Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96

Поділитися
Вставка
  • Опубліковано 13 жов 2024
  • Our Second channel:
    Oasis Talukdar : www.youtube.co....
    Udayan Duarah : www.youtube.co....
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    #ojaantric
    #assamesepodcast
    #ChakrapaniParashar

КОМЕНТАРІ • 831

  • @Baartalaap
    @Baartalaap Рік тому +50

    অশেষ ধন্যবাদ, মই comments সমূহ পঢ়িলো আপোনালোকৰ, মোৰ নিজৰেই চকুপানী ওলাই গল , চক্ৰপাণিৰ চকুপানী ওলাই গল 😢... ধন্যবাদ ধন্যবাদ, আশীৰ্বাদ কৰিব ❤❤❤

  • @pujabhuyan7871
    @pujabhuyan7871 Рік тому +12

    হালধীয়া সাংবাদিকতাৰ বিপৰীতে এজন নিকা সাংবাদিকৰ বৰ্তমান সময়ত বহুত প্ৰয়োজন, সেইবাবে চক্ৰপাণি দা প্ৰিয়। আজিৰ আলোচনাতো যেন শেষ নহওক এনে লাগিছিল। কিছুমান কথা ৰাইজক দেখুওৱাটোৰ প্ৰয়োজন আছে। ভালে থাকক আপোনালোক।

  • @pampitaradas9649
    @pampitaradas9649 Рік тому +5

    তৰুণ গগৈ sir ক বহুত বহুত miss কৰিছোঁ 🙏 বহুত ভাল লাগিছিল তেওঁক,

  • @MintuBorah-xu4xr
    @MintuBorah-xu4xr Рік тому +42

    দুজন favourite মানুহৰ পৰা ইমান খিনি কথা শুনিব পাই সঁচাকৈ বহুত বেছি ভাল লাগিল 🥺❤️ অযান্ত্ৰিক আৰু বাৰ্তালাপ ৰ দীর্ঘায়ু কামনা কৰিলো 🤩❤️

    • @BUSINESSAmazon-b5b
      @BUSINESSAmazon-b5b 9 місяців тому

      ua-cam.com/video/Kk7Dfp5iJb8/v-deo.htmlsi=xXevb8RK477ogtB4

  • @Deepjyoti_kakati
    @Deepjyoti_kakati Рік тому +9

    অযান্ত্ৰিক মোৰ বাবে সুস্থ হোৱাৰ ঔষধ। যেতিয়াই মন বেয়া গা বেয়া লাগে নতুবা কিবা মানসিক শাৰীৰিক অসুস্থতাত ভোগো তেতিয়াই মই অযান্ত্ৰিকৰ চোৱা খণ্ড বোৰেই চাই থাকোঁ সুস্থ হৈ পৰোঁ।। ভাললগা ❤️🙏🎧🎶💐

  • @monalichadutta9374
    @monalichadutta9374 Рік тому +9

    সচাকৈয়ে চক্ৰপানী পৰাশৰৰ কথাবোৰ বৰ ভাল লাগে বিশেষকৈ হাঁহিটো।অনিমেষ ভুঞাৰ স্মৃতিত লিখা কবিতাটোৱে হৃদয় হৃদয় চুই গ'ল। অযান্ত্রিক আৰু বাৰ্তালাপৰ দীৰ্ঘায়ু কামনা কৰিলো ।❤❤

  • @pallaviborah1012
    @pallaviborah1012 Рік тому +34

    বহুদিনৰ পিছত চাইছোঁ ojaantric,,,,, চক্ৰপাণি দাদাক আপোনালোকৰ লগত দেখি ভাল লাগিল, চক্ৰদাৰ কবিতাই হৃদয় স্পৰ্শ কৰি গ'ল।

