁহি হাঁহি যেনেকৈ কৈছে তাৰ মাজত লুকাই থকা দুখ খিনি কেৱল তেওঁ হে অনুভৱ কৰিছে। ইমান হিট গীত বোৰ লিখিছে ,সেইবোৰ গীত বোৰ আমাৰ শৈশৱ পাৰ কৰিছো , আজি কথা খিনি গম পাই বহুত বেয়া লাগিল, তেওঁ কৰা কাম খিনিৰ অলপ মান ও মৰ্যদ্যা নাপালে, যি নহওঁক ভগৱানে তেওঁক তেওঁৰ সন্মান দি দিছে।

  • @rajballav8925
    @rajballav8925 2 роки тому +18

    Such an inspiring, yet somewhat dark story of his struggle. Never knew that all those bihu hits of our childhood days were composed and written by Debojit da.
    I would like to request you to invite Alokesh Dutta to your show. He has an extraordinary vocal texture and some really good songs. Thanks ☺️🤗

  • @manjilborgohain7739
    @manjilborgohain7739 2 роки тому

    অনুষ্ঠানটো যথেষ্ট সুন্দৰ ‌লাগিল ।। নাজিৰাৰ ‌যিজন ঢুলীয়া ৰূপম দত্তৰ কথা কৈছে তেওঁ কাৰেং হুছৰি দলত আছিল ।

  • @abhijit3540
    @abhijit3540 2 роки тому +37

    Finally the wait is over ❤️..Debojit daa very inspiring person💙💙

  • @kangkandeka753
    @kangkandeka753 2 роки тому +6

    Probably the best show of Ojantreek... Oasis Da apunr pora aagoloi aakow ene episode axa korilu ❤️

  • @dipaligogoi4900
    @dipaligogoi4900 3 місяці тому

    Tekheto parkori aha jeebnor dukh jantona boor nijor mookhr pora huni khub dukh lagise.
    Gud bless you.

  • @sovitaboruah2033
    @sovitaboruah2033 Рік тому

    সহজ সৰল মানুহ জন । সদায় ভালে থাকক।যিজনে ইমান কষ্ট দিলে তেওঁৰ নাম টো জানিব মন আছে।

  • @parinaborah5981
    @parinaborah5981 9 місяців тому

    ইমান সাধাৰন মানুহজন।বহুত ভাল লাগিল।ভালে থাকক সদায়।❤

  • @nandanboruah6819
    @nandanboruah6819 2 роки тому

    বৰ দুখ লগা কাহিনী ।মাটিৰ মানুহ দেৱজিৎ দা । বহুত বেয়া লাগিল কাহিনী টো শুনি 😢. মৌচম গগৈ অহা খণ্ড আৰু আজিৰ খণ্ড বহুত ভাল লাগিল

  • @lavitakalita6757
    @lavitakalita6757 2 роки тому +1

    এনেকুৱা সহজ সৰল নিভাজ মনৰ মানুহবোৰ মোৰ বৰ প্রিয়।।।।।।

  • @chaopurnajyotiphukon
    @chaopurnajyotiphukon 2 роки тому +2

    Dikhouporiya aaaaa
    O aaita,
    Aami bihute boliya….
    Ujoni re pora
    Namonit furu
    Nhou ami vagorua
    Husori husori
    Ami gao husori
    Hunisu aaita
    O Tumi henu nasoni
    Tumi henu nasoni hua…..
    Dikhoporiya was a star, always be a star

  • @ushabora2721
    @ushabora2721 Рік тому +2

    দেৱজিৎ ৰ দুখৰ কথা খিনি শুনি অত্যন্ত দুখ পালো

  • @darshannagaria8059
    @darshannagaria8059 2 роки тому +42

    "KHAGEN GOGOI" Another legend from our soil, i bet if Ojantric brings him to this stage that will be another masterpiece like the episode of "DWIPEN BARUAH" 🙏🏻

  • @Kirangogoi209
    @Kirangogoi209 2 роки тому +1

    ভাল লাগিল দেই... দেবজিত দাৰ কথা বোৰ শুনিলে শুনিয়ে থাকিবলৈ মন যায়.... দা দা.... 🥰🥰

