বৈষ্ণৱ পণ্ডিত প্ৰয়াত সোণাৰাম চুতীয়া ককাৰ এটি হৃদয়স্পৰ্শী ভাষণ//সোণাৰাম চুতীয়া// Sunaram Chutia

Поділитися
Вставка
  • Опубліковано 7 лис 2020

КОМЕНТАРІ • 304

  • @user-sp7ec1fb4s
    @user-sp7ec1fb4s 3 місяці тому +3

    মাধৱ ... কৃষ্ণ... কৃষ্ণ...

  • @tapansaikia6551
    @tapansaikia6551 2 роки тому +5

    প্ৰয়াত বৈষ্ণৱ পণ্ডিত বাপ. জনাৰ মন প্ৰাণ শাত পৰা ভাশন শুনি ধন্য হলো কৃষ্ণ বাপ

  • @amritkalita7315
    @amritkalita7315 Місяць тому +1

    কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ।

  • @user-dn6we3xo2y
    @user-dn6we3xo2y 19 днів тому +1

    Krishna krishna 🙏🙏 sata koutri pranam sradhar Prabhujona sarant

  • @pradipgogoi3182
    @pradipgogoi3182 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপ জনালে সেৱাহে জনাইছো।

  • @sabitakalita6981
    @sabitakalita6981 2 роки тому +4

    কৃষ্ণ । প্রয়াত পৰম সন্মানীয় সোনাৰাম চুতীয়া বাপ জনাৰ লগত মোৰ দেখা সাক্ষাত নহল। নামটোহে শুনি আছিলো । বাপজনাৰ বক্তব্য শুনি বহুত ভাল লাগিল । বহুত বহুত সেৱা জনালোঁ ।কৃষ্ণ 🙏🏻

    • @user-dn6we3xo2y
      @user-dn6we3xo2y 19 днів тому

      Krishna krishna,🙏 Sunaram chutia prabhujonak amaru log puwa nohol dekha puwa nasilu tothapiu koka aru pehi hotr mukht huna paisilu prabhujona gunanugorima kotha aru aji dekha palu krishna 🙏🙏🙏

  • @runumiboruah9879
    @runumiboruah9879 3 роки тому +25

    মৰণোত্তৰ ভাবে কোটি কোটি প্ৰণাম জয় গুৰু শংকৰ,কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @joygurusankar2224
      @joygurusankar2224  3 роки тому +2

      কৃষ্ণ মাধৱ

    • @BtthFactsFun4u
      @BtthFactsFun4u 9 місяців тому

      ​@@joygurusankar2224bap এই অনুষ্ঠানটি কৰ আছিলে জনাব sun অলপ মান কৃষ্ণ 🙏

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Рік тому +3

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻বাপজনাৰ মহান ভাষণে সমস্ত জনগণক মুগ্ধ কৰিব পাৰিছিল 🙏🏻🙏🏻🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @pranjoldutta7038
    @pranjoldutta7038 2 роки тому +4

    ঁ ককাৰ এই সুন্দৰ ভাষণ শুনিবলৈ পাই বৰ সন্তোষ পালোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿ককা তুমি যতেই আছা শান্তি আৰু বৈকুণ্ঠত থাকা 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @umeshchandradutta9187
    @umeshchandradutta9187 3 роки тому +12

    Heartwrenching speeches delivered by late Sunaram Chutia will be remembered for all times to come.I have paid my humble regards to him.

  • @Anupama065
    @Anupama065 3 роки тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু জনাক শ্ৰদ্ধাৰে ভক্তি ভৰা সেৱা জনাইছোঁ 🙏

  • @nayandutta8288
    @nayandutta8288 3 роки тому +2

    পৰম পূজ্য জনাক মৰনোত্তৰ ভাৱে দেখি আৰু তেখেতৰ মূল্যবান কথা খিনি শ্রৱণ কৰি পৰম আনন্দ লভিলো জয় গুৰু শঙ্কৰ

