Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Krishna Krishna bap aai Jai guru Sankar Dev 🙏🙏🙏🙏
সুন্দৰ উপস্থাপন ধন্যবাদ কৃষ্ণ🙏🙏
🙏🙏শ্ৰী শ্ৰী কৃষ্ণ 🙏🙏
কৃষ্ণ 🙏 জয় গুৰু শংকৰ 🙏❤
Krisna ai gorakiloi hohosra koti hewa janalu
Bap Krishno2 Jai Guru sangkar
কৃষ্ণ কৃষ্ণ❤❤
Very nice. Video🙏. Krisnah. Prabhu
Joi guru Sankar
কৃষ্ণ ্জয় গুৰু শঙ্কৰ ্🎉🎉🎉
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ।😮
Krishna Krishna Krishna
ND 24 namaste god bless you
Joy, guru, khangkar, ❤❤❤❤
কৃষ্ণ জয় গুৰু শঙ্কৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ জয়
হৰি হৰি
"Jai guru Sankar"❤❤❤
❤❤❤ অতি সুন্দৰ পৰিৱেশন। বৈকুণ্ঠপুৰিত উপস্থিত থকা সমুহ ভকত বৈষ্ণৱ আৰু সন্মানীয় বিষয় ববীয়া আৰু ধৰ্মপাণ ৰাইজলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤❤❤
অশেষ ধন্যবাদ এই অনুষ্ঠান ভাগি ইমান সুন্দৰকৈ উপস্থাপন কৰি দেখুওৱাৰ বাবে
কৃষ্ণ কৃষ্ণ ৰাম ৰাম বাপ আই সকলোকে সেৱা ধৰিলো কৃষ্ণ
Krishna 🙏
সকলোটিলৈ ধন্যবাদ জনাই সু-স্বাস্থ্য কামনাৰে জয় গুৰু শঙ্কৰ ।
শ্ৰী মন্তশ্ংৰ গুৰু আসনৰ বাৰ্ষিকী অধিবেশনলৈ লগতে সংঘৰ বাপ বান্ধৱ বান্ধবী সকললৈ বুলি পূণ্য অনুস্থানৰ উদ্ধোধনী অনুষ্ঠানটো লগত সংগতি ৰাখি প্ৰণাম আগবঢ়োৱা হ'ল।।
জয় গুৰু শঙ্কৰ__
কৃষ্ণ কৃষ্ণ আপোনাৰ কৃপাতে আজি এই মহান অনুষ্ঠান ভাগি ঘৰতেই বহি উপভোগ কৰিব পাৰে নিজকে ধন্য মানিছো🙏🙏🙏🙏🙏🙏
জীৱ শ্ৰেষ্ঠ মানৱ সমাজৰ লক্ষ্য আৰু উদ্দেশ্যৰ সীমা ৰেখা হ'ল জগতৰ সৰ্বকালৰ সুমঙ্গল আৰু মানৱ কল্যাণ। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সমন্বয়ত গঢ়ি উঠা সামাজিক সাংস্কৃতিক ও মানৱীয় প্ৰমূল্যবোধ আৰু ধৰ্ম অৰ্থ কাম মূক্ষ চাৰি পুৰুসাথ সিদ্ধি কৰা লগতে ভাৰতীয় দৰ্শনৰ সাৰ মম্ম আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত কৰা মূল মন্ত্ৰ। পিছলৈ যদিও গুৰুজনাৰ পৰা ফাটি ফাটি বহুতো সমাজ সংগঠনৰ উৎপত্তি হৈছিল একা বেকা কৈ হ'লে ও মূল উদ্দেশ্য প্ৰায় একে আছিল। কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ একশৰণ নামধৰ্ম। প্ৰচেষ্টা আনৰ লগত মিলা নাছিল। কাৰণ গীতা ভাগৱত পূৰাণ উপনিষদ কীৰ্তন দশম ৰত্নাৱলী ঘোষা ৰামায়ণ মহাভাৰত বেদান্ত দৰ্শন আদি যিমান পঢ়ি থকা হয় তাত থকা আধ্যাত্মিকতাবাদ পোষকতা কৰা উচিত। কাৰণ যিমান বিলাক ধৰ্ম শাস্ত্ৰ আৰু গ্ৰন্থ সমুহ বিভিন্ন মহাপুৰুষ মহা মানৱ মহিষী সকলে অৰণ্যাশ্ৰম বিলাকত বাঢ়ি অনন্ত চিন্তা চৰ্চা ধ্যান ধাৰণা গৱেষণা কৰি ৰচনা কৰা হৈছে জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে আৰু মানৱ কল্যাণৰ