  • @phukonrr
    @phukonrr 2 роки тому +12

    This is pure addiction.....pure and pure addiction.... 💕💕💕

  • @munusunu6486
    @munusunu6486 2 роки тому +2

    ধুনীয়াকৈ আঁত ধৰিলা অ'ৱেছিছ👌👌 ud da miss u
    দেৱজিত দা,ভাললগা মানুহ❣️❣️

  • @nitubarua3352
    @nitubarua3352 2 роки тому +5

    আজিৰ খণ্ড তো সঁচাই বহুত ভাল লাগিল।

  • @jyotibora4650
    @jyotibora4650 2 роки тому +6

    Ud dak miss korisu dei.debajit dar gaan val lge😍 Priya hilpe

  • @dipumpbora7904
    @dipumpbora7904 2 роки тому +1

    মানুহ জনক বহুত বেছি ভাল লাগে , মনত দুখ আছে যদিও হাঁহি থাকে

  • @digantasarmah4779
    @digantasarmah4779 2 роки тому +1

    ভাল লাগে মানুহজন, একদম মাটিৰ মানুহ.... তেখেতৰ পৰা আৰু বহুত ভাল ভাল কামৰ অপেক্ষাত ৰ'লো।
    বাকী সেই ভৰি পিটিকিব দিয়াটোৰ নামটোহে জানিবলৈ আশা থাকি গ'ল। সি এতিয়াও বেলেগক ভৰি পিটিকিব দিয়ে নে আজিকালি সি নিজেই বেলেগৰ ভৰি পিটিকে, জানিবৰ ইচ্ছা আছিল।

    • @jintuphukan1391
      @jintuphukan1391 2 роки тому

      সেইজন কোন আছিল অলপ গমি চালেই গম পোৱা যায় ।

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music Рік тому

      @@jintuphukan1391 M. ROBIN sage Noh ?

  • @santichayasaloi6816
    @santichayasaloi6816 2 роки тому +8

    Bht val lagil aito episode..... Oasis dai finally alp besike kotha patile. BTW I missed udy...and oasis gossip ❣️🌼

  • @phulkumardeka9073
    @phulkumardeka9073 2 роки тому +2

    Bhori tula bure etiya dubise sage.... Apunar voice val apunar talent ase so nijei nijor prithvi ekhon bonai jaok.... We are with you Sir....

  • @dikshitdeka5780
    @dikshitdeka5780 2 роки тому +8

    Literally the episode is great. Oasis da is having a great interactive session with debojit da but he is saying that following the today’s trend of music is better. But I would like to give a small suggestion to oasis da that rather than following the trend or following the other artist debojit da is unique and better in his own way, because now a days only unique things are best.
    So I hope oasis da will understand this thing👍🏻

  • @Omandmomvlog
    @Omandmomvlog 2 роки тому +1

    Hosai Devojit da bor hohoj horol. Ajikli khub km mnuh ase tenekuae. Lv frm sivasagar

  • @hemensarma9175
    @hemensarma9175 Рік тому

    Debajit da ami apunak bhut vl pau dei aru aguai jauk apuni aru khodai apuni enekoie khohoj khorol hoi thakibo ahongkar monoloi naniba eyaei Bhagowanor usort parthona

  • @jatinsaikia6342
    @jatinsaikia6342 2 роки тому +4

    সহজ সৰল মানুহ, ভাল লাগিল ৷❣️🇮🇳👍

  • @nikashsonowal2406
    @nikashsonowal2406 Рік тому

    Bohut bhal lagil sai...bohut hohoj horol manuh ...bhori uthua kothatu huni mure khong uthise etiyau kiyo expose kora nai buli...may be he don't want to recall his past life...
    All the best team Ojantric

  • @JnandeepChutia
    @JnandeepChutia 2 роки тому

    Aji oasis daak bhal lagil dei. Parise apuni. Bhal hoise. Debojit da manuhjon hosai manuh dei. Iman nomro, vodro, down to earth. Heibabe bhal lage tekhetok. Talented artist. Hodaye bhal houk teur bohudur aaguwai jauk. Hubhokamona thakil. Bhogobane hodai hohai koribo apunak.

  • @sumumahanta9085
    @sumumahanta9085 2 роки тому +1

    Mojha mojhaaa.... Bro 2mi okolai fali dila dekhun.....Debojit da eman normal kotha pate....val lagil

  • @manishadevi6401
    @manishadevi6401 2 роки тому

    Oasis r voice tu xosai bht dhunia logote lora tu innocent mind r hoi.....

  • @RohitR12474
    @RohitR12474 2 роки тому

    এতিয়াও হাঁহি আছোঁ অকলে অকলে।। হাঁহিয়ে যে মানুহক নতুন জীৱন দিব পাৰে আজি বাৰুকৈয়ে অনুভৱ কৰিলোঁ।। মোৰ ভাল লগা অনুষ্ঠান এটা উপভোগ কৰিলোঁ আজি।।

  • @arupjyotigohain957
    @arupjyotigohain957 2 роки тому +11

    This man has gone through a very never imagine phase...