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 3 роки тому +14

    ক়্ষ্ণ ক়্ষ্ণ সেৱাভাগি আগবঢ়ালোঁ ! সুন্দৰ উপস্থাপন বৰ ভাল লাগিল ! 🙏🙏🙏

  • @khargeswarkalita3502
    @khargeswarkalita3502 3 роки тому +2

    কৃষ্ণ বাপ কোটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ। কৃষ্ণ।

  • @anjankumardeka3457
    @anjankumardeka3457 2 роки тому +3

    ককা তুমি সদায় নতুনত্ব...জয় গুৰু

  • @dhrubajyotidas4523
    @dhrubajyotidas4523 3 роки тому +4

    Krishna o hori o ram .bap apunar srisaranat 100 kouiti pranam bap

  • @bhaity89
    @bhaity89 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু‌ ভগবনত্ন আপোনাৰ চৰন পঙ্কজ প্ৰনাম জনালো অ হৰি অ ৰাম কৃষ্ণ

  • @banamalikakati356kviews2
    @banamalikakati356kviews2 2 роки тому +1

    কৃষ্ণ ।সোনাৰাম চুতীয়া বাপৰ ভাষণভাগ শুনি ধন্য হলো ।

  • @debaphukan489
    @debaphukan489 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপজনলৈ সেৱানিবেদিলো🙏🙏🙏🙏

  • @nirugogoi4576
    @nirugogoi4576 2 роки тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ৰ লীলা বহুত ভাল লাগিল

  • @robisonpegu9619
    @robisonpegu9619 2 роки тому +2

    বাপ শুনি বশুত বশুত ভাল লাগিল ধন্য ধন্য ।

  • @bharatphukan5533
    @bharatphukan5533 2 роки тому +3

    শব্দহীন সেৱা আগবঢ়ালো 🙏🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 Рік тому +1

    আন্তৰিক শ্ৰদ্ধা নিবেদিলো, কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @tarunloying7732
    @tarunloying7732 Рік тому +1

    কৃষ্ণ কৃষ্ণ প্ৰয়াত প্ৰভূজনাৰ গুৰু গম্ভীৰ ভাষণে আমাৰ বাবে বহুত আৰ্শীবাদ।

  • @bhupendas3078
    @bhupendas3078 3 роки тому +7

    Great work,praise The Almighty God

  • @9.2ksubscriber67
    @9.2ksubscriber67 3 роки тому +1

    Bap jonor akhari vakhnor kotha khub agrohe vabi asilu aji ai hujug kon palu bohut bohut dhoinyobad apunaloi sunaram kokar soront hewa jonalu.krisno🙏🙏🙏

  • @majulidekalora1397
    @majulidekalora1397 7 місяців тому +1

    জয় একশৰন ভাগৱতী সমাজ অসম মাজুলী ঢেকীয়াজুলী ❤

  • @junumonisaikia2500
    @junumonisaikia2500 2 роки тому +1

    কৃষ্ণ !মহাপ্ৰভূচুতীয়া ককাৰ ভাষণ শুনি পৰম আপ্লুত হ'লো ।মৰণোত্তৰ ভাৱে প্ৰভুজনাৰ শ্ৰী চৰণলৈ সেৱা নিবে দিলো ।জয় গুৰু শঙ্কৰ ।

  • @niradadas3379
    @niradadas3379 Рік тому +1

    শুনিবলৈ পাই নিজকে ধন্য মানিছোঁ ।

  • @blulifeproduct1676
    @blulifeproduct1676 3 роки тому +2

    শুনি বহুত ভাল লাগিল । কৃষ্ণ ।

  • @manjulabora8219
    @manjulabora8219 2 роки тому +2

    জয় গুৰু শঙ্কৰ 🙏🙏 মৰণোত্তৰ ভাৱে গুৰু জনালৈ প্ৰনাম 🙏🙏

  • @dhirajmusical4055
    @dhirajmusical4055 2 роки тому +1

    তেখেতৰ কথা মা-দেউতাৰ মুখৰ শুনিয়ে থাকো আজি দেখি বহুত ভাল লাগিল মনটো।

  • @aairumidutta3711
    @aairumidutta3711 10 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো কৃষ্ণ

  • @niradadas3379
    @niradadas3379 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৈকুণ্ঠৰ 4:51
    পৰা আশীৰ্বাদ কৰক প্ৰভু