গুৰু শংকৰ । কৃষ্ণ ।
আগৰ পৰা। মানৱ কল্যাণৰ বাবে। ভাৰতীয় দৰ্শন মূলক যিমান শাস্ত্ৰ আছে। সকলো বিলাক মানুহে পঢ়িছে কিন্তু প্ৰকৃত অৰ্থৰ পৰা বহু দূৰত থকা হয়। যেনে বলি মানে পৰিত্যাগ ছাগলী বলি দিয়া নাছিল। হ্নদয় কুৰুক্ষেত্ৰত কৌৰৱৰ অসৎ গুন বিলাক অসৎ মনোভাৱনা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ ৰোধ কৰি তাৰ ঠাইত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী সৎভাৱনা সদাচাৰ সচিদানন্দ মনোজগত অৱস্থান কৰিব লাগে। তেতিয়া হ্নদয় ও মন পৱিত্ৰ হ'ব। গীতা খনত তাকে কুৰুক্ষেত্ৰে ধৰ্ম ক্ষেত্ৰে বুলি কোৱা হৈছিল। সকলো ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত ভিত্তি কৰিয়েই মানৱ জীৱনৰ পথ প্ৰদৰ্শন কৰে। কিন্তু 80ভাগ মানুহৰ নুবুজা বাবে 20ভাগে বুজালে এক ধৰ্ম এক কম এক সত্য আৰু জীৱ ও ব্ৰহ্ম এক ও অভিন্ন বুজি পাব। তেতিয়া জীৱ চেতনা জীৱাত্মা আত্মা সকলো ৰে অৱস্থান ব্ৰহ্ম বা সত্য হ'ব। জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক চিন্তা চৰ্চা আত্ম উপলব্ধি হ'ব আৰু হ'লে সকলো নদী গৈ বঙ্গোপসাগৰথ পৰাৰ এক দেৱ এক সেৱ এক বিনে নাই কেব। হ'ব। মানৱ ইতিহাসৰ বিসঙ্গতি আতৰিব। নাম কীৰ্তন প্ৰাথনা শাস্ত্ৰ অধ্যয়ন আদি প্ৰাথমিক সোৱা সমূহ অনবদ্য চলি আছে চলি থাকিব। ধৰ্ম অৰ্থ কাম মূক্ষ চাৰি পুৰুসাথ সিদ্ধি লাভ সত্য শৌচ ক্ষমা দয়া গুৰু দেৱ নাম ভকত
Bohut bohut val lagil.Joy Guru Sankar 🙏
ভাইতি বিতোপন আমাৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী সু সন্তান আৰু এগৰাকী প্ৰতিভাৱান কন্ঠ শিল্পীও। তেওঁৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।
Sweety Bargeet God Krisna bless him n his team. Poonam to all bharat Bandhan.
It is very good important contribution of Sankar Sangha which is very unique way of growth expansion of Katrina culture into a rich vibration
Very nice 🙏
Krishna। Aai। amrit। Khuwa jen। Paisu। Krishna। ❤❤❤❤
কৃষ্ণ, আই আপোনাক গুৰু ই কৃপা কৰক ।
Well done👍 Krishna Krishna ponam jonalu bap🙏🙏🙏god bless you🙏🙏🙏
জয় গুৰু শঙ্কৰ/ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম।
উক্ত অনুস্থানত জৰিত থকা বাপ বান্ধৱ সকলোঁৰে কথা বতৰা বৰ নম্ৰ 🙏🙏
Krishna, jay guru Shankar.