  • @সন্ধানীপ্ৰেৰণা
    @সন্ধানীপ্ৰেৰণা 8 місяців тому +1

    চক্ৰপাণি দাদা। শিকিলোঁ সাহস পালো।‌আপোনাৰ কথাবোৰ যে শুনি থাকিব পাৰি ইমানেই গহীন মাতষাৰ । কিতাপৰ মাজত পঢ়া উপন্যাসৰ কথাবোৰ যে কিছু পৰিমাণে যে সঁচা এতিয়া বুজিছোঁ। বহুত ভাল লাগিল। মোৰ স্কুলীয়া জীৱনত মোৰ মা মোৰ প্ৰধান শিক্ষক আছিল। এদিন কাণত ধৰাই থৈছিল স্কুলত।

  • @momi6989
    @momi6989 Рік тому +20

    চক্ৰপানি দাদাৰ বেয়া দিনবোৰৰ কাহিনীবোৰ বহুত দুখ লাগিল । বহুত হাঁহিলো ও বগৰী পাৰা কাহিনী শুনি । আপোনালোক দুইজনকে বহুত ভাল লাগে 🙏❤️💐

  • @madhusmitanath9138
    @madhusmitanath9138 Рік тому +26

    এক বিশেষ ব্যত্তিত্বৰ অধিকাৰী আপুনি... ইমান সৰল, হাঁহিটোৰেই যেন জিনিব সকলো .... ভগৱানে সদায় সহায় কৰক আপোনাক চক্ৰ দা ... বহুত ভাল হওঁক আপোনাৰ ❤.... অযান্ত্ৰিকলৈ অশেষ ধন্যবাদ 💗✨

  • @karabisonowal395
    @karabisonowal395 Рік тому +1

    Ojaantric সদায় প্ৰিয় । এইটো খণ্ড বিশেষকৈ প্ৰিয় ।

  • @rkdrkd7268
    @rkdrkd7268 Рік тому +1

    বৰ ধুনীয়া এটা আলোচনা কৰিলে আপোনালোকে।।ভাল লাগিল।।আপোনালোকৰ চিন্তা ধাৰাত একমত

  • @triptiraj6727
    @triptiraj6727 Рік тому +8

    প্ৰিয় মানুহ জন ❤কুশলে থাকক। আপোনাৰ বাৰ্তালাপৰ নিয়মীয়া দৰ্শক মই।লগতে কুশলে থাকক আপোনালোক দুয়ো 💐♥️

  • @krishnaamajuli1622
    @krishnaamajuli1622 Рік тому +11

    বিশেষ খণ্ড❤💚 অযন্ত্ৰিক প্ৰায়েই চাওঁ ,আজিৰ খণ্ডটো নোচোৱালৈ থাকিব নোৱাৰিলোঁ ..... চক্ৰপাণি ছাৰৰ নিৰ্ভিক আৰু সাহসী মনটো খুবেই প্ৰিয় ,তেওঁৰ কথাবোৰ কাৰোবাৰ বাবে যদি সাহস আন কাৰোবাৰ বাবে আকৌ প্ৰেৰণাৰ উৎস। ভালে থাকক ছাৰ😊

  • @bornalisaikia1794
    @bornalisaikia1794 Рік тому +12

    প্ৰতিভা যে লুকাই নাথাকে তাৰ উজ্জ্বল নিদৰ্শণ চক্ৰপাণি পৰাশৰ । ভাল লাগিল চাই পাছত চাম বুলি থৈ ও শেষ কৰি হে শান্তি হৈছে । Ojantrik loi bohut morom ❤️.......

  • @m3official209
    @m3official209 Рік тому +1

    সচাকৈ অন্তৰ চুই গ'ল। আপুনি great চক্ৰ দা।

  • @kashmirisarmah1102
    @kashmirisarmah1102 Рік тому +1

    ‍কথাবোৰ শুনি ভাল লাগিল

  • @bidyutphukan3440
    @bidyutphukan3440 Рік тому +11

    আধৰুৱা হৈ থাকিল যেন লাগিল আজিৰ অনুষ্ঠানটো । আৰু বহুত কথা পাতিব থাকি গ'ল নিচিনা অনুভৱ হ'ল।
    আকৌ এদিন চক্ৰ দাক অযান্ত্ৰিকৰ অতিথি ৰূপত দেখা পাম বুলি আশা ৰাখিলোঁ ।
    অনুষ্ঠান বোৰ নিয়মিত কৰিব 🙏🙏 please....
    Love from DHEMAJI ❤