  • @lakhyagayan734
    @lakhyagayan734 Рік тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু যতে আছে কুশলে থাকক

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 11 місяців тому +1

    প্ৰণাম ঈশ্বৰ

  • @nirubora3660
    @nirubora3660 2 роки тому +2

    ককাৰ আদ্ৰশ মূলক ভাষন শুনি আপ্লুত হলো। তেখেত যতে আছে ততে শান্তীত থাকক।

  • @nipendas4865
    @nipendas4865 3 роки тому +5

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ❤️❤️❤️

  • @dipokgogoi202
    @dipokgogoi202 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তেৰাৰ আত্মাই চিৰশান্তি লাভ কৰক

  • @snakul2196
    @snakul2196 2 роки тому +1

    কৃষ্ণ 🙏 তেখেতৰ বিদেহী আত্মাৰ চিৰ মুক্তি লাভ হওক 🙏

  • @kalichandika1676
    @kalichandika1676 2 роки тому +2

    ধন্য হ'লো। কৃষ্ণ।

  • @lovewithpdas4815
    @lovewithpdas4815 2 роки тому +2

    অমূল্য ৰত্নৰ পৰলোকপ্ৰাপ্তি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাবে অতিশয় অভাৱনীয় । তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিছো ।

  • @khargeswarnath2624
    @khargeswarnath2624 2 роки тому +7

    হে মহান , আপোনাৰ সু স্বাস্থ্য কামনা কৰিছো আৰু সেৱা জনাইছোঁ 🙏🙏🙏🙏🙏🙏 প্ৰণাম 🙏🏼

  • @satyajitchoudhury4112
    @satyajitchoudhury4112 3 роки тому +4

    জয় গুৰু শংকৰ ।কৃষ্ণ 🙏🙏

  • @anjanarupadas6601
    @anjanarupadas6601 3 роки тому +1

    কৃষ্ণ,বৈকুণ্ঠ গামী আত্মালৈ শত -সহ স্ৰ প্ৰণাম।জীবৰ মূখ্য কৰ্ম,জীব তাৰণৰ উপায় আৰু মোক্ষম লাভ ৰ উপায় দিছে।তেখেতৰ আহ্বান,প্ৰয়াস ক শ্ৰদ্ধা জনাইছো।সকলোকে আদৰ্শ অনুকৰণ ৰ বাবে প্ৰাৰ্থনা জনালো।🙏কৃষ্ণ।

  • @Statusking-ur9gd
    @Statusking-ur9gd Рік тому +1

    He abotari mahan purush apunak hatokuti pronam joi guru hankor krishno krishno 🙏🙏🙏❤️

  • @hitreswarphukan9895
    @hitreswarphukan9895 3 роки тому +4

    অতি সুন্দৰ । "ঔঁম শান্তি

  • @rajendehingia4450
    @rajendehingia4450 2 роки тому +1

    ককাদেউতাৰ ভাষন শুনি নিজকে ধন্য মানিলো। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @banitadutta2018
    @banitadutta2018 2 роки тому +2

    Krishna Krishna pitai🙏🙏 god bless you 🙏🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 3 роки тому +2

    কৃষ্ণ কৃষ্ণ বাপ স শ্রদ্ধ প্রণাম জনালোঁ 🙏🙏কৃষ্ণ।
    🙏জয় গুৰু শঙ্কৰ 🙏

  • @nritamahanta3004
    @nritamahanta3004 2 роки тому +2

    আপোনাক আমি নাপালো কিন্তু আপোনাৰ লেখা আমাৰ হাতত বিদ্যমান।ধন্যবাদ বাপ ঈশ্বৰ।

  • @MonuramChutia-jr1jw
    @MonuramChutia-jr1jw 3 роки тому +1

    He. Prabhu. Dhonya.apuni.dhanya.mohan.apuni.apunar.soranot.pranam.prabhu.