জয় গুৰু শংকৰ🙏🏻।। কোটি টকা খৰচ কৰি মানুহক দেখাই এচাম লোকক ধনী কৰাতকৈ সেইখিনি টকা অসমৰ বিভিন্ন সমস্যা সমাধানত ব্যবহাৰ কৰক।। লগতে এই ভাগ অনুষ্ঠান পাতিবলৈ সঙ্গী ভকতত যি এক হেচা দিয়ে তাৰ পৰা মুক্তি দিয়ক।। সকলো শ্রীমন্ত শংকৰদেৱ সংঘৰ পৰিয়াল ধনী নহয়।। গুৰুজনাই কাকো কোৱা নাই যে মানুহক মানসিক চাপ দি অৰিহণা লৈ এনেধৰণৰ অনুষ্ঠান পাতিবলৈ।। অনুগ্রহ কৰি সংঘ নামৰ যি মহাপুৰুষীয়া অনুষ্ঠান তাক জীয়াই ৰাখক ভক্তিৰ জৰিয়তে ডাঙৰ অনুষ্ঠান পাতি ব্যবসায় কৰি নহয়।।। কৃষ্ণ 💙🦚।।
Joi guru shrimonta sankardev ❤ joi Shri monta sankardev sangha❤
Jai guru
সকলোকে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা জনালো। সকলোৰে সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।❤❤❤
পৰম সুন্দৰ কৃষ্ণ কৃষ্ণ প্ৰণাম।
থিয় নাম বৰ সুন্দৰ হৈছে,,, কৃষ্ণ
Krishna krishna🙏🙏Jay Guru Shankardev🙏🙏
সুন্দৰ পৰিবেশন🎉 কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ 🙏🏻❤
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ 🙏🙏🙏🙏
Anchoring bahut bhal hoise mojja
Joy Guru Sankar dev 🙏🙏❤️🙏🙏 Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna ❤️🙏🙏❤️🙏🙏❤️🙏🙏
Ancor baa goraki bor hundor best anchoring
🙏🙏🙏🙏
সুন্দৰ কৃষ্ণ কৃষ্ণ, জয় গুৰু শঙ্কৰ 🙏
Krishna Krishna prabhu🙏🙏🙏
Krishna krishna krishna krishna krishna krishna krishna
I salute angela changmai for his outstanding anchoring and really she has a sea of knowledge❤❤❤krishna,krishna
" জয় গুৰু শঙ্কৰ " কৃষ্ণ কৃষ্ণ প্ৰভু সমস্ত , 🙏🙏🙏🙏🪔 সমস্তকে সেৱা জনাইছোঁ , কৃষ্ণ ।
Krishna। Krishna। ❤❤❤❤
God bless you Barbie.
❤krisna pravu ❤❤❤❤❤
সুন্দৰ উপস্থাপন।
জয় গুৰু শঙ্কৰ 🙏🙏🙏
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম 🙏🙏🙏🙏 জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ কৃষ্ণ একাত্ম ভকতিয়ে হৈছে শ্ৰী মন্ত শংকৰদেৱ সংঘ মহান আদৰ্শৰ অনুস্থান ৷ অন্তৰত ভকতি লৈ সুকলমে অধিবেশনখনি সাফল্য মন্দিত হবৰ বাবে মোৰ সেৱা জনালো ৷ ৰঙিয়াৰ অধিবেশন অসমবাসীৰ মনত জীপাল হৈ ৰৱক ৷কৃষ্ণ কৃষ্ণ 😮
🙏🏻🙏🏻🙏🏻
অসমীয়া জাতিৰ মহানায়কজনশ্ৰীমন্ত শংকৰ দেৱ। সংস্কৃত গ্ৰন্থবোৰ অসমীয়ালৈ অনুবাদ কৰি অসমীয়া জাতিক চহকী কৰিলে। তেওঁৰ জ্ঞানেৰেই আলোকিত হৈ এতিয়া বহুত গডমেন ওলাইছে। যিসকলে নিজকে ভগৱানৰ অংশ বুলি, মহাপুৰুষ বুলি দাবী কৰে আৰু একোটা একোটা বেলেগ বেলেগ পন্থা উলিয়াইছে। অসমীয়া সমাজক ভাগ ভাগ কৰিছে।
Ba apunak bhut val lage
Joi Guru Sankar 🙏🌹✨
Very nice 👍
🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ , জয় গুৰু শংকৰ , শ্ৰী মন্ত শংকৰদেৱ সংঘ ।
SANKAR DEVA or Satriya culture with growth and expansion into a rich vibration
জয় গুৰু শঙ্কৰ 🙏জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ❤
Krishna
Krishna aigoraki
Joe srimonto sonkordab songha joi
Best anchoring
বৰ গীত ভাগ বৰ সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ
Good
😊😊😊
1:18
কৃষ্ণ, যিকোনো অনুষ্ঠানৰ প্রথম দিনাই পতাকা বা ধৰ্ম ধজ্জা উত্তোলন কৰি শুভাৰম্ভণি কৰা হয়। শংকৰদেৱ সংঘ এই পৰম্পৰাৰ ব্যতিক্রম কিয়?