  • @prastutidutta5929
    @prastutidutta5929 2 роки тому +1

    Ojaantric is not only a show its an something different for us .......the every episode gives us some kind of inspiration.... Extra happiness.....ji2 blg kot u bisari pua najai ...... thanks to ojaantric members ♥️♥️♥️

  • @PubaliBhuyan
    @PubaliBhuyan 2 роки тому +2

    Debojit Bora r episode r karone wait kori asilu....but UD daak miss korilu....kiba eta Khali lagi thakil

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 2 роки тому

    Val lagile... কষ্ট ৰ ফল সদায় মিঠা। এইবোৰেই প্ৰমাণ

  • @sherryburagohain1472
    @sherryburagohain1472 2 роки тому +11

    I watch Oasis.listen his voice.such a decent and dignified person Oasis.
    Miss you UD bro.love you soo much

  • @chayanikadas5020
    @chayanikadas5020 2 роки тому +3

    One of the best episode of ojantrik..

  • @overlord3885
    @overlord3885 2 роки тому +3

    Bohut bhal manuh ejonok mati anily.. ❤️

  • @rnjcreation7453
    @rnjcreation7453 2 роки тому +13

    সহজ সৰল মানুহজন ❤️

  • @geetashreegogoi3843
    @geetashreegogoi3843 2 роки тому

    Debojit da 😍 teu eiat ullekh kora teur freind 4khon বেদ Ananta, Lichu,pavitra aru teu mur jibont prothom bihu nas hikua manuh...horute kusot loisil monot thaki gol.. Ekhon বেদ Anantar voniyek buli special morom paisilu... Aru Oasis 😍love ... Crush😍.... Love from sibsagar Nazira🤝❤

  • @nibirnitusarmah985
    @nibirnitusarmah985 2 роки тому +3

    দেৱজিৎ দাক মালিচ কৰিব দিয়া জন মানস ৰবীন

  • @BB-jt6li
    @BB-jt6li 2 роки тому +5

    সৰল মানুহ.....ভাল লাগে এওঁক ।

  • @nabaaxom5336
    @nabaaxom5336 2 роки тому +1

    ইমান সৰল মানুহজন , সেইকাৰণে ভাল লাগে দেৱজিৎ দাক

  • @baruahcreation2685
    @baruahcreation2685 2 роки тому +2

    ajir Episode2 sai vl lagile . Kiba ata santi priyo bhabe sli ase . Osis daa aji he ktha bilak kb change paise . Ud daa thakile change a napai , UD daak miss krixu .,,

  • @noliniluwangthem9042
    @noliniluwangthem9042 2 роки тому +7

    Finally ojantric eman dinor murot
    Hi oasis da tumar voice tu just fida❤❤❤

  • @amorpegu2977
    @amorpegu2977 2 роки тому +1

    Debojit daa apuni aamar inspiration idol person ♥️💚♥️God bless you 🙏 forever

  • @djhh6298
    @djhh6298 2 роки тому +1

    প্ৰিয় মানুহ জন, দেৱজিৎ দা ❤️❣️( নাম একেই বাবে আৰু তেওঁৰ সংগ্ৰাম খিনিৰ বাবে অধিক প্ৰিয় তেওঁ🤩)

  • @jumbledjimoni692
    @jumbledjimoni692 2 роки тому +4

    1 hour & 15 minutes 😱😱😱honestly I am quite surprised 😌😌😌 kotha komkoi kuwa manuhjone emmman kotha kenekoi uliwabo parile 🙄🙄🙄 but xosakoi debojit dadar kisuman tita kisuman mitha smriti bor janibo pai val lagil ,,, u did a great job ,,, people should share the bad phases too so that people can understand life isn't about only sweet cotton candies 🙂🙂🙂 ending was mojjja btw UD da missed u a lot 🥺🥺🥺joldi joldi shooting ses korok aru xnkal ojaantric r sokit bohok 😁😁😁

  • @tikheswargogoi4549
    @tikheswargogoi4549 2 роки тому

    Dada moi sivasagarr pora koisu... Apunalukar anusthantu khub val lage Sai... Aji ud daa nai... Jiki nahok mur falor pora eta anurudh thakil lakhichandra buli eta natun Lora ase khub hundar gai ebar huni sabo sun val pale ebar matibosun mur khub priya... Plz sestha karibo....

  • @gandhigogoimusical9497
    @gandhigogoimusical9497 2 роки тому +2

    নীল দা ক এবাৰ চাব বিচাৰোঁ__♥️