  • @sibangisishtha1640
    @sibangisishtha1640 2 роки тому +2

    Jai jai jai jai shree krishna 🙏🙏🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 11 місяців тому +1

    Krishna krishna baap shwa gonalu joy guru Shankar

  • @budheswargogoi300
    @budheswargogoi300 2 роки тому +2

    কৃষ্ণ।

  • @parijatkalita2654
    @parijatkalita2654 3 роки тому +1

    Krishna 🙏 bohut val lagil huni horute koka k log paisu adhibekhanot , bohut val lagile video2t ako koka k dekhi krishna joy guru sankar 🙏🙏🙏

  • @prasanataborah4550
    @prasanataborah4550 2 роки тому +2

    কৃষ্ণ জয় গুৰু শংকৰ।

  • @jahnabichutia6380
    @jahnabichutia6380 2 роки тому +2

    জীবন সাৰ্থক হ'ল

  • @ganeshbaruah8925
    @ganeshbaruah8925 3 роки тому +1

    বাপজনাৰ অমুল্য ভাষন ভাগ শুনি আপ্লুত হলো। জনিবৰ ইচ্ছা থাকিল এই অমুল্য ভাষন ভাগ কেতিয়াৰ আৰু তেওঁৰ কেতিয়া বৈকুণ্ঠ প্ৰয়ান হৈছে।

    • @joygurusankar2224
      @joygurusankar2224  3 роки тому +3

      সোণাৰাম চুতীয়া (৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল।তেখেতে অসম চৰকাৰৰ পৰা ২০০০ চনত কেবিনেট মৰ্যদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। তেখেতে বাৰখন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও চাৰিকুৰিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে।
      বঁটা আৰু পুৰস্কাৰ
      ২২ আগষ্ট ১৯৭২ চন : ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল।
      ৯ আগষ্ট ১৯৯৩ চন : অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল।
      ২০ ফেব্ৰুৱাৰী ১৯৯৪ চন : শ্ৰীশঙ্কৰ সংঘৰ দ্বাৰা, সংঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল।
      ২০০০ চন : অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰা হৈছিল।
      ২০০৫ চন : যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান৷
      ২০১২ চন : যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান৷
      ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা মান-পত্ৰ আৰু সম্বৰ্দ্ধনা আদি লাভ কৰে৷

    • @mukheswarkonwar9754
      @mukheswarkonwar9754 3 роки тому

      @@joygurusankar2224 কৃষ্ণ,পৰম স্ৰদ্ধাৰ বৈষ্ণৱ গুৰু জনাৰ বিষয়ে বিষদভাৱে জনোৱাৰ বাবে অনুস্থানৰ উদ্যোক্তা সকললৈ সশ্ৰদ্ধ ওলগ যাচিলো, কৃষ্ণ 🙏

    • @rubulgogoi3100
      @rubulgogoi3100 2 роки тому

      Dhanyabad shata koti pranam

  • @bananidas7832
    @bananidas7832 8 місяців тому +1

    Krishna bap

  • @keshabkalita6159
    @keshabkalita6159 2 роки тому +1

    Pranaam boisnob baap guru jona apuni xantit thakok

  • @akanshasaikia8956
    @akanshasaikia8956 3 роки тому +6

    কৃষ্ণ🙏

  • @uttambhuyan6413
    @uttambhuyan6413 2 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @priyajyotirajkhowa.8222
    @priyajyotirajkhowa.8222 3 роки тому +2

    শুনি ভাল লাগিলে কৃষ্ণ

  • @junalimech7243
    @junalimech7243 2 роки тому +1

    Kirshna kirshna bapjanaa kirshna. Kirshna (kirshna baphamasta aayemaatiri hamasta kirshna kirshna 🙏🙏🙏🙏🙏🙏