জয়গুৰু শংকৰ বুলি কওঁনে জয় শ্ৰীৰাম বুলি কওঁ জানো !!!!!!!
apuni asomia nohoi neki😮
@@SumitSaikia101 মোৰ শংকৰ সংঘৰ ৰাইজে দেখোন ৰামৰ প্ৰাণ প্ৰতিষ্ঠা মানে মূৰ্তি প্ৰতিষ্ঠাৰ সময়ত নামঘৰত বন্তি জলাই মূৰ্তি পূজাক সমৰ্থন জনালে ! সেইবাবেহে দোধোৰ-মূধোৰত পৰিছো ।
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ।
@@hemantaborgohain4493dui ajone bonti jolabo pare, heibuli gutei sankar sanghar raije joluwa naitu, aru kunubai jolaise jodio murtir usorot joluwa nai.
মূৰ্তিৰ সন্মূখত নজলালেওতো সমৰ্থন কৰিছে । আচলতে আমি হিন্দু হয় যদিও সনাতনি হিন্দু হব নুখোজো । পৃথিৱীত কৰ্মইহে ধৰ্ম । কিন্তু ভগৱান বা ধৰ্মৰ বিশ্বাস অবিহনে সমাজ এখন সুশৃঙ্খল ভাবে চলিব নোৱাৰে ।
Krishna। Aai। amrit। Khuwa। nisina। Paisu। Kr
Joißriķrìshna.
Anjelina tumar dokhyata kholak lobo logiya
Tumi biya hoiso ne sangma... Moi kintu sonkori nohoi.... Kintu Tumi jodi mor huw atiyar pora moi tumar logot horon lom
Apuna loke tu biya kaj hole mas manho nakhai kintu... Gharot dogosi khai vale apuna lokor niyam bur..
🙏🙏🙏
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘ ❤❤❤❤
Krishna Krishna bap aai Jai guru Sankar Dev 🙏🙏🙏🙏
সুন্দৰ উপস্থাপন ধন্যবাদ কৃষ্ণ🙏🙏
🙏🙏শ্ৰী শ্ৰী কৃষ্ণ 🙏🙏
কৃষ্ণ 🙏 জয় গুৰু শংকৰ 🙏❤
Krisna ai gorakiloi hohosra koti hewa janalu
Bap Krishno2 Jai Guru sangkar
কৃষ্ণ কৃষ্ণ❤❤
Very nice. Video🙏. Krisnah. Prabhu
Joi guru Sankar
কৃষ্ণ ্জয় গুৰু শঙ্কৰ ্🎉🎉🎉
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ।😮
Krishna Krishna Krishna
ND 24 namaste god bless you
Joy, guru, khangkar, ❤❤❤❤
কৃষ্ণ জয় গুৰু শঙ্কৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ জয়
হৰি হৰি
"Jai guru Sankar"❤❤❤
❤❤❤ অতি সুন্দৰ পৰিৱেশন। বৈকুণ্ঠপুৰিত উপস্থিত থকা সমুহ ভকত বৈষ্ণৱ আৰু সন্মানীয় বিষয় ববীয়া আৰু ধৰ্মপাণ ৰাইজলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤❤❤