  • @rekhamorang9437
    @rekhamorang9437 Рік тому +1

    ভাল লাগিল চক্ৰ পানী ৰ জীৱন ৰ কাহিনী শুনি

  • @pikumoniyein972
    @pikumoniyein972 Рік тому +1

    চক্ৰ দাদা সদায় প্ৰিয় । ভালেই থাকক আপুনি কেতিয়াবা লগ পোৱাৰ আশা এটা পুহি ৰাখিছো ।

  • @dimpinath3467
    @dimpinath3467 Рік тому +3

    চক্ৰ পাণি দা সদায় প্ৰিয়❤ লগতে অযান্ত্ৰিক প্ৰিয় show টো বহুত ভাল লাগিল।

    • @BUSINESSAmazon-b5b
      @BUSINESSAmazon-b5b 9 місяців тому

      ua-cam.com/video/Kk7Dfp5iJb8/v-deo.htmlsi=xXevb8RK477ogtB4

  • @poojabordoloi903
    @poojabordoloi903 Рік тому +11

    চক্ৰপানী দাদা।কিমান প্ৰিয় মানুহ হয়তো শব্দৰে বুজাব নোৱাৰো!তেওঁৰ হাঁহিটিয়ে বহু কথা কৈ যায়!ভালে থাকক সদায় ধুনীয়া মনৰ মানুহবোৰ!বাকী বহুত দিনৰ মূৰত ঘূৰি আহিয়েই প্ৰিয় মানুহজনক নিমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ Oasis da aru UD da🙏❤

  • @niharikasonowal4939
    @niharikasonowal4939 Рік тому +1

    বেলেগ কিবা কবলৈ মই সঁচাই ভাবি পোৱা নাই।।। মুঠতে বহুতেই ভাল লাগিল।। দুইয়োজন প্ৰিয় ব্যক্তি।।❣️❣️❣️❣️

  • @nipagogoimoon9478
    @nipagogoimoon9478 Рік тому +9

    চক্ৰপাণি দা আপোনাৰ কথাবোৰ শুনি দুখ লাগিছে যদিও কেৰাহীৰ টুকুৰাই বাৰুকৈয়ে হঁহোৱালে ❤❤❤

  • @sizuka_3
    @sizuka_3 Рік тому +2

    আপুনি সদাই প্ৰিয় চক্ৰ দা ❤️ we always love you 😊🌻

  • @himanshukakoty547
    @himanshukakoty547 Рік тому +1

    অযান্ত্ৰিক ৰ আটাইতকৈ ভাল লগা খণ্ড । চক্ৰপাণি দাৰ সহজ সৰল ব্যৱহাৰ তথা কথনৰ যি কৌশল তাৰ পৰা শিকিব লগা বৰ্তমান প্ৰজন্মৰ বহুত খিনি আছে । আপোনালোক সদায় কুশলে থাকক আৰু সমাজৰ বাবে এনেদৰে কাম কৰি যাওঁক....

  • @adityagogoi4054
    @adityagogoi4054 Рік тому +1

    উদয়ন দা আৰু ঔৱেচিছ দা আপোনালোকৰ কথাবোৰ বৰ ভাল লাগে। জুবিন দা আৰু ৰবি দাক আনিবছোন,ভাল লাগিব।

  • @bhaskardeka3284
    @bhaskardeka3284 Рік тому +2

    ভাল লাগিল😊

  • @himashreenath2947
    @himashreenath2947 Рік тому +2

    ইমানে সুন্দৰ লাগিল চাই । কি কম আৰু । মইও লখিমপুৰৰ , ইতিহাস বিভাগৰ মইও ছাত্ৰী । সাংবাদিকতা ৰ সপোন মোৰো আচে । ❤