  • @rumiborah7914
    @rumiborah7914 3 роки тому +4

    জয় গুৰু শঙ্কৰ।🙏🙏🙏🙏

  • @madhabidas-ey7qk
    @madhabidas-ey7qk 11 місяців тому

    Krishna joy guru

  • @mahendradas3820
    @mahendradas3820 2 роки тому +1

    কৃষ্ণ, "জয় গুৰু শংকৰ"।

  • @nibirentertainment8672
    @nibirentertainment8672 3 роки тому +3

    Krishno probhu ...🙏🙏🙏🙏🙏

  • @shrawanengti8883
    @shrawanengti8883 2 роки тому +2

    আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনালোঁ 🙏🙏🙏

  • @muninbarman7828
    @muninbarman7828 3 роки тому +1

    কৃষ্ণ বাপজনাক সেৱা জনালো৷

  • @PankajKalita700
    @PankajKalita700 Рік тому +1

    Krishna Bap

  • @gayatritamuly2780
    @gayatritamuly2780 2 роки тому +1

    Krishna prabhu vogoban apuni boikunthot thakok sewa lobo

  • @sewaliborah4728
    @sewaliborah4728 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষয়❤❤❤❤❤

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 4 місяці тому +1

    🙏🙏🙏

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 роки тому +1

    🙏 Oum santi Oum santi Krishna 🙏

  • @rubulbora1146
    @rubulbora1146 3 роки тому +2

    অতিশয় মনুৰম ভাষণ ।

  • @nareswarbarman9048
    @nareswarbarman9048 2 роки тому +1

    Ati sundar. 🙏🙏🙏🙏

  • @bhoratdoley1486
    @bhoratdoley1486 2 роки тому +1

    কৃষ্ণ কৃষ্ণ অমৃত বাণী ৷

  • @jaganathsonowal6148
    @jaganathsonowal6148 3 роки тому +1

    🙏🙏🙏🙏সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rupjyutisaikia3124
    @rupjyutisaikia3124 3 роки тому

    Krishna. Jai guru Shankara. Proyat
    Bap jonar vashan huneb pai bht Sontush lovelu takhator attmai shanti pauk krishna

  • @romenjit7549
    @romenjit7549 2 роки тому +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @padmeswerkachari5945
    @padmeswerkachari5945 3 роки тому +2

    Krishno.guru.jon

  • @marybora1795
    @marybora1795 3 роки тому +2

    🙏🙏🙏xewa he jonalu ❤️❤️👍l🙏🏾

  • @ridipmaina3827
    @ridipmaina3827 3 роки тому +1

    কৃষ্ণ কৃষ্ণ, সেৱা জনালো

  • @hirokworld4250
    @hirokworld4250 3 роки тому +1

    Krishno Krishno pranam apunak 🤩🙏🙏🙏

  • @tarundas3132
    @tarundas3132 3 роки тому +2

    God bless you koka........

  • @manujkalitamanujkalita6525
    @manujkalitamanujkalita6525 3 роки тому +3

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏

  • @youtubeuser6761
    @youtubeuser6761 2 роки тому +4

    প্ৰণাম জনাইছো 🙏🙏

  • @bhupenchandradas5752
    @bhupenchandradas5752 2 роки тому +1

    🙏🙏🙏🙏🙏🙏

  • @kusumsaikia7901
    @kusumsaikia7901 10 місяців тому +1

    ককাৰ ভাষন আকৌ এবাৰ সুনি ককা আছে যেনেই লাগিল কৃষ্ণ

  • @debaphukan489
    @debaphukan489 2 роки тому +1

    জয়গুৰু শঙ্কৰ কৃষ্ণ কৃষ্ণ

  • @manujkrhazarika3959
    @manujkrhazarika3959 2 роки тому +1

    🙏🙏🙏🙏🙏

  • @karishmakumar6537
    @karishmakumar6537 2 роки тому +1

    🙏🙏🙏🙏

  • @saratchandraroyprodhani985
    @saratchandraroyprodhani985 3 роки тому +1

    অমিয় সুধা স্পর্শ নিগৰা ...।
    জয়গুৰু....

  • @basundharikakati2310
    @basundharikakati2310 3 роки тому +1

    কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ ।

  • @babitaborah51
    @babitaborah51 3 роки тому +2

    কৃষ্ণ কৃষ্ণ সহস্ৰ প্ৰণাম ।

  • @junmoniborah5329
    @junmoniborah5329 8 місяців тому

    কৃষ্ণ

  • @munmibora3373
    @munmibora3373 11 місяців тому +1

    Ai bapjonar parai saran vag gahan korisilu 2007 te