অশেষ ধন্যবাদ এই অনুষ্ঠান ভাগি ইমান সুন্দৰকৈ উপস্থাপন কৰি দেখুওৱাৰ বাবে
কৃষ্ণ কৃষ্ণ ৰাম ৰাম বাপ আই সকলোকে সেৱা ধৰিলো কৃষ্ণ
Krishna 🙏
সকলোটিলৈ ধন্যবাদ জনাই সু-স্বাস্থ্য কামনাৰে জয় গুৰু শঙ্কৰ ।
শ্ৰী মন্তশ্ংৰ গুৰু আসনৰ বাৰ্ষিকী অধিবেশনলৈ লগতে সংঘৰ বাপ বান্ধৱ বান্ধবী সকললৈ বুলি পূণ্য অনুস্থানৰ উদ্ধোধনী অনুষ্ঠানটো লগত সংগতি ৰাখি প্ৰণাম আগবঢ়োৱা হ'ল।।
জয় গুৰু শঙ্কৰ__
কৃষ্ণ কৃষ্ণ আপোনাৰ কৃপাতে আজি এই মহান অনুষ্ঠান ভাগি ঘৰতেই বহি উপভোগ কৰিব পাৰে নিজকে ধন্য মানিছো🙏🙏🙏🙏🙏🙏
জীৱ শ্ৰেষ্ঠ মানৱ সমাজৰ লক্ষ্য আৰু উদ্দেশ্যৰ সীমা ৰেখা হ'ল জগতৰ সৰ্বকালৰ সুমঙ্গল আৰু মানৱ কল্যাণ। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সমন্বয়ত গঢ়ি উঠা সামাজিক সাংস্কৃতিক ও মানৱীয় প্ৰমূল্যবোধ আৰু ধৰ্ম অৰ্থ কাম মূক্ষ চাৰি পুৰুসাথ সিদ্ধি কৰা লগতে ভাৰতীয় দৰ্শনৰ সাৰ মম্ম আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত কৰা মূল মন্ত্ৰ। পিছলৈ যদিও গুৰুজনাৰ পৰা ফাটি ফাটি বহুতো সমাজ সংগঠনৰ উৎপত্তি হৈছিল একা বেকা কৈ হ'লে ও মূল উদ্দেশ্য প্ৰায় একে আছিল। কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱৰ একশৰণ নামধৰ্ম। প্ৰচেষ্টা আনৰ লগত মিলা নাছিল। কাৰণ গীতা ভাগৱত পূৰাণ উপনিষদ কীৰ্তন দশম ৰত্নাৱলী ঘোষা ৰামায়ণ মহাভাৰত বেদান্ত দৰ্শন আদি যিমান পঢ়ি থকা হয় তাত থকা আধ্যাত্মিকতাবাদ পোষকতা কৰা উচিত। কাৰণ যিমান বিলাক ধৰ্ম শাস্ত্ৰ আৰু গ্ৰন্থ সমুহ বিভিন্ন মহাপুৰুষ মহা মানৱ মহিষী সকলে অৰণ্যাশ্ৰম বিলাকত বাঢ়ি অনন্ত চিন্তা চৰ্চা ধ্যান ধাৰণা গৱেষণা কৰি ৰচনা কৰা হৈছে জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে আৰু মানৱ কল্যাণৰ
গুৰু শংকৰ । কৃষ্ণ ।