  • @PurnimaBharali-p6t
    @PurnimaBharali-p6t Рік тому +1

    অনুষ্ঠান টো ভাল লাগিছে,ওৱেচিছৰ হাঁহি টো এবাৰ দেখা হ'লে বৰ ভাল লাগিল হেঁতেন দেই

  • @debashreethengal1512
    @debashreethengal1512 Рік тому +7

    চক্ৰপাণি দাদা বুলি ক'লেই কিবা এটা positivity ৰ পৰিৱেশ বিৰাজ কৰে। ভাল লাগে তেখেতৰ ব্যক্তিত্ব😍 ধন্যবাদ উদয়ন দাদা আৰু Oasis দাদা চক্ৰ দাদাক Ojaantric লৈ অনাৰ বাবে। চক্ৰ দা ৰ কবিতা আগতে এবাৰ শুনিছো Aboyob দাদাৰ podcast ত। কবিতাটো যিমান বাৰ শুনিছো কিছুমান কথা ভাবিবলৈ বাধ্য হৈছো। কলমৰ স্বাধীনতা এনেদৰেই শক্তিশালী হৈ ৰওঁক অনাগত প্ৰতিটো দিনলৈ🍃💚
    দীৰ্ঘায়ু হওঁক অযান্ত্ৰিক 😍😍☺️

  • @rekhaphukan2601
    @rekhaphukan2601 Рік тому +8

    বহু অপেক্ষাৰ অন্তত অযান্ত্ৰিক ❤ সাংবাদিকতাৰ জগত খনৰ প্রিয় ব্যক্তি চক্র দা। সঁচাকৈ মূল্য কমাব নোৱাৰি নে। মানুহৰ কৰ্ম সকলোৰে বেলেগ বেলেগ কিন্তুু মূল্য একেই। দুখীয়া মধ্যবিত্ত লোকসকলৰ কথাও ভাৱিব লাগিব।

  • @dipjyotidevi2474
    @dipjyotidevi2474 Рік тому +1

    বহু বছৰৰ‌ আগতে মোৰ ঘৰ ধেমাজিৰ পৰা নৈশ বাছত গুৱাহাটীলৈ যাত্ৰা কৰোতে চক্ৰপাণি দাক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল ...অসমৰ এজন জনপ্ৰিয় সাংবাদিকক অন্তত ওচৰৰ পৰা দেখিছিলো...

  • @atozpranjal8831
    @atozpranjal8831 Рік тому +1

    Love you চক্ৰ দা ❤️🥰❤️🥰

  • @bhairabideka2569
    @bhairabideka2569 Рік тому +8

    উফ্ ! বহুত দিনৰ মূৰত চালোঁ ।চক্ৰ দাৰ হাঁহিটোৰ বাৱেই মানুহজন বহুত সুখী। দুখখিনিক আঁতৰাই হাঁহিটোক লৈয়ে জীৱন জিনিৱ ।❤

  • @jintipathak9387
    @jintipathak9387 Рік тому +3

    বহুত বেছি ভাল পাওঁ আপোনাক চক্ৰ‌ ছাৰ আপোনাৰ কথাৰ পৰা বহুত অনুপ্ৰেৰণা পাও আপুনি দীৰ্ঘায়ু হওক কামনা কৰিছোঁ গোটেই এক ঘন্টাৰ ভিডিওটো খুব‌ মনোযোগৰে‌ চালো

  • @nilakhikumar2995
    @nilakhikumar2995 Рік тому +3

    কি কম আৰু এনেই প্ৰিয় ojantricতাতে আকৌ তিনিওজন প্ৰিয় ব্যক্তি সদায় আগবাঢ়ি যাওক শুভ কামনা থাকিল❤বাতালাপো মোৰ প্ৰিয় সদায় প্ৰিয় হৈ থাকিব

  • @Angshuman007
    @Angshuman007 Рік тому +7

    কথাবোৰ শুনি বহুত লাগিল, সছা অৰ্থত ভাল মনৰ মানুহ ❤ , ভালে থাকক দাদা . এনেকুৱা ধৰণৰ অনুষ্ঠান তথা মানুহৰ পৰা কিছুমান ভাল কথা জানিব পাৰি । ❤