আগৰ পৰা। মানৱ কল্যাণৰ বাবে। ভাৰতীয় দৰ্শন মূলক যিমান শাস্ত্ৰ আছে। সকলো বিলাক মানুহে পঢ়িছে কিন্তু প্ৰকৃত অৰ্থৰ পৰা বহু দূৰত থকা হয়। যেনে বলি মানে পৰিত্যাগ ছাগলী বলি দিয়া নাছিল। হ্নদয় কুৰুক্ষেত্ৰত কৌৰৱৰ অসৎ গুন বিলাক অসৎ মনোভাৱনা কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ ৰোধ কৰি তাৰ ঠাইত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী সৎভাৱনা সদাচাৰ সচিদানন্দ মনোজগত অৱস্থান কৰিব লাগে। তেতিয়া হ্নদয় ও মন পৱিত্ৰ হ'ব। গীতা খনত তাকে কুৰুক্ষেত্ৰে ধৰ্ম ক্ষেত্ৰে বুলি কোৱা হৈছিল। সকলো ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত ভিত্তি কৰিয়েই মানৱ জীৱনৰ পথ প্ৰদৰ্শন কৰে। কিন্তু 80ভাগ মানুহৰ নুবুজা বাবে 20ভাগে বুজালে এক ধৰ্ম এক কম এক সত্য আৰু জীৱ ও ব্ৰহ্ম এক ও অভিন্ন বুজি পাব। তেতিয়া জীৱ চেতনা জীৱাত্মা আত্মা সকলো ৰে অৱস্থান ব্ৰহ্ম বা সত্য হ'ব। জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক চিন্তা চৰ্চা আত্ম উপলব্ধি হ'ব আৰু হ'লে সকলো নদী গৈ বঙ্গোপসাগৰথ পৰাৰ এক দেৱ এক সেৱ এক বিনে নাই কেব। হ'ব। মানৱ ইতিহাসৰ বিসঙ্গতি আতৰিব। নাম কীৰ্তন প্ৰাথনা শাস্ত্ৰ অধ্যয়ন আদি প্ৰাথমিক সোৱা সমূহ অনবদ্য চলি আছে চলি থাকিব। ধৰ্ম অৰ্থ কাম মূক্ষ চাৰি পুৰুসাথ সিদ্ধি লাভ সত্য শৌচ ক্ষমা দয়া গুৰু দেৱ নাম ভকত
Bohut bohut val lagil.Joy Guru Sankar 🙏
ভাইতি বিতোপন আমাৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী সু সন্তান আৰু এগৰাকী প্ৰতিভাৱান কন্ঠ শিল্পীও। তেওঁৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।
Sweety Bargeet God Krisna bless him n his team. Poonam to all bharat Bandhan.
It is very good important contribution of Sankar Sangha which is very unique way of growth expansion of Katrina culture into a rich vibration
Very nice 🙏
Krishna। Aai। amrit। Khuwa jen। Paisu। Krishna। ❤❤❤❤
কৃষ্ণ, আই আপোনাক গুৰু ই কৃপা কৰক ।
Well done👍 Krishna Krishna ponam jonalu bap🙏🙏🙏god bless you🙏🙏🙏
জয় গুৰু শঙ্কৰ/ সৰ্বগুণাকৰ
যাকেৰি নাহিকে উপাম।
উক্ত অনুস্থানত জৰিত থকা বাপ বান্ধৱ সকলোঁৰে কথা বতৰা বৰ নম্ৰ 🙏🙏
Krishna, jay guru Shankar.