  • @himadrisarmah9333
    @himadrisarmah9333 Рік тому +1

    Khub val lagil interview tu

  • @sachindoley338
    @sachindoley338 Рік тому +4

    প্ৰিয় আছিল ojantric অনুষ্ঠান টো মাজত চোৱা নাছিলোঁ, আজি পুনৰ চালোঁ ভাল লাগিল , চক্ৰ দা লগত কৰা আলাপ আলোচনাখিনিয়ে মন চুই গল ❤ চক্ৰ দা কথাবোৰ কিন্তু এটা নতুন দিশ দেখাই যায়, মোৰ প্ৰিয় ব্যক্তিৰ ভিতৰত এজন আপুনি চক্ৰ দা❤

  • @usersumi552
    @usersumi552 Рік тому +1

    দুয়োজন Favorites ❤ ভালে থাকক।

  • @kolpochitra3869
    @kolpochitra3869 Рік тому +1

    বহুত বহুত ভাল লাগিল অজান্টিক চাই। বহুত দিনৰ মূৰত চালোঁ দেই। ধন্যবাদ।🙏

  • @bhaswatimahanta9873
    @bhaswatimahanta9873 Рік тому +1

    বহুত দিনৰ মুৰত অযান্ত্রিক তাতে আকৌ ভাল লগা মানুহজন ...

  • @anuradhasonowal7765
    @anuradhasonowal7765 Рік тому +1

    বহুদিনৰ মূৰত হলেওঁ বৰ ভাল লাগিল অযান্ত্রিকত প্ৰিয় ব্যক্তি জনক দেখা পায় ।

  • @mkunigari5217
    @mkunigari5217 Рік тому

    মই কেইমাহ মানৰ আগৰ পৰা হে আপোনালোকৰ show চাবলৈ আৰম্ভ কৰিছো। আৰু ইমানেই চালো কি কম‌ আৰু । বাৰ্তালাপ ও recently ‌ঢোৱা আৰম্ভ কৰিছো। আপোনালোকক শুনি চাই থকা সময়খিনিত মোৰ নিজৰ পৰিয়ালৰ আড্ডাত বহি থকা যেন লাগে। লগতে এটি গঠনমূলক interview show.
    মোৰ বিশ্বাস, বহু সফল হ'ব। বহুতো মৰম ও শুভকামনাৰে্্❤❤❤❤❤ from Hyderabad..

  • @dibyakshiborah8869
    @dibyakshiborah8869 Рік тому +6

    বহুত দিনৰ মূৰত নতুন ষ্টুডিঅ'ত ভাললগা এজন ব্যক্তিৰ সৈতে অযান্ত্ৰিক...বৰ ধুনীয়া লাগিছে।❤️🥰

  • @jinakonwar3155
    @jinakonwar3155 Рік тому +4

    চক্ৰপাণি পৰাশৰ দাদা,উদয়ন দাদা আৰু মৰমৰ "voice" দাদা জন সদায় প্ৰিয়❤😘😘 অনুপম চক্ৰৱৰ্তী দাদাই নিউজ লাইভ অফিচত এটা show ত কৈছিল এইজন আমাৰ অফিচৰ আটাইতকৈ ধুনীয়া ল'ৰাটো❤😘আজিও কাণত বাজি থাকে😘

  • @mandeepmusical
    @mandeepmusical Рік тому +15

    Chakra da... Such a great personality. Thanks Ojantric❤

  • @ritumonigogoi2757
    @ritumonigogoi2757 Рік тому +1

    প্ৰিয় ব্যক্তি, প্ৰিয় অনুষ্ঠান। ভাল পালোঁ।

  • @Kismita-Rajbongshi
    @Kismita-Rajbongshi Рік тому +1

    প্ৰিয় অযান্ত্ৰিকত প্ৰিয় ব্যক্তিজন।
    আগ্ৰহেৰে বাট চাই আছিলোঁ।

  • @SasankaBorah-kx6uu
    @SasankaBorah-kx6uu Рік тому +12

    বহু অপেক্ষাৰ পাছত চক্ৰপাণি দাদা Ojaantic অত । বহুত ভাল লাগিল এটো episode ❤️ Love from Tinsukia doomdooma ❤ আৰু Ojaantic পৰিয়ালৰ সকলোকে মোৰ ফালৰ পৰা মৰম থাকিল❤️👍🙏🥰

  • @hobibakhatoon6749
    @hobibakhatoon6749 Рік тому +4

    অসমৰ আশীৰ্বাদ আছে তেখেতৰ লগত।সদায় ভালে থাকক চক্ৰ দা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bhaskaraxom2305
    @bhaskaraxom2305 Рік тому +1

    প্ৰিয় ব্যক্তিজন দেখুৱা বাবে ধন্যবাদ ।

  • @chinmoyeebaruahsumu2333
    @chinmoyeebaruahsumu2333 Рік тому +1

    কথা খিনি শুনি দুখু লাগিল, ভালো লাগিল আৰু বহুত হাহিলো। লগতে কবিতা টো সুন্দৰ 🙏

  • @jutismitakalita
    @jutismitakalita Рік тому +3

    বিশেষ ধৰণৰ ব্যক্তিত্বৰ গৰাকী চক্ৰপাণি দা... বহুত ভাল লাগিল। আগলৈও এনেকুৱা মানুহ বোৰক আমন্ত্ৰণ কৰিৱ বুলি আশা থাকিল। বহুত শিকিৱ পাৰিলো আজিৰ show টোৰ পৰা

  • @himadas315
    @himadas315 Рік тому +3

    বহুদ দিনৰ পিছত চালো ভাল লাগিল ❤😊

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs Рік тому +1

    বহুত ভাল লাগিল

  • @porichetia1290
    @porichetia1290 Рік тому +6

    Seriously the poem is so beautiful ❤.... সকলোবোৰ বাক্যৰ মূল্য আছে

  • @rinkuragini615
    @rinkuragini615 Рік тому +9

    অপেক্ষাৰ অন্তত❤ চক্ৰ ছাৰৰ কথা একো নকওঁ তেওঁ সদায় প্ৰিয় সদায় বিশেষ 😊 অযান্ত্ৰিকৰ নতুন যাত্ৰালৈ শুভেচ্ছা থাকিল 🎉

  • @bobitaborah1356
    @bobitaborah1356 Рік тому +1

    সুন্দৰ, বহুত সুন্দৰ কবিতা । ভাল লাগিল শুনি ।

  • @TravelTrekkers001
    @TravelTrekkers001 Рік тому

    হৃদয়ৰ পৰা ভাল লগা সাংবাদিকজন

  • @mdletslearn3375
    @mdletslearn3375 Рік тому +4

    Aji kali Oasis dak miss nokoru. Hodai dekhi thaku j rag anurag t. Val lagil sai ajir episode tu.

  • @manmayuribora8359
    @manmayuribora8359 Рік тому +1

    এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী। বহুত ভাল লাগিল।

  • @suranjanasaikiaknowar5856
    @suranjanasaikiaknowar5856 Рік тому +1

    নতুন অফিচ টো ভাল লাগিছে।

  • @uddipanadas3117
    @uddipanadas3117 Рік тому +3

    সঁচাকৈ বহুত ভাগিল আজিৰ খণ্ডটো চক্ৰ দায়ে মানুহক বহুত অনুপ্ৰাণিত কৰিব পাৰে । 💗💗

  • @kuntaladevi6378
    @kuntaladevi6378 Рік тому +1

    দুয়োজন সম্মানীয় ব্যক্তি ৰ কথোপকথন শুনি, দেখি বৰ ভাল লাগিল। নিজৰ কৰ্ম ত আগবাঢ়ি যাওঁক, ঈশ্বৰৰ সহায় হওঁক ।💚💚

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +2

    নতুন ষ্টুডিঅ সুন্দৰ হৈছে দেখিবলৈ । অযানত্ৰীক আৰু বেছি আৰু বেছি সুন্দৰ হৈ উঠক। লগতে নতুন ষ্টুডিঅত খুব ভাল লগা এজনক... চক্ৰপানী পৰাশৰৰ লগত বাৰ্তালাপ খুব ভাল লাগিল । আপোনালোক এনেদৰে উজলি থাকক। অযানত্ৰীকক সদায় চোৱাৰ হেপাহ আছে ।💐🙏