জয় গুৰু শংকৰ🙏🏻।। কোটি টকা খৰচ কৰি মানুহক দেখাই এচাম লোকক ধনী কৰাতকৈ সেইখিনি টকা অসমৰ বিভিন্ন সমস্যা সমাধানত ব্যবহাৰ কৰক।। লগতে এই ভাগ অনুষ্ঠান পাতিবলৈ সঙ্গী ভকতত যি এক হেচা দিয়ে তাৰ পৰা মুক্তি দিয়ক।। সকলো শ্রীমন্ত শংকৰদেৱ সংঘৰ পৰিয়াল ধনী নহয়।। গুৰুজনাই কাকো কোৱা নাই যে মানুহক মানসিক চাপ দি অৰিহণা লৈ এনেধৰণৰ অনুষ্ঠান পাতিবলৈ।। অনুগ্রহ কৰি সংঘ নামৰ যি মহাপুৰুষীয়া অনুষ্ঠান তাক জীয়াই ৰাখক ভক্তিৰ জৰিয়তে ডাঙৰ অনুষ্ঠান পাতি ব্যবসায় কৰি নহয়।।। কৃষ্ণ 💙🦚।।
Joi guru shrimonta sankardev ❤ joi Shri monta sankardev sangha❤
Jai guru
সকলোকে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা জনালো। সকলোৰে সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।❤❤❤
পৰম সুন্দৰ কৃষ্ণ কৃষ্ণ প্ৰণাম।
থিয় নাম বৰ সুন্দৰ হৈছে,,, কৃষ্ণ
Krishna krishna🙏🙏Jay Guru Shankardev🙏🙏
সুন্দৰ পৰিবেশন🎉 কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ 🙏🏻❤
কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ 🙏🙏🙏🙏
Anchoring bahut bhal hoise mojja
Joy Guru Sankar dev 🙏🙏❤️🙏🙏 Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna ❤️🙏🙏❤️🙏🙏❤️🙏🙏
Ancor baa goraki bor hundor best anchoring
🙏🙏🙏🙏
সুন্দৰ কৃষ্ণ কৃষ্ণ, জয় গুৰু শঙ্কৰ 🙏
Krishna Krishna prabhu🙏🙏🙏
Krishna krishna krishna krishna krishna krishna krishna
I salute angela changmai for his outstanding anchoring and really she has a sea of knowledge❤❤❤krishna,krishna
" জয় গুৰু শঙ্কৰ " কৃষ্ণ কৃষ্ণ প্ৰভু সমস্ত , 🙏🙏🙏🙏🪔 সমস্তকে সেৱা জনাইছোঁ , কৃষ্ণ ।
Krishna। Krishna। ❤❤❤❤
God bless you Barbie.
❤krisna pravu ❤❤❤❤❤
সুন্দৰ উপস্থাপন।
জয় গুৰু শঙ্কৰ 🙏🙏🙏
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম 🙏🙏🙏🙏 জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
জয় গুৰু শঙ্কৰ 🙏
কৃষ্ণ কৃষ্ণ
একাত্ম ভকতিয়ে হৈছে শ্ৰী মন্ত শংকৰদেৱ সংঘ মহান আদৰ্শৰ অনুস্থান ৷ অন্তৰত ভকতি লৈ সুকলমে অধিবেশনখনি সাফল্য মন্দিত হবৰ বাবে মোৰ সেৱা জনালো ৷ ৰঙিয়াৰ অধিবেশন অসমবাসীৰ মনত জীপাল হৈ ৰৱক ৷কৃষ্ণ কৃষ্ণ 😮
🙏🏻🙏🏻🙏🏻
অসমীয়া জাতিৰ মহানায়কজনশ্ৰীমন্ত শংকৰ দেৱ। সংস্কৃত গ্ৰন্থবোৰ অসমীয়ালৈ অনুবাদ কৰি অসমীয়া জাতিক চহকী কৰিলে। তেওঁৰ জ্ঞানেৰেই আলোকিত হৈ এতিয়া বহুত গডমেন ওলাইছে। যিসকলে নিজকে ভগৱানৰ অংশ বুলি, মহাপুৰুষ বুলি দাবী কৰে আৰু একোটা একোটা বেলেগ বেলেগ পন্থা উলিয়াইছে। অসমীয়া সমাজক ভাগ ভাগ কৰিছে।
Ba apunak bhut val lage
Joi Guru Sankar 🙏🌹✨
Very nice 👍
🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ , জয় গুৰু শংকৰ , শ্ৰী মন্ত শংকৰদেৱ সংঘ ।
SANKAR DEVA or Satriya culture with growth and expansion into a rich vibration
জয় গুৰু শঙ্কৰ 🙏জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ❤
Krishna
Krishna aigoraki
Joe srimonto sonkordab songha joi
Best anchoring
বৰ গীত ভাগ বৰ সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ
Good
😊😊😊
1:18
কৃষ্ণ, যিকোনো অনুষ্ঠানৰ প্রথম দিনাই পতাকা বা ধৰ্ম ধজ্জা উত্তোলন কৰি শুভাৰম্ভণি কৰা হয়।
শংকৰদেৱ সংঘ এই পৰম্পৰাৰ ব্যতিক্রম কিয়?