  • @sikhamoniphukon1051
    @sikhamoniphukon1051 Рік тому

    চাই হেপাঁহ নপলায়।চক্ৰপাণি দাক ইমান যে ভাল লাগে।ইবাৰ লগ পাবলে মন আছে ❤❤❤

  • @ashrutabaruah3352
    @ashrutabaruah3352 Рік тому +4

    Ata Sabo logia episode..... vl lgil sai .. Thnq Ojaantric.....jibon r hosa kotha Bure hosakoi a buku kopai jai... TC everyone...

  • @Mridul81
    @Mridul81 Рік тому +2

    অ যান্ত্ৰিক সুন্দৰ অনুষ্ঠান

  • @tulumonigogoi8385
    @tulumonigogoi8385 Рік тому +3

    আজিৰ কথাখিনি পূৰ্বতকৈ সুকীয়া। ❤প্ৰিয় মানুহজনৰ প্ৰতিটো কথা মন দি শুনিলোঁ। স্পষ্টবাদী কণ্ঠই আমাক সদায় আপ্লুত কৰে। সঁচা কথাবোৰ খুলি ক'ব পৰাকৈ সকলো সাংবাদিক আপোনাৰ দৰে হোৱা দৰকাৰ। অকৃত্ৰিম মানুহজন সদায় যেন একে থাকে❤।সদায় যেন কুশলে থাকে।❤

  • @lizaborthakur8432
    @lizaborthakur8432 Рік тому +1

    দুয়োজনেই মোৰ প্ৰিয় আপোনালোকৰ কথাবোৰ শুনি বহুত ভাল লাগিল এনেদৰেই সাহস আৰু স্পষ্টবাদী মনোভাৱ লৈ আগবাঢ়ি যাওক।

  • @ajarjun2285
    @ajarjun2285 Рік тому +3

    কথা খিনি ভাল লাগিল ,এটা গুৰুত্বপূৰ্ণ আলোচনা ❤❤

  • @purnimarabha7306
    @purnimarabha7306 Рік тому +11

    বহু দিনৰ মুৰত আজি দেখিলোঁ ভাল লাগিল,, চক্ৰপানি পৰাশ দাদাৰ কথাবোৰ সচাকে বহুত ধুনীয়া ইমান পৰিপাতিকৈ কয় কথাবোৰ। Love you ojanjaric show,udi da and oasis da always and forever ❤😊😊

  • @babulsharma7256
    @babulsharma7256 Рік тому +1

    Episode2 bht dhunia lgise....ru ata chakra da r logot episode hle vl lgil hoi

  • @deepburagohain7763
    @deepburagohain7763 Рік тому +1

    বহুত ভাল লাগিল interview টো চাই।❤️

  • @anishadeka3855
    @anishadeka3855 5 місяців тому

    কি কম শব্দ বিচাৰি পোৱা নাই ইমান বেছি ভাল লাগিছে ❤❤❤ ধন্যবাদ Ojaantric... best episode ❤❤

  • @anjudowerah4353
    @anjudowerah4353 Рік тому

    অযান্ত্ৰিকত বাৰ্তালাপৰ কথোপকঠনে বৰ্তমানৰ ছবিখন সুন্দৰ কৈ প্ৰকাশ কৰিলে । হাস্যৰসৰ লগতে আমাৰ সমস্যাসমূহ হে আলোচনাত প্ৰকাশ পাইছে । যি হওঁক খুবেই বহুত ভাল লাগিল ।

  • @paruldutta7025
    @paruldutta7025 Рік тому +1

    চক্ৰপাণি পৰাশৰ কবিতা টি বৰ ভাল লাগিল।

  • @paradise9067
    @paradise9067 Рік тому

    বহুত কথা যেন‌ ৰৈ গল শুনিব তেনেকুৱা লাগিল 😌😌

  • @flurinadeuri5555
    @flurinadeuri5555 Рік тому +1

    Duijone Mur hosakoi priyo🙏👍👍👍

  • @KarabiKalita-so5bv
    @KarabiKalita-so5bv Рік тому +3

    Ojaantric si bahut val lage ❤ from nalbari ❤sirr kabita to iman val lgise

  • @punyashreedas1617
    @punyashreedas1617 Рік тому +1

    Really aji ojantric khub bhal lagil..maje maje olop dhamali koru baya napabo..all the best

  • @OK-sb5pt
    @OK-sb5pt Рік тому

    আপোনাৰ কথা খিনি মোৰ লগত প্ৰায় একে। সাংবাদিকৰ জীৱন আৰম্ভ কৰিছিলোঁ NN ৰ পৰা।এই কথা খিনি মনত পৰি গ'ল।

  • @pronamikahazarika3522
    @pronamikahazarika3522 Рік тому +1

    One my favourite sir

  • @RahulJaan-sq1tk
    @RahulJaan-sq1tk 4 місяці тому

    জুবিন দা লগত অন কেমেৰা প্ৰগ্ৰেম টোত মই আছিলোঁ দেই । ভাল অভিজ্ঞতা হৈছিল

  • @bhaskarkalita8002
    @bhaskarkalita8002 Рік тому +1

    What a great Personality.

  • @RumiMedhi-xc4pl
    @RumiMedhi-xc4pl Рік тому +2

    আজি অযানত্ৰিক চাই বহুত ভাল লাগিল।❤❤❤

  • @geetanjaligogoidance
    @geetanjaligogoidance Рік тому +1

    ভাল মনৰ গৰাকী ৷ ঘাতপ্ৰতিঘাতেৰে জৰ্জড়িত জীৱন সুখময়❤ ভাষাহীন সুন্দৰ চিন্তা ❤️ সকলোৱে এনেদৰেই ভবা হ’লে হয়তো সকলোৰে সুন্দৰ হ’লহেতেন ৷ কথোপকথনত মই একমত❤️
    ভাল হওক সকলোৱে৷

  • @junmonidas203
    @junmonidas203 Рік тому +3

    চক্ৰপাণি দাদাক বৰ ভাল লাগে, আজিৰ Episode টো ভাল লাগিল😍

  • @gouravburagohain597
    @gouravburagohain597 Рік тому

    বেচ সুন্দৰ কথা _বতৰা শুনি ভাল লাগিছে

  • @shinchan7879
    @shinchan7879 Рік тому +1

    Ajiloike sua best episode aitu..

  • @dadavonti
    @dadavonti Рік тому +3

    বহুত বহুত দিনৰ মূৰত আজি Ojaantric চালোঁ ❤

  • @minakshigogoi2907
    @minakshigogoi2907 Рік тому

    ভাল লগা এটা অনুষ্ঠান উপভোগ কৰিলো । অযান্ত্ৰিক আৰু আগবাঢ়ি যাওক ।

  • @rupalidas4793
    @rupalidas4793 Рік тому

    ইমান ভাল লাগিছে চাই কি কম বহুত বেছি ভাল লাগিল এই মানুহজন সদায় প্রিয়

  • @trailukyadas8965
    @trailukyadas8965 Рік тому +1

    খুব ভাল লাগিল❤❤❤

  • @kabyashreesaikia6570
    @kabyashreesaikia6570 Рік тому +1

    Notification t Chakra Dak dekhi Bohut dinor pisot ojantric salu💗💗

  • @simpisaikia5404
    @simpisaikia5404 Рік тому +2

    দুয়ো গৰাকী প্ৰিয় ব্যক্তি আজি একেলগে❤

  • @babydutta149
    @babydutta149 Рік тому +20

    Finally ojantric is back🤩🤩one of my favrt chakrapani sir

  • @PorishmitaGogoi-w1y
    @PorishmitaGogoi-w1y Рік тому +2

    বহুত অপেক্ষা মূৰত আহিল, আৰু Ojantric সদায় ৰৈ আছিলোঁ । কেতিয়া যে চাবলৈ পাম বুলি। Ojantric আৰু Bartalap মই বহুত ভাল পাʼৱ।👍